অসমীয়া চুটি ছবি II অনুভৱ ।I ANUBHAV II Assamese short movie
HTML-код
- Опубликовано: 7 фев 2025
- অসমীয়া চুটি ছবি II অনুভৱ ।I ANUBHAV II Assamese short movie
ননী মাধৱ শৰ্মাৰ কাহিনী আৰু প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি অনুভৱ আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল ।
এখন মটৰচাকেলত প্ৰেমিকাক ফুৰাবলৈ নোপোৱাৰ বাৱে মটৰচাইকেল এখনৰ তাগাদা দিলে খেতিয়ক পুত্ৰই দেউতাক আৰু মাকক ! মাক দেউতাকৰ দৈন্যৰ বাবে বাইক দিব নোৱাৰাত দ্বিতীয় পুতেক জোনে মাক দেউতাকক শাৰীৰিক অত্যাচাৰ কৰিব লাগিল ৷ মাটি বিক্ৰী কৰি বাইক এখন দিলে দেউতাক মাকে !
কিন্তু পলম হল ৷ বন্ধুৱে তেওৰ বাইকত বন্ধুৰ প্ৰেমিকাৰ চখ পূৰ্ণ কৰি যোৱাত প্ৰেমিকাৰ মন প্ৰাণ সলনি হৈ Breakup বিছাৰিলে! তিৰস্কাৰ সহ্য কৰিব নোৱাৰি তীব্ৰ বেগত বাইক চলাই গৈ দুৰ্ঘটনাত পতিত হৈ জোনে চিৰ জীৱন পঙ্গুত্বৰ জীৱন যাপন কৰিলে৷
আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
Our other channel link
/ @iidrishtiarudarshan
সুন্দৰ অভিনয়
সুন্দৰ হৈছে 👍👌
Val lagil.
Khundar val lagil 🙏🙏🙏
Xundor Val lagil 👍
Bhal lagil dukhar story
কাহিনীতো চাই বহুত ভালোলাগিলে আৰু দুষো লাগিলে।
Sai bahut vall lagil
Bhut val lagil sai, dhuniya kahini
Mojaaaa
Good job
সুন্দৰ ভাল লাগিল
Bahut Val lagile sai ..
খুব ভাল লাগিল চায়..
Bohot val palo sai aro xikibo loga bohot ase jito ajikali jibonot hoiase
ধন্যবাদ
Nice camera work
ভাল লাগিল ৷
বৰ ভাল লাগিল চাইl এনেকুৱা চিনেমা সমাজৰ সত্যক লৈ আৰু বনাব লাগেl
Borhiya hoise 👌👌👌👌
ধন্যবাদ
Mza
বাস্তৱ কাহিনী ভাল লাগিল !অভিনয় সচাই ভাল লাগিল! মই সকলো ছবিয়েই চাও নিইজ ট্ৰেকৰ
বহুত সাহস দিলে আপোনাৰ মন্তব্যই
Vl lagil
Dhunia hoise,
Short flim.khn sai bohot vl lagise
Anubhav tu Sai khubai bhal lagil
Val lagishea saie 🥰🥰
সুন্দৰ লাগিল
বৰ ভাল লাগিল, অতি সুন্দৰ 👌👌
বাস্তৱৰ ছবি ভাল লাগিল চাই
Oti xundor
Nice Val hoise dai♥️🥰
Bohut bhal lagile dei uncle 🙏
ধন্যবাদ বেটা
বহুত ধুনীয়া এখন ছুটি ছবি চালো
Nice.. Good story... Keep it up...
বৰ সুন্দৰ আৰু বাস্তৱত ঘটি থকা ঘটনা। ভাল লাগিল। সকলোৰে অভিনয় সুন্দৰ হৈছে। প্ৰচাৰ পালে কাহিনীয়েও মান্যতা পাব।
আপোনাৰ উৎসাহজনক মন্তব্যই সাহস দিছে৷ ধন্যবাদ
সুন্দৰ কাহিনী, ভাল লাগিল।
Sunder story
ভাল লাগিল । সুন্দৰ কাহিনীৰ মুগ্ধকৰ চিত্ৰৰূপ ।
Bor bhal lagil.👏
Very nice story loved it ....story of day to day life and a real fact
Thankyou very much
বৰ সুন্দৰ কাহিনী দেই , চাই সঁচাকৈয়ে বহুত ভাল লাগিল
My goodness.True fact.
Sundar
অতি সুন্দৰ কাহিনী,অতি সুন্দৰ direction আৰু সুন্দৰ অভিণই।
অশেষ ধন্যবাদ
সকলো অভিভাৱকৰ বাবে এক সতৰ্কবানী। চুটি ছবি খনৰে
সন্তান আৰু পিতৃমাতৃ সকলক
এটা বাৰ্তা দিছে। তিনিটা দিশ মুকলিকৈ উদঙাই দিয়া ছবিখন চাই ভালপালো।
অৱশ্যে পোহৰৰ কথাট গুৰুত্ব দিব লাগে। কাহিনী,
পৰিচালনা,অভিনয় আৰু সংগীত ভাল হৈছে!!
পিচৰ খন আৰু উন্নত হ'ব।
অশেষ ধন্যবাদ
সুন্দৰ কাহিনী । কাহিনী নহয় আচলতে আমাৰ অধিক সংখ্যক মানুহৰে ঘৰত চলি অহা এটা জীৱন্ত উদাহৰণ । অভিনয় , পৰিচালনা , video graphy , আৰু video editing শালাগিব লগীয়া ।
সুন্দৰ
Superb ❤️❤️
👌👌👌👌
Nice
Bor Val lagil. Xamajot Ane ghotona atia ghoti asa.
Samajat ghati thaka bastab sabi parisalana sundar. Abhi nai ussa pazai. Manomoha
ধন্যবাদ
চাই সঁচাকৈ আপ্লুত হলো.....সকলোৰে অভিনয় অতি সুন্দৰ লগতে পৰিচালনা আৰু পৰিকল্পনা অতি সুন্দৰ.......আগলৈ আশাবাদী.......
Kahini tu Sai birat dukh hol ajikalir lora sualiburor kotha vabi
Ajir khamajor logot khap khua ke video to bonaise, bor bhal lagil
অশেষ ধন্যবাদ
2nd part ahibo neki
আজিৰ নিম্ন মধ্যবিত্ত সমাজৰ বাস্তৱ ছবিৰ উপস্থাপন কৰিছে ৷সুন্দৰ হৈছে৷আগলৈকো আশা কৰিলো ৷
আপোনাৰ মন্তব্যই উৎসাহ যোগালে৷
Very nice inspiration nd heart touching story ........well done keep it up 👌👌
Thankyou very much
😭😭😭
Very pathetic
সুন্দৰ কাহিনী, ভাল লাগিল।
ধন্যবাদ
Xundor
সুন্দৰ উপস্থাপন
Nice
Xundor