Bongaigaon School Teacher Beats Student | বঙাইগাঁৱত মানৱৰূপী শিক্ষকৰ দানৱীয় কাণ্ড। N18V

Поделиться
HTML-код
  • Опубликовано: 6 фев 2025
  • Bongaigaon School Teacher Beats Student | বঙাইগাঁৱত মানৱৰূপী শিক্ষকৰ দানৱীয় কাণ্ড।
    কণমানি তিনি ছাত্ৰক ৬০ বাৰ কানত ধৰি উঠা- বহা।
    চৰ, কোব আৰু শেষত গলত চেপি ধৰাৰ গুৰুতৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে।
    বাইট
    হোমৱৰ্ক নকৰা বা অনুচিত আচৰণৰ বাবে শিক্ষকে বিভিন্ন প্ৰকাৰৰ শাস্তি দিয়ে। পিছে এই পাষাণ শিক্ষকৰ ছাত্ৰৰ ওপৰত খং উঠিল অন্য কাৰণত।
    সোমবাৰে আহাৰ বিৰতিৰ সময়ত তিনি কনমানি ছাত্ৰই খেলি থাকোতে বাঁহৰ টুকুৰা এটা চিটিকি গৈ শিক্ষক গৰাকীৰ চাৰিচকীয়া বাহনত পৰিছিল। তাতে খৰ্গহস্ত হৈ শিক্ষক সঞ্জীৱ ৰায়ে তিনি ছাত্ৰত মাৰপিট কৰাৰ লগতে ৬০ বাৰ কানত ধৰি উঠা-বহা আৰু শেষত গলত চেপি ধৰে।
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #bongaigaonteacher #bongaigaonschool #studentsbeatenbyteacher #news18assamoriginals
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 176

  • @jagadishgoswami3494
    @jagadishgoswami3494 8 месяцев назад +47

    এনেকুৱা ধৰনৰ গাৰ্জেন ৰ ল'ৰা ছোৱালী স্কুল ত পঢ়িলে ল'ৰা ছোৱালী য়ে শিক্ষকক নমনা হ''বয়।

  • @deepjyotihrishikesh
    @deepjyotihrishikesh 4 месяца назад +8

    এতিয়াও এনেকুৱা অভিভাবক আছে।
    লৰা ছোৱালী কত ভাল হব।।

  • @mainudavi9510
    @mainudavi9510 8 месяцев назад +64

    অভিভাৱকর কাৰনে ল'রা ছোৱালী বেয়া হয়

    • @ab.barkhiya786
      @ab.barkhiya786 8 месяцев назад +3

      Right

    • @rinku97836
      @rinku97836 8 месяцев назад +3

      nijor tu kubale gm pabi tohot

    • @rahulbukkubhattacharjee640
      @rahulbukkubhattacharjee640 8 месяцев назад +1

      nijor tu kubale gm pabi tohot

    • @Crazikboys
      @Crazikboys 4 месяца назад

      Aji darrangot ki hol Sai laok...aponaloke porhote kiman sasti paisil anubhav korok

  • @puspadhardowarah1932
    @puspadhardowarah1932 8 месяцев назад +8

    আজিকালি লৰাবোৰ বৰ দুষ্ট। কলিযুগত এইবোৰ কাল জন্ম হৈছে।কোনোটো লৰাই ভাল"নহয়"বুলিলেই হয়। গতিকে সমাজ খনেও অলপ নজৰ দিব বুলি আশা কৰিলো।লৰাবোৰেও"গুৰু গোসাই নমনা হৈছে।শিষ্টাচাৰ বোলা"বস্তুটোৱেই নাই।আনকি পিতৃ মাতৃকো নমনা হৈছে। হয় নহয় ইফালে"সিফালে মন কৰক।

  • @powerofalisa4325
    @powerofalisa4325 8 месяцев назад +23

    গাড়ীখন ডাঙৰ কথা নহয় ।ল'ৰা ছোৱালীৰ যাতে স্বভাৱ ভাল হয় তাৰ কাৰণ হে এনে শাস্তি দিছে ।মাথা নাইকীয়া অভিভাৱক বুজিব লাগিছিল ভালটো বুজিলে বেয়াটো । এনে অভিভাবক ৰ লৰা ছোৱালীৰ পৰা কি আশা কৰিব পাৰি বুজা গ'ল ।গতিকে এইবোৰ কথাত মাথা মাৰি লাভ নাই ।

  • @krishnagogoi1657
    @krishnagogoi1657 8 месяцев назад +39

    আমাৰ দিনত চেকনীৰ আগত বিদ্যা আছিল |

  • @bahatipathak7218
    @bahatipathak7218 8 месяцев назад +8

    যিয়ে ছাত্ৰ ছাত্ৰীক গোতেই দিন বিদ্যালয় ত ৰাখে সিয়ে জানে ছাত্ৰ কিছুমান ৰ অত্যাচাৰ

  • @beautifulvillagers5017
    @beautifulvillagers5017 8 месяцев назад +9

    আমি আমাৰ ল'ৰা - ছোৱালীৰ সুন্দৰ শৈক্ষিক - চাৰিত্ৰিক বিকাশৰ কাৰণে আমি সকলোৱে সকলোকে স-সন্মান জনাই , সকলোৱে সমানে গুৰুত্ব দি ( অভিভাৱক, শিক্ষক - শিক্ষয়িত্ৰী , ওচৰ - চুবুৰীয়া, শিক্ষা - বিভাগ ) এক সুন্দৰ পৰিকল্পিত - সুসংগত ব্যৱস্থাৰে বন্ধুত্ব সুলভ তথা সুন্দৰ শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰিব লাগিব বুলি মই ভাবো। কৃষ্ণ 🙏

  • @hiranmoipathak1703
    @hiranmoipathak1703 День назад

    যি শিক্ষকে ছাত্ৰ -ছাত্ৰীক ভালৰ বাবে শাসন কৰে সেই জনেই আচলতে প্ৰকৃত শিক্ষক।
    যি শিক্ষকে ভুল কৰিলেও ছাত্ৰ -ছাত্ৰীক শাসন নকৰে । তেনে শিক্ষকে জীৱনৰ মঙ্গল কামনা নকৰে । কেৱল দৰ্মহাটো পোৱাটোৱে লক্ষ্য ।

  • @pabinsarma2989
    @pabinsarma2989 4 месяца назад

    ৰাইজ আৰু শিক্ষকক লগ হৈ আলোচনা কৰক ভাল হ'ব ছাত্ৰ ছাত্ৰী ৰ,,

  • @nogengogoi6835
    @nogengogoi6835 4 месяца назад +9

    এই জন অভিভাৱক আৰু বেছি দিন ৰব নালাগে তাৰ ৰিজাল পাব ঘৰত।

    • @pinkukachariofficial7328
      @pinkukachariofficial7328 16 дней назад

      ল'ৰা কথা শুনা মানেই, ল'ৰা চুৰ, দকাইত, হোৱা সম্ভাৱনা,,,,,১০০%

  • @hemawatiborahboruah7485
    @hemawatiborahboruah7485 4 месяца назад

    আজিকালি ল'ৰা ছোৱালী বেয়া হোৱাৰ একমাত্ৰ কাৰণ হ'ল অভিভাৱক । আগৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষক বুলি কলে কঁপি থাকে সন্মান কৰে কিন্তু আজিকালি ........

  • @hemalatachetia3765
    @hemalatachetia3765 5 месяцев назад +4

    অভিভাৱক সকলে ল'ৰা ছোৱালীক ঘৰত অলপ মান শিক্ষা দিব,,,,
    কোনো শিক্ষক শিক্ষয়িত্ৰীৰে ছাত্ৰ ছাত্ৰীক বেয়া হোৱাটো নিবিচাৰে ।।ছাত্ৰ কেইজনক চৰ,,নামাৰি ভৰিত এচাৰিৰে কোবাই,,ভাত খোৱাৰ পিছত দৌৰা দৌৰি নকৰিবা , বুলি শিক্ষা দিলে ভাল আছিল। ।

  • @depachetia3362
    @depachetia3362 4 месяца назад

    এনে ধৰণৰ অভিভাৱক ৰ বাবে ছাত্ৰ -ছাত্ৰী বাঢ়ি গৈছে।

  • @Ashokrabha-o2q
    @Ashokrabha-o2q 8 месяцев назад +5

    দিন বৰ বেয়া , কামত হেলা নকৰিবাৱা। আনৰ কথা চিন্তা কৰিলে নিজৰ খুটি হোৱাৰ সম্ভাৱনা বেছি । স্বভিমান শিক্ষক
    এজনৰ কাৰণে ডাঙৰ বস্তু। অনাগত দিনত সাৱধান হৈ চলিলে হল ।অভিভাৱকৰ সপোন পূৰণ আৰু সন্তানৰ
    নিজৰ চিন্তাৰ মাজত এনেও অলপ অমিল থাকে ।কথাতে কয় , কালৰ কাল
    বিপৰীত কাল। আশা কৰো শৈক্ষিক
    পৰিবেশ অটুত থাকক ,,🙏

  • @ranudas593
    @ranudas593 8 месяцев назад +17

    শিক্ষক জনে বেয়া কাম কৰা নাই, বিদ্যালয়ত যদি কিবা ঘতনা হয় শিক্ষকক দোষ দিব,এনেকোৱা অভিভাৱকৰ লৰা ছোৱালি ভৱিষ্যৎ কি হব ,

  • @taralipegu5259
    @taralipegu5259 4 месяца назад +1

    কথা শুনকছোন তেওঁৰ চৰকাৰী স্কুল হে বোলে,মানে চৰকাৰী স্কুলত ছাত্ৰ ক শাসন কৰিলেও শিক্ষকৰ দোষ আৰু নকৰি ছাত্ৰৰ মাজত কিবা অঘটন ঘটিলেও শিক্ষকৰ দোষ ,কি যে সমাজ খন হব গৈ আছে নহয়

  • @bidyadharmilik7427
    @bidyadharmilik7427 4 месяца назад +9

    শিক্ষকক দোষ ধৰাত পাকৈত।নিজৰ ল'ৰা ছোৱালীক ভাল কৰিবলৈ বিশেষ যত্ন নলয়।উচতনি, মাক বাপেকৰ।

    • @pinkukachariofficial7328
      @pinkukachariofficial7328 16 дней назад

      ল'ৰা গাত দোষ আছে সেইটো ,,,, নে দেখিলে তেওঁলোক মাক বাপেক যদি

  • @mainudavi9510
    @mainudavi9510 8 месяцев назад +24

    ল'রা ছোৱালীক উচতাব নালাগে৷

  • @girishchandrasharma5023
    @girishchandrasharma5023 8 месяцев назад +11

    কাৰনটো যিয়েই নহওঁক এনেধৰনৰ শিক্ষকৰ কাৰনে আন সকলো শিক্ষক সমালোচনাৰ মাজত সোমাই পৰে / বৰ্তমান শিক্ষা ব্যৱস্থাত কোনো শাস্তিয়েই ছাত্ৰ ছাত্ৰীক দিব নোৱাৰে /

  • @hemkantaborah7434
    @hemkantaborah7434 4 месяца назад +2

    বেয়া ল'ৰাছোৱালীবোৰৰ মাক দেউতাকো বেয়া। অসভ্যৰ সন্তান কেতিয়াও ভাল নহয়। নিজেও নীতি শিক্ষা শিকক, সন্তানকো শিকাওক।

  • @hiranmoipathak1703
    @hiranmoipathak1703 День назад

    ছাত্ৰ-ছাত্ৰীক শিক্ষক শিক্ষয়িত্ৰী য়ে নিজৰ লৰা -ছোৱালী বুলি গণ্য কৰে। সেই বাবেই ভালৰ বাবে শাসন কৰে। Teacher ৰে কেতিয়াও হিংসা কৰি শাসন নকৰে ।
    যদি অভিভাৱক শাসন কৰাৰ বাবে শিক্ষকক অপমান কৰে। তেনে ছাত্ৰ -ছাত্ৰীয়ে শিক্ষক হিচাপে গণ্য নকৰিব ।

  • @DipikaKonwar-p5b
    @DipikaKonwar-p5b 24 дня назад

    মোৰ আপোনাৰ নিছিনা একেই ঘটনা কাৰণটো হৈছে নতুনকৈ তিনিজনী শিক্ষয়িএী আহি কেকনকৈ প্ৰধান ৰ বদনাম কৰি চকীখন লোৱা দায়িত্ব ৰাইজখিনি ভাল কাৰণে তাৰ মাজত দুই এজন বেয়া অভিভাৱক আছে হয় নকৰিব ঠিকহৈ যাব ।

  • @pobitraboruah9266
    @pobitraboruah9266 4 месяца назад +2

    অভিভাৱক সম্পূৰ্ণ ভুল ইহঁতৰ লৰা ছোৱালী আৰু বেয়ালৈ গতি কৰিব

  • @pinkukachariofficial7328
    @pinkukachariofficial7328 16 дней назад

    শিক্ষকৰ দুখ দেখিলে ,,, ল'ৰা গাত যে দুখ সেইটো নেদেখিলে

  • @prabinrabha6855
    @prabinrabha6855 4 месяца назад

    বাঁ‌হৰ চিকিনি আৰু আথু কাৰাবি কিন্তূ কান তলিআ চৰ নমাৰিবি মাস্তৰ আৰু ছাত্ৰৰ ভালৰ কাৰনে কৈছো

  • @AbdulHakim-d7t
    @AbdulHakim-d7t 4 месяца назад

    শিক্ষকে কৰিলে ভালটো অভিভাৱকে বুজিলে বেয়াটো ।

  • @dipmoniborah9074
    @dipmoniborah9074 8 месяцев назад +16

    যি জনে উঠা বহা কৰাইছে তাক ৰাইজে ধৰি ১০১ বাৰ উঠা বহা কৰিবলৈ দিলেই হল

    • @mainudavi9510
      @mainudavi9510 8 месяцев назад

      চরকারী বিদ্যালয়লৈ এদিন যাবা,,,,,, নিজৰে খঙ উঠিব ল'রাছোরালীর বদমাছী দেখিলে,,,,, বাধ্য হ'বা কবলৈ যে,,,,,,চার আপোনালোকে বেত ল'ব

  • @pinkukachariofficial7328
    @pinkukachariofficial7328 16 дней назад

    শিক্ষকৰ গাত ভুল নাই,,,, সেইকেইটা ল'ৰা ভবিষ্যতে উন্নতি নহয় ,,,,,

  • @pobitraboruah9266
    @pobitraboruah9266 4 месяца назад

    ইহঁত মিয়া খেদিব লাগে অসমৰ পৰা

  • @souravujjwal
    @souravujjwal 8 месяцев назад +2

    ভাষাটো কেনেকুৱা

  • @Niku_Mix_Vlogs
    @Niku_Mix_Vlogs 4 месяца назад

    চৰ মাৰিলে মৰি নাযায় কিন্তু আজি দিনৰ স্কুল বোৰৰ ছাত্ৰক শাসন নকৰিলে নহব শিক্ষক জনে ভালেই কৰিছে

  • @dipildutta1545
    @dipildutta1545 8 месяцев назад +1

    আপোনাৰ তি ছাত তো ছাই বুজিছো আন মাস্তৰ কথা ছাইচু ছাতিক শৰিৰৰ ত হাত লগাই আপোনি তাতকৈও ওপৰত

  • @taralipegu5259
    @taralipegu5259 4 месяца назад

    কি যে কয় নহয়,টিফিনৰ সময়ত যদি ছাত্ৰৰ মাজত কাজিয়া লাগি কিবা অঘটন হ'ল আপোনালোকে নুশুধিব জানু শিক্ষক সকল কত আছিল বুলি, এতিয়া আকৌ শিক্ষকক দোষ দিব আহে

  • @maramidey9626
    @maramidey9626 8 месяцев назад +3

    Student nok nijor Lora buli vabibo lage SIR

  • @pabinsarma2989
    @pabinsarma2989 4 месяца назад

    অনুশাসন হৱ লাগে বিদ্যালয় ত নহ'লে উদ্বতালি হ'ব ছাত্ৰ ছাত্ৰী ৰ

  • @assameseyogafromsimanta8088
    @assameseyogafromsimanta8088 8 месяцев назад +6

    Olp man streek hbo a lagbo teacher..soli2 bya hole o teacher dokhi. Student2 marileo teacher dokhi..kes2 ki be..ghr pra olp sakhon kribo lage SATRO bilakok..ji he ovodro hoise soli bilak aji Kali..

  • @RufiyaBegum-sq3us
    @RufiyaBegum-sq3us 25 дней назад

    অভিভাৱকৰ ভুল আছে আপোনাকে ল'ৰা ছোৱালী লাই নিদিবা শুনক ৰাইজ ল'ৰা গাত ভুল আছে নে নাই সৰি কিয় মাৰিলে শিক্ষকক সন্মান কৰিব শিকাব নহ'লে ৰসাৰ তলে যাব আমিও অভিভাৱক

  • @pinkukachariofficial7328
    @pinkukachariofficial7328 16 дней назад

    মাক বাপেকেও যদি দুই এচাত লগাই দিব লাগে,,, ল'ৰা ছটিয়াই এনেকোৱা

  • @pinkukachariofficial7328
    @pinkukachariofficial7328 16 дней назад

    আজিকালি অভিভাৱক ভুলৰ বাবে ছাত্ৰ ছাত্ৰী সকলৰ অতপালি বেছি ,,,,

  • @ManikBarman-q3q
    @ManikBarman-q3q 8 месяцев назад +1

    Bongaigaonr khbr news poyai nasilu ba aji eman beya khotona hoi ase

  • @Khiraprobha
    @Khiraprobha 4 месяца назад

    এই সাংবাদিক কেইজনৰ কাৰণে সেই বিদ্যালয়খন লৰা ছোৱালী বেছি বেয়া হব

  • @puspadhardeka5665
    @puspadhardeka5665 8 месяцев назад +3

    Sarkari school teacher ar katha nuhunar babe . Parhat pispari thake. Atia techar a khana khujise jetia maaf kari diba lage. Aaji Kali Lara kiman hadhu sabei Jane.

  • @WhatsthehellXyz
    @WhatsthehellXyz 5 месяцев назад +1

    শিক্ষক জন আইনৰ উদ্ধত নেকি ? আমি সততে আইন শৃংখলা ৰক্ষাত নিয়োজিত পুলিচ প্ৰশাসনৰ একাংশ বিষয়া কৰ্মচাৰীৰ অহংকাৰী চৰিত্ৰ আৰু "মোক কি কৰিব পাৰিব" বুলি সাধাৰণ জনতাক অত্যাচাৰ উৎপিৰণ কৰা কথালৈ তেওঁলোকক সমালোচনা কৰি থাকোঁ। কিন্তু চৰকাৰী বেচৰকাৰী শিক্ষনুষ্ঠান সমূহৰ কিছুমান শিক্ষকে ছাত্ৰ ছাত্ৰীক কৰা মানসিক, শাৰীৰিক অত্যাচাৰৰ চলাই থকাৰ বিষয়ে অজ্ঞাত। পুলিচত কৈ এওঁলোকে কৰা অত্যাচাৰ কোনো গুনে কম নহয় ।
    অভিভাৱক সকলে সদায় শিক্ষক বুলি, ল'ৰা ছোৱালীৰ ভালৰ বাবেই বুলি এনে শাৰীৰিক মানসিক শাস্তি বিহা শিক্ষক শিক্ষয়িত্ৰী সকলক ক্ষমা নকৰি বিভাগীয় অনুশাসনৰ বাবে উচ্চ মহলত জনাব লাগে।
    এনে অত্যাচাৰী শিক্ষকক ৰাইজে উচিত শিক্ষা দিবলৈ ব্যৱস্থা কৰিব লাগে।

  • @hanseali1924
    @hanseali1924 5 месяцев назад

    শিক্ষকে যদি গাড়িখনে ছৱানাই তেখেতে ভালৰ কাৰনে কৰিছিল কিন্তু নিশ্বয় ৰাইজে বেছি কৰিলে।ৰাইজে এইতোৱো ভাবিব লাগিছিল খৰিৰ টুকুৰাতো জদি গাড়িত নালাগি আন লৰাজনৰ চকুৱে চকুৱে কৰবাত লাগিল হৈ তেতিয়া কি হলেহৈ

  • @abhijitborah5499
    @abhijitborah5499 8 месяцев назад +7

    লৰা ছোৱালীয়ে খেলা ধুলা কৰিবই । আপোনাৰ গাড়ীত দাগ লগাবই। লগাব দিব লাগে।😂

  • @debenborah1326
    @debenborah1326 8 месяцев назад +6

    Aji kali Akanman kothate Bohut Thait kewal Shiksakok besi dukh diye. Eyar pholot Satra bur besi beya hoise. Gotike Aku nokorai val.

  • @DibakarRay-u1z
    @DibakarRay-u1z 4 месяца назад

    চাৰ আপুনি ভাবিহ লাগে এনেকাহ কৰিবহ নালাগেহ আৰ লৰা বিলাক ধুআ তুলিখিৰ পাত নয়

  • @kramsakilingyoutube2286
    @kramsakilingyoutube2286 8 месяцев назад +3

    মাৰা মানুহ জনকো অলপ মাৰিব লাগিছিল

  • @ParchiPhukan748
    @ParchiPhukan748 4 месяца назад

    মাক বাপেক বেয়া। লৰা ছোৱালীক শাসন কৰিলে শিক্ষক বেয়া হয়।

  • @anjoyborah3129
    @anjoyborah3129 8 месяцев назад +2

    News chenelok atai reqest apunaluke education m.sirk sokut pelauk.hei teacher 2k teacheror full from hudhibo lagisil.studentr mrm korib lagene garik mrm korib lage.vangi dibo lagisil leura gari khon.

  • @mantudas3746
    @mantudas3746 8 месяцев назад +3

    আজিকালি আপোনালোকৰ বেছিভাগ শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাট মোবাইল পিটিকি থাকে কিয়? আপোনালোকে ভাবকচোন ছাত্ৰ ছাত্ৰীয়ে পঢ়াত মন দিব কেনেকৈ ?

  • @pobitraboruah9266
    @pobitraboruah9266 4 месяца назад

    অভিভাৱকৰ ভুল লৰা ছোৱালী শিক্ষকে কিবা এটা বেয়া দেখিলে পিটিব ই । অসমীয়া কব নাজানে সেইবোৰ বাংলা দেশী হয়

  • @Crazikboys
    @Crazikboys 4 месяца назад +1

    Teacherok anekua korib nalage .....darangot tar porinoti ki hoise Sai lowk.....aponaloke lora soapik uthai dise....

  • @BituponSaikia-n5m
    @BituponSaikia-n5m 8 месяцев назад +1

    এই মানুহ বিলাকৰ জ্ঞান নাই,,,

  • @Riyan...168
    @Riyan...168 4 месяца назад

    Aapuni eku vul kora nai sir, anekua punishment diboi laage

  • @kavita289
    @kavita289 8 месяцев назад +3

    Gurur monot dukh di kuneu unnati nohoi

  • @pobitraboruah9266
    @pobitraboruah9266 4 месяца назад

    ইহঁতে অসমীয়া ভালদৰে কবই নোৱাৰে কিয় ।

  • @jyotishdeka5437
    @jyotishdeka5437 4 месяца назад

    বয়স অনুপাতে শাস্তি দিয়া ভাল। অমানৱীয় হ'ব নালাগে।

  • @dibyahazarika9694
    @dibyahazarika9694 8 месяцев назад +1

    চাকৰি কৰি এখন ঘৰ ভালদৰে চলাব নোৱাৰা শিক্ষক কেইটাৰ বৰ দম হৈচে,,,, সিহঁতৰ কানত ধৰাই উথ বহ কৰাব লাগে

  • @puronpayeng7151
    @puronpayeng7151 4 месяца назад

    সৰু লৰা ভুল হব পাৰে ....

  • @bhargabdeka733
    @bhargabdeka733 8 месяцев назад +7

    Ane teacher k raije pura pitibo lage.. ..

    • @mainudavi9510
      @mainudavi9510 8 месяцев назад

      সেই কাৰণে চরকারী বিদ্যালয় ধঙখ। মাচতরে লরাছোরালিকএকো ননোকোৱা হ'ল। মাকদেউটাকে ঘৰত একো শাসন নকৰে।শিক্ষকে যিকন শাসন কৰে তাকো বাধা। বেয়া কথা। আমাৰ দিনৰ কথা মনত পেলোৱাছোন

  • @papitaburagohain442
    @papitaburagohain442 4 месяца назад

    Dohta sor kom hol ,mur lora hole dohdal jeura vangilu hoi.kotha kobole ahe😮

  • @Gkgg834
    @Gkgg834 4 месяца назад

    Punishment dileo daai . Nidileo sipajharar dore teacher r phasir dabi

  • @DevaBharali-sb4nk
    @DevaBharali-sb4nk 8 месяцев назад +1

    Master he 😂😂😂😂 ki kotha huna

  • @kunalchoudhury6396
    @kunalchoudhury6396 8 месяцев назад +2

    Thike krise ako beya kra nai

  • @DibakarRay-u1z
    @DibakarRay-u1z 4 месяца назад

    কি কবিহ আৰ এই বিলাক হয় হয় আৰ

  • @Mainudevi-v4p
    @Mainudevi-v4p 4 месяца назад

    Amar dinat ma deuta hate mastorok koisile sir maram nkriba pitiba.khei dekhi aji ami udvandali nhy

  • @nayanart532
    @nayanart532 8 месяцев назад +1

    Sir nijor Kam nije kori jaok adin oitor oit obo.

  • @manashbora8759
    @manashbora8759 8 месяцев назад +3

    Kisuman student e over utpat kore

  • @nikunjachoudhury2945
    @nikunjachoudhury2945 8 месяцев назад +2

    Tak valkoi dhor

  • @RanuBuragohain-h2z
    @RanuBuragohain-h2z 8 месяцев назад

    শিক্ষক জনে স্বীকাৰ উক্তি দিছে তু।

  • @dipjyoti6416
    @dipjyoti6416 8 месяцев назад

    Video to ci kiba ata vl lagice kintu ke vl lagice gom a npng

  • @Bray12322
    @Bray12322 8 месяцев назад

    Kunthar te school ekhan

  • @anjoyborah3129
    @anjoyborah3129 8 месяцев назад

    1st teacher full from jani hokoluwe comment ķork.

  • @snwlaxom
    @snwlaxom 8 месяцев назад +4

    Heye aji kalir lora mak bapekok mani sole

  • @SashinraRabha-mg1de
    @SashinraRabha-mg1de 8 месяцев назад +1

    SDM ase SDO ase... complaint korile hl...mui thakba lagsil ki rule ase dekhai dilu hoi

    • @binapanitalukdarbinapanita2559
      @binapanitalukdarbinapanita2559 8 месяцев назад

      শিক্ষকজনক দেখাতেই দাম্ভিক আৰু অহংকাৰিজেন লাগে ।কোনোবা ভিক্ষাৰিৰ সন্তান চালা সি।

  • @BubulBaruah-bq5wh
    @BubulBaruah-bq5wh 5 месяцев назад

    লাথি দি খেলেনে।

  • @ushakalita3272
    @ushakalita3272 4 месяца назад

    লৰাও ভাল নহয় আজি কালিৰ

  • @TulikaBaishya-l2p
    @TulikaBaishya-l2p 8 месяцев назад +1

    Bhal kam nokorile kintu

  • @nabajitdutta5984
    @nabajitdutta5984 8 месяцев назад +5

    Tet master nki valke piton dibo lage 👉👊👊

    • @educationentertainment9297
      @educationentertainment9297 8 месяцев назад

      আইনে বিচাৰ কৰিব কিন্তু আপোনি টেট শিক্ষকক টানি আনিলে যে কিয় ।

    • @techassam3121
      @techassam3121 8 месяцев назад +1

      Tet r kita besi ustadi..... piti dibo Lage. Moi di thoisu atak

    • @anilbasumatary2260
      @anilbasumatary2260 8 месяцев назад

      Panis nidile nohai ? Soli sason koriboi lagibo.

    • @monojbora1924
      @monojbora1924 8 месяцев назад

      Toi atiya ki koro ​@@techassam3121

    • @PranjalDaimary-i2k
      @PranjalDaimary-i2k 8 месяцев назад

      ​@@techassam3121 hikkhikok dokh di luv nai

  • @maminurrahman8683
    @maminurrahman8683 8 месяцев назад

    aponaloke lora sowali dokh nokora buli vabise neki ? adin kin2 postab aponaloke

  • @rinku97836
    @rinku97836 8 месяцев назад +2

    iyako kubabo lage bahirot ani

  • @baharali8785
    @baharali8785 4 месяца назад

    D.I. office ot complain diyak.

  • @poragdas3818
    @poragdas3818 8 месяцев назад +3

    Tika fota kub dile thik hoi jabo

  • @thearthashira
    @thearthashira 8 месяцев назад

    Manuh tu agor porai enekua

  • @hirimbabrahma6056
    @hirimbabrahma6056 8 месяцев назад

    Punishment dile latidalo vangibo nalage hapo moribo nalage, anekoa koribo lage sir.Aponi Agote Stamp peparot likibo dibo lagisil.

  • @rubulswargiary2560
    @rubulswargiary2560 6 месяцев назад

    Punishmnt diyar o.limit atah thakibo lagei..jatei lora sowalir jidegi dehar ongo hani nohoi...dusto..xanto sob jegath aasei kintu sob school ,teacher wr logoth kio nohoi..?Teachr wr o..xoijyo,giyanwr proijon hoi sagei......

  • @anjanborman3847
    @anjanborman3847 8 месяцев назад

    Ami porha kalot sire amak rul marire marisil , ghorot kintu kuwa nasilu , karon ghorot kole maye ulutai maribo

  • @Rotten_brains
    @Rotten_brains 8 месяцев назад

    Moi puwa hole bostat bhorai pitilu hoi hei student ru guardian k.

  • @aaronbaro9233
    @aaronbaro9233 8 месяцев назад +4

    I have noticed that guardians are not thinking of their future of their children ..lot of parents just sent their children to school but there is not found any coordination among the teacher parents and the whole blames goes to teacher...so I request teacher not to do any rude action because the ultimate blame goes to teacher.I know teacher has pressure upon them but teacher must cautious in such a society where no respect, no responsibility, and not even think about morality and ethical think. This teacher I admit that he has done mistake and crossed the limit to give moral lesson. I request all the teachers that in today's life you will get nothing even after doing so much god so think of reasonable and I think it is not the responsibility of teacher to control the children because guardians don't want you to do that .but you must inform the things to parents and let them control their children and if they can't then simply dismiss that student from the school holding meeting and with the approval of higher authority

  • @bitulphukan2812
    @bitulphukan2812 8 месяцев назад

    Teacher,s good thinking

  • @charitradowarahcharitradow106
    @charitradowarahcharitradow106 8 месяцев назад

    vabai vokti so anuhakhon lage schoolot nohole studentor future kanekoi val hobo amku.schoolt.maresel kintu amr ma dewta hote oppose kora nasel so ajru olp ...... sartdha upoja teacherloi . so lorak lai please nidibo teacherok oprmn kota mane lora future spoil hoi bohut example asai socityt.......so emanote left kor9k . repoter hokoleu.base questions.arise nokorenjen please

  • @DhaniramTaid-n2t
    @DhaniramTaid-n2t 8 месяцев назад

    Teacherok anedhorone anhibabak hokole complain diyar karoneoi ajir lora chiali bilak bhal hua nay

  • @ContentBeachCoast-ho2bi
    @ContentBeachCoast-ho2bi 8 месяцев назад

    শিক্ষক এনেকুৱা নেকি?? তেওঁ পুলিচত নোহোমাই কিয়! বেয়া পুলিচ হৱ ,,,,

  • @pradhanharendra784
    @pradhanharendra784 5 месяцев назад

    Teacher transfer korak aru dismiss from service

  • @Mainudevi-v4p
    @Mainudevi-v4p 4 месяца назад

    School t kisoman lorai bhut badmas kre.Teacher hoi alap sabdhan kriboi .Tate kisoman garjene aidre asaran krile aru beya hobo.Reporter boreu vool kre

  • @bhaskargogoi6480
    @bhaskargogoi6480 4 месяца назад

    Mastor jona hasti pabo laga

  • @RajendraMashahary
    @RajendraMashahary 8 месяцев назад

    Schoolot lora soaliborok Val koriboloi olop sasti diyat obhibhaok sokole ena hul stul poribesh anibo nalage nohoy.

  • @koushiksankar8490
    @koushiksankar8490 4 месяца назад

    Mahaxai tumar gari khan kiniba pariba kintu manuh kiniba pariba, tumiu xarute tenei asila,school xumuwa pasat lara suwali daitya tumalukar,xaxan tenedare nahai,student r addarar hba jatna loba,,,,,,retd Army,,,,