Ekdam xosa kotha. Moi 5.6 ft r ejoni ukho, khin suwali hoi. Aru school t sobei muk bohut bully nd bodyshaming korisil. Etiyau xeibur kotha vabile beya lage.
@@Sarma.k_123 body shaming tu bht bya bostu. Body shaper control tu Amar hatot nathake, heredity pa pao + totally in born bostu ata, buji npao mnuhe hahi ki pai. Mon bya nkoribo mnuhr mukh ase babei hazar jone hazar ta comment dibo, ami hei hazar ta comment le mon korile jiai thakibo parim janu hantit
কথা বোৰ বৰ ভাল লাগিল। তেওঁক কোনেও insult নকৰিব। তুমি তোমাৰ কাম কৰি যোৱা। আশীৰ্বাদ থাকিল।
Right 👍🏻
Right
👍
Right ❤
কথাবোৰ সত্য আজি কালি ৯৯% মানুহ শুবিধাবাদি ভাই তোমাৰ কথবোৰৰ মাজত সত্যতা আছে
অই বেতা তই বহুত ধুনীয়া ভগবানে সদায় মংগল কৰক
Bhaiti RUclips channel khuli luwa.. Ami support korim...
ইমান মৰম লগা ভগৱানে কুশলে ৰাখক ,হৰ হৰ মহাদেৱ 🙏
hoi dyok❤❤❤🥰🥰
তুমি বেটা একো চিন্তা নকৰিবা ভগৱানৰ ওচৰত সকলো এৰি দিয়া❤❤❤❤🎉🎉🎉🎉
তোমাক যিটো কাৰণে মানুহে হাহিছিল ঠাট্টা কৰিছিল আজি সেইটোই তোমাক বহুত ওপৰলৈ লৈ যাব। আহিব লগা দিনবোৰ সুখৰ হওক তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
কোনে বিচাৰে ডাঙৰ হবলৈ কিন্তু দেবাশিছে সেই শক্তি ভগবানৰ পৰা পাইছে । সঁচাকৈ বহুত ভাগয়বান 🙏🙏🙏
দেবাশীষ আগুৱাই যোৱা পিছলৈ নাচাবা, তোমাৰ লগত ভগৱান আছে। 👌👌
ইমান মৰম লগা তুমি ৷তোমাৰ ব্যৱহাৰে সকলোকে মোহিত কৰিছে ৷ ভগৱানে তোমাক কুশলে ৰাখক ৷😊
তোমাৰ কাম তুমি কৰি যোৱা ভগৱানৰ ওপৰত বিস্বাস ৰাখি ,নিজকে সৰু বুলি কেতিয়াও নাভাৱিবা 🙏🙏🙏
Sokolu asombasea tumak val pai bondhu hesape 😅 udeshna from jorhat ❤ your father n mom bi brother
Uddeshna tumi majuli r lora atar gf asila no agte😮😮sini paisu dai😊😊
তুমি বহুত মৰম লগা ৷ তোমাৰ অন্তৰখন বৰ সৰল আৰু পবিত্ৰ ৷ কাৰোৱেই জীৱন স্থায়ী নহয় ৷ ভগৱানে তোমাক বিশেষ ভাৱে কৃপা দৃষ্টি নিশ্চয় আগবঢ়াব ৷ তোমাৰ জীৱন সাৰ্থক হওক ৷
বৰ মৰম লগা।আগুৱাই যোৱা।
বৰ নিষ্পাপ ভাবে আমি কেতিয়াবা সন্তানবোৰ যেন ডাঙৰ নহৈ মৰম লগা কণমানি হৈয়ে থাকক বুলি ভাবোঁ।
নৱকান্ত বৰুৱা দেবে গীতেই ৰচি থৈ গৈছে
নেলাগে তাই ডাঙৰ হব বাইদেউ ,মা,আইতা হব
বয়সৰ এই বালিচন্দা বালিত পৰি ৰক
পাৰে যদি সময়ক চোলাৰ পিনত মাৰি থক********* দেৱশীষ তুমি সময়ক হাতৰ মুঠিত লুকুৱাই থৈ সদায় এনেদৰে নিষ্পাপ হৈ থাকা।ইও যে এক অনন্য সৌন্দৰ্য্য, অনন্য ভাল লগা।।
কুশলে থাকা।
I love you ❤️ Debashish
He is so brave, mature, real and bold! We proud of you. God bless you my brother.
উচ্চশিক্ষিত মৰমীয়াল দাদাজন। আপোনাৰ ভাল হ'ব। ভগৱানে ভাল কৰিব। 🎉
তুমি আৰু সাহসী হোৱা ভগৱানে তোমাক সহায় কৰিব। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
ভগৱান তোমাৰ সহায় হওঁক 🙏
ভাইটি তুমি আশুৱাই যোৱা । ভগবান আছে । তুমি সদায় সত্যত থাকা । নিজৰ কাম কৰি যোৱা ।
সুন্দৰ তুমি আৰু আগ বাহি যোৱা
কথাবোৰ শুনিলে শুনি থাকিবৰ মন যোৱা ।সঁচাই সাত আঠ বছৰীয়া এটি শিশুৰ দৰে । ❤
ওখ চাপৰ কোনো কথা নাই আগুৱাই যোৱা
মন ভাঙি নিদিবা নিজৰ কাম কৰি্ গৈ থাকা ভগবানৰ ওপৰত বিশ্বাস ৰাখি।
সুন্দৰ ,কথা শুনি ভাল লাগিল
মাইটি তোমাক বহু ত ভাল লাগিছে।তুমি ইমান মৰম লগা।তোমাৰ কথাবোৰ বৰ মৰম লাগে।তুমি আনৰ কথা শুনি মন বেয়া নকৰিবা। তোমাৰ দৰে এটা লৰাই যে পঢ়ি চাকৰি কৰিব পাৰিবা ই বৰ গৌৰৱৰ কথা।তুমি হতাশ নহবা ।তুমি গৌৰৱেৰে সমাজত মুৰ দাঙি আগুৱাই যোৱাৰ।যদি তুমি ওচৰত হলা হয় তোমাক মোৰ ভাইটি পাতি গৌৰৱ কৰিলো হয়। তোমাৰ ঘৰ কত নাযানো।
Akha koru jen apunar jibontu bohut besi valkoi jauk🙏❤️
@@gamerflight yes
What a pure soul ❤. God bless him. People like him his rare nowadays 😊
তোমাৰ দুখ বোৰ বুজি পাইছোঁ 😢 । তোমাৰ মংগল কামনা কৰিলো ❤ ।
তুমি কোৱা সকলোবোৰ কথাই সত্য । এই পৃথিৱীত বসভাষ কৰা সৰহভাগ মানুহেই জ্ঞান শূণ্য ।
বহুত ধুনীয়া মৰম লগা ল'ৰাটো ইমান ভাল লগা কথা কৈছে ।তোমাক যিবোৰে বাহিৰে সিহঁতৰ মুৰত একো নাই।
Debasis dekhibole emn dhunia,tumak vogobane kukhole rakhok ru tumar akha hopun bur puron houk take kamona korilu❤❤❤❤from nazira❤❤❤❤❤
এখেতৰ সাংবাদিকতাৰ শৈলী মোৰ ভাল লাগে।Debashis আগবাঢ়ি যোৱা
Bhogobanr akhirbad ase tmr uprot.aguai jua dada
Now you are my one of the inspiration.. 💙proud of you
Amar homajot sapor holeo hahe, ukho holeo hahe, gerela holeo hahe, besi khin holeo hahe,kola holeo hahe, besi boga holeo hahe, muthote mnuhk hahibole ji kunu topic holei hol..... hei krne mnuhr kotha vbi vbi jiai thakatke nijor life tu nijor dhorone jiai thakai bhal. Life tu bht short, nijor mote nije bhal pua kaambur kori rongil kori tulok🥰
Ekdam xosa kotha. Moi 5.6 ft r ejoni ukho, khin suwali hoi. Aru school t sobei muk bohut bully nd bodyshaming korisil. Etiyau xeibur kotha vabile beya lage.
@@Sarma.k_123 body shaming tu bht bya bostu. Body shaper control tu Amar hatot nathake, heredity pa pao + totally in born bostu ata, buji npao mnuhe hahi ki pai. Mon bya nkoribo mnuhr mukh ase babei hazar jone hazar ta comment dibo, ami hei hazar ta comment le mon korile jiai thakibo parim janu hantit
Excellent comment.....❤❤❤
Thik
মানুহে বহুত কিবা কিবি কব দাদা সেইবিলাকত গুৰুত্ব দি লাভ নাই নিজৰ কাম কৰি যোৱা ভগৱান সদাই তোমাৰ লগত আছে । ভালে ৰাখক তোমাক 😊😊
তুমি বেলেগ তকৈ বেছি ধুনীয়া। সচাঁই তুমি বৰ ভাল লৰা।
Best of luck dada ❤👍
আপোনাক লগ পাব যাম GMCH
Imn dhuniya koi kbo janey.. Aagowai jaok khdy... Lj nkoriba❤❤❤❤❤❤
বহুত ভাল লাগিল তোমাৰ কথাবিলাক শুনি দেৱাশীষ। ভগৱানে তোমাৰ মঙ্গল কৰক আৰু এইদৰেই আগবাঢ়ি গৈ থাকা। বহুতো মৰম আৰু শুভকামনা জনাইছোঁ তোমাক।❤❤❤
Tumi bohut unique hoi...beleg ot ke...aru bohut morom loga u ...negative kotha kua burok gurrutto nidiba dost....
Bohot gyani Manuh ❤❤❤
Debasis da ,kotha bor Eman xundor koi explain korisa 😊😊❤❤
Tumar jibonoru eta udesya ase hotakh nhoba aguai jua vogoban tumr lgt ase
Perfect example of don't judge the book by its cover,
He is a legend 🔥
Apunar kotha bor xuni bor bhal lagil, now i m also become ur friend, very matured guy
ওখ চাপৰ কোনো কথা নাই আগুৱাই যোৱা❤❤❤❤
আগবাঢ়ি যোৱা ৷ভগৱান আছে তেনেকৈ নকৱা কোনে জানে কাৰ কপালত কি আছে? তোমাৰ জীৱনতো প্ৰেম বা প্ৰিয় কোনোৱা আহিৱ পাৰে ৷নাহে বুলি ভাৱি নলৱা ৷তুমি সচাকৈয়ে মৰম লগা ৷সুস্থ আৰু স্মাট ৷মই এজন দেখিছো যাৰ পত্নী ওখ আৰু একেবাৰে Normal কিন্ত তেও চাপৰ সৰু দৰে ৷বিয়া হৈছে । লৰা ছোৱালী ও আছে । সুখৰ সংসাৰ ৷গতিকে ভাগ্যত যদি আছে হৱ পাৰে । কোনে জানে কাৰ কপালত কি লিখা থাকে?
apuni e biya pati noloi kio ? gyan dia tu bohut easy hoi belegok
Yes.. Your knowledge is Great 🙏
Aapunar kothabor khuni bahut vl lagise....aapuni khula manr manuh....valkoi thakibo....
Kthabor bht dhuniya koi koise🙏🙏🙏
তুমি বহুত ধুনীয়া লৰা, আনৰ কথাত কান নিদিবা, আগুৱাই যোৱা, ভগৱানে তোমাৰ মঙ্গল কৰক 🙏
ব্যৱ্হাৰ ভাল এওঁৰ। কথা পাতি পাইছোঁ।
Moi apunar dukhbur valdore bujibo parisu dada karon moio short highted girl apunia kuwar dore schoolot muko bhute teneke insult krsil 😢kintu atiya aru kunubai insult krileo bya nalage mne koi no homoyor lgt hkolo adjust hoi jai 😢
Dada apuni unique hoi heitu vogobane apunak dise
এইখন সমাজত আনক ইনচাল্ট কৰিবলৈ ভালপোৱা মানুহ এতিয়াও বহুত আছে । সেইবোৰ মানুহ নৰাধম মানুহ ।
Br moram loga dada jn ami support krim hodai❤ Aguwai jawk
ভগৱানে ভাল কৰক আপোনাক। সুখী হৈ থাকক 🥰
Art of talking is so high good, intelligence.
Very cute,move on,God bless you.
Great things comes in small package ❤
সুন্দৰ কথা উপস্থাপন কৰিছা, তুমি, মই নিজকে তাৰ লগত Relate কৰিছোঁ, সদাই আগুৱাই যোৱা দাদা । তুমি বহু জনৰ প্ৰেৰণা হৈ উঠিছা, ধন্যবাদ থাকিল মোৰ তৰফৰ পৰা।
তামুলপুৰ ৰ পৰা ব্ৰজেন ৰাজবংশী
Asakoi kta burr xuni bhaut vhal lagir🎉🎉🎉
🙏🏻🙏🏻
তুমি বহুত সহজ সৰল হৈ ডাঙৰ হৈ ছা কথা বতৰা তোমাৰ যথেষ্ট ভাল বহুত ভাল লাগিল দেৱাশিস এতিয়া যিহেতু আধুনিক যুগ কোনোবা তোমাৰ নিচিনা ছোৱালী পালে নিশ্চয় বিয়া পাতিবলৈ চেষ্টা কৰিবা বুলি আশা ৰাখিলোঁ
ভগৱানে কুশলে ৰাখক ❤😢
ইমান মৰম লাগে তুমাক ❤❤❤❤❤
মোৰ মৰমৰ বেটাটো আগবাঢ়ি যাওক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো 🙏🙏❤
Aksueli kotha khni huni bhut vl lagil
Tumer kotha xunee xosake hridoy xouee gol.tumer utjol vobixoot kamona karelu bhaitee ❤
God bless you
Bor morom loga lora. Kotha batra eman omayik. God bless you.
Bhogobane tumar bhal korok...aru sokolu monubansa puron korok Bhai.... ❤
Good bohut vl ur a very intelegent boy gd bless u my son
Morom loga lora jon mat kotha hkolu hundor aguai juwa Nijor kam kori agoloi Tumar jibon Hukhor houk ❤️👍
I appreciate you, you are great 🙏🏻❤️🙏🏻
You have got your special talent . Looking forward...... God bless you.
তোমাৰ কথাত যুক্তি আছে শুনি ভাল লাগিল 👍🏻💗
Babato moi jowakali utiubot. Saikhat lowa sai dilo tomar kotha tumidiya uttar eman bhal lagile tumi tomar kam kori jowa bhagowane tomak kripa koribo aamaro aashirbad thakile hirar dore ujjali thaka
Such a genuine person he is!
Bhut bhal lagil dada apunak bhogobane bhale rakhok
Oo.vaiti tmi balagor kotha nuhuna.tmr kothabur.voice bohut hundor....tmi agbahi juwa....
স্নেহাশিস যাচিলোঁ ৷
ঈশ্বৰ আছে , তোমাৰ সহায় হ’ব ভাইটি৷
Vyti tmi kako khatir nokoriba nijor kambur Kori juwa pisole khub vl hob tmr god bless you
You are great my son
I love you ...u r unique...u r one piece...tumi bohut dhunia...god bless you brother
Aguai joa bhaity ashirbad thakil
ভগবানে সুখত ৰাখক তুমাক❤❤❤❤😊
Vagabane vale rakhok apunak❤
তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ❤❤
সুন্দৰ..
Moiu tumak bhaiti bulia koisu dei .vl lagil tumar kotha bur jni .agbahi jua hofolotar dikhot ❤❤
Really How very Interesting his Good speech...God bless you brother 👏 Go ahead on ur Work...We always love you💕 Ignore Negetive peoples thaughts.
U r very cute...love is not the last thing... Live ur life... supporting ur parents is greatest love...
Tumi smart boy ❤❤❤
👍 Right bro
you are so grate. বৰ ভাল লাগিল তোমাক। তোমাৰ মাত কথা তোমাৰ স্পষ্টবাদিতা সচকৈ অতুলনীয়। মোৰ তোমাক বন্ধু কৰিবলৈ বৰ মন। GMCH ত লগ কৰিম কেতিয়াবা।
Dada apunaloi bohutt morom... Apuni aaguwai jawok. Apuni khub val monor ajon Dada.
Debashis tumi agbahi jua. Tumar val hobo
Don't break your heart . সমাজত বৰ্তমান সমা মৰ্যদা আছে ! যি জনে অপমান কৰিব তেও আইন মতে জগৰিয়া হ'ব ! 😮😮
Thik kotha koise Debashish. Karu kotha xunibo nalage.eku dukh koribo ndlage.dangor hoi jodi gunda hoi.but apuni Am on graduate hoi.jnije emnkhini dokhotta ase.