Sukur Ali :শুকুৰ আলীয়ে এই বাৰ নিৰ্বাচনত হিন্দীত প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে কুচকাৱাজ | N18V
HTML-код
- Опубликовано: 25 апр 2024
- Sukur Ali | নিৰ্বাচনত প্ৰাৰ্থী যিমানেই নাথাকক কিয় শুকুৰ আলীৰ কথা সদায় ভিন্ন। মুখ্যমন্ত্ৰীৰ পৰা আম জনতা সকলোৰে বাবে আমোদৰ খোৰাক হৈছে শুকুৰ আলী। পূৰ্বে ইংৰাজী কৈ বিখ্যাত হৈ পৰা শুকুৰে এই বাৰ নিৰ্বাচনত হিন্দীত প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে কুচকাৱাজ। কাৰণ এম পি হলে শুকুৰ যাব দিল্লী লৈ আৰু দিল্লী গলে প্ৰয়োজন হ'ব হিন্দী ভাষাৰ।
#News18Assamoriginals
হিন্দীত প্ৰচাৰ চলাব শুকুৰ আলীয়ে
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#sukurali #lspolls #loksabhaelection2024
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
শুকুৰ আলীয়ে আজিকালি সাংবাদিকৰ সকলো প্ৰশ্নৰ উত্তৰ মজাকৈ দিয়ে ৷ উঠি অহা যুৱকজনৰ জীৱনটো সফল হওঁক তাৰে কামনা কৰিলো ৷🎉🎉Best wishes
❤❤❤❤❤
Abr confidence ot ase
❤ you
Jia anor bhal bisare tar bhale hoi
❤
সুকুৰ আলিৰ আত্মবিশ্বাস দেখি খুব ভাল লাগিল 🙏Best of luck
বহুত বহুত ভাল লাগিছে মাননীয় শুকুৰ আলী মহোদয়। মই এজন সাধাৰণ ল'ৰা হৈ ক'ব পাৰোঁ যে আপুনি এজন সাহসী, জ্ঞানী আৰু অদ্ভূত মানুহ কাৰণ আপোনাৰ কথা কোৱাৰ ধৰণ আৰু সাহসে আপোনাক আগুৱাই যাবলৈ সক্ষম কৰাব আৰু ভাৰত তথা ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় অধিকাৰ ৰক্ষা কৰিবলৈ সাহ পাব।
জয় আই অসম 📌📌
জয়জুক্ত হওঁক শুকুৰ আলী, জিনদাবাদ 🚩🚩🚩
Pagol
এইজন যুৱকক মানুহে হাঁহে,ঠাট্টা কৰে জোকাৰ বুলি কিন্তু এইজন যুৱকৰ সাহস , আত্মবিশ্বাস সচাই সন্মান কৰিব লগীয়া আছে......
শুকুৰ আলিৰ কথা কোৱা ধৰণ দিনে দিনে উন্নতি হৈছে 👍
বাহ কি সুন্দৰ উত্তৰ।।
কি সুন্দৰ বাহ দিলে সাংবাদিকক।
বঢ়িয়া চুকুৰ আলি
সাংবাদিক মহাশয় কেতিয়াবা শাসনত থকা কোনোবা এজন মন্ত্ৰী বিধায়কক হিন্দী আৰু ইংৰাজীত কব কবচোন সাহস আছে যদি।এটা কথা মনত ৰাখিব আপোনাতকৈ চুকুৰৰ প্ৰতিভা আৰু আত্মবিশ্বাস বেছি আছে।
Thike koise apuni👍
ভাল কথা কৈছা আপুনি
আগতকৈ সম্পূৰ্ণ পৰিবৰ্তন হল সুকুৰ আলি। আগলৈ আৰু ভাল হওঁক তেওঁ আৰ্শীবাদ কৰিছো। তেওঁ নিজৰ ওপৰত বহুত বিশ্বাস কৰে।😊
মানুহৰ জনৰ সাহস কিন্তু মানিব লাগিব,,, সাংবাদিক জনে হিন্দী কবলৈ কৈ প্ৰাৰ্থীজনক হাঁহিৰ খোৰাক যোগাব বিছাৰিলে।।। কিন্তু নোৱাৰিলে 😂
thikei koisa tumi ....sobei tenkei krbo sesta kore ...kintu nuare teur confidencr babe
চেষ্টা কৰিলে পৰিব।
Rupjyoti t koi bht JAne ❤
Yes far far better then rupjyoti
right
Better than Rup Jyoti Kurmi
Mja
অলপ ভালেই আপডেট হৈছেই। চেষ্টা কৰিলে আগুৱাই যাব পাৰে ।সাংবাদিক উদ্দেশ্য সফল নহয়
এওঁ অসমৰ ভিতৰত থকা এটা মূল্যবান
সম্পদ।
😂😂
😁😁😁
Are you kidding?
😂😂😂
Right
Sokur ali jinamdabad ✊ Jay Jay moi moi😂
যদি জিকিব পাৰে সচাকৈ কৈছো সংসদত মাত মাতিব ই|
Jikibo😂😂
ৰাইজে এখেতক জিকোৱাটো প্ৰয়োজন। এনে ৰাজনীতিবিদ পৃথিৱীৰ ভিতৰত বিৰল । দম আছে।
লৰা জন সাহসী জিকিলে ভাল কাম কৰিব যেন লাগে,
সোণৰ ৰাস্তা বনাব
Cm bonaide
চুকুৰ আলিৰ হিন্দী মামাৰ হিন্দীৰ দৰে
😂
What is his party
Mamat koi olop holeo develop ase.
Narikol suruksha Party
@@Ramirez321axom jana morcha
অইন হওক বা নহওঁক শুকুৰ is মহান 😮😝😄😀🤪😏🤪😳😋🤪🥴😮
Sukur bhaik hokolue voot diok
Sukur Ali zindabad zindabad ❤❤
Moi 100% vote shukur alik dim final
Thik
এ দিল্লীত অসমীয়াত ক'লে ও হব।
শুকুৰ আলী zindabad
দিল্লীত অসমীয়াত কলেও হ'ব।বাকী বিলাকে বুজি পাওক বা নাপাওক আমি বুজি পাম 😊শুকুৰ আলী জিন্দাবাদ
Admi ekdin main nehi sikta din ba din behtar hota hai ye shukur ali ne proove kar diya 🙂💝
বহুত ধয্য থকা মানুহে চাব পাৰে শুকুৰ আলিৰ ইণ্টাৰ বিউ।নৱ প্ৰজন্মৰ এক প্ৰেৰণা
Sukur Ali vote diyok. Sukur Ali jindabad
সুকুৰ আলীৰ জয় জয় ময় ময় 🔥🔥
বহুত বহুত চুপ্ৰিয়া শুকুৰ আলি ! এজন অদ্ভূত টাইগাৰ নেতা । জয় হো : 😂😂😂😂
😂😂😂😂
পিচ ফালে মানুহ থাকিব লাগিছিল
Insult kora manuhjon aji bohut agbari ase , so main confidence , 😢
আপুনি শুকুৰ আলীয়ে ইংৰাজী/হিন্দী ক'ব পাৰিব নে নোৱাৰে টেষ্ট লোৱাটো উচিত নাছিল। বহুতো সাংসদে ইংৰাজী/হিন্দী জনাৰ পাছতো সংসদত কথা ক'ব নোৱাৰে। ২ই aজন সাংসদে অসমীয়াতে সংসদত কথা কোৱা পৰিলক্ষিত হৈছে।😇😇
😂😂😂😂😂😂😂😂😂😂
Sukur ali joy joy moi moi.. Khatang jikibo..
Sukur ali zindabad
জিকিলে ভাল হয়।তেখেতৰ ইংৰাজী ভাষাত ভাল দখল আছে,অসমৰ সমস্যা সমূহ পাৰ্লিয়ামেণ্টত সলসলিয়াকৈ উপস্থাপন কৰিব পাৰিব।😊
😂😂😂😂
Are you kidding?
😢@@bplvdoley8243
@@bplvdoley8243 no.....!! He is serious
মানুহে যিয়েই নকওঁক চুকুৰৰ সাহস আৰু আত্মবিশ্বাস.... 👍 👍
I welcome and salute him for his endeavour.
Sukur আলি বহুত improve হৈছে
If he is in our constituency surely I might vote for him
Confidence level 1000000000000😊
Sukur vai Zindabad You go to Delho
manuh jon bht improve hoise kin2
Talented politician sukur ali zindabad
জয় চুকুৰ দা 😊
I support sukur ali❤❤❤
জয় জয় ময় ময় কিন্তু পিচফালে মানুহ এজনো নাই।
😂asah dujon pisphal goisah
😂😮
Ser akelahi Sikar karte hai
অসমৰ বহু প্ৰাক্তন সাংসদ আৰু বিধায়কতকৈ উন্নত ।
sukur Ali kotha kobo jona hol❤😊
छुकुर भाई हाम आपके साथ है
Wow
U r a brave a man shukur Ali zindabad zindabad
Best of luck 👍
Best of luck.... congratulations 👍
Atleast he is speaking the issues instead of blaming other
Understanding is the language. Really his speech touched my heart.
শুকুৰ আলীৰ কথাত বহুত improve হোৱা দেখা গৈছে। আগলৈ আৰু উন্নতি হব বুলি আশা কৰিলোঁ ✅👍
Sukur আলি ৰ পৰা দুটা ডাঙৰ কথা শিকিব পাৰি,, no 1 সাহস no 2 বিশ্বাস
Wow !
Bohot Val lagil sukur vai aibar kijani Jai Nishith dhuburi dist
All reply are superb
Sukur Ali is a Brave man
One and only
The real hero
Sukur Ali zindabad
Baba toi jodi Parliament t jao ki language t kotha patibi???
Sukur Ali will win surely as M.P. from Dhuburi.
BRAVE BOY
Dorkar hole sukur kk vote dim bass Ajmolok khedibo lagee💪🏻
লাগি থাকক ২১৫০ চনত ভাল খবৰ পাব
Sukur Ali y Hindi jane na English jane tat goi koriba ki ? Hubloi tu ghar t paba .so ghar tei thakile val hob ...
I am fan of sukur Ali
Politics r kota kuwar ovigayta asa .Agbari juwa
Sukur Ali.. Best of luck
❤❤All the best
we are always with you..
Love From Borsola 💜❤️🩹
Moja aa goya😂😂joy joy moy moy
Ohhh hom......bhai Oxom....it's Oxom.... জয় আই অসম🙏
very nice 👍
Narikal free hoba ne.
200%😅😅😂
Sukur vai juii🔥
All the best Sukur Bhai.
Jai Jai Mai Mai shukur daa..ami tumar logot asu
😅😂😂😂😂 ki koise sukur ali dangoriya buj pailamna go
শুকুৰ আলিয়ে বিৰোধীক হ'ল ঠেকত যে পেলাব সেইটো ঠিক।😁😁😁
Practice makes a man of perfect so Go ahead
U will be successd one day fluency in Hindi
Congratulations
Bro your confidence level is to high😊 good luck 👍😊
Hight 200 vote
Vle khini develop hoise Sukur r😊
Trying brother Allah bless you
Confidence level sa
Sukur zindabad
Sukur is the best person in the Assam
He is kindhearted person we need to support
Oti xundar ❤❤
Famus sukurok pso dibo lagy
এনেকুৱা হিন্দী দিল্লীত বুজিব জানো
Hokoluwe mili juli buji lobo aru...upai tu nai
Popular MP🤪😜😝😛🤓😆🤗
Just he looks like this but very talented best of luck ❤
কেবাটাও ভাষাৰ নতুন ডিছনেৰি বনাব লাগিব
😂
Sukur ali jikile kun party logat mitrata koriba.
Vote for Sukkur Ali 👍👍👍
Bt congratulations sukur bhai
Joy joy moy moy😂😂😂😂😂😂😂😂😂😂😂😂