মুস্তাফা কামাল আজহাৰীৰ পিছত এইবাৰ আশ্ৰাফুল হক, সমুজ্জ্বল দত্তৰ সৈতে 'যুক্তিবাদ'

Поделиться
HTML-код
  • Опубликовано: 9 янв 2025

Комментарии • 1 тыс.

  • @pkplusaxom3164
    @pkplusaxom3164 2 месяца назад +20

    ভুল বা সত্য বোৰ দেখাই দিয়া প্ৰত্যেক সচেতন নাগৰিকৰ দায়িত্ব,,,,,

  • @zecky3054
    @zecky3054 2 месяца назад +40

    টি আৰ পিৰ কাৰণে কিমান তললৈ নামিব আৰু তহঁতে।এই আল্টু ফাল্টু বোৰক মাতি আনি পৰিবেশ বোৰ কিয় বিনষ্ট কৰে । ভাল মানুহ মাতক‌ সমাজে কিবা এটা শিকিব পাৰিব ।

  • @loveyoumore9568
    @loveyoumore9568 2 месяца назад +56

    ❤❤❤ তোমালোকৰ দৰে ডেকা লৰা বোৰ ওলাই আহিলেহে ধুৰন্ধৰ কিছুমান মৈলানাৰ মুখা খোল খাব ।

  • @shchannel6975
    @shchannel6975 2 месяца назад +8

    ভূপেন হাজৰিকাদেৱৰ কথাটোৱে সঁচা। তেখেতে কৈছিল অসমৰ সাংবাদিকসকলৰ দৰে নিম্নখাপৰ সাংবাদিক জগতৰ ক'তোৱে নাই।

  • @Anamekabora
    @Anamekabora 2 месяца назад +29

    মুল্লা বুৰৰ জীৱ কপি গৈছে মুচলমান জাগিছে আজহাৰী জেলত গৈওঁ জিকিল

  • @rajuhazarika6583
    @rajuhazarika6583 2 месяца назад +20

    এই জনা কথাবোৰ আচলতে ভালেই লাগিছে

  • @abdussoburmondal3346
    @abdussoburmondal3346 2 месяца назад +22

    এই টো আৰু কোৰ পৰা ওলাল।

  • @EunusAli-dn5nr
    @EunusAli-dn5nr 2 месяца назад +10

    তেওৰ ভংনি ব ঘয়নেকক বে পৰ্দা কৰি ৰাখিলেও মূল্লা হকলৰ একোই নহয়

  • @HasinaBegam-lk8xm
    @HasinaBegam-lk8xm 2 месяца назад +24

    ই পাগল নেকি কথাৰ কোনো ধঙ নায় বুজা মতে আইনখন ইয়াৰ ঘৰৰ নেকি

    • @HaronalRoshid
      @HaronalRoshid 2 месяца назад

      Tumi dhomki di asa neki pagol mata mota

  • @saddakahmed6481
    @saddakahmed6481 2 месяца назад +10

    পাগল অভাৱ নাই....

  • @BaharulIslam-s3g8b
    @BaharulIslam-s3g8b 2 месяца назад +24

    মৌলানা, Mufti সকলৰ বিৰুদ্ধে নকবো আল্লাহৰ লান্নত পৰিব। তুমি মৰিলে সেই মূল্লাই জানাজা পৰিব লাগিব

    • @anjumabegom4580
      @anjumabegom4580 2 месяца назад +3

      Right 👍

    • @Gautam1638
      @Gautam1638 2 месяца назад

      Nazam na porle ki hobo........jannat jahanam....kuno ba dekise naki

    • @HasinaBegam-lk8xm
      @HasinaBegam-lk8xm 2 месяца назад +1

      Right

    • @Gautam1638
      @Gautam1638 2 месяца назад

      @@BaharulIslam-s3g8b lallat porile ki dal hobo..... without lies islam dies without fear islam disappear

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 2 месяца назад

      Xei mollai janaja porhibo ? Kelei porhibo , Satyaronjon nai ? Terai porhibo !! Aaa aa heri ki koy , Mustafa Kamal a howk , Mukibor a howk sobore bahaduri beleg beleg hya ? Aru ei Ashraful ? A baad diya he Ashraful , teo nu kun ? He he he , that is also important matter hya ? Misa kole ki daal hobo , he he he 😁

  • @tigerbarhai2454
    @tigerbarhai2454 2 месяца назад +20

    Ashraful jindabad and Azahari jindabad❤❤❤

  • @khairuz4355
    @khairuz4355 2 месяца назад +6

    বাহ, ইমান অহংকাৰ নে তোৰ..তোৰ কি যোগ্যতা আছে.....সস্তীয়া জনপ্ৰিয়তা লাভ কৰাৰ এটা ভাল উপায় বাছি লৈছে ই।

  • @Marry_77762
    @Marry_77762 2 месяца назад +7

    Hosa kotha

  • @MaidurRahman-z3r
    @MaidurRahman-z3r 2 месяца назад +25

    তোমাৰ কথাত তোমাক সুশিক্ষিত যেন নালাগে

    • @Gautam1638
      @Gautam1638 2 месяца назад +2

      Sob Miya ek

    • @RofiqulIslam-Rx
      @RofiqulIslam-Rx 2 месяца назад +1

      Right

    • @MaidurRahman-z3r
      @MaidurRahman-z3r 2 месяца назад +1

      @@Gautam1638 মই মীয়া নহয়।ভাই মই পাঠক। কিন্তু মই হিন্দু মুছলমান খ্ৰীষ্টান বিহাৰী বঙালী বড়ো কছাৰী সকলো একে বুলি বিশ্বাস কৰো। আমি মানু্হ আৰু সবৰে মৰ্যদা অধিকাৰ সমান। যিয়েই ভেদভাৱ কৰে তেওঁ লোক নীচ

    • @lsd4889
      @lsd4889 2 месяца назад +1

      O bhai eo engineering pass ... educated person hoi ... tumi nije he uneducated hoi jen paisu

  • @HemantaBaruah-r3u
    @HemantaBaruah-r3u 2 месяца назад +5

    যি হওক, ল'ৰাজনক অহংকাৰী যেন লাগিছে।

  • @mofidultilapara5128
    @mofidultilapara5128 2 месяца назад +11

    নাপিতেৰ বাচ্চা নাপিত

  • @HasinaBegam-lk8xm
    @HasinaBegam-lk8xm 2 месяца назад +18

    কোৰান নাজানা জদি কিয় পাগলৰ নিচিনা বকি আছা আছৰাফুল

    • @TikuTarang
      @TikuTarang 2 месяца назад

      Quran pora manuhy hy jany jahadi kun asraful porasuna kori hy kobo parisy. Asrafuok pra nai buli kowa manuh bury hy quran Buji powa nai Apuni sagy pora nai.

  • @EunusAli-dn5nr
    @EunusAli-dn5nr 2 месяца назад +6

    ধৰ্ম কাৰোবাৰ ব্যক্তিত্বত গেইনেৰে চলেনেকি

  • @Khabiruddin-q4b
    @Khabiruddin-q4b 2 месяца назад +10

    বেয়া কথা ।এনেদৰে জাতিৰ বদনাম গাব নালাগে।

    • @lsd4889
      @lsd4889 2 месяца назад

      Jatir opakarma bor kole laj pa aru... samaj khn suddha krible try kra... letera kri rokhatkoi

  • @WajedHasanKakati
    @WajedHasanKakati 2 месяца назад +2

    পৰিয়াল কেন্দ্ৰিক যুঁজ।

  • @khairuz4355
    @khairuz4355 2 месяца назад +22

    ইয়াৰ কি যোগ্যতা ছাই ষ্টুডিঅ' ত মাতিছে ?? কাৰোবাক গালি পৰাটো যোগ্যতা হব পাৰে নেকি?

    • @MonirulIslam-h7l
      @MonirulIslam-h7l 2 месяца назад +1

      DA news plus jake take studiot mati Ane

    • @munuvolg862
      @munuvolg862 2 месяца назад

      ​@@MonirulIslam-h7lতেনেহলে আপুনি talk shwoত নেজাই কিয়।

  • @instantanglosolution2623
    @instantanglosolution2623 2 месяца назад +1

    মই প্ৰত্যাহ্বান জনাইছোঁ... আপুনি মুচলমান নহয় যদি হয় বুলি ভাবিছে তেন্তে মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক আপুনি....

  • @ezazulislam427
    @ezazulislam427 2 месяца назад +13

    Asraful o বদমাচ

  • @sokinakhatun2183
    @sokinakhatun2183 2 месяца назад +1

    ই ইমানেই পঢ়িব পাৰে যেন লাগিছে।ই এটা শিক্ষিত মূৰ্খৰ দৰে কথা কৈ আছে।

  • @azizulhoque3872
    @azizulhoque3872 2 месяца назад +9

    কথা বোৰ আখেজ মূলক যেন লাগিছে

  • @ShahjahanAli-wm5rp
    @ShahjahanAli-wm5rp 2 месяца назад +1

    আশ্ৰাফুল চাহবৰ লগত মই একমত সেয়ে তেখেতৰ ম'বাইল নাম্বাৰ দিব pls

  • @sirajuddin3721
    @sirajuddin3721 2 месяца назад +5

    জেহাদী শব্দৰ প্ৰকৃত অৰ্থ কি? প্ৰথমতে তাৰ অৰ্থ জানি লৈ এই বিষয়ে কথা কোৱা ভাল হ'ব।
    এই বোৰ দেখুন বেছি উত্তৰ অসম আৰু নামনি অসমত বেছি তাৰ কাৰণ একো বুজা নাই।

  • @AliHussain-y1s
    @AliHussain-y1s 2 месяца назад +4

    সকলো মানুহবোৰৰ নিজা নিজা ধৰ্মীয় বিধান আছে দেই,,,,,, অসমীয়া হিচাপে, ভাৰতীয় হিচাপে এখন সভ্য সমাজ আছে,,,, সকলো হাজাৰ হাজাৰ বছৰ ধৰি জেঙ নাই, গতিকে এতিয়া,,,,,?

  • @subhashsarma237
    @subhashsarma237 2 месяца назад +14

    সত্য উদঙাই দিবলৈ আপোনালকলৈ আহ্বান জনাইছো ।

  • @mrinalkantibaro8060
    @mrinalkantibaro8060 2 месяца назад +5

    কিয় গ্ৰেপ্তাৰ কৰিলে আজাহাৰিক ? চাৰ্জ শ্বিটত কি আছে ?

  • @DulalDeka-xk6ei
    @DulalDeka-xk6ei 2 месяца назад +1

    বৰ্তমান আধুনিক যোগ

  • @HejajulHoque-w5f
    @HejajulHoque-w5f 2 месяца назад +12

    Faltu katha

  • @MusharofAlom-z7v
    @MusharofAlom-z7v 2 месяца назад +2

    আশ্ৰাফুল দা দাই মোল্লা বিলাকক যদি নামানে তেন্তে ইছলামত এজন বেক্তি কেনেকোৱা প্ৰকূতিৰ মানুহ হোৱা উচিত বলি ভাৱে.?

  • @instantanglosolution2623
    @instantanglosolution2623 2 месяца назад +4

    অই তয় কি ঘেন্তা বিপদ অনাবি...???

  • @asomiaasom6008
    @asomiaasom6008 2 месяца назад +17

    জেহাদী মোল্লা নিঃপাত যাওক ।জেহাদী মধুমোল্লা বোৰক প্ৰশাসনে তদন্তৰ আওটাত আনি তদন্ত কৰিব লাগে ।মোস্তাফা কামাল আজহাৰী জিন্দাবাদ ।আশ্ৰাফুল হক জিন্দাবাদ ।

  • @SureshgogoiSureshgogoi
    @SureshgogoiSureshgogoi 2 месяца назад

    সংস্কাৰ দিশত ।ধন্যবাদ।

  • @zgjahid1234
    @zgjahid1234 2 месяца назад +4

    এই জনক ধৰিব লাগিব

  • @a_k_d_vlogs-z5x
    @a_k_d_vlogs-z5x 2 месяца назад

    right koyse ❤❤❤❤❤❤❤❤❤

  • @saddamtutorialblog
    @saddamtutorialblog 2 месяца назад +5

    Next target t ashraful k grefter korib lage

  • @RahimUddin-jp7fj
    @RahimUddin-jp7fj 2 месяца назад +2

    তই আৰু এটা কৰ পৰা ওলাই আহিলে

  • @sahabuddinahmed2175
    @sahabuddinahmed2175 2 месяца назад +6

    Naujubillah

  • @namasteindia2090
    @namasteindia2090 2 месяца назад +1

    নতুন লাচিতৰ আবিৰ্ভাৱ হল

  • @rajuhazarika6583
    @rajuhazarika6583 2 месяца назад +7

    এই নিউজ বোৰ চাই ভালেই লাগে অসমৰ পৰা এই মৈলানা সকলৰ ওপৰত বিচাৰ হ'ব লাগে

  • @Subash.CheruwaCheruwa
    @Subash.CheruwaCheruwa 2 месяца назад

    Good dada💪💪💪👌

  • @Shuvrajit2954
    @Shuvrajit2954 2 месяца назад +4

    ট্ৰদিঙৰ মাল বুৰ পালি নে নাই ভাইজান?

  • @pranaysarmah0
    @pranaysarmah0 2 месяца назад

    Ashraful Hoque thankyou and long live

  • @inglishvlogs1015
    @inglishvlogs1015 2 месяца назад +4

    আশ্রাফুল তুমি 2নং কামাল আজহারীৰ দৰে কথা কৈছা, বহুত কথাত কোৰানৰ বিৰোধী কথা কৈছা,

  • @goodstudent3608
    @goodstudent3608 2 месяца назад +1

    ই চাগে ভাৰত স্বাধীন কৰিব 😂😂😂

  • @saharuddinahmed725
    @saharuddinahmed725 2 месяца назад +10

    তয়ো মাল লৈছা নেকি?

    • @Ajkbvvvv
      @Ajkbvvvv 2 месяца назад

      Loise sage nhle eman beya kotha kob napay

  • @mofidultilapara5128
    @mofidultilapara5128 2 месяца назад +1

    ৰাইজে বুজি পায় নিজৰ মামা বিপক্ষে তুমি যে কি মানুহ তোমাৰ পৰিয়ালকেন্দ্ৰিক যুজ talkshow ত কিয় বহি বকি আছা

  • @abubakkarsiddique3496
    @abubakkarsiddique3496 2 месяца назад +22

    তোক শিক্ষিত নেলাগে।শিক্ষিত লোকৰ কথা বতৰা ইমান ফাল্টু নহয়।

    • @MohammadAli-mt3ro
      @MohammadAli-mt3ro 2 месяца назад

      Hy dada,eyak guru sur jen lage,ei kutta2 Kamal kutta koi oprt

    • @AbidurRahmanRahman-nj2kj
      @AbidurRahmanRahman-nj2kj 2 месяца назад +3

      Bujilu tur kotha

    • @saddamhosensk2514
      @saddamhosensk2514 2 месяца назад +3

      Ai to pagol hoise

    • @rb7471-c9r
      @rb7471-c9r 2 месяца назад

      ​মুঠতে বঙ্গমুলীয় (মিঞা)‌ জিহাদী মোল্লাৰ পৰা অসম মুক্ত হ'ব লাগে । বাকী কথা বাদ ।

    • @gunajitsarma5579
      @gunajitsarma5579 2 месяца назад

      Sup bandar

  • @RafikulIslam-nd9bt
    @RafikulIslam-nd9bt 2 месяца назад +1

    মই তোমাৰ লগত নাই আছ্ৰাফুল

  • @Hanif-q6j
    @Hanif-q6j 2 месяца назад +3

    ই হতে এইবোৰ মানুহ কত লগ পাই

  • @rupamshill7948
    @rupamshill7948 2 месяца назад

    ধুনীয়া বিছাৰ

  • @AbdulHalim-77
    @AbdulHalim-77 2 месяца назад +5

    কিছুমান মোল্লা ই ধুনিয়া ছোৱালী বোৱাৰীক বিছাৰি ফুৰে ১০০ শতাংশ সত্য এইবোৰ কথা ইছলাম কাৰো মই মতালিত নছলে ইছলাম চলিব পবিত্রকোৰাণ আৰু হাদীস ৰ মতে

  • @abdulhanif8359
    @abdulhanif8359 2 месяца назад

    আল্লাই কেক কাটিব কোৱা নাই নফল ৰোজা ৰাখি নামাজ পৰি চুকৰিয়া আদাই কৰিব দিচে

  • @ShantaRoy-y2p
    @ShantaRoy-y2p 2 месяца назад +3

    Verey verey good new

  • @digantakalita986
    @digantakalita986 2 месяца назад +2

    আপোনাৰ দৰে মানুহ লাগে,তেতিয়া হে লৰা ছোৱালী বোৰ উন্নত হব বুলি ভাবোঁ

  • @MashudFreefireM13
    @MashudFreefireM13 2 месяца назад +4

    ইমাণ খং kio

  • @instantanglosolution2623
    @instantanglosolution2623 2 месяца назад +2

    তিলাৱত শুদ্ধ নহয়....

  • @MrBabulLslam
    @MrBabulLslam 2 месяца назад +3

    এ বিলাকৰ কথা বুৰৰ একুয়েই দাম নায়।

  • @BabuKhan-g1j3m
    @BabuKhan-g1j3m 2 месяца назад

    Ashraful Haque nice

  • @DigantaDoley-le5vh
    @DigantaDoley-le5vh 2 месяца назад +3

    Ashraful Dangria bhut val montybo Dangi dhrise Thanks ❤❤❤❤❤❤❤❤❤❤

  • @RamDoley-l5t
    @RamDoley-l5t 2 месяца назад

    thanks for your valuable speech

  • @saharuddinahmed725
    @saharuddinahmed725 2 месяца назад +5

    এইটো প্ৰথম চুৰা নেকি?

  • @HasinaBegam-lk8xm
    @HasinaBegam-lk8xm 2 месяца назад +2

    ই যে বোৰখা কথা কৈছে বুজা মতে ই বাহিৰৰ দেখত জোৱা নাই গলে গম পালে হৈ বোৰখাৰ কিমান ইজাত আছে ইয়াৰ মাক আৰু ভনিয়েকক জিনছপেন পিনধিব দিয়া ই এজন ফালতু হয় ই একো নাজানে ইয়াৰ কথা কোনো ভেলু নায়

  • @mehzabinalom5551
    @mehzabinalom5551 2 месяца назад +3

    ঐ...তোক কোনে ঠিকা দিছে পাগল...😂😂😂

  • @sohrabali910
    @sohrabali910 2 месяца назад

    আগতে নিজ ধৰ্ম্মৰ বিষয়ে ভাল কৈ জানি লোৱা ভাল হব ।

  • @amishsky
    @amishsky 2 месяца назад +6

    দ্বিতীয় আজাহৰি এইটো আয়াকো বৰাবো লাগিব ৰঙা ঘৰৰ অলহি সবো

  • @dr.abutaherahmed9180
    @dr.abutaherahmed9180 2 месяца назад

    আৰু বেলেগ কিবা বিষয় নাই নেকি? আপোনাসকলে উদ্দেশ্য প্রনোদিত ভাবে ধৰ্মক লৈ এই বিতর্কিত বিষয় বিলাকৰ অনুষ্ঠান পৰিবেশন কৰি সমাজৰ মানুহক তেওঁ লোকৰ ওপৰত চলা শোষণ, নিপীড়ন,নিৰ্যাতন, শিক্ষা সাস্থ্য আদিৰ মৌলিক মূল সমস্যা ৰ পৰা দৃষ্টি আঁতৰাই ৰাখি তেওঁ লোকে যাতে এই বোৰ ভাবিবলৈ অৱকাশ নাপায় তাৰ বাবেই সংশ্লিষ্ট পক্ষ ই বিভিন্ন সা সুবিধাৰে কিছুমান লোকক ব্যবহাৰ কৰি এই বোৰ কৰি থাকে বুলি ভবাৰ থল নথকা নহয়। গতিকে সংবাদ মাধ্যমেও এই বোৰক উৎসাহ নিদি আমাৰ সমাজৰ, দেশৰ দহৰ কামত অহা বিষয়ৰ অনুষ্ঠান প্ৰচাৰ কৰাটো আমাৰ কাম্য।

  • @nurulalam7957
    @nurulalam7957 2 месяца назад +4

    Hojrot rosulor jonmor din palon kora hoine?

  • @trtha8031
    @trtha8031 2 месяца назад

    Right kotha

  • @shchannel6975
    @shchannel6975 2 месяца назад +3

    দেশ মাতৃৰ সুযোগ্য সন্তান লাচিত বৰফুকনৰ লগত নিজক তুলনা নকৰিবা ভাই তুমি নিজক কোনোবা মানসিক ভাৰসাম্য নোহোৱা ব্যক্তিৰ লগত তুলনা কৰা সেইটোৱে ভাল হ'ব।

  • @ali-hussain405
    @ali-hussain405 2 месяца назад +5

    এ খন ঘৰুৱা কাজিয়া

  • @tigerbarhai2454
    @tigerbarhai2454 2 месяца назад +2

    Asraful❤❤❤ muslim ❤❤❤

  • @LovelyMicrophone-qh3hb
    @LovelyMicrophone-qh3hb 2 месяца назад +19

    তুমি যে কিমান জ্ঞানী জনা আছে পাগল তুমি নিজেই ভগৱান হব বিচাৰিছা তোমি নিজেই ঠিক হোৱা

  • @eyakubali336
    @eyakubali336 2 месяца назад

    ❤❤ 9:16 9:17 9:17 9:17 9:31 9:32 9:32 9:33

    • @eyakubali336
      @eyakubali336 2 месяца назад

      এই টো ,,,,, কৰ পৰা আহিল ,, অসমৰ অসমীয়া খিলঞ্জীয়া ‌মোছলমান সকলেহে এনে প্ৰশ্ন কিয় ,,,, অল্প শিক্ষা ভয়ংকৰ নেকি ????? জয় আই অসম

  • @SohidulIslam-gl6og
    @SohidulIslam-gl6og 2 месяца назад +6

    Arrest him immediately

    • @Tridipneog-vh1xj
      @Tridipneog-vh1xj 2 месяца назад +1

      Bhaiti aitu news channel hoi, police station nohoi.😊

  • @Aminulofflial
    @Aminulofflial 2 месяца назад

    Keeping a beard is the Sunnah of our Prophet

  • @sanjoytalukder2724
    @sanjoytalukder2724 2 месяца назад +7

    ASHRAFUL HOUQE SAHAB JUKTI ASE

  • @JagaranDailyupdate
    @JagaranDailyupdate 2 месяца назад

    😂😂😂😂😂😂😂😂😂
    😂😂😂😂😂😂😂😂😂😂😂😂😂😂😅😅😅😅😅😅হাহিলো দেই

  • @selimali4734
    @selimali4734 2 месяца назад +5

    100% toi ata nasthik

  • @RahimUddin-jp7fj
    @RahimUddin-jp7fj 2 месяца назад +1

    তই যদি কুৰাণ শ্বৰীফ পঢ়া নাই তেনহলে কিয় এইবোৰ কতা কও????

  • @71nojalabilano.1_partofkok3
    @71nojalabilano.1_partofkok3 2 месяца назад +4

    Tor kam nai

  • @rubulahmedrb6843
    @rubulahmedrb6843 2 месяца назад

    এই স্টুডিওর মাঝে যে মানুষ এই মানুষটা অনেক বেশি মাথা খারাপ পাগল হইছে. একটা আনবে ভক্ত

  • @youtubetv9392
    @youtubetv9392 2 месяца назад +4

    😂 ট্ৰেডিং ১৫ লাখ লোকচান হোৱা মূৰ্খ টোৰ নহয় যানো, ইয়াৰ আচলতে ভাইৰেল হ'ব মন কিবা নহয় কি কথা কৈ , নিউজ চেনেল বোৰে কিয় ইয়াক বাৰে বাৰে মাতে ইয়াত কিবা কথা আছে টকাৰ লেনদেন

  • @mrmathsinassam
    @mrmathsinassam 2 месяца назад

    ঘৰৰ কাজিয়া বাহিৰত কীয়

  • @Sunitkrsaikia
    @Sunitkrsaikia 2 месяца назад +4

    সুন্দৰ পদক্ষেপ ।

  • @Azaharulislam-jk6wf
    @Azaharulislam-jk6wf 2 месяца назад +2

    Ajarir logot jailot borai diok

  • @mofzalhussain7557
    @mofzalhussain7557 2 месяца назад +11

    Good

  • @AbdulRahman-ye5cw
    @AbdulRahman-ye5cw 2 месяца назад +12

    মই আশৰাফুল হকক কৈছো এনেকুৱা ফালটু মন্তব্য নকৰি হজৰত মহম্মদ (সঃআঃ) ৰ হাদীছ আৰু তেওঁ কোৱা বাণী খিনি ভালকৈ অধ্যয়ন কৰিবা তেতিয়া হে বুজিব পাৰিবা ইছলাম ধৰ্ম কি।

    • @MohammadAli-mt3ro
      @MohammadAli-mt3ro 2 месяца назад

      Aponi thik koise,karobar dalal,nd abu jehel r bangkhudhar

    • @Gautam1638
      @Gautam1638 2 месяца назад

      Ex Muslim sabo......if u read Qur'an u r Muslim if u understand Qur'an u r ex Muslim

  • @A_G_Faruk_Again
    @A_G_Faruk_Again 2 месяца назад +2

    Are nijeinajane sura fatiha

  • @KamalMiah-cu8fe
    @KamalMiah-cu8fe 2 месяца назад +5

    Next target Ashraful❤❤❤

  • @AltafHussain-le8fc
    @AltafHussain-le8fc 2 месяца назад

    প্ৰথম চুৰা টোকে অশুদ্ধ কৰি গাই দিছে। আৰু শেষৰ খিনি কবই পৰা নাই।

  • @MrBabulLslam
    @MrBabulLslam 2 месяца назад +4

    সিহতে কি ভাবিলে ইছলামক এটা কোম্পানী নাকি? সিহঁতে নাটক কৰিআছে ইছলামক লয় । সিহঁতৰ কথাত কি আমি চলোনাকি

  • @instantanglosolution2623
    @instantanglosolution2623 2 месяца назад +1

    মোল্লা শব্দৰ অৰ্থ....???

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho 2 месяца назад +14

    এই মালতো কৰ পৰা ওলাল

    • @armaan6382
      @armaan6382 2 месяца назад

      Trading or fraud keitak sinaki korai diya jon aijon a asil

  • @minifarmingn
    @minifarmingn 2 месяца назад

    আশ্রাফুল তোমাক মই আগর পড়া চিনি পাও তোমি face

  • @rajuhazarika6583
    @rajuhazarika6583 2 месяца назад +5

    এই জনা কথা বোৰ শুনি ভালেই লাগিছে