Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
এই সঙ্গীত সন্ধিয়া খন দীপক সঙ্ঘত মই চাইছিলো , আৰু এতিয়াও সেইদিনটো মোৰ মনত সজীৱ হৈ আছে ।
প্ৰেম প্রেম বুলি জগতে ঘুৰিলোঁঘৰতে আছিলে প্রেমধনে ধনে কৰি ঢাপলি মেলিলোঁহিয়াতে পৰমে ধনেহেগুৰু শংকৰগংগা-যমুনা স্নানিলোঁ [স্নান কৰিলোঁ] যতনেগয়া-কাশী তীর্থ কৈলোঁ [কৰিলোঁ]হিয়াৰ ঈশ্বৰ হিয়াতে আছিলেক’ৰবাত বিচাৰি মৈলোঁহে [মৰিলোঁ]গুৰু শংকৰপ্রকৃত ধৰম বিচাৰি-খোঁচাৰিবিদেশে বগালোঁ দুখে,নিজৰ দেশৰ নির্মল ধৰমনামঘৰ দুৱাৰমুখেহেগুৰু শংকৰ“মোক গুৰু লাগে মঞি শিক্ষিত শিষ্য”-জগতক জাননী দিলোঁ,জগতৰে গুৰু শ্রীশংকৰ ঘৰতেঅন্ধলাই নেদেখিলোঁহেগুৰু শংকৰ
🙏🏽🙏🏽🙏🏽🙏🏽
অতি সুন্দৰ অনুষ্ঠান, অতি সুন্দৰ সংগ্ৰহ।
Mind blowing... Superb... Please carry on
many many thanks for turnout such hidden valuables to the public forever and highly appreciable & we want more.
দাদা এনে সঙ্গীত ৰাইজৰ বাবে উপহাৰ দিয়াৰ বাবে ধন্যবাদ
ধন্যবাদ
স্বাগতম্
Besy
Khub val lagil. Thank you for your valuable upload and recording.
Thanks Dhruv Deka hai 🙏🙏🙏
সেই সময়টো এটা ষ্মৰণীয় বয়স আছিল। অতিতলৈ বৰকে মনত পৰে।দীপক সংঘ মানে ৰিদীপ দত্ত ।আৰু বহুত।আপুনি মোৰ কাৰণে ও ৰাইজৰ কাৰণে সযতনে সাচি ৰখা এটা ডাঙৰ উপহাৰ দিলে ।যিটো পইচা দিলেও পোৱা নাযায়। এনে ক্ষেত্ৰত ক'ব লাগিব যে- "মানুহ আপোন টকা পৰ ; যিমান পাৰ' মানুহ ধৰ"।শ্ৰীশ্ৰী ঠাকুৰৰ বাণী। আপুনি পৃথিবীক যি যি দি গৈছে সেইয়া চিৰদিন চিৰকালৰ বাবে। আৰু আগলৈকো ভাল ভাল উপহাৰ পাই থকাৰ আশাৰে আপোনালৈ বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা ।
ধন্যবাদ্
বন্ধু ধ্ৰুৱ ডেকাৰ সংগ্ৰহ অকপতে স্বীকাৰ কৰিবই লাগিব ।তেখেতৰ সংগ্ৰহে আমাক সদায় জীপাল কৰি ৰাখিছে ও আগলৈও ৰাখিব বুলি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।
@@h34852 ❤
History revealing, what a moment. Love you oh! always.
Dhanyabad Dhruba, a rare song in ur valuable effort.
Appreciate you Dear Dhruba. Good collection.
Hosakoi dhoynobad deka dangoria
thanks shreman Dhruba Deka.....the great legend
Appreciate you Dear DhrubaGood work.
সুন্দৰ সংগ্ৰহ
We are too much grateful for yr excellent collections of golden songs
গীতটি শুনি শুনি ভাবি থাকো ৰসৰাজৰ কি যে অভিনৱ শব্দ প্ৰক্ষেপ - "স্নানিলো"..... " অন্ধলা " "মৈলো " আদি আলংকৰিক শব্দৰে লেখা কবিতাটি ভূপেনদাই আপোনাৰ গীতৰ পঞ্চাশ বছৰৰ স্বাক্ষৰ বহনকাৰী হিচাপে সুৰ কৰি গীত গাই শুনালে...... ৰসৰাজ আৰু সংগীতসূৰ্য্যৰ গীতি সাহিত্যৰ ভঁৰাললৈ এই সমূহ গীত যাউতিযুগীয়া অৱদান ।
ভূপেন দাৰ অতি সুন্দৰ লাইভ প্ৰগ্ৰেম ।
উচিত কথাই কৈছে আপুনি।
Universal truth
♥️♥️♥️
Nice very nice
Guitarist 🙏🙏❤❤
Excellent collection.
Mor priya geet
Val lagil monto .
আপোনাক ধন্যবাদ আগতে নজনা কথা বহ জানিলো শুনিলোঁ
Joy guru Shanker 🙏🙏🙏
মনটো ভাল লাগি যায়।
Nice songs
Nice
Miss u bhupen daa
জন্মৰ আগৰ অনুস্থান চাব সুবিধা কৰি দিয়া বাবে ধন্যবাদ
Very nice
Bhupen the apni Amar
দাদা এই গীত টোৰ মিউজিক টো দিব বুলি আশা কৰিলো
বুজি পোৱা নাই | Instrumental বজাব লাগে নেকি ?
nice song
সম্পূৰ্ণ গীতটো লক্ষ্মী নাথ বেজবৰুৱাদেৱৰ নেকি ?
গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱাসুৰ ভূপেন হাজৰিকা
Aji kemeng shimanto dekhilu ....gantu dibo sun
দিছো আগতে
Ok .. thanks
প্ৰিয় ডেকা ডাঙৰীয়া,বহুদিনৰ মূৰত আপোনালৈ লিখিছোঁ এটি গীতৰ বাবে।গীতটি হ'ল গ্ৰামোফোন ৰেকৰ্ডত প্ৰথম বাণীবদ্ধ 'আমি অসমৰে জীয়ৰী অ',আমি অসমীৰে বোৱাৰী অ'...,'আপুনি গীতটি আগতে দিছিল,পিছে হেৰাই থাকিল। আশাকৰোঁ আমাৰ অনুৰোধ ৰক্ষা কৰিব।
ruclips.net/video/ScH5Cw3EjMI/видео.html
গীতটো দিলো
এই সঙ্গীত সন্ধিয়া খন দীপক সঙ্ঘত মই চাইছিলো , আৰু এতিয়াও সেইদিনটো মোৰ মনত সজীৱ হৈ আছে ।
প্ৰেম প্রেম বুলি জগতে ঘুৰিলোঁ
ঘৰতে আছিলে প্রেম
ধনে ধনে কৰি ঢাপলি মেলিলোঁ
হিয়াতে পৰমে ধনেহে
গুৰু শংকৰ
গংগা-যমুনা স্নানিলোঁ [স্নান কৰিলোঁ] যতনে
গয়া-কাশী তীর্থ কৈলোঁ [কৰিলোঁ]
হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে
ক’ৰবাত বিচাৰি মৈলোঁহে [মৰিলোঁ]
গুৰু শংকৰ
প্রকৃত ধৰম বিচাৰি-খোঁচাৰি
বিদেশে বগালোঁ দুখে,
নিজৰ দেশৰ নির্মল ধৰম
নামঘৰ দুৱাৰমুখেহে
গুৰু শংকৰ
“মোক গুৰু লাগে মঞি শিক্ষিত শিষ্য”-
জগতক জাননী দিলোঁ,
জগতৰে গুৰু শ্রীশংকৰ ঘৰতে
অন্ধলাই নেদেখিলোঁহে
গুৰু শংকৰ
🙏🏽🙏🏽🙏🏽🙏🏽
অতি সুন্দৰ অনুষ্ঠান, অতি সুন্দৰ সংগ্ৰহ।
Mind blowing... Superb... Please carry on
many many thanks for turnout such hidden valuables to the public forever and highly appreciable & we want more.
দাদা এনে সঙ্গীত ৰাইজৰ বাবে উপহাৰ দিয়াৰ বাবে ধন্যবাদ
ধন্যবাদ
স্বাগতম্
Besy
Khub val lagil. Thank you for your valuable upload and recording.
Thanks Dhruv Deka hai 🙏🙏🙏
সেই সময়টো এটা ষ্মৰণীয় বয়স আছিল। অতিতলৈ বৰকে মনত পৰে।দীপক সংঘ মানে ৰিদীপ দত্ত ।আৰু বহুত।আপুনি মোৰ কাৰণে ও ৰাইজৰ কাৰণে সযতনে সাচি ৰখা এটা ডাঙৰ উপহাৰ দিলে ।যিটো পইচা দিলেও পোৱা নাযায়। এনে ক্ষেত্ৰত ক'ব লাগিব যে- "মানুহ আপোন টকা পৰ ; যিমান পাৰ' মানুহ ধৰ"।শ্ৰীশ্ৰী ঠাকুৰৰ বাণী। আপুনি পৃথিবীক যি যি দি গৈছে সেইয়া চিৰদিন চিৰকালৰ বাবে। আৰু আগলৈকো ভাল ভাল উপহাৰ পাই থকাৰ আশাৰে আপোনালৈ বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা ।
ধন্যবাদ্
বন্ধু ধ্ৰুৱ ডেকাৰ সংগ্ৰহ অকপতে স্বীকাৰ কৰিবই লাগিব ।তেখেতৰ সংগ্ৰহে আমাক সদায় জীপাল কৰি ৰাখিছে ও আগলৈও ৰাখিব বুলি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।
@@h34852 ❤
ধন্যবাদ্
History revealing, what a moment. Love you oh! always.
Dhanyabad Dhruba, a rare song in ur valuable effort.
Appreciate you Dear Dhruba.
Good collection.
Hosakoi dhoynobad deka dangoria
thanks shreman Dhruba Deka.....the great legend
Appreciate you Dear Dhruba
Good work.
সুন্দৰ সংগ্ৰহ
We are too much grateful for yr excellent collections of golden songs
গীতটি শুনি শুনি ভাবি থাকো ৰসৰাজৰ কি যে অভিনৱ শব্দ প্ৰক্ষেপ -
"স্নানিলো".....
" অন্ধলা "
"মৈলো "
আদি আলংকৰিক শব্দৰে লেখা কবিতাটি ভূপেনদাই আপোনাৰ গীতৰ পঞ্চাশ বছৰৰ স্বাক্ষৰ বহনকাৰী হিচাপে সুৰ কৰি গীত গাই শুনালে......
ৰসৰাজ আৰু সংগীতসূৰ্য্যৰ গীতি সাহিত্যৰ ভঁৰাললৈ এই সমূহ গীত যাউতিযুগীয়া অৱদান ।
ভূপেন দাৰ অতি সুন্দৰ লাইভ প্ৰগ্ৰেম ।
উচিত কথাই কৈছে আপুনি।
Universal truth
♥️♥️♥️
Nice very nice
Guitarist 🙏🙏❤❤
Excellent collection.
Mor priya geet
Val lagil monto .
আপোনাক ধন্যবাদ আগতে নজনা কথা বহ
জানিলো শুনিলোঁ
স্বাগতম্
Joy guru Shanker 🙏🙏🙏
মনটো ভাল লাগি যায়।
Nice songs
Nice
Miss u bhupen daa
জন্মৰ আগৰ অনুস্থান চাব সুবিধা কৰি দিয়া বাবে ধন্যবাদ
Very nice
Bhupen the apni Amar
দাদা এই গীত টোৰ মিউজিক টো দিব বুলি আশা কৰিলো
বুজি পোৱা নাই | Instrumental বজাব লাগে নেকি ?
nice song
সম্পূৰ্ণ গীতটো লক্ষ্মী নাথ বেজবৰুৱাদেৱৰ নেকি ?
গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱা
সুৰ ভূপেন হাজৰিকা