Amr dewtai hoday redio bojay thoy ...amr gaont redio huna manu prai ni A ...hedina matro ay bani tu huniselu...redio hunibo lage buli ...aje dimpu dar jorioty ..agow abr val ke janilu de ar ❤
Bhut val lagil dimpu daa,,radio xoru thakute xunisilu ,tatia mobile r use bhut kom asil.. smartphone nasil buli e kobo pari..tat kam kora sinaki mat bur xuni bhut nostalgic hoi golu
You are a perfect example of how Destiny works for a person. Neither you have any pleasing personality nor do u have any presentability in your all videos. Still people loves you because of your FATUAMI....that is called DESTINY...
এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছোঁ প্ৰিয়বত হাজৰিকা ই , voice টু বহুত প্রিয়💚তেখেতৰ।
etiaao monot aase pratham Dina tekhete path korote xompurna porhibo para nasil. bodhoy first day karone olp confidence low hoi aasil..😊
আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়া "প্ৰিয়ব্ৰত হাজৰিকা" তেখেতক এতিয়াও মনত আছে বিশেষকৈ তেখেতৰ কণ্ঠটো খুউব প্ৰিয় আছিল।।❤️
প্ৰিয় অনুষ্ঠান,,♥️ সদায় শুনিছিলো । শৈশৱৰ অতি ভাল লগা অনুষ্ঠান,, সেই সন্ধিয়া আকাশ বাণী অনুষ্ঠান বোৰ মনলৈ আহিলে মনটো কিবা ভাল লাগি যায়😊
সেই দিন বোৰেই ভাল আছিল অ আকৌ যদি ঘূৰাই পোৱা হলে
Atiao xuno ketiyaba
@@AniruddhaDas-do2kvদিনবোৰ আকৌ ঘুৰাই আনিব পাৰি।মবাইলৰ দাটাতো অফ কৰি ৰেডিঅত বেটাৰী ভৰাই অন কৰিলেই হল 🤘
মন যায়
কেতিয়াবা কেতিয়াবা মন যায যে ----
মই ওকলে বহু দূৰণিলৈ গুচি যম
যত নাথাকে কোনো মানুহ
ওকল থাকিব গছ , লতা ,
চৰাই , পাহাৰ , নদী , জন্তু ।
তাত মই সিহঁতৰ লগত থাকিম ,
খেলিম আৰু সুখ-দুখৰ বহু কথা পাৰিম ।
ৰাতিপুৱা হলে চৰাইবোৰে ধুনীয়া গীত
গায় গায় মোক টোপনিৰ পৰা
জোগাব কিযে আনন্দ লাগিব ।
কেতিয়াবা কেতিয়াবা মন যায় যে ----
মই চৰাই হয় এই বিশাল
আকাশত উৰিম ফুৰিম আৰু
এই ধুনীয়া মহোনীয়া অসম খন চাম
আৰু নিজকে এবাৰ কম যে
মোৰ স্বদেশখন ইমানে ধুনীয়া ইমানে ধুনীয়া
গছ-লতা , নদ-নদী , পাহাৰ-ভৈয়াম
আদি বহু মনোমহা প্ৰাকৃতিক বস্তুৰে ভৰা
যিফালে চাওঁ সেইফালে মাথো সেউজীয়া- সেউজীয়া ,
কেতিয়াবা কেতিয়াবা মন যায় যে ----
সেই বিশাল সাগৰৰ বুকুত
উতি-ফাহি ফুৰা মাছবোৰ সিহঁতৰ
দৰে সেই বিশাল সাগৰৰ বুকুত
উতি-ফাহি বহু দূৰ-দূৰণিলৈ
ইতো পাৰৰ পৰা সিতো পাৰলৈ
বহু ঢৌ-সোত আদিৰ মাজেৰে
জীবন কটাব কিয়নো তেতিয়া
মোক কোনেও একো কব নোৱাৰিব ।
আৰু মই কাৰো কথা শুনিবলৈ নালাগিব
সচাকৈ মই তেনেকুৱাই এটি মধুৰ জীবন বিচাৰো
Moi o deserve kru
বৰ ভাল লাগিল চাই ❤
ৰেডিঅ' ত বাতৰি পৰিৱেশন কৰা মানুহজন এতিয়াও মনত আছে প্ৰিয়ব্ৰত হাজৰিকা☺️
'আজিৰ দিনটো'
'সুৰৰ সাতসৰী'
'প্ৰিয়ব্ৰত হাজৰিকাৰ বাতৰি ', 'সোমবাৰৰ নাটক' আৰু বহুতো প্রিয় আছিল....❤
🥺monot pori gol heyi din bur
সছাই বহুত ভাল লাগে 💞
এইটো বাৰু বেছি শুনা নাছিলোঁ কিন্তু সৰুতে অংকুৰ , প্ৰাক প্ৰাথমিক শ্ৰেণীত পঢ়ি থাকোতে ২০০৭-০৮ মানত গধুলি পঢ়াৰ আগতে "OH LA LA Radio fm 91.9" শুনিছিলো , যিটোৰ Theme song টো জুবিন গাৰ্গে গাইছিল । এতিয়াও মনত পৰে সেই দিনবোৰ 💔 লগতে "ঢোলে দগৰে" ও শুনিছিলো 😊
আকৌ উভতি যাব মন যায় সেই দিনবোৰলৈ.....😥
সদায়েই ভালে থাকা দিম্পু দা , আজি আৱেগিক কৰি তুলিলা 🥺
Goda podmo o asil😅❤❤
@@manabdeka4302 Hoi 😇😊❤️
দেউতাই শুনা ৰেডিঅ টো এতিয়া প্ৰতিটো দিনাই শুনো।।ৰেডিঅ শুনা আমাজেই সুকীয়া।ভাষাৰে বুজাব নোৱাৰি তাৰ অনুভূতি।
Ajir dintu, apunar gan bhut val lagisil❤
Moiu hodai gadhulir pora akakhbani guwahati xuni
আকাশবাণী গুৱাহাটীৰ মই এজন নিয়মীয়া শ্ৰোতা আৰু পত্ৰ লেখক। আকাশবাণী গুৱাহাটীলৈ আজিলৈ ২০০০ ওপৰত চিঠি লিখিছোঁ। ৫-৬ বাৰ মান আকাশবাণী গুৱাহাটী লৈ গৈছোঁ।
😮🙏🏻
শৈশৱৰ কথা বোৰ মনত পৰি গল😢
Hagor t jap mri mri nja kio
Dimpu দা এইবাৰ যদি বৰপেটাত আহা তেনেহলে পাটবাউসীলৈ আহিব হৃদয় মোৰ নাম
Radio t xodai xuni thoka maat buror aarot lukai thoka manuh keijon dekhi xosakoie bohot Val lagil😊.... dhonyobad dimpu daa❤
এটা দিন বহুত আনন্দৰ দিন আছিল, যেতিয়া প্ৰথম আমাৰ ঘৰত ৰেডিঅ আনিছিল, এতিয়া টিভি মোবাইল চাই ইমান আনন্দ নাপাওঁ তেতিয়া যিমান আনন্দ পাইছিলো ৰেডিঅ টু শুনি 😊♥️ বহুত মিছ কৰো সেইদিন 🥺
এইয়া আকাশবাণী গুৱাহাটী,বাতৰি পঢ়িছোঁ প্ৰিয়ব্রত হাজৰিকাই ❤❤❤❤কি সুন্দৰ কণ্ঠ,মিঠা মিঠা শব্দ,,,,❤❤❤
আকাশবাণী সকলো ৰে কণ্ঠ বোৰে অতি মিঠা
Aibilak video dekha pale mon Tu bohut val lagi jay ❤
Moy kharute Ali Ahmed Mahir logat Dewbariya Anusthan AKANIR MEL Aakakhbani t korisilu. Thank you Dimpu.
ডিম্পু বহুত ভাল লাগিল ভিডিও টো ধন্যবাদ
Dimpu da Love From Bongaigaon 👍👍💓💓
Moy soykhobor poray akakhbani khoni bohutu gyan ahoron korisu❤
আকাশ বাণী ডিব্ৰুগড় কেন্দ্রৰ ৰুপজ্যোতি দুৱৰা মাতটো আজিও কাণত বাজি থাকে । আকাশবাণীৰ সন্ধিয়া অনুষ্ঠান বোৰ বৰ সুন্দৰ আছিল।
Dimpu da aji dakhun he dosto welcome kua nai dakhun😂❤❤Dimpu da
dimpu da video টো i phone ত কৰাতকৈ বেছি ভাল হে লাগিছে ।
ৰেডিঅ ত শুনি শুনি বৰ গীত গাব শিকিলোঁ আৰু কত যে কি শুনিছিলো সোণালী অতীত আছিল আমাৰ লৰালিটো
Mojja video dimpu dada❤❤❤
আকাশবানী গুৱাহাটীৰ লগত মোৰ বৰ ধুনীয়া স্মৃতি জড়িত হৈ আছে। অসমীয়া অভিনেত্ৰী নিলা শইকীয়া বাইদেউৰ সহায়ত ২০০৭ চনতে ইয়াত অনুষ্ঠান পৰিবেশন কৰাৰ সুবিধা লাভ কৰিছিলো। তেতিয়া এটা অনুষ্ঠান হৈছিল 'মইনা মেল' (নামটো সঠিককৈ মনত নাই)। তাতে ভূপেন হাজৰীকা দেৱৰ অসম আমাৰ ৰূপহী গীতটো আৰু অ কুলি অ কুলি কবিতাটো পৰিবেশন কৰিছিলো। ইয়াত যিটো দলিচা পৰা ৰোম দেখুৱাইছে সম্ভৱত তাতেই হৈছিল অনুষ্ঠানটো। control ৰোমত আইনাৰ সিপাৰে মোৰ মা ও ৰৈ আছিল।
ভিডিঅটোয়ে নষ্টালজিক কৰি তুলিলে।
First like from dibughar
Akakhbani Guwahati dekhi bohut val lagil
Bohut vl lagil ❤❤❤
Dimpu daa Samsung or voice record moja sauon ahese iPhone Leg...
সচাঁকৈ বৰ ভাল লাগিল 👍❤️
Bohu dinor pora vabi asilu finally video palu ❤️ Nostalgia
অসীম কাজি sir ক দেখা পালে ভাল লাগিল হয়।জয়তু আকাশবাণী।
Dimpu Da apunar video sai bohut bhaal lage. 🥰
Moja dimpu da . Love from baksa
Amr dewtai hoday redio bojay thoy ...amr gaont redio huna manu prai ni A ...hedina matro ay bani tu huniselu...redio hunibo lage buli ...aje dimpu dar jorioty ..agow abr val ke janilu de ar ❤
মজা Dimpu Da
Love from Tezpur Balipara Dimpu daa 🙏
Love from Dhubri..Bilasipara Dimpu daa ❤❤🤗
Radio one most heart tuching.... Mass media... ❤❤❤
ভাল লাগিল সুন্দৰ Dimpu গুৱাহটীৰপৰা akahbani আমিও শুনিছিলো
বহুত ভাল লাগিল। ধন্যবাদ ❤
Dimpu dar babe ata like kori diya
Bhut val lagil dimpu daa,,radio xoru thakute xunisilu ,tatia mobile r use bhut kom asil.. smartphone nasil buli e kobo pari..tat kam kora sinaki mat bur xuni bhut nostalgic hoi golu
one of your best videos 📹
Ekdom mobile ahar agor jugot loi goise aji apuni.....Dimpu da ❤️❤️❤️❤️❤️
Dimpu da Moja Lagise Video tu Sai 😍😍🥰🥰
Dimpu da Congratulations 🤗🤗🤗🤗
Atiya o sole amar ghorot Radio❤huni xub val lage... Ratipwar aramvoni Dautar radio tur pora aramvho hoi🥰
Mjaa dimpu da Frist comment i love rangia ❤❤❤
Mojaaaaaaa dimpu dada ❤❤❤❤❤❤ Very very nice ❤❤❤❤
Fast comment dimpu da from West Bengal siliguri
Akashvani guwahati kotha aji bohut dinor murot monot porisil, suddenly hosake video dile dimpu da e😮
Bahut vl lagil vdo to sai...
❤❤❤ moja love from GOLAGHAT ❤❤
Ati dhuniya
Mojaaa , aitu video besi val lagise aru bohut dinor murat akash bani guwahati channel voice hunibo palu , horute fm radio bohut hunilu val lagisile
Moja dimpu dada ❤❤❤
You are a perfect example of how Destiny works for a person. Neither you have any pleasing personality nor do u have any presentability in your all videos. Still people loves you because of your FATUAMI....that is called DESTINY...
Congratulations🎉🥳 dimpu da for 2.8M❤🎉
অসমৰ গৌৰৱৰ 🎉❤
#axomiyaminivlogs
www.youtube.com/@sangitadkalita3578
Xosai bhut val lagil
Picture quality is better than i phone
First like dimpu da ❤❤❤❤
Redio 't batori poha manuhjon buli kole main piot piot hazorika monole ahe atiau .❤
Joldi joldi comments kori diu like pam😢😢😂😂😂😂😂 love from sivsagar ❤
Moi apunak bohut val paw i love you dimpu da 💓💓💓💓
Radio hoise jyanor khagor.. Moiu bhut hunisilu agot.. Jetia android phone nasil🥰
Love from dibrugarh khowang 🥰🥰
মোৰ ফালৰ পৰা মৰম যাচিলো দিম্পু দা❤️👍
Ha dusto kowanai aji dimpuda😢😢
Dimpu da Moja 🌺🌺🌺🌺
Love from Barpeta ❤️
First cmn
Hosake kiman je bhal lage 😊 positive vibes ahi jai monole ❤
Hsake😢😢❤❤
Joi dimpu tume aamar nalbari khon bikhate kori aaso joi dimpu joi nalbari
Childhood memories 🥺😍
Vedeo tu Sai Val lagil
Love From Bajali Dimpu Da ❤❤❤
Nowadays only instagram Facebook and RUclips but those days are nostologia
Thank you vity vdo tu si vl lgil
Xundor Dimpu
Dimpu da moi o goisilu Akash banit git paribekhon Karib aru aji apunar videot second bar Dekhi bhal lagil
আকাশবাণী গুৱাহাটী কেন্দ্ৰ মোৰ বৰ প্ৰিয় । ৰেডিঅ' মোৰ প্ৰিয় বন্ধু ❤ ।
Love from Kokrajhar Dimpu Da❤❤
Mojja dimpu daa
Dimpu aji log pai bohot val lagile
Sumsung mobile tu camera quality ultimate hoise 🔥❤
Dhunia lagil dada
Radio r big fan❤
First dimpu da
All india radio FM 101.6❤
An emotion 🎉❤❤❤
ভাল লাগিল video to Dimpu da চাঁই । সচাকৈয়ে সৰু কালৰে পৰাই শুনি আহিছো । ৰেডিঅ'ৰ প্ৰায়বোৰ অনুষ্ঠানে মোৰ প্ৰিয়। love from HAJONG GAW ❤ .
Oh nice
its indeed a nostalgic feeling.. i worked at silchar AIR. I used to handle the transmission part from control room, it was all analog at that time...
তেওঁলোকৰ কথা বোৰ ইমান স্পষ্ট
মাত বোৰ ইমান গভীৰ
সঁচাকৈ, তেওঁলোক সদায় প্ৰিয়🤍
Moja ... love from Lakhimpur ❤️
Amar tat on korile okl boroxun r nisina baji thake😢
😂
😂
Thn apunar redio r quality tu veya
@@darshan9718 nhy tower tu bya
Same 2u
ডিমপু দা আপুনার সব ভিডিও ছাও আপুনার লাগত করিম বুলি ভাভি আছো পারিম নে মই খারুপিটীয়ার পরা জাম লগ পাম নে
Nostalgia... Childhood memories 💕
Mozza 😍