'ৰেন মৌ'ত আইচেংফাৰ স'তে মুক্তি পাবলগীয়া নতুন অসমীয়া চলচ্চিত্র "চিলনী চোৰ"ৰ অভিনেতাদ্বয়

Поделиться
HTML-код
  • Опубликовано: 30 ноя 2024

Комментарии • 116

  • @bristihazarika3592
    @bristihazarika3592 3 месяца назад +4

    আপোনাৰ কথনশৈলীয়ে মুগ্ধ কৰে বা! বুকু জুৰ পৰি যায়! তাতে দুয়োগৰাকীয়ে প্ৰিয়। দুয়ো খুব মৰমৰ! সৰল আৰু স্পষ্টবাদী! এতিয়াটো আপুনিও মৰমৰ!

  • @arpansvlogs5930
    @arpansvlogs5930 3 месяца назад +7

    Choreography ফালৰ পৰা উদয় দা সদাই প্ৰিয় আৰু অৰুণ দা ধেমেলীয়া অভিনয় বোৰ বৰ প্ৰিয় সেই বাবে সকলোৰে চিনাকি অৰুণ দা...আৱাহন থিয়েটাৰ ardhangini নাট খনৰ নাম লোৱা বাবে ভাল লাগিলে , ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিছে দৰ্শক বাবে নতুন প্ৰজন্ম বাবে, আৱাহন সদাই প্ৰিয় মোৰ...শেষত যাত্ৰা আগুৱাই গৈ থাকক ❤❤🎉

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 3 месяца назад +7

    অৰুণ হাজৰিকা এজন অদ্বিতীয় অভিনেতা, যেনেকুৱা চৰিত্ৰ নহওঁক তেওঁ সদায় জীৱন্ত ৰুপত ৰূপায়ণ কৰে।উদয় শংকৰ সমানেই ভাল লগা শিল্পী। নৃত্য গীতৰ লগতে তেওঁৰ অভিনয়ে আমাক বিভিন্ন সময়ত হাঁহিৰ খোৰাক যোগায়ছে। তেওঁ লোকৰ আহিবলগীয়া চিলনী চুৰ নিশ্চয় চাবলৈ যাম।ভালে থাকক সদায় তাকে কামনা কৰিলোঁ 🙏🏻🙏🏻🙏🏻। ধন্যবাদ আইচেংফা,যাত্ৰা আৰু আগুৱাই যাওক 🙏🏻🙏🏻🙏🏻

  • @s.kcomrades3897
    @s.kcomrades3897 3 месяца назад +3

    সঁচাকৈ, প্ৰতিটো খণ্ডই চাবলৈ চেষ্টা কৰোঁ আৰু খুব বেছিয়ে ভাল লাগে। আজিও চাই খুব ভাল পালোঁ আৰু লগতে বহু কথাই শিকিব পাৰিলোঁ।🎉❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 месяца назад +6

    অতি সুন্দৰ আৰু সময়োপযোগী আলোচনা। দুয়োগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ মহান অভিনেতা আৰু নৃত্যশিল্পী লৈ আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। দুয়োগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ মহান কলা কুশলীৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। দুয়োগৰাকীৰ কুশল কামনা কৰিলো।

  • @r.hazarika9231
    @r.hazarika9231 3 месяца назад +1

    এই অনুষ্ঠানত অংশগ্ৰহণ কৰা দুয়োগৰাকী প্ৰিয় অভিনেতা, প্ৰিয় কৰিঅ'গ্ৰাফাৰ , লগতে তুমি ইমান সুন্দৰ কৈ তেখেত সকলৰ মনৰ অনুভৱ খিনি জানিবলৈ আমাক উপহাৰ দিছা। অনুষ্ঠান টি চাই বহুত ভাল লাগিল।

  • @DiptiSharmaBaruah
    @DiptiSharmaBaruah 3 месяца назад +1

    ইমান যে ভাল পাওঁ দুয়োজনকে৷ মানে তিনিওজনকে৷ আপোনালোক সুস্বাস্থ্যৰে কুশলে থাকি মনৰ জোখাৰে সুখী হওক ❤❤❤

  • @narayan4416
    @narayan4416 2 месяца назад

    খুব সুন্দৰ বাৰ্তা, শুনি খুবেই আনন্দিত।
    আগলৈ আৰু সুন্দৰ যাত্ৰা অতিক্ৰম কৰিব বুলি আশা ৰাখিলোঁ।🪔❤️🙏

  • @দুলু-ণ৭গ
    @দুলু-ণ৭গ 3 месяца назад +1

    বহুত ভাল লাগিল।মাত্ৰা অনূষ্ঠানৰ পৰা শিকিব পাৰি।যাত্ৰালৈ বহুত বহুত শুভেচ্ছা জনালোঁ 🙏

  • @binahandique5456
    @binahandique5456 3 месяца назад +3

    আইচেঙফা তোমাৰ এই যাত্ৰা প্ৰগ্ৰেম টো মই প্ৰতিটো খণ্ড চাও বৰ ভাল লাগে। তোমাৰ কথা শুধা ধৰণটোও বহুত ভাল লাগে। আইচেঙফা তুমি সাঙবাদিক এনজেলা চআঙমআইক এই যাত্ৰা অতিথি কৰি আনিবাচোন তেখেতৰ পৰাও আমি জানিব লগা বহুত আছে ধন্যবাদ তুমি আৰু আগ বাঢ়ি যোৱা তাকে কামনা কৰিলো।

  • @chandramabharali1
    @chandramabharali1 3 месяца назад +3

    তিনিওগৰাকী মোৰ খুউব প্ৰিয়❤ এগৰাকী প্ৰিয় অভিনেতা তথা ব্যক্তিত্বশীল ব্যক্তি, এগৰাকী প্ৰিয় নৃত্যশিল্পী তথা অভিনেতা আৰু এগৰাকী প্ৰিয় অভিনেত্ৰী তথা অনুষ্ঠানৰ আঁতধৰোঁতা🥰তিনিওৰে সু-স্বাস্থ্য কামনা কৰিলোঁ🙏

  • @subrataarandhara7642
    @subrataarandhara7642 3 месяца назад +9

    বহুত বহুত ভাল লাগিল চাই ❤ আপোনাৰ যাত্ৰা আৰু আগুৱাই যাওক🙏 Lot's of Love From Sivasagar ❤❤

  • @utpalgogoi4875
    @utpalgogoi4875 3 месяца назад +2

    অতি সুন্দৰ আগলৈ পাই থাকিম বা

  • @VishalSharma-dy6rv
    @VishalSharma-dy6rv 3 месяца назад +6

    হয়টো যাত্ৰা ৰ প্ৰথম টো খণ্ডৰ পৰা বৰ্তমানলৈকে অনুৰাগী কিন্তু এটাই কথা সঁচা অৰ্থত অসমীয়া শব্দৰ উচিত ব্যৱহাৰ বাৰ দ্বাৰা ভালে থাকা তুমি বা❤

  • @jadumonigogoi1605
    @jadumonigogoi1605 3 месяца назад +2

    শেষৰফালে কোৱা প্ৰতিটো কথাই সঁচা৷ দুয়োজন মৰমৰ শিল্পী৷ বৰ ভাললগা খণ্ড৷

  • @bornaliBoruah-lt6dy
    @bornaliBoruah-lt6dy 3 месяца назад +2

    বহুত ভাল লাগিল আইচেংফা বা❤️❤️

  • @manishadeka6600
    @manishadeka6600 3 месяца назад +9

    প্ৰিয় ব্যক্তি আহিছে আজি দুয়োজন🙏🙏।

  • @krishnagharphalia9086
    @krishnagharphalia9086 3 месяца назад +10

    আইচেংফা বা আৰু এজন বিখ্যাত অভিনেতা আছে তপন দাস ডাঙৰীয়াক মাতিবচোন।।।। ❤

  • @gyandeepnath3600
    @gyandeepnath3600 3 месяца назад +1

    দুয়োগৰাকীয়েই খুব আদৰৰ শিল্পী ❤ অকণমান ব্যস্ততাৰ বাবে অকমাণ অকমাণকে চাই চাই আজি শেষ কৰিলোঁ গোটেই খণ্ডটি । বিশেষকৈ শেষত আইচেংফা বাৰ চকুপানী খিনিয়ে বহুত কিবাকিবি কৈ গʼল । “যাত্ৰা” সঁচাকৈ আনতকৈ সুকীয়া, পৃথক আৰু বিশেষ । যাৰ বাবে হয়তো সেই প্ৰথম খণ্ডটিৰ পৰা এতিয়ালৈকে এটা খণ্ডও নোচোৱাকৈ থকা নাই । হয়তো কেতিয়াবা ব্যস্ততাৰ বাবে চাওঁতে অকমাণ দেৰি হ‌য় । কিন্তু আটাইবোৰেই চাইছোঁ । শেষত কওঁ , অনাগত দিনবোৰতো “যাত্ৰা”ৰ এই যাত্ৰা অব্যাহত থাকক । নতুন নতুন অতিথিৰ ভাল ভাল কথাৰে, গীতেৰে , সুৰেৰে “ৰেন মৌ” জীপাল হওঁক । সদায় “যাত্ৰা”ৰ সহযাত্ৰী হৈ থাকিম । “যাত্ৰা”ৰ গোটেই পৰিয়াললৈ শুভকামনা আৰু মৰম যাচিলোঁ ❤️ মৰমৰ আইচেংফা বালৈ মৰম ❤

  • @MinakhiGogoi-q6m
    @MinakhiGogoi-q6m 3 месяца назад +2

    তোমাৰ কথা বোৰ সঁচা কৈ বহুত ভাল লাগে

  • @JCUfilm777
    @JCUfilm777 3 месяца назад +4

    বা তোমাৰ ১ লাখ subscribe হোৱা শুভেচ্ছা জনোৱাৰ লগতে সদাই নতুন নতুন ব্যক্তিৰ মনৰ কথা বোৰ আমাক উপহাৰ দিয়া বাবে আৰু আগবাহি যোৱা তুমি congratulations 🎉👏 in advance.

  • @anujhazarika8838
    @anujhazarika8838 2 месяца назад

    সুন্দৰ অনুষ্ঠান , সুন্দৰ অনুভব ।

  • @purobeegogoi1343
    @purobeegogoi1343 3 месяца назад +1

    Bohut besi bhal lagile. Thanks and❤you

  • @PrinceDhunu-nt6xk
    @PrinceDhunu-nt6xk 3 месяца назад +2

    বহুত ভাল লাগিল।

  • @karobigogoi1963
    @karobigogoi1963 3 месяца назад +2

    Khubei priyo byokti 2jon❤❤

  • @niludeka6591
    @niludeka6591 3 месяца назад +1

    Ajir anusthan tu bor Val lagil asolote Aaichengfar Jatra anusthantu a val loga ei anusthantu aru agbarhi jauok takei kamona korilu

  • @MinakhiGogoi-q6m
    @MinakhiGogoi-q6m 3 месяца назад +1

    বহুত ভাল লাগিল।।

  • @simantagogoiart6715
    @simantagogoiart6715 3 месяца назад +1

    বহুত বহুত ভাল লাগিল ❤

  • @Pollob___Gogoi
    @Pollob___Gogoi 3 месяца назад +1

    Ba tumar episode bur sai mur bohut vall lage 😢😢😢
    Bohutu nojona kotha hikibo pau tumar episode bur sai 😊😊😊
    Aru tumar aiii REN MOU tt goi live sabole mon jai ....😢
    Moi golaghator pora sai asu baa .... aru jen anekoi notun notun manuhor jibonor kotha amar agot prokakh korai jua

  • @utpalakalitabharali755
    @utpalakalitabharali755 3 месяца назад +1

    Bahut Bahut vhal lagil Ba.Arun sir aaru Udoi sir aapunaluk hodai eke dorei thakok❤

  • @bkgogoi5831
    @bkgogoi5831 3 месяца назад +1

    Bah, Eman busy thoka manuh keijonk ani eman hundar anusthan karile, vall lagill

  • @morjinarohman7929
    @morjinarohman7929 2 месяца назад

    আজি শব্দ অভাৱ নোহোৱা হৈ পৰিল। ধন্যবাদ বা আপোনাক

  • @MridulDutta-i5b
    @MridulDutta-i5b 3 месяца назад +2

    বাৰে বাৰে চালেও হেপাহ নপলোৱা এটি সুন্দৰ অনুষ্ঠান।সদায় জিলিকি থাকক।

  • @rinkukurmi4212
    @rinkukurmi4212 3 месяца назад +1

    Very positive vibes you have. Today Paresh Bora offers a xoria in our Bangalore Namghor to get blessing for his upcoming movie..All the best 🎉

  • @manishadeka6600
    @manishadeka6600 3 месяца назад +4

    আজি আৰম্ভণিতেই চাই আছো দেই বা❤️❤️

  • @sunmonikonch2839
    @sunmonikonch2839 3 месяца назад +1

    Bohut val Hoisa Baa ❤ Love from Hyderabad Hi-tech City 🏙️

  • @dipankarmahanta4437
    @dipankarmahanta4437 3 месяца назад +4

    Ba bohut vl lge apuner anusthan,,, bohut busy tr majotu tuponi khoti kori holeou sou ❤krn vl loga ati anusthan mur ❤❤❤❤❤

  • @KankonaDebajit
    @KankonaDebajit 3 месяца назад +2

    বা আপুনাৰ কথা বিলাক ইমান ভাল লাগে মই সদাই চাও যাএ

  • @swargiarypreety2129
    @swargiarypreety2129 3 месяца назад +1

    Always keep smiling Baa ❤️ 🥰

  • @pdaschb
    @pdaschb 2 месяца назад

    বহুত ভাল লাগিল চাই।

  • @RitupanSenapoti
    @RitupanSenapoti 3 месяца назад +1

    Apunar voice tu bhut val lage baaa ❤❤

  • @BabuDas-j1n
    @BabuDas-j1n 3 месяца назад +1

    বাই তোমাৰ কথা বোৰ মোৰ বৰ ভাল লাগে ❤

  • @JatinPaw
    @JatinPaw 3 месяца назад +1

    Super se upar. bohut vl lagile

  • @atulchetia91996
    @atulchetia91996 3 месяца назад +1

    Hundar uposthapan val lagil Emn hunkale hekh hl gome napalu Episode 2

  • @hiyamonigoswami3175
    @hiyamonigoswami3175 2 месяца назад

    যাত্ৰা সদায়ে প্ৰিয়। তপন দাস চাৰৰ পডকাস্ত এটা লবলৈ অনুৰোধ থাকিল। আপোনাৰ কথনশৈলী আৰু আঁত ধৰোতা হিছাপে আপুনি ব্যতিক্ৰম। আপোনাৰ অনুষ্ঠানৰ জৰিয়তে তপন দাসৰ জীৱনৰ বিষয়ে আৰু অধিক জানিব পাৰিম লগতে অসমীয়া চলচিত্ৰ জগতক তেখেতৰ দৃষ্টিভংগীৰে বহুত কথা জানিব পাৰিব সকলোৱে।

  • @kalpanagohain2963
    @kalpanagohain2963 3 месяца назад +1

    bht vaal lagil

  • @gogoi12359
    @gogoi12359 27 дней назад

    প্ৰিয় ব্যক্তি অৰুণ দা ❤

  • @jyotijyotisaikia9147
    @jyotijyotisaikia9147 3 месяца назад +3

    অনুষ্ঠানটো খুব ভাল লাগে।আজি কালি এনেধৰণৰ অনুষ্ঠানত শুদ্ধ অসমীয়া ভাষা খুব কম শুনিবলে পোৱা যায় কিন্তু এই অনুষ্ঠানটো ব্যতিক্ৰম।

  • @nilutpal5056
    @nilutpal5056 3 месяца назад +1

    Bar kotha keita bor val lage, Assamese podcast bur r best anchor apuni Ba ❤

  • @arupdeka7830
    @arupdeka7830 3 месяца назад +1

    Dhunia nx gorima bwk lge baideo❤❤

  • @chimpineog6730
    @chimpineog6730 3 месяца назад +2

    Hundor

  • @filismaahmed8092
    @filismaahmed8092 3 месяца назад +2

    Barsha baak o anibo birat vl lgibo.....ajir episode tu khub val lagile lots of love ❤❤❤❤

  • @ankitadeka8485
    @ankitadeka8485 3 месяца назад +2

    Bhut vl lgil❤
    Barasha rani bishaya bak matibo sn

  • @KalyanGogoiEntertainment
    @KalyanGogoiEntertainment 3 месяца назад +2

    যাত্ৰা সদায় বিশেষ।

  • @digantadeka7201
    @digantadeka7201 3 месяца назад +1

    Congrats for 1L🎉

  • @HasinaMannan-p2w
    @HasinaMannan-p2w 3 месяца назад +1

    বহু.............ত ভাল লাগিল।

  • @DimpuGogoi-zz2ly
    @DimpuGogoi-zz2ly 2 месяца назад

    Uday daa always my fav❤❤❤

  • @indianpercussionist6080
    @indianpercussionist6080 3 месяца назад +1

    Aikaijon amar moromor xilpi ❤

  • @nipubora4330
    @nipubora4330 3 месяца назад +2

    Bohut bohut val lagil

  • @madhurjyagogoi8074
    @madhurjyagogoi8074 3 месяца назад +1

    Mur vl lga dujon aaji ba lgt khub vl lagil sai

  • @rantugogoi6194
    @rantugogoi6194 3 месяца назад +2

    শংকুৰাজ ৰাজকোঁৱৰ দাদাৰ বাবে 1 ta like korok

  • @BhaskarJyotiNath-d7y
    @BhaskarJyotiNath-d7y 3 месяца назад +2

    বা তোমাৰ মাট তো বহুত ধুনীয়া ভাল কৈ গান এটা গাবা চোন plz🙏

  • @DebanandaDuttaBorah-mg2ko
    @DebanandaDuttaBorah-mg2ko 3 месяца назад +1

    Val
    Lage
    Duijonoke❤❤2❤❤

  • @LipikaBorchetia
    @LipikaBorchetia 3 месяца назад +2

    ভাল লাগিল

  • @kunjogogoi579
    @kunjogogoi579 3 месяца назад +2

    Tapan dasr familyk tumar showloi matiba buli akhare rom. Baki tumak congarts janalu.

  • @dimpibora6436
    @dimpibora6436 3 месяца назад +1

    Congrats for 100k

  • @Parishmita_deka15
    @Parishmita_deka15 3 месяца назад +2

    Uday sir ❤

  • @gyandeepnath3600
    @gyandeepnath3600 3 месяца назад +1

    বা, এটি অনুৰোধ কৰিব খুজিছোঁ । পাৰিলে বৰষা বাক মাতিবচোন সময় সুবিধা মিলিলে আৰু আগতীয়াকৈ জনাব । লগতে দৰ্শকৰ পৰা তেওঁলোকে সুধিব বিচৰা প্ৰশ্ন কেইটামান লʼব যদি সম্ভৱ হয়

  • @kshirodboruah801
    @kshirodboruah801 3 месяца назад +2

    100k subscriber... Congratulations

  • @polisaikia7674
    @polisaikia7674 3 месяца назад +1

    Baa bohut vl paw sai.... Abar anjela changmai baideuk anibo pls

  • @Tarali999
    @Tarali999 3 месяца назад +1

    100k Baa🎉❤

  • @simantateron2927
    @simantateron2927 3 месяца назад +1

    Good❤

  • @AmritjyotiRajbongshi
    @AmritjyotiRajbongshi 3 месяца назад +1

    দুইজন অসমীয়া সংস্কৃতিত অৱদান থকা প্ৰিয় মানুহ দুইজন । ২জনকে ভাল পাওঁ , কিন্তু অৰুণ হাজৰিকাক বেছি ভাল পাওঁ দেই , মোৰো ঘৰ বোকাখাততে, একেখন গাঁৱৰে ইপাৰ হিপাৰত

  • @DipankarNath-hw8ub
    @DipankarNath-hw8ub 3 месяца назад +1

    Sir bohut Val lagila sir Arun sir....apuni ahila hudhim robo kanka apuni iman Val manuh.....apunar Dora dhoijjjo moi bisaruu hosai sir

  • @jitusautohub
    @jitusautohub 3 месяца назад +1

    Apunak chabua college t dekhisilu ( 2000/2001)

  • @kaushikdas6163
    @kaushikdas6163 3 месяца назад +2

    বা পাপন দাক লাগে

  • @LuknathBoruah-i2y
    @LuknathBoruah-i2y 3 месяца назад +1

    Very nice👍👍 baa❤❤

  • @bimalendudas2713
    @bimalendudas2713 3 месяца назад +1

    বৰষা বাক লাগে next

  • @Tarali999
    @Tarali999 3 месяца назад +1

    অৰুণ হাজৰিকা ছাৰ আগৰ দৰেই একেই আছে দেখিবলৈ ❤❤

  • @MalabikaSaikia-jg3sh
    @MalabikaSaikia-jg3sh 3 месяца назад +1

    Baa Apunar vedio 2k huya pora sai asu,,,etiya goi goi 1lakh hoi gol,,kimn je val lage apunr vedio sai 1ghnta 2 ghnta kenekoi hoi jai gome napau,,,

  • @kalyanxonowal3783
    @kalyanxonowal3783 3 месяца назад +3

    val Lage duijonoke

  • @monoranuvutiandabegmukunda1677
    @monoranuvutiandabegmukunda1677 3 месяца назад +2

    Moiu netro kaiti buli a mati vl pau ❤🥰 arun hajarika buli namto pahori a thake maje maje 😊

  • @dpcreation3d
    @dpcreation3d Месяц назад

    চুই গ'ল বা 🥹❤️🙏ভাষা নাই সদায় চাওঁ ।

  • @Jonak624
    @Jonak624 3 месяца назад +1

    এদিন তোমাৰ কেমেৰাৰ আঁৰৰ মানুহেই জনক দেখুৱাবা।আমিও চাব বিচাৰোঁ ❤

  • @mritunjoydeka2027
    @mritunjoydeka2027 3 месяца назад +3

    ❤❤❤

  • @mrigankabora1890
    @mrigankabora1890 2 месяца назад

    Sob assomia flim sau kin2 netra Kai kuar dore eibaar Bidurbhai khon nasalu.. right koise netra Kai a❤

  • @poldipneog5318
    @poldipneog5318 3 месяца назад +1

    ভাল লাগিল আজিৰ অনুষ্ঠান ভাগি কিন্তু যোৱা খণ্ডটো আজি পুনৰ এবাৰ চালো ,জনতাৰ শিল্পী গৰাকীক আকৌ এবাৰ আপোনাৰ ৰেনমৌত দেখা পোৱাৰ হেপাঁহেৰে..

  • @SauravGogoiSaurav
    @SauravGogoiSaurav 3 месяца назад +1

    Baa Pankaj Ingti

  • @shayanikakalita4960
    @shayanikakalita4960 3 месяца назад +1

    Ufffff tiniojon val lga manuh

  • @namitagogoi7944
    @namitagogoi7944 Месяц назад

    Dui jon ai mu val loga manuh,,bar tumaloi o bohut morom

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 3 месяца назад +1

    চিলনি চুৰ

  • @bobybocha3921
    @bobybocha3921 3 месяца назад +2

    Barakha Rani bak matiba adin ba...

  • @amigogoi6053
    @amigogoi6053 3 месяца назад +1

    😢😢❤❤

  • @gitamonikalita9418
    @gitamonikalita9418 4 дня назад

  • @pranamibaishya6521
    @pranamibaishya6521 3 месяца назад +2

    Habda bur je ki dhunia koi bebohar.kore.bht val lage..ba

  • @chandanadeka8599
    @chandanadeka8599 3 месяца назад +1

    আৰম্ভণিতে বহুত হাঁহিলো দেই😅 পুৰণি ভিচিডিৰ দিনবোৰৰ কথা মনত পৰি গ'ল।

  • @junabordoloi3912
    @junabordoloi3912 3 месяца назад +2

    তপন দাস ডাঙৰীয়াক আনিব লাগে বা৷

  • @ajitsharma7122
    @ajitsharma7122 3 месяца назад +5

    Ba Barsha bak adin anibo sun bhut val lagibo duigoraik ake loge sai❤

  • @nituphukon9541
    @nituphukon9541 3 месяца назад +1

    Natro kaai aana aajon Ovinata Jikunu Monsot aavumki marila Raija aadori loi......

  • @bestbollywoodsongs8201
    @bestbollywoodsongs8201 3 месяца назад +1

    আইছেংফা বা Nayan Nilim দাক লৈ আহিব ।