LIVE | Teacher Fired From Jobs | চাকৰি গ'ল ২৫হাজাৰ শিক্ষকৰ | ঘূৰাব লাগিব ৮ বছৰৰ দৰমহা | N18L

Поделиться
HTML-код
  • Опубликовано: 30 янв 2025

Комментарии • 288

  • @chandanakalita2056
    @chandanakalita2056 9 месяцев назад +31

    অসমত এনেকুৱা শিক্ষক বহুতো আছে। অসমতো হ'‌ব লাগে।

  • @deshiganeradda8830
    @deshiganeradda8830 9 месяцев назад +52

    যেনে কৰ্ম তেনে ফল । বক্ৰ পথেৰে চাকৰি ল'লে এনেকুৱা হ'ব‌ই

  • @brajengohain8983
    @brajengohain8983 9 месяцев назад +9

    ধন্যবাদ উচ্চ ন্যায়লয় 🙏🙏🙏

  • @shahid7150
    @shahid7150 9 месяцев назад +35

    এইটো আমাৰ অসমত হ'ব লাগে।

  • @PrabhatNath-h9e
    @PrabhatNath-h9e 9 месяцев назад +12

    কলিকতা আৰু বিহাৰত আগৰেপৰাই এইবোৰ দূৰ্নীতি হৈ আহিছে আৰু অসমতো কংগ্ৰেচৰ দিনত আৰু এজিপিৰ দিনত বিয়াগোম কেলেঙ্কাৰী হৈছিল ৷আমি ভালকৈ পৰীক্ষা দিও চাকৰীনেপালোঁ আৰু বহুতেই পৰীক্ষা নিদিয়াকৈয়ে চাকৰী পালে !

  • @mitrapradhan2483
    @mitrapradhan2483 9 месяцев назад +7

    Great Action
    Not Only West Bengal but also Assam and all India take to this action from the Government.

  • @sashibhatta5198
    @sashibhatta5198 9 месяцев назад +82

    গোস্বামীয়ে একেটা কথাকে চেপেটা কৰি থকা নাইনে ৷ পোনপটীয়াকৈ দুই-এটা বাক্যতে কৈ দিলে সময়বোৰ বাচি যায় ৷

    • @PradipKumarDas-w7m
      @PradipKumarDas-w7m 9 месяцев назад +1

      8888ii8ioioiii8i8oinjjj jiji 8ii8888i8888888u7uu7úiiiiiiiuii8iiii noo oiioooo8😮

    • @bhaijivan4572
      @bhaijivan4572 9 месяцев назад

      😂

    • @padumidas4615
      @padumidas4615 9 месяцев назад

      Hy in​@@bhaijivan4572

    • @rajanisarmah6307
      @rajanisarmah6307 8 месяцев назад

      পোন পতিয়াকে কলে আমাৰ দাতা শেষ নহব,তেন্তে সিহঁতে পইচা কৰ পৰা পাব,গতিকে যিমান পাৰে সিমান দীঘলীয়া কৰিব লাগিব🤪🤪🤪🤪

  • @rknature9690
    @rknature9690 9 месяцев назад +3

    সকলোবোৰ department তে টকা দি চাকৰি লৈচে সকলোকে ধৰলে ভাল হব।

  • @assamese974
    @assamese974 9 месяцев назад +6

    অকল এইখিনিয়েই নহয় ফৰেষ্ট বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰতো হৈছিল

  • @gaurisankarbrahma1384
    @gaurisankarbrahma1384 9 месяцев назад +13

    কোনে দিছিল এইবোৰ চাকৰি ? চাকৰি দিয়া সকলক বিচাৰি শাস্তি দিওক ।

  • @hemantabaruah3693
    @hemantabaruah3693 9 месяцев назад +23

    বেঙ্গলৰ বাতৰিটো চেপেটা কৰি এইজনে চিঞঁৰি মৰিছে চোৱাচোন!!

  • @anuragkumarnath5016
    @anuragkumarnath5016 9 месяцев назад +2

    ককাইদেওৱে সাধু কথা হে পাঠ কৰিছে, বাতৰি নহয়তো সেইকাৰনে পকাবই যিমান পাৰে সিমান...

  • @handique6888
    @handique6888 9 месяцев назад +26

    আপোনালোকে শ্ৰোতাক কি বুলি ভাৱে।বুজি নাপায় বুলি ভাৱে নেকি ? একেতা কথাকে পকাই থাকি সময় নষ্ট কৰে।

  • @PurabithengalKachari
    @PurabithengalKachari 9 месяцев назад

    ৰাজনীতি কৰি চাকৰি লোৱা সকলক উচিত শিক্ষা দিয়াৰ চৰকাৰক ধন্যবাদ জাচিছো

  • @anilchandrabiswas8620
    @anilchandrabiswas8620 9 месяцев назад +1

    মূল কথাটো খূবেই কম কথাৰে প্ৰকাশ কৰিব পৰা টো বক্তাৰ স্কিল হোৱা উচিত।

  • @Nripen_das.
    @Nripen_das. 9 месяцев назад +12

    For right dicision like here❤
    👇

  • @krishnagogoi4558
    @krishnagogoi4558 9 месяцев назад +32

    একেটা কথাকে ঘূৰাই অকাই পকাই কৈ থাকে কৰ হয় সেইটো নকয়।

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 9 месяцев назад +1

    বক্ৰ পথেৰে চাকৰি লাভ কৰা সকলো লৈকে একে ব্যবস্থা হ'ব লাগে।যোইগ জনে চাকৰি নাপাই বেকাৰ হৈ জীৱন নিৰ্বাহ কৰে। অসমৰ কথা কব লাগে। অসমতো এনে কুৱা চাকৰি য়াল আছে বিহিত বিচাৰ কৰক

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm 9 месяцев назад +2

    ইমান সময় অসমৰ বুলিয়ে ভাবি আছিলোঁ বহুত সময় লগালে আচল কথাটো কওতে।

  • @jkofficialringtone
    @jkofficialringtone 9 месяцев назад

    এতেকে শিক্ষিত সকল দুৰ্নীতি মুক্ত ভাবে চাকুৰী লবলৈ মতত ৰাখক, আপোনাক সাৱধান কৰণৰ বাবে ঞ্জান প্ৰদান কৰিছে।

  • @badiuzzaman4995
    @badiuzzaman4995 9 месяцев назад +1

    Good verdict

  • @pravachutia931
    @pravachutia931 9 месяцев назад +9

    এবছৰ ভিতৰতে তদন্ত কৰিব লাগে ।এতিয়া মানুহবোৰ মৰা বাহিৰে উপায় নাই ।

  • @LabajitGohain
    @LabajitGohain 9 месяцев назад +13

    পোনপটিয়াকৈ ক অকাই পকাই একেখাৰকে কিয়। কৈ থাকে

  • @ManamohanBarman
    @ManamohanBarman Месяц назад

    কংগ্ৰেছ আৰু এজিপিৰ দিনত এনেকুৱা ই হৈছে তদন্ত কৰিব লাগে

  • @jkofficialringtone
    @jkofficialringtone 9 месяцев назад

    এতিয়া যদি অসমতো তেনেকৈ অবৈধ কৰিছে , সেই বোৰক বাদ দিয়া উচিত

  • @Navnathpawar-ms5vh
    @Navnathpawar-ms5vh 9 месяцев назад +2

    Very good

  • @DonKelar123
    @DonKelar123 9 месяцев назад +2

    All rights

  • @Samin-ip7vl
    @Samin-ip7vl 9 месяцев назад +2

    বিৰোধী ৰাজনৈতিক মুল ইছু হব

  • @GobindaSharma-re7qx
    @GobindaSharma-re7qx 9 месяцев назад

    Good step against corruption,

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 9 месяцев назад

    ৰাজ্যখনৰ নাম বহুত পলমকৈ কৈছে । ধন্যবাদ।

    • @hdmry238
      @hdmry238 9 месяцев назад

      😂😂😂😂😂

  • @bhaskarnath2409
    @bhaskarnath2409 9 месяцев назад +1

    Moja hoise

  • @user-tk6qu1to7z
    @user-tk6qu1to7z 7 месяцев назад

    Very Good

  • @jayantadutta165
    @jayantadutta165 8 месяцев назад +1

    যেন কুকুৰ তেন টাঙুন।মুঠৰ ওপৰত সত্যৰ জয় হোৱাটো সকলোৰে বাবে মঙ্গল জনক।

  • @dhirajrabha2310
    @dhirajrabha2310 9 месяцев назад +5

    নিজ দলে কৰি যোৱা বোৰ লীলা, আন দলে কৰি যোৱাৰ বাবে কিলা, চলিত চৰকাৰে কিমান মিছা প্ৰতিশ্ৰুতি দিছে , গুৱাহাটীৰ চচলে সাক্ষী 😂

  • @AbdulHamid-hx1mo
    @AbdulHamid-hx1mo 9 месяцев назад

    Good.decision

  • @utpalbaruah143
    @utpalbaruah143 9 месяцев назад +16

    বাতৰি পঢ়িব নাজানে নেকি অকাই পকাই থাকে

    • @santanuchawra8546
      @santanuchawra8546 9 месяцев назад

      এইজনে coat- tie নিপিন্ধাকৈ বা already grow নকৰা channel এটাত এই বাতৰি ঠিক এই ধৰণে পৰিবেশন কৰা দৃশ্য ভাবিয়েই হাঁহি উঠিছে।

  • @birennath8618
    @birennath8618 9 месяцев назад +1

    চৰ্বিত-চৰ্বণ। একেটা কথাকে বাৰে বাৰে কৈ আছে। গুৰুত্বপূৰ্ণ বাতৰি হ'লেও শুনি ভাল লগা নাই।

  • @dilipsaikia2179
    @dilipsaikia2179 9 месяцев назад

    আপুনি শ্ৰোতাক বহুত খঙ উঠাই

  • @debojyotidutta7050
    @debojyotidutta7050 9 месяцев назад +1

    বাতৰি পঢ়িছে ছোৱাঁ ! শুনিবলৈ ধৈয্য নাথাকে আৰু।

  • @Mohanmedhi-z5s
    @Mohanmedhi-z5s 9 месяцев назад

    Court ৰ ৰায় বিভাগীয় কতৃপক্ষেৰ মানে জানো?

  • @JituGfdbc
    @JituGfdbc 9 месяцев назад

    Very good

  • @balendramashahary1005
    @balendramashahary1005 9 месяцев назад

    অন্যান্য ৰাইজত অবধ্য শিক্ষকৰ চাকৰি গৈছে, আমাৰ অসমৰ কিয়ো নাজাই?
    অন্য ৰাইজতকৈ আমাৰ অসম আৰু বি টি আৰত বহুত বেছি আছে।

  • @jonardhannath3506
    @jonardhannath3506 9 месяцев назад

    পশ্চিমবঙ্গৰ সমস্যাটো যেনেকৈহে ঘোষণা কৰি আছে, মই অসমৰ বুলি চিন্তাতেই পৰিছিলো। পশ্চিমবঙ্গৰ বাতৰিটোক ইমান মুৰুলী পাক দি বৰ্ণনা কৰাৰ, কাৰণটোহে বুজি নাপালো 🤭

  • @bijusaikia5372
    @bijusaikia5372 9 месяцев назад +1

    অসমতো এনেকুৱা হবনেকি বাৰু ? চিন্তাহে হৈছে ।

    • @hdmry238
      @hdmry238 9 месяцев назад

      😂😂😂😂😂

  • @AniramBorah-x6v
    @AniramBorah-x6v 9 месяцев назад +11

    কোন ৰাজ্যত। সেইটো কক

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 9 месяцев назад +1

    Best video

  • @all_in_one4315
    @all_in_one4315 9 месяцев назад +4

    বিষয়টো পুনৰ বিবেচনা কৰিলে ভাল হয় ।

  • @srdtechassam7129
    @srdtechassam7129 9 месяцев назад +3

    Bohut val korise...

  • @kusheswarmedhi3307
    @kusheswarmedhi3307 9 месяцев назад +5

    Anekua teacherok sandle pindhai kaanot dhorai khub pitibo lage

  • @bkp9774
    @bkp9774 9 месяцев назад +1

    জয়ন্ত মাধৱ তোমাৰ মানু্হ কোনোবাৰ নাম আছে নেকি পঁচিশ হাজাৰৰ লিষ্টত 😊😊😊

  • @PuspaBorah-p7n
    @PuspaBorah-p7n 9 месяцев назад +2

    পশ্চিমবঙ্গত৷ ৰক্ষা আমাৰ ইয়াত নহয়৷

  • @SuniramNarzary-rv5mu
    @SuniramNarzary-rv5mu 9 месяцев назад +1

    Mamta Benarji atia aru Bengalot CM. hoi nathakibo. Ahibo BJP, Zindabad hobo BJP

  • @sonowalkachari6218
    @sonowalkachari6218 9 месяцев назад +1

    Assam ot ai kam to kori se j bht vl kotha

  • @TheGodisthegreatest-jb1ph
    @TheGodisthegreatest-jb1ph 9 месяцев назад

    Sir olop speed t kotha kole val pam 😊

  • @KiranGogoi-sl8bq
    @KiranGogoi-sl8bq 9 месяцев назад

    Good News

  • @eyakubali336
    @eyakubali336 9 месяцев назад

    বাতৰি কাকতখনত এবাৰ চাই বাতৰি দিব লাগে পকাই পকাই পকাই দিয়া বাতৰি কাকত প্ৰকাশ কৰা মানুহ জনক আঁতৰাই দিলে ভাল হব চাগে ।

  • @mukundach.sarmah8242
    @mukundach.sarmah8242 3 месяца назад

    আমাৰ অসমতো হব লাগে

  • @kartikchboro2184
    @kartikchboro2184 9 месяцев назад

    এই খবৰ পশ্চিম বংগৰ । আপুনি এই কথাকে কবলৈ ইমান দীঘলীয়া পাতনি মেলাৰ কাৰণ কি ?

  • @dilipgogoi9441
    @dilipgogoi9441 9 месяцев назад

    এই বাৰ বিজেপি হাৰিব বুলি জানিয়েই বেকা পথেৰে যাবলৈ থিৰাং কৰিছে‌ । Returning Officer এ তেখেতৰ মনোনয়ন পত্ৰ ইতিমধ্যে গৃহীত বুলি ঘোষণা কৰিলে ।লাজৰ কথা ।

  • @gitanjalinath5492
    @gitanjalinath5492 9 месяцев назад

    ভালেই হৈছে।

  • @nipendas4386
    @nipendas4386 8 месяцев назад

    অসমতো হব লাগে

  • @ManeswarMili-u7l
    @ManeswarMili-u7l 8 месяцев назад

    আপুনি নিউজ দিয়ে ঠিকেই,কিন্তু উৰাই-ঘূৰাই লেকচাৰ বেছি মাৰি থাকা।

  • @nilakanatapatir969
    @nilakanatapatir969 9 месяцев назад +3

    The employer are innocent because they got the govt, service through the ruling govt, The high court should be take n,a, against the education department employeers that issued the appoinment letters,

  • @lulugogoi2558
    @lulugogoi2558 8 месяцев назад

    ইমান কৈ একেখিনি কৰাকে শুনি থাকিবলৈ সময় নাই ।

  • @IncredibleNorthEastIndia-x6u
    @IncredibleNorthEastIndia-x6u 9 месяцев назад

    ইমান টেঙাব পাৰে ইহতে সেই কাৰনে চাবলৈ মন নাযায়, ধেই বৰ কামোৰ দেই 😠

  • @anjalisaikia575
    @anjalisaikia575 9 месяцев назад +3

    সচাঁই একে কথাকে চেপেটা কৰি আছে মচলা লগাই লগাই ।

    • @abhijitkalita6938
      @abhijitkalita6938 9 месяцев назад +1

      Bjp will win again in this election 😊.

  • @anantakrbrahma7203
    @anantakrbrahma7203 9 месяцев назад

    3:58 আচল কথাটো কওক ।

  • @dn-2991
    @dn-2991 9 месяцев назад +1

    9:25 minutes pora saok jai.. agor khini eketa kotha k sepeta kri ase

  • @babuldas2020
    @babuldas2020 9 месяцев назад +1

    Cm Sri order

  • @MridulBarmanassa
    @MridulBarmanassa 9 месяцев назад +5

    Jar poisa ase xe he pai sakori balor sorkar ami ane asu ai prithibite t

  • @DibyadharSaikia
    @DibyadharSaikia 4 месяца назад

    25 hazar teachere jadi 8 basarar salary return kariba lage tetiahale bishal aru sumi borar accounter parai lai lok.

  • @rajibdeep7049
    @rajibdeep7049 9 месяцев назад

    Main kotha tu last t koi😀

  • @LakhiPhukan.23
    @LakhiPhukan.23 9 месяцев назад +3

    অসমত ও হব লাগে

  • @manindrabaruah4822
    @manindrabaruah4822 9 месяцев назад

    Where?

  • @puspadhardowarah1932
    @puspadhardowarah1932 9 месяцев назад

    চাকৰি দিছিল কোনে? যি দিছিল সেই সকলক ধৰক।পইচা কৰ পৰা ঘূৰাব?এইটো কথা হলনে?

  • @Simanta-n7h
    @Simanta-n7h 9 месяцев назад +2

    Time is still ahead for them.....

  • @rajuray8838
    @rajuray8838 9 месяцев назад

    asamot hobo lage.

  • @jkofficialringtone
    @jkofficialringtone 9 месяцев назад

    মানুহ কথা কয়,আন আন জন্তু বোৰেও নিজ নিজ মাত্ৰীভাষাত কথা কয়, শিক্ষিত মানুহ কথা কয় যি কথা আনে শুনিলে কিবাকিবি অলপ ঞ্জান প্ৰাপ্ত হয়

  • @ashitsarkar6996
    @ashitsarkar6996 9 месяцев назад

    একটা কথাই বারে বারে বলছেন কোথায় হয়েছে সেটা বলুন আপনি কি জার্নালিজম কোর্স করে আসছেন

  • @bidyasingteron1554
    @bidyasingteron1554 9 месяцев назад +2

    In which state? Please mention the state so that we can believe......

  • @LakshmanKrRay
    @LakshmanKrRay 9 месяцев назад

    মমতা চৰকাৰ হাৰিলেও বিজেপি যাব নোৱাৰে॥

  • @DilipDas-ic9ch
    @DilipDas-ic9ch 9 месяцев назад

    First time you meet all teacher please

  • @mineswarbhuyan88
    @mineswarbhuyan88 9 месяцев назад

    ত্রইটো অামাৰ অসমটো হব সাগে অনুৰোধ কৰিচে

  • @Ssp19738
    @Ssp19738 9 месяцев назад

    Appointment jodi illigal hoisil okol prarthi sokolok sasti dilei hol ne. Ji khini manuh e system r majot thaki ei appointment bur disil tahator ki hobo. Jodi tahator uporot eku action nohoi tenete ei durnitiporaion manuh bur tu system t thakiei jabo aru kaliloi eibilake tu akou ekei koribo

  • @Jaggu12385
    @Jaggu12385 9 месяцев назад

    Beleg state or kotha koi ki lav. Nijor state or kiman development hoise eitu dekhauk. Ground Zero level report diok.

  • @PratulKalita-l7d
    @PratulKalita-l7d 9 месяцев назад

    Kon jegat hoise koi dile val hoi.

  • @labakumarsaikia3308
    @labakumarsaikia3308 9 месяцев назад

    Time8 ৰ লক্ষণ আহি গৈছে

  • @maheshgogoi
    @maheshgogoi 9 месяцев назад

    School College Assamot tola mara. Education has no value in a corrupt state like Assam.

  • @nilimborah1343
    @nilimborah1343 9 месяцев назад

    নিজৰ ৰাজ্যৰ খবৰ নাই নেকি

  • @shahnawazakhtar9483
    @shahnawazakhtar9483 9 месяцев назад

    Where this happened?

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt 9 месяцев назад

    ক,ত কবলৈ কিয় ইমান টান পাইছে।

  • @bablusaikia139
    @bablusaikia139 9 месяцев назад

    val khabar de ba ba

  • @assamese974
    @assamese974 9 месяцев назад

    অসমৰ চাব লাগে

  • @NilimaKochkhanikarkhanikar
    @NilimaKochkhanikarkhanikar 7 месяцев назад

    Assato ai bibostha hobo laga bohut pabalagiai pua nai

  • @BinodSaikia-yv7qh
    @BinodSaikia-yv7qh 9 месяцев назад

    Be straight in broadcast ing the news

  • @madannath3016
    @madannath3016 9 месяцев назад +1

    Kolkata high court

  • @ranjit19656
    @ranjit19656 9 месяцев назад

    এতিয়া বাইদেৱে কি কব, খেলা হৈ গল নেকি

  • @bipulsarma5810
    @bipulsarma5810 9 месяцев назад

    হেয় ! কি পেক পেকায় আছে । সোনকালে কওঁক । 😡

  • @lachitsaikia9044
    @lachitsaikia9044 9 месяцев назад

    আমাৰ অসমত হলে মানে চাগে কিমান। চাৰৰ 😅

  • @rajibbora1813
    @rajibbora1813 9 месяцев назад +1

    আচল কথাতো কব লাগে 😊😊😊