Khub bhal lagil interview tu sai Rinima Bora Agarwal ok loi khub gourob anubhob korilu teu koriboloi lua kam khini jate xokolu xofol houk tarai prarthona jonaisu bhogobanor usorot 🙏🏼teu jikhon school ot porisil Tezpur sacred heart moi six months karone substitute Teacher asilu cherry ma’am ok substitute korisilu khub cute aru down to earth teur personality ❤❤❤❤😘😘😘😘logote moi Angela sagmaik ku oxek dhonyobad jonaisu khub dhunia koi interview tu luar babe Angela sangmai apunar bhaxon bur xunu khubai bolistho aru amak anupranito kore duo goraki suali nijor nijor field ot gem Eman je bhal lagil sai ga tu beya hoi asil interview tu sai kiba eta monti aru hridoy khon bhori gol . May the almighty shower his immense blessings upon you both to achieve what you both desire and deserve xodai Jen enekoi bhal pai thakibo paru apunalukok Always remain like this 🥰🥰🥰
ইমান উচ্চ মনৰ ছোৱালী ৰিণিমা। আৰু আগবাঢ়ি যোৱা আমাৰ আশীৰ্বাদ সদায় আছে।
প্রকৃত সুন্দৰী... ❤❤ ইমান মৰমীয়াল অমায়িক ৰসাল মানুহজনী অন্তৰ্ খন সচাই পৰিস্কাৰ❤❤বহুত বেছি মৰম থাকিল❤বিশ্ববাসীৰ ওচৰত জিলিকি ৰোৱা অসমীয়া জীয়ৰী হৈ❤❤
বহুত ধন্যবাদ ।ভগৱান সদাই আপোনাৰ সহায় হওক
ইমান সহজ সৰল কথা বোৰ । আমাৰ অসমৰ কিছুমান লোক আছে অলপ ওপৰলৈ গলেই interview বোৰত অসমীয়া খুব কমকৈ কয়। কিন্তু এই বাইদেউ গৰাকী ইমান সুন্দৰ অসমীয়া কৈছে আৰু মনটো বহুত ভাল । তেওঁলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জাচিলো ❤❤❤❤
বৰ ভাল লাগিল
God bless you
God bless you 🙏
এঞ্জেলা আৰু ৰিণিমা তোমাকলোক আমাৰ সম্পদ আৰু আমি গৌৰৱান্বিত তোমালোক দুয়োকে লৈ
ৰিনিমা বা আৰু এঞ্জেলা বা তোমালোক দুয়ো গৰাকী ইমানেই স্পষ্টবাদি তোমালোকৰ কথা বতৰা সঁচাই বহুত ভাল লাগিছে ,ৰিনি বা তোমাৰ চিন্তা ধাৰা ইমান ভাল তুমি আগুৱাই যোৱা ,again proud of you ❤❤❤
Proud of you ba ❤❤❤...val lage apunar mat xar xunile.. Mukhot hahi apunar.. Anekoi hahi thakok ba..
দেখাত ধুনীয়া হ'লেই নহ'ব, মন তথা চিন্তাধাৰা ও ধুনীয়া হ'ব লাগিব। কথাষাৰে মনটো ভৰাই তুলিলে। তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো। লগতে ভন্টি এঞ্জেলাক অশেষ ধন্যবাদ সাক্ষাৎকাৰটি লোৱাৰ বাবে।
Dugoraki Val suali akeloge log palu
Klap disu dai,😅
গাৱৰ পৰিবেশত ডাঙৰ হোৱা ছোৱালীৰ ওপৰত তোমাৰ সুন্দৰ মন্তব্য ভাল লাগিল ।
দেখাত ধুনীয়া কম সময়ৰ বাবে কিন্তু ভিতৰি ধুনীয়া সাদাই থাকে। ইমান ডাঙৰ খিতাপ অজন কৰিও ইমান সহজ সঁচাকৈ ভাল লাগিল। মনৰ সৎ কাম বিলাক কৰি আগবাঢ়ি যোৱা ভগৱানৰ ওচৰত তাকে কামনা কৰিছো।
দুয়োগৰাকী অসমৰ সাহসী স্পষ্টবাদী ছোৱালী কথাবোৰ ইমান সৰলতা আৰু মন্ত্ৰমুগ্ধ আগুৱাই যাওঁক ...❤
মনৰ ধুনীয়া এগৰাকী ব্যক্তি ❤ শুভ কামনা তেওঁলৈ আৰু আগবাঢ়ি যাওক।
অভিনন্দন ৰিণিমা। তোমাৰ কথা,চিন্তা ,মানসিকতা,ভবিষ্যত পৰিকল্পনা সকলোখিনি বৰ ভাল লাগিল। আগবাঢ়ি যোৱা,আমাৰ আশিষ সদায় থাকিব।
এই মানুহগৰাকী যে! কিমান সুন্দৰ মনৰ পৰা, মোৰ এই সাক্ষাৎকাৰটি চাই কেনেকুৱা লাগিছে ভাষাৰে বুজাব নোৱাৰিম। আজিলৈকে যিমানবোৰ সাক্ষাৎকাৰ চাইছো তাৰ ভিতৰত এই সাক্ষাৎকাৰটি সঁচাকৈ ব্যতিক্ৰম। আপুনি আৰু আগুৱাই যাওক, এয়া মোৰ অন্তৰভৰা শুভকামনা 🎉❤
ৰিণিমা তোমলৈ বহুত বহুত শুভেচ্ছা থাকিল তুমি এই যাতা সফল হোৱা । তোমাৰ এই কথাখিনি শুনি বহুত ভাল লাগিল।
বহুত ভাল লাগিল সাক্ষাৎকাৰটো। চকুপানী ৰাখিব নোৱাৰিলো। আশীর্বাদ থাকিল তোমালৈ
ৰিনিমা তোমাৰ কথাবোৰ শুনিলে মাজে মাজে চকুপানী সৰি পৰে । বৰ মন খোলা ছোৱালী এইজনী । বহল মনা ৰিনিকি বহুত বহুত শুভেচ্ছা তোমালৈ ।
নিজৰ মাতৃ ভাষাক পাহৰি যোৱা নাই , ইংৰাজী অসমীয়া সমানে গুৰুত্ব ৰাখিছে । বহুত ধন্যবাদ আৰু মৰম মোৰ ফালৰ পৰা ।
Aioohh emn je morom loga oooo ktha bur.. pura huni thakibo mon jai... Always proud of you dear baa 💐
ইমান সুন্দৰ সাক্ষাৎকাৰ এটি আগবঢ়ালে, ভাল লাগিল।
অদ্ভূত আত্ম বিশ্বাসী আৰু ত্যাগী এগৰাকী নাৰীৰ চৰিত্ৰ ।
এঞ্জেলা চাংমাই বাইদেউ ধেমাজি জিলাৰ গৌৰৱ ❤ আমাৰ অসমৰ গৌৰৱ❤
কথাবোৰ বৰ ধুনীয়া। মন ভৰি গল কথাবোৰ শুনি।। আগবাঢ়ি যাওক। শুভ কামনা থাকিল 💐
বৰ ভাল লাগিল I দুয়োগৰাকী আমাৰ গৌৰৱ❤❤
ইমান ভাল লগা কথাবোৰ দুয়ো চিন্তাধাৰা আমাৰ সমাজখনক বহুত কিবা কিবি উপহাৰ দি যোৱা শুভেচ্ছা যাঁচিলো❤❤❤
কথাবোৰ শুনিলে শুনি থাকিব মন গৈছে❤❤
আপোনাৰ স্নেহসনা হৃদয় স্পৰ্শী কথাবোৰে মোৰ লগতে অসমবাসীক ও মোহিত কৰিছে ❤❤
সত্য সদায় জয় , আপোনাৰ
স্পষ্টবাদীতাই মোক আপ্লুত কৰিছে
সুন্দৰ চিন্তাধাৰা। দুয়ো গৰাকী ব্যক্তিৰ আদৰ্শ অনুকৰণীয়, যদিও তেওঁলোক বয়সত মোতকৈ সৰু । (কথা হ'ল আপোনাৰ চিন্তা ধাৰাৰ ওপৰত আপোনাৰ মানসিকতা নিৰ্ভৰ কৰে, গতিকে আনে কি কয় ,কি নকয় ডাঙৰ কথা নহয়, ডাঙৰ কথা হ'ল প্ৰকৃততে আপুনি কি হয়)
এগৰাকী সুন্দৰী নাৰী ।আপোনাৰ আবেগ ভৰা কথা এ আমাক ও কন্দুৱাই দিলে।
এগৰাকী বহুত সুন্দৰ মনৰ জীয়ৰি ❤❤❤
সঁচাকৈ বৰ অন্তৰ চুই গ'ল কথাখিনি। অভিনন্দন থাকিল ৰিণিমালৈ আৰু আগবাঢ়ি যোৱা।
You are the prettiest n most innocent person I have seen...All blessings to you Rinima...Go and grab the crown ❤
সঁচাকৈ কথাবোৰে মন চুই গৈছে।
অন্তৰ চুই গ'ল ❤,,, আন্তৰিক অভিনন্দন 💐
সঁচাকৈ ৰিনিমাৰ কথা খিনি মন চুই গল আৰু ইমান সৰল ছোৱালী আশীর্বাদ থাকিল জীৱনত আগুৱাই যোৱা...
ইমান সহজ সৰল কথাবোৰ,শুনি কিবা এটা ভাল লাগি গৈছে। বহুত বহুত শুভেচ্ছা থাকিল আৰু আগুৱাই যাওঁক।
আপোনালৈ বহু বহু শুভেচ্ছা থাকিল বা ❤ আৰু আগুৱাই যায়ক তাৰে কামনা ❤
সঁচা অন্তৰ চুই গৈছে ৰিনিমা ৰ কথাবোৰে ইমান সহজ সৰল 😘🥰
Khub bhal lagil interview tu sai Rinima Bora Agarwal ok loi khub gourob anubhob korilu teu koriboloi lua kam khini jate xokolu xofol houk tarai prarthona jonaisu bhogobanor usorot 🙏🏼teu jikhon school ot porisil Tezpur sacred heart moi six months karone substitute Teacher asilu cherry ma’am ok substitute korisilu khub cute aru down to earth teur personality ❤❤❤❤😘😘😘😘logote moi Angela sagmaik ku oxek dhonyobad jonaisu khub dhunia koi interview tu luar babe Angela sangmai apunar bhaxon bur xunu khubai bolistho aru amak anupranito kore duo goraki suali nijor nijor field ot gem Eman je bhal lagil sai ga tu beya hoi asil interview tu sai kiba eta monti aru hridoy khon bhori gol . May the almighty shower his immense blessings upon you both to achieve what you both desire and deserve xodai Jen enekoi bhal pai thakibo paru apunalukok Always remain like this 🥰🥰🥰
এঞ্জেলা আৰু ৰিণিমা দুয়োগৰাকী ৰে কথা বৰ ধুনীয়া লাগিছে।তোমালোক নিজৰ নিজৰ দিশত আৰু আগুৱাই যোৱা।
হৃদয় ফালি পেলাইছে অই
ইমান সহজ সৰল কথাবোৰ একেৰাহে শুনি থাকিবৰ মন যায়
অনুস্থানটি বৰ ভাল লাগিল।ৰিণিমালৈ বহুত ❤️ মৰম আৰুশুভেচ্ছা থাকিল আৰু আগুৱাই যোৱা -----
বহুত ভাল লাগিল। আমনি নাগা এটি অনুস্থান। দুয়ো গৰাকী প্ৰিয়🙏
One of the best interview I have seen ever.
Rinima....A girl of real beauty.
Soft hearted.
Keep going.
ফালি দিয়া।শুভেচ্ছা থাকিল।
বাহিৰৰ সৌন্দৰ্যটোৱেই আচল সৌন্দৰ্য
নহয় যদিহে মনটো ধুনীয়া নহয় যদিহে
হৃদয় খন চাফা নহয় - ৰিনীমাৰ বাবে এটা
গীতৰ কলি Dedicat কৰিলো
মোক এজন বগা মানুহ দিয়া
যাৰ ৰক্ত বগা
মোক এজন ক'লা মানুহ দিয়া
যাৰ ৰক্ত ক'লা।
অভিনন্দন ৰিনীমা্। সুন্দৰ মনৰ অধিকাৰী তুমি। তোমাৰ আগন্তুক জয়যাত্ৰাৰ সফলতা কামনা কৰিলোঁ ------মঞ্জুলিকা নেওগ শইকীয়া , গোলাঘাট।
She is a gem of a person, beautiful person inside and out ❤ All the best Renema,you truely deserve it❤
বহুত বেছি খোলা মনৰ ছোৱালী ভাল লাগিছে, আগবাঢ়ি যোৱা।
Go.on.god.blles.you.
অনুষ্ঠান টি বহুত ভাল লাগিল❤💚❤🙏, ৰিণিমা, বহুত বহুত শুভেচ্ছা থাকিল 🎉🎉 । আৰু আগুৱাই যোৱা ❤
Congratulations 🎉 বহুত সুন্দৰ কথা কৈছা ভাল লাগিছে ❤❤❤
অতি সুন্দৰ । বহুত ভাল লাগিল কথাবোৰ শুনি। আন্তৰিক অভিনন্দন জনালোঁ ❤❤
এঞ্জেলা চাংমাই মহাশয়া, আপোনাৰ শুদ্ধ আৰু স্পষ্ট অসমীয়া শুনি বৰ ভাল পালো। যিটো আজি কালি এনেবোৰ অনুষ্ঠান ত শুনা নাযায়।আপোনাৰ ব্যক্তিত্ব ও অতি সুন্দৰ।
আৰু ৰিনিমা মহাশয়া আমাৰ গৌৰৱ। তেখেতৰ আগন্তুক সফলতা কামনা কৰিলো। তেখেতৰো অত্যন্ত সুন্দৰ ব্যক্তিত্ব❤
এঞ্জেলা বৰ সুন্দৰ এটা কথোপ-কঠন চাই ভাৱিব নোৱাৰা সুখ অনুভৱ কৰিলোঁ।
Tumi axomor gourob.tumar kotha bure xosake mon sui gol.proud feel korisu tumk.loi.aru ag bahri juwa.an hejar jonor babe❤❤❤❤
মানুহগৰাকী যিমান ধুনীয়া তাতকৈ ধুনীয়া তোমাৰ মনটো ❤ কথাবোৰ যেন শুনিয়েই থাকিম ❤❤❤
ইমান ধুনীয়াকৈ কথা বোৰ কৈছে, খুউব ভাল লাগিছে
বাজনীৰ কথাবোৰ শুনি থাকিব মন যায়। আন্তৰিক অভিনন্দন বা।
ইঙ্গেলা সঁচাই তোমাক বহুত ভাল লাগে।। ৰিনিমা অসমৰ গৌৰৱ । দুইও সঁচাই অসমৰ গৌৰৱ। সা খ্যাত টো সঁচাই বহুত ভাল লাগিল।
Bhut bhal monor agoraki manuh hoi,kotha bilak khunile khuni thakibore mon jai.God bless you
ইমান ধুনীয়া কথাবোৰ ❤
Apuner kothabur xunile sakur pani ulai jai vagabane tumer sahai korok tumer logot moi asu vale thaka sadai. Bless bless
তোমালোক দুয়োগৰাকী স্পষ্ট বাদী বৰ ভাল লাগিল ।ৰিনিমা তোমালৈ বহুত বহুত মৰম অভিনন্দন ❤️❤️🎉🎉🌹🌹
তোমাৰ কথাবোৰ শুনি বৰ ভাল লাগিল তুমি আৰু আগবাঢ়ি যোৱা সদায় ভগৱানক প্ৰাথনা কৰিম ❤
বহুত বহুত শুভেচ্ছা জনালো । আশীর্বাদ কৰিছো জীৱনৰ প্ৰতিটো খোজতে সফলতাৰে আগবাঢ়ি যোৱা ❤
Tumak bohut. Bohut suvessa jasilu tumi aru aguai jua God bless you
অতি সুন্দৰ তোমাৰ চিন্তা -ধাৰা নিজৰ মতে জীয়াই থকাৰ অধিকাৰ আছে।
Xosakoi .. bahut val lagile apunar kathakhini ... Thank you a lot , eman dhuniya sintadhara babe .... Apuni jibonot aguay jawk , protitu sapun apunar puron howk ... Tare kamana korilu ... God bless you 🙏
এগৰাকী সুন্দৰ মনৰ সুন্দৰ নাৰী ❤, আপোনাক বহুত বহুত শুভেচ্ছা জনালো 💐♥️♥️♥️
ইমান সৰল আৰু উচ্চ মনৰ ছোৱালী জনী বৰ সুখ পাইছোঁ। তুমি আগলৈও আগবাঢ়ি যোৱা আশীৰ্বাদৰ কৰিছোঁ।
অতি সুন্দৰ সৰল আচৰণ আৰু কথা বতৰা তেখেতৰ
বহুত ভাল লাগিল কথাখিনি শুনি।ময়ো মডেলিং জগতখন বহুত ভাল পাওঁ। কাৰণ মোৰ ল'ৰাও Max fashion Icon winner 2014 .কুশলে থাকা দুয়ো। শুভেচ্ছা জনাইছোঁ।❤❤
GREAT !!!!! A great lady from ASSAM... Proud of you!
আমি অতিকৈ গৰ্বিত আপোনাক লৈ।
বহুত বহুত ভাল লাগিল। তেওঁ আৰু আগবাঢ়ি যাওক।
Kothabur huni bohut val lagil aru bohut dukh lagil. God bless you rinima
Both personalities are too much attractive ❤
It looks she is so down to earth lady and kind hearted ❤❤❤
অভিনন্দন তোমালৈ❤, তুমি সঁচাই বৰ ভাল,তোমাৰ আৰু উন্নতি হ ওক ভগৱান সহায় হ ওক
অনন্যা ৰিণিমা অতি সুন্দৰ ।
eman hohoj kotha botora mon sui gol ❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉 bohut morom jonalu ba❤❤
এঞ্জেলা আৰু ৰিনীমা আমাৰ অসমৰ গৌৰব।তোমালোকলৈ আশীৰ্বাদ আৰু মৰম থাকিল।
Mur prio baa dujoni❤❤❤
Really baa vakha tu bor proujon ..moi bhugi asu,,,kintu moi sesta solai asu nije....😍😍😍
কিমান যে সুন্দৰ কথা কয়,শুনিলে শুনি থাকিব মন যায় ।
দুইও গৰাকী ভাল নাৰী, সঁচাকৈ আপোনালোক সদায় ৰাইজৰ মৰমৰ আৰু প্ৰিয় হৈ থাকক
তোমালোক দুয়ো বহুত সুখি হোৱা শুভ কামনা জনালোঁ ❣️❣️❣️
Bahut bahut bhal lagil .....kothabor xuni...❤❤❤
Tumar montu kothabur xodai enekoi rakhiba Mur ghor jakhalabandhat . Bohut bhal lgil . God bless you . Tumi aguai jua.
Bahut bhal lagil interview sai manuhgorakir kthabur Emmn dhunia❤
Pure heart ❤
এই সোণোৱালী যাত্ৰা সফল হওক ৷ আন্তৰিক শুভকামনা জনালোঁ ৷
So wonderful interview. From this interview we came to know that Rinima is a brave girl . Great Rinima . ❤
তোমালৈ বহুত বহুত শুভ কামনা থাকিল
সচা দে কথাখিনিয়ে অন্তৰ চুই গ'ল।❤❤
Eman hundor .hosakoi aplut holu apunar kthabur huni.aru aguwai jaok apuni bohudur . Best wishes ❤
অসম বাসী সদায় আপোনাৰ লগত,আপুনি আগবাঢ়ি যাওঁক,আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো
কথাবোৰ শুনি বৰ ভাল লাগিলে.... সহজ-সৰল
Vl lagil eman dhuniya kathabor..ru udeshya bor❤
বহুত ভাল মনৰ অধিকাৰী, কথা বোৰ শুনি বহুত ভাল লাগিল ।
বহুত আশীৰ্বাদ কৰিছো আগুৱাই যোৱা ভগৱানে সহায় হ'ব
কথা বোৰ ইমান সুন্দৰ কৈ কৈছে, আৰু আগবাঢ়ি যাওক🎉🎉
Bohut bohut bohut val lagil dui gorakik a. Best Wishes to her 💐💐💐❤❤
ৰিনিমাৰ কথাবোৰে বুকুত খুন্দা মাৰি ধৰিছে