UPARJAN namor ai channel tu jen sirojeevon dirghojeevi hoiye roi...may this UPARJAN channel have a long life and brings a new trends in our Society......
Mor dristit mor deuta o ajon xofol beboxai. Xorure pora bhut kosto kori aikhini paise but bemarr babe teu kam bondho koribo loga hoise tothpi xongram kori kori vagori jowa nai. 😍🙏love u deuta
Best hostel in Nagaon বহুত ভাল লাগে চিঙৰা জেলেপি টো কবই নালাগে মুখত পানী ওলাই গৈছে চচটো যে দিয়ে চিঙৰা লগত next level গৈ আছোঁ গুৱাহাটীৰপৰা পৰা খাবলৈ concept jr college ত পঢ়া দিনৰ কথা মনত পৰি গল
আপোনাৰ সংগ্ৰাম,আত্মবিশ্বাস,কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য সকলোৰে বাবে আদৰ্শ হওঁক। এনেকুৱা ধনাত্মক বাতৰি যোগানৰ বাবে "উপাৰ্জন"ক ধন্যবাদ জনালো ।
জীৱন মানেই সংগ্ৰাম আৰু সেই সংগ্ৰামৰ আৰতেই সফলতা থাকে। আপোনাৰ ভৱিষ্যত আৰু সফল হওক তাৰে কামনা কৰিলোঁ।।।
Right bondhu
আপোনাৰ জীৱন কাহিনী টো সচাঁকৈ বহুত দুখ লগা , তথাপিও আপুনি দুখৰ মাজেৰে নিজকে আগুৱাই লৈ গৈছে 🙏🏻আপুনি আমাৰ প্ৰেৰণাৰ উৎস হৈ ৰওঁক☺️ ভালে থাকক
সফল হওক আপোনাৰ জীৱনৰ প্ৰতিতো সপোন প্ৰতিতো আশা । লগতে উপাৰ্জনৰ প্ৰতিজন কৰ্ম কৰ্তালৈ ধন্যৱাদ জনালো ,আপোনালোকৰ সহায়ত এনেকোৱা বহুতো মানুহ দেখিলো, লগতে অলপ মানকে হলেও শিকিব পাৰিছো যে কষ্টৰ ফল সদায় মিঠা 🙏 নগাঁও ফালে গলে সোমাব লিগিব ।
আতম বিশ্বাস, ধইয, সৎকর্ম, সততাৰে যদিহে কৰমখেতৰত আগবাঢ়ে ভগবানে নিশ্চয় সহায় কৰিব। "প্রকৃত হৃদয় যাৰ ঈশ্বৰ সহায় তাৰ। "
তেঁওৰ সংগ্রামী জীবন আমাৰ বাবে প্রেৰণাৰ উৎস। ভাল লাগিল তেঁওৰ জীৱনৰ সঁচা কাহিনী শুনি। ভগৱানে তেঁওক কুশলে ৰাখক।
দাদা আপোনাৰ জীৱন নিৰ্বাহ আৰু সুকলমে আগবাঢ়াই জাবলৈ ভগৱানক সেৱা জনায়ছো।🙏🪔।
ধন্যবাদ, ধৈয্য ফল সদায় মিঠা হয়, আপোনাৰ হোতেলৰ চাহ, চিঙৰা, জিলাপী, মিঠাই খাই বৰ সোৱাদ পাওঁ,
আপুনি আগুৱাই যাওঁক
দুখ নকৰিৱ ভাগৱানে আপোনাক ভালে ৰাখক । আপুনি আমাৰ প্ৰেৰণাৰ প্ৰতীক ।
দুখৰ পিছতেই সুখ আহে দাদা৷
আল্লাই দোৱা কৰক🙏
আহক না ত গৈ গৈ কলেজীয়া জীৱনত বহুতো কচোৰি খালো ।ধন্যবাদ দাদা আৰু আগুৱাই যাওঁক ।
প্ৰৱল ইচ্ছাশক্তি, আত্মবিশ্বাস তথা কঠোৰ পৰিশ্ৰমেই সফলতাৰ ছাবিকাঠি।
ঈশ্বৰে মঙ্গল কৰক । আপোনাক ধন্যবাদ জনাইছো।
আগুৱাই যাওক। যোৰহাটৰ পৰা শুভেচ্ছা জনাইছো।
Salute salute.....100 bar salute korisu....nijor bhorir uporot nije thio diar babe
আহক না জিন্দাবাদ
ঈশ্বৰে তোমাৰ মঙ্গল কৰক।
ৰাম ৰাম 😭
আপোনাৰ উন্নতি হওক প্ৰভু 🙏🙏🙏🙏
মানুহ জনৰ কথা খিনি শুনি বহুত ভাল লাগিলে, সহজ সৰল
ঈশ্বৰে সদায় কুশলে ৰাখক । চাই বৰ দুখ লাগিল
Baap re...nagaon golei khau...kintu tekhetor story tu Jana nasilu...bht tasty singora
আপোনাৰ দুখীয়াৰ জীৱন সুখৰ হওঁক ।
আপোনালোক সদায় আমাৰ প্ৰেৰণাৰ উৎস হৈ ৰওঁক 🙏🙏
কলেজৰ পৰা আহি আবেলি ওলাই গৈ লগৰ বোৰৰ লগত "আঁহক না " ত বহি আগত গাখীৰ ৰ চাঁহ কাপ লৈ দিয়া আড্ডা বোৰৰ কথা মনত পৰি গৈছে ❤️
Contract nber to pam neki
Muru sem
Muru ..adp t pohuta jaw
যি সকল মানুহে সীমাহীন দুখ যান্ত্ৰনা ভুগি সফলতা পাই সেইসকল মানুহে দুখ কি বুজি পায়।আশাকৰো আপুনি আগুৱাই যাওক।
বক্তিজনলৈ"অশেষ ধন্যবাদ।
নগাঁও গলে নিশ্চয়কৈ যাম আপোনাক লগ পাবলৈ। আপোনাৰ সফলতা কামনা কৰিছো।
এনেকুৱা মানুহৰ দূখ দেখি বহুত বেয়া লাগে ভগবানে তেখেতক আৰু উন্নতি কৰেযেন।
Aikhon amar Nagaonr oti priyo AHOK NAA.. iyar jelepi ru singra 😍😍😍😍
ভগবান আপোনাৰ সংগ্ৰাম শুনি বুকু খুন্দা মাৰি ধৰিছে।
Apunar mohan ta r babe apuni emn kosto sikar kra pisotu apuni safal hl aji r mnh bura apunar ai guntu loi jate agbarhi ji tari kamona ra tq u da 🥰
আপুনি আৰু আগুৱাই যাওক তাৰে কামনা কৰিলোঁ 🙏🙏🙏🙏
Kosto koribo lage sob axomiyai and unnoti kribo lage. Eitu xuni jui lagise.🔥🔥
এনে ব্যক্তি আমাৰ উৎসাহ ৷ ’উপাৰ্জন’ ধন্যবাদ ৷
Apunar kotha khuni sokur pani olai gol 😭😭😭🙏🙏🙏
সচাকৈ মানুহ জীৱনত পৰিবৰ্তন
Aahok naa Jalepi nagaon famous...So much love.
May God bless you and your family 👍👌
হে আল্লাহ তুমি এই ব্যক্তিজনক সফল আৰু সুখী কৰা ।আমীন!
Bhal lagil bohut manuh jonok
Khura Jon boht vl hoi.....i like you.......jay hind 💜💓💗
2 tokar sinhgora-kochuri pora khaisilu..soday bhal lage log pale dada k.Such a great inspiration for all the young generation 👏.
UPARJAN namor ai channel tu jen sirojeevon dirghojeevi hoiye roi...may this UPARJAN channel have a long life and brings a new trends in our Society......
We proud of you.thanks
Apunar kotha huni bohut dukh lagil 😭apuni jibonot agbahi jauk🙏🙏🙏
Great man..moio tenekuwai asilu ... Thatta korisil manuhe. Gurutta nedisil..bht bht bht dhorzya dhorisilu...
Dada long life.Thank god.
চিনাকি হোতেল খনৰ বিষয়ে জানি সুবেই ভাল লাগিল.....পঢ়ি থকা অৱস্থাত আমি নিয়মিয়া গ্ৰাহক আছিলো...
God bless you kokai 🙏🙏🙏
Xundor, aguwai jauk ❤️
ধন্যবাদ দাদা ইমান ধুনীয়া বিষয়ৰ ওপৰত ভিদিওঁ বনোৱা বাবে❣️
আপোনালোকৰ ভিদিওঁ চাই ইমান সাহস আৰু উৎসাহ পাওঁ ভাষাৰে ক'ব নোৱাৰিম।
আগুৱাই যাওঁক.. এইয়া আপোনাৰ কষ্টৰ ফল
Aponak salute dada.bor dukhor kahini jani dukh lagile.eta kotha janibo jar kunu nai vogoban teolokar babe xodai ase.
Bht bht bht aguwai jaok dada..atia bht sklu vl hb..dada.
Apunar ktha xuni bhut dukh lagil ..val lagi apuni sucess haise ..god bles u
Salute to this man 🙏👏...Ru agbari jaok❣️
আৰু আগুৱাই যাওক ৷শুভকামনা জনালোঁ৷
❤️ from Nagaon
Topon Roy bhaity, Bravo !
Bohut dhukh lagil khuni,,khodai khukhot thakok apuni
Val lagil video tu...
Val lagil আগুৱা যাওঁক তাৰে কামনা
Val lagil 💕💕💕
Vale thakok ❤️❤️❤️
বৰ দুখ লাগিল ভগৱানে আপোনাৰ মংগল কৰক
May God bless you Big brother.....a big salute to you
কষ্ট কৰিব পৰা মানুহে জীৱনত বহুত বহুত বহুত বহুত বহুত বহুত বেছি সফল হয়।।।।। মাথো সময়,ধৈৰ্য,সাহস লাগে
আপুনি আগুৱাই যাওক ভগৱানে ভাল কৰিব🙏
একালৰ দুখ একালৰ সুখ এয়াই হ’ল ভাগ্যৰ চকৰী
You are great... 👍👍👍
Apunak Salute Dada🙏🙏🙏
Khura apunar jibon vl hok ..moio bohut kostha paisu kin2 moi har namanu karon mor monot ata a akha moi adin vl manuh hom 🙏
Bht val lgle apunak.... aru aguai jauk
খুবেই সুন্দৰ
Bhal lagile 👌👌👌
Dada apunar para sika paisu tq dada aru aguya ja
ভাল লাগিছে দা দা,মোৰ দা দায়ো আপোনাৰ কাম ক ৰিছে
Bahut bahut dhanyabad.
Tapan Roy prokrit manuh.tewordirghayu aru utjal kamona korilo.tewor atmobishas,dhoijya aru karmo spriha proshongshonio, god bless you.
God bless you🙏
Hsai val lagil dada. #mdmaina
Dada aponi aru bohut agbahi jauk .vogabane aponak sahai korise
Thank. You. Bhai-jaan 👌
Congratulations🎉🎉
Salute sir apunk bhogbne aakhirbad dyk apunk
Sundor sob samogri.
Nagaon gole AAHOK NAA t ngle kiba adhruwa Jen laage.
Juwakali goisu evening ❤️
Great Uncle
Mor dristit mor deuta o ajon xofol beboxai. Xorure pora bhut kosto kori aikhini paise but bemarr babe teu kam bondho koribo loga hoise tothpi xongram kori kori vagori jowa nai. 😍🙏love u deuta
কষ্টৰ ফল মিঠা। আগবাঢ়ি যাওক। ভগৱানে আপোনাৰ মঙ্গল কৰক।
আপোনাক শতকৌতি প্ৰমাণ জাছিলো ।
Dear brother Topon Roy, Apunar aru unnoti houk. Aru dangor hotel houk aru bohut manuhok apuni sangsthapon diok God bless you.
Val lagil vdo tu sai
দাদা আপুনি আগুৱাই যাওক.ওদালগুৰি (বিটি.এডি)পৰা শুভেচছা জনালো.
কষ্ট ফল মিঠা হয়৷ মানুহ জন সত হব লাগে মাথো ধজৈ লাগিব 🙏🏾🙏🏾🙏🏾🙏🏾
জীৱনৰ বাকীছোৱা সুখৰ হয় যেন
god bless you sir
You are inspiration
Best hostel in Nagaon বহুত ভাল লাগে চিঙৰা জেলেপি টো কবই নালাগে মুখত পানী ওলাই গৈছে চচটো যে দিয়ে চিঙৰা লগত next level গৈ আছোঁ গুৱাহাটীৰপৰা পৰা খাবলৈ concept jr college ত পঢ়া দিনৰ কথা মনত পৰি গল
Dhanyabad Dada Bhagobane apunak aru doya korok.
ভগবানে আৰু আগুৱাই নিয়ক তাকে কামনা কৰিলো,
Apunar aru unooti hok dada 🙏