JAGANNATH | জগন্নাথ | TULIKA SAIKIA | লোকগীত | তুলিকা শইকীয়া | ৰাসৰ গীত ২০২৩

Поделиться
HTML-код
  • Опубликовано: 18 окт 2024
  • এম-ষ্টুডিঅ' আৰু এপেক্স ষ্টুডিঅ' ৰ নিবেদন...
    গীত : জগন্নাথ
    কথা/সুৰ: পৰম্পৰাগত
    কণ্ঠ: তুলিকা শইকীয়া
    সংগীত/শব্দ বাণীবন্ধন/সংমিশ্ৰণ: মনদীপ বৰা (এম-ষ্টুডিঅ)
    বাদ্যযন্ত্ৰত: অচ্যুত বৰা (ঢোলক), মনদীপ বৰা(বাঁহী),জিন্টু নেওগ(পাৰ্কাচন), ৰঞ্জিত শইকীয়া (দোতাৰা)
    গ্ৰাফিক্স:প্ৰাঞ্জল বৰা, এপেক্স ষ্টুডিঅ'
    কৃতজ্ঞতাত: নোমল শইকীয়া, নিকুমণি শইকীয়া আৰু পৰিয়ালবৰ্গ, অমিয়া বৰা, ৰশ্মিৰেখা নাথ

Комментарии • 14

  • @arundhatiphukon5210
    @arundhatiphukon5210 6 месяцев назад +2

    অতি সুন্দৰ তোমাৰ কন্ঠ। বহুত আশীৰ্বাদ দিলোঁ দেই।

  • @tulikasaikia4604
    @tulikasaikia4604 10 месяцев назад +4

    ধন্যবাদ মনদীপ দাদা , অচ্যুৎ খুৰা ,প্ৰাঞ্জল দাদা ৰঞ্জিত খুৰা ইমান সুন্দৰ কৈ গীতটি উপহাৰ দিয়াৰ বাবে🙏❤️🥺

  • @dipensaloi652
    @dipensaloi652 2 месяца назад

    Tulika you are great.we are proud of you .god bless you

  • @Kushalriyan-zv4or
    @Kushalriyan-zv4or Месяц назад

    অতি সুন্দৰ ❤❤👍

  • @dipshikhabora8525
    @dipshikhabora8525 27 дней назад

    ❤❤❤

  • @Cubelo2007
    @Cubelo2007 10 месяцев назад +1

    Proud to be a majulian❤❤❤

  • @dimbeswargogoi9576
    @dimbeswargogoi9576 8 месяцев назад +1

    খুব ভাল লাগিল । তুলিকাৰ গীত বিচাৰি ফুৰোঁ । আজি পালোঁ । পাই খুব ভাল লাগিল ।

  • @pulakjyotikalita6972
    @pulakjyotikalita6972 10 месяцев назад +1

    সফলতাৰ দিশে আৰু এখোজ আগুৱাই যোৱা.... বহুত মৰম আৰু শুভেচ্ছা থাকিল

  • @anudevi6963
    @anudevi6963 5 месяцев назад

    ধুনীয়া হৈছে ❤❤

  • @DeboDeka-f4k
    @DeboDeka-f4k 5 месяцев назад

    Tulika
    Sundor
    Khub

  • @ROHINIkrDas-fx1uu
    @ROHINIkrDas-fx1uu Месяц назад

    অতি মধুৰ কণ্ঠ !

  • @banidutta6211
    @banidutta6211 10 месяцев назад

    অতি সুন্দৰ তোমাৰ কণ্ঠ

  • @JogenPegu
    @JogenPegu 3 месяца назад

    সচাাকৈ সিমান শুৱলা মাত তোমাৰ ৷মই৷তোমাক৷মোৰ ভাষাৰে বুজাব নোৱাৰিম ৷ভগবানৰ কাকতি৷কৰিছো তোমাৰ ভবিষ্যতে

  • @Devilkaustav
    @Devilkaustav 9 месяцев назад

    Agor gaan tu besi Val hoise ........4 bosor agot jitu record korisile xeitu