'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় শক্তিশালী অভিনেত্রী প্রীতি কংগনা

Поделиться
HTML-код
  • Опубликовано: 28 дек 2024

Комментарии • 426

  • @aichengfaboruah
    @aichengfaboruah  2 месяца назад +11

    সদৌটিলৈকে অশেষ ধন্যবাদ আমাক ইমান মৰম দিয়াৰ বাবে … সদায় সহযাত্ৰী হৈ ৰ’ব দেই ! ❤️✨🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 месяца назад +75

    প্ৰীতি কঙ্গনা অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী, মৰমলগা, মাৰ্জিত ব্যৱহাৰেৰে সকলোকে অতি সহজে আপোন কৰি ল'ব পৰা অভিনয় শিল্পী। অসমৰ নব প্ৰজন্মৰ কাৰণে এগৰাকী প্ৰতিভাসম্পন্ন অভিনেত্ৰী। প্ৰীতিৰ লগতে সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ভগৱানে তোমাৰ লগতে পৰিয়ালৰ সকলোৰে কুশল কৰক তাৰেই আন্তৰিক শুভ কামনাৰে।❤❤❤

    • @lilawatidevi4910
      @lilawatidevi4910 3 месяца назад

      Preeti I s averu

    • @gunuswargiary603
      @gunuswargiary603 3 месяца назад +1

      @@hiranyarajkhowa4119 hoi pritty ba bor morom loga. Mur favourite actress tekhet. Aru snigdha gogoi ba.

    • @JuriTalukder-l8u
      @JuriTalukder-l8u 3 месяца назад

      Bahut val lagil. Tomalok duyojoniloi mor bahut bahut xubha kamona thakil.

  • @chayanikaSaikia-s8r
    @chayanikaSaikia-s8r 2 месяца назад +2

    মনটোক আঁতৰ কৰিব নোৱাৰা এখিনিমান সময় ❤️ দুয়োগৰাকী ধুনীয়া মনৰ মানুহ ❤❤❤ বহুত বেছি ভাল লাগিল❤❤ জীৱনতো ধনাত্মক চিন্তাধাৰাৰে ধুনীয়া কৰি আগবাঢ়ি যাবলৈ প্ৰেৰণা পালোঁ ❤❤

  • @manishadeka6600
    @manishadeka6600 3 месяца назад +28

    "শিল্পী" শব্দটিৰ সংজ্ঞা ইমান সুন্দৰকৈ দিছে।ভাল লাগিছে।

  • @malatiborah5205
    @malatiborah5205 3 месяца назад +10

    মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনাৰ interview টো চাই খু'ব ভাল লাগিল। প্ৰশ্ন বিলাকৰ ইমান যে সুন্দৰ বিশ্লেষণ। আগুৱাই যাওঁক। শুভ কামনা থাকিল ❤❤

  • @KrishnaniGogoi
    @KrishnaniGogoi 3 месяца назад +8

    বহুত বহুত ভাল লাগিল আজিৰ এই খণ্ডটি। মোৰ ছোৱালীক অসমীয়া মাধ্যমত পঢ়াইছো। বহুতে বিভিন্ন কথা যদিও আমি কিন্তু বহুত গৌৰৱ কৰোঁ। শেষত... আপোনাৰ এই যাত্ৰা যেন শেষ নহয়। শুভেচ্ছা জনালো 🎊👏💚

  • @parthapratimsharma992
    @parthapratimsharma992 3 месяца назад +17

    যাত্ৰা...........অনুষ্ঠানটিৰ নামটোয়ে এক সুকীয়া। সদায় যেন এই স্বকীয়তা বজায় ৰাখে। বৰ্তমান সময়ৰ সকলোতকৈ ভাল লগা এটি অনুষ্ঠান। আপুনি ইমান‌‌ ধুনীয়াকৈ আট ধৰি নিয়ে প্ৰথমৰ পৰা শেষলৈকে। অসমীয়া নিভাজ শব্দবোৰ সাৱলীল ভাৱে বৰ ধুনীয়াকৈ প্ৰয়োগ কৰে , সেইবাবে আপোনাৰ অনুষ্ঠানটি‌ ব্যতিক্ৰম।
    যাত্ৰাৰ নিয়মীয়া এক শ্ৰোতা

  • @gayatrigogoi4019
    @gayatrigogoi4019 3 месяца назад +40

    দুয়ো গৰাকীয়ে চতুৰ.... এগৰাকীয়ে যদি প্ৰশ্নবোৰ খুচৰি খুচৰি সুধিছে আনগৰাকীয়ে আকৌ তাতোতকৈও গভীৰৰ পৰা উত্তৰটো দিছে😊দুয়ো গৰাকীয়ে প্ৰিয়❤ সঁচাকৈয়ে ভাল লাগিল অনুষ্ঠাটি

    • @KalpanaBorgohain-t3o
      @KalpanaBorgohain-t3o 3 месяца назад

      দুয়ো গৰাকী মোৰ প্ৰিয়। অনুষ্ঠান টি ভাল লাগিল।

  • @Abhijitchutia23
    @Abhijitchutia23 3 месяца назад +37

    ভাল লগা প্ৰীয় অভিনেত্ৰী এগৰাকীৰ মাত শুনা পায় ভাল লাগিল,,,,বা জনি যিমান ধুনীয়া তাতোতকৈ বেছি মাতখাৰ আৰু তেখেতৰ মন টো ❤

  • @riturajkalita2767
    @riturajkalita2767 3 месяца назад +4

    আপোনাৰ"যাত্ৰা" অনুষ্ঠানৰ জৰিয়তে লোৱা আমাৰ সকলোৰে মৰমৰ প্ৰীতি কংকনাৰ সাক্ষাৎকাৰ চায় সঁচাকৈ বহুত ভাল লাগিল। দুয়ো গৰাকী লৈ মোৰ ফালৰপৰা আন্তৰিক শুভেচ্ছা থাকিল।

  • @priyankanath1347
    @priyankanath1347 13 дней назад

    সচাকৈ মানুহজনী খুউব মৰমলগা ❤❤

  • @NirmalisonowalNirmalison-sk4uk
    @NirmalisonowalNirmalison-sk4uk 2 месяца назад +2

    Kangkana baa apurner chandmari chandini bohut vll lgil sai always fav ❤

  • @bondanadas7407
    @bondanadas7407 3 месяца назад +7

    ঠিক কথা কৈছা, পিন্ধা টো পৰিবেশ পৰিস্থিতি লৈ পিন্ধিলে বেছি ভাল লাগে।।❤❤

  • @apurbadeka6823
    @apurbadeka6823 3 месяца назад +7

    প্ৰিয় বা জনীৰ সুন্দৰ সুন্দৰ প্ৰশ্নৰ উত্তৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ মুখত শুনি বহুত বেছি ভাল লাগিল ❤❤

  • @rupjyotiburagohain8740
    @rupjyotiburagohain8740 3 месяца назад +17

    বহুত ভাল লাগিল।অৰ্ধাংগিনী চাবলৈ বেলেগৰ ঘৰত সদায় গৈছিলোঁ।যিহেতু সেই সময়ত নিজৰ ঘৰত টিভি নাছিল।

  • @mamonimili8345
    @mamonimili8345 2 месяца назад

    বহুত ভাল লাগিল❤

  • @chitrineeborah2241
    @chitrineeborah2241 3 месяца назад +11

    দুয়োগৰাকীক বহুত ভাল লাগে ।কথা বিলাক শুনি থাকিবলৈ মন যায় ।বহুত ভাল লাগিল যাত্ৰাৰ এই খন্ডটি চাই ❤❤

  • @daisydas2810
    @daisydas2810 3 месяца назад +9

    সঁচাকৈ ইমান ধুনীয়া ❤❤❤ অসমৰ আটাইতকৈ ধুনীয়া অভিনেত্ৰী আজিৰ তাৰিখ ত

  • @AnjushreeDas-lz2yr
    @AnjushreeDas-lz2yr 3 месяца назад +31

    সময়ৰ অভাৱত ১০ মিণিট চাম বুলি ভাবি ক'ব নোৱাৰাকৈ গোটেই সাক্ষাৎকাৰটোৱেই চালোঁ । অনুষ্টানটি সম্পুৰ্ণকৈ চাই গম পোৱা গ'ল দুয়োগৰাকীয়েই আচলতে খুব অভিজ্ঞ মহিলা । প্ৰশ্ন আৰু উত্তৰ সমূহেই তাৰ প্ৰমান । অনুষ্ঠানটিত অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰসংগৰ ইতিবাচক উত্থাপন হোৱা বাবে বৰ সুখ পালোঁ । কাৰণ মইও এগৰাকী অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া ছাত্ৰী । আৰু তাৰ বাবে মই গৌৰৱ কৰোঁ । এই অনুষ্টানটিয়ে এনেদৰেই সাৱলীল শুদ্ধ অসমীয়া কথোপকথনেৰেই অনাগত খণ্ড সমূহতো আমাৰ ভাষাটোক আদৰেৰে উপচাই ৰাখক তাৰেই কামনা কৰিলোঁ ।

    • @manashpriyankijaradhara
      @manashpriyankijaradhara 3 месяца назад

      একমত ৷ ময়ো ১০ মিনিটৰ বাবে লৈ শেষ কৰিছো এতিয়া ৷ জাতীয় বিদ্যালয় আমাৰ আবেগ ৷

    • @AnjushreeDas-lz2yr
      @AnjushreeDas-lz2yr 3 месяца назад +3

      @@manashpriyankijaradhara হয় জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতন আমাৰ আৱেগ ।

  • @munindradas4541
    @munindradas4541 3 месяца назад +10

    সাক্ষাৎকাৰ শ্ৰুতিমধুৰ কৰি তোলে প্ৰশ্নৰ গুণগত মানদণ্ডৰ ওপৰত৷যি ক্ষেত্ৰত আইচেংফা বা সিদ্ধহস্ত৷বৰ ভাল লাগে আপোনাৰ অনুষ্ঠানবোৰ৷সদায় এনেদৰেই প্ৰবাহিত হৈ থাকক৷যাত্ৰা সদায় একক আৰু অনন্য হৈ থাকক ইমূৰৰ পৰা সিমূৰলৈ৷🎉

  • @Pranabkumai-k2v
    @Pranabkumai-k2v 2 месяца назад +1

    Val lagil .....,👍👍....

  • @priyanka...2517
    @priyanka...2517 3 месяца назад +14

    যাত্ৰা অনুষ্ঠানটিৰ প্ৰতিতো খণ্ড মই উপভোগ কৰো ।বহুত প্ৰিয় অনুষ্ঠানটি ❤❤আৰু আগুৱাই যাওক😊😊😊

  • @niranjannath9669
    @niranjannath9669 3 месяца назад +7

    সুন্দৰ প্ৰকাশ ভংগী প্ৰীতিৰ । বহুত ভাল লাগিল । দুয়োলৈ ধন্যবাদ জনালো ।❤️❤️💕

  • @MridushmitaSaikia-rm7kv
    @MridushmitaSaikia-rm7kv 3 месяца назад +9

    দুইও গৰাকী কথাবোৰ বহুত ভাল লাগিল । যিমান ধনী হলেও কথাবোৰ সহজ সৰল ভাৱে কোৱাৰ বাবে বেছি ভাল লাগিল । কোনো অহংকাৰ নাই নিজক আৰু পৰিয়াল ক লৈ।সদায় এনেকুৱা কথাই ভাল লাগে।

  • @jintuborah576
    @jintuborah576 3 месяца назад +5

    আইছেংফা বা,আজি হে সময় পাইছো ,খণ্ড টো চাবলৈ , দেখি আছিলোঁ তোমাৰ খণ্ড টো ,কিন্তু সময় পোৱা নাছিলোঁ , চালোঁ আজি বহুত ভাল লাগিল ,অসমীয়া মানুহ হয় , জাতীয়তাবোধ আমাৰ প্ৰথম পৰিচয়, জাতীয় বিদ্যালয় সঁচাকৈ আবেগ , সপোন সঁচাই প্ৰথম নিজৰ ভাষাতে গঠন প্ৰণালী আৰম্ভ হয় ,খুব ভাল লাগিল । প্ৰীতি কংকনা ❤

  • @kashyappalash
    @kashyappalash 3 месяца назад +3

    Aichengfa baa , apuni eman dhuniyakoi kenekoi kotha bilak koi.. xuniyei val lage ..ai anusthan to sai eman vl lage ketiyaba suwake sai thako agor episode bor...apuni aru aguwai jaok baa..

  • @RunjunGogoi-td5pm
    @RunjunGogoi-td5pm 3 месяца назад +2

    Isang fa murr bor moromr ❤❤❤❤ aaru piryeti ❤❤❤❤❤ kukhole thaka

  • @dipankardas4673
    @dipankardas4673 3 месяца назад +2

    Eman dhuniya koi ktha bilak koise xuni thakileu xuni thakibo mn jai ❤❤❤❤

  • @Jyotishmoibaruah-b5r
    @Jyotishmoibaruah-b5r 2 месяца назад +1

    ❤❤❤❤moi bohut val pau ❤❤❤❤Preeti baa

  • @mb.divine5992
    @mb.divine5992 3 месяца назад +6

    অসমীয়াতে সপোন দেখো ।এই কথাষাৰ শুনি বহুত ভাল লাগিল ।মানুহজনী
    কিন্তু বহুত মৰম লগা❤

  • @eklavya5001
    @eklavya5001 3 месяца назад +10

    আজি অনুভৱ কৰিছো প্ৰীতি কংগনা সচাঁকৈ ধুনীয়া, অকল দেখাতে নহয়❤

  • @NikitaBorthakurNikita
    @NikitaBorthakurNikita 3 месяца назад +8

    Xosakoi,alop u skip kora nai,eman vl lagil preeti ba r kotha bur❤Nila khamor sithi korute baak log paisilu,kothaburere xomoi khini kenekoi par hl gomei napalu....enekua lagise bar logot moi kotha pati asu❤

  • @kabitadolakasharia7152
    @kabitadolakasharia7152 3 месяца назад +2

    বাৰ কথাখিনিয়ে মনটো চুই গল বহুত বেছি ভাল লাগিল আপোনাৰ কথা শুনি ❤সদাই স্পষ্টবাদী হৈ থাকিব বা মৰম দিলোঁ❤

  • @maabhabaniprinters
    @maabhabaniprinters 3 месяца назад +8

    তোমাৰ কঠা বিলাকে মন চুই গ'ল God bless you

  • @lipikaranigogoi6865
    @lipikaranigogoi6865 3 месяца назад +3

    সুন্দৰ এটি অনুষ্ঠান। ভাল লাগে সদায় ❤

  • @AbhiGogoi312
    @AbhiGogoi312 3 месяца назад +5

    যাত্ৰাৰ এই যাত্ৰা নিৰৱধি বৈ থাকক।ইমান সুন্দৰভাৱে অনুষ্ঠান বোৰৰ কথোপকথন হয় বৰ ভাল লাগে। আইচেংফা বাইদেউক ধন্যবাদ জনাইছোঁ ।🎉

  • @mitaleechangkakoty-wx4su
    @mitaleechangkakoty-wx4su 3 месяца назад +1

    Aaichengfa baa apnk je mur bohut val lge...emn dhunia ke khtha bur kua...saie thkibo mon jai apnr mukh khon❤luv u ba

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 месяца назад +6

    অতি সুন্দৰ অনুষ্ঠান। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো ❤❤❤

  • @payelpriya1276
    @payelpriya1276 3 месяца назад +3

    বা আপোনাৰ অনুষ্ঠান মোৰ খোব প্ৰিয় 💞💞 আৰু আজিৰ অতিথি প্ৰীতি কংগনা বা😍😍

  • @rashmisvlogs8671
    @rashmisvlogs8671 3 месяца назад +3

    Val loga 2joni baa❤❤❤ 2gorakir kothar hoili uuuhhh excellent 👌👌👌👌

  • @himakhiborgohain2881
    @himakhiborgohain2881 3 месяца назад +1

    Bht val lgil..

  • @arjinabegum2044
    @arjinabegum2044 3 месяца назад +2

    bahot ❤❤ bahot Val lagil ❤❤love from sipajhar ❤❤

  • @NetraRanjanSaikia
    @NetraRanjanSaikia 3 месяца назад +4

    প্ৰিয় এগৰাকী অভিনেত্ৰী ❤❤

  • @nilamjyotidutta9117
    @nilamjyotidutta9117 3 месяца назад +24

    প্ৰীতি কংকনাৰ আজিলৈকে সাক্ষাৎকাৰ চোৱা নাছিলো। এইটো চাই তেওঁৰ প্ৰতি থকা ধাৰণা বেলেগ হ'ল। ভাল পালোঁ। অসমীয়া ভাষা প্ৰয়োগ সুন্দৰ

  • @dipsikhaborah2410
    @dipsikhaborah2410 3 месяца назад

    বহুত ভাল লাগিল চাই। সদায় ভালে থাকা ❤ প্ৰশ্ন আৰু উত্তৰ বোৰ বহুত গভীৰ মন চুই গ'ল ❤

  • @BhupenPegu-xy7fl
    @BhupenPegu-xy7fl 3 месяца назад +8

    1 secondu skip nkorake salu aji,bhut val lagil

  • @RituparnaGogoi-l4j
    @RituparnaGogoi-l4j 3 месяца назад +3

    সঁচাকৈ প্ৰীতি কংকনা বহুত ভাল লাগে ❤❤❤❤❤❤

  • @priyankabora5282
    @priyankabora5282 3 месяца назад +5

    Ba tumar kotha khine a mur mon sui gol Love you ba❤❤❤❤❤

  • @jaryumkuli7823
    @jaryumkuli7823 3 месяца назад +1

    Bhut vl lagil❤❤❤

  • @dharitrisarma5676
    @dharitrisarma5676 3 месяца назад +3

    Emn dhunia ktha botora duyugoraki ba r ❤❤

  • @pankajnath4106
    @pankajnath4106 3 месяца назад +1

    বৰ ভাল লাগিল অনুষ্ঠানটো

  • @malamanibaruah3524
    @malamanibaruah3524 3 месяца назад +2

    Both are matured enough. Go ahead and God bless both of you

  • @flyingbird131
    @flyingbird131 3 месяца назад +2

    একদম প্রিয় অভিনেত্ৰী❤❤❤

  • @anjumanimedhi2470
    @anjumanimedhi2470 3 месяца назад +8

    ধুনীয়া যাত্ৰা ৰ অন্যতম অতিথি। খুব ভাল লাগিল চাই। আইচেংফা বা তুমি টো বহুত প্ৰিয়।

  • @monimakonwar8140
    @monimakonwar8140 3 месяца назад +1

    Bahut bhal lagil...

  • @polashiborah771
    @polashiborah771 3 месяца назад +1

    Ktha khinie tmr mon sui gl bht bht mrm ba tmle vale thka hdai lots of love 😘❤️❤️

  • @udiptapatar6506
    @udiptapatar6506 3 месяца назад +2

    আইচেঙফা তোমাৰ প্ৰতি টো সাক্ষাৎকাৰ মই চাও বহুত ভাল লাগে। তোমাৰ নিৰ্বাচন, কথনশৈলী, ইতিবাচক সঁহাৰি,আইঅদেহি বহুত ভাল লাগে। নিৰ্বাচন ভবিষ্যতে সুন্দৰ হোৱাৰ আশা ৰাখিলোঁ।

  • @preranachamuah4419
    @preranachamuah4419 3 месяца назад +1

    Bohut besi val lgil ….❤

  • @moumonasaikiaMoumonasaikia
    @moumonasaikiaMoumonasaikia 3 месяца назад +1

    Ahh iman dhunia ♥️

  • @krishnapathak401
    @krishnapathak401 3 месяца назад +1

    eman dhunia kotha... eman val uposthapon....

  • @gunuswargiary603
    @gunuswargiary603 3 месяца назад +3

    My favourite actress pritty konkona baa ❤❤❤

  • @BhaswatiNath-e4q
    @BhaswatiNath-e4q 3 месяца назад +1

    Bht vl lgil❤

  • @shayanikakalita4960
    @shayanikakalita4960 3 месяца назад +2

    Bht vl lge preety Baak ru tekhetor abhinoi 😘🥰😍

  • @PranjalGohain-si3ex
    @PranjalGohain-si3ex 3 месяца назад +3

    One of my fvrt actress❤❤Beauty+Brain😊

  • @krishnagogoi301
    @krishnagogoi301 3 месяца назад +7

    বৰ সুন্দৰ লাগিল বা কথা বতৰা খিনি❤। কেতিয়াবা তাহানিৰ হিয়া দিয়া নিয়া মমি জনি অথাৎ লুনা লহকৰ বাইদেউ গৰাকীক আনিবলৈ চেষ্টা কৰিব চোন। তেওঁক আগৰ মানুহ বিলাকে বহুত চাবলৈ বৰ্তমান তেওঁৰ বিষয়ে জানিবলৈ আগ্ৰহী হয়❤❤❤❤

    • @aichengfaboruahofficial2100
      @aichengfaboruahofficial2100 3 месяца назад +1

      তেখেত অসমৰ বাহিৰত থাকে ... চেষ্টা কৰিম ❤

  • @junukabora3135
    @junukabora3135 3 месяца назад +1

    ভাল লাগিল দুয়োগৰাকীৰ কথাবোৰ❤❤

  • @jashimaahmed2794
    @jashimaahmed2794 3 месяца назад +1

    Bhal lagil baru

  • @HeeramoniHazarika
    @HeeramoniHazarika 3 месяца назад +2

    প্রীতি কংকনা তোমাৰ ভাৱৰ অনুভূতি আৰু সুন্দৰ আচৰণ ত বহুত ভাল লাগিল | সুন্দৰ সপোন সুন্দৰ আৰাধনা জীৱনৰ খেল | কিন্তু শিৰৰ সেন্দুৰ কল জীৱন বোধৰ শক্তি বুলি লবা আৰু কৃষ্ণৰ ৰাটুল চৰণৰ কৃপা বুলি ধুনীয়াকৈ দেখাকৈ লবা ধন্য হবা । তোমাৰ জীৱন সুন্দৰ হওঁক | আগুৱাই যোৱা আশীবাদ থাকিল |

  • @nabanitachutia4503
    @nabanitachutia4503 2 месяца назад +1

    Favourite actress

  • @archanadevi8081
    @archanadevi8081 3 месяца назад +9

    Jatiya vidyalaya t ji e pothe xei2 feeling buji pai...it very special for us.. actual class 10 r pist bht schl e change korilo but mnt jatiya vidyalaya xn e thki gl..

  • @HemashriNath
    @HemashriNath 3 месяца назад +2

    Eman dhuniyake koise khotha bur xuni thakibloi a mon jai❤❤❤

  • @nangkuki25
    @nangkuki25 Месяц назад

    All time fvt ❤😍😘

  • @himakshidas7799
    @himakshidas7799 3 месяца назад +1

    Bor val lgil ❤

  • @mintumanibarman1259
    @mintumanibarman1259 3 месяца назад +2

    একে উপাধি আমাৰ ❤ বৰ্মন,❤

  • @ashifakib379
    @ashifakib379 3 месяца назад +2

    সুন্দৰ । ভাল লাগিল কথাবোৰ,চিন্তাবোৰ ।

  • @rinamazumdarkalita2946
    @rinamazumdarkalita2946 3 месяца назад +1

    ভাল লাগিল চাই।দুয়ো গৰাকীয়েই প্ৰিয়।

  • @priyabaruahzuna9017
    @priyabaruahzuna9017 2 месяца назад +1

    Bhal lagil

  • @Manoj_Barua
    @Manoj_Barua 2 месяца назад

    প্ৰিয় অভিনেত্ৰী গৰাকী.....

  • @Sangita140Kalita
    @Sangita140Kalita 3 месяца назад +1

    Kathanxoily dhuniya duyojanire👌👌👌👌

  • @khagenborgohain339
    @khagenborgohain339 3 месяца назад +1

    ভাললাগিল

  • @ritishagogoi5601
    @ritishagogoi5601 3 месяца назад +1

    Priti baa bohut val lage .❤❤

  • @arnabibarman1604
    @arnabibarman1604 3 месяца назад +3

    Baa 2mr kothakhini iman moromloga ❤❤❤

  • @LuichlusonChutia-d4f
    @LuichlusonChutia-d4f 2 месяца назад

    অ' তাইৰ কথা বোৰ বৰ ধুনীয়া

  • @kirongogoi2562
    @kirongogoi2562 3 месяца назад +1

    ভাল লাগিল । ❤️ অন্যতম প্ৰিয় অভিনেত্ৰী।❤

  • @bulbulibuli1795
    @bulbulibuli1795 3 месяца назад +2

    সুন্দৰ অনুষ্ঠান। ভাল লাগিল

  • @oukhymimi
    @oukhymimi 3 месяца назад +11

    দুই গৰাকী ❤️🌼 ঔ আই মোৰ খুবেই প্ৰিয় ❤️
    ভগৱানে আপোনালোকক কুশলে ৰাখক ❤️🌼🤗

    • @oukhymimi
      @oukhymimi 3 месяца назад

      @@Pritomkalita-d6q 😁

  • @sabrinayasmine5190
    @sabrinayasmine5190 3 месяца назад +2

    Eman val lgile & my fav actress ❤❤

  • @preetirekhadutta9609
    @preetirekhadutta9609 3 месяца назад +1

    প্ৰতিটো প্ৰশ্নৰ বৰ সুন্দৰ উত্তৰ সাৱলীলভাৱে দিছে। আইচেংফা বাৰ প্ৰশ্নও বৰ অৰ্থৱহ।ভাল লাগিল

  • @BipulBorah-d3i
    @BipulBorah-d3i 2 месяца назад +1

    Tumak bohut dhynobad day

  • @dibyajyotibora1540
    @dibyajyotibora1540 3 месяца назад +5

    প্ৰিয় অভিনেত্ৰী, এবাৰ লগ পাইছিলো বৰ ভাল লাগিল। মৰম লগা

  • @DiSaTLC
    @DiSaTLC 3 месяца назад +1

    Congratulations for 1 lakh😍😍

  • @ranilife525
    @ranilife525 3 месяца назад +1

    Bor dhunia koi koisa ktha khini bohut val lagise...assamese industry r sob se gorgeous aru beautiful obhinetri...kotha kuar style to so sweet aru smart ♥️♥️

  • @nabanitasaikia8749
    @nabanitasaikia8749 3 месяца назад +4

    প্ৰথমে 'ৰেন মৌৰ আইচেংফা আৰু কলা-কৌশলিলৈ আন্তৰিক মৰম আৰু শুভ কামনা থাকিল ❤❤ দুগৰাকী ইমান ধুনীয়া মহিলৰ ইমান সুন্দৰ কথোপকথন সছাকৈ বৰ ভাল লাগিলে ❤❤❤ যাত্ৰা আৰু আগুৱাই যাওক ❤❤

  • @jintuhazarika1988
    @jintuhazarika1988 3 месяца назад +2

    আইচেংফা বা, আপোনাৰ কথনশৈলী মোৰ বহুত বহুত বহুত ভাল লাগে৷ কেনেকৈ কথাবোৰ কয় ইমান ধুনীয়াকৈ?

  • @nazranabegum1992
    @nazranabegum1992 3 месяца назад

    I just love this episode 😍

  • @Gunjan....mabeta
    @Gunjan....mabeta 3 месяца назад +1

    My always fvrt❤❤❤

  • @BinuSaikia-tk6hm
    @BinuSaikia-tk6hm 3 месяца назад +1

    My favourite pritty ❤❤❤ vl lagil...

  • @nituranray50
    @nituranray50 3 месяца назад +1

    Bohut val lagil ktha khini huni
    Mr favourite ba ❤❤

  • @PranjumoniGogoi
    @PranjumoniGogoi 3 месяца назад +1

    Bhut vl lgil

  • @rimjhimkonwar6704
    @rimjhimkonwar6704 3 месяца назад +2

    Bohut Val lagil ❤