Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
ভূপেন দাৰ গীত বোৰক লৈ গবেষণাৰ প্ৰয়োজন বুলি মোৰ ধাৰণা।দয়া কৰি ্্্্্।
বহু অথ´ সমৃদ্ধ গান । ভূপেনদা আপুনিতো অজান দেশলৈ গলগৈ গতিকে আপুনি নেজানে ইফালে অসমীয়া জাতি ইতিমধ্যে মৃত্যু ঘটিল । জাতিটোৰ কথা ভাৱি বৰ দুখ লাগিছে ।
অসমীয়া জাতি ফিনিক্স পখীৰ দৰে পুনৰ জী উঠিছে। বিভিন্ন বিশ্ব ৰেকৰ্ড কৰিছে, অলিম্পিক পদক অৰ্জন কৰিছে, এভাৰেষ্ট আৰোহণ কৰিছে,বিদেশত বহু অসমীয়াই সুখ্যাতিৰে বিভিন্ন কাম কৰিছে। বহুত অসমীয়াই নীৰবে বহুত ভাল কাম কৰি আছে। জাতিটোক বিশ্ব দৰবাৰত সসন্মানেৰে প্ৰতিষ্ঠিত কৰিবলৈ সচেতন সকলো অসমীয়াই এই বহাগতে পণ লও আহক। হতাশা,কৰ্মবিমূখতা আতৰাই উলাহেৰে আগবাঢ়িব লাগিব।
ভূপেনদা আজি প্ৰতিজন অসমীয়াৰ হৃদয়ত সজীৱ হৈ আছে ।
অতি সুন্দৰ মৃত্যু তিথিত স্মৰণ কৰিলো ।
আগৰটোতকৈয়ো শব্দৰ উচ্চাৰণবোৰ স্পষ্ট আৰু মনপৰশা ৷
সুন্দৰ
সঁচাকৈয়ে ভূপেন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব।💐💐🙏🙏
No
অতি সুন্দৰ । ভূপেন দাৰ এইটো গীত মহঙা হৈ পৰিছিল । আপুনি Yt ৰ জৰিয়তে গীতটো পোহৰলৈ অনাৰ বাবে আপোনাক বহুত ধন্যবাদ ।
স্বাগতম্
কি অপূৰ্ব গীত,মন জুৰি পৰি যায়
গীতটিৰ সংগ্ৰহকাৰী শ্ৰী ধ্ৰুব ডেকালৈ অশেষ ধন্যবাদ। আগলৈকে আৰু এই মহান শিল্পী গৰাকীৰ গীতৰ শৰাই শুনিবলৈ পাম বুলি আশা কৰিলো।
নিশ্ৱয়
বৰ ভাল লাগিল গীতটোৰ ২য়টো সংস্কৰণ পাই ।
ONE of the best assamese song of Dr Bhupen Hazarika
Sachai aami prati asamiyai Hazarika deb k loi gourab kora uchit.,aami bar vagyaban ....Hazarika deb r dare bohumukhi prayivar garakik laav kora babe...
অতি সুন্দৰ ❤❤
আপোনাৰ প্ৰত্যেকটো গানেই অসমৰ জাতীয় গান।
My all time favourite singer.very good collection deka sir.
ৰাতি ভুপেন মামাৰ এটা হলেওঁ গান নুশুনিলে তুপনি কে নাহে ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
East or West Bhupen Hazarika is best.
What a hearttouching song.!!!!
ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত যথেষ্ট পৰিমাণে গৱেষণা কৰাৰ প্ৰয়োজন আছে
Excellent👍👍👍 great work
অতি সুন্দৰ
Most outstanding bihu song thanks bhupenda
ভুপেনদাৰ গীতৰ সুৰে মোক সপোনতো খেদি ফুৰে ৷
All songs of bhupenda is in my heart .
Bhupen da❤️
🌺🙏🌺🙏🌺
💚❤👌🙏🙏
Good collection
গীতটি শুনিবলৈ পোৱাত ভাল লাগিল।এই গীতটি ভূপেনদাই ১৯৬৮ চনৰ এপ্ৰিল মাহত শ্বিলঙৰ পাইনউড্ হোটেলত থকা সময়ত লেখা বুলি ছপামাধ্যমৰ পৰা জনা যায় !! পৰবৰ্তী সময়ত ভূপেনদাই ক'ৰবাত কোৱা কথা এষাৰ এই গীতৰ সম্পৰ্কে কৈছিল- " ১৯৭০ চনৰ ২ এপ্ৰিলৰ দিনা মেঘালয়ৰ জন্ম দেখি মূৰৰ ফুলাম গামোছা শেনে কাঢ়ি নিয়াৰ কথা মনত পৰিলে আমাৰ দোষ ক'ত ?....." এয়াই ভূপেনদাৰ গীতৰ কালিকা ....... !!
Regular listner
দাদা, বহুতো পুৰণি অসমীয়া গীত কেৱল ৰেডিঅত হে শুনিবলৈ পোৱা যায়, পাৰিলে সেই আপুৰুগীয়া গীত বোৰো ডিজিটাইজ কৰিব চোন🙏
অ আমাৰ হিয়াআমথু ভূপেনদা 🙏🙏🙏🙏
👌👌👌. N ii CE
100
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
অৱতাৰী পুৰুষ ।
My favourite songs
মই অসমীয়াভূপেনদা ভয় লাগেমই জীয়াই থাকিমঅসমবাসীৰ মাজত
🙏🙏🙏
বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত কিবা এটা কৰিব বুলি আশা কৰিলো
This songs my heart ❤💙💜
Bhupen hajarikar gane hridoy dhuai niye sobore
Asomiya k ganor joriote bahu kothai koisile.bt dhodor posola asomiya bure eko buji napale 😭😭😭
Sirodin aru sirojugomia geet
Bhupen Hazarika songs are late be new blood new jeneration.
Arnab Deka
aei geet bilakor protitu bakyar, sabdar gobekhonar proujon ase.sarkare prodokhyap lobolage. karon ane dorkhon thoka geet world te nai.aibilak jatik jiai rokha manobotar gan.
ভিউজ বঢ়া বলৈ আমি সকলোৱে হাতেকামে লাগিব লাগিব
সছাই ভুপেন মামা আপুণি সদাই অমৰ হৈ থাকিৱ আৰু এইবিলাক ইমান অৰ্থপুৰ্ণ গাণৰ ভিউজ কিয় নহয়
karon sobe vaal bstu nubuje ..
কাৰণ এইটো অসমীয়া channel আৰু এইখন অসম দেশ😂;;ইয়াত আজিকালিৰ গাধ আৰু কাউৰীৰ গানত বেছি views আহিব
Dislike kora keijon vu pondit
00p
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
ভূপেন দাৰ গীত বোৰক লৈ গবেষণাৰ প্ৰয়োজন বুলি মোৰ ধাৰণা।দয়া কৰি ্্্্্।
বহু অথ´ সমৃদ্ধ গান । ভূপেনদা আপুনিতো অজান দেশলৈ গলগৈ গতিকে আপুনি নেজানে ইফালে অসমীয়া জাতি ইতিমধ্যে মৃত্যু ঘটিল । জাতিটোৰ কথা ভাৱি বৰ দুখ লাগিছে ।
অসমীয়া জাতি ফিনিক্স পখীৰ দৰে পুনৰ জী উঠিছে। বিভিন্ন বিশ্ব ৰেকৰ্ড কৰিছে, অলিম্পিক পদক অৰ্জন কৰিছে, এভাৰেষ্ট আৰোহণ কৰিছে,বিদেশত বহু অসমীয়াই সুখ্যাতিৰে বিভিন্ন কাম কৰিছে। বহুত অসমীয়াই নীৰবে বহুত ভাল কাম কৰি আছে। জাতিটোক বিশ্ব দৰবাৰত সসন্মানেৰে প্ৰতিষ্ঠিত কৰিবলৈ সচেতন সকলো অসমীয়াই এই বহাগতে পণ লও আহক। হতাশা,কৰ্মবিমূখতা আতৰাই উলাহেৰে আগবাঢ়িব লাগিব।
ভূপেনদা আজি প্ৰতিজন অসমীয়াৰ হৃদয়ত সজীৱ হৈ আছে ।
অতি সুন্দৰ মৃত্যু তিথিত স্মৰণ কৰিলো ।
আগৰটোতকৈয়ো শব্দৰ উচ্চাৰণবোৰ স্পষ্ট আৰু মনপৰশা ৷
সুন্দৰ
সঁচাকৈয়ে ভূপেন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব।💐💐🙏🙏
No
অতি সুন্দৰ । ভূপেন দাৰ এইটো গীত মহঙা হৈ পৰিছিল । আপুনি Yt ৰ জৰিয়তে গীতটো পোহৰলৈ অনাৰ বাবে আপোনাক বহুত ধন্যবাদ ।
স্বাগতম্
কি অপূৰ্ব গীত,মন জুৰি পৰি যায়
গীতটিৰ সংগ্ৰহকাৰী শ্ৰী ধ্ৰুব ডেকালৈ অশেষ ধন্যবাদ। আগলৈকে আৰু এই মহান শিল্পী গৰাকীৰ গীতৰ শৰাই শুনিবলৈ পাম বুলি আশা কৰিলো।
নিশ্ৱয়
বৰ ভাল লাগিল গীতটোৰ ২য়টো সংস্কৰণ পাই ।
ONE of the best assamese song of Dr Bhupen Hazarika
Sachai aami prati asamiyai Hazarika deb k loi gourab kora uchit.,aami bar vagyaban ....Hazarika deb r dare bohumukhi prayivar garakik laav kora babe...
অতি সুন্দৰ ❤❤
আপোনাৰ প্ৰত্যেকটো গানেই অসমৰ জাতীয় গান।
My all time favourite singer.very good collection deka sir.
ৰাতি ভুপেন মামাৰ এটা হলেওঁ গান নুশুনিলে তুপনি কে নাহে ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
East or West Bhupen Hazarika is best.
What a hearttouching song.!!!!
ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত যথেষ্ট পৰিমাণে গৱেষণা কৰাৰ প্ৰয়োজন আছে
Excellent👍👍👍 great work
অতি সুন্দৰ
Most outstanding bihu song thanks bhupenda
ভুপেনদাৰ গীতৰ সুৰে মোক সপোনতো খেদি ফুৰে ৷
All songs of bhupenda is in my heart .
Bhupen da❤️
🌺🙏🌺🙏🌺
💚❤👌🙏🙏
Good collection
গীতটি শুনিবলৈ পোৱাত ভাল লাগিল।
এই গীতটি ভূপেনদাই ১৯৬৮ চনৰ এপ্ৰিল মাহত শ্বিলঙৰ পাইনউড্ হোটেলত থকা সময়ত লেখা বুলি ছপামাধ্যমৰ পৰা জনা যায় !! পৰবৰ্তী সময়ত ভূপেনদাই ক'ৰবাত কোৱা কথা এষাৰ এই গীতৰ সম্পৰ্কে কৈছিল-
" ১৯৭০ চনৰ ২ এপ্ৰিলৰ দিনা মেঘালয়ৰ জন্ম দেখি মূৰৰ ফুলাম গামোছা শেনে কাঢ়ি নিয়াৰ কথা মনত পৰিলে আমাৰ দোষ ক'ত ?....."
এয়াই ভূপেনদাৰ গীতৰ কালিকা ....... !!
Regular listner
দাদা, বহুতো পুৰণি অসমীয়া গীত কেৱল ৰেডিঅত হে শুনিবলৈ পোৱা যায়, পাৰিলে সেই আপুৰুগীয়া গীত বোৰো ডিজিটাইজ কৰিব চোন🙏
অ আমাৰ হিয়াআমথু ভূপেনদা 🙏🙏🙏🙏
👌👌👌. N ii CE
100
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
অৱতাৰী পুৰুষ ।
My favourite songs
মই অসমীয়া
ভূপেনদা ভয় লাগে
মই জীয়াই থাকিম
অসমবাসীৰ মাজত