মাজুলীৰ তুলিকাৰ কণ্ঠ || Sanglap( সংলাপ ) With Snigdhasikha || Majuli's Tulika

Поделиться
HTML-код
  • Опубликовано: 2 дек 2018
  • মাজুলীৰ তুলিকাৰ কণ্ঠ || Sanglap( সংলাপ ) With Snigdhasikha || Majuli's Tulika

Комментарии • 754

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi 3 года назад +9

    তুলিকাৰ Progame দেখি শুনি খুবেই ভাল লাগিল। তেওঁৰ এই প্ৰতিভা দেখি সকলোৱেই আশীৰ্বাদ দিব লাগে আৰু দিব লাগিব।Thank you তুলিকা Thank you so much.

  • @madhabdasvlog1837
    @madhabdasvlog1837 5 лет назад +9

    সচাঁই আপ্লুত হ'লো ভণ্টী হঁতৰ কণ্ঠ শুনি । বিশেষকৈ তুলিকা ৰ কণ্ঠই আচৰিত কৰি তুলিছে । আগবাঢ়ি যোৱা তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ

  • @nirmalkutum1733
    @nirmalkutum1733 5 лет назад +2

    বৰ ভাল লাগিল তাইৰ মাত হুনি

  • @bhogeswarborah1854
    @bhogeswarborah1854 5 лет назад +7

    তুলিকা তথা বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ লগতে DY365 লৈও অশেষ ধন্যবাদ থাকিল

  • @bitupanbaruah6335
    @bitupanbaruah6335 5 лет назад +53

    সুন্দৰ কণ্ঠ,,,,,,সচাঁই আপ্লুত হৈছোঁ,অসমৰ প্ৰত্যেক খন স্কুলত এনেকুৱা পৰিবেশ বিচাৰো

  • @prabingogoi4957
    @prabingogoi4957 5 лет назад +10

    বহুত সুন্দৰ তুলিকা, তোমাৰ অনন‍্য প্ৰতিভা শলাগিবলগীয়া

  • @chandrodoy1702
    @chandrodoy1702 5 лет назад +13

    ..Ankitar voice tu bor xuwola ! val lagil xokolure performance !

  • @pulaksonowal1651
    @pulaksonowal1651 4 года назад +3

    বৰ ধুনীয়া কণ্ঠ তাইৰ আগুৱাই যোৱা তুমি তুলিকা

  • @satyakhanikar8709
    @satyakhanikar8709 3 года назад

    khub dhuniya poribekh.... val lagil anusthan tu purana holeo

  • @rabindrabarman4432
    @rabindrabarman4432 2 года назад

    Tulika xosakoi abar indian idol t jabo lage

  • @user-hs8cp9de1t

    হে পঠিক জিৰোআহি তাপিত জীৱন খনতেক বহিলে হিয়া পৰিব সিতল ভাগৰুৱা পঠিকৰ শন্তি নিকেতন অময়া প্ৰেমৰ পুৰি গিৰি সন্ধাচল।

  • @creatorbhupen9460
    @creatorbhupen9460 5 лет назад +22

    সঁছাকৈ ই এক হৃদয় চুই যোৱা পৰিৱেশ, সঁছাকৈ মই এতিয়া কাক সলাগিম তুলিকা তুমাৰ কথাটোতো কবই নালাগে বিদ্যালয় খনও বহুত মনোমুগ্ধ | এনে এখন বিদ্যালয়ত মইও পঢ়িবলৈ পোৱা হ'লে নঠৈ আনন্দিত হলো হয়| ধন্যবাদ DY365. তুলিকা

  • @bijoydvlog2355
    @bijoydvlog2355 5 лет назад +7

    কি বুলিনো ধন্যবাদ জানো ভাষা নাই ৷৷ তুলিকা তুমি আৰু আগ

  • @oxomiyajiyori_youtubechann6046
    @oxomiyajiyori_youtubechann6046 4 года назад +2

    Reality showr bhut protojogitkoi bhut oprt tulika...🙏🙏🙏😍😍😍😚😚😚😚😚😚😚😚god gifted..bhogobanok bishwakh kora bore prithibot xday ujoli uthe ..bakibor dudinor babehe...

  • @bikidas4484
    @bikidas4484 5 лет назад +7

    বৰ ধুনীয়া গীত তোমাৰ গীত বোৰ শুনি বহুত ভাল লাগিছে তুলিকা

  • @prasenjitnath1519
    @prasenjitnath1519 5 лет назад +8

    অতি সুন্দৰ ।।

  • @biswajitboruah85
    @biswajitboruah85 5 лет назад +14

    এটি সুন্দৰ কণ্ঠ .....শুনিলে শুনি থাকিব মন যোৱা.....

  • @nilagogoi4304
    @nilagogoi4304 5 лет назад +1

    বাহ বাহ তুলিকাৰ বাইদেৱেকৰ কন্ঠ বাহ সঁচাই কতো তুলনা নাইআৰু অন্য কেইগৰাকীৰো সুন্দৰ

  • @rashmiphukon5552
    @rashmiphukon5552 5 лет назад +3

    Xundor school..Gurumondolik hewa jonalu....Tulika God bless u...all student loi mur hiya vora xuveisha jonalu

  • @premsautal470
    @premsautal470 5 лет назад +77

    মধুৰ কন্ঠ ভন্টি বৰ ভাল লাগিল গীতবোৰ ভৱিষ্যত উজ্বল কামনা কৰিছোঁ ।