নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম

Поделиться
HTML-код
  • Опубликовано: 23 окт 2022
  • নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম। ষ্টুডিঅ'তে শ্যামন্তিকাৰ মাতৃ আৰু পৰিয়ালৰ খবৰ শুধিলে নয়ন নীলিমে। TIME8ৰ ষ্টুডিঅ'ত ঋতুস্মিন শৰ্মাৰ সন্মুখত আৰু কি কি ক'লে নয়ন নীলিম আৰু শ্যামন্তিকাই

Комментарии • 3,4 тыс.

  • @adivasibeta44
    @adivasibeta44 Год назад +2315

    কোনে কোনে নয়ণ দাক ভাল পোৱা like এটা কৰা

    • @nickyop9870
      @nickyop9870 Год назад +6

      Mur favourite ❤️

    • @kpbhai1637
      @kpbhai1637 Год назад +8

      বেয়া পোৱাৰ কোনো কথাই নাই দেমফুলক❤️মোৰ প্ৰিয় শিল্পী নয়ন নীলিম দা।।

    • @bodonortheast
      @bodonortheast Год назад +4

      😍😍😍😍

    • @bkgogoi9273
      @bkgogoi9273 Год назад +3

      Moi vl paw

    • @jayantaray1251
      @jayantaray1251 Год назад +2

      ​@@bodonortheast

  • @mohantayeofficial2683
    @mohantayeofficial2683 Год назад +687

    যাক মই ভাল পাও তাক কিডনীও দি দিম.. ..যাক মই বেয়া পাওঁ ঘূৰিও নাচাও .....জই নয়ন দা 👍👍👍👍👍👍

  • @bagniyamusical7283
    @bagniyamusical7283 Год назад +175

    হৃদয় ভঙা মানুহ ৰ হাঁহি নাইকীয়া কৰি দিলে নয়ন দা keep it up ❣️

    • @probalkhataniar2919
      @probalkhataniar2919 Год назад

      জীৱনৰ এই ঘাট প্ৰতিঘাটক জীৱনৰ সম্পদ বুলি ধৰি লৈ আগবঢ়া ।হৈ যোৱা বিলাক অতিত বুলি ধৰিলোৱা❤❤

    • @rinkusonowal1005
      @rinkusonowal1005 9 месяцев назад

      ​@probalkhataniar2919

  • @MinakshiBaruah-gi2ww
    @MinakshiBaruah-gi2ww 5 месяцев назад +16

    নয়ম নীলিম দা বহুত দুখত আছে- তেখেত আকৌ আগবাঢ়ি যাওক আগৰদৰে❤👍

  • @jyotismanneogvlogs5241
    @jyotismanneogvlogs5241 Год назад +2266

    নয়ণ দাদাক ভাল পোৱা সকলে laike এটা কৰি দিব

  • @gamingwithalex4113
    @gamingwithalex4113 Год назад +326

    নয়ন নিলীম দা👏🏻🙌🏼✨
    ৪২ মিনিটৰ ভিডিঅটোত এবাৰো নাচালে প্ৰাক্তন প্ৰেমিকালৈ , শেষত হেণ্ডচেক দিয়াৰ কথা কোৱাত কভিদৰ দোহাই দি নমস্কাৰ দিলে👏🏻 এইখিনি attitude লাগে কিন্তু মানুহক , নহ'লে আনে সুবিধা লয়😌

  • @sangitabaishya4452
    @sangitabaishya4452 Год назад +25

    Nayan dar attitude...mojjjaaaa👍

  • @nsdboy97
    @nsdboy97 Год назад +122

    নয়ন দাৰ হৃদয় খন হে জানে , কিমান কান্দি আছে নয়ন দাৰ হৃদয় ভিতৰে ভিতৰে।

  • @topaxomiamusic2348
    @topaxomiamusic2348 Год назад +751

    নয়ন দাৰ (😍)বুকুত একুৰা জুই জ্বলি আছে ||
    নয়ন দা ক ভাল পোৱা সকলে like কৰিব

  • @bidyut560
    @bidyut560 Год назад +184

    ভালপোৱাৰ মূল্য কেৱল সচাঁ ভালপোৱা জনেহে বুজি পায়। ❤️

  • @rinkikalita9507
    @rinkikalita9507 Год назад +70

    নয়ন দাই কিন্তু পাহৰি যোৱা নাই... তেওঁ যে কাৰোবাৰ পত্নী.... সেই বাবেই হাত মিলোৱা নাই.. সঁচাকৈ এজন আদৰ্শৱান ব্যক্তি... my favorite hero Nayanda. 😍😍

  • @Mainuphukan16
    @Mainuphukan16 11 месяцев назад +12

    "সময় থাকোতেই বুজিব লাগে
    সময় পাৰ হৈ গ'লে পুনৰ ঘুৰাই পোৱা নাযায় "❤️😊
    গতিকে এতিয়া চকুপানী টুকিলেও সেয়া অৰ্থহীন বুলি মই ভাবো।
    নয়ন দাৰ কথাবোৰতে বুজা যায় কিমান বিষাদ লৈ আছে বুকুত। চকুযুৰি এবাৰো ভালকৈ নিমিলোৱাকৈ কথা কোৱা সুৰতে বুজি পোৱা যায় , কাৰোবাক কিমান বেছি ভাল পালে মানুহ এজন এনেকৈ সলনি হৈ যাব পাৰে!
    নয়ন দায়ে কোৱাৰ দৰেই মইও ভাবো...
    পৃথিৱীখন বহুত ডাঙৰ, বহুত বাকী আছে আৰু জীৱনটো। এঠাইতে থমকি ৰ'লে নহ'ব। সময়ে সদায় বেয়াবোৰ আতঁৰাই লৈ যায়...ভালবোৰৰ বাবে❤️😊গতিকে নয়ন দালৈ শুভেচ্ছা যাচিঁলো..আগন্তুক দিনবোৰ সুমধুৰ হওঁক।

  • @alpana5375
    @alpana5375 Год назад +1443

    নয়ন দাৰ ভিতৰৰ প্ৰকৃত মানুহজনক বহুত কম মানুহে বুজি পায়..!ভালে থাকক প্ৰিয় শিল্পীজন💐🙏

  • @user-cv9qp3oy6l
    @user-cv9qp3oy6l Год назад +552

    নয়নদাই সঁচা কথা বোৰ স্পষ্ট কৈছে,,,,,,,, শামন্ত্ৰিকাই সঁচা কথাবোৰৰ পৰা আঁতৰি আঁতৰি গৈছে,,,,,,,,যাক মই ভাল পাওঁ তাক কিডনীটো দি দিম,,,,,,যাক মই বেয়া পাওঁ ঘূৰি নাচাও ,,,,ভাল লাগিল শুনি,,,,,,নয়নদা

  • @Sophie77772
    @Sophie77772 Год назад +34

    দুয়ো গৰাকীক বহুত দিনৰ পিছত একেলগে দেখি বহুত আনন্দ অনুভৱ কৰিছোঁ ❤️✨
    দুয়ো গৰাকী নিজৰ নিজৰ জীৱনত আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ ❤️

  • @nitulpegu7262
    @nitulpegu7262 Год назад +30

    দুয়োৰে দুখৰ হাঁহি ৷ মন মিলিলে এতিয়াও সময় আছে ৷ মানুহে কি ভাবে এইটো mater নহয় ৷ নয়ন দা মিচিং মাবৰ্লাৰ খন দিঙিত লব তেতিয়া বহুত শুৱনী লাগিব ৷
    জীৱন কিন্তুু জিন্দাবাদ ৷৷

  • @hemennath5866
    @hemennath5866 Год назад +331

    কিমান আঘাত পালে মানুহ এজন এনেদৰে সলনি হৈ যায় সেয়া চাগে একমাত্ৰ তেওঁৰ হৃদয় খন আৰু ভগৱানে হে জানে... হাঁহি-মুখে কথাৰ ভাজেৰে বহুত দুখৰ আভাস দিলে নয়ন দাই... ইমানেই হৃদয় ভঙাৰ ভয় মনত ৰৈ আছে যে অৱশেষত আকৌ এবাৰ হাত খনো আগবঢ়াই নিদিলে তাই চুই চাব বুলি... হৃদয়খন আকৌ ভাঙি যাব বুলি😑

    • @MultimediaTr.
      @MultimediaTr. Год назад +2

      💔💔💔💔💔

    • @mowsumaboro5157
      @mowsumaboro5157 Год назад +2

      Nayan daar reaction to dekhi hia bhangi gaise mor sakur paani nigari aahise mor .kio tanakai karia shyamantika Tumi Nayan daak.
      Bahot gabhir manabhabar manoh Nayan da.adin tumak nissai Kai bhabibo shyamantikai

    • @phatiksaikia9340
      @phatiksaikia9340 Год назад +1

      Hxi dei....😥

    • @bsarma16
      @bsarma16 Год назад +2

      Ekdom

    • @MultimediaTr.
      @MultimediaTr. Год назад +1

      @@bsarma16 Tumi bht cute asa

  • @Saikiaparishmita
    @Saikiaparishmita Год назад +173

    আৱেগভৰা মুখখন দেখিলেই গম পাই,কিমান কষ্ট পাইছে।এবাৰ চকুলৈ ভালকৈ নুচোৱাকৈ অনুষ্ঠান সামৰিলে।দুখ লাগিল😔।

  • @letsbegin4278
    @letsbegin4278 Год назад +24

    Nayan's zed and Semantika's tears told that how much they love each other

  • @ribulboruah
    @ribulboruah Год назад +128

    জানমণি মোৰ প্ৰিয়, কিন্তু ডেমফুল❤️ তুমি তেওঁত কৈ মোৰ হাজাৰ গুণে প্ৰিয়।
    "পুৰুষ যদি তোমাৰ পৰা আতঁৰি যাই এবাৰ হাত ধৰি ৰাখিবলৈ চেষ্টা কৰিবা, হয়তো পুনৰ ঘুৰি আহিব,কিন্তু এগৰাকী নাৰী যদি তোমাৰ পৰা আতঁৰি যাই, তেওঁক তুমি ধৰি ৰাখিবলৈ চেষ্টা নকৰিবা,কাৰন এগৰাকী নাৰীয়ে তোমাৰ হাত এৰাৰ বহু আগতেই তোমাৰ পৰা আতঁৰি গৈছে।🙏

  • @nituldeka8292
    @nituldeka8292 Год назад +303

    কিয় কিয় সচা ভালপোৱা সকলৰ লগত কিয় এনেকুৱা হয় 🥺 NAYAN DA YOu ARE A GREAT PERSON 🔥🔥

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 Год назад

      Gu.khai.jnmo.picle.tuhr.pareal.tui.kukurot.koreo.adhm.tuhr.pareal.tu.pagla.mutter.aishabho.bdmas

    • @WolF_NinjAA
      @WolF_NinjAA Год назад

      @@kahanindra.thakur5035 ki koitasos tui..mthr chd

    • @rinku99vlogs51
      @rinku99vlogs51 Год назад

      🥲hmmmmmmmmm

    • @joutisankar8972
      @joutisankar8972 Год назад

      @@WolF_NinjAA 🤣🤣

    • @123sibankur
      @123sibankur Год назад

      hosa vl pua e hodai kosto diya

  • @prabalvlogs7581
    @prabalvlogs7581 Год назад +505

    নয়ন দা তুমি সচাই 🥰🖤😇 । নয়ন দা ভাল পোৱা সকলে like কৰা । ❤️

  • @ajsrainbow4548
    @ajsrainbow4548 Год назад +7

    ইনডাইৰেক্ট কে ভালেমান দিছে দেই নয়ন দাই শ্যামনতিকাক। আৰু তেওঁ ঘ্ৰিণা কৰে শ্যামনতাকাক, তাই দেখুৱাবলৈ চেষ্টা কৰি আছে যে দুয়োৰ মাজত এতিয়াও ভাল কিন্তু নয়ন দাই মাজে মাজে ঠেকেচা ভাল দি দিয়ে। 😍
    নয়ন দা অ পি ইন দ্যা চ্চেট। 😍😍

  • @jundas3004
    @jundas3004 Год назад +13

    So good to see you both after a long time ❤️❤️ Childhood memories ❤️❤️

  • @ajitneog7659
    @ajitneog7659 Год назад +72

    নয়ন দাদা চিধা মানুহ চিধা কথা, "মই খবৰ নাৰাখোঁ "
    I like it..... 🙏

  • @flyingbird131
    @flyingbird131 Год назад +382

    দুয়োজনেই প্রিয়।💕তেওঁলোকৰ ব্যক্তিগত জীৱনটোত কি হৈছিল কি নাই হোৱা বা বৰ্তমান কি হৈ আছে সেইটো ইমান খুচৰি খুচৰি আমি নাজানিলেও হব।সকলোৰে নিজৰ মতে জীয়াই থকাৰ অধিকাৰ আছে।...কিন্তু দুয়োজনক একেলগে খুব ভাল লাগিছিল।বন্ধুত্বটো অটুট থাকক।❣️

  • @prankumarnath1616
    @prankumarnath1616 4 месяца назад +8

    শ্যামন্তিকা আৰু নয়ন নীলিম এক লগ হব লাগে । শ্যামন্তিকাই ভাল টাবিজ এটা পিন্ধিব লাগিব আৰু নয়নে খংটো এৰিব লাগিব ।

  • @chinmoybhuyan225
    @chinmoybhuyan225 Год назад +176

    জীৱনটো এনেকুৱাই😢কেতিয়াবা ৰ'দ,কেতিয়াবা বৰষুণ☺️

  • @ssallstatus3914
    @ssallstatus3914 Год назад +339

    নয়ন দাক ভাল পোৱা কিমান আছে like কৰক

    • @pinkyborabonia6239
      @pinkyborabonia6239 Год назад +1

      দাদাক যিমান ভাল পাওঁ বা জনীকো সিমানেই ভাল পাওঁ

    • @ssallstatus3914
      @ssallstatus3914 Год назад

      ruclips.net/channel/UCo2rjGQ0ibX5AlWFWGr1UNA

  • @rinkurajgogoi5607
    @rinkurajgogoi5607 Год назад +251

    এটা কথা কিন্তু বুজি পালো । নয়ন দাৰ অন্তৰত বহুত দুখ আছে।।। দুই জনকে হাত মিলাবলৈ কওঁতে তেওঁ কিন্তু নমস্কাৰ হে দিলে ।।।

  • @Mrm19888
    @Mrm19888 Месяц назад +2

    নয়ন দাক বহুত বেছি ভাল লাগে........যদি শ্যমন্তিকাক ক্ষেমা কৰিব পাৰে....তেন্তে দুয়ো একেলগে থকাটো বিচাৰোঁ❤❤❤❤❤❤

  • @nikudeogharia8427
    @nikudeogharia8427 Год назад +1

    A very nice interview by Ritushmin Sharma da. An interview with the vampire....
    Well done Nayan nilim da...Glory of Upper Assam.
    Wish you all the very best... 👍😊

  • @Radhepallavi108
    @Radhepallavi108 Год назад +67

    এনেকুৱা লাগিছে যে বাইদেউগৰাকীয়ে আমাৰ পৰা কিছুমান কথা লুকুৱাব বিচাৰিছে কিন্তু নয়ন দাই কথাবোৰ খুলা- খুলিকৈ কৈছে । নয়ন দা সঁচা অন্তৰৰ মানুহ❤️

  • @nilutpalkachari6584
    @nilutpalkachari6584 Год назад +611

    নয়ন দা তুমি আগুৱাই যোৱা....... একো নাই জীৱন জিন্দাবাদ...... জীৱন ত থাকে এইবোৰ 😍

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 Год назад

      Tuhr.pareal.tui.tajpuror.pagla.phatakor.pi.kahna.ahica.

    • @WolF_NinjAA
      @WolF_NinjAA Год назад

      @@kahanindra.thakur5035 😡

    • @Vargav31
      @Vargav31 Год назад

      Kunfale jabo aguai

    • @user-zh7iv2yt2r
      @user-zh7iv2yt2r 5 месяцев назад

      Rasta t keba kebe pore thka haibule khug khabo are nedea nhoi

  • @pritydas0697
    @pritydas0697 Год назад +4

    ❤️❤️❤️ bohut val lgil duyujonk akeloge dekhi.... Emn yrs t murot... Soru porai akeloge dekhi ahiclo 🥺🥺 aagbarhi jua dekhilo... Life tu anekuai ... Bor kothin 🥺 love you both ❤️🥺 Nayan da ru Shyamantika Baa.... Luckt duyuru thkile biya khon dekhm bli akha rakhilo .. ❤️

  • @sauravgogoi1471
    @sauravgogoi1471 11 месяцев назад +5

    One thing that I like about this man is that he maintained his self respect, even if he loved her with all his heart, but If his self respect was at stake it was good that he left her, atleast he is happy 👌🏼👏😇

  • @JollywoodUnofficial
    @JollywoodUnofficial Год назад +239

    I support Nayan Nilim, liked his attitude ❤️❤️❤️ love you demphool.

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official Год назад +180

    🥺🥺🥺🥺🥺🥺🥺
    কথা খিনিয়ে হৃদয় চুই গ'ল 🥺
    যি জনে ভুগিছে তেওঁলোকে হে বুজিছে ,
    ওপৰে ওপৰে টো বহুতে বহুত কথায়ে কয় 😇
    কেতিয়াবা বহুত কিবা কেনি কবলৈ মন গলে ও জুখি মাখি ক'ব লগা হয় 😇
    সময়ত কোনোবাই বহুত বেছি কঠোৰ হৈ পৰে আৰু কোনোবাই সহ্য কৰিব নোৱাৰা হৈ পৰে 😇
    মানুহ বোৰ যে প্ৰকৃতিৰ দাস.... 🥺

  • @basantaborgohain5568
    @basantaborgohain5568 3 месяца назад

    Yaa, Attitude is everything, superb, Nayan Nilim 👏👏👏

  • @pallabborgohain6585
    @pallabborgohain6585 Год назад +28

    নয়ন‌ দা এজন চিধাচিধি মানুহ হয়।নয়ন নীলিম দাক ভাল পোৱা সকলে like কৰিব। please request কৰিছো। please like কৰক।

  • @sujugyahazarika3683
    @sujugyahazarika3683 Год назад +46

    Nayan da is literally us, he shows his attitude with his that caring attitude. Whatta personality. Hat's off.

  • @prasantkasyap3922
    @prasantkasyap3922 Год назад +351

    Nayan da is very honest and kind hearted person..His silence is telling the hidden fact.. He is crying from inside. But he is still too strong..🙏

  • @miriboysgm9304
    @miriboysgm9304 Год назад +9

    Nayan da val puwa bur ata like kori juha💯👌

  • @gaurangadas4004
    @gaurangadas4004 Год назад +1

    Before I didn't know you...jst I have seen in Assamese song and bihu song...but now I know about your life story..and now I became big fan of you..and you become my idol 🧡🧡I love your attitude..

  • @Trisengkhamang49
    @Trisengkhamang49 Год назад +138

    কৰবাত পঢ়িছিলোঁ"নীৰৱতাৰ মাজতো থাকে বহুতো অপ্ৰকাশিত কোলাহল পূৰ্ণ কাহিনী"। স্মৃতিৰ বোজাবোৰ পাতল হওঁক দুয়োৰে, দোষ যাৰেই নহওঁক সম্পৰ্কবোৰ ভাগি গ'লে জীৱনটোৱেই বৰ জটিল যেন লাগে🙂। কোনোবাজন আগবাঢ়ি যায় আৰু কোনোবাজনে স্মৃতিৰ বোজা বোৰ লৈ ফুৰে,বৰ কষ্টকৰ এইবোৰ🙂।

    • @Rupamborah-fc3zk
      @Rupamborah-fc3zk Год назад

      নিয়ৰ কবিতা নেকি 🤔

    • @auxesis303
      @auxesis303 Год назад +2

      Duio duioke bhal pai era eti hoisil nki baru .. moi najanu koi diok sun

    • @babulgogoi5894
      @babulgogoi5894 Год назад

      bor dhunia kotah kola dada👌

  • @prakashdeka3446
    @prakashdeka3446 Год назад +471

    আজি মই আপোনালোক দুয়োজনকে একেলগে দেখি বহুত সুখ অনুভৱ কৰিছো 💞

    • @pallabigogoi8618
      @pallabigogoi8618 Год назад +3

      Val lagil duke akelogot dekhi❤❤❤

    • @manujdas3004
      @manujdas3004 Год назад +2

      Mori nejabi dei?

    • @jantu5923
      @jantu5923 Год назад +1

      vl lagil duyuke akeloge dekhi aru bohut kothai kole duyujone bohut vl.lagil

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 Год назад

      Boyaro.sema.noho.boya.tuhr.pareal.tu.ugro.mutter.aishabho.abhadro.nestur

    • @HighCityAssam
      @HighCityAssam Год назад

      @@manujdas3004 a das vaity

  • @layanikasaikia
    @layanikasaikia Год назад +5

    কিহৰ বাবে relation টো এনে হ'ল কোনেও নাজানে তেওঁলোক দুয়োৰে বাদে , গতিকে কাকো দোষ দিব নিবিছাৰো। এটা কথা সঁচা জেদ আৰু অভিমান দুয়োটাক অধিক গুৰুত্ব দিলে যাৰ বাবে সম্পৰ্ক ভাঙিলে । কোনো সম্পৰ্ক জীয়াই ৰাখিবলৈ ইচ্ছা থাকিলে কিছুমান কথা এৰাই চলিব লাগে । নয়ন দা মোৰ প্ৰিয় অভিনেতা আৰু দুয়োকে পুনৰ একেলগে দেখি ভাল লাগিছে । জেদ ধৰি নাথাকি দুয়ো একেলগে থকা হ'লে সকলোৱে ভাল পালে হয় । শ্যামন্তিকাই যদি ভাল নাপালে হয় তাই এনেকৈ ক'ব নোৱাৰিলে হয় " মাৰ পাছত নয়ন দাক ভালকৈ মই বুজি পাওঁ " । অভিমানেই দুয়োকে আঁতৰ কৰিলে সেইটো খাটাং । ইটোৰ সিটোৰ প্ৰতি থকা ভালপোৱা আদৰ সুন্দৰকৈ প্ৰতিফলিত হৈছে । এনে লাগিছে দুয়ো দুয়োৰে বাবে ৰৈ আছিল কোনোবা এজনে যদি এবাৰ হলেও নিজৰ EGO এৰিলে হয় , নিজৰ জেদ অভিমান এৰিলে হয় , তেতিয়া আমি দুয়োকে দৰা কইনাৰ সাজত দেখিবলৈ পালো হয় 🥺 কেমেৰাৰ সমুখত সকলো কথা হয়তো দুয়োৱে প্ৰকাশ কৰিব পৰা নাই । দুয়োকে এনেকৈ দেখি চকু পাণী ওলাই গ'ল ।

  • @satyabrathazarika623
    @satyabrathazarika623 Год назад +86

    প্রেম তেনেকুৱাই যাক বিচৰা যায় তেওঁ ক পোৱা নাযায়। প্রেমত মইয়ো সফল হব নোৱাৰিলো।😢😭

  • @ItßRima
    @ItßRima Год назад +103

    নাজানো আপোনালোকৰ মাজত কি হৈ গল,আৰু নজনাকৈ একো বেয়া মন্তব্য দিয়াৰ অধিকাৰ নাই আমাৰ, ইমানেই কম নয়ন দা এজন বহুত ভাল মানুহ সৰলতা দেখি বুজি পাও😊🥰 তেওঁ আজিও বাক ভাল পায় কিন্তু ইমানেই বিচাৰোঁ নয়ন দা ভাঙি নপৰিব,আৰু ভালে থাকক 💞

    • @phulashreebaruah5033
      @phulashreebaruah5033 Год назад

      Exctly

    • @susmitagogoi9999
      @susmitagogoi9999 Год назад

      Leura vl pai🤣🤣

    • @ItßRima
      @ItßRima Год назад

      @@susmitagogoi9999
      Suwali hoii imn letera mat matibo ahiso,baperok kobi ja,okhobhyo suwali

    • @joutisankar8972
      @joutisankar8972 Год назад

      @@susmitagogoi9999 leuri toi sage ake ghator a pani khowa

  • @rajdeepnathofficial1031
    @rajdeepnathofficial1031 Год назад +97

    অভিমানবোৰ সময়ত ভাঙিব‌ লাগে , নহ'লে প্ৰায়বোৰ সম্পৰ্ক‌ই আধৰুৱা হৈ ৰয়।💔 ইমান মৰম ,ইমান বুজাবুজি থকাৰ পাছতো প্ৰাপ্তিত কিয় বিশেষ ব্যক্তিগৰাকীয়ে স্থান নাপায়। 🥀 ভালপোৱাজন হৃদয়ত থাকিলেও প্ৰায়বোৰৰে কপালত নাথাকে ।🙂

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 Год назад

      Tuhr.pareal.tui.pagl.johra.randa.neloitja.bauda.gojmura.apadartha.hobar.kiman.bosor.hoice

    • @educationalteach3253
      @educationalteach3253 Год назад

      Oviman vonga r rastai nai..shyamontika bibahito

    • @monjuhazarika1253
      @monjuhazarika1253 Год назад

      He ejononela golai ki faltu kowa belagor maikek kiyo biya patebo ba bhalpabo nayon da ki bebak nai bole bhabesa ni

  • @limitless8500
    @limitless8500 Год назад +3

    A golden heart men Nayan da ❤️,
    দাদাৰ মংগল কামনা কৰিলোঁ,সকলোকে 'বন্ধু'ক আকোঁৱালি লবলৈ আহ্বান জনালোঁ।

  • @anuphazarika9467
    @anuphazarika9467 Год назад +4

    নয়ন দা আৰু শ্যামন্তিকা বা আপোনালোকে আকৌ আগৰ দৰে অসমৰ ৰাইজৰ মৰম পাব বুলি আশা কৰিলো।

  • @abhijit142
    @abhijit142 Год назад +248

    নিজৰ নিজৰ পৃথিৱীত দুয়োজনেই সুখী হওক। দুয়োজনেই প্ৰিয় ❤️

  • @champaksarma9303
    @champaksarma9303 Год назад +53

    What an attitude Man....more power to you Nayan Da.....love from Nalbari

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 Год назад +19

    দুয়োজনে আকৌ এবাৰ একেলগে হ'ব পাৰে দেখোন। দুয়োজনে একেলগে হোৱা। দুয়োটাই অলপমান জেদি । জেদি কমাই দুয়োটাই অলপমান সৰল হৈ একেলগে হোৱা ৰ কামনা কৰিলো।সমালোচনা হ'ব লাগে। সমালোচনা হলেহে জীবন বোৰ শুদ্ধতা লাভ কৰে।আমি তথা ৰাইজে তোমালোকৰ পৰা বহুতো আশা কৰো?আশা বিপৰীত ৰূপ ধাৰণ কৰিলেতো ৰাইজে বেয়া পাব।

  • @munnayadav-ij5pz
    @munnayadav-ij5pz Год назад +1

    Val lagil de dhuijonk dekhi thanks to TIME8 🙏

  • @mainaphukon4151
    @mainaphukon4151 Год назад +28

    মিছা নকওঁ, এটা সময়ত আমি বোৰ class 12 মানত আছিলো খুব Rj পাহি বাৰ Love story শুনিছিলো, তেতিয়াই শুনিবলৈ পাইছিলো নয়ন নীলিম ককাইদেউ love story তো.. পাহি বাৰ লগত নিজেই shear কৰিছিল তেওঁ, কি কম ঈশ্বৰৰ ইচ্ছা সফল নহল তেওঁলোকৰ সপোনৰ সংসাৰ ভাবিলেই বেয়া লাগে দেই,
    //সেই কাৰনে জুবিন দা এ কোৱাৰ দৰে সময়ক ভয় কৰিব লাগে অকল //
    আৰু নো কি এইবোৰ সকলো, মোহ মায়া

  • @hellonaba
    @hellonaba Год назад +129

    নয়ন নীলিমৰ সুস্পষ্টতা, দৃঢ়তা ভাল লাগিল ।
    শ্যামন্তিকা শৰ্মাই কথাবোৰ পাতলীয়াকৈ লৈ উৰাই দিয়া যেন অনুভৱ হ'ল ।

    • @pinkyborabonia6239
      @pinkyborabonia6239 Год назад +6

      তেখেতে দুখবোৰ দেখুৱাব বিচৰা নাই

    • @user-zh2ff5vx5o
      @user-zh2ff5vx5o 4 месяца назад +1

      ​@@pinkyborabonia6239yes..... Tai nijor dukhkhini belegor agot koi sympathy gain koribo bisora nai. Jitu nayan nilime kori ase...

  • @bikashtheexplorer2307
    @bikashtheexplorer2307 Год назад +21

    অনুগ্ৰহ কৰি আপোনাৰ দুয়োৰে প্ৰেমৰ ইতিহাসৰ বাবে এখন চিনেমা বনাওক; এইখন অতি জনপ্ৰিয় হ'ব.....

  • @padminisaikia3406
    @padminisaikia3406 Год назад +1

    Val lagil sai❤️

  • @nilimnibash2077
    @nilimnibash2077 Год назад +122

    'ৰং তুমি যদি মোৰ নোহোৱা, তেন্তে আন কৰোৰে হ'ব নোৱাৰা', শ্যামন্তিকা বাই এৰি যোৱা ৭ বছৰৰ পিছতো নয়ন দা(ৰং) বেলেগ কাৰোৰে হোৱা নাই, 2002 চনৰ পৰা এতিয়ালৈ বাক বা দি...... কিছুমান চিনেমাৰ ডায়লগ হ'লেও বাস্তৱ জীৱনটোক বৰ বাৰুকৈ প্ৰভাম্বিত কৰে। বাক্যশাৰীৰ অৰ্থ নয়ন দাই বুজি পালে আৰু ইয়াৰ অৰ্থ বাস্তৱ জীৱনত ৰাখি দেখুৱাই দিলে, বাই হে ইয়াক বুজি নাপালে, আৰু দাদাক এনেদৰে প্ৰতাৰণা কৰি গুচি গ'ল। আজিলৈকে দাদা অবিবাহিত, ইয়াতকৈ আৰু গভীৰ প্ৰেম হব পাৰে নে। অন্তৰত লুকাই থকা কথাবোৰ তেওঁৰ চকু আৰু ভাৱ ভংগীত স্পষ্ট হৈ পৰিছে। শ্যামন্তিক বাই তেতিয়াও বুজি নাপালে আৰু এতিয়াও বুজি পাইছে যেন মোৰ অনুভৱ নহয়।

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 Год назад +1

      Boya.tuhun

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 Год назад

      Mathar.dokh.bohut.hoice.tuhr.pareal.tur.vl.gn.ni.murot.boyaro.sema.boho

    • @nilimnibash2077
      @nilimnibash2077 Год назад +3

      @@kahanindra.thakur5035তোৰ দৰে অভদ্ৰ, নিলাজ, নিধকৰ জাতবোৰে সমাজখন কলুষিত কৰিছে। সৎ সাহস আছে যদি শুদ্ধ অসমীয়াত প্ৰত্যুত্তৰ দি দেখা।

    • @albertrajaboro1653
      @albertrajaboro1653 Год назад

      Absolutely right...💐💐💐💐💐

    • @r.d.creator8235
      @r.d.creator8235 Год назад

      Ekdom xosa. Heikaronei teu aji cinema r ei kotha tu shyamontika r agot koi dile 😭😭😭😭😭

  • @dipankarsarmah51
    @dipankarsarmah51 Год назад +49

    নয়ন নিলিমৰ attitude টো বহুত ভাল লাগিল l please carry on and go ahead .

  • @manojkurmi2308
    @manojkurmi2308 Год назад +1

    nayanda cool looks...glad to see u after a long time...wish u good luck for ur upcoming movie...

  • @Creative_study276
    @Creative_study276 Год назад +1

    Excellent Nayan Da💝❤️

  • @arniliptaborgohain7247
    @arniliptaborgohain7247 Год назад +168

    ভাল লাগিল। ভালদৰে আগবাঢ়ি যাওক দুয়োৱে নিজৰ নিজৰ জীৱনত। শুভকামনা থাকিল দুইজনলৈ। এনেকুৱা সম্পৰ্ক সদায় অন্তৰত থাকে।

  • @chayanikabarman8110
    @chayanikabarman8110 Год назад +46

    Hats off both of them... How they control their emotions in front of camera... Especially Nayan nilim (bht sakt londa h) Seriously salute......Lots of Love Both of you ❤️

  • @gauriboruraj5822
    @gauriboruraj5822 Год назад

    You r both twinflame 🔥🔥designed partner🌈👍

  • @rebadas4066
    @rebadas4066 Год назад +2

    bohut Val lagil tomalokok akeloge dekhi

  • @parikzgogoi8178
    @parikzgogoi8178 Год назад +38

    Demful 🤍💙একেলগে দেখি বহুত ভাল লাগিল, সদাই দুইজন সুখেৰে থাকক তাৰে কামনা কৰিলো 🌸 ভিডেও টো চাই চকু চলচলীয়া হৈ উঠিল আৰু কিছুমান কথা শুনি ভালো লাগিল 👍

  • @ratanray3458
    @ratanray3458 Год назад +313

    নয়ন দাৰ কথাবোৰত কিছু আৱেগিক লাগিল ৷ বাকী সুখী থাকক আগুৱাই যাওক নয়ন দা ❤️

    • @mebo8932
      @mebo8932 Год назад +1

      Really

    • @ndekaentertainment4915
      @ndekaentertainment4915 Год назад +4

      I men jst a very good relationship In life

    • @bikashmili6611
      @bikashmili6611 Год назад +1

      not

    • @bikashmili6611
      @bikashmili6611 Год назад +1

      Cleaning Gloves Reusable Rubber Hand Gloves, Stretchable Gloves for Washing Cleaning Kitchen Garden (Blue, 1 Pair)
      Name: Cleaning Gloves Reusable Rubber Hand Gloves, Stretchable Gloves for Washing Cleaning Kitchen Garden (Blue, 1 Pair)
      Fabric: Modal
      Pattern: Solid
      Net Quantity (N): 1
      Country of Origin: India

    • @bikashmili6611
      @bikashmili6611 Год назад +1

      Cleaning Gloves Reusable Rubber Hand Gloves, Stretchable Gloves for Washing Cleaning Kitchen Garden (Blue, 1 Pair)
      Name: Cleaning Gloves Reusable Rubber Hand Gloves, Stretchable Gloves for Washing Cleaning Kitchen Garden (Blue, 1 Pair)
      Fabric: Modal
      Pattern: Solid
      Net Quantity (N): 1
      Country of Origin: India

  • @sonchitathakur7826
    @sonchitathakur7826 Год назад +2

    Straight forward wid good personality

  • @ramanandaravindra561
    @ramanandaravindra561 Год назад +1

    Nayan da love you forever. Attitude hodai rakhok. Go ahead bro

  • @mrinalmahanta4256
    @mrinalmahanta4256 Год назад +57

    নয়ন দা'ৰ মন খুলি কব লগীয়া বহুত কথা আছে কিন্তু সেইবোৰ মনতে ৰাখি হাহি হাহি খুব সৰলতাৰে উত্তৰ বোৰ দি গৈছে।

  • @lsworld5664
    @lsworld5664 Год назад +13

    RED FM ৰ lovestory2 শুনি ভাল লাগিছিল দুয়োজনৰ..কিন্ত্ত এক নহল ভালপোৱাবোৰ

  • @dhaneswarmalakar3453
    @dhaneswarmalakar3453 Год назад +1

    দুয়োজনে একেলগে পুনঃ লগ হোৱাটো ৰাইজে বিচাৰে♥️♥️

  • @Lofivibesassam
    @Lofivibesassam Год назад +2

    Such a wonderful story❤🙂

  • @user-xl1ek7gz4n
    @user-xl1ek7gz4n Год назад +93

    তেওলোকক আজি একেলগে দেখা পাই , তেওলোকৰ বিষয়ে জানি সচাই বহুত বেছি ভাল লাগিল.. নয়ন দা love you..
    তেওলোকৰ স্মৃতিবোৰে মোকো আবেগিক কৰি তুলিলে..

  • @sushmitagogoi7826
    @sushmitagogoi7826 Год назад +37

    ইয়াতে কিছুসংখ্যক মানুহে মহিলা গৰাকীক অলপ negative কৈ আছে। কাৰ ভুল আছিল, কাৰ ভুল নাই আমি এটা video clip চাই সিদ্ধান্ত লব নোৱাৰো। কাৰণ দুয়োজনে একেলগে বহু কেইটা বছৰ পাৰ কৰিছে, তেওঁলোকে হয়টো ইজনে আনজনক ভালদৰে বুজি পাই। নয়ন দাক আগৰ পৰাই ভালপাওঁ, শ্যামন্তিকা বাকো ভাল লাগে, কিন্তু সম্পৰ্ক এটা শেষ হোৱাত মাত্ৰ এজনৰে ভুল থাকিব বুলি ভবাটো কোনোপধ্যেই সঁচা নহয়। ইমান বেয়া হোৱা হ'লে আৰু ৭ বছৰ relationship ত থাকিল হেঁতেন নে? মই এতিয়াও দুইজন এক হোৱাটো বিচাৰোঁ। বেয়াবোৰ শেষ হওঁক সোনকালে আৰু প্ৰেম যুগমীয়া হওঁক, দ্বীপাৱালিৰ শুভকামনাৰে🪔🪔🪔🕯️🕯️🕯️🎇🎇🎇🎇

  • @nishaborah6483
    @nishaborah6483 11 месяцев назад

    You both really love each other hope that the two of you are happy by holding hands like before? ❤

  • @SatoroGojo7776
    @SatoroGojo7776 Год назад +1

    Nayan .....ey Manu jonok moi prothom Baar moviet dkha pora ey buji paisilu bohut kind hearted,bhut bhaal, but etia ey situation ot dkhi bohut dukh lagise....ji k nohok hokolu bhaal hobo, karon bhaal Manu logot hodai bhaal ey hobo...💖💖

  • @rahulbaruah9628
    @rahulbaruah9628 Год назад +21

    অসমীয়া ‌চলচ্চিত্ৰ জগতৰ মোৰ অতিকৈ প্ৰিয় অভিনেতা- অভিনেত্ৰী । দুয়োজনকে একেলগে দেখা পাবলৈ বহুতো আশা‌ আছিল, আৰু অৱশেষত Time8 ৰ প্ৰচেষ্টাত দেখা পালে । বিভিন্ন চলচ্চিত্ৰত ভিন্ন ভিন্ন চৰিত্ৰত অভিনয় কৰি দুয়োয়ে যিমান আমাক আমোদ দিলে আমাৰ সৰুকালত যি স্মৃতি দিলে সেয়া সচাকৈয়ে অতুলনীয়। আনক সুখ দিয়া, মুখত হাঁহি খোৰাক তোলা এনেসকলৰ জানো বেয়া হ'ব পাৰে ? অনুভৱ হয়, তেওঁলোকৰ মাজত দেখা বৰ্তমান এই বিচ্ছেদময় সম্পৰ্কটোৱো যেন এখন চলচ্চিত্ৰৰ কিছু অংশহে , প্ৰায়বোৰ চলচ্চিত্ৰ চোৱাৰ মধ্যম অংশত যেনেকৈ দৰ্শকে আশা কৰে অন্তিমটো ভাল হ'ব আৰু তেনেকৈয়ে হয় । ঠিক আমি সদায় আশাবাদী এই জীৱন্ত নাটকখনৰো এটা ধনাত্মক গতি ল'ব আৰু অন্তিম অংশই দৰ্শকৰ মুখত হাঁহি বিৰিঙাই তুলিব । বাকী নয়ন দাৰ "কোঁৱৰপুৰৰ কোঁৱৰ " এখন অতিকৈ ভাললগা ছবি , ঠিক তেনেকৈ "বন্ধু" ও বহুত ভাল হ'ব বুলি মই আশা‌ কৰিছো কিয়নো তেওঁৰ ছবিসমূহত তেওঁ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব বিচাৰে । ।

  • @razzranjan7395
    @razzranjan7395 Год назад +242

    নয়ন দাৰ এতিয়াও অভিমান আছে,‌ শ্যামন্তিকা বাৰ ফালে এবাৰো ভালকৈ নাচালে

    • @preronasonowal6841
      @preronasonowal6841 Год назад +12

      Hsakoi anekowai Hb lage👍👍

    • @user-mt2wx2uy7d
      @user-mt2wx2uy7d Год назад +3

      Bhai thke to koi attitude buli

    • @dreamShddch
      @dreamShddch Год назад +3

      saise... ghr r ktha hudute saise...

    • @manujdas3004
      @manujdas3004 Год назад +1

      Sale ki habo raat gaya baat gaya. Saamrar bastu.

    • @mayar6848
      @mayar6848 Год назад +10

      চাব কেনেকৈ পুৰনা কথাবোৰে নয়ন দাক আৱেগিগ কৰি তুলিচে।

  • @manashsaikia8860
    @manashsaikia8860 Год назад +18

    TIME8 লৈ এটাই অনুৰোধ, এই প্ৰচেষ্টা অব্যাহত থাকিব লাগে । যেতিয়ালৈকে তেওঁলোকে মনৰ পৰা handshake নিমিলায় 👍❣️💕

    • @bivur9723
      @bivur9723 22 дня назад

      👩‍❤️‍💋‍👩

  • @anuragmoran278
    @anuragmoran278 4 месяца назад +2

    শ্যামতিকা বা জনি হচাই দুভগীয়া পেম ইমান দূখত কৈছে নয়ননিলীম দা ইমানএকোৱা জুই লৈ আছে কথা বোৰ তে গম পাই ।

  • @babudeka5221
    @babudeka5221 Год назад +43

    দুয়োজন এক হলে বহুত বহুত সুখি হব পাৰিব দুয়োজনে কাৰণ তেখেত সকলৰ কথাত দুয়োজনৰে মৰম দেখা গৈছে।

  • @madhabsonowal5215
    @madhabsonowal5215 Год назад +120

    নয়ন দা , তুমি থাকোতেই যিয়ে গোপনে অন্য কাৰোবাৰ হৈ যায়, তেওঁক আৰু উভতাই অনাৰ কোনো প্ৰয়োজন নাই!

    • @kahanindra.thakur5035
      @kahanindra.thakur5035 Год назад +1

      Murot.kukra.muthce.tuhr.pareal.tur.pagla.saur.uthce.bagh.valukot.koreo.adhm.tuhr.pareal.tu

    • @sikhasonowal2393
      @sikhasonowal2393 Год назад

      Ekdom hosa kotha

    • @MechTech123
      @MechTech123 Год назад +2

      Dhokha dia bilakok ari diai val.. Ghurai anila ako dhoka d dibo aku guarantee nai

    • @joutisankar8972
      @joutisankar8972 Год назад +1

      @@kahanindra.thakur5035 toi pagol neki be

  • @mrinaleedeka6357
    @mrinaleedeka6357 Год назад +4

    Nayan da voice wow🥰🥰😍❤️❤️

  • @mayankrbcreation2960
    @mayankrbcreation2960 Год назад

    Really Nayan Da mind tu logot mur ake same thinking ❤❤❤

  • @manash_saikia
    @manash_saikia Год назад +21

    এবাৰ হৃদয় ভঙাৰ পাছত সেয়া জোৰা দিব পৰা নাযায়।
    নয়ন দাৰ ও তেনে অৱস্থা যেন পাওঁ

  • @nilutpaldas986
    @nilutpaldas986 Год назад +74

    পৃথিৱী খন যে ঘূৰণীয়া আকৌ প্ৰমাণ হল, বাকি যি নহওঁক নয়ন দা সুখী থাকক সুস্থ থাকক 🙏

  • @bd45256
    @bd45256 Год назад

    Nayan da aji he bujilu apuni ajon hero ,,, aji aibur hua babe apunar mon tu Buji palu ❤️❤️❤️🪔🪔🪔🪔🪔 happy diwali ,,, samontika bak dhonyobad

  • @paporiphukan7543
    @paporiphukan7543 Год назад +56

    নয়ন দা সেই আগৰ "ডেমফুল" টো হৈ থকা নাই,য'ত স্ফুৰ্তি আছিল।
    বৰ্তমান তেখেতৰ হাঁহিটোও বিষাদ ভৰা হৈ ৰ'ল 😌😴

  • @rinaarandhara5164
    @rinaarandhara5164 Год назад +137

    ডেমপুলৰ জীবন উজ্জ্বল , সফল , সুন্দৰ হওক |

  • @ramenlkathar9577
    @ramenlkathar9577 Год назад +85

    Nayan da Heartily love you .নয়ন দাইয়ে বাক সন্মখত পাই মুখৰ পৰা ভাষাৰ শব্দবোৰ বহুত কষ্টৰে ফুটি উঠিছে ।

  • @dipaksvlogs139
    @dipaksvlogs139 Год назад +2

    Nayan daa is great actor in Assamese film industry. I like nayan daa. 👍👍 good bless u

  • @amritkonwar6958
    @amritkonwar6958 Год назад +1

    Bohut bhal lagil...bohut dinor murot dekhi ?

  • @thecrazyboy3297
    @thecrazyboy3297 Год назад +282

    নয়ন দা আনৰ সংসাৰত জুই লাগিব দেই।
    বাকী বাদ দিয়া কবীৰ সিং হব নালাগে নিজৰ কাম কৰি যোৱা All the best

    • @rekhabaruah4023
      @rekhabaruah4023 Год назад +17

      Yes thik koise... aijoni.a akow mur khabo aru borbaad koribo ahise .. tair Bongali mota tuk eri atia iyar pisot lagise

    • @riponbaishya4905
      @riponbaishya4905 Год назад

      Ladki bur sob chutia hoi 😏🤨

    • @dibyajyotidas5298
      @dibyajyotidas5298 Год назад +6

      Aibur tokar luviya Asil..hei krne hosa prem pohori dot dot HL..

    • @joutisankar8972
      @joutisankar8972 Год назад +2

      Xonkhar nabhange bainaok jogio uttar dise ror lgt jetiya hbo xidina bujibi

    • @darkwarrior1608
      @darkwarrior1608 Год назад +1

      @@rekhabaruah4023 😂😂😂😂🤣🤣🤣🤣

  • @lifeofrashmi459
    @lifeofrashmi459 Год назад +11

    Thank you so much to time8... For this interview.... 🙏🙏🙏❤️❤️Nayan daa love you

  • @Bkmelodyworld
    @Bkmelodyworld 2 месяца назад

    Nayan da Bahut xundor k gaise dei... Heart Touching

  • @sanjivkumarrabha3400
    @sanjivkumarrabha3400 Год назад

    Hochai bohut vl lagil, gbon tenekai, ......