The Prime Show With Partha Jyoti Borah : সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি সমস্যাৰ সমাধান হ'বনে

Поделиться
HTML-код
  • Опубликовано: 19 май 2024
  • The Prime Show With Partha Jyoti Borah : সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি সমস্যাৰ সমাধান হ'বনে
    #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

Комментарии • 4

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w 24 дня назад +5

    শৰ্মা ডাঙৰীয়াক অসমৰ মানুহ যেন নলাগে ।কাৰণ অসমৰ ক্ষতিৰ পক্ষত মাত মাতে । ধৰ্মৰ নামত বাংলাদেশৰ বেংগলীক সংস্থাপন কৰা ।শৰ্মা এজন ব্ৰামণ ।গতিকে তেওঁলোকৰ ওপৰত ব্ৰামণগীৰি কৰিবও পাৰিব আৰু লগতে ভোট বেংক হৈ থাকিব ।সেইটোৱেই তেওঁলোকৰ সপোন নহয়নে বাৰু? বিদেশীৰ বোজা অসমে ১৯৭১ চনলৈ ললে'ই তাৰ পিছত বাংলাদেশৰ পৰা ধৰ্মৰ নামতএজনো লব'ই নোৱাৰে । যিসকলে ভাবিছে এই সকল নিপাত যাওক ।

  • @eyakubali336
    @eyakubali336 24 дня назад +2

    2014 চনৰ 16 May বিদেশী টোপোলা বান্ধি পঠালে নে ???? শৰ্মা ডাঙৰীয়া । ১৫ লাখ টকা কি হল বেংক ত পাচ book ত অসমীয়াৰ ৰাইজৰ সকলোৰে সোমালে নে ?? শৰ্মা ডাঙৰীয়া ??? আপুনি কৈছে b j p য়ে ❤ যি কয় তাক কৰি যায় ❤ মিছা মিছা আৰু মিছা ❤ আৰু কিমান হিন্দু মুলমানসকলৰ কথা কৈ b j p য়েই নাইকীয়া হৈ যাব ২০২৬ ত ৰাইজে দিব By by ❤ শৰ্মা ডাঙৰীয়া বিদেশৰ বজাৰত থকা। কলা টকা বিদেশৰ পৰা আনি পাঁচ লাখ কৈ জনতাক দিলে নে ???? শৰ্মা ডাঙৰীয়া Ca খন অসমীয়া ক নালাগে ❤ কি কাৰণত আনিলে CA ❤ ৰাইজে আনন্দ ত ❤ ২০২৬ ত b j p ক by by ❤ ২০২৪ ,,, ৪ জুন তাৰিখে Ty Ty ❤ শৰ্মা ডাঙৰীয়া মনত ৰাখিব ❤ জয় আই অসম । দৰৱৰ দাম ❤ বস্তু দাম ❤ অসমত টোলগেট ৭/৮ টা ❤ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে ,, যদিও ,,,,,,, One Lakh ,দিব পৰা। নাই ❤ Eight years ❤ কি কৰিলে বিজেপি যে কাগজ কল দুটা বিক্ৰী ❤ বিমাবন্দৰটো বিক্ৰী কৰিলে ❤ ৰেল ❤ তেল কোম্পানী মাটি বিক্ৰী অম্বানিক অাৰু বহুতো ❤ শৰ্মা ডাঙৰীয়া ❤

  • @rinkukalita9361
    @rinkukalita9361 23 дня назад

    বাংলাদেশী বিদেশীক কোন দেশে আদৰি লব ? সেইটোৰ সমাধান নিবিচাৰি বিদেশী সমস্যাৰ কথা কোৱাটো হাস্যকৰ

  • @nealsaikia5729
    @nealsaikia5729 24 дня назад

    Lonka Junei jai Ravan hoigoi...Congress ok lagee Bangladeshi Muslim...BJPK lagee Hindu Bangladeshi.... Axomor Manuhor guruttoi nai.