" প্ৰেম প্ৰেম বুলি জগতে ঘুৰিলো "( LIVE AT DIPAK SANGHA IN 1987)বাণীবদ্ধ ধ্ৰুৱ জ্যোতি ডেকা

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • ডঃ ভূপেন হাজৰিকাৰ ৫০ বছৰীয়া সোণালী জয়ন্তী উ্তসৱত তেখেতে পৰিবেশন কৰা গীত |
    বাণীবদ্ধ ধ্ৰুৱ জ্যোতি ডেকা 30/1/1987.

Комментарии • 58

  • @amritbarooah342
    @amritbarooah342 3 месяца назад +1

    Hosakoi dhoynobad deka dangoria

  • @manasdeka6801
    @manasdeka6801 Год назад +1

    Thanks Dhruv Deka hai 🙏🙏🙏

  • @medinitalukdar4873
    @medinitalukdar4873 2 года назад +2

    ♥️♥️♥️

  • @gogoisuman3870
    @gogoisuman3870 Год назад +2

    দাদা এনে সঙ্গীত ৰাইজৰ বাবে উপহাৰ দিয়াৰ বাবে ধন্যবাদ

  • @parbatimisra3057
    @parbatimisra3057 Год назад +1

    Nice

  • @manasdeka6801
    @manasdeka6801 Год назад +1

    Joy guru Shanker 🙏🙏🙏

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +4

    অতি সুন্দৰ অনুষ্ঠান, অতি সুন্দৰ সংগ্ৰহ।

  • @20pranjaldutta99
    @20pranjaldutta99 3 года назад +3

    Mind blowing... Superb... Please carry on

  • @prasantagoswami1477
    @prasantagoswami1477 3 года назад +7

    সেই সময়টো এটা ষ্মৰণীয় বয়স আছিল। অতিতলৈ বৰকে মনত পৰে।দীপক সংঘ মানে ৰিদীপ দত্ত ।আৰু বহুত।আপুনি মোৰ কাৰণে ও ৰাইজৰ কাৰণে সযতনে সাচি ৰখা এটা ডাঙৰ উপহাৰ দিলে ।যিটো পইচা দিলেও পোৱা নাযায়। এনে ক্ষেত্ৰত ক'ব লাগিব যে- "মানুহ আপোন টকা পৰ ; যিমান পাৰ' মানুহ ধৰ"।শ্ৰীশ্ৰী ঠাকুৰৰ বাণী। আপুনি পৃথিবীক যি যি দি গৈছে সেইয়া চিৰদিন চিৰকালৰ বাবে। আৰু আগলৈকো ভাল ভাল উপহাৰ পাই থকাৰ আশাৰে আপোনালৈ বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা ।

    • @h34852
      @h34852  3 года назад +1

      ধন্যবাদ্

    • @digantaboruah809
      @digantaboruah809 Год назад +1

      বন্ধু ধ্ৰুৱ ডেকাৰ সংগ্ৰহ অকপতে স্বীকাৰ কৰিবই লাগিব ।তেখেতৰ সংগ্ৰহে আমাক সদায় জীপাল কৰি ৰাখিছে ও আগলৈও ৰাখিব বুলি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।

    • @digantaboruah809
      @digantaboruah809 Год назад

      ​@@h34852 ❤

    • @h34852
      @h34852  Год назад

      ধন্যবাদ্

  • @paragkumardeka
    @paragkumardeka 3 года назад +9

    প্ৰেম প্রেম বুলি জগতে ঘুৰিলোঁ
    ঘৰতে আছিলে প্রেম
    ধনে ধনে কৰি ঢাপলি মেলিলোঁ
    হিয়াতে পৰমে ধনেহে
    গুৰু শংকৰ
    গংগা-যমুনা স্নানিলোঁ [স্নান কৰিলোঁ] যতনে
    গয়া-কাশী তীর্থ কৈলোঁ [কৰিলোঁ]
    হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে
    ক’ৰবাত বিচাৰি মৈলোঁহে [মৰিলোঁ]
    গুৰু শংকৰ
    প্রকৃত ধৰম বিচাৰি-খোঁচাৰি
    বিদেশে বগালোঁ দুখে,
    নিজৰ দেশৰ নির্মল ধৰম
    নামঘৰ দুৱাৰমুখেহে
    গুৰু শংকৰ
    “মোক গুৰু লাগে মঞি শিক্ষিত শিষ্য”-
    জগতক জাননী দিলোঁ,
    জগতৰে গুৰু শ্রীশংকৰ ঘৰতে
    অন্ধলাই নেদেখিলোঁহে
    গুৰু শংকৰ

  • @user-hd7fg4kc2b
    @user-hd7fg4kc2b 3 года назад +2

    আপোনাক ধন্যবাদ আগতে নজনা কথা বহ
    জানিলো শুনিলোঁ

    • @h34852
      @h34852  3 года назад

      স্বাগতম্

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 года назад +3

    Universal truth

  • @tofikali3985
    @tofikali3985 2 года назад +2

    দাদা এই গীত টোৰ মিউজিক টো দিব‌ ‌বুলি আশা কৰিলো

    • @h34852
      @h34852  2 года назад

      বুজি পোৱা নাই | Instrumental বজাব লাগে নেকি ?

  • @bhesojbaruah8725
    @bhesojbaruah8725 3 года назад +3

    গীতটি শুনি শুনি ভাবি থাকো ৰসৰাজৰ কি যে অভিনৱ শব্দ প্ৰক্ষেপ -
    "স্নানিলো".....
    " অন্ধলা "
    "মৈলো "
    আদি আলংকৰিক শব্দৰে লেখা কবিতাটি ভূপেনদাই আপোনাৰ গীতৰ পঞ্চাশ বছৰৰ স্বাক্ষৰ বহনকাৰী হিচাপে সুৰ কৰি গীত গাই শুনালে......
    ৰসৰাজ আৰু সংগীতসূৰ্য্যৰ গীতি সাহিত্যৰ ভঁৰাললৈ এই সমূহ গীত যাউতিযুগীয়া অৱদান ।

    • @dhirendeka2690
      @dhirendeka2690 3 года назад

      ভূপেন দাৰ অতি সুন্দৰ লাইভ প্ৰগ্ৰেম ।

    • @uttamkumarroy2583
      @uttamkumarroy2583 2 года назад

      উচিত কথাই কৈছে আপুনি।

  • @pritambhargav0301
    @pritambhargav0301 4 года назад +4

    History revealing, what a moment. Love you oh! always.

  • @jugamohan5466
    @jugamohan5466 Год назад +1

    সম্পূৰ্ণ গীতটো লক্ষ্মী নাথ বেজবৰুৱাদেৱৰ নেকি ?

    • @h34852
      @h34852  Год назад

      গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱা
      সুৰ ভূপেন হাজৰিকা

  • @khaninbayan7196
    @khaninbayan7196 3 года назад +4

    সুন্দৰ সংগ্ৰহ

  • @mamonsaikia6802
    @mamonsaikia6802 4 года назад +3

    thanks shreman Dhruba Deka.....the great legend

  • @jayantadowarah9116
    @jayantadowarah9116 2 года назад +2

    Nice very nice

  • @nikunjkalita5239
    @nikunjkalita5239 3 года назад +1

    Guitarist 🙏🙏❤❤

  • @hemprasadgogoi5081
    @hemprasadgogoi5081 6 лет назад +9

    many many thanks for turnout such hidden valuables to the public forever and highly appreciable & we want more.

  • @nityanandasahariah6718
    @nityanandasahariah6718 5 лет назад +6

    Dhanyabad Dhruba, a rare song in ur valuable effort.

  • @rollno37udayanphukan25
    @rollno37udayanphukan25 6 лет назад +5

    Appreciate you Dear Dhruba.
    Good collection.

  • @kirandas1506
    @kirandas1506 3 года назад +2

    Mor priya geet

  • @assamkingdom3842
    @assamkingdom3842 2 года назад +2

    জন্মৰ আগৰ অনুস্থান চাব সুবিধা কৰি দিয়া বাবে ধন্যবাদ

  • @omsairamproduction5781
    @omsairamproduction5781 5 лет назад +5

    Khub val lagil. Thank you for your valuable upload and recording.

  • @rollno37udayanphukan25
    @rollno37udayanphukan25 6 лет назад +4

    Appreciate you Dear Dhruba
    Good work.

  • @chandandeka1981
    @chandandeka1981 6 лет назад +4

    Excellent collection.

  • @amalroy9629
    @amalroy9629 3 года назад +2

    Nice songs

  • @simantabaruah3082
    @simantabaruah3082 6 лет назад +3

    মনটো ভাল লাগি যায়।

  • @gopeshdas1540
    @gopeshdas1540 4 года назад +2

    প্ৰিয় ডেকা ডাঙৰীয়া,বহুদিনৰ মূৰত আপোনালৈ লিখিছোঁ এটি গীতৰ বাবে।গীতটি হ'ল গ্ৰামোফোন ৰেকৰ্ডত প্ৰথম বাণীবদ্ধ 'আমি অসমৰে জীয়ৰী অ',আমি অসমীৰে বোৱাৰী অ'...,'আপুনি গীতটি আগতে দিছিল,পিছে হেৰাই থাকিল। আশাকৰোঁ আমাৰ অনুৰোধ ৰক্ষা কৰিব।

    • @h34852
      @h34852  4 года назад

      ruclips.net/video/ScH5Cw3EjMI/видео.html

    • @h34852
      @h34852  4 года назад

      গীতটো দিলো

  • @NoOne-cw3wf
    @NoOne-cw3wf 5 лет назад +2

    Aji kemeng shimanto dekhilu ....gantu dibo sun

    • @h34852
      @h34852  5 лет назад +1

      দিছো আগতে

    • @NoOne-cw3wf
      @NoOne-cw3wf 5 лет назад

      Ok .. thanks

  • @jahnugogoi02
    @jahnugogoi02 5 лет назад +2

    Miss u bhupen daa

  • @anildeka1200
    @anildeka1200 6 лет назад +3

    Val lagil monto .

  • @arunsaikia6869
    @arunsaikia6869 6 лет назад +2

    Very nice

  • @pratapborthakur8015
    @pratapborthakur8015 5 лет назад +2

    nice song

  • @puspadharkutum7325
    @puspadharkutum7325 6 лет назад +7

    We are too much grateful for yr excellent collections of golden songs

  • @aminulhogue4268
    @aminulhogue4268 5 лет назад +2

    Bhupen the apni Amar