Mustafa Kamal ভিডিওটা শেয়ার করবেন মোস্তফা কামাল আজহারী সাহেব ভিডিওটা দেখতে পারে

Поделиться
HTML-код
  • Опубликовано: 2 дек 2024

Комментарии • 13

  • @HamidAli-yk6rf
    @HamidAli-yk6rf Месяц назад +2

    এইয়াই নেকি ইছলামৰ আদৰ্শ। ইছলামৰ প্ৰাথমিক জ্ঞান কণো তহতৰ নাই। প্ৰকৃত মুছলমানৰ স্বভাৱ চৰিত্ৰ আৰু কথা বতৰাৰ আচৰণতে পৰিচয় থাকে। আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। দাড়ি আৰু টুপী থাকিলেই মুছলমান নহয় কিন্তু। ডাঙৰ ডাঙৰ ডিগ্ৰী বোৰৰ মূল্য তেতিয়া হে থাকিব যেতিয়া সেই বিষয় বস্তু ৰ প্ৰাথমিক জ্ঞান কণ থাকিব। প্ৰকৃত মুছলমান হ'বলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগিব সেই প্ৰাথমিক জ্ঞান কণ আগতে আহৰণ কৰি লওক। পৃথিৱীৰ কোনো মুছলমান কোৰান শ্বৰীফ ৰ উৰ্দ্ধত নহয়। সি যিমানেই ডাঙৰ ডিগ্ৰীধাৰী নহৱক কিয়। ইছলামে শান্তি বিলাই। আৰু আপোনালোকে ইছলামৰ নাম লৈ কি কৰি আছে এবাৰ নিজক শুধি চাৱক আপোনালোক নিজে ইছলামৰ গণ্ডীৰ ভিতৰত আছে নে???

  • @AbdulAhmed-iy9ub
    @AbdulAhmed-iy9ub Месяц назад +1

    Mostofa Kamal toi ATA okhot manuh hoi

  • @TariqueHussain-l5u
    @TariqueHussain-l5u Месяц назад +1

    ই অসভ্য. া

  • @SkBodybuilder-q5z
    @SkBodybuilder-q5z Месяц назад

    Ai kamal toi muba hobi akdin