আমাৰ 'যাত্রা' চেনেলটিক আপোনালোকে ইমান কম সময়ৰ ভিতৰতে ইমান বেছি মৰমেৰে উপচাই দিয়াৰ বাবে প্রতিগৰাকী শ্ৰদ্ধাৰ 'যাত্রা'ৰ সহযাত্রীলৈ অন্তৰৰ পৰা আমি 'ৰেন্ মৌ'বাসীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ প্রতিটো মন্তব্যৰ প্রতি সঁহাৰি জনাব পৰা নাই যদিও ব্যক্তিগতভাবে প্রতিটো মন্তব্যই আমি পঢ়িছোঁ আৰু প্রতিটো পৰামৰ্শক আদৰেৰে গ্রহণ কৰিছোঁ... আমি/ মই অজানিতে কৰা ভুলবোৰৰ বাবে ক্ষমাপ্রার্থী...অনাগত দিনত প্রয়াস কৰিম অধিক সুন্দৰ ৰূপত 'যাত্রা'ক সজাই তুলিবলৈ... আপোনাসৱৰ কুশল কামনা কৰিছোঁ... লগতে জুবিন ককাইদেউলৈ হিয়াজুৰি মৰম আৰু শ্রদ্ধা নিগৰালোঁ... আপুনি আহিল, আমি ধন্য হলোঁ...সুখী হ'লোঁ ... সদায় ধুনীয়া হৈ থাকক ... শেষত কওঁ, আপুনি আৰু আপোনাৰ গান আমাৰ বাবে বহু অপেক্ষিত এজাক বৰষুণৰ দৰেই...!♥️♥️🙏🙏 We are incredibly grateful to all of you viewers for the fantastic response in such a short span. Your valuable comments motivate us to improve our content further. Keep the love and support coming! 🙌🎉 Thanks once again. Stay tuned, Jaatra, with Aichengfa.
xonmaniy and xon maniya sir and baideyu nomoste nomoste nomoste WITH DR and Xonmaniy zubeen gargwith MY kobita : CHILDOR Mukhot kumol hahi kumol kumol kumol kumol hahi kumol hahi with LWNU WITH LOWNU with Lownu
All credit goes to the anchor.. She is best among all the assamese podcast anchors I have watched. Love the way she maintain the balance, unlike other podcast anchors who often become over excited and loses the track.
rati ghum nohaloi ke moi zubeen dar interview tu sai bohut vl lagil aru fast time RUclips channelot gan Goya dekhilu anekoi kinu likhim zubeen dar koth bhakhare ba kothare bujab noyaru joi zubeen da i❤you ba
Aiyo koliza2..Dada jen hodai ekey age hoi thakok kunudin je burha nhouk,ru hodai dhuniya dhuniya gaan gai jauk enekuwa lge ... love you zubeen Da .n God bless you 🙏🥰❤❤❤
আমাৰ 'যাত্রা' চেনেলটিক আপোনালোকে ইমান কম সময়ৰ ভিতৰতে ইমান বেছি মৰমেৰে উপচাই দিয়াৰ বাবে প্রতিগৰাকী শ্ৰদ্ধাৰ 'যাত্রা'ৰ সহযাত্রীলৈ অন্তৰৰ পৰা আমি 'ৰেন্ মৌ'বাসীয়ে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ প্রতিটো মন্তব্যৰ প্রতি সঁহাৰি জনাব পৰা নাই যদিও ব্যক্তিগতভাবে প্রতিটো মন্তব্যই আমি পঢ়িছোঁ আৰু প্রতিটো পৰামৰ্শক আদৰেৰে গ্রহণ কৰিছোঁ... আমি/ মই অজানিতে কৰা ভুলবোৰৰ বাবে ক্ষমাপ্রার্থী...অনাগত দিনত প্রয়াস কৰিম অধিক সুন্দৰ ৰূপত 'যাত্রা'ক সজাই তুলিবলৈ... আপোনাসৱৰ কুশল কামনা কৰিছোঁ... লগতে জুবিন ককাইদেউলৈ হিয়াজুৰি মৰম আৰু শ্রদ্ধা নিগৰালোঁ... আপুনি আহিল, আমি ধন্য হলোঁ...সুখী হ'লোঁ ... সদায় ধুনীয়া হৈ থাকক ... শেষত কওঁ, আপুনি আৰু আপোনাৰ গান আমাৰ বাবে বহু অপেক্ষিত এজাক বৰষুণৰ দৰেই...!♥️♥️🙏🙏
We are incredibly grateful to all of you viewers for the fantastic response in such a short span. Your valuable comments motivate us to improve our content further. Keep the love and support coming! 🙌🎉 Thanks once again. Stay tuned, Jaatra, with Aichengfa.
আপোনাৰ কথা শৈলী আৰু উপস্থাপন কৌশল খুব সুন্দৰ । Ultimate...❤❤❤❤❤ আগুৱাই যাওক ..
❤
@@jenifaiyesmin2450❤❤
ভাল লাগিল, আইচেংফাৰ অৰ্থ কিনো ?
P
aichengfa aru jubinor kothupkoton huni bohut bhal lagil.dhonnyabd.
🙏🙏👌👌 অতিকৈ প্ৰিয় অতিকৈ শ্ৰদ্ধাৰ শিল্পীজনৰ অনন্য অনুষ্ঠান উপহাৰ দিলে। দুয়োলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ।
Incompareable legand singer on earth great Zubeen Garg conversation with beautiful Aaichengfa "Jaatra" ♥
জুবিন দাক একেবাৰে ওচৰত পোৱা যেন লাগিল , বহুত ভাল লাগিলে, Jaatra👍👍
(কবিতাৰ শিৰোনাম)
"তুমি মহান জুবিন দা"
✍🏻কবি: সমুজ্জ্বল ডেকা, ৰঙিয়া
'জু' আখৰেৰে হৃদয়ত জুৰ পেলাই যোৱা,
'বি' আখৰেৰে বিশাল মনৰ মানৱ হোৱা।
'ন' আখৰেৰে নতুন আশা জগাই তোলা,
তুমি অসমৰ,মৰমৰ জুবিন দা হোৱা।
তোমাৰ কণ্ঠত আছে অসীম যাদু,
ৰাইজৰ বাবে তুমি আমাৰ বিশ্বাসৰ সাধু।
গায়ক,সুৰকাৰ,গীতিকাৰৰ লগতে
তুমি এজন সমাজসেৱক,
হেজাৰ-হেজাৰ সুৰেৰে
তুমি হোৱা মহান গায়ক ।
টোপনি নাহিলেও আহি যায় টোপনি,
কেৱল তোমাৰ গীত শুনি।
জ্ঞানৰ জেউতিৰে তুমি মহান জুবিন দা,
চিনেমা,গান আদিৰে তুমি প্ৰখৰ জুবিন দা।
xonmaniy and xon maniya sir and baideyu nomoste nomoste nomoste WITH DR and Xonmaniy zubeen gargwith MY kobita : CHILDOR Mukhot kumol hahi kumol kumol kumol kumol hahi kumol hahi with LWNU WITH LOWNU with Lownu
বৰ ভাল লাগিল দেই
❤
জয় জুবিন দা।।
জুবিন গাৰ্গ ❤
জুবিন দা মানেই মাথো সুৰ আৰু সমলয়। তেখেতৰ কথাবোৰেই একো একোটা সংগীত।
যাত্ৰা বহূ দূৰ আগুৱাব। Host গৰাকীৰ প্ৰশ্নবোৰ অতি সুন্দৰ লগতে তেখেতৰ প্ৰশ্নৰ উপস্থাপন আৰু আবেগিক মনৰে বৈ অহা ভংগীবোৰ অসমৰ ভিতৰতে অদ্বিতীয়।
যাত্ৰাই মাইলৰখুটি চুব। বহূত শুভকামনাৰে। 🎉🎉
জুবিন গাৰ্গে কেতিয়াও ইমান শান্তভাৱে জীৱনৰ কথাবোৰ কৈ যোৱা শুনা নাই । এয়া ব্যতিক্ৰম । তেওঁৰ শেষৰ মন্তব্যটি সুন্দৰ, প্ৰেৰণাদায়ক।
এই মানুহজনক যদি হেৰুৱাই অসমত বা পৃথিৱীত আৰু দ্বিতীয় এনেকুৱা মানুহ জন্ম নহব ❤️ কিবা মন আবেগিক আৰু উৎফুল্লিত হৈ গৈছে।
জুবিন গাৰ্গ আমাত কৈ সৰু যদিও সন্মান সহকাৰে এটা অনুৰোধ জনাবলৈ পালে ভাল পাম, মনত আক্ষেপ ব্যক্ত নকৰে যেন, মদ নেখালে ভাল হয়, এই বিষয়ে জুবিন লৈ বহুতো বাৰ লিখিত অনুৰোধ জনাই আহিছো।। ভবিষ্যতে জুবিন সুন্দৰতাৰে নকৈ আৱিষ্কৃত তেজস্ক্ৰিয় সম্ভাৰে ওলাই অহাৰ কামনা কৰো।।❤❤।। সুপ্ৰভাত বন্ধু।।
Without skip kori salu gutei khini. Bor bhal lagil❤️
বাৰ্তালাপ লৈ ইমান দিনে আনিব নোৱাৰিলে কিন্তু যাত্ৰাই জুবিন দাক আনিব পাৰিলে ভাল লাগিল জয় জুবিন দা ❤
Chakrapanir lbl tu besi
@@dipankarthakuria5075 hosakoi
এনেকুৱা এটা platform ত জুবিনদাক প্ৰথন দেখিছো। অশেষ ধন্যবাদ ‘যাত্ৰা’লৈ।
গীতৰ অৰ্থ নুবুজাকৈয়ে যাৰ সংগীত শুনি শুনি পাৰ কৰিলোঁ জীৱনৰ মধুৰ সময়বোৰ !
Zubeen daar logote .. host kora gorakiku bohut bohut dhanyabad jonalu bohut hundor koi prokakh korisa kotha bur val lagil ❤❤
আমাৰ শিৱসাগৰৰ ছোৱালী জনী বৰ মৰম লগা।ঠিক আমাৰ দৰেই সকলোবোৰ অমায়িক।সুন্দৰ
অনুষ্ঠানটো বৰ সুন্দৰ হৈছে, বহু দিনৰ পিছত শুদ্ধ অসমীয়া মাত শুনিবলৈ পালো। আল্লাহয়ে অনুষ্ঠানটো আৰু আপোনাক দীৰ্ঘায়ু কৰক তাৰ কামনা কৰিলো।
তেওঁ শৈশৱৰ পৰাই প্ৰিয় আছিল, তেওঁ এতিয়াও প্ৰিয় আৰু তেওঁ আগলৈও প্ৰিয় হৈ থাকিব । কাৰণ তেওঁ জুবিন গাৰ্গ ❤️
Heartthrob zubeen da
জুবিন দাই ইমান শান্ত হৈ কথা কৈছে উফ❤❤❤❤❤
Joi zubeen daa
I Love you zubeen da ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বহুত বহুত ধন্যবাদ ভাল লাগিল
Legend 🛐
" Roi Roi Binale " চিনেমা খনৰ বাবে আশাৰে বাটচাই আছোঁ ❤
বিভিন্নজনৰ বাবে তেওঁ গায়ক, বিভিন্নজনৰ বাবে তেওঁ ভগৱান, কিন্তু মোৰ বাবে জুবিন গাৰ্গ জীয়াই থকাৰ উৎসাহ আৰু আনন্দ।❤
Zubeen dar interview jotei dekha pao nusuwakoi thakibo nuwaru I love you dada
Khub bhal lagil jatra tate zubeen daaa ❤️❤️❤️❤️👍 kintu kotha eta janibo mon gol zubeen daa kuntu brand khai o janibo mon jai
Joy ❤ Zubeen da ❤❤
yatrar aichengfar logot jubinor kothu kothon huni birat bhal logar logote duyu jonore dirghayu kamona nokori nuwarilu. Dhonnyabad thakil.
জুবিন গাৰ্গৰ ভিতৰৰ অনুভৱ আৰু অভিজ্ঞতাক আপুনি পদ্ধতিগতভাৱে প্ৰশ্নৰ দ্বাৰা উলিয়াই আনিব পাৰিছে। অশেষ ধন্যবাদ।। ❤
জুবিন দা মৰমৰ ......দীঘায়ু কামনা কৰিছো ❤❤❤🙏
অনুষ্ঠানটো চাই বহুত ভাল লাগিল ❤❤❤
নিশ্চয় এজন মহান শিল্পীৰ interview লওঁতে বা প্ৰশ্ন কৰোঁতে আইচেংফা আপোনাৰ মাতটো কঁপি উঠিছে, এইটো স্বাভাৱিক.... বহুতেই ভাল লাগিল আমাৰ সকলোৰেই প্ৰিয় শিল্পীগৰাকীৰ সৈতে আপোনাৰ অনুষ্ঠানটি ধন্যবাদ 🙏
কিবা এটা বহুত ভাল লাগি গল..বঢ়িয়া...জুবিন গাৰ্গ..অসমৰ ভোটা তৰা.
বৰ ভাল পালোঁ ৷
ইমান মৰমিয়াল বাইদেউ জনী ❤কথা বোৰ ইমান শুৱলা আৰু পৰিপক্ক , জুবিন দা ৰ কথাবোৰ নতুনকৈ জানিব পাই বহুত ভাল লাগিল। Thank you ❤
বহুত ভাল লাগিল❤
মানস ৰবিন দাক লাগে।শিৱসাগৰ পৰা কলো। H.p.d Duarah.
অনুষ্ঠানটি চাই বৰ ভাল পালো।
খগেন ককাইদেউলৈ আন্তৰিক নমস্কাৰ জনালো। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
আইচেংফা আইদেউ, তোমাৰ উপস্থাপন ভাল হৈছে।
আহ ইমান ধুনীয়াকৈ আত ধৰিছে ,আইছেংফা বা মন জুৰ পৰি যোৱা অনুষ্ঠান এটা দিলে , অশেষ ধন্যবাদ আপোনাক❤❤
Great anchor great talk great show...love it...keep it up❤
Birat xundor anusthan bhal lagil
We love Zubeen Daa.... No 4G no 5G only ZG ❤
Nyc one
@@souravnew99ZG
Yess 💯 only ZG❤
Zubin da Apuni evergreen asile bortomanu hoi ru hodai hoie thakibo. Respect you always.
জুবিন দাৰ প্ৰতিটো গীতে প্ৰতিটো গীতৰ সুৰে অন্তৰত সাঁচ বহুৱায় যায়, বহুত আবেগিক কৰি তুলে,এনে লাগে তেওঁ গীতৰ মাজত সোমাই গৈছে লগতে যেন ময়ো সোমাই যাওঁ।ভাল পাওঁ তেওঁক বহুত ,দুখ লাগে তেওঁক কোনোবাই আঘাত দিলে। মৰমৰ দাদাজনক যেন ভগৱানে সদায় কুশলে ৰাখে,,,,❤️❤️❤️❤️🙏🙏🙏🙏🙏
মই নিজে বহুত আগতে অনুভৱ কৰিছো জুবিন দাৰ নিজৰ গান কেতিয়া ও বেয়া নহয় অন্তত হেজাৰ বাৰ শুনাৰ ক্ষমতা, ইচ্ছা, অনুৰাধা থাকে অনুৰাগী হিচাপে মই অনুভৱ কৰোঁ ❤❤❤
বহুত ভাল লাগে।দ্বিতীয় বাৰৰ বাবে চাইছোঁ। সদায় হিয়াৰ আমঠু
সুন্দৰ অনুষ্ঠান ভাল লাগিল। বিশেষ কৈ জুবিন দাই গোৱা গানটো 🥰🎶
❤জয় জুবিন দা ❤
Joi Zubin da joi ❤❤I love you❤❤
Birat bhal lagil, goldi da Sai... Mur jjbonor eata dagor heppa je zubeen Dak ea baar log pobo..... Lots of love & respect from Tripura......
When Zubeen Daaa singing, Autotune cry in corner🥹🙌
Lv u ❤ God bless you... অকলশৰীয়া অনুভৱ হলে Zubeen দাৰ গান শুনো বেছি আৰু একো নকওঁ ❤❤
জুবিন দাৰ বিষয়ে শব্দৰ সাগৰেৰে কৈ শেষ কৰিব নোৱাৰি.... কওঁ বুলিও একো নকওঁ তেওঁৰ বিষয়ে......আইচেংফা...তুমি বৰ সুন্দৰকৈ সজাইছা সাক্ষাৎকাৰটি....আগুৱাই যোৱা ❤️
জুবিন দাৰ গান বিলাক শুনিলে আবেগিক হোৱা যায়❣️.... love you zubeen daa❤
অতি সুন্দৰ এই অনুস্থান,সুন্দৰ উপস্থাপন শৈলি।আাশা কৰো এই 'যাত্ৰা' আৰু আগোৱাই যায় আৰু আমালৈ এনেকোৱা অনুস্থান দি যায়।
Zubeen Da____ mod khabole eri diyok 🙏 Apunak hodai healthy hoi thoka tu bisaru. Sending love and prayers on your way. Hodaai vaale thakok.
এটা নাম হেজাৰটা আৱেগ (জুবিনদা) )
জীয়াই থকাৰ আৱেগ জীয়াই থকাৰ প্ৰেৰণা জীয়াই থকাৰ ঔষধ তেওঁ জুবিন দা তেওঁক কিমান ভাল পাও এইষাৰ কথা বুজাব গ'লে শব্দৰ যেন অভাৱ হ'ব তেও অনন্য, তেওঁ ভগৱান তেওঁক যিকলে বুজি পায় বহুত ভালকে বুজি পায় আৰু যিসকলে বুজি পোৱা নাই গোটেই জীৱন বুজি নেপায়... তেওঁ অসাধাৰণ হৈও সাধাৰণভাৱে জীৱন-যাপন কৰি ভাল পাই তেওঁ স্পষ্টবাদী চিধা কথা কয় সেইকাৰণেই হয়তো তেওঁক বহুতেই বেয়া পাই.. বহুতে তেওঁৰ মনটোক বুজিও নেপায়.. তেওঁৰ মনটো এটি সৰু শিশুৰ নিচিনা যেতিয়া যি মন যায় তাকে কৈ দিয়ে..
কিন্তু যি কয় সচা কয় বেছি নিলিখো ইয়াত আৰু নোকোলাবগৈ দাদা আপোনাৰো তো এখনেই হিদয় আছে আৰু নো কিমানক বিলাই থাকিব হা আমাৰো তো এখনেই হিদয় আছে, শেষত আপোনাৰ শৰীৰটো যাতে সদায় সুষ্ট হৈ থাকে তাৰেই কামনা কৰিলো শেষত এটাই কম joi Zubeen da ❤🙏
Love you jattra family ❤😊📌
All credit goes to the anchor.. She is best among all the assamese podcast anchors I have watched. Love the way she maintain the balance, unlike other podcast anchors who often become over excited and loses the track.
জুবিন দাৰ গান শুনি টোপনি যাওঁ, পঢ়াত বিবেকে কাম নকৰিলে জুবিন দাৰ গান শুনিলে ভাল লাগি যায়। আপুনি মোৰ আদৰ্শ, অনুপ্ৰেৰণা, সাহস আৰু মোৰ বাবে আত্মবিশ্বাসৰ এটা প্ৰতীক। আপুনি ভালে থাকক, সুস্থ থাকক, দীৰ্ঘায়ু হওঁক। নেদেখাজনৰ ওচৰত তাৰে কামনা 🙏🙏🙏✨✨
জয় জুবিন দা 💕💕💖💖❣️❣️♥️♥️
Jai zubeen da ❤❤❤❤
B boys laga
Ganei hunim ne Kothai .. Magical Voice God gifted Artist.. King of Assamese music industry.. king of Assam .. Super Hero of Assam..
Borhat আমাৰ ঠাই ভাল লাগিল আপোনালোকৰ মুখত আমাৰ থাই খনৰ নামটো শুনি ❤ form borhat
প্ৰথমবাৰ ৰ বাবে জুবিন দাৰ দীঘলীয়া সাক্ষাৎকাৰ এটা চালো বৰ ভাল লাগিল সুন্দৰ উপস্হাপন যাত্রা আৰু আগুৱাই যাওঁক
সুন্দৰ এক সময় পাৰ কৰিলো এই যাত্ৰাত…… জুবিন দাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
Mod khai thakuta aikaita gan hune dela harai jau korobat 😔 love you Zubin da ❤️🩹😘😘🥀
Eman dhuniya voice ooo vogoban pagol hoi jam moi❣️❣️❣️❣️❣️❣️
জুবিন গাৰ্গ সুযোগ সু সম্পন্ন গুনগাহীসমৃদধ সাধনাদায়কপৰভাৱশালি সকলো মানুহৰ হিয়াৰ হৃদয় ৰ বুকুৰ মৰমৰ জুবিন গাৰ্গ আমি কিমান যে ভাল পাও বুজাব বৰ্ননা দিব নোৱাৰি স দায়ে আশীৰ্বাদ কৰি থাকো ভগৱানে কুশলে ৰাখক দীঘায়ু হক
Love❤ You Zubeen Da❤ নিজৰ স্বাস্থ্যৰ অলপ যত্ন লবলৈ অনুৰোধ জনালোঁ 🙏
Zubeen da নিজৰ কথাৰ নাভাবে
❤❤❤❤
❤❤❤❤
❤❤❤❤❤❤
Jai jubeen da
আকৌ এবাৰ লিখিলোঁ ।সকলো সম্পৰ্ক বিৰল কিন্তু ভাতৃৰ মৰম জীৱন সুন্দৰ কৰা আন এক গৌৰৱ ।ভাতৃ এজন আন এজন ভাতৃৰ সমল জুবিন গাৰ্গে কোৱাৰ দৰে । কুখলে থাকক সকলো।
Legendary Singer,actor ,director ,talented composer,great human being and my all time favourite......The Zubeen Garg.
Love this man
খুবেই সুন্দৰ এটি অনুষ্ঠান বা...❤ & Zubeen da always our legend..আগলৈও এইদৰে সুন্দৰ সুন্দৰ অনুষ্ঠান চাবলৈ পোৱাৰ আশাৰে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ..
🎉
প্ৰকৃতিষ্ঠ অৱস্থাত জুবিন গাৰ্গৰ আটাইতকৈ আকৰ্ষনীয় আৰু সুন্দৰ বাৰ্তালাপ
Zubeen Daa 🔥
সাংঘাটিক show এটা হ'ল দেই।সেই কাৰণে ভাল লাগে মানুহ জনক।
বৰ ধুনীয়া লাগিল চাই ।
জয় জুবিন দা।
অহা জনমত আকৌ মিউজিচিয়েন 'হব লাগিব দেই জুবিনদা।
Zubeen da .... aponar karne kalija lagileo hemahi nkro ❤❤❤❤❤❤❤
প্ৰথম বাৰ চালো ইমান সুন্দৰ এটি অনুষ্ঠান ❤❤❤
rati ghum nohaloi ke moi zubeen dar interview tu sai bohut vl lagil aru fast time RUclips channelot gan Goya dekhilu anekoi kinu likhim zubeen dar koth bhakhare ba kothare bujab noyaru joi zubeen da i❤you ba
বৰ ভাল লগা বাৰ্তালাপ।ভালপাও জুবিন দাক।স্বাস্থ্যৰ যতন লওক।আইচেংফা বাৰ যাত্ৰাই অসীমলৈ যাত্ৰা কৰক।❤❤
আইচেংফাৰ অনুষ্ঠানত জুবিনৰ জীৱনৰ আৰু উত্তৰ পুৰুষৰ কিছু কথা জানিলো বহুত ভাল লাগিল ৷ জুবিন দীৰ্ঘায়ু হওক আশীৰ্বাদ থাকিল ❤❤
ধন্যবাদ বা, এইজন জুবিন গাৰ্গক দেখা পাবলৈ দিয়া সঁচাকৈ সৌভাগ্যবান।
Ai2 song t zubeen da r agor voice tu ahi goise❤❤❤ufsss heart touching
মানুহ জনক ভাবি ভাবি পাৰ নাপাওঁ। এসাগৰ আবেগৰ, মৰমৰ মানুহজন। ঈশ্বৰে সদায় যেন কুশলে ৰাখে। ❤
অতি সুন্দৰ পৰিবেশন। অতি সুন্দৰ অনুষ্টান । বৰ ভাল লাগিল। শুভেচ্ছা জনালো।
Zubben daa always rock
জুবিন গাৰ্গ সৈতে সাক্ষাৎকাৰ চাই বৰ মনোমুগ্ধকৰ আছিল।
Jaatra aji prothom bar salu 👍👌🙏👉👉👉 bohut special hoi
One of the most sober interviews of Zubeen .....21.43 to 23.30 ...Best part ❤
Aiyo koliza2..Dada jen hodai ekey age hoi thakok kunudin je burha nhouk,ru hodai dhuniya dhuniya gaan gai jauk enekuwa lge ... love you zubeen Da .n God bless you 🙏🥰❤❤❤
য'ত ভগৱানক বিচাৰি পোৱা যায় তাত ভক্তৰ সমাবেশ ঘটিবই, ই ধূৰুপ । ❤💚
আইচেংফা তুমি আনতকৈ বেলেগ ধৰণে ভাল লগাকৈ কথাবোৰ পাতা শুনি ভাল লাগে
সঁচাই বহুত ভাল লাগিল....... জুবিন নহয়...জীৱন.....যি সুৰেৰে মানুহক জীৱন দিব পাৰে...যাৰ সুৰে শেষ হৈ যাব ধৰা এটা জীৱনক.....এটা নতুন জীৱন জীয়াবলৈ পেৰনা দিয়ে।।।❤
বাকী বা তোমাৰ বিষয়ে ইমান নাজানো, তোমাৰ নাম টো কিবা এটা বহুত ভাল লাগিল, "আইচেংফা❤" বাকী "ৰেন্ মৌ" শব্দটো কিবা এটা ভাল লাগিছে।।। বাকী আৰু এনেদৰে কাৰি জোৱা চাই যাম।।।
1 sec skip ni kowa. Emn a vl lagila ba ❤ koboloi word nii ❤
Best part ... 21:43 ufff direct heart ..gaan tut humaigoisilu... touching ZUBEEN DA ❤❤❤❤... skupani uliai dile...
The 1st interview episode that i have completely enjoyed ...love you জুবিন দা ❤...and thank you ৰেন্ মৌ 😊
জুবিন মাথো এটি নাম নহয় আমাৰ আবেগ তেওঁ❣️🌼
I love you Zubeen da ❤❤
বাৰ্তালাপটো 🙂
দাদাৰ কৰবাত এটা দুটা কথাত বৰ আবেগিক হৈ গৈছিলো,
সঁচাই বহুতেই ভাল লাগিল video টো 💌
ঈশ্বৰে যাতে আমাৰ জুবিন দাক কুশলে ৰাখক তাৰেই প্ৰাৰ্থনা 🙏🏼