সাংসদ গৌৰৱ গগৈ প্রাক্তন সাংসদ ৰিপুণ বৰাই আক্রমণৰ লক্ষ্য কৰি ল’লেমুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক

Поделиться
HTML-код
  • Опубликовано: 9 янв 2025

Комментарии • 28

  • @DulalSaikia-v4y
    @DulalSaikia-v4y 18 часов назад +13

    বিজেপি চৰকাৰে মিটিঙৰ ৰভাৰ নামত ৰাইজৰ ধন অকাৰনে শেষ কৰা বুধি উলিয়ায় থাকে ।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 18 часов назад +7

    Salute the news channel pratidin time .

  • @mamonidoley1004
    @mamonidoley1004 16 часов назад +2

    সুন্দৰ মন্তব্য দাদা

  • @Bnb717
    @Bnb717 Час назад +1

    Right

  • @SavagemodeON973
    @SavagemodeON973 15 часов назад +1

    হিমন্তৰ সম্পত্তিৰ পৰিমান ১৭কোটি, মাইকী জনীৰ কিমান কোটি টকা আছে থিক নাই । বাগান ,স্কুল, মাটি ,কোম্পানী, নিউচ চেনেল, বিভিন্ন প্ৰতিষ্ঠান আদি ধৰিলে হাজাৰ কোটি পাৰ হয় যাব । ২০২৬ ত জিকিলে বামুনে অসম খন নিজৰ কৰি লব ।

  • @kamalkalita338
    @kamalkalita338 16 часов назад +3

    গৌৰৱ গগৈ জিন্দা বাদ কংগ্ৰেছ জিন্দা বাদ ৰিপুণ বৰা জিন্দা বাদ

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 7 часов назад

    অসমৰ স্থান ক'ত আছে সেইটো ইমান ডাঙৰ কথা নহয়, নিজৰ স্থান কিছু ওপৰত (নবম) আছে, সেইটো অন্ততঃ আমাৰ গৌৰব। আমি আশা ৰাখিছো নবমৰ পৰা স্থান উন্নত হৈ প্ৰথম, দ্বিতীয় হৈ আমাক গৌৰবান্বিত কৰিব ।

  • @kamalborah6250
    @kamalborah6250 9 часов назад

    চৰকাৰী বিদ্যালয়ৰ বন্ধ কৰিছে। টকা ভৰি বেচৰকাৰী বিদ্যালয়ত পঢ়াবলৈ টকা নাই ।

  • @bibhadas5050
    @bibhadas5050 15 часов назад

    হওক তেও , এই ক্ষেত্ৰত অন্ততঃ অসম ১ম স্থানত আছে !!

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 8 часов назад

    হিমন্ত বিশ্ব শৰ্মাক পাৰিলে ধন্যবাদ দিব লাগে। কাৰণ তেওঁ যিটো বিছাৰিছিল সেইটোৱে হৈছে। ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ অচিলা লৈ চৰকাৰী বিদ্যালয় ক্ৰমে বন্ধ কৰিবলৈ লোৱাতেই গম পোৱা গৈছিল যে অসমৰ শিক্ষা খণ্ডৰ শ্মশান যাত্ৰা আৰম্ভ হ'ল! নিম্ন বিত্ত ঘৰৰ ঘৰৰ ল'ৰা ছোৱালী মূৰ্খ হৈ থকাটোকে তেওঁ বিছাৰে আৰু তাত সফলো হ'ল। ৩১ সংখ্যক স্থান নহয়, কিছুদিন পিছত অন্তিম স্থান লৈকে অৱনমিত হ'ব!

  • @rawandreal99
    @rawandreal99 6 часов назад

    31 নম্বৰ হে হ'লগৈ নি 😂😂😂

  • @MoniPegu-l1n
    @MoniPegu-l1n 6 часов назад

    অসমত কি কৰিছে ৰাইজে দেখিছে কংগ্ৰেছে দেখানাই ছাগে😅😅😅😅😅😅😅😅😅৷
    যিমানেই যি ভকি তাক বিজেপি বাদে ৰাইজে কোনো কাৰনতে কংগ্ৰেছক নিদিয়ে৷ লাগিলে অখিলক ভোট দিব কংগ্ৰেছক নিদিয়ে

  • @dipankarsaikia9482
    @dipankarsaikia9482 9 часов назад

    Apuni যোৰহাটত যি কি কাম আৰম্ভ কৰিছে জনাবচোন

  • @UmeshChDeka-f4q
    @UmeshChDeka-f4q 17 часов назад

    Ripun Bora EM hai thakute bhaldare teacher appointment dib nuwarile

  • @WritingFF-k6g
    @WritingFF-k6g 18 часов назад +1

    Laj lage R borar kotha xni dhat sup sap thak.

  • @mintusaikia8875
    @mintusaikia8875 18 часов назад +2

    তিহাৰ জেলত থকা মানুহে কি জানিব? তৃণমূল কংগ্ৰেছৰ ওচৰত গৈ একো নেপাই আকৌ দৌৰী আহিছে কিবা পাব পাব বুলি কংগ্ৰেছলৈ। এইজনে এতিয়া বৰ ডাঙৰ কৈ তাল ফাল লগাই আছে, যাতে ৰাহুল আৰু ছোনিয়া গান্ধীৰ কাণত পৰে।

  • @shine960
    @shine960 18 часов назад +1

    B j p jindabad

  • @UmeshChDeka-f4q
    @UmeshChDeka-f4q 17 часов назад

    Shiksha Setu portal huwa babehe dropout dhora porise

  • @SriCCDas
    @SriCCDas 18 часов назад +1

    তৰুণ গগৈ ডাঙৰীয়াই উঠীৰজা বহিৰজা কৰিছে থৈছে বাবেহে ভিক্ষাৰী হ'ব লগা হৈছে।

  • @PurnakantaKutum
    @PurnakantaKutum 17 часов назад

    2026 Sotu BJP jikiboi

    • @sumaiyaali2835
      @sumaiyaali2835 16 часов назад

      Tor Dore gabar bore diba mal thakile he😅

    • @insanurrahman7384
      @insanurrahman7384 16 часов назад

      Andha voktoh,adin bujibi himontoh ki

  • @amitavsarma454
    @amitavsarma454 18 часов назад

    বহুত লেকচাৰ শুনিলো, পিচে বেলেগকথা নকও এ পি এচ চিত আৰু অন্যান্য নিযুক্তিত কি কৰিচিল। কেইটামান টকাৰ বিনিময়ত চাকৰিয়ালক বদলি, ভূক্তভোগী হৈচিলো কাৰনে কৈছো।

  • @dipankarsaikia9482
    @dipankarsaikia9482 9 часов назад

    Apuni যোৰহাটত যি কি কাম আৰম্ভ কৰিছে জনাবচোন