জানমণিক কেতিয়া মনৰ পৰা উলিয়াই দিছিল ডেমফুলে ? 💔 Nayan Nilim Lovestory. by Bhukhan Pathak. Bandhu

Поделиться
HTML-код
  • Опубликовано: 2 окт 2024
  • বন্ধু
    Bandhu Assamese film
    Assamese interview
    Assamese Mixture
    Nayan Nilim Lovestory
    Bhukhan Pathak
    background flute - / @flutehirakassam465
    #bhukhanpathak #Nayannilim #lovestory
  • РазвлеченияРазвлечения

Комментарии • 1,1 тыс.

  • @subornagogoi4194
    @subornagogoi4194 Год назад +43

    নয়নদাৰ হাহিটো বহুত কষ্টত ওলোৱা যেন লাগে বাকী তেওঁৰ বিষয়ে লিখিবলৈ ভাষা নাই।সুখী‌ হওঁক আপুনি সদায়।🙏🙏 বন্ধুলৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল।ভূষণ দাৰ লগত প্ৰটকলটো নামানিলে নয়ন দাই।👏👏

  • @tapanjyotidutta5865
    @tapanjyotidutta5865 Год назад +72

    কিমান কষ্ট পালে মানুহ নয়ন নীলিমৰ দৰে হয় তেওঁৰ কথাত বোজা গৈছে , সুখী হওঁক সদায়।

    • @sanuborah
      @sanuborah Год назад

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @dipjyotifluteofficial7587
    @dipjyotifluteofficial7587 Год назад +56

    নয়ন নীলিম দাক কেৱল professionally নহই, personally কোনে কোনে ভাল পাই ,,,সঁচা অন্তৰে🥰🥰🥰

  • @manalishadas2421
    @manalishadas2421 Год назад +82

    নয়ন দাৰ জীৱন সংগী জনী বহুত ভাগ্যৱান হব ❤ বহুত মৰম দাদালৈ 😍❤কথাবোৰ ইমান ভাল লাগে দাদাৰ 😍

  • @rimaahmed9000
    @rimaahmed9000 Год назад +484

    Nayan nilim ajon bhut val monr manuh... Teo val pai jibonot bhut dangr aghat paise tar karne val pwak bissakh nokore atia teu... Tar karne hoitu val pwar ktha navabe ru next time..

  • @manojpegu4065
    @manojpegu4065 Год назад +183

    Relationship , breakup এইবোৰ একো একোটা ফাল্টু শব্দ...!! Actually আজিকালি প্ৰেম বুলি একো বস্তুৱেই নাই , চব ধন আৰু টকা প‌ইচাতে বিলীন।

  • @radaliassame3397
    @radaliassame3397 Год назад +25

    কম দিনৰ ভিতৰত শ্যামন্তিকাবাৰ ইন্টাৰভিউ লাগে

  • @SanjayDas-dl9sl
    @SanjayDas-dl9sl Год назад +2

    নয়ন নীলিম দাদাক বাস্তৱত ইমান ধুনীয়া লাগে। আশীৰ্বাদ ত লগ পাইছো

  • @Amrit_YT999
    @Amrit_YT999 Год назад +26

    যেতিয়া সচা প্ৰেমত কোনোবাই আঘাত পাই তেতিয়া প্ৰেমক লৈ নিগেটিভ কথা নিগেটিভ feeling মনত গঢ় লৈ উঠে,নয়ন দা সচাকৈ জিদ্ধি,বহুত attitude কথাতে বুজা যায়,হেয়েহে চাগে চ্যামনতিকাই এৰি গল..😰

  • @pinkyscreation123
    @pinkyscreation123 Год назад +1

    Bht val lagile sai brother..❤️❤️❤️❤️❤️❤️👌👌👌👌👌👌

  • @Parishmitapk
    @Parishmitapk Год назад +4

    হাঁহি থকা মানেই সকলো সুখী নহয় নয়ন দা মনত বহুত দুখ কষ্ট আঘাত লুকাই আছে একমাত্র তেওঁহে বুজি পায় তেওঁৰ কষ্ট 😥😢😢😭

  • @creditnc9669
    @creditnc9669 Год назад +20

    আজিৰ দিনত প্ৰেম মানে টকা । টকাই বহুতৰ প্ৰেম সফল হব নিদিয়ে। টকা নাথাকিলে নিজৰ ঘৰৰ মানুহেই ভাল নাপায়। প্ৰেমিক বাৰু কেনেকৈ ভাল পাব ??😪😪😪😪😪😪

  • @rupamgogoi3363
    @rupamgogoi3363 Год назад +181

    জীৱনটো আমি ভবাৰ দৰে
    ইমান সহজ আৰু সুন্দৰ নহয় ।
    আমি সকলোৱে জানো !
    কিন্তু তথাপিও আমি সপোন দেখোঁ ।
    কেতিয়াবা নিজৰ সপোনবোৰ দিঠক কৰিব যাওঁতে নিজৰে কিছুমান অসুবিধাৰ কাৰণে থমকি ৰব লগা হয়।
    নহলে কিছুমান মানুহৰ কিছুমান কথা শুনি।
    কিছুমান মানুহৰ ত কামে নিজৰ চকুৰে নেদেখা কথা এটা আনৰ পৰা শুনি সজাই মেলি ইমান সুন্দৰকৈ কয় যে শুনাজনে সেইটোকে সঁচা বুলি ভাবি লয় ।
    মই বাৰু মানুহৰ কথাত গুৰুত্ব নিদিওঁ হলেও নিজৰ সপোনবোৰ দিঠক কৰিব যাওঁতে থমকি ৰব লগা হৈছে।
    কি কৰিম ?
    কেনেকৈ কৰিম ?
    কি কৰিলে ভাল হব ?
    কেনেকৈ কৰিলে ভাল হব ?
    এনেকুৱা কিছুমান প্ৰশ্নই মোৰ সপোনৰ বাটত আগভেটি ধৰিছে আৰু মই এইবোৰৰ উত্তৰ বিচাৰি থমকি ৰব লগা হৈছে।।

    • @renudeka5172
      @renudeka5172 Год назад

      Rh

    • @Dipankarmedhi877
      @Dipankarmedhi877 Год назад +1

      Moi nije aguwai jabo sestha kori asu Karo xohai nolowa koi

    • @kukigogoi817
      @kukigogoi817 Год назад +1

      হয় বৰ সুন্দৰ কথা কৈছে।জীৱন মানেই যুদ্ধ।

    • @Ryan_online
      @Ryan_online Год назад

      routine bonai loi kaam kori juwa, skills develop kora, skills marketing keneke kore xika, network expand kora, luck factor tetiyahe applicable hobo

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official Год назад +56

    নয়ন দাৰ কথা বিলাকে হৃদয় চুই গ'ল 😌
    প্ৰেম বোলা কোনো বস্তুয়েই নাই 😌 সেয়া এক অনুভৱ হে আৰু অনুভৱ বোৰ মানুহৰ কল্পনা 😍

  • @dipjyoti2249
    @dipjyoti2249 Год назад +24

    মই নয়ন দাৰ এটা বস্তু লক্ষ্যঃ কৰিলোঁ তেওঁৰ হাঁহিৰ আঁৰত যে কিবা এটা দুখ লুকাই আছে, বহুত দুখৰ মাজতো যে তেওঁ হাঁহিবলৈ চেষ্টা কৰিছে দেখিলে স্পষ্ট ভাবে বুজা যায় ।

  • @manusasdiary311
    @manusasdiary311 Год назад +105

    ইমান সহজ সৰল নয়ন দা জন😍 ভগৱানে তেওঁক সদায় কুশলে ৰাখক 🙏
    We all ❤️ u dada 💯💯💯💯💯

  • @rahultamang1180
    @rahultamang1180 Год назад +20

    যি জনে পুৰনি কথাবোৰ কব নিবিচাৰে ,তাক যোৰ কৰি জানিব বিচাৰিব নালাগে ৷ কাৰন যি সেই সময় বিলাক পাৰ কৰিছে , সি হে জানে ৷ পুৰনা কথাবোৰ মনত পেলাবলে ভাল নালাগে ৷

  • @koushikray1945
    @koushikray1945 11 месяцев назад

    Biutiful dhunia 👌 video aaru anekuya video diba ❤❤❤❤❤❤❤ boriya lagile Sai video to

  • @satyabrathazarika623
    @satyabrathazarika623 Год назад +6

    প্রেম এনেকুৱাই মনে যাক বিচাৰে তেওঁ ক নাপালে মনত বহুত আঘাত লাগে।মইও প্রেমত সফল হব নোৱাৰিলো।

  • @JJShorts557
    @JJShorts557 Год назад +118

    Nayan Nilim দাৰ কথাবোৰ শুনিলে এনেকুৱা লাগে যেন তেখেতৰ মনত কিবা এটা অভিমান বা দুখ লুকাই আছে।

    • @chandandutta3186
      @chandandutta3186 Год назад +4

      O Bhai eko dukh nai. He is bindaas

    • @JJShorts557
      @JJShorts557 Год назад +1

      @@chandandutta3186 আছেনে নাই নাজানো। কিন্তু মোৰ মনৰ এটা ধাৰণা হে আপোনালোকৰ আগত প্ৰকাশ কৰিছো।

    • @coversongsmazikmaniadipank9952
      @coversongsmazikmaniadipank9952 Год назад +2

      @@chandandutta3186 uporor porahe bindas, mon bhitorot ki soli ase gom puwa janu?

    • @chandandutta3186
      @chandandutta3186 Год назад +1

      @@coversongsmazikmaniadipank9952 gam pai, nayan Nilim atia aru dukhi atma hoi thaka nai. Bapura practical hoi gal

    • @rimaahmed9000
      @rimaahmed9000 Год назад +4

      Dekhile gm pai manuh jonor mont bhut dukh lukai ase buli..

  • @simpigogoi3481
    @simpigogoi3481 Год назад +32

    জানমণি ত কৈ বহুগুণে better deserve কৰে নয়ন দা এ‌ 🤗‌❤️

    • @sanuborah
      @sanuborah Год назад

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @nasrinakthar642
    @nasrinakthar642 Год назад +2

    Fvrt Manuhjon😍😍Nayan Daa❤️

  • @apurbadas1622
    @apurbadas1622 Год назад +6

    Nayan Nilim must do a lot for Assamese film industry. You r so talented.

  • @manjitman2384
    @manjitman2384 Год назад +2

    খুব সুন্দৰ কথা কৈছে নয়ণ দাই

  • @manalishadas2421
    @manalishadas2421 Год назад +261

    নয়ন দাৰ কথাবোৰ ইমান ভাল লাগে ❤ বহুত ভাল পাওঁ দাদাক ❤❤ বন্ধুলৈ বহুত মৰম আৰু শুভকামনা জনালো 😍😍☺❤

  • @AssameseVlogswithSadhana
    @AssameseVlogswithSadhana Год назад

    Bohut besi Val powa joni aatoti goi mon vagi dile Nayan da r.

  • @Sophie77772
    @Sophie77772 Год назад +286

    কেৱল তেওঁ হে জানে তেওঁৰ মনত কিমান দুখ লুকাই আছে🙂 হাঁহি থকা মানেই সুখী হোৱাতো নুবুজায়। তেওঁ অভিনেত্ৰী গৰাকীৰ নাম প্ৰকাশ কৰিব বিচৰা নাই কাৰণ তেওঁ নিবিচাৰে তেওঁৰ বাবে কোনোবাই মানসিক ভাৱে দুখ পাওক কাৰোবাৰ বদনাম হওঁক🙂 হয়তো ইয়াকে কয় সঁচা ভাল পোৱা ❤️ নয়ন দা তুমি জীৱনত বহু দূৰ আগুৱাই যোৱা✨ আমাৰ ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আপোনাৰ লগত সদায় থাকিব❤️✨

    • @Bijitgogoi43
      @Bijitgogoi43 Год назад +1

      This comment❤️

    • @manabrabha9007
      @manabrabha9007 Год назад

      Thikei koise Namrata

    • @assameselovegurubhai7388
      @assameselovegurubhai7388 Год назад +1

      Right teo kothabor mor lagot milise

    • @rimaahmed9000
      @rimaahmed9000 Год назад

      Hahi thakile o kiba eta dukh ase mont gm pai... Hahitu monr vitoror pora nulai teor.. Ru swali jonir nam kbo bisora nai nohoi... Hokolue jane a kon swali joni bt teu tair nam a lbo nuhuje mukht tar karne kwa nai namtu..

    • @khaiborali8231
      @khaiborali8231 Год назад

      সছাঁ কথা tq

  • @moromisaikia3649
    @moromisaikia3649 Год назад

    bhut val lgil flim khn ....bhut dinor murot ekhn vl assamese flim ..

  • @rahulbarman6280
    @rahulbarman6280 Год назад +80

    সচাকৈ বহুত সাহস পালো। আপোনাৰ কথাখিনি শুনি।।
    প্ৰিয় অভিনেতা নয়ন নীলিম দা ♥️♥️♥️👍👍

  • @utpalggoi2.082
    @utpalggoi2.082 Год назад +1

    বহুত ভাল লাগিছে দেই

  • @raihanabegum1448
    @raihanabegum1448 Год назад +41

    সোনকালে যাতে নয়ন নীলিম সচা প্ৰেমত পৰক, তাকে কামনা কৰিলো 😀

  • @himanshusaikia1369
    @himanshusaikia1369 Год назад +1

    Akolei thakibo Nayan da nhole ruu dukh pabo jibont

  • @Flameeezzz
    @Flameeezzz Год назад +5

    4:10 ❤Best lines✨😊

  • @theassamesecreation4474
    @theassamesecreation4474 Год назад +23

    এখেতৰ কথাবোৰত বেদনা গভীৰ নিশ্বাস ভৰি আছে। দুখেৰে মন ভৰা।

    • @sanuborah
      @sanuborah Год назад +1

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @rajmili5610
    @rajmili5610 Год назад +11

    Sense of humour salute.
    Most sarcastic reply nayan da op😎

  • @rakeshjod437
    @rakeshjod437 Год назад +1

    Mjja lagil dadar khta huni

  • @jiyaofficial3343
    @jiyaofficial3343 Год назад +34

    খুব সুন্দৰ ❤️নয়ন দা কথাবোৰ অন্তৰ চুই যায়❤️❤️❤️ দুখৰ মাজতো সুখ বিচাৰি আগুৱাই যোৱাটোৱে প্ৰকৃত জীৱন 😊

  • @JatinBhuyan01
    @JatinBhuyan01 Год назад +40

    Interview টোৰ পৰা এটা কথাই গম পালোঁ নয়ন নীলিমে second hand বস্তু except নকৰে 😂❤️
    মানিছো কিন্তু দেই আপোনাক 🙏👏

    • @sanuborah
      @sanuborah Год назад

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @dhananjoyburagohain377
    @dhananjoyburagohain377 Год назад +7

    আপুনি একদম সঁচা কৈছে নয়ন দা। ভূষণ দাৰ প্ৰতি এটা অনুৰোধ পাৰে যদি এবাৰ ৰাজকুমাৰ দা আৰু প্ৰসেণজিত দাক সাক্ষাৎকাৰ ল'ব চোন।

  • @rajibdowaniya2107
    @rajibdowaniya2107 Год назад +2

    নয়ন দা আপুনার কথা বোর শুনি আপোনাক এবার লগ পাবলে বহুত মন আছে সচাই আপোনাক বহুত ভাল পাঅ

  • @Honeyy-g1
    @Honeyy-g1 Год назад +16

    Nayan da always on fire ❤️

  • @prandeeplagachu2305
    @prandeeplagachu2305 Год назад +2

    Ojantric interview with nayan nilim was best they don't involve much in other personal life they know the limit

  • @tulikabora9527
    @tulikabora9527 Год назад +12

    হাহিটো ৰ মাজত কিমান খিনি যে দুখ সোমাই আছে একমাত্ৰ তেওঁ জানে ।সদায় ভালে থাকক দাদা❤️❤️❤️🙏

  • @dipankarkardong8650
    @dipankarkardong8650 Год назад +1

    Nayan Da is representing our Mishing culture by taking our traditional cloth.

  • @alexmukut2820
    @alexmukut2820 Год назад +3

    প্ৰথমবাৰৰ বাবে ভূষণ পাঠকৰ ইন্টাৰভিউ চাই বৰিং লাগিছে৷

  • @assamboyabhishek1929
    @assamboyabhishek1929 Год назад +2

    অন্তৰত বহুত আঘাত পোৱা মানুহ জন, প্ৰেমৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে

  • @businessandfarmingideas2411
    @businessandfarmingideas2411 Год назад +85

    assamese mixture is back in old form❤️

    • @anuraitansutansu
      @anuraitansutansu Год назад

      Wow my favorite actor nayan big fan lots of love❤❤❤

  • @mr.bairagi9342
    @mr.bairagi9342 Год назад +8

    এইবোৰ দৰকাৰ নাই তেওলোকৰ একান্ত ব্যক্তিগত কথা 🙌 কিন্তু, নয়ন-শ্যামন্তিকা ৰ যুৰিটো দেখিলে ল'ৰালিৰ দিনলৈ মনত পৰি যায়, সেই জানমণি, অঞ্জনা, জোনবাইৰ দিনলৈ 🥺

  • @samujwalsvlogs4385
    @samujwalsvlogs4385 Год назад +7

    নয়ন দাই বিয়া পাতক৷ মই নগাঁৱৰপৰা Night bus ত যাম নাহৰকটীয়াৰ চাচনিলৈ তেওঁৰ বিয়ালৈ

  • @MahbubAlam-dn2dj
    @MahbubAlam-dn2dj Год назад +1

    নয়ন দা আপুনাক ঈশ্বৰে কুশলে ৰাখক, নয়ন দা আচলতে এজন,পবিএ প্ৰেম, মানৱতা, সৰলতা, সভ্যতা,সাধুতা‌ ,মৰম আৰু গ্যান ইত্যাদি সকলোবোৰৰ অধিকাৰী। যিজনৰ প্ৰত্যেক টি কথা শুনিয়েই ভাল লাগে,,,,,,প্ৰকৃত প্ৰেমৰ চিন নয়ন দাৰ মাজতেই আছে।।,।.....................

  • @mondipsaikia362
    @mondipsaikia362 Год назад +43

    নয়ন দাৰ কথা বোৰ ভাল লাগে বন্ধুৰ শুভেচ্ছা থাকিল

  • @debajitkonwar1407
    @debajitkonwar1407 Год назад +14

    জাৱৰ পেলালে যেতিয়া গুলি মাৰক, নয়ন ককাইদেউ, এই সময়ত‌ ৰেণু সৰি পৰা পখিলা পাছত‌‌‌
    দৌৰাৰ কোনো গৰজ নাই ।

  • @achujyakonowar8340
    @achujyakonowar8340 Год назад +9

    জোনবাই ৰিটান লাগে ডেমফুল

  • @jurideka4089
    @jurideka4089 Год назад +1

    Bht bht vl lage apunak🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰😍😍😍😍😍❤️❤️❤️💓💓💓❤️❤️❤️❤️💓💓💓💓💓🥰🥰🥰🥰🥰🥰🥰🥰🥰 vale thakok apuni

  • @banditabaishya666
    @banditabaishya666 Год назад +35

    এজন দুৰ্দান্ত প্ৰেমিক নয়ন দা 🥺❤️

  • @jinanath3171
    @jinanath3171 Год назад

    Hosake noyan daar kthakhini huni mon2 vl lagil❤️😌🥀

  • @trishu7
    @trishu7 Год назад +5

    Bhukhan dai bht sesta korio uliyabo nuarile 😂😂😂

  • @dimpalkalita6425
    @dimpalkalita6425 Год назад

    Nayan nilim dar kotha bur xuni bohut val lagisil

  • @pritomsanukaushik6393
    @pritomsanukaushik6393 Год назад +31

    When Nayan Da Said মোক চবেই এৰি থৈ যায় মই কাকো নেৰো i felt that🥹❤️
    এটা সময়ত যেতিয়া সচাঁ ভালপোৱা এফালৰ পৰা অকাল মৃত্যু হয় তেতিয়া অকলে থাকিয়ে ভাল লাগে😊❤
    সদায় ভালে থাকক নয়ন দা
    সেই ৰংমনখনৰ পৰাই মই আপোনাৰ এজন বিৰাট ডাঙৰ অনুৰাগী
    লগ পাম কেতিয়াবা❤
    বন্ধুলৈ বহুত বহুত মৰম আৰু শুভকামনা থাকিল💥❤

  • @dhurbazubeen981
    @dhurbazubeen981 Год назад +3

    সঁচাকৈ nayan nilim দাৰ বুকুত ডাঙৰ কৈ কোনোবাই খুন্দিয়াই থৈ গল। যিটো খুন্দাৰ বিষ আজিও অনুভৱ কৰি আছে তেখেতে। আৰু চাগে সেই বিষটো কেতিয়া ও ভাল নহব।

  • @sunildas6926
    @sunildas6926 Год назад +1

    Bhukha ,,,views,, suskribs boro wa karone vhal patokhep loisa ,,,, aro aguwai juwa

  • @silpisikshabora3063
    @silpisikshabora3063 Год назад +59

    বহুত ভাল লাগে নয়নদাক শুভকামনা থাকিল❤️

  • @dipambitadas7731
    @dipambitadas7731 Год назад +2

    Apuna ata word bahut vl lage e. g. Demful

  • @gyandip.Talukdar.
    @gyandip.Talukdar. Год назад +10

    নয়ন নীলিমৰ কথাবোৰ শুনি গম পোৱা যায় যে কিমান যন্ত্ৰণা ত জীয়াই আছে । এনেকুৱা লাগে মানুহজনে একলশৰে থাকি বহু ভাল পায় ।

  • @gardeningwithlipika3537
    @gardeningwithlipika3537 Год назад +1

    Vl lagile

  • @Userpbz.25k
    @Userpbz.25k Год назад +5

    Ki no aketa kothate lgi axe sbe??? Mnuhr break up nhy na ki??? Assam t ane logaixe jen nayan da n shyaman ba r bad e kro brkup e hwa nai

  • @banashreebora9395
    @banashreebora9395 Год назад

    কি যে প্ৰশ্ন সুধি বিৰক্ত কৰিছে মানুহজনক , অশান্তি লাগিল দেই
    অৱশ্যে তেওঁ জোকৰ মুখত চূণ দিয়াত পাকৈত👌👌👌ক'ব নোখোজাবোৰ কামোৰ দি সোধাটোৱেই youtuber এজনৰ কাম যেন🙄

  • @bedangakaushiksarma7613
    @bedangakaushiksarma7613 Год назад +8

    Salute Nayan da......... ❤️🙌

  • @jeackypam5740
    @jeackypam5740 Год назад +1

    Nayan da bahut val lra ..
    Bhukhan da a Bahut ktha hudisil tar premor bikhoy Nayan da premor bikhoyot bahut dukh paise ji jone Mone prane ontorore ajoni swalik val pwa jay Tar pisot break up hy tetya heijone he buji pay..,.PREM mane ki thik Nayan dar o tenkuwai obosta a huisil so hi Dukhote Premor ktha hudhile Awkan di kthabor belek fale milai koi diye...Love you Nayan da.......Nayan dar r karone oti honkale val Jiban khonggi hui jay Jen tare kamona krilu....

  • @dichawbotuwasonari1098
    @dichawbotuwasonari1098 Год назад +17

    নয়ন নিলীমে বৰ সুন্দৰ কৈ জুখি মাখি উত্তৰ বোৰ দি লে ।ভাল লাগিল।

  • @nayanvlogs2228
    @nayanvlogs2228 Год назад +2

    কাৰোবাক জীৱনত নোপোৱা আৰু বুকুৰ মাজত হাজাৰ দুখ লৈ হাঁহি মাৰা কিমান কষ্টকৰ পোৱা জনে হে জানে যিতু নয়ন দা বুকুৰ মাজত লৈ হাঁহি মাৰি আছে। বহুত দুখ লাগে ঐ দুদিনীয়া জীৱনত কোনে কাক কি মিছাতে আশা দি গুছি যায়। কোৰো জীৱনত যাতে আধৰুৱা প্ৰেম ভাল পোৱা নহয় ।

    • @sanuborah
      @sanuborah Год назад

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

    • @joutisankar8972
      @joutisankar8972 Год назад

      😔

  • @nirmalichoudhury5487
    @nirmalichoudhury5487 Год назад +4

    You are also unique Nayan Nilim ❤️👍

  • @archanarabha1881
    @archanarabha1881 Год назад +1

    Ki buli kom nayan dak, teo kotha bur koboloi o voi korise, nirvoi hui uttar diok nayan da, ditiobar jate hudhiboloi karu dorkar nhy, apunar babe gotei duniya khonei pagol apunak kunu preme pagol koribo noware, koribo nidibo. Love yourself first. Nayan nilim hui thakok hoday, karo premik hui nhy.

  • @basantiboro4314
    @basantiboro4314 Год назад +3

    নয়ন নিলিমে কৈছে ছোৱালীৱে তেওঁক বিশ্বাস ঘাটক কৰি গুছি গৈছে কিন্তু সেৱা মিছা নয়নে নিজে কৈছে তেওঁৰ জেদ ভাব আছে আৰু সুফলৰ খেত্তৰত হয়তো তেওঁ দিঘলীয়া সময় বানধী দিয়ে। সেয়ে ছোৱালী বোৰে নিজৰ নিৰাপত্তাৰ সিদ্ধান্ত নিজে লবলৈ বাধ্য হয়।

  • @dipambitadas7731
    @dipambitadas7731 Год назад +1

    Apunj right koise Nilim da. Biswas aru respect nethakile biya dorka nai.

  • @barmanfitnessvlogs3362
    @barmanfitnessvlogs3362 Год назад +6

    মানুহ জনক কিবা মৰম লাগে , কথাবিলাক গহীন -গম্ভীৰ ভাল লাগে❤❤❤

  • @suraj19882
    @suraj19882 Год назад

    khub val laagil and dukh laagil de nayan da

  • @pankajburagohain8048
    @pankajburagohain8048 Год назад +31

    নয়ন দা are you really great ❤️❤️ আপোনাৰ কথা শুনি বহুত সাহস পাইছোঁ আজিৰ পৰা দুই মাহৰ আগতেই মোক এৰি থৈ গল মোৰ প্ৰেয়সীয়ে 💔💔💔 এতিয়া আপোনাৰ কথা শুনি বহুত সাহস পাইছোঁ প্ৰথম প্ৰেম আছিল মোৰ বহুত বেছি দুখ পালো অলপ সময় দিছোঁ নিজকে আপোনাৰ নিছিনা হব বিচাৰোঁ নয়ন দা my inspiration ❤️❤️❤️

    • @muzibulhoque1008
      @muzibulhoque1008 Год назад

      😭😭😭

    • @nipandas5303
      @nipandas5303 Год назад +4

      প্ৰেম ভাল পোৱা এইবোৰ মানুহৰ জীৱনত আহে আৰু কেতিয়াবা হেৰাই যায় তাকে ভাবি থাকিলে কি হব ।
      জীৱনটো নিজৰ নিজক ভাল পাব শিকিব লাগে ।

    • @pankajburagohain8048
      @pankajburagohain8048 Год назад +1

      Hoi olp nijoke time disu nayan dar kotha bur huni bhut inspires hoisu

  • @shd483hiya
    @shd483hiya Год назад +1

    মানুহজনে কিমান কষ্ট পাইছে তেওঁৰ মুখ খন দেখিলেই গম পোৱা যায়।

  • @nirmaliborah1027
    @nirmaliborah1027 Год назад +11

    ভূষণ দা আপুনি এইদৰেই সাক্ষাৎবোৰ লৈ যাব চোন।।।। আপোনাৰ সাক্ষাৎবোৰ চাই ভাল পাওঁ কিবা।।আগুৱাই যাওঁক👍👍 বাকী নয়ন দা🔥🔥🔥🥰বন্ধু চাম সোমবাৰে🤩

    • @sanuborah
      @sanuborah Год назад +1

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

    • @nirmaliborah1027
      @nirmaliborah1027 Год назад

      @@sanuborah ok

  • @Pujara659
    @Pujara659 Год назад +1

    Nayan da movie ata karone apuni suwali এজনীক ইমান inslt কৰি আছে পইছাৰ উপৰত aku নাই নি আপোনাৰ কাৰণে......

  • @sewaligohain5043
    @sewaligohain5043 Год назад +5

    ভাল লাগিল চাই,, কষ্ট সহ্য কৰি এতিয়া নিজকে বহুত কঠোৰ কৰি তুলিলে , এনেকুৱা হব লাগে নয়ন দা♥️

  • @SEUJXAIKIA
    @SEUJXAIKIA Год назад +2

    Nayan Nilim Da😍😍🥰🥰...kotha burt gom paisu kimn dukhi tekhet

  • @faijulrahman3291
    @faijulrahman3291 Год назад +6

    সচাকৈয়ে প্ৰেম ভালপোৱা বন্ধুৰ পৰাই হয় ৷ বন্ধু চিনেমাখন চোৱাৰ বহুত হেপাহ আছে ৷

  • @chinuroy8381
    @chinuroy8381 Год назад

    Nayan daa apuna ktha bur mon sui gl..love you nayan daa....❤️❤️

  • @animaborah7558
    @animaborah7558 Год назад +11

    নয়ন তোমাৰ কথাকেইটা বৰ ভাল লাগিছে ।সকলো দিশ ৰক্ষা কৰি বহুত কথা বুজাই দিয়া তুমি ।সচাকৈ ভাল লাগে । শেষত কব খোজো বিয়া পাতা জীৱনতো সজীৱ কৰা

    • @sanuborah
      @sanuborah Год назад

      Plz Saba Mur Status Video Bur 🙏 Val Paba Sai 🥰❣️Sui Dia 👉#Sanuborah

  • @pampideka5611
    @pampideka5611 Год назад +1

    Tmi okle thkibo nalage Nayan Da biyakhon pati lua.tmi jodi biya napata tmr ma deutai monot bhut dukh pabo.

  • @majonimajoni1546
    @majonimajoni1546 Год назад +6

    Bor bhal lagil dei..Nayan da mur college or dinor crush asil..❤️

  • @mkproduction4414
    @mkproduction4414 Год назад +2

    Very intersting..salute to Nayanda

  • @Dusto.lora5338
    @Dusto.lora5338 Год назад +9

    Next Syamontika baar interview lage bhukon dada

    • @pikumonikakati3669
      @pikumonikakati3669 Год назад

      Nlge nayan da best ❤️

    • @Dusto.lora5338
      @Dusto.lora5338 Год назад

      @@pikumonikakati3669 Nayan dar interview salu atiya Syamontika bar reaply tu sabo bisaru so

  • @nabajitborah6330
    @nabajitborah6330 Год назад +1

    My all time favorite actor 😎

  • @prasantaborgohain5090
    @prasantaborgohain5090 Год назад +4

    That's line--- তোমাৰ কাৰণেও কোনোবা নহয় কোনোবা ৰৈ আছে😌💞 hit like for Nayan da♥️♥️♥️

  • @barnalibarman4036
    @barnalibarman4036 Год назад +2

    Syamantikar bidekhi husband Tu ki hl baru

  • @ratanray3458
    @ratanray3458 Год назад +30

    আপোনাৰ ইন্টাৰভিউৰ ভিডিঅবোৰ খুব ভাল লাগে👌❤️

  • @polygogoi7584
    @polygogoi7584 Год назад +2

    Hosakoi Bhal puwa morom sordha bohut besi antorot thakilehe biya patibo lage nethakile tenekuwa biyat jibonot u patibo nelage

  • @explorewithdiggu
    @explorewithdiggu Год назад +7

    দাদা লগত GS road city zym একেলগে Zym কৰিছো, best thing about him being an actor he dose not have that show off attitude, I have seen him as friends as BANDHU. He is truly loyal, frankly speaking, Down to earth, Open to everyone💚❤💚❤💛💙

  • @jackvlog7078
    @jackvlog7078 Год назад

    নয়ন দা সঁচাকৈয়ে নয়নৰ নীলিম ... তেওঁ এইবাৰ বনাই দিলে বন্ধু নামৰ ফিল্ম... সঁচাকৈয়ে তেওঁ আমাৰ বন্ধু .... বাদ দিয়ক বিয়া... জি জনিয়ে আজি ভাগি থৈ গল হিয়া...এতিয়া _ আৰু বেছিকৈ নিজক আগুৱাই নিয়া _ তেতিয়া জীবন কি মৰণৰ পাছতো আমি আপোনাক নেপাহৰো । জয় দাদা নিলিম...বনাই যোৱা ধুনীয়া ধুনীয়া কাহিনীৰ ফিলিম। love 💕love 💕 you from kamrup

  • @Hello_People94
    @Hello_People94 Год назад +3

    Waiting for Bandhu...

  • @gallery4359
    @gallery4359 Год назад +1

    Atia 2jonor major akow lilimai soli ase, Noyon da baa k phon kori log koribo matee,

  • @memesbank8815
    @memesbank8815 Год назад +3

    নয়ন দা সচাকৈ দুখবোৰ লুকুৱাই ৰাখিছে 😒
    তেওঁৰ হাঁহিতোৰ পাছত থকা সেই দুখবোৰ...............................................................