Thik koise ai duyutar kotha ki kom nijok bikhyat koriboloi ji ti koi jar ji ji dharmo sali ahise solibo dibo lage beleg dharmor against t kotha kuwar amar adhikar nai aijonir ghor wali goise tai belegor uporot bz nije thik thikilei hoi
Kokai Tumi jiyei prosar nokora ami tumak myfoot koleu besi nohoi aru garu2 kori aso je toi moi photo dim neki garu boli diboloi kenekoi bandhi thoise ki hihoti garu Puja nokore neki
Asolote kurbani mane hoise tayag kora ghorot puha moromor mohabbat r jontu kurbani dibo lage sagoli dumba but sagoli nidi goru diye mane homajot anekuwa kisuman manuh ase mangho kini khabo pora hamortho nai so ajir homajor manuhe goru kurbani diye mangho besi ke pabo dukhiyak dibo pare buli kisuman manuhuhe koi cmmnt korar babe bitorko nokoribo moi bitorko val napaw
I as a sanatan Hindu hereby respect and bow to Mustafa sir.Mustafa has obtained the azhari degree from a reputed international university of Africa.Such a wise person is always welcome in world human society.
কি কম বাইদেউ গৰু গৰু কৰি কি পাব ? গৰু কোৰবানী নিদিলেও হয় ঠিক তেনেকৈ কালি পূজাত ছাগলী ভেড়া আদিও দিব নোৱাৰিব । গৰুৰ বাহিৰে ছাগলী কাটিব পাৰে কিন্তু গৰু নোৱাৰে এয়া কি কথা ছাগলী জীৱ নহয় নেকি ? যি সকলে সদায় হিন্দু মুচলমান কৰি থাকে সিহতে কেতিয়াও হিংসা নকৰাকৈ নাথাকে । গৰু কেনেকৈ মাতা হল ? গৰু মাতা হলে পিতা কোন ? আজাহাৰী আপুনি ভৱা মতে ধৰ্ম নচলে । সকলো ধৰ্ম চলে কাল্পনিক কিতাপ মতে। যদি সচা জানিব বিচাৰে তেনেহলে ধৰ্ম ত্যাগ দিব লাগিব ।
হিন্দু ধৰ্মাৱলম্বী লোকসকলে সদায় সকলোকে আকোঁৱালি লয় । আৰু মুছলমান ভাই সকলে সদায় মানুহক
নিস্বাৰ্থ ভাবে সহায় কৰে । আমি হিন্দু মুছলমান কৰি থকাতকৈ মানৱ জাতিৰ উন্নতিৰ ফালে আগবাঢ়ি ব লাগে ।
Thanks for your commant
Thik koise ai duyutar kotha ki kom nijok bikhyat koriboloi ji ti koi jar ji ji dharmo sali ahise solibo dibo lage beleg dharmor against t kotha kuwar amar adhikar nai aijonir ghor wali goise tai belegor uporot bz nije thik thikilei hoi
Kokai Tumi jiyei prosar nokora ami tumak myfoot koleu besi nohoi aru garu2 kori aso je toi moi photo dim neki garu boli diboloi kenekoi bandhi thoise ki hihoti garu Puja nokore neki
Hindu Muslim hakalu eakata hoi thakiba lage,bandhutta eanajoriar bandhkhai
বৰ সুন্দৰ যুক্তি বাদী আলোচনা, শুনি ভাল লাগিছে,😁👌👍😁
Thanks
ডিগ্ৰী থাকিলে যে জ্ঞানী হয়, হেই কথা সঁচা নহয়, ভাইজান এ থিক কৈছে, ধন্যবাদ ,
Suda bhai jan 😂 kotimarim
আলোচনা খিনি ভাল লাগিছে।মুস্তাফাই ভাল কথা কৈছে,
মুস্তাফা কালাম আজহাৰী এজন ভাল গ্যানী লোক হয় তেওঁ নিশ্চয় শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী আজান ফকীৰ আদৰ্শ ৰে আমাৰ সমাজ খন চলাই নিবলৈ চেষ্টা কৰিছে কালাম ভাইলৈ আশেষ ধন্যবাদ জনালো ❤❤❤❤🎉🎉🎉🎉
কামাল আজাহাৰীক সকলো ধৰ্মৰ মানুহে ভাল পায়। তেওঁ আল্লা/ভগৱানৰ প্ৰিয়।
ভাল লাগিল যুক্তিবোৰ
উচিত কথা কৈছে।
মানুহজনে একেবাৰে শুদ্ধ অসমীয়া কৈছে---সেইকাৰণে ভাল লাগিছে ।
তেওঁ এজন অসমীয়া, ধৰ্ম ইছলাম, মই খিষ্টান অসমীয়া ।
@@bkp9774 ধন্যবাদ আপোনাকো নমস্কাৰ---আমি অসমীয়া সেইটো আমাৰ প্ৰথম পৰিচয়---এনেদৰে সকলোৱে ভবা হ'লে কিমান ভাল হ'লহেতেন ।
@@bkp9774্ৰীষ্ট্ৰান ধৰ্মই আনক উপলুঙা কৰা বা হিংসা কৰা অনুচিত বোলি কয় হয় নে?
@@assam2006 সকলো ধমতে আছে আনক ঘিণ বা অপমান নকৰিবা---সকলোকে সমান ভাবে চাবা---আমি সকলো একেজন ঈশ্বৰৰে সন্তান---
Sagol. Ki nachai pagole ki nokai
প্ৰথমেই আমি মানুহ হিচপে জিয়াই থকাটো প্ৰধান ধৰ্ম ই কাকো ওচ নিচ কৰিব কোনোবা নাই মানুহে কৰিছে ।মানব সেৱাই প্ৰধান ধৰ্ম।মন্দিৰ, মছজিদ, গিৰ্জাঘৰবোৰ হৈছে উপাসনাৰ স্থল ,মনজোৰোবা পৰিবেশৰ স্থলী।❤🙏🙏🙏🎉🎉🎉
আজহাৰি আপুনি সচা কথা কৈছে ধন্যবাদ
Kamal You are a man of man,thank you very much.
সৎ আলোচনা। ই সম্প্ৰীতি গঢ়াত সহায় কৰিব ।
এইজনে প্ৰকৃত শুদ্ধ কথা কৈছে । কোনো ৰ্ধমীয় শাস্ত্ৰত জীৱ সত্যা কৰিবলৈ কোৱা নাই । জীৱৰ প্ৰতি দয়াশীল হবলৈহে কৈছে । নৱ প্ৰজন্মই ধমীয় গ্ৰন্থ কুৰাণ, ভাগৱত, কীৰ্তন, দশম, ঘোষা , ৰত্নাৱলী পঢ়ি প্ৰকৃত জ্ঞান লব লাগে ।
মুষ্টাফা Kamal শুদ্ধ কথা কৈছে।
Apuni akebare sudhho kothay koise Eid ot goru kurbani diya to baddhyota mulok nohoy. . You are right Mustafa sahab. Ut kurbani diya hoicil agote
আমাৰ ওচৰৰ মুছলমান গাৱঁত 10 টা মান কাটিছে গৰু ৷ বেয়াই লাগে ৷ আপোনাৰ কঠাক সন্মান জনাও ৷ সচায়ই ময়ো ভাবো ইদত ভাগ ললো হৈ ৷ গৰু নহয় যদি অন্য কিবা হলে হৈ ৷
Apuni gahori khai ni😂😂😂😂
ঈদৰ সময়ত আমাৰ হিন্দু বোৰেই অধিক দাম পোৱাৰ লোভত মুছলমান লোকক গৰু বিক্ৰী কৰি দিয়ে। সেইটোক কি কব আপুনি?
Asolote kurbani mane hoise tayag kora ghorot puha moromor mohabbat r jontu kurbani dibo lage sagoli dumba but sagoli nidi goru diye mane homajot anekuwa kisuman manuh ase mangho kini khabo pora hamortho nai so ajir homajor manuhe goru kurbani diye mangho besi ke pabo dukhiyak dibo pare buli kisuman manuhuhe koi cmmnt korar babe bitorko nokoribo moi bitorko val napaw
@@kasimali6728 গাহৰিৰ লগত কথা নাই ৷আমি খাতি অসমীয়া ৷
@@basantahira8645 সেইটোৰ লগত একো কথা নাই ৷ মাত্ৰ কথা খিনি ভাল লাগিছে ৷
মানুহজনে নিৰপেক্ষ ভাৱে যুক্তি সংগত কথা কৈছে । ভাল লাগিল ❤ এওঁৰ দৰে এসময়ত আমাৰ মহাপুৰুষ শংকৰদেৱেও আমাৰ হিন্দু ধর্ম ৰ বলি বিধান প্রথা যে অমানৱীয় সেই কথা যুক্তি সংগত ভাৱে বিচাৰ কৰি সমাজক বাট দেখুৱাইছিল, আমাৰ অসমৰ অসমীয়া 80℅ মানুহে ই তেওঁৰ কথাক সঁহাৰি জনাইছিল আৰু বলি বিধান নিয়ম এৰিছিল, ঠিক সেইদৰে এই সুশিক্ষিত মানুহজনেও নিজৰ সমাজখনৰ ভুল নিয়মবোৰ আঁতৰাই পোহৰ কৰিব বিচাৰিছে তেওঁক প্রতিজন মুছলমান বন্ধু বান্ধবীয়ে আদৰি, সহাৰি জনোৱাটো উচিত। পুৰনি নিয়ম বুলিলে সকলোখিনি য়েই যে ভাল হৱ' তেনেকোৱা কোনো কথা নাই ন,
ঈশ্বৰ আল্লাহ তেৰে নাম , সবকো সওন্নতি দে ভগবান।
আপোনালোকৰ আলোচনাখিনি বহুত ভাল পালো।
মুস্তাফা ডাঙৰীয়া কথাবোৰ বহুত ভাল লাগে । এখেত খিলঞ্জীয়াৰ মোছলমান অসমীয়াৰ ভাষাত বৰ ধুনীয়াকৈ বুজাই দিব পাৰিছে । এখেত যে উচ্চ শিক্ষিত ব্যক্তি এখেতৰ কথাবোৰতে বুজি পোৱাৰ যায় ।
আজহাৰী ভাঙৰীয়া আপোনাৰ সংস্কাৰী নীতি বচন বোৰ সামাজিক ভাবে প্ৰাধান্য বিস্তাৰ হৈছে। আপুনি আগুৱাই থাকক ধন্যবাদ।
আজহাৰি য়ে যি কৈছে সঁচা কথা কে কৈছে । সত্য সদায় জয় ।
Muslimor boiya koi asena xaikarone valpaisano
ৰুমী ভনী আনে কি কৈছে তুমি তালৈ কাণ নিদিবা। তুমি নিজৰ কামত সাহসেৰে আগোৱাই যোৱা। নিচ্ছয় সফল হবা
অতি সুন্দৰ কথা কলে আপোনাক প্ৰণাম জনালোঁ 🙏
দাদা বিদ্যালয় মহাবিদ্যালয়ত পঢ়িলে এজন মানুহ শিক্ষিত নহয় , কথা বতৰাত হে গম পাই মানুহ জন শিক্ষিত হয় নহয় । দাদা আপোনাৰ কথাত গম পোৱা যায় আপুনি এজন সচাই বহুত শিক্ষিত মানুহ হয় ।
কুৰ্বানি দিব লাগে বা বলি দিব লাগে আমাৰ মনৰ বেয়া খিনি ,হিংসা,আৰু আমাৰ মনৰ বেয়া চিন্তা ধাৰণা ৰ খিনি । হিন্দু ধৰ্ম এতিয়া বাৰু বলি বিধান কমিছে আচলতে আল্লাই আৰু ভগৱানে আহি টো কোৱা নাই আমাক জীৱৰ তেজৰ বলি লাগে বা কুৰ্বানি ।আমি টো কোমোৰা আদি পাচলি খিনি বলি দিব পাৰোঁ এতিয়া বাৰু সেইটো কৰা দেখা গৈছে পূজা ত বাকী আমি মানুহ সকলো মিলি জুলি থাকি অসম খন ক ভালদৰে জিলিকাব লাগে 🙏🙏
Ekebare monor kotha khini koisa tumi❤
@pranjalisvlogs5092 umm
কামাল আজাহাৰিৰ কথাবোৰ যুক্তিসংগত ❤
Ram Rohim 👬 Bhai Bhai 🤝Hindhu Muslim jatir bhedabed nokora manuhok Moi নমস্কাৰ jonaisu 🙏এই দুদিনীয়া জীৱনত সকলোৱে মিলি জুলি থাকিব লাগে 🙏🙏🙏
Thank you so much both of you very good topicks
শুব ভাল লাগিল কিছু কথা শুনি আপুনি নিৰ্ভীক ৰে আগবাঢ়ি যাওক
🎉Hosa kotha koise Mustafa Kamal e
আজহাৰী আপুনি আপোনাৰ আৰু আমাৰ সমাজখন সঠিক পথত লৈ যাওক ।
সচাঁ কথা দেই বন্দু, কথাষাৰ শুনি ভাল লাগিল
বৰ সুন্দৰ আলোচনা কৰিলে। ভাল লাগিল 😊😊
মোস্তফা কামাল আজাহারি,, আপনার সিদ্বান্ত সঠিক। কাৰ্য কৰ কৰা হৈছে কঠিন,,,,,,
মুস্তাফা ডাঙৰীয়াৰ কথাখিনি শুনি ভাল লাগিল। তেখেতৰ কথাত যুক্তি আছে।
মানুহৰ এইটো স্বভাৱ শত দুটা বেয়া কলেই বা কৰিলেই বাকী আঠান্বৈটা বেয়া হৈ পৰে। গতিকে কোনে বাৰু এশৰ ভিতৰত এশয়েই শুদ্ধ কৰে
Xoshakai,Bohut bhal lagil",,Atmoxomalushona jodi Ami nokoru,ketiyau Ami xudho hobo nuwaru
Good speech. ❤ That's why need higher education.
কামল ভাই সঁচা কথাই কৈছে । তেওঁৰ কথাবোৰ বহুত গুৰুত্বপূৰ্ণ আছে।
বৰ ভাল কথা কলে হিন্দু মুছলিম ভাই ভাই মোৰ মনত ভেদ ভাব নাই অ আল্লাহ
আজহাৰি চাহাব ঠিক আছে। মল্লা সমাজে বিভ্ৰান্তি কৰিছে।
Mulla samaj mane ki? Kun khon mulla samaj a goru qurbani kora tu compulsory buli prasar korise kobo ne?
এখেতৰ কথাত মই সমৰ্থন কৰোঁ।
Yes
ধন্যবাদ দুয়ুজন লৈ
আত্মা বেলেগ হলেউ
হবালুৰে তেজ ৰঙা❤
বাইদেউ,ইছলাম ধৰ্মত কোৰবানী দিয়াতো জৰুৰী, কিন্তু সেই সময়ত দুম্বা (ছাগলী প্ৰজাতিৰ)দিয়াৰ হে প্ৰথা আছিল ।অসমত দুম্বা পোৱা নাযায় সেয়েহে গৰু কোৰবানী দিয়া হয়।থিক তেনেদৰে আৰবত গৰু নাপায় সেয়েহে উট কোৰবানী দিয়া হয়। বিশেষ কথাটো হ'ল গৰু সাত জন ব্যক্তিৰ নামত নামাকৰণ কৰিব পাৰি আৰু ছাগলী কেৱল এজন ব্যক্তিৰ নামত নামাকৰণ কৰিব পাৰি।এতিয়া লক্ষ্যনীয় কথাটো হ'ল ইছলাম ধৰ্মত নিষেধ কৰা কথাটো হ'ল এনে কাম তুমি নকৰিবা যিটো কৰিলে অইন ধৰ্মাৱলম্বী লোকে অন্ত ৰত আঘাত পায়।আজি বহু বছৰৰ পৰাই অসমত কোৰবানী হৈয়ে আছে।আৰ বেৰ কৰিয়ে কৰি আছিল বা আছে। মূল কথাটো হ'ল কোৰবানীৰ অৰ্থ হল sacrifice
Yes 🥰🥰🥰
অতি সুন্দৰ আলোচনা
কথোপকথনখিনি বহুত ভাল লাগিল 🙏 ধন্যবাদ
Aponar kotha khini vl lagil vaijan
মুস্তাফা কামাল আজাহাৰী আপোনাৰ কথা খিনি শুনি বৰ ভাল লাগিছে আপোনাক ধন্যবাদ থাকিল
এনেধৰণৰ মানুহক প্ৰশাসনৰ ব্যৱস্থা কৰি দিব লাগে যিজনে দুয়ো ধৰ্মত ভৰি দি মানুহক বেয়াৰ আকৰ্ষণ লয়াইছে
মানুহ জনে সুন্দৰ মন্তব্য আগবঢ়ায় চে।
এই পাগলটোৰ আজিৰ কথাখিনিৰ লগত মই ১০০% একমত।
আনহাতে ভণ্টিজনীলৈ মোৰ আন্তৰিক ধন্যবাদ যাচিলোঁ।
🙏🙏🙏🙏 dhoinyobad salute bohut val lagil kotha botora xuni
কিতাপ পঢ়ি জ্ঞান আহৰণ কৰা তকৈ কামালৰ জ্ঞান উৰ্ধত। এয়াই ভাই ভাই ্্। ঈশ্বৰ আল্লা তেৰে নাম।।
খৃষ্টান সকলে যে গৰুৰ মাংস খায় সেই কথাটো কিন্তু নকয় কিয়। কেৱল মুছলিমসকলৰ কথা।
সুন্দৰ কথোপকথন💐 ভাল লাগিছে
Val lagil dada aponk...most welcome...
গাই গো মাতা, মহ দেউতা। যদি গাই গো মাতা হয়, তেতিয়া হলে ধৰি ললো মহ দেউতা।মন্দিৰত মহ বলি কোনে দিয়ে আৰু দিছিল। আইজনী মনে মনে থকা ।নিজৰ ধৰ্ম পালন কৰা আনৰ তোক সন্মান কৰা।
বৰ্তমান সময়ত তাক পিটিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে।
আপোনাৰ দৰে মানুহে ধৰ্ম সমাজত সংস্কাৰ আনিব পাৰে।
I as a sanatan Hindu hereby respect and bow to Mustafa sir.Mustafa has obtained the azhari degree from a reputed international university of Africa.Such a wise person is always welcome in world human society.
বহুত ভাল লাগিল দেই।
Bor val lagile video to Sai ❤😊
মোৰ 6টা দমৰা গৰু আছে আৰু টকাৰ বৰ অভাৱ ।গৰু খিনি কি কৰিম? এটা উপায় দিব নে? আৰু এটা বাজি গাই য়ো আছে।
Domora keitak school t nam logai diok jate manuh hobo pare
Baji gaijonik beji Mari gavini bonai diok
Mustafa Kamal right 👍👍👍👍
Bhal lagil juktibor
100%right kothabor koisa dada.letera bor sabah kori juwa.
He tells the real meaning of QURAN and ISLAM.
ভালো লাগিছ
moi assamr bahiyr pora video to saisu,bohut val lagil 100% xosa kotha koise, xosa kua manuh moi bohut val pau,karn mur mote moi 100% xosa kou aru kou,
সুন্দৰ উপস্থাপন।
Thank you to Azahari.
মানুহৰ অন্তৰ চাফা শুদ্ধ মনে ভগৱান আল্লাক পূজা কৰিলে গৰু গাহৰি বলি কথা নাহে, ভগৱান আল্লাই কোৱা নাই মোক গাহৰি বলি দিলে মই সন্তুষ্ট হম আল্লাই কোৱা নাই মোক গৰু বলি দিলে মই সন্তুষ্ট হম, আল্লাহ ভগৱান নামত এইবোৰ বলি মানুহ ৰুপি ৰাক্ষসে ভক্ষণ কৰে এইবোৰ বলি
Bhal lagil alosana to
মিচ ৰুবি আপোনাৰ কথা শুনি ভাল লাগিছে দে
Thanx for youtube family...❤
নিজৰ গতিত আলোচনা কৰি জাই ভাল লাগিল।
আপুনি আগবঢ়াই জাক❤
Bohut dhuniya lagise aapuna lukor kotha khini
Xasai bahot val lagile ktha xini khoni
Really great kamal
Great I personally appreciated
Kamal Ajahari zindabad
Alosona khini Val lagil
ভাল মানুহৰ সৈতে কথা পাতিছা এইটো হৈছে সবিছ।
সোমাই যোৱা গৈ
Aponalokar katha khini bahot val lagil aro ata katha garo gahari dotai
Good mur falor pora dujonoke thank you koisu good topics
Yes❤
Bor bhal lgil kotha khini ❤
ভাল লাগিল কথা খিনি তোমাৰ আগ বাঢ়ি যোৱা
Right 👍
Good..dada
কি কম বাইদেউ গৰু গৰু কৰি কি পাব ? গৰু কোৰবানী নিদিলেও হয় ঠিক তেনেকৈ কালি পূজাত ছাগলী ভেড়া আদিও দিব নোৱাৰিব । গৰুৰ বাহিৰে ছাগলী কাটিব পাৰে কিন্তু গৰু নোৱাৰে এয়া কি কথা ছাগলী জীৱ নহয় নেকি ? যি সকলে সদায় হিন্দু মুচলমান কৰি থাকে সিহতে কেতিয়াও হিংসা নকৰাকৈ নাথাকে । গৰু কেনেকৈ মাতা হল ? গৰু মাতা হলে পিতা কোন ? আজাহাৰী আপুনি ভৱা মতে ধৰ্ম নচলে । সকলো ধৰ্ম চলে কাল্পনিক কিতাপ মতে। যদি সচা জানিব বিচাৰে তেনেহলে ধৰ্ম ত্যাগ দিব লাগিব ।
Kamal mustaphak bohut Val lagil
Once Musta fa comments he told Allah or God have no house of religion of Muslim Hindu or Christ I support him
ভাল মানুহৰ ভাল কথা মুক্তৰ থিক কথা কয়ছে
❤thanks to mustafa kamal❤
আজিকালি বহুত পুৰুষে হিজৰাৰ ভাও ধৰি income কৰে। ইয়াৰ ওপৰত সন্দেহ আছে।
100 percent.....
Kamal jii apunak bahut bahut dhanya baad...... Aapuni bahut bhal manuh........ Ajjir manuhe bhal manuhak bhal napay..... Bahut beya din ahhi ashe..... Iswre hihatk sat budhi diya..... Ayai kaamna
কথা বিরাট ভাল লাগিসে