জীৱনৰ বহু কথা ক’লে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে || GITAWALI RAJKUMARI ||
HTML-код
- Опубликовано: 13 сен 2024
- জীৱনৰ বহু কথা ক’লে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে || GITAWALI RAJKUMARI ||
বিতৰ্কলৈ কিয় ভয় কৰে গীতাৱলীয়ে
বিশ্বাসঘতকাতৰ বলি হ’লে কি কৰে
জীৱনলৈ হতাশা আহিলে কি কৰে গীতাৱলীয়ে
Iman sundor kotha koise ....Khub bhal lagil. BEST WISHES TO Geetawali 🙏🌷
কিন্তু ছৱি জগতত গীতাৱলীত কৈ ধুনীয়া আজিও কোনো নাই। ধুনীয়া,ওখ-পাখ। হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীৰ দৰে ❤❤❤❤❤❤❤। মনটো ও ইমান ভাল ❤।
খুব খুব খুবেই ভাল পালো বা আপোনাৰ কথা খিনি শুনি❤❤বা আপোনাক সেই হিয়া দিয়া নিয়াৰ মৰম লগা বা জনিয়ে যেন লাগে এতিয়াও।
No
Gita baai eman dhunia koi kotha bur koi khuni thakile baak khei timet log pabo mon jai.kiba nohoi kiba ata khikibo pora jai baar potito kotha pora.love u baa ❤❤.
বৰ সুন্দৰ কৈ কথাবোৰ উপস্থাপন কৰিলে ৷ আপোনাৰ দৰেই সুন্দৰ আলফুলীয়া আপোনাৰ অনুভৱ ৷ বৰ ভাল লাগিল ৷ঁ
ধুনীয়াকৈ কোৱা কথাখিনি বৰ ভাল লাগিল ।
আপোনাৰ দৰে আপোনাৰ কথা বোৰো ধুনীয়া ❤
গীতাৱলীক সঁচাকৈ বৰ ভাল পাউ
আপোনাৰ কথাবোৰ বৰ ভাল লাগিল বাইদেউ।
মোৰ অতি প্ৰিয় অভিনেত্ৰী ... মানুহ গৰাকীৰ দৰে তেওঁৰ মনটো ও সুন্দৰ। কথা খিনি ভাল লাগিল 👌🙏
♥️♥️♥️♥️♥️♥️👍
May God bless u. Go ahead with acting. The whole viewers of Assam like u. Respect u.
গীতাৱলী বাইদেউ অকল এগৰাকী অভিনেত্ৰীয়েই নহয়, প্ৰকৃততে এগৰাকী ভাল নাৰী।
Bohut bhal lagil tumar kotha bur ..agbarhi jua❤️
মোৰ বহুত ভাল লগা অভিনেত্ৰী। ময়ো নিকেতিভ বেয়া পাওঁ।❤
Bohut bhal lagil hosakotha jibontuk ami nije hundor korib lagib.apunark bahut bhal lagil. Gad bless you❤❤❤❤❤
Bahut Val lagil Baideo.
My fivourite actress ❤️❤️❤️
My favourite actress
@@dolidas6718 lllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllll
মই যোৰহাটৰ জোঁৱাই ৰাজকুমাৰী বাইদেউ, মোৰ বাই হাহুৰ লগৰী হয় আপুনি ; বহুত ভাল লাগিল ; আপোনাৰ ছোৱালীজনীৰ লগতে আপোনাকো ভগৱানে মঙ্গলময় ৰাখক , তাৰেই কামনাৰে । 🙏🙏🙏
খুবেই ভাল লাগে... 💔
My favourite actress.very nice
Val lgil
Nice
God Bless you My dear Actrss
Baidew r kotha bur bohut bhal lagile aru tekhete hosa kotha koise
Bahut val lage aponak...be happy..may u long live...
Bahut dhuniya lagil
Aapunar Hita diya niya chabi khan bahut dhuniya, bahut bar saiso
আপোনাক বহুত ভাল লাগে💞
Bohut bhal lagil kothabur...bohut bhal lagey baak...so beautiful lady ...atiya eman dhuniya hoi ashey .God bless you ..
Khub vaal lagise apner kotha huni baa.real kotha koise baa.
❤❤❤ba❤❤❤
Bohut val lagil baa🥰🥰🥰
Apunar kothabur bohut val lage
কথাবোৰ বৰ ভাল লাগে
❤ভাল লাগিল
Tumak bohut vall lage baa
Mur falar para aaponaloi aakhibad jonaisu 🙏🙏🙏🙏🙏🥰🥰🥰🥰
Val lagil.
God bless you.
সুন্দৰ কথা বাইদেউ
Vall lagil
Hosa kotha koise maa,deuta nohole jibon2 bohut kostot solibo loga hoi .aapunar jibon2 hundar houk...
Apunar kathaur xundar.🎉
খুউব ভাল লাগিছে
❤❤❤
Nice .❤😍👌
বৰ,ভাল,লাগিল
Apunar personality bohut bhal lage...
সুন্দৰ কথা ।
Br bhal lagiche
Bahut vala lage aponak
Val laga ba apunak,
💖💖💖💖💖
Aaponar PERSONALITY k Moi bar শ্ৰদ্ধা koro.
Hatasha k Joy kori, ak Sundar jiwan japon o upovog korar "Aapuni"yei anany udaharan.
Aapuni Mur best Assamese act.
Nice ba. Ba moiu jorhat.
mur bestfriend jonir pehiyek hoi gitawali rajkumari👽
হিয়া দিয়া নিয়া বোলছবি খনত গীতাৱলী ৰাজকুমাৰীৰ অমায়িক চৰিত্ৰ (অভিনয়) দেখি মই তেওঁৰ প্ৰেমত পৰিছিলো। আজিলৈকে অথবা আজীৱন মোৰ হিয়াৰ মাজত গীতাৱলী।এতিয়া তেওঁ বিবাহ বিচ্ছেদ বুলি সামাজিক মাধ্যমত জানিব পাৰিছো। গতিকে মই তেওঁক বিয়া পাতিব বিচাৰো।মোৰ বয়স ৪৫ বছৰ। অবিবাহিত।
😂
I agree with you. Very nice.
আপোনাৰ বা লখিমপুৰৰ ক'ত থাকে ক'ব নেকি বাইদেউ? মোৰো ঘৰ লখিমপুৰৰে হয়।
hiranya dasor interview lbo lge
আপুনি বহুতৰে আদৰ্শ।
Das manuh bhilak gondgulia
ki gondogulia
kotha aru kamor logot milibo lage,nimila j!?!Mediat misa koth kobo nalage.moi janu 2mr kotha!?!Ma-bapakok /comon Manhuon aghat dibo nlge!?Manuhok Help koribo nuwarila insult koribo u nlge.🤔
Hiranya deka ne das bulatu aigorakir kunuba aasel neki?
Ex Husband
Natun jugar Ela Kakoti.
Nice
❤
Nice