স্বামীৰ মৃত্যুৰ😭 দিনাও ছুটিংত আছিলো, ভবাই নাছিলোঁ এনেকুৱা দিন আহিব Kashmiri saikia baruah Interview

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • ✅ Guest - Kashmiri saikia baruah
    Instagram ...
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅any business enquiry -
    shemim.ahmed2@gmail.com

Комментарии • 169

  • @chitrineeborah2241
    @chitrineeborah2241 Год назад +14

    Video টো চাই বহুত ভাল লাগিল ।কাশ্মিৰী বাইদেউৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিলোঁ ।ভগৱানে বাইদেউক লগতে ঘৰৰ সকলোকে কুশলে ৰাখক ।বাইদেউ দেখিবলৈ ইমান ধুনীয়া হৈ আছে ।সদায় এনেদৰেই থাকিব ।চেমিমলৈ বহুতো মৰম থাকিল ❤❤

  • @tksarmah2632
    @tksarmah2632 Год назад +7

    কাশ্মিৰী আমাৰ মঙ্গলদৈৰ আন এটা চিনাকি নাম।
    অসমৰ আন আন চহৰৰ পৰা অহা মানুহে মঙ্গলদৈ খন ধুনীয়া বুলি কোৱা বহুবাৰ শুনিছোঁ। আচলতে আমাৰ লৰালি কালৰ মঙ্গলদৈ অতি ধুনীয়া আছিল। ব্যক্তিগত সম্পৰ্ক নাথাকিলেও আমি সৱে সৱকে প্ৰায়ে চিনি পাইছিলো।
    মঙ্গলদৈক আনৰ ওচৰত আৰু বেছিকৈ চিনাকি কৰাই দিয়া ব্যক্তসকলৰ ভিতৰত কাশ্মীৰী শইকীয়া।
    এজন মঙ্গলদৈয়া হিচাবে আমি পাহাৰী শইকীয়া, সমৰেন্দ্ৰ নাৰায়ন দেৱৰ লগতে কাশ্মীৰী শইকীয়াক লৈ গৌৰৱ কৰোঁ।
    ভালে থাকক সকলোৰে মৰমৰ কাশ্মীৰী।

  • @monudekari2919
    @monudekari2919 Год назад +13

    সুখ-দুখ জীৱনৰ অলংকাৰ ৷ সুখে হাঁহি দিয়ে আৰু দুখে চকুলো ৷ হাঁহি আৰু চকুলোৱেইতো জীৱনৰ অলংকাৰ ৷ জীৱনক উপলব্ধি কৰাৰ সঁচাৰ কাঠী ৷ যিয়ে সুখ-দুখৰ টেঙা-মিঠা নাপায় তেওঁ আচলতে জীৱনক বুজিবলৈ সুবিধা নাপায় ৷ এই জীৱনক মানুহৰ প্ৰশংসাতকৈ সমালোচনাৰ প্ৰয়োজন ৷ কাৰণ সমালোচনাই জীৱনক সঠিক ঠিকনা দিয়ে ৷ সমালোচনাৰ বাবে কৰা সমালোচনাৰ কোনো মূল্য নাই ৷ তেনে সমালোচনাক মূল্য নিদিয়াই ভাল ৷
    কাশ্মিৰী শইকীয়াৰ জীৱন সুন্দৰেৰই ৷ আমৃত্যু সুন্দৰ হৈয়ে থাকিব ৷ বাহ্যিক সুন্দৰতাতকৈ কাশ্মিৰী শইকীয়া আভ্যন্তৰীণ সুন্দৰতা অধিক সুন্দৰ যিটো বহুতৰে ক্ষেত্ৰত মহঙা ৷ কাশ্মিৰী শইকীয়াৰ সৰ্বতোপ্ৰকাৰৰ মংগল কামনা কৰিলোঁ ৷৷

    • @user-mr8uo4tf3y
      @user-mr8uo4tf3y 3 месяца назад

      ইমান সুন্দৰ কথা কৈছে বহুত সাহস পালো ৷

  • @munmimahanta5948
    @munmimahanta5948 Год назад +6

    ভগবানে শক্তি দিয়ক আৰু আগুৱাই যাওঁক

  • @minasaikia9189
    @minasaikia9189 11 месяцев назад +3

    বৰ ভাল লাগিল। কাশ্মীৰিক মোৰ খুউব ভাল লাগে। তেওঁৰ একটিং বেছি ভাল পাও। সদায় এনেকৈ থাকক তাৰে কামনা কৰো।,🙏🙏

  • @Ryt993
    @Ryt993 6 месяцев назад +1

    So emotional❤ and innocent ❤Bahut vaal paaisilu abhinay bur sai xarute. Mur bina pehi r mukhat bahut khunisu bahut vaal lagil atiao iman duniya hoi ase

  • @jinuburagohain6462
    @jinuburagohain6462 11 месяцев назад +3

    সাক্ষাৎকাৰটো বহুত ভাল লাগিল।কাশ্মীৰি শ ইকীয়াৰ মুখৰ মৰমলগা হাঁহিটো ওঠত সদায় বিৰিঙি থাকক।

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 11 месяцев назад +3

    ভগৱানে সদায়ে বাইদেউ সহায় কৰক॥ সদায়ে এনেদৰে হাহিঁ আগুৱাই গৈ থাকক॥

  • @vlogs_day2day
    @vlogs_day2day 11 месяцев назад +2

    Khub bhal laagil dei… Bohut bosor pisot dekhilu…stay blessed always madam

  • @anowara.begum23
    @anowara.begum23 Год назад +15

    আমাৰ মঙলদৈৰ কাশ্মীৰী বাক দেখি ভাল লাগিল ❤❤❤❤

  • @dheerasaikia4664
    @dheerasaikia4664 11 месяцев назад +4

    Duiu gorakik khubei bhal lagil xosakoi Kashmiri bak aagor porai khubei bhal pao

  • @rehenabegum7612
    @rehenabegum7612 11 месяцев назад +2

    সচাকৈৱে কাশ্মীৰী বা বহুত ধুনীয়া,বৰ ভাল লাগে, ভগৱান সহায় হওক

  • @rinkigogoi7455
    @rinkigogoi7455 Год назад +5

    ❤❤❤❤।উৎপল দা আৰু মুনমী ফুকন বা সাক্ষাৎ লব

  • @minakshibaruah4948
    @minakshibaruah4948 Год назад +5

    বহুত ভাল লাগিল

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Год назад +10

    ভগৱানে তোমাক সহায় কৰক কাশ্মিৰী বা । ❤❤

  • @bharatiborah8630
    @bharatiborah8630 Год назад +6

    কাশ্মীৰী শ ইকীয়া আপুনি আমাৰ বাবে প্ৰেৰনাৰ উৎস ঈশ্বৰ আপোনাৰ সহায়

  • @ajantamahanta3219
    @ajantamahanta3219 Год назад +14

    কলেজীয়া জীৱনত লগপোৱা মৰম লগা কাশ্মীৰীজনী আজিও মৰমলগা হৈয়ে আছে ৷ জীৱনৰ ধুমুহাজাকে সাহসী কৰি তুলিলে ৷ জুয়ে পোৰা সোণ হৈ উজ্বলি থাকা সদায় ৷ কলেজীয়া জীৱনত লগপোৱাৰ পিছত অগ্নিস্নানৰ চুটিঙত লগপাইছিলো ঘৰত অকমানি কেচুৱা ছোৱালীজনী এৰি আহা সদ্যমাতৃত্বৰ চমকৰ সতে ৷ কেচুৱাটিৰ ফটোখন চাই মৰম কৰি থকা কাশ্মীৰীক দেখি অনুভৱ কৰিব পাৰিছিলো তেওঁ যে এগৰাকী আদৰ্শ মাতৃ হ’ব ৷ সঁচাকৈ কাশ্মীৰী তুমি এগৰাকী সাহসী মাতৃ আৰু আদৰ্শ নাৰী ৷ সদায় হাঁহি থাকিবা ৷

  • @soonmoni6746
    @soonmoni6746 Год назад +2

    Kashmri baidew দেখি বহুত ভাল লাগিলে ❤❤❤

  • @rekhaneog1101
    @rekhaneog1101 3 месяца назад +1

    কাশ্মীৰি শইকীয়া বাইদেউ মোৰ বহুত প্ৰিয় 👌

  • @sabitakalita7065
    @sabitakalita7065 2 месяца назад

    মোৰ প্ৰিয় অভিনেত্ৰী। বহুত ভাল পাও। বাইদেউক দুদিন মান আগত মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পৰ পেক্ষাগৃহত হঠাতেই দেখা পাইছিলো।🙏🏻

  • @manjubarman1855
    @manjubarman1855 Год назад +3

    অনুস্থানটো ভাল লাগিল।

  • @putulkalita7782
    @putulkalita7782 Год назад +3

    ভিডিও টো চাই ভাল লাগিল দুয়োজনীকে ❤

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 Год назад +3

    ভাল লাগিল বাইদেউক দেখা পায়।

  • @gouridaimary4940
    @gouridaimary4940 11 месяцев назад +3

    🙏❤️❤️❤️❤️❤️ bohu din pist kashmiri baak dekhilo,atiyao eman dhuniya joni hoi aase,val lagil, bohut val lagil

  • @ramjanaliahmed4805
    @ramjanaliahmed4805 Год назад +3

    Salute kashmiri Saikia ba

  • @anjudeka5352
    @anjudeka5352 3 месяца назад +1

    বৰ দুখ লাগিল
    কাৰণ মই ও ভূক্ত ভূগী

  • @prantihazarika5053
    @prantihazarika5053 2 месяца назад +2

    কাশ্মিৰী বাক খুব ভাল পাওঁ । মোৰ প্ৰিয় অভিনেত্ৰী । ভগবানে সহায় কৰক সদায় ।

  • @user-ps5gp5ty7l
    @user-ps5gp5ty7l Год назад +3

    Bhagawane apunak kushale rakhok ❤❤

  • @sikhahatibaruah3016
    @sikhahatibaruah3016 11 месяцев назад +2

    বৰ ভাল লাগিল

  • @RupaChutia-tj1nb
    @RupaChutia-tj1nb Год назад +5

    কাশ্মিৰী শইকীয়া ; ভগৱান তোমাৰ সহায় হওঁক ।

  • @nizaraborah7391
    @nizaraborah7391 11 месяцев назад +2

    Akdm hema didi . khoob bhal lage baideok.

  • @augustyaxom23
    @augustyaxom23 Год назад +8

    মহীয়সী ❤

  • @Rose-ps8fj
    @Rose-ps8fj Год назад +2

    Birat dhuniya lage teuk... Devir dore❤❤❤❤❤❤

  • @junugogoi4458
    @junugogoi4458 Год назад +2

    সছাকৈ বৰ ভাল লাগিল দোয়োগৰাকীকে

  • @monuromapator7700
    @monuromapator7700 Год назад +5

    Hosakoi bohut dukh lagil 😢😢😢

  • @jsd3612
    @jsd3612 7 месяцев назад +1

    Eman dhunia ....

  • @risitamusic5309
    @risitamusic5309 Год назад +2

    Kashmiri baideu k dekhi val lagil

  • @jurirekhaboruah7601
    @jurirekhaboruah7601 11 месяцев назад +2

    Very Very Nice❤

  • @RitamoniSaikia-vr5iu
    @RitamoniSaikia-vr5iu 11 месяцев назад +3

    God bless you ba .......❤🎉

  • @krishnasaikia5193
    @krishnasaikia5193 Год назад +3

    Val lagil❤

  • @sunishakalita53
    @sunishakalita53 11 месяцев назад +1

    Ami xoru thakutei Kasmiri Saikiai news reader asil. Ma hote koisil bhalke pohrile news reader hobo pari. Sei tetiar pora priyo manuhgoraki.

  • @dipikasarma3380
    @dipikasarma3380 11 месяцев назад +2

    ভালে ৰাখিব ভগৱানে সদায় , আমাৰ মঙলদৈৰ কাশ্মীৰী বাক🙏🙏

  • @mausumimahanta3167
    @mausumimahanta3167 Год назад +3

    Bahut val lagile ❤

  • @sarojinidutta5058
    @sarojinidutta5058 2 месяца назад

    ভিডিঅ'টো চাই ভাল লাগিল, তেখেতৰ বহু নজনা গোপন কথা জানিলো, ভৱিষ্যত কৰিব লগীয়া কামবোৰত সফলতাৰে অগবাঢ়ক।

  • @technoverse2443
    @technoverse2443 Год назад +3

    ❤❤❤❤priyo abhinetri mor

  • @HDgaming9952
    @HDgaming9952 Год назад +4

    মানুহে যিকয় কবলৈ দিয়ক, আপুনি ভগৱানৰ আশীৰ্বাদ লৈ সাহসেৰে আগুৱাই যাওক

  • @basantiboro4314
    @basantiboro4314 Год назад +7

    ১০ বছৰ আগতে এহাল দম্পতি য়ে বিকলাঙ্গ সন্তানক গোৱালপাৰা জিলাৰ ধনুভাঙাৰ এখন পুলৰ তলত থৈ গৈছিল। নিউজে পোৱাৰ পিছত নিউজ লাইভত বিকলাঙ্গৰ মাতৃ সকলোকলৈ এটা অনুষ্ঠান কৰিছিল সেই অনুষ্ঠানত মৰমৰ অভিনেত্রী বাইদেউ গৰাকী আছিল আৰু তেতিয়াৰে পৰা মোৰ অন্তৰত বাইদেউ গৰাকী য়ে ঠাই পাইছিল।

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Месяц назад

    Kashmiri শইকীয়া এগৰাকী সফল অভিনেত্ৰী

  • @devimedhi629
    @devimedhi629 6 месяцев назад

    কাশ্মিৰী বাক বহুত ভাল লাগে ।

  • @rumibhagabati4229
    @rumibhagabati4229 11 месяцев назад +2

    God Bless You Ba

  • @kalpanadas6171
    @kalpanadas6171 11 месяцев назад

    Kashmiri baaidewk prothome , 🙏❤moi baadewk bht bhl pau, abhinoy buro bht bht bhl lge, baaidewr jibonaloi aahi thoka din bur jen hukhere bhori pore . ❤❤🙏

  • @user-hp3to6qs2z
    @user-hp3to6qs2z 2 месяца назад

    Bohut dhunia tekhet ❤️

  • @abijitboro5166
    @abijitboro5166 3 месяца назад

    Man sundar hale atmao sundar hoi.jar man atma sundar teor dehar sausthab sundar hoi. God bless you & your daughter/son Kashmiri.

  • @jibanilahari2877
    @jibanilahari2877 Год назад +3

    Assamr hamamlene i love from tangla

  • @activeray9065
    @activeray9065 11 месяцев назад +3

    Very nice interview ❤

  • @bintimonikalita1106
    @bintimonikalita1106 Год назад +5

    Sasakai dhunia.always favorite

  • @renudeka8391
    @renudeka8391 Год назад +3

    Eman dhuniya Hoi ase aateau

  • @nilpawanrajbongshi5672
    @nilpawanrajbongshi5672 Год назад +1

    BhagawanE aponak aru bahut sakti diyok.. Vale thakok.... Apuni amar Mangaldai❤ hoi gom a powa nasilo❤.......

  • @ilabora7943
    @ilabora7943 11 месяцев назад +1

    ভগৱানে সকলো প্ৰকাৰে সদাই সহায় কৰক এয়াই মোৰ কামনা । কাশ্মীৰী ৰ লগৰ নমীতা দেৱী ক মই লগপাইছিলো স্কুলত পঢ়ি থাকোঁতেই। তেতিয়া ৰে পৰা লগ পাবলৈ চাবলৈ মন যায় , কিন্তু পোৱা নাই । কেই বছৰ মান আগৰে পৰা তেলিভিচনত দেখি চাওঁ সকলো খবৰ পাওঁ (যনিব বিছাৰো) । আজি ইন্তাৰভিউটো পাই ছালো আৰু চকুৰ পানী ও টুকিলো । মই ও একে লগৰেই হম ।

  • @sangeet3637
    @sangeet3637 Год назад +10

    Kashmiri Saikia, still stout a lady taking total cares of her disable daughter and carring out district level consumer forum related govt responsibility, desires to continue her star career of acting in films, serials, documentaries-----; really a great example and inspiration to on coming ones in that field. Wish her the best---

  • @PubaliBora-qh9xs
    @PubaliBora-qh9xs 11 месяцев назад +1

    Emotional hoi golu. Teor sualijonir bixoye janisilu. Ahi thoka dinbur vaal houk teolukor 🙏

  • @jayantibg5041
    @jayantibg5041 Год назад +3

    Kashmri ba bohut vsl lagila .

  • @santoramkachari8156
    @santoramkachari8156 2 месяца назад

    পুতলা ঘৰৰ অভিনেত্ৰী কাশ্মিৰিক আজি বহুদিনৰ মুৰত দেখি ভাল লাগিল।১৯৭৬ চনত মেট্ৰিক পৰীক্ষাৰ শেষৰ দিনা এই চিনেমাখন চাইছিলো।

  • @aparnabhagwati6630
    @aparnabhagwati6630 Год назад +11

    Rabi Sarmar lagat howa interview to sai bar lagisil aajio khub bhal lagil ,tekhetak lag pabar man jay

  • @jintibora4863
    @jintibora4863 Год назад +2

    bht bhal lagile sai

  • @Prantikas-Life-In-Europe
    @Prantikas-Life-In-Europe Год назад +3

    Nice video. Bhal lagil. 🙏🙏❤️❤️❤️❤️

  • @babuahmed4538
    @babuahmed4538 Год назад +4

    Dhuniya 👌👌

  • @srutidharadutta896
    @srutidharadutta896 Год назад +2

    ভাল লাগিল

  • @Aleya997
    @Aleya997 11 месяцев назад +1

    Kashmiri baideu,apunar neturto ekkebare mur dorei.

  • @anjalisaikia5273
    @anjalisaikia5273 Год назад +3

    Hundor

  • @dulumanikalita260
    @dulumanikalita260 Год назад +2

    Hoy dei, bor sundor teu

  • @ajitkumardas650
    @ajitkumardas650 2 месяца назад

    Hoy, tai etiyao bohut dhuniya.

  • @manikadevi7909
    @manikadevi7909 2 месяца назад

    সাক্ষাৎকাৰটো চাই আপ্লুত হ'লোঁ।কাশ্মীৰি শইকীয়াৰ অভিনয় সঁচাকৈয়ে প্ৰশংসনীয়।তাতোকৈ আকৰ্ষণীয় তেওঁৰ ব্যক্তিত্ব।

  • @Podumi-fw9du
    @Podumi-fw9du Год назад +2

    ❤. Really baideo is so. Great

  • @user-xc4qn5tm6e
    @user-xc4qn5tm6e Год назад +3

    Bahut bhal lagil

  • @sabikaahmed4526
    @sabikaahmed4526 Год назад +3

    Val lagil

  • @kunjalatakalita3275
    @kunjalatakalita3275 2 месяца назад

    আমাৰ গৌৰৱ।ভালে থাকক ❤।

  • @hiramanibhatta923
    @hiramanibhatta923 Год назад +4

    bahut besiye val lagil .duyo vale thakak. ❤❤

  • @miminathnaskar
    @miminathnaskar Год назад +4

    May God bless you...😊❤#kolkata

  • @astrologersandhyarani5039
    @astrologersandhyarani5039 Год назад +1

    অনুষ্ঠানটো বহুত ভাল লাগিল।

  • @Rose-ps8fj
    @Rose-ps8fj Год назад +1

    Figure,, face jst waw❤❤

  • @darsanasaharia3577
    @darsanasaharia3577 Год назад +3

    Love from mangaldai ❤️❤️❤️

  • @Binada_Das
    @Binada_Das 3 месяца назад

    আমাৰ মঙ্গলদৈ ৰ ছোৱালী যে সেয়ে ধুনীয়া

  • @JintuBorah-eu8cy
    @JintuBorah-eu8cy Год назад +2

    partivha Chaudhary baydeu interview loba sun bohut val lage baydeu acting

  • @jyotikabaishya1402
    @jyotikabaishya1402 Год назад +7

    প্রানজনা দও বাৰ ইন্টাৰভিউ দিবা

  • @dipabhuyan3684
    @dipabhuyan3684 11 месяцев назад +1

    ভগৱান আছে বিশ্বাখ প্ৰভূ প্ৰাথনা কৰিব পাৰে

  • @runudeka2509
    @runudeka2509 Год назад +2

    Love from tangla

  • @kalpanabaruah8377
    @kalpanabaruah8377 11 месяцев назад

    😢বৰ ভাল লাগিল ।♥️

  • @yumtastewithritu490
    @yumtastewithritu490 Год назад +3

    বৰ ভাল লাগিল ❤❤

  • @8019
    @8019 Год назад +3

    Hoi hemamalini hosake 👌

  • @karabivlogs6846
    @karabivlogs6846 Год назад +2

    Hoxakoi bor dhunia baidew goraki ❤

  • @minubharali7680
    @minubharali7680 Год назад +2

    Hoy2 hosakoi dhuniya

  • @husnabegum132
    @husnabegum132 Год назад +4

    বাইদেউ সদায় চিৰসেউজ হৈ থাকক।

  • @saraswatikhanikar4380
    @saraswatikhanikar4380 11 месяцев назад +1

    Yes hemamalini

  • @babuphukan8920
    @babuphukan8920 11 месяцев назад +2

    Dear Host Madum, u r an obstacle to get the complete answer from the Guest. U interrupt too much. Let the guest finish her answer and then u proceed to the next question. Afterall none is watching the show to see u but it's the guest audiance is more interested in !

  • @lifeishard1373
    @lifeishard1373 Год назад +2

    So beautifull

  • @arotiborthakur1942
    @arotiborthakur1942 Год назад +2

    Bor Sundar video bonaise

  • @queentalukdar9719
    @queentalukdar9719 Год назад +2

    ❤❤❤

  • @anukalita705
    @anukalita705 11 месяцев назад +1

    আমাৰ দৰঙীয়াৰ গৌৰৱ। ❤

  • @Rumikurmi-ou9xy
    @Rumikurmi-ou9xy Год назад +1

    Mojja