মৃদুলা বৰুৱাৰ সুখ আৰু দুখ | মানুহজন ঢুকুৱাৰ পাছত অকলশৰীয়া হৈ পৰিলোঁ...

Поделиться
HTML-код
  • Опубликовано: 18 окт 2024

Комментарии • 27

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 6 месяцев назад +18

    অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অতি মোহময়ী, জনপ্ৰিয় আৰু চিৰসেউজ অভিনেত্ৰী। বাইদেউৰ অতি ভদ্ৰ ব্যৱহাৰ, আৰু গুৰু গম্ভীৰ ব্যক্তিত্বই আমাক আকৃত কৰে। অসমীয়া ছবি জগতৰ চিৰ সেউজ মোহময়ী অভিনেত্ৰী মৃদুলা বাইদেউক আমাৰ তৰফৰ পৰা অসমীয়া নববৰ্ষৰ লগতে অতিকৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। শেষত বাইদেউৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ❤❤❤

  • @nikumonibaruah5381
    @nikumonibaruah5381 6 месяцев назад +3

    Favorite actress

  • @DipikaMedhi-t8n
    @DipikaMedhi-t8n 3 месяца назад +5

    বাইদেৱে প্ৰতিমা নামৰ ছবিখনৰ। চৰিত্ৰ তোত খুব ভাল পাইছিলো।

  • @nikumonibaruah5381
    @nikumonibaruah5381 6 месяцев назад +2

    Our faverit actress

  • @nobinborah8327
    @nobinborah8327 5 месяцев назад

    আমি সৰুতেই অসমীয়া চিনেমাৰ পৰ্দাত দেখা পোৱা অতি মোহনীয়, ইমান সুন্দৰ কথাবাৰ্তা, ইমান লাজুকীয়া স্বভাৱৰ। লাজেই নাৰীৰ ভূষণ। গুৰু গম্ভীৰ।তেখেতক যেনেকুৱা চৰিত্ৰতেই দিয়ক খুব সুন্দৰ কৈ ফুটাই তুলিব পাৰে। আমি কোনো দিন ব্যক্তিগত ভাৱে কাষৰ পৰা লগ পোৱাৰ সৌভাগ্য নাই হোৱা যদিও তেখেত আমাৰ সকলোৰে অন্তৰত সদায়েই থাকিব। তেখেতৰ সু-স্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰি প্ৰভু ভগৱন্তই তেখেতক সদায়েই চিৰসেউজীয়া কৰি ৰাখক। তাৰেই কামনা কৰি প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏🙏

  • @DipanjaliDuarah
    @DipanjaliDuarah 5 месяцев назад +1

    Bahut dinar muaràt dekha pai baidewk val lagil.ajikali dekha napaw thq

  • @anantamonafurontamusical3230
    @anantamonafurontamusical3230 5 месяцев назад +1

    মৃদুলা বৰুৱাক মই কোনোদিনে লগ পোৱা নাই কথাপি মোৰ দৃষ্টিত মৃদুলা বৰুৱা এজনী অসমীয়া জীয়ৰী অসমীয়া বোৱাৰী কাৰণ ছোৱালী বুলি কলে যিখিনি অলঙ্কাৰ খাকিব লাগে তেওৰ তাত মই দেখা পাও যেনে লাজকুৰীয়া স্বভাবৰ খোজকাটল কথাবতৰা মাৰ্জিত ব্যৱহাৰ ইত্যাদি আজিৰ একট্ৰেজ বা চেলিব্ৰেটিজ বোৰে যি ধৰণে ৰথা কয় তেও নকয় সগায় নমনীয় সেয়ে অসমীয়া বুলি কৈছো ভাল লাগে মৃদুলা বৰুৱাক তেও যদিও কয় তেওৰ দুখ নাই তথাপি দেখিলে এনে লাগে যেন দুখৰ চাদৰ এখনে তেওৰ গাৰ আচল হৈ তেওক আবৰি আছে মই এদিন যাম তেওৰ ঘৰলৈ চিনাকী হৈ কথা পাতি আহিম ঘৰটো হয়তো চাট্ৰিবাৰীৰ পুখুৰীটোৰ প্ৰায় পাৰতে

  • @vltmanashff
    @vltmanashff Месяц назад

    Mridula baidewr amr ati mromr❤❤

  • @KAVITAKUMARI-lr2ql
    @KAVITAKUMARI-lr2ql Месяц назад

    eman dhunia teu❤

  • @ManjuBoruah-q6o
    @ManjuBoruah-q6o 6 месяцев назад +2

    মৃদুলা বা বহু ধয্যশীলা ।

  • @MonimalaKhowa
    @MonimalaKhowa Месяц назад

    বিজু ফুকনৰ লগত হে ভাল লাগিছিল ।

  • @pallavibharali8513
    @pallavibharali8513 5 месяцев назад

    Baidew axomiya cinema r ataitkoi dhunia actress..Marjito bhabe Kapur pindha baidew amar bor Priya.. baidew xuswasthya kamona korilu ❤

  • @manishagoswami8427
    @manishagoswami8427 6 месяцев назад

    Mridula baideu k dekhi bohut bhal lagil.Baideu apuni agor dorei dhunia hoie ase

  • @kusumray6443
    @kusumray6443 2 месяца назад

    Mridula baideur lora sowali ase nai jonab de moi baideur china Sai bahut val lage❤❤😂🎉🎉😢😢😢

  • @Tripti-sr3ql
    @Tripti-sr3ql 6 месяцев назад

    ❤❤❤❤❤

  • @munumunu2254
    @munumunu2254 6 месяцев назад

    Eman dhunia sabo parem aru aponak

  • @JeutiMedhi-ns4sp
    @JeutiMedhi-ns4sp 2 месяца назад

    মোৰ বৰ মৰড়ৰ বাইদেউ ।।

  • @labanyagogoi1426
    @labanyagogoi1426 5 месяцев назад

    বাইদেউৰ এখন ছবি "প্ৰতিমা" নামৰ কথাছৱি খনে বহুতো সাঁচ বহুৱাইছিল ,এতিয়া বিচাৰি পাবলৈ নাই দেখুন

  • @munumunu2254
    @munumunu2254 6 месяцев назад

    Bohut val lagile sabo bisaru

  • @Pranabkumai-k2v
    @Pranabkumai-k2v 5 месяцев назад

    Baidewr dirghayu kamana korilu ......

  • @molinadas9009
    @molinadas9009 6 месяцев назад

    Fatema pehir ovinotu ketiau pahoribo nuaru..aaru koka Deuta Nati hatir saritrotu tut bor monot pora tenekua ditiyo goraki aajiloi bisari pua nai miss koru bahut..

  • @munumunu2254
    @munumunu2254 6 месяцев назад +1

    Ame sabo bisaru bidu

  • @rupasaikiabora2967
    @rupasaikiabora2967 6 месяцев назад

    বাইদেউ ৰ সন্তান নাই নেকি ।এবাৰো নকলে যে ?

    • @bkp9774
      @bkp9774 6 месяцев назад

      নাই অ , নহল,