ASSAMESE SHORT MOVIE II PATNI ।I অসমীয়া চুটি ছবি II পত্নী ।I
HTML-код
- Опубликовано: 6 фев 2025
- ASSAMESE SHORT MOVIE II PATNI ।I অসমীয়া চুটি ছবি II পত্নী ।I
ইতিমধ্যেই সমালোচক তথা চলচিত্ৰ প্ৰেমীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নাট্যকাৰ শ্ৰীদিগন্ত কুমাৰ ভূঞাৰ কাহিনী আৰু শ্ৰীপ্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে, News Track Assam ৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি "পত্নী"এ । আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে চুটি ছবিখনি ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ সুন্দৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
/ @iidrishtiarudarshan
Bohut val lagil sai
বাঃ বাঃ সুন্দৰ অভিনয় ৷
Tamam barua da
Val lagil😊
এ মজা লাগিল কাহিনী 💕❤💖
ধন্যবাদ
L
Love
L
Love
Borhiya lagise😅 29:37 😅
Excellent
Bohut Val lagil dada
Very nice .
3
বহুত ভাল লাগিল 🙏🏼🙏🏼🙏🏼
বহুত ভাল লাগিল।
Nice, Excellent 👌👌👌 keep it up .
Val lagil Sai 🥰🥰🥰🥰🥰🥰🥰🥰🥰
😢
😢😢😢😢😢
Bor bhal lagil
Xundor hoise👏
Val lagice
Val lagil dei
Ñice
অসমৰ গাৱঁ চহৰৰ এইখন বাস্তৱ ছবি।
নগৰৰ বোৰত লুকুৱাই থয়
আচলতে সমাজৰ লোক সাহসী নহয় বাবে এইবোৰ বাঢ়িছে।
কাহিনীত আৰু এটা টুইষ্ট দিব পৰাৰ সুযোগ আছিল।
তথাপি অভিনয়/ নিৰ্দেশনা /ফটোগ্ৰাফি সুন্দৰ,
পৰিচালকে ঘৰটোৰ বেৰত পানীৰ চিটিকনিৰ দাগৰ কনচেপ্ট ভাল হৈছে।
চাউণ্ড অলপ কম যেন লাগিল।
বৰ ভাল হৈছে। কাহিনীত আৰু
অলপ ওজন দিব পাৰিলে হেতেন।
তথাপি ক্ৰমাগত বাঢ়ি অহা ব্যাধিক দেখুৱাই দিয়াৰ বাবে ধন্যবাদ।
অশেষ ধন্যবাদ মান্যবৰ৷
বহু তভাললাগিল।
সুন্দৰ
Very nice
সুন্দৰ।।ভাল লাগিল
Really val lagil kahani2
বহুত ভাল লাগিল। ভাল নাটক এখন চাবলৈ পাই ধন্য হলো।
বৰ সুন্দৰ কাহিনী
ভাল লাগিল
ধুনিয়া sir
Mojja
Nice🥰🥰
Nice story and acting.
Nice
Camera quality aru alop Val lga.. 🙏
সঞ্জীৱ দা মজা
সুন্দৰ অভিনয় হৈছে প্ৰথমে কাহিনীটো বুজি পোআ নাছিলো পিছতহে বুজি পালো সছাকৈয়ে অসমীয়া এখন CID দৰে হৈছে
BTW
👍👍👍
🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
🙏🙏
বেৱেৰিবাং
পুলিচে হএন্ড ৰাইটিঙ চাই লিখিব দিছে যে আখৰটো।
Deep mnAè
Àìjañimàjaĺàģìĺ
Bhaĺĺaģisĺ
Nice
Jana korma tana fool
Paglami jelot bhrai thak
Dag movie kronor pora copy
এই কাহিনী দিগন্ত কুমাৰ ভূঞা দ্বাৰা ৰচিত(১৯৮৭) মুল মঞ্চ নাটক "ৰেলৰ আলিত মৃতদেহ" ৰ পৰা চিত্ৰনাট্য কৰা হৈছে। কোনো ধৰণৰ copy নহয়।
Nice. Baki mur channel tu abar sabo
সুন্দৰ
🙏🙏
সুন্দৰ