Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
আটাইৰে অভিনয় খুব ভাল হৈছে।
সুন্দৰ অভিনয় ভাল লাগিল চাই👍👍
সছাকৈ বহুত ভাল লাগিছে আৰু অপম দুখো লাগিছে।
সচা
বৰ ভাল লাগিল ইমান সুন্দৰ কৈ উপস্থাপন কৰিছে চবি খন সঁচাকৈ অতুলনীয়
অশেষ ধন্যবাদ
🙏🙏সত্যৰ পৰাজয় হব পাৰে জানো!সত্য শুদ্ধ সেৱা ব্ৰহ্মাস্ত্ৰৰ সদৃশ। সুন্দৰ কাহিনীয়ে চমৎকাৰ অভিনয়।
আবহ সংগীত ৰ নামত কাণ তাল মাৰি গৈছে । অত্যধিক শব্দ ই সুন্দৰ কাহিনীৰ ডিঙি চেপি পেলাইছে ।
হয়৷ আগলৈ যথাযথ কৰাৰ চেষ্টা কৰিম৷এইবাৰলৈ ক্ষমা কৰিব৷
সুন্দৰ অভিনয় বৰ ভাল লাগিল 👌
Bor ভাল লাগিল
বহুত ভাল লাগিলে চাই 😭😭😭
বেয়াহল
অতি সুন্দৰ হৈছে
ধন্যবাদ
বহুত ভাল লাগিল ।পুনৰ আৰু দেখা পাম বুলি আশা ৰাখিলো ।ধন্যবাদ
বৰ ভাল লাগিল মাহীআই চাই 🎉🎉
Hosa kotha aguai jua ho sake borma jonia bohut val ovinoi korise i love you borma
Moi kandi golu bohut bormai konda dekhi
সুন্দৰ অভিনয়
চাই বৰ ভাল লাগিল।
Bahut val lagil 😭😭😭😭😭
ভাল লাগিছে।
ব-------ৰ ভাল লাগিল দেই
বৰ ভাল লাগিল সকলোৰে অভিনয় সুন্দৰ হৈছে
MOJA LAGISE DE VIDEO2 SAI PELAIBOHUT DHUNIA ABHINAY KORISE NAHI MAAK JONIYE SO GOD BLESS GOD 🕉️😊
Short film khn sai bohot vl lagise
Mahimak houl buliei bewa buli aami vabib nalage dhanyabad
মানুহে কয মাহি মাক বেয়া কিন্তু মাহি মাক হ'ল বুলি নো হৃদয় নাথাকে নিকি ল'ৰা ছোৱালী ও ভাল হ'ব লাগে
Bohut Val Lagil.
সুন্দৰ হৈছে দাদা
Khub xundor hoise
bhut dhunia hoise❤❤khurideu a konda dekhi dukhei lagil🤧🤧
অসেষ ধন্যবাদ
Val lagil
Bahut Val lagil
❤❤❤
Mojaaa
ভাল লাগিল চাই।
fantastic rol of mahi i
Vl lagil sai
ভাল হৈছে।
Bohut val lagil dada 🙏🙏🙏
Nice Wazid
Sai bohut val lagil👌👍
0pp
Mo no ni CT CT😊 ni huNi ni😊
Up 9 BH❤ hi Lou mo noMo😅@@manabchoudhury8288
মই বৰ ভাল পালো ; এই 'মাহীআই ' চুটি ছবি খন ছাই । সুন্দৰ চিত্ৰ নাট খনি । সুন্দৰ কাহিনী । আাটাই কেইটি চৰিত্ৰই সুন্দৰ কৈ ; কাহিনী ভাগ ফুটাই তুলিছে । দুয়ো মোৰ বন্ধু প্ৰসান্ত আৰু ননী মাধবক এটি ভাল লগা কাহিনী দেখুৱাৰ বাবে ধন্যবাদ জনাইছো ।আগলৈ আৰু ছোৱাৰ আশা থাকিল ।
সকলোলৈকে সহস্ৰ প্ৰণিপাত জনালো। ধন্যবাদ।
Bhut. Bhal. Lagil
Bor bhal lagil
Ati sundar kahini
বৰ ভাল লাগিল সুন্দৰ অভিনয় 👍
বৰ সুন্দৰ চিত্ৰনাট্য। প্ৰতিজন শিল্পীৰে সুন্দৰ অভিনয়। হয় সকলো মাহী আই নিষ্ঠুৰ নহয়। এটা সুন্দৰ কাহিনী। সকলো কলাকুশলীকে আন্তৰিক অভিনন্দন জনাইছোঁ।
Mmmmmmmmmmmmmmmmmm
Bohut val lagil sai😭😭😭
Majja
Bohut val lagil Sai,
Emn dhunia lagise sai
Xundor
Bor vhal Lagil sai.
rrrrrrreeerrrrrrrrrrt❤rrrrffrrrw.r4rrrrrrrrrrrrrrrt. 😅😅😅rrqouwwqẞrr
Eh xondor ok thanks
Dhunia hoise 🤗
bhut val lagise
Vl lgil ☺️
Mahi aijai bar val
বঢ়িয়া ছবি খন ভাল লাগিছে বহুত
ভাল লগিল
হাজাৰ হাজাৰ খোৱা বোৱা কৰালেও নগা পৰ্বতৰ লৈ চকু । আৰু তেনেকুৱা লৰা ছোৱালী থকা মানুহলৈ বিয়া হোৱাকৈ ঘৰত থকাই ভাল ।
Bahut bhal lagisa.
Biutiful video 😢
Very nice story.all characters r very good.
মাহীমাকৰ কষ্ট দুখ সেই সতীনিয়েকৰ লৰা ছোৱালী যে বুজি নাপায় আৰু বদনাম হে দিয়ে ।
Bht val lgi sai
সুন্দৰ
Bohut val lagil
Very nice
Woow
Will try
Bht dhunia acting 😢❤
Dhuniya...
❤❤❤❤
Excellent
তেজীমলাৰ সাধুৱে দ্বিতীয় বিবাহিত পত্নীৰ গাত এটা মচিব নোৱাৰা চেক লগাই থৈ গল । বহুতো মানুহে উপলব্ধি নকৰে যে জন্মতে এগৰাকী নাৰী মাহীমাক হৈ জন্ম নলয় ,বা মাহী মাক মানে ভয়াবহ কিবা এটাও নহয় । কিন্তু তেওক মাহীমাক বনাই দিয়ে সমাজে,ঘৰখনে বা নিজৰ স্বামিয়ে । সন্তানক মাতৃগৰাকীৰ পৰা আতৰাই ৰাখে কিজানি সন্তানে কষ্ট পাই । ময়ো তথাকঠিত সমাজৰ এগৰাকী মাহীমা । সেই কথা ভাবি বা এনে ধৰনৰ নাটক আদি দেখি নিজলৈকে ঘৃণা ওপজে ,এনে অনুভৱ হয় এয়াযেন কোনোবা জন্মৰ পাপৰ ফলত মাহীমাকৰ অপবাদ পাব লগা হৈছে । কেইজনে ভাৱে মাহীমাকবিলাকৰো এখন হৃদয়,অকন মৰম দয়া, থাকে । গতিকে কব খোজো নাটকখনত মাহীমাকৰ চৰিত্ৰতো বেয়াকৈ ৰূপায়ন কৰা নাই যদিও বৰ্তমান প্ৰজন্মক এই মাহীমাক শব্দতোৰ অৰ্থ ফহিয়াই নেদেখুৱাই ভাল হব বুলি ভাবো । ময়ো মাহীমাক কিন্তু তেজীমলাৰ মাহীমাক সকলো নহয়,দেউতাক নাই যদিও দেউতাকৰ মোৰপ্ৰতি থকা বিশ্বাস,ভালপোৱা,মৰম সকলো জীয়াই ৰাখিবলৈ চেষ্টা কৰিম পিতেকৰ জৰিয়তে ।
Kisuman mahimak anekuau thake, akol beya j hbo heitu nhoi amaru akei o bhut val Amar maa
Real life ane kuyae Hoy bhal lagil an video to sai
Val
সুন্দৰ হৈছে ❤️
Very very nice
Nice.
Dhuniya 👍🥰
Khub xundor
সুন্দৰ উপস্থাপন
❤
super🙏🙏🙏🙏
কাহিনীটো বৰ সুন্দৰ হৈছে৷অভিনয় নিখুট হৈছে৷পিছলৈ অন্য Good strong storyৰ এখন চিএ্নাট্য লিখিব তেতিয়াহে আৰু এখোপ আগুৱাই জাব পাৰিব ধন্যবাদ
সুন্দৰ।
Moio jodi enekua ejoni mahimaa palo heten,jibon tu sage bahut agui golo heten
Nice 😢😢😢😢
চাব লগীয়া। মাহীমা মাত্ৰেই যে "তেজিমলাৰ সাধু" ৰ মাহীমাক জনী নহয় চোৱা সকলে বুজি পাব।মাহীমাকৰ প্ৰতি থকা ভুল ধাৰণা বোৰ শুধৰাব পাৰিব।ৰুমাই দেখুৱাই দিলে , মাহীমা হলেও তেওঁৰ অন্তৰতযে মাতৃ-প্ৰেমৰ অভাৱ নাই । ভগৱান তুল্য এজন বৰজনা পোৱাৰ বাবেই সেই কথা প্ৰমাণ হল।লগতে কৈ থলো " শুনা কথাত নিদিবা কাণ, দেখাৰো লবা তিনিটা প্ৰমাণ।" "
আপোনাৰ মূল্যবান মন্তব্যই আমাক উৎসাহ যোগালে৷ শ্ৰদ্ধা জনালোঁ!
চুটি ছবি মাহী আই চিত্ৰকলা প্ৰদৰ্শনৰ উৎকৃষ্ট নিদৰ্শন।কাহিনীত আধুনিকতাই উশৃংখল কৰা যুৱপ্ৰজন্মৰ ব্যৱহাৰ দেখুৱাই এক বিশেষ চৰিত্ৰৰ দ্বাৰা সুপথ দেখুওৱাৰকৌশলী প্ৰদৰ্শন সময়োপযোগী।কাহিনী! চিত্ৰনাট্য, সংলাপ অভিনয়,সংগীত ,পৰিবেশসকলো অত্যন্তভাল।অসমীয়া সমাজত সততে দেখা কথা লগোৱা চৰিত্ৰটো সুন্দৰ।
ভাল পালো চুটি ছবি খন উপভোগ কৰি ।নিখুঁত অভিনয় কৰিছে সকলো চৰিত্ৰই । পৰিচালনা আৰু কেমেৰা শালাগিব লগীয়া ।
Val lagil sai but lastor sintut sokur pani dhori rakhibo nuwariliu
Mahimak joni bor dhuniya acting korise
Sir we will
Ok
Good
Nice
BOR BHAL LAGIL SAI
Mahi aai buli kuneu obohela nokoriba,
আমাৰ সমাজ খনে কেৱল নাৰীক দোষ দিয়ে এযা আনৰ কথাত বিশ্বাস কৰি নিজৰ মানুহ জনীক কি কৰিব নোৱাৰে
🙏🙏
Anar katha suni Kara atyasar beya paiso
😢😮
Hii
0:03
আটাইৰে অভিনয় খুব ভাল হৈছে।
সুন্দৰ অভিনয় ভাল লাগিল চাই👍👍
সছাকৈ বহুত ভাল লাগিছে আৰু অপম দুখো লাগিছে।
সচা
বৰ ভাল লাগিল ইমান সুন্দৰ কৈ উপস্থাপন কৰিছে চবি খন সঁচাকৈ অতুলনীয়
অশেষ ধন্যবাদ
🙏🙏সত্যৰ পৰাজয় হব পাৰে জানো!সত্য শুদ্ধ সেৱা ব্ৰহ্মাস্ত্ৰৰ সদৃশ।
সুন্দৰ কাহিনীয়ে চমৎকাৰ অভিনয়।
আবহ সংগীত ৰ নামত কাণ তাল মাৰি গৈছে । অত্যধিক শব্দ ই সুন্দৰ কাহিনীৰ ডিঙি চেপি পেলাইছে ।
হয়৷ আগলৈ যথাযথ কৰাৰ চেষ্টা কৰিম৷এইবাৰলৈ ক্ষমা কৰিব৷
সুন্দৰ অভিনয় বৰ ভাল লাগিল 👌
Bor ভাল লাগিল
বহুত ভাল লাগিলে চাই 😭😭😭
বেয়াহল
অতি সুন্দৰ হৈছে
ধন্যবাদ
বহুত ভাল লাগিল ।পুনৰ আৰু দেখা পাম বুলি আশা ৰাখিলো ।ধন্যবাদ
বৰ ভাল লাগিল মাহীআই চাই 🎉🎉
Hosa kotha aguai jua ho sake borma jonia bohut val ovinoi korise i love you borma
Moi kandi golu bohut bormai konda dekhi
সুন্দৰ অভিনয়
অশেষ ধন্যবাদ
চাই বৰ ভাল লাগিল।
Bahut val lagil 😭😭😭😭😭
ভাল লাগিছে।
ব-------ৰ ভাল লাগিল দেই
বৰ ভাল লাগিল সকলোৰে অভিনয় সুন্দৰ হৈছে
MOJA LAGISE DE VIDEO2 SAI PELAI
BOHUT DHUNIA ABHINAY KORISE NAHI MAAK JONIYE SO GOD BLESS GOD 🕉️😊
Short film khn sai bohot vl lagise
Mahimak houl buliei bewa buli aami vabib nalage dhanyabad
মানুহে কয মাহি মাক বেয়া কিন্তু মাহি মাক হ'ল বুলি নো হৃদয় নাথাকে নিকি ল'ৰা ছোৱালী ও ভাল হ'ব লাগে
Bohut Val Lagil.
সুন্দৰ হৈছে দাদা
Khub xundor hoise
অশেষ ধন্যবাদ
bhut dhunia hoise❤❤
khurideu a konda dekhi dukhei lagil🤧🤧
অসেষ ধন্যবাদ
Val lagil
Bahut Val lagil
❤❤❤
Mojaaa
ভাল লাগিল চাই।
fantastic rol of mahi i
Vl lagil sai
ভাল হৈছে।
Bohut val lagil dada 🙏🙏🙏
অশেষ ধন্যবাদ
Nice Wazid
Sai bohut val lagil👌👍
0pp
Mo no ni CT CT
😊 ni hu
Ni ni😊
Up 9 BH❤ hi Lou mo no
Mo😅@@manabchoudhury8288
মই বৰ ভাল পালো ; এই 'মাহীআই ' চুটি ছবি খন ছাই । সুন্দৰ চিত্ৰ নাট খনি । সুন্দৰ কাহিনী । আাটাই কেইটি চৰিত্ৰই সুন্দৰ কৈ ; কাহিনী ভাগ ফুটাই তুলিছে । দুয়ো মোৰ বন্ধু প্ৰসান্ত আৰু ননী মাধবক এটি ভাল লগা কাহিনী দেখুৱাৰ বাবে ধন্যবাদ জনাইছো ।আগলৈ আৰু ছোৱাৰ আশা থাকিল ।
সকলোলৈকে সহস্ৰ প্ৰণিপাত জনালো। ধন্যবাদ।
Bhut. Bhal. Lagil
Bor bhal lagil
Ati sundar kahini
বৰ ভাল লাগিল সুন্দৰ অভিনয় 👍
অশেষ ধন্যবাদ
বৰ সুন্দৰ চিত্ৰনাট্য। প্ৰতিজন শিল্পীৰে সুন্দৰ অভিনয়। হয় সকলো মাহী আই নিষ্ঠুৰ নহয়। এটা সুন্দৰ কাহিনী। সকলো কলাকুশলীকে আন্তৰিক অভিনন্দন জনাইছোঁ।
অশেষ ধন্যবাদ
Mmmmmmmmmmmmmmmmmm
Bohut val lagil sai😭😭😭
Majja
Bohut val lagil Sai,
ধন্যবাদ
Emn dhunia lagise sai
Xundor
অশেষ ধন্যবাদ
Bor vhal Lagil sai.
rrrrrrreeerrrr
r
rrrrrt❤rrrrffrrrw.r4rrrrrrrrrrrrrrrt
.
😅😅😅rrqouwwqẞrr
Eh xondor ok thanks
Dhunia hoise 🤗
bhut val lagise
Vl lgil ☺️
Mahi aijai bar val
বঢ়িয়া ছবি খন ভাল লাগিছে বহুত
ভাল লগিল
হাজাৰ হাজাৰ খোৱা বোৱা কৰালেও নগা পৰ্বতৰ লৈ চকু । আৰু তেনেকুৱা লৰা ছোৱালী থকা মানুহলৈ বিয়া হোৱাকৈ ঘৰত থকাই ভাল ।
Bahut bhal lagisa.
Biutiful video 😢
Very nice story.all characters r very good.
মাহীমাকৰ কষ্ট দুখ সেই সতীনিয়েকৰ লৰা ছোৱালী যে বুজি নাপায় আৰু বদনাম হে দিয়ে ।
Bht val lgi sai
সুন্দৰ
Bohut val lagil
Very nice
Woow
Will try
Bht dhunia acting 😢❤
Dhuniya...
❤❤❤❤
Excellent
তেজীমলাৰ সাধুৱে দ্বিতীয় বিবাহিত পত্নীৰ গাত এটা মচিব নোৱাৰা চেক লগাই থৈ গল । বহুতো মানুহে উপলব্ধি নকৰে যে জন্মতে এগৰাকী নাৰী মাহীমাক হৈ জন্ম নলয় ,বা মাহী মাক মানে ভয়াবহ কিবা এটাও নহয় । কিন্তু তেওক মাহীমাক বনাই দিয়ে সমাজে,ঘৰখনে বা নিজৰ স্বামিয়ে । সন্তানক মাতৃগৰাকীৰ পৰা আতৰাই ৰাখে কিজানি সন্তানে কষ্ট পাই । ময়ো তথাকঠিত সমাজৰ এগৰাকী মাহীমা । সেই কথা ভাবি বা এনে ধৰনৰ নাটক আদি দেখি নিজলৈকে ঘৃণা ওপজে ,এনে অনুভৱ হয় এয়াযেন কোনোবা জন্মৰ পাপৰ ফলত মাহীমাকৰ অপবাদ পাব লগা হৈছে । কেইজনে ভাৱে মাহীমাকবিলাকৰো এখন হৃদয়,অকন মৰম দয়া, থাকে । গতিকে কব খোজো নাটকখনত মাহীমাকৰ চৰিত্ৰতো বেয়াকৈ ৰূপায়ন কৰা নাই যদিও বৰ্তমান প্ৰজন্মক এই মাহীমাক শব্দতোৰ অৰ্থ ফহিয়াই নেদেখুৱাই ভাল হব বুলি ভাবো । ময়ো মাহীমাক কিন্তু তেজীমলাৰ মাহীমাক সকলো নহয়,দেউতাক নাই যদিও দেউতাকৰ মোৰপ্ৰতি থকা বিশ্বাস,ভালপোৱা,মৰম সকলো জীয়াই ৰাখিবলৈ চেষ্টা কৰিম পিতেকৰ জৰিয়তে ।
Kisuman mahimak anekuau thake, akol beya j hbo heitu nhoi amaru akei o bhut val Amar maa
Real life ane kuyae Hoy bhal lagil an video to sai
Val
সুন্দৰ হৈছে ❤️
অশেষ ধন্যবাদ
Very very nice
Nice.
Dhuniya 👍🥰
Khub xundor
সুন্দৰ উপস্থাপন
❤
super🙏🙏🙏🙏
কাহিনীটো বৰ সুন্দৰ হৈছে৷অভিনয় নিখুট হৈছে৷পিছলৈ অন্য Good strong storyৰ এখন চিএ্নাট্য লিখিব তেতিয়াহে আৰু এখোপ আগুৱাই জাব পাৰিব ধন্যবাদ
সুন্দৰ।
Moio jodi enekua ejoni mahimaa palo heten,jibon tu sage bahut agui golo heten
Nice 😢😢😢😢
চাব লগীয়া। মাহীমা মাত্ৰেই যে "তেজিমলাৰ সাধু" ৰ মাহীমাক জনী নহয় চোৱা সকলে বুজি পাব।মাহীমাকৰ প্ৰতি থকা ভুল ধাৰণা বোৰ শুধৰাব পাৰিব।ৰুমাই দেখুৱাই দিলে , মাহীমা হলেও তেওঁৰ অন্তৰতযে মাতৃ-প্ৰেমৰ অভাৱ নাই । ভগৱান তুল্য এজন বৰজনা পোৱাৰ বাবেই সেই কথা প্ৰমাণ হল।লগতে কৈ থলো " শুনা কথাত নিদিবা কাণ, দেখাৰো লবা তিনিটা প্ৰমাণ।" "
আপোনাৰ মূল্যবান মন্তব্যই আমাক উৎসাহ যোগালে৷ শ্ৰদ্ধা জনালোঁ!
চুটি ছবি মাহী আই চিত্ৰকলা প্ৰদৰ্শনৰ উৎকৃষ্ট নিদৰ্শন।
কাহিনীত আধুনিকতাই উশৃংখল কৰা যুৱপ্ৰজন্মৰ ব্যৱহাৰ দেখুৱাই এক বিশেষ চৰিত্ৰৰ দ্বাৰা সুপথ দেখুওৱাৰ
কৌশলী প্ৰদৰ্শন সময়োপযোগী।
কাহিনী! চিত্ৰনাট্য, সংলাপ অভিনয়,সংগীত ,পৰিবেশ
সকলো অত্যন্তভাল।
অসমীয়া সমাজত সততে দেখা
কথা লগোৱা চৰিত্ৰটো সুন্দৰ।