হাফিজ মাওলানা নুৰ আলম শইকীয়া খুব সুন্দর কথা আগবঢ়াইছে। কি সুন্দর কথা, কি সুৰ, কি কণ্ঠ মওলানা নুৰ আলম শইকীয়াৰ, আমি তেখেতৰ কথাত মুগ্ধ। আনহাতে কামাল আজহাৰী ৰ কোৰআন আৰু হাদীস সম্পর্কে জ্ঞানৰ অভাৱ আছে। অৰ্থাৎ কামাল আজহাৰীৰ আৰু বহুত Study ৰ প্ৰয়োজন আছে।
Bhut khanti palu apunalukor Juktijudda onushthan tur pora ❤❤❤❤❤bhut dhuniyaa Ami oxombakhi hantit thkibo bisaru ...logote apunalukor duyojon conversation bhut dhuniya 🎉🎉🎉🎉Val lgil raijor major positive massage diyar bade thank you so much ❤
মস্তুফা কামাল আজহাৰী আল আজহাৰৰ বিশ্ববিদ্যালয়ৰ শেষ বেঞ্চৰ ছাত্ৰ আছিল 😂😂😂😂😂😂 মস্তুফা নিজেই কুৰাআনৰ নতুন নতুন ব্যাখ্যা কৰি আছে 😂😂😂 যিবোৰৰ ম্যাদ বহু বছৰ আগতে উকলিছে।🤣🤣
মই এজন class 12 ৰ student হও মই বহু teacher দেখিচো science ৰ গতিকে এটা কথা কও যে বেচি উচ্চ শিক্ষা থকা teacher যে ভালকে বুজাব নেবাৰে কিন্তু কম শিক্ষা থকা teacher যেহে ভালকে বুজাব পাৰে আৰু আজি এইটোবেই প্ৰমাণিত হল | কিয়নো কম শিক্ষা থকা teacher হে students ক attracted কৰাব পাৰে | মই কম শিক্ষা থকা teacher পৰাহে বুজি পাইছো science stream টো কি | আচলতে বেচি শিক্ষা থকা teacher ৰেহে class ত বেছি lecture মাৰে আৰু বছৰৰ শেষত Crouse শেষ কৰিব নোবাৰে | ইতি .................from Nagaon concept junior college student .
হে আল্লাহ নুৰ আলম চাহাবক দীৰ্ঘায়ু দান কৰা জ্ঞান শক্তি আৰু বঢ়াই দিয়া ৷ সাংবাদিক বন্ধু জনকো সুমতি দিয়া ৷ আমিন
আমিন ❤❤❤❤
Ameen
NurAl msaikajidaBad
Ek mot hoi bhai
Ameen
কোৰানৰ তথ্য সমূহ সুন্দৰ ভাৱে দাঙি ধৰাৰ বাবে নুৰ আলম ডাঙৰীয়াক অশেষ ধন্যবাদ জনালোঁ ।
100% সঠিক ভাবে ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোৰানৰ বাণীসমূহ বিশ্লেষণ কৰাৰ বাবে আপোনাৰ লগতে DA news ৰ সকলো পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
AjahariSahab, Aponar nisina bohut ajahari prithibit ache tekhet hokoleou Durga pujak heba kore buli proman dibo lagibo, Nohole iyar bisar Allah koribo,
খুউব সুন্দৰকৈ নিজৰ ধৰ্মৰ সাৰাংশ বুজাই দিব পাৰে। ধন্যবাদ হাবিচ ডাঙৰীয়া লৈ।
❤
L😅oo
Lllll of.op@@MintunAli
Mashallah
কথাখিনি অতি শুদ্ধ,👍 ধন্যবাদ
❤
❤..thank you so much 💓 💖
Thanku Hafiz nurnalam sahed khub khundar jukti dakni dharisrapuni
আজি হে 2 জন শিক্ষিত মানুহ একেলগে আছে ভাল লাগিল ❤
আপুনি ঠিকেই কৈছে
Moy bhalpaisu
বৰ সুন্দৰ আলোচনা হৈছে সত্য কথা কৈছে দুয়ো জনলৈ ধন্যবাদ থাকিল
মন চুই গৈছে।আল্লাই আপোনাক হায়াত দীৰ্ঘ কৰক। অশেষ অশেষ ধন্যবাদ।
শইকীয়া ডাঙৰীয়াই অতি সুন্দৰ সাৱলীল শব্দ ভাষাৰে সত্য আৰু শুদ্ধ যুক্তিপূৰ্ণ বিশ্লেষণ কৰিলে। ❤ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আপোনাক।
শিক্ষিত মানুহ যেন লাগিছে। ভাল লাগিল কথাখিনি।❤
মৌলনা নোৰ আলম চাহাব অতি সুন্দৰ কোৰানৰ কথা উপস্থাপন কৰিছে।🎉 অশেষ ধন্যবাদ জনাই আপোনাক।
জ্ঞানী মানুহৰ কথা বতৰা শুনি বহুত ভাল লাগিল
এয়াই হল ভাল মানুহৰ লক্ষণ,
ধন্যবাদ শইকীয়া চাহেব
ধন্যবাদ দাদা ইমান ভালকৈ বুজাই দিয়াৰ বাবে।
সুন্দৰ ,আৰু শুদ্ধ কথা কৈছে হাফিজ চাহাবে
বহুত সুন্দৰ উপস্থাপন কৰাৰ বাবেই ধন্যবাদ ❤❤❤❤
সুন্দৰকৈ আমাক বোজাই দিছে
নুৰ আলম শইকীয়া সেলুট
বহুত ধুনীয়াকৈ সঁচা কথাবোৰ প্ৰকাশ কৰিছে মৌলানা নুৰ আলম চাহাবে। বহুত ভাল লাগিল।
35:52
প্ৰকৃত শিক্ষিত মানুহ।ইমান ধুনীয়াকৈ বুজাই দিয়াৰ পিছতো যিজনে নুবুজিব, তেওঁ আচলতে যোধা মূৰ্খহে হব।
হাফিজ মাওলানা নুৰ আলম শইকীয়া খুব সুন্দর কথা আগবঢ়াইছে। কি সুন্দর কথা, কি সুৰ, কি কণ্ঠ মওলানা নুৰ আলম শইকীয়াৰ, আমি তেখেতৰ কথাত মুগ্ধ।
আনহাতে কামাল আজহাৰী ৰ কোৰআন আৰু হাদীস সম্পর্কে জ্ঞানৰ অভাৱ আছে। অৰ্থাৎ কামাল আজহাৰীৰ আৰু বহুত Study ৰ প্ৰয়োজন আছে।
সুব সুন্দৰ বক্তব্য 🎉🎉 ধন্যবাদ
ভদ্ৰ মানুহে ভদ্ৰ ভাবে কথা কয়।
ভাল লাগিল।
অতি সুন্দৰ বক্তব্য ৰে বুজাই দিয়াৰ বাবে ধন্যৱাদ আৰু দা নিউজ প্লাছক ধন্যৱাদ আৰু কৃতগতা জ্ঞাপন কৰিছো।
💯 একমত, সত্য কথা কৈ আছে
ধুনীয়া মতামত
ভাল লাগিল কথা কেইটা আৰু ভাল কথা জানিলো❤
কথা খিনি বহুত সুন্দৰ কৈ কৈছে ধন্যবাদ. আৰু এই কামালক আজাহাৰি শব্দ ব্যৱহাৰ নকৰিব৷
শুন্দৰ যুক্তি
মৌলানা নুৰ আলম শইকীয়া ক অশেষ ধন্যবাদ, মই বহুত দিন ধৰি ভাবি আছিলোঁ যে অসমত কোনো ডাঙৰ মৌলানা অসমত আছে নে নাই, যে যিয়ে যদা মুৰখখক mostofa Kamal azahari অচিত জবাব দিব, আজি মই বহুত ভাল পাইছোঁ যে উচিত জনাব দিছে bondho mostofa কামাল আজাহৰিৰক
অতি, সুন্দৰ
DA News plus... good job ❤❤❤
Bhut khanti palu apunalukor Juktijudda onushthan tur pora ❤❤❤❤❤bhut dhuniyaa Ami oxombakhi hantit thkibo bisaru ...logote apunalukor duyojon conversation bhut dhuniya 🎉🎉🎉🎉Val lgil raijor major positive massage diyar bade thank you so much ❤
হাফিজ-মৌলানা নুৰ আলম শইকীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। সঠিক তথ্য দাঙি ধৰাৰ বাবে।
বহুত ভাল লাগিছে, নুৰ আলম শইকীয়া ডাঙৰীয়াই পাজাহাৰীক বুজাই দিয়া বাবে ৷ পাজাহাৰীৰ আচলতে মুৰৰ বিকৃতী হৈছে ৷ ধন্যবাদ Da news plus.
😅😅
Oti xunder reply.. 👍👍🙏👌👌 logote.. Xamujjal dutta Dangoriya sahab loi oxekh - oxekh Dhanyawad 🎉🎉🎉
Thank you so much 💓 💗 from our side ❤
Thanks The News Plus
Thanks Hujur Nur Alom Sir
Alhamdulillah Nuralom sahab
আজিৰ পৰা মই এইজন নুৰ আলম শইকীয়াৰ ভক্ত হৈ গলো। কোনে কোনে তেওঁৰ Fan মোৰ নিচিনা। লগতে এইজন Anchor জনক ধন্যবাদ, জনালোঁ!
ধুনীয়া মতবাদ
যুক্তিসংগত ভাবেই বুজায় দিয়াত ধন্যবাদ জনালো।
Egypt পৰা Israel বেচি দূৰ নহয় কামাল ছাগে ইহুদী ধৰ্ম লৈ টকা লৈ এই কাম কৰি আছে।
😂😂😂😂
সঁচা কথা কৈছে আপুনি
Yes hosa koise😂😂😂😂
Moiu aei kotha tuk loi comment korisu. Apunar logot khohmot.😊
এইবোৰে ই কোৰানৰ সঁচা কথা। ধন্যবাদ নুৰ আলম।
কামাল পাগলৰ ভন্দামি ফাদিল হব!ধন্যবাদ দাদা
Val lagil shab, nuralom dawriya aponar kotha bor aponi val koi bujaise kothabor, ❤
Right 100%
Superrrrrrrrr....... Bohut bhal lagil kothabhr huni
Hafiz nur alom Right kotha kose❤❤❤❤❤❤❤❤❤❤❤❤
Bohut hundor koi bujaise .. thankyou
যুক্তিসংগত ভাবে বুজায় দিয়াত ধন্যবাদ জনালো।আজহাৰীয়ে অপ ব্যাখ্য কৰিছে। আগুৱাই যোৱা নুৰ আলম শইকীয়া হুজুৰ।
এদিন দুয়ো জনক আনক। তেতিয়া যুক্তি বোৰ কাৰ শুদ্ধ ভাল দৰে বুজা যাব।
শিক্ষা লোৱা আৰু শিক্ষাৰ গীয়ান লোৱাৰ মাজত বহু দূৰত্ব আছে বুলি মই ভাবো।
ধন্যবাদ নুৰ আলম শইকীয়া।
Nur alom sahab 100'/, right
সুন্দৰ উপস্থাপন, বহুত শান্তি লাগিল
Yes right,সহজ কথা যি মানুহজনে ইছলামত অন্তৰ্ভুক্ত হোৱা কালিমা “ লা ইলাহা ইল্লালাহু মুহাম মাদুৰ ৰাছুলুল্লাহ" ৰ অৰ্থ বুজি নাপায় তাৰ কথা কি শুনিম৷ এই কালিমাত আছেনেকি যে আল্লাহৰ উপৰিও বেলেগ মাবুদ বা উপাসনাৰ যোগ্য কিবা আছে? আপুনি কওক মোছতোফা কামাল দুৰ্গাক উপাসনাৰ উপযুক্ত বনাই ইছলামৰ পৰা খাৰিজ বা কাফিৰ হলনে নাই? আন এজন যদি কালিমাৰ ১ম অংশ মানে কিন্তু কালিমাৰ দ্বিতীয় অংশ মুহামমাদুৰ ৰাছুলুল্লাহ ক মানি নলয় (অৰ্থাৎ মহম্মদ (ছঃ)আদেশ নিৰ্দেশ মানি নলয় যি বিলাক ছহি হাদিছ বা ছিয়াছাত্তাৰ হাদিছত হে আছে) তেন্তে তেওঁ ইছলামৰ পৰা খাৰিজ বা কাফিৰ নহয়নে বাৰু?
Alhamdulillah khub dhunia
Val lagil shab nuralom shab
ধুনিয়া কথা হাফেজ সাহেব
🎉
নুৰ, আলম, চাহাবে,ভাল, কথা, কৈছে , আমাৰ,মুছলমান, হকলে
দৰ্ম, লৈ,কোন, ই, কথা, নকই
নুৰ,আলম,zindabad
কিছুমান এনকৰৰ কাৰনে নিউজ শুনা বাদ দিছিলোঁ। এতিয়া আপুনাৰ কাৰণে প্ৰতিদিনে আবাৰো শুনিব ভাবিছোঁ । Thank you sir নিৰপেক্ষ মন্তব্য আগবঢ়ায় যাওক ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
মনোগ্ৰাহী আলোচনা, ধন্যবাদ ৷
সমুজ্জ্বল দত্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো।
আচলতে সি এজন জ্ঞানী লোক।আৰু যুক্তিবাদৰ বাবে সি এজন উপযুক্ত ব্যক্তি।
Thank you so much.
Religion ক লৈ বিতৰকো কিয়?সকলো religion ক respect কৰিব জনাজন perfect মানুহ
সঁচাকৈ ❤❤
Logical speech,yes bro
Bohut hundor koi bujaise...thank you
Nur hojur kotha bohut val lagise
আমি অজ্ঞানি মানুহ কিন্তু এটা প্ৰশ্ন সুধিব মন যায়, মুষ্টাফা কামাল চৌদি আৰৱৰ মানুহতকৈ বেছি জ্ঞানী নেকি?
খুব সুন্দৰ কৈ বুজাই দিছে।কামাল এটা পাগল হয়
খুব ভাল মন্তব্য দিছে
আপোনাৰ কথা ভালদৰে বুজিব পৰিলোঁ, নজনা কথা ভালদৰে বুজিলো, ধন্যবাদ থাকিল আপোনালৈ আপোনাৰ জীৱন সুখৰ হওঁক শান্তিৰ হওঁক তাৰেই কামনা কৰিছোঁ, জয় আই অসম।।।
Khundor poribeshon . Dhanyavad Sangbadik Dada . Dhanyavad Nur Alam hujur . 💯 👍👍
Excellent lecture.
সন্দৰ মনটো শান্তি পালো।
শান্তি ৰ ধৰ্ম ইছলাম
Bohut bhal lagise.. Reporter jon bohut Bhadra❤❤❤❤🎉🎉🎉🎉🎉
Nuralam is right
বৰ সুন্দৰ কৈ বুজাই দিলে এই জন্য যে তাক ধন্যবাদ। আৰু সমজজল সাংবাদিক জনাই সাগতম।
মস্তুফা কামাল আজহাৰী আল আজহাৰৰ বিশ্ববিদ্যালয়ৰ শেষ বেঞ্চৰ ছাত্ৰ আছিল 😂😂😂😂😂😂 মস্তুফা নিজেই কুৰাআনৰ নতুন নতুন ব্যাখ্যা কৰি আছে 😂😂😂 যিবোৰৰ ম্যাদ বহু বছৰ আগতে উকলিছে।🤣🤣
😅😅😅😅😅
@@Shehnasparbin 😆😆
😂😅
🤣🤣🤣
Right.. 😂😂😂😂😂😂😂😂 back benders..
Hafiz Noor alam sab
right
Bilkul sahi
মই এজন class 12 ৰ student হও মই বহু teacher দেখিচো science ৰ গতিকে এটা কথা কও যে বেচি উচ্চ শিক্ষা থকা teacher যে ভালকে বুজাব নেবাৰে কিন্তু কম শিক্ষা থকা teacher যেহে ভালকে বুজাব পাৰে আৰু আজি এইটোবেই প্ৰমাণিত হল | কিয়নো কম শিক্ষা থকা teacher হে students ক attracted কৰাব পাৰে | মই কম শিক্ষা থকা teacher পৰাহে বুজি পাইছো science stream টো কি | আচলতে বেচি শিক্ষা থকা teacher ৰেহে class ত বেছি lecture মাৰে আৰু বছৰৰ শেষত Crouse শেষ কৰিব নোবাৰে | ইতি .................from Nagaon concept junior college student .
জোনাবৰ যুক্তি সন্মত ভাষা ।
Hafiz চাহাবৰ যুক্তি সম্পূৰ্ণ ভাবে শুদ্ধ ভাবে বুজাব পাৰিছে ।
Right Nur alam da
You are absolutely right Moulana sahab
অতি উত্তম
ভাল লাগিছে
ধন্যবাদ নুৰ আলম চাহাব
😊 ধন্যবাদ খুব সুন্দর হয়েছে
সুন্দৰ বক্তব্য ৷
100%right
কোৰানৰ তথ্য সমুহ সুন্দৰ ভাৱে ধৰাৰ বাবে নুৰ আলম ডাঙৰীয়াক অশেষ ধন্যবাদ জনালো
সুন্দৰ খুব সুন্দৰ যুক্তি
Agree with Hafiz Nur Alom Saikia
কি সুন্দৰ যুক্তি আগবঢ়ায়ছে
নুহ আলম শইকীয়া ডাঙৰীয়াই ১০০/শুদ
Nuralom thank you 💯 Right
খুউবসুন্দৰ।।explynation দিলে thank..ভাই। নুৰ আলম saikia thank.
💯 right 👍
সুন্দৰ উপস্থাপন 👍👍👍👍
Donnobad nur alom da
ধন্যবাদ দোয়ো জন ব্যক্তি ক
Dhunia