স্বাৰ্থপৰ II অসমীয়া চুটি ছবি II SWARTHAPAR II Assamese Short Movie

Поделиться
HTML-код
  • Опубликовано: 12 сен 2024
  • অসমীয়া চুটি ছবি II স্বাৰ্থপৰ ।I SWARTHAPAR II Assamese short movie
    ননী মাধৱ শৰ্মাৰ কাহিনী আৰু প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি স্বাৰ্থপৰ আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল ।
    আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
    Our other channel link
    / @iidrishtiarudarshan

Комментарии • 91

  • @nitaipal4565
    @nitaipal4565 3 месяца назад +3

    সুন্দৰ হৈছে। সঁচা ঘটনা যেন লাগিল।

  • @BiswajitSaikia-gt2rx
    @BiswajitSaikia-gt2rx 21 день назад +1

    Val lagil

  • @nivanath147
    @nivanath147 2 года назад +6

    অতি সুন্দৰ কাহিনী৷ সকলোৰে সুন্দৰ অভিনয়৷ ভাল লাগিল৷

  • @khagendutta3646
    @khagendutta3646 4 дня назад +2

    Bestvideò

  • @surajitbailung8365
    @surajitbailung8365 11 месяцев назад +6

    Very❤nice

  • @upendas9082
    @upendas9082 2 года назад +8

    বলিষ্ঠ কাহিনী, সুন্দৰ পৰিচালনা আৰু প্ৰতিগৰাকী ভাৱৰীয়াই সুন্দৰ অভিনয়ৰে এখন হৃদয়ৰ্স্পশী ছুটি ছৱি ।
    বহুত ভাল লাগিল ডুডু ।👌👌

  • @nilamaniborthakur3884
    @nilamaniborthakur3884 2 года назад +3

    সুন্দৰ কাহিনী চাই খুব ভালো লাগিল দুখো লাগিল ।

  • @ramekbalsingh5796
    @ramekbalsingh5796 2 года назад +3

    Nice story......Dukh laga story

  • @bipulmahanta8661
    @bipulmahanta8661 2 года назад +1

    Oti xundar abhinay xokolure. Bor val lagil.

  • @dipikadas5890
    @dipikadas5890 Год назад +2

    এনে কৈয়ে ধুনীয়া চুটি গল্পৰ ছবি নিৰ্মাণ কৰা বাবে মোৰ বহুত ভাল লাগিল

  • @animabora4105
    @animabora4105 2 года назад +8

    বৰ ভাল লাগিল, হৃদয়স্পৰ্শী কাহিনী। সকলোৰেই অভিনয় অতি সুন্দৰ হৈছে 👌👌

  • @rivaboruah1245
    @rivaboruah1245 2 года назад +2

    হৃদয়স্পৰ্শী, এটা সুন্দৰ কাহিনী। খুব ভাল লাগিল।

  • @Maina734
    @Maina734 2 года назад +2

    সুন্দৰ

  • @nobajanibaruah345
    @nobajanibaruah345 2 года назад +2

    ভাল লাগিল

  • @pranitapdproduction7923
    @pranitapdproduction7923 Год назад +1

    Xundor abhinoy 👌sukhada hospital Dekhun eikhn amr ghrr Kaxote boorhiaaa☺

    • @ntacinema
      @ntacinema  Год назад

      আমিও কাষৰে৷

  • @sangitasarma571
    @sangitasarma571 2 года назад +2

    ভাল লাগিলে সকলোৰে অভিনয় সুন্দৰ হৈছে

  • @sidheswarrabha2584
    @sidheswarrabha2584 2 года назад +8

    সকলোৰে অভিনয় বৰ সুন্দৰ হৈছে।সঙ্গীতৰ দিশতো বেয়া হোৱা নাই।মুঠৰ ওপৰত বাস্তৱ কাহিনী আৰু পৰিচালনাৰে এখনি সুন্দৰ চুটি কথা ছবি।

  • @shyamkumarsaikia1185
    @shyamkumarsaikia1185 2 года назад +2

    বৰ সুন্দৰ লাগিল

  • @debabratasharma4539
    @debabratasharma4539 2 года назад +1

    সৰ্বাংগ সুন্দৰ হৈছে । ভাল লাগিল ।

  • @vedicastrologyassam555
    @vedicastrologyassam555 2 года назад +2

    অতি সুন্দৰ

    • @nivanath147
      @nivanath147 2 года назад +1

      অতি সুন্দৰ৷ কাহিনী আৰু অভিনয় মনোৰম৷

  • @kulendramohandas3173
    @kulendramohandas3173 2 года назад +5

    ,শক্তিশালী কাহিনী, বলিষ্ঠ অভিনয় আৰু সু পৰিচালনাই ঘটনা উপস্থাপন ত এক অনন্য মাত্ৰা প্ৰদান কৰিছে । অভিনন্দন জ্ঞাপন কৰিছো ।

    • @sanchitakakati9961
      @sanchitakakati9961 2 года назад

      Dhunia story, bohut dhunia abhinoi korise sokolue, great 👍

  • @DulalPhukan-cg3uq
    @DulalPhukan-cg3uq 4 месяца назад +2

    Hundor ovenoi

  • @richitasharma5111
    @richitasharma5111 2 года назад +2

    দেউতাক এনেকুৱা হ'ব লাগে । ভাল লাগিল ।

  • @aijoniborah85
    @aijoniborah85 2 года назад +5

    নিউজট্ৰেক অসমৰ সকলো বিষয়ববীয়ালৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ 🙏

  • @arunsarmah2742
    @arunsarmah2742 2 года назад +3

    বত্ত’মান সমাজৰ বাস্তৱ ছবি দাঙি ধৰিছে ৷সুন্দৰ হৈছে৷

  • @Jundas-u8y
    @Jundas-u8y Год назад +1

    Dhunia hoise aru agbahi joa.finishing tu Alp aru lagisil

  • @jatijibanbora2495
    @jatijibanbora2495 2 года назад

    Nice one, want more

  • @bidyutchoudhury6471
    @bidyutchoudhury6471 2 года назад +1

    Bohot dhuniya bonaise

  • @amritkumardasagm5020
    @amritkumardasagm5020 2 года назад +2

    ভাল হৈছে । সকলোৱে ভাল অভিনয় কৰিছে ।

  • @jashwantbaruah5646
    @jashwantbaruah5646 2 года назад +1

    Bohut besi bhal lagil...

  • @nijarabharali9046
    @nijarabharali9046 2 года назад +1

    Bohut Val lagil..

  • @tezpurcomedyking....5613
    @tezpurcomedyking....5613 2 года назад +3

    superb

  • @mousumisharma4914
    @mousumisharma4914 2 года назад +1

    Val lagil sai

  • @dsdimpi7898
    @dsdimpi7898 2 года назад +1

    bohut vl lagil xai .

  • @moushumiborahbarman4838
    @moushumiborahbarman4838 2 года назад +1

    বঢ়িয়া হৈছে

  • @sangitadevi6805
    @sangitadevi6805 2 года назад +1

    Bhal lagil

  • @bhabitsaikia9905
    @bhabitsaikia9905 2 года назад +1

    xundor

  • @dipika...5094
    @dipika...5094 2 года назад +1

    Mojaaaa

  • @himanibanikya8168
    @himanibanikya8168 Год назад +1

    ইমান ভাল হৈছে আপোনালোকে চিনেমা বনোৱাটো বিচেৰো মই আশীৰ্বাদ কৰিবহে পাৰো আপোনালোকৰ আগলৈ মংল কামনা কলিোল

  • @runusaikiabordoloi1308
    @runusaikiabordoloi1308 2 года назад +1

    বহুত ভাল লাগিছে দেই পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিব লাগে এনে কাহিনী থকা নাত বোৰক অভিনয় ভাল হৈছে ধন্যবাদ আগলৈ এনেকৈ আশা কৰিম চাম

    • @ntacinema
      @ntacinema  2 года назад

      অশেষ ধন্যবাদ আপোনাক৷

  • @muktulhussain8315
    @muktulhussain8315 2 года назад +1

    Bhal lagise de

  • @chafikulislam6892
    @chafikulislam6892 2 года назад +3

    so nice

  • @dipabaruah6825
    @dipabaruah6825 2 года назад +1

    Very nice story

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +1

    Thikei. Korise deutai.

  • @santanubaruah2649
    @santanubaruah2649 2 года назад +1

    খুব ভাল লাগিল। অভিনয় ভাল হৈছে। কাহিনী, চিত্ৰনাট্য সকলো ভাল লাগিল। মাত্ৰ যৱনিকা খৰ খেদা হ'ল যেন লাগিল।

  • @kabitaborah5007
    @kabitaborah5007 2 года назад +1

    Mojaaaaaaa ❤️

  • @lochanbora9431
    @lochanbora9431 2 года назад +1

    সুন্দৰ অভিনয় সকলোৰে

  • @anitamedhi8358
    @anitamedhi8358 2 года назад

    বাস্তৱ কাহিনী লগতে সৱৰে সুন্দৰ অভিনয়।

  • @hiraksarmah
    @hiraksarmah 2 года назад +1

    So good Story

  • @keshabupadhyaya7542
    @keshabupadhyaya7542 2 года назад +1

    সমাজত ঘটি থকা কিছুমান ঘটনাৰ সুন্দৰ উপস্থাপন। ভাল লাগিল। আগলৈও কৰি যোৱাৰ কামনা কৰিলোঁ।

  • @mithun674
    @mithun674 2 года назад +3

    হৃদয়স্পৰ্শী আৰু বাস্তৱ কাহিনী। আতি সুন্দৰ পৰিচালনা তথা অভিনয়ৰ বাবে এই চুটি ছবিৰ প্ৰতি গৰাকীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালো।

  • @ganeshborgohain2040
    @ganeshborgohain2040 6 месяцев назад +1

    বৰ ভাল .লাগিল।

  • @sarojagarwal8558
    @sarojagarwal8558 2 года назад +1

    Very Good Performance

  • @runimasaikia5904
    @runimasaikia5904 2 года назад +1

    Atia onuhusonat. Vugise

  • @debashreegogoi3118
    @debashreegogoi3118 Год назад +1

    Agor mata pita ka putro mor Jaye to uskaa ek bidhoba bohu hi poti ki adorkho aur saas hohur ki pyar se ghor ko sombhaal to hai ye beti log Bhai ko nise dikhane ke liye mor mitte hai

  • @dipkumarkalita8565
    @dipkumarkalita8565 2 года назад +1

    Very nice ....

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 2 года назад +2

    Khub xundor

  • @kalloldas1804
    @kalloldas1804 2 года назад +1

    Buarijonir acting bahut realistic

  • @santanutalukdar8238
    @santanutalukdar8238 2 года назад +1

    So amazing...

  • @deepshikhadutta6107
    @deepshikhadutta6107 2 года назад +1

    Hundar....

  • @saratdeka1108
    @saratdeka1108 2 года назад

    সকলোৰে অভিনয় সুন্দৰ হৈছে । দেউতাই ঠিকে কৰিছে ।

  • @rahimali9943
    @rahimali9943 2 года назад +1

    Nice

  • @user-mn5hv7kk5t
    @user-mn5hv7kk5t 2 года назад +1

    Bow nice

  • @debashreegogoi3118
    @debashreegogoi3118 Год назад +1

    Sob bete aur bohu bura nhin hotain Aaj kol to beti maa pita kaa pention aur jaidaad ke liye tipman kortai hai

  • @sanjibbora1789
    @sanjibbora1789 5 месяцев назад +1

    বঢ়িয়া বোৱাৰী বোৰে সহুৰ সাহুৰেক ৰ পেঞ্চন ৰ ওপৰত বেছিকৈ মাথা মাৰে।

  • @mahfujrahman3428
    @mahfujrahman3428 2 года назад +1

    সচৰাচৰ চলি থকা সত্য ঘটনা

  • @subamdey
    @subamdey Год назад +3

    Adin na adin kobat ka bar deota anoka hodai hoi thakay kunu bai kiba kori say janu

  • @debojitkumarboradebobora4926
    @debojitkumarboradebobora4926 Год назад +1

    অভিনয় যদিও ৰিয়েল যেন অনুভৱ হ'ল।

  • @dimbeswargogoi2667
    @dimbeswargogoi2667 Год назад +1

    A

  • @mukulgoswami5119
    @mukulgoswami5119 2 года назад +1

    যি কোনো কাহিনীক সতেজ সবল সুস্থ ৰূপৰে
    এক চিনেমা বা সাৰ্থক চুটি ছবি কৰি দৰ্শকক দেখুৱাব পাৰে পৰিচালকৰ বিচক্ষণতাইহে।
    "স্বাৰ্থপৰ" নামৰ চুটি ছবি খনে তিনিটা দিশ উদঙাই দেখুৱালে।
    ১/বৰ্তমান সমাজৰ কিছু পৰিয়ালত থকা গুৰুজনৰ প্ৰতি অপমান আৰু অপমানৰ সুযোগ দিয়া নিজৰ সন্তান।
    ২/স্বাৰ্থপৰতা যি কোনো ক্ষেত্ৰত প্ৰকট হোৱা।
    ৩/ অজস্ৰ টকা থকা মুল চৰিত্ৰৰ বুকুত থকা গোড়ামি।
    …………
    ধুনীয়া ছবি। উৎকৃষ্ট পৰিচালনা।আৱহ সংগীত।
    লোকেচন।
    চৰিত্ৰ সমুহক আন্ধাৰ আৰু পোহৰ বুলি ধৰিব লাগিব।
    পুত্ৰবোৱাৰী আন্ধাৰ। জী জোৱাই ৰাইজ পোহৰ।
    বহুত ধন্যবাদ।
    ……
    হস্পিটেলৰ অভ্যন্তৰত আৰু পোহৰ লাগিছিল।
    ………
    ।মোৰ চকুত দেউতাকহে বেছি স্বাৰ্থ পৰ। সুনামৰ সন্ধানী!😊

  • @drishtidevi7894
    @drishtidevi7894 2 года назад +2

    A very progressive concept. Good work. keep it up ✨

  • @Miduldutta
    @Miduldutta Год назад +1

    1947চনৰ ভিডিঅ' দৰে লাগিলে
    Fal2 camera লৈ বনাই নেকি ,
    Mobile full power দি চালেও
    ভাল দৰে মানুহ কেইটা ধৰিব নোৱাৰি ,

  • @biddutkamalborah3231
    @biddutkamalborah3231 2 года назад +1

    Bortoman real ot hoi ase aibur.
    Lora t k suwali bohut val. Mur u agoni suwali ase moi taik loi gorvoito.

  • @promilaronghangpi1382
    @promilaronghangpi1382 Год назад +1

    VT hu

  • @dipikadas5890
    @dipikadas5890 Год назад +1

    এইখন ছাথ্্ পৰ সমাজ জত নিয়ায়। নাই

  • @subamdey
    @subamdey Год назад +1

    Video sai comments debo.aru ki koribo.

  • @hiranyamedhi7752
    @hiranyamedhi7752 Год назад +1

    :-*অ

  • @YogaTherapyAssam
    @YogaTherapyAssam 2 года назад +1

    ভাল লাগিল চাই । ruclips.net/video/02dSmMJqHew/видео.html

    • @Apsara_World_lifestyle
      @Apsara_World_lifestyle 2 года назад +2

      সকলো বন্ধু-বান্ধবীলৈ প্ৰণিপাত জনালো--ননী মাধৱ শৰ্মা।

    • @YogaTherapyAssam
      @YogaTherapyAssam 2 года назад

      @@Apsara_World_lifestyle
      🙏🙏🙏

  • @dibyasingha5305
    @dibyasingha5305 2 года назад +2

    সুন্দৰ

  • @debajitborah2323
    @debajitborah2323 2 года назад +1

    সুন্দৰ