Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
নিজকে স্মাৰ্ট বুলি ভাবি মূৰ্খৰ পৰিচয় দিছে # অনুপম দা যিবিলাক প্ৰশ্ন কৰিছে আপুনি কেমেৰাৰ সন্মুখত কৰিব নালাগিছিল বুলি ভাবো
শুকুৰ আলী লৰাটো মানুহ হৈছে লাহে লাহে। বহু MLA , Minister ত কৈ ভাল কথা কয় আজিকালি।
Right kotha
Aboyob bhuyan ৰ পৰা বহুত সিকিব আছে অনুপম দাৰ
সকলো মানুহৰেই আত্ম সন্মান আছে। অলপটো সন্মান সহকাৰে প্ৰশ্ন কৰক। সিওঁ তেজ মঙহৰে গঠিত মানুহ। সি সৰু লৰা নহয় তাক বিহু কেইতা সুধিছে।
100 percent you're absolutely right brother 🌹
Yes
শুকুৰ আলীৰ কথা বতৰা বহুত উন্নত হৈছে ৷ সচাঁ কথা কবলৈ গ’লে তেওঁ বহুত আগবাঢ়ি গৈছে ৷
শুকুৰ আলী জিন্দাবাদ
চুকুৰ আলী আজিকালি পৰিপক্ব হৈছে৷
সন্মান কৰক মানুহজনক। সমাজে উপলুংগা কৰা মানহেই ইতিহাস গঢ়ে❤
Anupam kukur thatta kori question bur nuhudhibo
I agree teu tu manuh hoi so respect tu main hoi ....
Vall laghil
Right 👍 bro
Suwa seleka reporter kela kenekoi prasna krse sua🤬
right koise
Real Muslim sukur Ali ❤
অনুস্থানটো সচাকৈ খুব পজিটিভ ভাল লাগিল । এজন লৰা আচলতে কেনেকুৱা পৰ্য্যায়ৰ পৰা আহি কেনেকুৱা এখন সমাজত ঘুৰি ফুৰিছে ৰাজনীতি লগত জড়িত হৈ । বহুত পঢ়া শুনা ৰাজনীতি কৰিব জনা কিছুমান ব্যক্তিয়েও ইমান সাহসেৰে যুজিব নোৱাৰে । তাৰ এটাই আশা ৰাজনীতিৰ লগত জড়িত হৈ নিজৰ অঞ্চলটো যাতে ডেভেলপ কৰিব পাৰে । সুন্দৰ এনেকৈ আগবাঢ়ি যাওক । চৰকাৰেও যাতে চকু দিয়ে অকমান তাৰ সময়খিনিয়ে মূল্য পাই ।
সময়খিনিয়ে মূল্য পাই, আপোনাৰ কথা শুনি ভাল লাগিল । বহু অৰ্থ লুকাই থকা শব্দ।
আগত কৈ কথা কোৱাত Smart হৈছে চুকুৰ আলি
আগুৱাই যাওঁক শুকুৰ আলী 😊
Sukur Ali zindabad....❤
অতি সুন্দৰ ব্যাখ্যা আগবঢ়ালে ককাইদেউ শলাগ লৈছোঁ 🌺🌺🌺
বহুত ভাল কথা কৈছে , সুকুৰ আলী য়ে । বহুত সাহস আছে, শিক্ষিত হোৱা হলে আৰু বহুত জানিলে হেঁতেন । এনে এজন সাহসী লোকক চৰকাৰে কিবা এটা দিয়াটো বিচাৰোঁ ।
Thanks
❤❤❤❤❤❤❤❤❤❤❤❤
শুকুৰ আলীৰ মনটো ভণ্ড সাংবাদিকতাকৈ বহু গুণ ওপৰত।
সাংবাদিকে ভাল কাম যিমান কৰে তাতকৈ বেয়া কাম বেছি কৰে
শুকুৰ আলীৰ কথা-বতৰাবোৰ বহুত সলনি হ'ল।
শুকুৰ আলিয়ে কথাষাৰ কৈছিল - সাংবাদিক বিলাকে ভাল কাম এটাও নকৰে আৰু ভৱিষ্যতেও কৰিব নোৱাৰে।ভাল কাম কৰিলে সাংবাদিকে চলিব নোৱাৰিব।সাংবাদিকৰ পাছে-পাছে মই নাযাওঁ সাংবাদিকেহে মোৰ পাছে-পাছে আহে।এইয়া সত্য কথা শুকুৰ আলি।ইয়াতেই অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াই তুচ্ছ-তাচিল্য জ্ঞানেৰে শুকুৰৰ লগত বাৰ্তালাপ কৰিছা।শুকুৰৰ কথাষাৰ আপুনি ইয়াতেই সাংবাদিক হিচাপে প্ৰমাণিত কৰিলা যে সাংবাদিকৰ জ্ঞান আৰু কাম কেনেকুৱা।শুকুৰ আলি জিন্দাবাদ 🎉।শুকুৰৰ দুৰ্বলতা আজি শক্তিশালী ৰূপত।
😮😮😮😮😮😮😮😮😮
Like for sukur ali
Aaami sukur siror pora bohut Kush hikibo logia aase❤ . Love u
বহুৰূপী বুজি পায়? এইচাট ভাল দিছে অনুপম দাক।😂😂😂
Anupam dar কথাবোৰ বহুত bohut val লাগিছিল কিন্তু আজি এই video tu bor ahuja log jen lagil 😢 respect every one please 🙏 sir
Right 👍👍👍👍
Bhal lagile sukurr kotha xuni 👍👍👍
Sukur bhai good
Rupjyoti t koi bht jane SUKUR ALI a
চুকুৰ আলি আজিকালি বহুত চৈতান হ'ল 😮❤
Sukur dak respect 🫶🏻🫡
sukur ali kotha bur vhal lagil
TRP কাৰণে সকলো কৰিব পাৰে , অসমৰ ভেঞ্চাৰ স্কুল সমূহৰ খুবেই পুতৌ লগা অৱস্থাৰ কথা অৱগত কৰিছিলোঁ আপোনাক কিন্তু আপোনাৰ পৰা পোৱা যি সহাঁৰি পালোঁ সেয়া এগৰাকী সাংবাদিকৰ পৰা আশা কৰা নাছিলোঁ, বাকী সমাজৰ এনেকুৱা কিছুমান বহুৱাৰ লগত চাহমেল কৰিবলৈ সময়ৰ অভাৱ নহ'ল।
আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়
স্বভিমানী শুকুৰ আলীয়ে গৌৰৱ গগৈ সম্পৰ্কে এশ শতাংশ শুদ্ধ কথা কলে।
হুকুৰ আলীক সঁচাকৈ এটা ঘৰ পাব লাগে 🙏
এইজন জনপ্ৰতিনিধি কেতিয়াবা মূখ্যমন্ত্ৰী হলে কি হব ?
অনুপমৰ ইমান বেয়া দিন আহিল নে এইজনক সাক্ষ্যাত লৱ লগা হল।
Wow Sukur.Very good.
এইবোৰ ভাল মানুহৰ লক্ষণ নহয় ; যিয়ে মানুহক বয়স কথা প্ৰশ্ন কৰে
চিধা মানুহ চিধা কথা।
Sukur Ali r beleg keitaman interview podcast ase Anupam dangoriya chai lobo.....Nijoke bohu dangor buli navabibo ....
31 tu horu lora nhoi
Eibar sarkar sukurali sarkar
চাৰি-পাচ টকাত চাউল কিনা মানুহজনৰ বয়স কিমান হব পাৰে?উন্নয়নৰ কথা কৈ কৈ শেষত নমুনা দিলেগৈ দুই কিলোমিটাৰ দূৰৰ পৰা পানী অনা হয়,ঠেলাত নিব লাগে ৰুগীয়া
এতিয়াহে শুকুৰ আলী ডাঙৰীয়া হৈছে,,,,,স্পষ্টবাদী 😊( শুকুৰ আলীয়ে এনে উত্তৰ দিব বুলি সাংবাদিকে আশা কৰা নাছিল)😂😂😂😂😂😂😂
বিহু কেইটা এইটো প্ৰশ্ন সুধে নেকি বাৰু
Sukur Ali agor pora smart hoise...kotha kuwat ...good...bhal kam koribo paribo raiz r karone....agote sai fokotia lagisil yak etia politician bonise nsina lagise... mama eta horu ghor bonai diya yak..
মই সৰু লৰা কিন্তু আপোনাক বেয়া শব্দ প্ৰয়োগ কৰি বেয়াকৈ কব নোৱাৰোঁ কিন্তু এটা কথা কওঁ আপুনি যেনেকৈ questions কৰিছে আপুনি নিজকে চহকী মানুহ বুলি ভাবে নেকি নে তেওঁ সৰু বুলি এনেকৈ ব্যৱহাৰ কৰিছে ? মানুহৰ ৰং চাই ভাল পায় ন
Anupam chakravarti Aji pora ulal monor pora 🔐
Absolutely right bro
অনুপম....... ধিক্কাৰ জনাইছো আপোনাৰ ব্যৱহাৰ
Fotua interviewer.. nijoke gyani buli nabhabibo..
অন্যক অজ্ঞানী বুলি ভাৱাটোও, একপ্ৰকাৰৰ মূৰ্খামী |
Sukur da jindabad...❤...Anupom Chakrabati bor fotua lgil apunar kotha botora ..Olpmn manuh r nisina kotha ptibo.. question koribo..👍
এই জনে ভাল জমনি দিয়ে ভাল লাগিল
কেলা ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ চোন😅😅
God bless you sukur ali
God bless you
বিয়া ২০২৯ত 😅😅😅😅
Vall jobab dise sukur Ali a।।।laz pabo লাগিছিল সাংবাদিক জন
সুকুৰ খোলা মনৰ মানুহ বহুত সাহস আছে কথা কোৱাৰ যুচত অলপ বেলাক হয় অন্তৰ খন চাভা
Bhut katha Buji ai karane val lage
Hukur ki asil ki hol ...aru amar sangbadik bur ki asil ki hol ....anupom toyu
This is business.... business 😂
Sukur Sir
শুকুৰ অ '.....
সত্য কথা কৈছে শুকু আলি এজন সত্য অসমীয়া ।ভাই মই দাইভাৰ কৰো গাড়ী চলাই যেনে তেনে ঘৰ খন চলাই আছো ।মোৰে নাই কেতিয়াবা লগ পালে মই টকা ১০০০ মান দি সহায় কৰিম ।মই মৰিগাওঁ পৰা কৈছো
শুকুৰ আলীক চৰকাৰে ঘৰ বনাবলৈ সাহাৰ্য্য কৰিব লাগে
Sukur Ali real hero... very good
sukur bai develop hoise
Sukur Dai xosakoi bht vl kotha koise......xahoxi lora
দুইটাই একে।
Yes su
Sukur ali
আজি কালি সাংবাদিক বোৰৰ কথাৰ সুৰ বোৰ বহুত বেলেগ হৈ গল... মাৰ মাৰি দিব মই যাই
Bht vll lagisy ... Sukur Ali r ktha bor .. bht develop hoisy .. sukur Ali ... Ami o ajn ajn sukur Ali hb paly . Bindas hb parily hoi . Bindas man .
Dhubri next mp
Hemonto Choudhary
Shukur Alir Joy Joy moy moy👍
Good interview 👍
Katha bur Val lagil xuni..
কি ঘৰ নাই ঘৰ নাই কৈ আছে হে
Assam sarkar a ghar aru pani paykhana kari dile Assam r Raije val pab.Mama jindabad.
Good 👍
Sukur da Right Modhu mulla bur or babe aibur xomoissa hoi ase
Sukur Alir Dore manuh lage homajot.
বেলেগ বাতৰি নাই চাগে? কাম নাই আৰু?
Like for SKLI😅😅
nijor karone eku nlge koise.... Vle lgil de
Good sukur ali mature dore kotha koise vabi vabi 😊
কিছু প্রশ্ন ঠাট্টা কৰি কৰা হৈছে।
Really Lorajon tallent hoi goi ase ,in future ajon val politician hisabe nijoke establish koribo jen vab hoise,
😂😂😂😂 Ali bhai apunak jiyei nokok kiyo Assam mor raij hokole smriti thaki jabo,sukur Ali Kun buli,🎉 congratulations 👏
Straight forward 🎉
Poka dhanor maje maje khoru khoru Sukur Ali😊
😂
😂😂😂
Sukur Ali❤️❤️
অনুপম দা আপুনি যে আৰু 😂😂😂😂
Sukur Ali god bless u
Aboyub best youtuber
Anupam dada apuni anakua interview lobo buli voba nasilu aitu interview pora gom palu apuni kanakua monor manuh. Aboyob dada pora alop xikibo interview kanakoi loi
Moha pandit
Bhal koise kothabr
Anupom da apuni ohh...fokotiyat lagi gol....
নিজকে স্মাৰ্ট বুলি ভাবি মূৰ্খৰ পৰিচয় দিছে # অনুপম দা
যিবিলাক প্ৰশ্ন কৰিছে আপুনি কেমেৰাৰ সন্মুখত কৰিব নালাগিছিল বুলি ভাবো
শুকুৰ আলী লৰাটো মানুহ হৈছে লাহে লাহে। বহু MLA , Minister ত কৈ ভাল কথা কয় আজিকালি।
Right kotha
Aboyob bhuyan ৰ পৰা বহুত সিকিব আছে অনুপম দাৰ
সকলো মানুহৰেই আত্ম সন্মান আছে। অলপটো সন্মান সহকাৰে প্ৰশ্ন কৰক। সিওঁ তেজ মঙহৰে গঠিত মানুহ। সি সৰু লৰা নহয় তাক বিহু কেইতা সুধিছে।
100 percent you're absolutely right brother 🌹
Yes
শুকুৰ আলীৰ কথা বতৰা বহুত উন্নত হৈছে ৷ সচাঁ কথা কবলৈ গ’লে তেওঁ বহুত আগবাঢ়ি গৈছে ৷
শুকুৰ আলী জিন্দাবাদ
চুকুৰ আলী আজিকালি পৰিপক্ব হৈছে৷
সন্মান কৰক মানুহজনক। সমাজে উপলুংগা কৰা মানহেই ইতিহাস গঢ়ে❤
Anupam kukur thatta kori question bur nuhudhibo
I agree teu tu manuh hoi so respect tu main hoi ....
Vall laghil
Right 👍 bro
Suwa seleka reporter kela kenekoi prasna krse sua🤬
right koise
Real Muslim sukur Ali ❤
অনুস্থানটো সচাকৈ খুব পজিটিভ ভাল লাগিল । এজন লৰা আচলতে কেনেকুৱা পৰ্য্যায়ৰ পৰা আহি কেনেকুৱা এখন সমাজত ঘুৰি ফুৰিছে ৰাজনীতি লগত জড়িত হৈ । বহুত পঢ়া শুনা ৰাজনীতি কৰিব জনা কিছুমান ব্যক্তিয়েও ইমান সাহসেৰে যুজিব নোৱাৰে । তাৰ এটাই আশা ৰাজনীতিৰ লগত জড়িত হৈ নিজৰ অঞ্চলটো যাতে ডেভেলপ কৰিব পাৰে । সুন্দৰ এনেকৈ আগবাঢ়ি যাওক । চৰকাৰেও যাতে চকু দিয়ে অকমান তাৰ সময়খিনিয়ে মূল্য পাই ।
সময়খিনিয়ে মূল্য পাই, আপোনাৰ কথা শুনি ভাল লাগিল । বহু অৰ্থ লুকাই থকা শব্দ।
আগত কৈ কথা কোৱাত Smart হৈছে চুকুৰ আলি
আগুৱাই যাওঁক শুকুৰ আলী 😊
Sukur Ali zindabad....❤
অতি সুন্দৰ ব্যাখ্যা আগবঢ়ালে ককাইদেউ শলাগ লৈছোঁ 🌺🌺🌺
বহুত ভাল কথা কৈছে , সুকুৰ আলী য়ে । বহুত সাহস আছে, শিক্ষিত হোৱা হলে আৰু বহুত জানিলে হেঁতেন । এনে এজন সাহসী লোকক চৰকাৰে কিবা এটা দিয়াটো বিচাৰোঁ ।
Thanks
❤❤❤❤❤❤❤❤❤❤❤❤
শুকুৰ আলীৰ মনটো ভণ্ড সাংবাদিকতাকৈ বহু গুণ ওপৰত।
সাংবাদিকে ভাল কাম যিমান কৰে তাতকৈ বেয়া কাম বেছি কৰে
শুকুৰ আলীৰ কথা-বতৰাবোৰ বহুত সলনি হ'ল।
শুকুৰ আলিয়ে কথাষাৰ কৈছিল - সাংবাদিক বিলাকে ভাল কাম এটাও নকৰে আৰু ভৱিষ্যতেও কৰিব নোৱাৰে।ভাল কাম কৰিলে সাংবাদিকে চলিব নোৱাৰিব।সাংবাদিকৰ পাছে-পাছে মই নাযাওঁ সাংবাদিকেহে মোৰ পাছে-পাছে আহে।এইয়া সত্য কথা শুকুৰ আলি।ইয়াতেই অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াই তুচ্ছ-তাচিল্য জ্ঞানেৰে শুকুৰৰ লগত বাৰ্তালাপ কৰিছা।শুকুৰৰ কথাষাৰ আপুনি ইয়াতেই সাংবাদিক হিচাপে প্ৰমাণিত কৰিলা যে সাংবাদিকৰ জ্ঞান আৰু কাম কেনেকুৱা।শুকুৰ আলি জিন্দাবাদ 🎉।শুকুৰৰ দুৰ্বলতা আজি শক্তিশালী ৰূপত।
😮😮😮😮😮😮😮😮😮
Like for sukur ali
Aaami sukur siror pora bohut Kush hikibo logia aase❤ . Love u
বহুৰূপী বুজি পায়? এইচাট ভাল দিছে অনুপম দাক।😂😂😂
😮😮😮😮😮😮😮😮😮
Anupam dar কথাবোৰ বহুত bohut val লাগিছিল কিন্তু আজি এই video tu bor ahuja log jen lagil 😢 respect every one please 🙏 sir
Right 👍👍👍👍
Bhal lagile sukurr kotha xuni 👍👍👍
Sukur bhai good
Rupjyoti t koi bht jane SUKUR ALI a
চুকুৰ আলি আজিকালি বহুত চৈতান হ'ল 😮❤
Sukur dak respect 🫶🏻🫡
sukur ali kotha bur vhal lagil
TRP কাৰণে সকলো কৰিব পাৰে , অসমৰ ভেঞ্চাৰ স্কুল সমূহৰ খুবেই পুতৌ লগা অৱস্থাৰ কথা অৱগত কৰিছিলোঁ আপোনাক কিন্তু আপোনাৰ পৰা পোৱা যি সহাঁৰি পালোঁ সেয়া এগৰাকী সাংবাদিকৰ পৰা আশা কৰা নাছিলোঁ, বাকী সমাজৰ এনেকুৱা কিছুমান বহুৱাৰ লগত চাহমেল কৰিবলৈ সময়ৰ অভাৱ নহ'ল।
আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়
স্বভিমানী শুকুৰ আলীয়ে গৌৰৱ গগৈ সম্পৰ্কে এশ শতাংশ শুদ্ধ কথা কলে।
হুকুৰ আলীক সঁচাকৈ এটা ঘৰ পাব লাগে 🙏
এইজন জনপ্ৰতিনিধি কেতিয়াবা মূখ্যমন্ত্ৰী হলে কি হব ?
অনুপমৰ ইমান বেয়া দিন আহিল নে এইজনক সাক্ষ্যাত লৱ লগা হল।
Wow Sukur.
Very good.
এইবোৰ ভাল মানুহৰ লক্ষণ নহয় ; যিয়ে মানুহক বয়স কথা প্ৰশ্ন কৰে
চিধা মানুহ চিধা কথা।
Sukur Ali r beleg keitaman interview podcast ase Anupam dangoriya chai lobo.....Nijoke bohu dangor buli navabibo ....
31 tu horu lora nhoi
Eibar sarkar sukurali sarkar
চাৰি-পাচ টকাত চাউল কিনা মানুহজনৰ বয়স কিমান হব পাৰে?
উন্নয়নৰ কথা কৈ কৈ শেষত নমুনা দিলেগৈ দুই কিলোমিটাৰ দূৰৰ পৰা পানী অনা হয়,ঠেলাত নিব লাগে ৰুগীয়া
এতিয়াহে শুকুৰ আলী ডাঙৰীয়া হৈছে,,,,,
স্পষ্টবাদী 😊
( শুকুৰ আলীয়ে এনে উত্তৰ দিব বুলি সাংবাদিকে আশা কৰা নাছিল)😂😂😂😂😂😂😂