এয়া মাথোঁ এটি গীতেই নহয়, হাজৰিকাদেউৰ সমাজ ভাবনাৰ এখনি নিটোল প্ৰতিচ্ছবি তথা অসমৰ সংগীতপ্ৰেমী ৰাইজলৈ নিৱেদন কৰা জাতীয় জীৱনৰ ঐতিহ্যবাহী এক সাংস্কৃতিক বাৰ্তা।
I went to kalkata(calcutta) in 2014, two women singer requested me to sing B Hazarka's song, I felt proude n sung, so think Bhupendaa is God of assamese music,
ধ্ৰুৱ ডেকা আপোনাৰ প্ৰচেষ্টাত আজি ইমান আপুৰুগীয়া গীতৰ সংগ্ৰহ পালো তাৰ বাবে বহুত ধন্যবাদ থাকিল ।
স্বাগতম্
মই লক্ষ কৰিছো ধ্ৰুবজ্যোতি ডেকাই বহুদিনৰ পৰা একক ভাবে ড°ভূপেন হাজৰিকা দেবৰগীত সমূহ আৰু কেতিয়াবা সুন্দৰ ভিডিও আপলোদ কৰি আমাক উপকৃত কৰিছে ,এই সুযোগতে তেওঁলৈ অশেষ ধন্যবাদ থাকিল৷ যদি সম্ভব হয় অসমীয়া চামেলী মেমচাহেব বোলছবি খন সম্পূৰ্ণ ৰপত আপলোদ কৰিব চোন ৷অসমীয়া খনতকৈ বাংলা ভাষা খনৰ প্ৰচাৰ বেছি কাৰণ সেইখন ইউ টিউবত পোৱা যায় ৷ই এক ষড়যন্ত্ৰও হব পাৰে ৷
স্বাগতম্ | মোৰ হাতত অসমীয়া চামেলী মেমচাহাব গীত আছে | মই upload কৰিম |
1111q11
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
সচাকে অসমৰ সংগীতজগত খন চহকি কৰা অন্যতম পুৰুধা আপোনাক শত সহশ্ৰ প্ৰনাম ভূপেন মামা।
ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীক হয়তো ঈশ্বৰে নিজ হাতে প্ৰতিভা দান কৰিছিল! সেয়ে তেওঁৰ মুখৰ প্ৰতিটো শব্দ গীত হৈ নিগৰে।
&& ok
ভূপেন দাৰ বাবেহে সম্ভৱ এনেবোৰ চিন্তা, কথা আৰু গণসংযোগ। চ্যেলুট
মোৰ ককাইদেউ এজনে শুনিব দিছিল এই গানটোৰ লিংক,,সচাকৈ খুব ভাল লাগিল,,বিৰাট অৰ্থপূৰ্ণ গান,,বহুত ভাল লাগিল,,আজি মিছ কৰিছোঁ ভূপেন দাক।।
ভূপেনদাৰ প্ৰত্যেকটি গীততেই বুৰন্জী বিচাৰি পাওঁ , শতকৌতি প্ৰণাম ভূপেনদা .....ধন্যবাদ ডেকা .....
বুৰঞ্জী
আপুনি মহান | আজি জাতিৰ সন্ধিক্ষনত আপুনাৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰিছো | হে মহাত্মা এই জাতিতোক জাতে নিশকতীয়া হোৱাৰ পৰা ৰক্ষা কৰিব পাৰো তাৰ বাবে সাহস দিয়ক | আপুনাৰ অসম আন্দোলনক লৈ সৃষ্টি কৰা গীতবোৰে এতিয়াও অসমীয়া যুৱকৰ সংগ্ৰামী সত্তাক জগাই তোলে |
বহুদিনৰ বিৰতিত শুনি খুৱ ভাল লাগিল ৷ আপোনাৰ সংগ্ৰহো অতুলনীয় ৷
এইখিনিতেই ঈশান বৰুৱাৰ লগত ভূপেনদাই কৰা আবৃত্তি বোৰো বিচাৰিবছোন ৷ লং প্লেইং ৰেকৰ্ড আছিলে ৷
Ok
100% pronam. Nukhuna gaan eti khunale Bhupen Hazarika Debor. Apunaloiu pronam.
ধন্যবাদ্
মহান শিল্পী জনক সশ্ধ্ৰ নমস্কাৰ।
সশ্ৰদ্ধ
The Great Person presented to us, thanks 🙏🙏
Excellent collection 🙏🙏
অামি বাংলাদেশ থেকে বলছি অামি ভিষণ পছন্দ করি ভূপেন হাজারিকার গান৷
Thank you
@@h34852 শুকরিয়া৷
ধন্যবাদ বেহেন
Salute to you.... I love "Bimurta Eei Ratri", " Megh Thom Thom " from Simana Periye
ogo sonar Bangla namaskar
মই সাধৰন মানুহ শুনি খুবেই ভাল
শুনি থাকিবৰ মন
অসমীয়া জাতিৰ মেৰুদণ্ড , সুধাকণ্ঠ আমাৰ হৃদয়ত সদায় গুঞ্জন ।
bahut bahut hundar bahut bhal lagise
ৱাহ, বৰ ভাল লাগিল, অতি সুন্দৰ 🙏🙏🙏গীতৰ কথাখিনি পাৰিলে দিবছোন | কিছুমান শব্দ বুজি পোৱা নাই...
ধুনীয়া সংণ্ৰহ।ধন্যবাদ।
অতিশয় সুন্দৰ সংগ্ৰহ।ভূপেন দা আমাৰ মাজত সদায় এনেদৰেই জীয়াই থাকিব-তেখেতৰ অনন্য সৃষ্টিৰাজীৰ মাজেৰে। কথা আৰু গীতৰ অনুষ্ঠানটিয়ে হীয়া চুই গ'ল। এনে বিৰল সংগ্ৰহৰ বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ 🙏.
ধন্যবাদ্
Bohot dhuniya.
Kinto Axomor manuhe Axomor xilpik dam dibo nukhuje.
কি যে সুন্দৰ গীত । সংগীতসূৰ্যৰ এই গীতটি প্ৰথম শুনিলো । ধন্যবাদ আপোনালৈ ।
সুন্দৰ অসমৰ সাংস্কৃতিক জগতৰ প্ৰতিনিধিত্ব কৰা বিশিষ্ট জনক শ্ৰদ্ধা যাচিলো। গান টো শুনি বহু অতীত ত গুছি গৈছিল৷। ধন্যবাদ। ১৪/০৪/২০২২
মহান ব্যক্তিজন
বহুত বহুত ধন্যবাদ গীতটো শুনোৱাৰ বাবে
অসমীয়া ৰাই জে চিনি আৰু বুজি কেতিয়া পাব ভাবিলে দুখ লাগে ........
বৰ ভাল লাগিল। আপোনাৰ এই কামৰ অশেষ ধন্যবাদ।
So nice to hear our great Bhupenda in original form thanks
এয়া মাথোঁ এটি গীতেই নহয়, হাজৰিকাদেউৰ সমাজ ভাবনাৰ এখনি নিটোল প্ৰতিচ্ছবি তথা অসমৰ সংগীতপ্ৰেমী ৰাইজলৈ নিৱেদন কৰা জাতীয় জীৱনৰ ঐতিহ্যবাহী এক সাংস্কৃতিক বাৰ্তা।
দারুণ শেয়ারিং 👍❤️❤️
Bohut dinor pora bhupen dar gan kisuman hunibor mon goi asil aji huniboloy pay bohut hukhi hoisu
Thanks.
শত শত প্ৰণাম
ধ্ৰুৱ দা, পাৰিলে ভূপেন দাৰ 'মহিলা মহিলা কলৈনো আহিলা, মহিলা মহিলা কিযে ভুল কৰিলা...' গানটো দিবচোন, যদি আছে... লগতে আপোনাক ধন্যবাদ জনালো।
স্বাগতম |
এই গীতটোৰ কন্ঠ জয়ন্ত হাজৰিকাৰ |
@@h34852 অ হয়নেকি মই নাজানো তেনেহ'লে। কিন্তু ভাল লাগে মোৰ, পাৰিলে দিবচোন। ধন্যবাদ আপোনাক
So good.
সংগীত সূৰ্যই নহয় ৷ ভগৱানৰ অৱতাৰ আছিল সুধাকণ্ঠ ৷ প্ৰতিটো শব্দই গান হৈ নিগৰে ৷
একেবাৰে সচা।
Bhupen Da is god
সুন্দৰ গীত । বহুত বহুত ধন্যবাদ ।
Great Man of the world !
ধন্যবাদ
অতুলনীয়
Moi bisora gan ata palu. Dhrubajyoti dekaloi dhanyabad thakil.
Woh🙏🙏🙏.....oti xundur........💐💐💐💐
Thanks Dhruba Jyoti...
বহুত বহুত ধুনীয়া ।
অমৰ শিল্পী
অতুলনীয়।
Sundar
Very nice dada
Really, he was a genius.....
Nice
অপূৰ্ব
Exilent
very nice song
Khoda kontha like God
A pure genius.
95e020
ধ্ৰুৱজ্যোতি ডেকা অশেষ ধন্যবাদ জনালো।এই গানটি মই কিমান যে বিছাৰি আছিলো ।গ্ৰামোফোন ৰেকৰ্ড ৰ লং প্লেয়িংখন মোৰ আছিলেই ।আপোনাৰ চেনেল মই SUBSCRIBED কৰিলো ।ভূপেনদাৰ অন্তিম গীতটি ও বিছাৰি পোৱা নাই ক'তো --পাৰিলে দিবচোন ।
Kio janu bhupendar gan khunile mur chokulu khori thske........bessi khunibo. ..
Nuato....
ডেকা ডাঙৰীয়া আপোনালৈ অশেষ ধন্যবাদ জনালো ।। এই মহান ব্যক্তি জনৰ মহান গীত বোৰ সংগ্ৰহ কৰি ইমান সুন্দৰ কৈ পৰিবেশন কৰাৰ বাবে ।।।।
Great great song...
Ilu ilu...mozah lagil huni
কি বুলি ধন্যবাদ দিম দাদা আপোনাক,subscribe কৰি দিলোঁ
THANKS TO MR DEKA
অতি সুন্দৰ
Hundor gaan
Mojja lagise gan2....
Nice song
সুন্দৰ
I went to kalkata(calcutta) in 2014, two women singer requested me to sing B Hazarka's song, I felt proude n sung, so think Bhupendaa is God of assamese music,
সুন্দৰ,ডেকা দা
Oh sir !What kind of appreciation it has ?
THANK U DADA
Great
Dhuniya
অলপ জমনি আছে
গীতটিয়ে আমোদ দিলে।
সুন্দৰ🙏
Awesome.
কি বুলি ধন্যবাদ দিম ভাবি পোৱা নাই।
Live বোৰ আৰু দিবচোন আমাৰ Generation ৰ বাবে।
Angshuman Hazarika দিম এটা এটাকৈ
অশেষ ধন্যবাদ
এই গান টি বাংলা চাই।
এইটা তো বাংলা গান
Moja....
🙏🙏👌👌
Lyrics to pam naki?
Good
Bor duniya aru dibasun
tamam
Bhupen hazarika
bhot bal lage
Nice
Great