ধুবুৰীত ভোটগ্ৰহণৰ দিনাই মুখামুখি দুই প্ৰাৰ্থী শুকুৰ আলী আৰু বদৰুদ্দিন আজমল
HTML-код
- Опубликовано: 6 май 2024
- 📌ধুবুৰীত ভোটগ্ৰহণৰ দিনাই মুখামুখি দুই প্ৰাৰ্থী শুকুৰ আলী আৰু বদৰুদ্দিন আজমল। মোৰ সন্মুখত কোনো প্ৰতিদ্বন্দী নাই। মই ৮-৯ লাখ ভোটত জয়ী হ'ম : শুকুৰ আলী।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
সাংবাদিক কেইজনে সন্মানীয় সাংসদ প্ৰাৰ্থী শুকুৰ আলী ডাঙৰীয়াদেৱক এজন সাংসদ প্ৰাৰ্থী হিচাপে মৰ্যাদা দিব লাগে বুলি জ্ঞান নাই ।শুকুৰ আলী বয়সত সৰু হব পাৰে ,কম শিক্ষিত হব পাৰে ,গৰীব হব পাৰে ,আন প্ৰাৰ্থীৰ সমপক্ষ নহব পাৰে তথাপি তেওঁ আজিৰ দিনত এজন সন্মানীয় সাংসদ প্ৰাৰ্থী হৰা জিকা পিচৰ কথা মৰ্যাদা সন্মান দিব লাগে হেয়জ্ঞান উপলুঙা কৰিব নালাগে ।সাংবাদিক কেইজনে অজ্ঞানীৰ পৰিচয় দিছে ।
Reporter kei jonor bebohar kene vai.haire asomor sangbadik.
যহৰা সাম্বাদিক হয়। ব্যৱহাৰ দেখা তই নে আৰে sukur Ali সৰু হলেও আজি দিনত তহঁতকৈ বহুত ওপৰত sukur Ali ভৰি ধুই পানী খোৱা যুগ্য তহতি হব নোৱাৰ। ব্যৱহাৰ অলপ ভালকৈ কৰিব লব তেতিয়া হে মানুহক মানুহ বুলি পাত্তা দিব ।
Sukur Ali ajon Bohut jana buja manuh hoi.
নিশ্চিত পৰাজয়ৰ কথা জানিও তেও ৰাজনিতিৰ পথাৰত নামিছে ।গতিকে তেওক হাজাৰ বাৰ চেলুত দিছো।
Right 👍
Right
সাংবাদীক কেইজন পাগল হয় , তহঁতৰ শুকুৰ আলীৰ সমানো ভেলু নাই
Right 👍
Hxa kotha
Right
Pgl
সচাঁই।
ৰাইজে হাঁহি থাকিব আৰু এদিন এইজন দেশৰ সংসদত যাব ।।
গণ তন্ত্ৰত সকলো সম্ভৱ ।।
কালি দাস যদি মহা কবি হব পাৰে
তেনেহলে পৃথিৱীত সকলো সম্ভৱ ❤
Mor moneyo ayaye koy..... Sukur 👍👍👍👍
Mp noholeo jowabar chairman hoisile aibar ba ki hoy
Right
Kali das kio moha kobi hobo nuare eta reason diok sun?
He next cm hobo assam is a next miya dekh hobo laj lagibo lage akhomor khilonjiyak it's a very Denjores meter
কি ঘুৰি ল ঘুৰি ল ,সাংবাদিকতা কৰিব আহিছা ,ব্যৱহাৰ নাজান ।শিষ্টাচাৰ অলপ শিকিব।
You noticed the right thing.
They thought that an MP candidate is valueless although they haven't basic sense to questioning someone!
News chennel2 kar tatei answer ase
শুকুৰ আলি , জিন্দাবাদ । জিকিবলৈ শুৰ্ভেচ্ছা জনালো ।
শুকুৰ আলি ঘূৰি লো শুকুৰ আলি ঘূৰি লো কি ভাষা এইটো তাই এজন MP Candidate হই এতিয়া। Respect দি মাতক অলপ
Tur name tu ki hoi be
তাই নহয় তেখেত
শুকুৰ আলীয়ে মাছ নাপালেও পানী ঘোলা কৰিব যেন লাগিছে।
😂😂😂 comment pohi hahi rokhabo pora nay
😂😂😂
Apuni ki korixe? Apunar dom ase khelibo ? Apunaloke hahi thakibo adin nohoi adin jikibo
Right 👍
😂😂😂😂😂
তহঁতে কিহৰ সাংবাদিক,,, তহতে মনত ৰাখিব লাগিছিল যে আজমল ডাঙৰীয়া যেনেকুৱা পাৰ্থী শুকুৰ আলিও এজন পার্থী
যিয়েই নহওঁক বপুৰাই ভাল উত্তৰ দিছে ।
সুন্দৰ,শুকুৰ আলি, full of confidence...
ভাল লাগিল, লগতে এটা কথা ক'ব লাগিব যে তেখেত MP Candidate দুজনকৈ অতি শক্তিশালী নেতাৰ বিৰুদ্ধে থিয় দি আছে , সাংবাদিক সকলে তেখেতক অলপ সন্মানেৰে সম্বোধন কৰিব লাগে, শক্তিশালী নেতাৰ আগত দেখোন ইহঁতবোৰৰ মাতেই নোলাই , মামাইটো গালি পাৰি পঠিয়াই দিয়ে, আজমলেটো গাড়ীয়েই নৰখাই।
এবাৰ ৰাইজক অনুৰোধ জনালোঁ চুকুৰ আলিক ভোট দি জয় কৰে জেন
Shukur Ali r Maturity xsaii increase hoise. Rply dia r flow and nijoke troll huar pa knke basibo parii sob gm paise👏🏻
সাংবাদিক হৈ লাজ নালাগে নেকি?? এনেকৈ সুধিব??
😂🤣🤣🤣🤣🤣
শত্ৰুক হাঁহিয়ে আঁকোৱালি লোৱা
খংঙৰে নহয় ভাল লাগিল......
সাংবাদিক সকলে তেনে ব্যৱহাৰ কৰা উচিত নহয়। জয় পৰাজয় পিছৰ কথা সাংসদ পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত কৰিছে সেইটো এটা ডাঙৰ কথা। ৰাইজে নখ জোকাৰিলে নৈ বয় ।
চাব্বাচ শুকুৰ আলি
Tuk laj lagise nay toi ki Assam ot cm bonabo bisariso ne ki
He miya hoi akhomiya nohoy
@@user-wc7rr6jg2qtoi kot axomiya
Tum bhi toh bongalli
@@user-wc7rr6jg2qbuskor putek toi.
মুৰ্খ এজনে কৈ আছে শুকুৰ আলী ঘূৰি ল ঘূৰি ল৷ কি ভাষা অ?
Ki kbo dada aji kali 8th pass 9 pass kori kam bon tu nai a murot mall tu o nai ki koribo loud speaker hatot loi channel ata bonai reporter hoi porise kam nai kar logot kenekoi kotha kobo lage xeitu o najane.
@@rajkumarprinceঅপ্রিয় হ'লেওঁ সঁচা কথাঃ সেয়া ধুবুৰীৰহে সাংবাদিক, কিবা জানে নেকি ? ধুবুৰীৰ ৰাজবংশী আৰু ডিমাপুৰৰ পাইটে মানুহখিনি একেই ! না কিবা বুজাব জানে না কিবা বুজিব জানে ??? কাৰনটো জানিব বিচাৰে যদি সুধিব কোনোবা বন্ধুৱে ! চালেবেৰে কোবোৱা কথা নক'লে ভাল পাম !
মানুহ জনৰ confidence আছে চেষ্টা কৰিলে পাৰিব।।।
Sukur Ali jindabad❤❤❤❤
মানুষটির আত্ববিশ্বাস হলো অতুলনীয়
শুকুৰ আলীৰ Maturity বাঢ়িছে পূৰ্বতকৈ। তেওঁ এদিন নিশ্চিতভাৱেই সফল হ'ব!
Sukur Ali Bhai Zindabad❤❤❤
Salute to you ...win xuwa or nowhoi tmr j emn dom ase xosak bht bhal lagil
Sukur ali ak doronor motivational speaker
Sukur Ali is getting matured and growing day by day. God will bless him.
শুকুৰ আলী জিন্দাবাদ !!
শুকুৰ আলীৰ আত্মবিশ্বাস দেখি সঁচাই ভাল লাগিল। সকলোৱে তেওঁক ওপলুঙা কৰা দেখা গৈছে, কিন্তু তেখেতৰ প্ৰতিদ্বন্দি জনৰ সন্মূখতে তেওঁৰ যি আত্মবিশ্বাস দেখিলোঁ, সঁচাই তেওঁ এজন সাহসী আৰু শক্তিশালী ব্যক্তি।
Aji hahi aso na 1 mahar pisat sukur r pisat daurib lagib sabi sir sir buli
#news😂😂
Right ❤
sukur vai ka confident ko man padega
Sahi hai sriman
Confident level 100000000%
বন্ধুত্ব বাৰু বেলেগ স্থানত ।কিন্তু পদবী আৰু নিজৰ পৰিচয় প্ৰকাশ পায় নিষ্ঠাবান আৰু সন্মানৰ বাবে।গতিকে সংযত হোৱাটো প্ৰয়োজনীয় সকলোৱে !
Sukur Ali confidence wow ❤❤❤❤❤
Sukur Ali joi joi moi moi
প্ৰাৰ্থী হিচাপে মনোনীত হোৱাটোৱেই যথেষ্ট।। সাংবাদিক হৈছে যিহেতু অলপ ভাল কাম কৰিব শিকক।। ঠাট্টা মস্কৰা কৰা আপোনালোকৰ কাম নহয়।।
Hora jika pisor kotha but jitu confidence re kotha koise selute dei👍
Raije bisarile adin sukur ali ajmol boha gari khonot bohibo pare ..tetia ajoml agnoria aneke hoitu bahirot thiyo hoi thakibo aru sukir garir vitorot .. tenekuwa nhobo buli koneu kobo nuware .
Sukur was seemed more mature than those fafore khua reporters.. extend some sort of respect. He is a candidate who is contesting against each other
এদিন শুকুৰ আলী সাংসদ নহলেও বিধায়ক হব সেইটো সঁচা
Brilliant candidate of MP Election in India 2024
চাংবাদিক সকলকো মানিছো কিন্তু দেই। লাজো নালাগিল নে !!!
শুকুৰ আগত কৈ বহুত পৰিপক্ক ভাবে সাংবাদিক ৰ উত্তৰ দিলে। টুলুঙা আৰু জকাৰ হিচাপত ধৰি লোয়া শুকুৰে কিন্ত সাংবাদিক সকলক গালত চৰ শোধালে এজন অভিজ্ঞ ৰাজনীতিবিদ ৰ দৰে সকলো কথাৰ উত্তৰ দিলে শুকুৰে।
Always happy sukur Ali direct kotha kuwa Tumi God bless u
সময় ঠাকোতে সাংবাদিক জনে তেজপুৰত দেখুবাই লব
পাগল কেলা
এইবিলাক সাংবাদিকৰ মুখত মাইক দলিয়াই দিব লাগে
mojja dei
উচ্চ শিক্ষিত হৈয়ো মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইকনো সম্যক জ্ঞান নাই সাংবাদিক কিছুমানৰ, অকল নামটো সাংবাদিকৰ ল'লেই নহয়, মহা অসভ্য হয়।
Great confidence sukur ali ......
আমার ইয়াত ৭০% vote( congress) রকিবুল
চুকুৰ ভাই hubhesya জনালোঁ
জয় জয় জয় ময় ময় ময়
Rupjyoti t koi bht JAne ❤
S .ali a
quality নথকা সাংবাদিক কেইজন
Sukur jik vote dena hai sab look love from Arunachal Pradesh ❤❤
শুকুৰ আলী জিন্দাবাদ
Sukur Bhai....❤
বান্দৰৰ দেশত কুকুৰে ৰজা
পৰিবেশ চাই বুজিব পাৰিলোঁ
Sukur ali zindabad ❤
Moi hindu .kintu amr district sukur Ali election khela haten moi sure 200% moi vot dilu haten . Moi na bjp vot dim na congrsk vot dim .moi nidolia partyk vot diu
সাহস আছে শুকুৰ আলী।
শুকুৰ আলীৰ সাহস আছে দে
এতিয়া আৰু আগৰ শুকুৰ আলী নাই😊
কনফিদেনছ মানিব লাগিব।❤❤
Sukur alik khube Bhal lage 👍👍👍👍
Sukur Ali Jindabad
Bhal lagil
Matured Sukur Ali..
Jindabad
Sudhurbhai s Ali jindabat❤❤❤❤❤
এই সাংবাদিক কেইজনক লেংটা কৰি কোবালেহে সাংসদ এজনৰ লগত কেনেকোৱা ব্যৱহাৰ কৰিৱ লাগে গম পাৱ। আৰু বোলে সিহত ৪ৰ্থ স্তম্ভৰ মানুহ চুদুৰভাইহত চালা।
Ajmal Sahab jikibo In shaa Allah🎉❤
edin sabo eijon sukure a mp hb.aru Ami bore hahi thakote jabo.
Love From Borsola 😎❤
Conference level of Sukur Ali ❤
তোহোতক বেয়াকৈ কলেও লাজ নেপাও কিয়
😊
Well come sukur Ali
আমাৰ দেশৰ গণতন্ত্ৰৰ এইয়াই হৈছে পৰিস্থিতি। এনেই টো সকলোৱে ১২মহে পলিতিক্স কৰি থাকে কিন্তু এইয়াই হৈছে আমাৰ দেশৰ ultimatum, এনেকৈ যদি আমাৰ constituency representative kore তেনেহলে আমাৰ দেশৰ বা সমষ্টি বিলাক কেনেকৈ উন্নতি হব। Actually we, the voter are politically Unconscious and that so why we are suffering a lot...
Very good himmat toh hai Bhai main shukur ali yes
Good
Useless questions kio xudhea baru repoter bure....
Appreciated 👍 sukur ali
News reporters are very unconscious,unable to give honour to candidate.
Sukur alir kintu dom ase dee
Akdom mukote koi dise..
Sabbas sukur aki
I rather trust sukur ali than bododrudin....
Sukur Ali kin2 moja manuh..boht simple and a good entertainer..❤
Bohut val lagile
Iak loi sobe hahe adin kintu e mla hbo ai tetia sir matibo lgbo... Iar confident tu manibo lgbo.. Ai confident hokilu jubo samor ahibo buli akha krilu..
Love From Borsola 💜❤️🩹
Good shoot sukkur val lagil first time mal ase
অসমত কেনেধৰণৰ ফকতীয়া সাংবাদিক আছে সছাকৈ মন কৰিব লগীয়া। ইহঁতে সন্মান কৰিব না জানে,
Sukur Ali My best friend
জয় জয় মই মই 😃😃😃😃😃😃😃😃😃😃😃
শুকুৰ আলীৰ আগত বৰমতা, বাকীবোৰৰ আগত ভিজা মেকুৰী
ঠিক নাই। ই জিকিবও পাৰে। আৰু কামো কৰিব অসমৰ কাৰণে।
Sukur Ali confidence dhunia
কাইলৈ যদি সুকুৰ আলি মন্ত্ৰী হৈ চাৰ চাৰ কৰি দৌৰি ফুৰিবি 😊
Vote for Congress
Salute sukur da❤
No car,no horse,no elephent ,bu may be sukur Ali is a parliamentary candidate from Dhubri loc
Good sukur
Sukur Ali all the best
মূৰ্খ সাংবাদিক জন শুকুৰ আলিৰ লগত বাৰ্তালাপ কৰিবলৈ মুঠেও যোগ্য নহয়।
আজমল চাহাবে ভয় খাইছে কিন্তু ৷