পল-অনুপল II অসমীয়া চুটি ছবি II PAL ANUPAL II Asaamese short film
HTML-код
- Опубликовано: 7 фев 2025
- সুহৃদ দৰ্শক আৰু আমাৰ শুভাকাংক্ষী সকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰি আমি নিউজট্ৰেকে একবছৰ অতিক্ৰম কৰিলোঁ !
এটি বছৰত ৰাইজৰ আশীৰ্বাদত আমি অবিৰতভাৱে নিতৌ নতুন নতুন কাহিনীৰে চুটি ছবি বনাই ৰাইজৰ মনোৰঞ্জনৰ বাবে আমাৰ চেনেল যোগে প্ৰচাৰ কৰি আহিছোঁ !
সিমিত সা-সৰঞ্জামৰে ছবিবোৰ বনাও! সঠিক নোহোৱাটো স্বাভাবিক !
মাথোঁ এটি নাট্য ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ ৷
সৃষ্টি হল অভিনেতা অভিনেত্ৰী! সৃষ্টি হল নাট্যকাৰ !
অন্তত কেমেৰাৰ সন্মুখত কথা কোৱাৰ ভয় আতৰিল আমাৰ নবাগত সকলৰ! আমাৰ এইয়া আছিল প্ৰধান লক্ষ্য ৷
#assamesefilm #assamesemovies #assameseshortfilm #assameseshortmovie #lumixg85
Bhut Val lagil❤
সুন্দৰ হৈছে।
সুন্দৰ হৈছে
বৰ ভাল্ল লাগিল । সুন্দৰ হৈছে ।
বঢ়িয়া।বৰ ভাল লাগিল।বিশেষকৈ আইজনী বৌৰ অভিনয়
সুন্দৰ ❤
খুব ভাল লাগিল। সকলোৰে অভিনয় অতি সুন্দৰ হৈছে।
❤ xundor
❤ধুনীয়া😊
সুন্দৰ ছবি
Khub val lagil.❤❤
Moja
Oti xundor
খুব ভাল লাগিল, প্ৰশান্ত বৰাৰ এটি সুন্দৰ প্ৰচেষ্টা ৰ শলাগ লৈছো ..লগতে শুভেচ্ছা থাকিল৷❤
Very nice 👌
Buwarir acting bor Val hoise.
xokolu acting perfect hoise.
Welcome.
very nice.
অতিজৰ পৰা শাহু বোৱাৰীৰ সম্পৰ্ক এইদৰেই তিতা মিঠা পল অনুপলৰ মাজৰে চলি আহিছে।
সৰু নৈমিত্তিক ঘটনা এটিক
পৰিচালক অভিনেতাই অতি সুন্দৰ কৰি দেখুৱাইছে। অভিনয় যেন লগাই নাই!।সময় আহি আছে এদিন অসমৰ ৰাইজে পুৰা চিনেমা পাব।
শুভেচ্ছা থাকিল
❤
ধন্যবাদ Sir
পল অনুপলৰ আৱহ সংগীত ভাল! দৃশ্যবোৰ ভাল! আইজনী মেডামৰ চিঞৰ বাখৰ ভাল! ৰক্তিমৰ শালীনতা ভাল! বনত ঠাইসৰাটোও ভাল! টেপৰ পানী আতুৰ ধনীক সমাজ থকাটো ভাল! বোৱাৰী গৰাকী মৰমলগা বহুত ভাল! অৱশ্যে গিৰিয়েক এইটো সেইটো কোৱা নাৰী আজি নথকা নহয়! বোৱাৰীক দমন কৰা নাৰী থকাটোও হয়! ওৰণি লৈ দেউতাক সন্মান কৰা বোৱাৰী নগন্য আজিকালি ! নিচাগ্ৰস্ততাক দূৰ কৰিবলৈ প্ৰয়াস কৰা কাহিনীটোক সন্মান জনাইছোঁ। নাৰীৰ কুটিল প্ৰায়শ্চিত্তই চুই গ'ল। সুন্দৰ উপহাৰ। ভাল!
অশেষ ধন্যবাদ মৰমৰ অনুপ অসমীয়া!
Each an everyone is amazing ❤️
Nice ♥️♥️♥️
❤❤❤❤
❤
Bor val lagil .বোৱাৰীও তো কাৰোবাৰ জীয়ৰী !নিজৰ ঘৰখনৰ লগতে পিতৃ মাতৃক ত্যাগ কৰি স্বামীৰ ঘৰখন নিজৰ কৰি লোৱাতোৱেই বোৱাৰীৰ দোষ?অৱশ্যে এয়া শাহু আইৰ ৮ম পতি মংগলৰ দশাৰ অশুভ প্ৰভাৱৰ ফলত অষ্টিভঙ্গৰ যোগ।
ভাল হৈচে
Bhaĺabhànay 26:12
Very nice
সুন্দৰ হৈছে।
Very nice