Big breaking/ৰাজনীতি ডাঙৰ খবৰ।নীতুমণি অনুষ্ঠানত মহাতাণ্ডৱ।/virel news

Поделиться
HTML-код
  • Опубликовано: 5 сен 2024

Комментарии • 152

  • @assamesebhaktisongsnstuti8473
    @assamesebhaktisongsnstuti8473 Месяц назад +7

    ভালেই হৈছে অন্ততঃ কংগ্ৰেছৰ ভয়তে ৰাজ্যখনত অলপ development বেছি হব।

  • @sanibdoley525
    @sanibdoley525 Месяц назад +13

    কিছুমানে ৰাইজৰ উন্নয়নৰ বাবে ৰাজনীতি কৰে আন কিছুমানে নিজৰ উন্নয়নৰ কাৰনে ৰাজনীতিত থাকি বেপাৰ কৰে ।

    • @user-ql5mk4qb2x
      @user-ql5mk4qb2x Месяц назад +1

      যেনে Himanta বেপাৰী।

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf Месяц назад +13

    হিমন্ত ৰাজনীতিত থাকিলে অসমখন এটা বৃহত কোম্পানীত পৰিণত হব আৰু এই বৃহত কোম্পানীটোৰ মালিক হব হিমন্ত বিশ্ব শৰ্মা ।

  • @BhabaniGogoiHazarika
    @BhabaniGogoiHazarika Месяц назад +5

    মই এটা কথাই বুজিছো,এইবাৰ সিমন্তই জীয়েকৰ নামতো সম্পত্তিৰ পাহাৰ বনাব।

  • @hemantamahanta5578
    @hemantamahanta5578 Месяц назад +64

    লাখ লাখ কোটি টকা ধাৰ. কৰি আচনি দিয়াটো উন্নয়ন. নহয় ।

    • @NibaranNath-bx4ee
      @NibaranNath-bx4ee Месяц назад +9

      তেনেহলে আগতে চৰকাৰে কৃষকৰ যি 60 হাজাৰ কোটি লোণ মাৰি দিছিল, সেই টকা বোৰ কৰ পৰা আহিছিল? আপুনি মোক এটা কথা কওক যে চৰকাৰে যে বাজেটত লাখ কোটি টকা ঘোষণা কৰে, পইছাবিলাক কি বিলাক উৎসৰ পৰা আহে। Deficit বাজেটৰ টকা বিলাক আগৰ চৰকাৰে কৰ পৰা উচুল কৰিছিল। আজিৰ চৰকাৰে কোৰ পৰা কৰে। বুজাই কব। deficit বাজেট খনৰ ধন খিনি চৰকাৰে সঁচাকৈ পূৰণ কৰে নে?

  • @darpandeka5141
    @darpandeka5141 Месяц назад +9

    পূৰ্বৰ পৰা এতিয়ালৈকে অসমৰ যিমান মূখ্যমন্ত্ৰী হৈ অসমত শাসন ভাৰ চলালে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান সম্পত্তিৰ গৰাকী অসমৰ কোন মূখ্যমন্ত্ৰীৰ পৰিয়ালত আছে ।

  • @banikalita3082
    @banikalita3082 Месяц назад +35

    বিজেপিৰ প্ৰতিজন মানুহেই অত্যন্ত মিছলীয়া

    • @aynalhoque5048
      @aynalhoque5048 Месяц назад +3

      Right

    • @shriatiramrabha9388
      @shriatiramrabha9388 Месяц назад

      Relatives of political leaders enjoy creamy layer facilities. Every body knows today.

    • @shriatiramrabha9388
      @shriatiramrabha9388 Месяц назад +1

      Subject matter should be maitained Mr. Nitumoni.

    • @shriatiramrabha9388
      @shriatiramrabha9388 Месяц назад

      Cctv footprint may be checked .

    • @ramdeka788
      @ramdeka788 Месяц назад

      নমনীয় স্বীকাৰ কৰিলে ঘাটোৱাৰে

  • @AltafHussain-le8fc
    @AltafHussain-le8fc Месяц назад +19

    ৰাইজৰ এজন মূখ্যমন্ত্ৰী হিচাবে ইমান মিচলিয়া আৰু প্ৰবঞ্চনা মূলক কথা বতৰা কাম কাজ কৰি আছে, যে কি কম আৰু ধিক্কাৰ জনক ঘটনা হৈ গৈছে। আমাৰ মূখ্যমন্ত্ৰী জনৰ যদি ইমানেই লাজ, আত্মমৰ্যদা আছে তেন্তে তেখেতে পদত্যাগ কৰি চুপচাপ বহি থাকক। তেতিয়া হলে ৰাইজে আৰু বেছি ভালহে পাব।

  • @user-er9se1md5x
    @user-er9se1md5x Месяц назад +8

    হিমন্তৰ ইমান সম্পত্তি কৰা পৰা হল তেও আলাউদ্দিন চাকি নেকি এইতো হে জানিবলৈ লাগে

  • @MakhaniBuragohain
    @MakhaniBuragohain Месяц назад +4

    আপোনালোকৰ উন্নয়নৰ ফোপোলা দিশটো ভাল দৰে চাই লক সকলো উভত গুৰে নাচন ধৰিছে।

  • @user-gr6pt5bx9m
    @user-gr6pt5bx9m Месяц назад +40

    26 ত পৰিবৰ্তন অনিবাৰ্য

  • @rationale-point3023
    @rationale-point3023 Месяц назад +2

    বৰ্তমানলৈকে অসমৰ অসমৰ্থ মুখ্য মন্ত্ৰী হ'ল হিমন্তবিশ্ব শৰ্মা। বিজেপি দলৰ কেন্দ্ৰত অপ্ৰতিৰোধ্য খহনীয়াৰ উমান পায় আমাৰ জনে নিজক বচোৱাৰ উপায়ৰ চিন্তাত ব্যস্ত, কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা প্ৰক্ৰিয়াৰে।জয় আই অসম, সত্য কৰিবলৈ ২০২৬ত বিবেক ভোটাৰ হ'ম। লেতেৰা বোৰ ডাষ্ট বিনত ৰাখিব লাগিব অনাগত দিনত।

  • @hareswarhandique2096
    @hareswarhandique2096 Месяц назад +11

    জন্ম গত পিতৃয়ে দিয়া সসপতিৰ বাদে আজিলৈ মিনিষটা বিলাকে কিমান সম্পতি গহিলে অসমৰ জনগনে দেখি আছে ।

    • @jugalsaikia6700
      @jugalsaikia6700 Месяц назад

      2:44 2:46 2:48 2:50 2:52 2:58 3:14 😊😊

  • @user-lb2jg3vq4t
    @user-lb2jg3vq4t 21 день назад

    Thank you so much for your kind information.

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Месяц назад +5

    Onumaan korishu
    .APCC sobhapoti Bhupen bora

  • @fellfhun3331
    @fellfhun3331 Месяц назад +3

    Indian national Congress zindabad.

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Месяц назад +15

    নতুনত্ত্বই নহয় যোৰহাটৰ বাবে জনতাৰ বহুত ধন খৰচ কৰি চৰকাৰৰ বাঘা বাঘা নেতা সকলে ডীঙিৰ শিৰ ফুলাই যোৰহাটত বহু ভোটট জয় হম বুলি বহুবাৰ কৈছিল এজনে তো গৌৰৱ গগৈ জিকিলে ৰাজনিতি ত্যাগ কৰিম বুলি কৈছিল এতিয়া কেনেকৈ হাৰিলে?ৰাজনিতি এৰা নাই কিয়?

    • @ranjitduttaey3967
      @ranjitduttaey3967 Месяц назад

      Bjpসচা কথা নকয় আৰু এই দল বগৰা নেতা সকলক ভোট দি য়া টো ৱে ৰাইজৰ ভুল হ'ল আৰু আগন্তুক দিনত যাতে পুণৰ চলাহি কথাত ভুল নাযায় আৰু দেশৰ সকলো সা-সম্পত্তি অনুষ্ঠান প্ৰতিষ্ঠান বহিৰাগত কোম্পানীক বিক্ৰী কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে নিৰ্বাচিত কৰিব বুলি আশা ৰাখিলোঁ জয় আই অসম জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ দলৰ

    • @user-st2tt1wv8w
      @user-st2tt1wv8w Месяц назад

      সেই জন বহুত ওপৰৰ মাল

    • @user-st2tt1wv8w
      @user-st2tt1wv8w Месяц назад

      ধাৰ লৈ ৰাজ্য চলোৱা,এইটো উন্নয়ন বুলি কোৱা আৰু কণা হাঁহক পতান দিয়া একেই কথা।শুকুৰ আলীও ধাৰ লৈ ৰাজ্য চলাব পাৰিব ।

  • @shyamolikabora2924
    @shyamolikabora2924 Месяц назад +14

    বি জে পি তোমালোক মহা জনা মূৰ্খ পণ্ডিত মনত ৰাখিব সাধাৰন জণগণ ইমান মূৰ্খ নহয়

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 Месяц назад

    Right, Nitumoni

  • @misbahuddinahmed9996
    @misbahuddinahmed9996 Месяц назад +2

    হিমন্তক বিশ্বাস কৰিব নোৱাৰি।ভয় খোৱাতো সত্য

  • @kanaksaikia9643
    @kanaksaikia9643 Месяц назад +13

    কিমান ঠগ খাব ৰাইজে।বাৰে বাৰে কিন্ত টেঙা আম বেছিব নোৱাৰে।

  • @user-er9se1md5x
    @user-er9se1md5x Месяц назад +14

    হিমন্ত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিচত দকাইতৰ দল এতা বেচি হল।

  • @shyamolikabora2924
    @shyamolikabora2924 Месяц назад +8

    নেভাবিবা সাৰি যাম ধনৰ বলত নাভাবিবি সাৰি যাম বুদ্ধি ৰ চলত

  • @jayadass2681
    @jayadass2681 Месяц назад +6

    আবুল কাবুল বকিব নালাগে মাত্ৰ বস্তু ৰ দাম কমাওক ইয়াৰ ওপৰত আলোচনা কৰক।

  • @MrinalGoyari-sb6et
    @MrinalGoyari-sb6et Месяц назад +2

    সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সপোন দেখা অপৰাধ হব নোৱাৰে ।

  • @jugalnath6635
    @jugalnath6635 Месяц назад +6

    Development মানে মুখ্য মন্ত্ৰীৰ Development নহয় জানো?

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Месяц назад +4

    Nirbachonot Himanta biswa sarmar kelengkari bilak prochar koriboi lagibo

  • @gh12138.
    @gh12138. Месяц назад +1

    Congress❤

  • @alamtajahmed4126
    @alamtajahmed4126 Месяц назад +8

    মামা বহুত বেছি চতুৰ হয়।

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 Месяц назад +2

    এতিয়ালৈ অসমৰ উন্নতিৰ ক্ষেত্ৰত কি কি কৰিলে সেইয়া সন্দেহৰ বিষয়।

  • @ramanikumar9028
    @ramanikumar9028 Месяц назад

    বি জেপিৰ দি কি ঘেণ্টা ডেভলপ হৈছে ।এজাক বৰষুণতে গুৱাহাটীত বাণ পানী হয় ।ৰাষ্টা ঘাট ভঙা ৰোগীটো বেলেগ ভাল মানুহো অহা যোৱা কৰিব নোৱাৰে ।খাদ্য বস্তুৰ জুই ছাই দাম ।ৰাজ্যত ধাৰৰ উপৰি ধাৰ এক লাখ চাকৰি দিম নোৱাৰিলে ।

  • @manojkumardutta8590
    @manojkumardutta8590 Месяц назад +1

    কোনো মন্ত্ৰী য়ে কেতিয়াও চকি নেৰে এইবোৰ এনেই কয়

  • @ANANTAKRISHNAMAHANTA
    @ANANTAKRISHNAMAHANTA Месяц назад

    মোৰ প্ৰয়াত ডাঙৰদাদা aims ত চিকিৎসাধীন হৈ থাকোতে আমাৰ পৰিয়ালক যি সহায় কৰিলে আমি কোনোদিন নাপাহৰিম ।

  • @ANANTAKRISHNAMAHANTA
    @ANANTAKRISHNAMAHANTA Месяц назад

    পৰিয়ালক সমালোচনা কৰাটো সমৰ্থন কৰিব নোৱাৰি ।

  • @dkpanging5592
    @dkpanging5592 Месяц назад

    বিজেপিৰ জিকাৰ মূলমন্ত্ৰ হিতাধিকাৰ ৷

  • @abdulmozid3039
    @abdulmozid3039 Месяц назад

    উন্নয়ন মানে হিন্দু আৰু মুছলমান

  • @muktiboro334
    @muktiboro334 Месяц назад +8

    ভূপেন বৰা গুপ্ত চৰ

  • @hareswarhandique2096
    @hareswarhandique2096 Месяц назад +1

    বিশেষ শাখাৰ ব্যক্তি/ কং গেছৰ ব্যক্তিৰ বডি গাৰড ইত্যাদি ইত্যাদি চোৱাঙ চোৱা থাকিব ও পাৰে।

  • @AltafHussain-le8fc
    @AltafHussain-le8fc Месяц назад

    আপুনি EVM ৰ কথা নকয় কিও ২০১৪ চনৰ পিছৰ পৰা আপোনালোকক ৰাইজে বেছিকৈ আঁকোৱালি লৈছে বেছিকৈ ভোট দি আছে, এই ইত্যাদি কথা বোৰ বাদ দিয়ক না পাৰিলে EVM ঘটোলা বাদ দি চুৰৰ চৰিত্ৰ এৰি সুস্থ ভাৱে ভোট খেলি চাওক না যদি আপোনালোকৰ দম আছে।

  • @nakulbanikya6653
    @nakulbanikya6653 Месяц назад +8

    চি: চি: কি ৰাজ্যত বাস কৰিছো

  • @jaanbackpacker
    @jaanbackpacker Месяц назад +3

    nice sharing

  • @sadanandadutta6747
    @sadanandadutta6747 Месяц назад

    1985 চনত অতুল কোঁছৰ লগতো ইলেকচন খেলি পৱন সিং হাৰিছিল৷মইঅতুল কোছঁৰ ইলেকচন এজেন্ট আছিলোঁ৷পৱন সিংৰ আচৰএণ বৰ ভাল পাইছিলোঁ৷তেওঁ হৰাৰ সম্ভাবনা দেখি মোক ধন্যবাদ দি গুচি গৈছিল৷

  • @probudhborah4821
    @probudhborah4821 Месяц назад +2

    B J P Sarkar Missolia 😮

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Месяц назад +3

    Dada brigade or bidhayok ba montri
    Keitai nirbachonot pohu kheda khabo ujoni aru uttor asomot

  • @PRANJALBORUAH
    @PRANJALBORUAH Месяц назад

    2026 ত অসমত BJP নাতৰালে আমি খাটিখোৱা অসমীয়া বোৰ নাঙঠা যাব

  • @faridabegum4564
    @faridabegum4564 Месяц назад

    ঘাটুৱাল দাঙৰীয়া ধন্যবাদ আপনাকে, অসমৰ মিছলীয়া মূখ্য মন্ত্রী নাম কি,? হিমন্ত মামা দঙৰীয়া

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt Месяц назад

    P. Gatwar sb iman patol kojur bakti nohoy. Moi baktigoto biswas nokoro.

  • @pradipkumardas7571
    @pradipkumardas7571 Месяц назад +1

    E daily big breaking news diye. Actually total false

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 Месяц назад

    Hei jonor guptachor jono tenekuai hobo!

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Месяц назад

    ঠাকুৰীয়া ডাঙৰীয়া দেশত বিৰুধীৰ উত্থান ঘটিছে বুলি গম পোৱা নাই নেকি। নিজে সন্তুষ্টি লাভ কৰি থাকক।

  • @balendas2049
    @balendas2049 Месяц назад +2

    অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী কভিড বিজাণুক পৰাস্ত কৰি পাচবছৰৰ কাৰণে অসমবাসী ৰাইজে মুখ্যমন্ত্ৰীক শাসন ভাৰ দিলে। কিন্তু আগন্তুকত অসমবাসী ৰাইজে তেওঁক শ্ৰদ্ধা ভক্তিৰে বিদায় দিব।

  • @ajaysonowal568
    @ajaysonowal568 Месяц назад

    বস্তু দাম বৃদ্ধি কৰাত কিন্তু এক নম্বৰত আছে।

  • @tilakdutta7457
    @tilakdutta7457 Месяц назад

    Loan loat biswa avilesh, development

  • @PRIYAGOGOI-m6g
    @PRIYAGOGOI-m6g 29 дней назад

    Bhagawat baikhya

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Месяц назад +1

    Nitu moni saikiak Bihpuriya somostit pora BJP pi ticket dibo jen lagise

  • @dulusaikia1653
    @dulusaikia1653 Месяц назад

    একো ডাঙৰ ডাঙৰ কথা নহয়। হিমন্ত বিশ্ব শৰ্মায়ো বহু সময়ত কিছু ৰাজনৈতিক লোকৰ পৰিয়ালৰ কথা কৈ ভাষন দিয়াৰ নজিৰ আছে । পুৰণি ভাষন বিচাৰিলেই ওলাব। সেইটোকে লৈ talk shaw পতাৰ কোনো যুক্তি নাই।

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk Месяц назад

    বিজেপি চৰকাৰ মিচলিয়া চৰকাৰ । কোটি টকা ধাৰত চৰকাৰ চলাই আছে ।

  • @DimbanathDoley
    @DimbanathDoley Месяц назад +1

    মিছলীয়া মুখ্যমন্ত্ৰীৰ ? ? ?

  • @ushakonwar8389
    @ushakonwar8389 Месяц назад +1

    Ami akebare bea rastat oha jua kori. Road development ami dekha nai

  • @anowara.begum23
    @anowara.begum23 Месяц назад

    Nice 👍🏻🎉🎉🎉

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt Месяц назад

    Assam ani kiman corors rini central. Asarkaror osorat? Yea development naki, raijor murat kiman jen dhar aji marketor obosta kene?

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Месяц назад +1

    Norendra Modi sarkarei jao jao obostha.
    Norendra Modir sarkar bhagile..
    Himanta biswa sarmar obostha ki hobo

  • @pradipkumardas7571
    @pradipkumardas7571 Месяц назад

    Amrit kalot bih kahboloi poisa nai.

  • @nagendas9671
    @nagendas9671 23 дня назад

    Education health communication ot gathanmulak Kam karak. kintu ji asani karise tar besivagei political motivated kia . achani kari education ot lora sowalik vag kari fees bilak besi kari medium low classor lora chowalic ses karile. medicine hospitalor price bibhinna tax high price kio. Communicationor namat commission.gas gasani kati pahar sesh karile.Amrit achaniro politics. Muthor opporat kebal Lutraj . Comment kari kari sesh karib nowari.

  • @arunsaloi209
    @arunsaloi209 Месяц назад

    বদৰুদ্দি বৰ্তমান ফিল্ডত নথকা বাবে এইটো কাম নতুনকৈ আৰম্ভ কৰিছে।

  • @user-lt8fl1ju7t
    @user-lt8fl1ju7t Месяц назад +1

    😢k😅wait for 26 😊

  • @padumibaruah2798
    @padumibaruah2798 Месяц назад

    Rahul. Gandhir. D N A. Kihor. Karone. Lage. Agote. Karubar D N A. Test. Korisil. Neki. Sih. Sih. Bohut. Tololoi. Gol. Dei. Rajniti. Pothar. Khon. Kut niti. Aru. Durnitirei. Vori. Porise. Des khon

  • @mojammilhoque744
    @mojammilhoque744 Месяц назад

    চকি এৰি দিলে জেলত জাব্ লাগিব

  • @WahidHussain-xc3et
    @WahidHussain-xc3et Месяц назад +1

    Himanta hol asamar janatar tez khuwa jutha seleka himanta ,himantar oha 26 ot hariboy ,26 ot Raije himantak khediboi ,

  • @bharatbaruah5702
    @bharatbaruah5702 Месяц назад +1

    BJP আন ৰ দোষ দেখে নিজৰ টো তথাই বছ

  • @RohitKhanikar
    @RohitKhanikar Месяц назад

    All ready cleared by ghatuar.

  • @bijoytodi800
    @bijoytodi800 Месяц назад

    Thakuría bujabo pora nai.

  • @user-wd2xi6gx6f
    @user-wd2xi6gx6f Месяц назад

    Porha-xuna kori thoka Himanta putra 18 bosor boioxot 18 ta companir malik kenekoi hol Andha vokto jone bujai kobo neki baru !

  • @user-zu1oz5wh4j
    @user-zu1oz5wh4j Месяц назад

    সন্মানীয়-নিতুমনিশইকীয়া আপোনালৈ অনুৰোধ-এনেবোৰ "ইচু"লৈ ট্‌ক শ্ব পাতি আমাৰ "বহুমুলিয়া'৬০ মিনিট সময় নষ্ট নকৰে যেন!নহলে আপোনাৰ অনুষ্ঠান চাবলৈ বাদ দিব লাগিব!🙏

  • @syedforidhussain90
    @syedforidhussain90 Месяц назад +1

    Bhupen is most evil he is greedy for post and check king ?

  • @highspeed1513
    @highspeed1513 Месяц назад

    Guru teg Bahadur those are killed they are now close friends with shikhs,
    The congress party govt killed thousands of assames but now assames are close friends with congress,
    Bengali hindus were entered in india to save their live from muslims goons, now West Bengal hindus are close friends with Muslim,

  • @jeherulislam-l1y
    @jeherulislam-l1y Месяц назад

    Thakuriyai ki boki ase 😅😅😅

  • @laksheswarbaruah4494
    @laksheswarbaruah4494 Месяц назад

    চোৰৰ সাক্ষী মাতাল

  • @arupdas8897
    @arupdas8897 Месяц назад

    Modir bjp ahar pasat aru na bjpt join karat politics jahaname goise karan pradhan mantri nijei rahul Gandhi aru teor parialok 2014 sanar para apaman kari ase

    • @arupdas8897
      @arupdas8897 Месяц назад

      Parialor ki karise taak loi enquiry diyak jodi congress misa matise

  • @AbdulAziz-ch9zs
    @AbdulAziz-ch9zs Месяц назад

    T V CHENEL B J P ... TOKAR GULAM

  • @robiroy2771
    @robiroy2771 Месяц назад

    Bjp jadi evm temparing kari loi tatia hala cong.tini khon seat pabo assam ot jiman bur evm asa hakalu bur bhal ka cheek karak hakalu bur dhara poriba . Nahala 11 seat pam buli kuna dala kaba nuwara janiba .aibur voter or katha .

  • @sampritymahanta6372
    @sampritymahanta6372 Месяц назад

    Rajnitigàlise

  • @narayansarma6301
    @narayansarma6301 Месяц назад

    Tumi Hai Besi Jana Pratiidin Nitumany Nijarmate Mahan Bhabisa Tumak Sini Pabhor Time Nalagil

  • @ablinkandulana-cy8xf
    @ablinkandulana-cy8xf Месяц назад

    BJP Misoliya

  • @parhanabegum9534
    @parhanabegum9534 Месяц назад

    Adip kumar dangoriar kotha khini xuni bhal lage.

  • @minahazarika7578
    @minahazarika7578 Месяц назад

    ছি ঃ ছিঃ নিকিষ্ট মানসিক তাৰে ৰাজনিতি কৰে

  • @vimaldeep8055
    @vimaldeep8055 Месяц назад

    তহতৰো কাম নাই বেলেগৰ নিউজ চোৰ কৰি আৰামত চলি আচ। লাজ নাই।

  • @PolenBarman-sl6eo
    @PolenBarman-sl6eo Месяц назад +1

    Ppe keet r thikaata moko dibo dai

  • @sashibhusankakati748
    @sashibhusankakati748 Месяц назад

    10 Namber Misa katha koat

  • @lnbora7529
    @lnbora7529 Месяц назад

    Dhaynabad khatuar

  • @dhanjitdeka2979
    @dhanjitdeka2979 Месяц назад

    Spy Jan kpn Hoi?Rajahuwa krk CM sir/

  • @shyamolikabora2924
    @shyamolikabora2924 Месяц назад

    Nitumoni himonta congrass + b j p also durnite ata exm patibo nuwara c u t result sheet dila chabo shun nitumoni

  • @tapandas5309
    @tapandas5309 Месяц назад

    micha kotha koi jibon kotua koun manuhe buji pai.

  • @kanikadhar9579
    @kanikadhar9579 Месяц назад

    আপোনালোকে যেনেকৈ ছোনিয়া ৰাহুলক আক্ৰমণ কৰি নেহেৰুৰ পৰিয়ালক সাঙুৰি লয় । ছোনিয়া ৰহুল ৰ মনতো যে আঘাট লাগে , সেেয়াও বুজক।

  • @RanjitBorah-s7r
    @RanjitBorah-s7r Месяц назад

    Ghatoar is gentleman

  • @toseswarsaikia1038
    @toseswarsaikia1038 Месяц назад

    Akhil gogoi assamar c m neki aitut badmas manuhak laloi kio repoter bilak kio emam usywho is he

  • @Chy1390
    @Chy1390 Месяц назад

    Dr Himanta Bishwa Sarma zindabad

  • @tarunchandranath
    @tarunchandranath Месяц назад +1

    Returpan.tumar.katha..bahut.baya.sadhran.manuh..hisaby.kalu.

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Месяц назад

    Pabon sing ghatuware Himanta biswa sarmak bhal dore jane..Himanta biswa sarma ejon subidhabadi manuh
    Tarun gogoir dore ejon manuhok ji Himanta biswa sarmai opodoshthyo koribo pare.

  • @islamiclife592
    @islamiclife592 Месяц назад

    😢