Awesome..so soothing..singing as well as background music both are justifying the song...Really our Assam is rich in each genre of music....its variety of folk music is amazing...
❤️❤️val lagil mem🙏🙏🥰❤️ khub dhuniya kontho apunar🙏🙏bohut din Rolu apunar lukoo geet r karona🙏🙏love from Lahdoigrh moliya gaw🙏🥰🥰 dhakiyakhuwa r gourab apuni axomor gourab hua tu bisaru🙏🙏(purnima sarmah)❤️❤️
@@madhurimasaikia mem apni geet bur hunkla upload koriboloi try kribo views bur komi jai channel tu u down hoi juar homvabona thake 🙏emn vl lge geet bur upload krok aru ata puja buli please mem🙏🙏🥰 durga puja r xuvesha thakil mem🙏
বাইদেউ, ৰাতিপুৱাই ৰাতিপুৱাই উঠি আপোনাৰ মনোমোহা সুললিত কন্ঠেৰে গোৱা এই লোকগীত টি শুনি নাজানো কিমান বাৰ যে মই নিজে আপ্লুত হৈ পৰো। কেৱল মন টোৱে কয় বাৰে বাৰে শুনি থাকো।
Thank you
Thank you Madhuriba ba.. ami khub Val paw.. Ras r gan bur aru anekua dhoronor lukogeet bur..
Eman dhuniya gaisa Tumi ba bahut vl lagil khuni❤❤❤❤❤😊😊😊😊
Moi eta xuni aso ....
Thank You
Thank You
বহুত. সুন্দৰ. ভাল. লাগিছে মাধুৰিমা বা ধন্যবাদ.
Thank you
বহুত বাৰ হোনিলো তথাপিও আমনি নালাগে, বহুত সুন্দৰ কন্ঠ,,,ভালে থাকক সদাই,,,,
Thank You
শুনিলে শুনি থাকিবৰ মন । মোৰো বহুত প্ৰিয় এই গীতটো।❤❤❤❤❤
Thank you
❤ 7:33 7:33 @@madhurimasaikia
❤❤❤ you baa
Eman সুন্দৰকৈ গাইছেই কবলৈ আৰু ভাষা নাই।ভাল লাগিছে কি কম krishna krishna
Thank you so much
pppppppppppppppppppppppppppppppppppppppppppppppp0pp000p)@@madhurimasaikia
অতি সুন্দৰ প্ৰদৰ্শন ভক্তি চং দৰ্শকৰ প্ৰশংসা লাভ কৰে বৰ ভাল লাগিল জয় শ্ৰী কৃষ্ণ ৰাম হৰি কৃষ্ণ ৰাম ৰাম ❤❤❤🤷🔥👌👍🌲🌷🔥🙏
কৃষ্ণ
সুন্দৰ। ভগৱানে মঙ্গল কৰক।
Thank You
ইমান ধুনীয়াকৈ গালা.....শুনি বৰ ভাল লাগিল । বৰগীতৰ বাবে উত্তম কন্ঠ । সঁচাকৈয়ে বৰ ভাল লাগিল । তোমালৈ আন্তৰিক অভিনন্দন থাকিল । আশীৰ্বাদ কৰিছোঁ আৰু আগুৱাই যোৱা ।
Thank you so much
@@madhurimasaikia"Thank you so much " ইয়াৰ বাহিৰে আৰু একো লিখিব নোৱাৰি জানো???
❤❤❤
ইমান সুন্দৰ কণ্ঠ ৰাতিপুৱাই শুনিলে মন জুৰ পৰি যায় লগতে গোটেই দিনটো energised ৰাখে।আপোনাৰ এই সুন্দৰ পৰিবেশনৰ বাবে ধন্যবাদ।
প্ৰতিবাৰৰ নিচিনাকৈ এইটিও খুব ভাল লাগিল মাধুৰীমা বা। কি যে সুললিত কণ্ঠ! লোকগীতবোৰে প্ৰাণ পাই উঠে সঁচাই।
Thank you so much
সুপ্ৰভাত আপোনালৈ বহুত বহুত ধন্যবাদ জনালো। সুন্দৰ
@@KumudSaikia-cq5pmqaàqq²😊²😊q⅔
😮😊❤@@KumudSaikia-cq5pm
সুন্দৰ কন্ঠ। সুন্দৰ কৈ গীত টো গাইছে। শুনি ভাল লাগিল।❤❤❤❤❤
আপোনাৰ শুৱলা কণ্ঠ ই তেতিয়া ইমান সুন্দৰ সুন্দৰ গীত শুনিবলৈ পাও সচাই মনটো একেবাৰে শান্ত হৈ যায়
Thank you
❤🎉apunar huowola kontor e montu akeba re hanto hoy jay
😢😢😢😢😂😂😂😂😂😂😂😂😢😂😂😂😮😊
Always favorite lokageet, May God bless you baa❤❤❤
Thank You
বৰ সুন্দৰ ।আটাইতকৈ সুন্দৰ আপোনাৰ গীতৰ বাছনি ।
Thank you
Your voice and song both are equally very nice, Baidew.. ❤❤❤ God bless 🙏🙏🙏 you.. Almighty God is great !
Aaponar git suni aamoni nalage, Baidew... God bless🙏🙏🙏 you !
Thank You very much
Good luck and God 🙏is great👍👍👍.
একান্ত মনে শুনি আপ্লুত হৈছোঁ। অতি সুন্দৰ কন্ঠ। আগুৱাই যোৱা আমাৰ শুভেচ্ছা আছে।
Thank you so much
তোমাৰ কন্ঠ নিগৰাইছে আৰু ভাল লাগে সদায় শুনি থাকো তোথাপি।। আমনি নে লাগে ঈশ্বৰ ৰে আগুৱাই লৈ যাওক।।বুহুত।বুহুত।। ভালে লাগিছে
বহু দিনৰ পৰা অপেক্ষাত আছিলো আপোনাৰ সুন্দৰ কন্ঠৰ গীত শুনিম বুলি ।আজি পাই গলো বহুত ভাল লাগিল মনটো
Thank you so much
Ll😊🎉 AA
🙏🙏🙏
ভাল লাগিল ইমান সুন্দৰ কণ্ঠ তোমাৰ এনেদৰে আগ বাঢ়ি যোৱা
Thank you
বহুত ধুনীয়া। মন গলেই বিচাৰি বিচাৰি শুনো। বৰ ভাল লাগে।।❤️❤️🙏🙏👍
Thank you
Hi
Ok🙏🙏🙏🙏🙏🙏
@@madhurimasaikia Hi
Hi
Awesome ❤❤ বহুতেই ভাল লাগিছে 👌👌👌শুনিলে শুনিয়েই থাকিব মন ! বৰ মধুৰ কণ্ঠ ❤❤।
God bless you 🙏🙏🙏
Thank you
xuni bohut val lagil.....
Thank you
super class Krishna song .god gifted voice .thanks for this song Madhurima .
আপোনাৰ কন্ঠৰ গীত শুনি বৰ ভাল লাগে কি কথা নাজানো ।
Thank you
মধুৰিমা বা খুব সুন্দৰ হৈছে ❤💅🙏
🙏🙏কৃষ্ণ🙏🙏🥰🥰🥰🥰
Thank you
ইমান মিঠা সুৰ আৰু এক সুললিত কন্ঠ, শুনিয়ে ই থাকিবৰ মন যায়। 👌👌👌
Thank you
🙏কৃষ্ণ কৃৃষ্ণ কৃষ্ণ! আপোনাৰ সুৰত আমি সচাঁকৈয়ে ধন্য হৈ গৈছো! আগন্তক দিনত আপোনাৰ পৰা আৰু সুমধুৰ গীত পাম বুলি আশাৰে বাট চাই ৰলো!
Thank you so much
বাইদেউ আপোনাৰ লোকোগীত বোৰ শুনি বৰ ভাল লাগে। আগলে আৰু ধুনীয়া ধুনীয়া লোকোগীত পাম বুলি আশাবাদী।
Thank you
Bohut ❤ hundar ❤ months ❤
Thank you
মাধুৰীমা,তোমালৈ অলেখ মৰম আৰু আশীৰ্বাদ থাকিল, তোমাৰ পৰা ভবিষ্যতে আৰু বহুতো এনে গীত আশা ৰাখিলোঁ। সুৰেন শৰ্মা, গোলাঘাট।
Thank you so much
ঈশ্বৰে কৃপা কৰক❤️
অলেখ শুভকামনা আপোনালৈ
Thank you so much
কোব সুন্দৰ লোকগীত, ভাল লাগিল। ভগৱানে মংগল কৰক, জয় শ্ৰী হৰি বিষ্ণু।
Thank you
খুউব সুন্দৰ, আপোনালোকৰ দৰে শিল্পীৰ কন্ঠত লোকগীত সমুহে প্ৰাণ পাই উঠে। Best wishes...
Thank you
খুব সুন্দর গান টা
ইমান সুমধুৰ সুৰৰ কণ্ঠ। ছাই বহুত ভাল লাগিল। কৃষ্ণ কৃষ্ণ ❤
কৃষ্ণ
Its Awesome ❤️❤️❤️ your voice 🔥🔥🔥
Thank you so much
বহুতো ভাল পালো বা ভগবানে আৰু আগোবাক আপোনাক❤❤❤😅😅😊😊
Thank you so much
বৰ সুন্দৰ হৈছে। মাধু বা, আপোনাৰ কণ্ঠ লোকগীতৰ বাবেহে যেন ভগৱানে দিছে মোৰ এনে লাগে। আপোনাৰ দীৰ্ঘায়ূ কামনা কৰিলো।
Thank you
বাইদো আপোনাৰ গান বিলাক শুনি বহুত ভাল লাগে মন মুগ্ধ কৰি পেলায় ইমান ধুনীয়া কণ্ঠ আৰু লোকগীত শুনিব পাৰিম বুলি আশা ৰাখিলোঁ 🙏🙏🙏🙏🙏👍👍👍
Thank you so much
Madhurima, really you are great singer . I hear again and again your this folk song. Go ahead. God bless you.
Thank you
বহুত বহুত সুন্দৰ হৈছে মাধুৰিমা বা তুমাৰ গান শুনি থাকিলে শুনি থাকিব মন যায়।
Thank you
ৰামেশ্বৰ পাঠকৰ লোকগীতসমূহৰ দৰে তোমাৰ প্ৰতিটো লোকগীতেই আপ্লুত কৰি আহিছে। আগবাঢ়ি যোৱা। Unique your voice❤️
Thank you so much
কৃষ্ণ কৃষ্ণ, বহুতবাৰ ছাইছো, ইমান মনোমোহা সুমধুৰ সুৰৰ কণ্ঠত নিগৰাইছে , সঁচাই কৱলৈ ভাষা নাই। কৃষ্ণ ❤
Thank you so much
Jai Shree Krishna ❤❤
Krishna
ধুনীয়া হৈইছে সুনি সূখী হলো।
Thank you
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ
বৰ ধুনীয়া লোকগীত এটা শুনিবলৈ পালো। ভাল লাগিল শুনি লোকগীতটো শুনি। ছয়গাঁওৰ পৰা শুভেচ্ছা জনালোঁ। আগলৈ আৰু ধুনীয়া লোকগীত শুনিবলৈ পাম বুলি আশা কৰিলো।
Thank you so much
খুউব সুন্দৰ।
Thank you so much
Hasai বহুত ধুনীয়া গাইছা মাধুৰিমা ❤❤
Thank you
Bohut dinor murot apunar new Post 😍😍 Incredible 😍🎧🎧🤗🤗🤗🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Thank you so much
খুউব ভাল লাগিল। সুন্দৰ কণ্ঠৰ গৰাকী তুমি।
Thank you
কৃষ্ণ 🙏 হে ত্ৰিলোকৰ অধিপতি সকলোকে কুশলে ৰাখা 🙏🙏🙏🙏🙏
কৃষ্ণ
বহুত ধুনীয়া গাইছা তুমি মাহী ৷ তুমি বহুত তান তান গান এটা বহুত সুৰলা কৈ গোৱা
Thank You
@@madhurimasaikia welcome mahi
গম পোৱা তুমাৰ গান শুনি হে আমাৰ ভন্তি টোপনি যায় ইমান ভাল পায় ৷
Excellent❤️
O ba number 2 dia moi dipali
@@dipaligogoidipaligogoi9264 Dhoribo naipora kun baru?
Dhekiakhowa soyanika ba hoine
Sivsagorle bia khabo akeloge ahisilu
Thank you so much
সুন্দৰ হৈছে বা👌👌
অতুলনীয়❤❤❤❤
Thank you so much
ইমান সুন্দৰ আৰু মন জুলাই যোৱা গীত। মন প্ৰাণ জুৰ পৰি যায়।
Thank you
Awesome..so soothing..singing as well as background music both are justifying the song...Really our Assam is rich in each genre of music....its variety of folk music is amazing...
Thank you so much
@@madhurimasaikia ppp
@@madhurimasaikiawe l😊
Val lagil huni.....Love from nlp(lakhimpur)..Apuni assam or karone gourab anibo buli bhabisu...Amar aashribad hodai apunar logot ase....Aguai jauk anekoi....Apunar lokageet hokulu hunilu..Anekua aru geet uliai jate amar babe...,.🎉😊
Thank you so much
@@madhurimasaikia Dhoinabad
Mojja madhurima baa🤍💗🥰first comment💓
Thank you so much
ইমান শুৱলা কণ্ঠ আৰু পুৰণি অসমীয়া গীত সমূহ নতুন ৰূপত শুনিলে বহুত ভাল লাগে। এতিয়ালে এই গীত টো কিমান বাৰ শুনিলো হিচাব নাই। ভাষা নাই ইমান ধুনীয়া হৈছে গীতটো 💜💜
Thank you
❤️❤️val lagil mem🙏🙏🥰❤️ khub dhuniya kontho apunar🙏🙏bohut din Rolu apunar lukoo geet r karona🙏🙏love from Lahdoigrh moliya gaw🙏🥰🥰 dhakiyakhuwa r gourab apuni axomor gourab hua tu bisaru🙏🙏(purnima sarmah)❤️❤️
Thank you
Moi bhut vl pau hori nam 🙏🙏🙏
@@madhurimasaikia mem apni geet bur hunkla upload koriboloi try kribo views bur komi jai channel tu u down hoi juar homvabona thake 🙏emn vl lge geet bur upload krok aru ata puja buli please mem🙏🙏🥰 durga puja r xuvesha thakil mem🙏
So sweet voice, go more n more forward, most wellcome fm me. The previous Brindabone song dress was so attractive. Thanks
@@madhurimasaikia b
অপূৰ্ব কণ্ঠ। আপ্লুত হলোঁ। দীৰ্ঘায়ু তথা সুখ স্বাস্থ্য কামনা কৰিলোঁ। কৃষ্ণ 🙏
Thank you
Khub hundor baa💯💯💯💯💯💯
Thank you so much
ঞ
😂😢😂😂😂😂😂😂😂😂😂🎉😂d🎉🎉
@@madhurimasaikia 9uflrulurlurp71 8OIw889
Then,
Khub sundor val lagise congratulations 🎇🎇🎇🙏
Thank you
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna
Ba.. Bohut vl lagel sundar ba,, jai shree ram🙏🙏🙏🙏🙏 krishno,,,
Madhurima Saikiak moi krishnat porom bhkot buli sikar korilo. Karon Bhagawanor mormo bhed koribo parakoi dhunia Surot bhoktimulok gan maribo para Singer koto dekhanai
Thank for Madhurima for responds me.
Thank you
@@balindeka8531 jHPkbbjkoj!
Iinjhook Jill Jojo knoll oh onion Jojo Okoboji poppy inkjin Ohio
OijojonionkIPjon
Jojobk?!b?bbnbbpbin him hugnink!knLooboNHLbboojnkonkojinkoI'lloopinionoklnbiono Ohio Lin Philnnkkook*🏨 punishment Okoboji
Opinion onion ji nonunion in🗻🏭👉🖕🎩🐩🎩👞😬😬😮😯😯😨🎩🎩🏣🏣🎩🎩🎩🎩🏣🐩🎩😇😇😬
ইমান সুন্দৰ কণ্ঠ। ৱাঃহ। ঈশ্বৰৰ দান। বহুত ভাল লাগিল শুনি লোক গীতটো। কৃষ্ণ।
Thank you
অত সুন্দৰ।বৰ ভাল পালোঁ।
Thank you so much
Bohut dhunia hoise ba❤
Thank You
Madhurima ba apunar hundor kontho otimonumuha poribekhon🙏🙏🙏🙏❤ jibonot jodi abar log pao apunar soronot dhori hewa ata lom nichoyi❤❤❤🙏🙏🙏🙏🙏
Thank you so much.log pam nissoi
গীত পৰিবেশন আৰু পৰ্দশন অতি সুন্দৰ ভাল লাগিল চাই , লগতে গীতৰ কন্ঠ খুউব সুন্দৰ ❤️🌹
Thank You
Val hoise Madhurima,,agbahi jaa ❤️
Thank you
Xosakoiye apurba..,.,.!!! Brilliant voice
Thank you
ইমান সুন্দৰ হৈছে ❤❤❤❤
Thank You
সুন্দৰ কণ্ঠ। বহুত ভাল লাগিল শুনি।
মনটোত কিবা এটা শান্ত ভাৱনা আহি যায় গীতটি শুনাৰ লগে লগে ।
Thank U so much
Dhuniya baa ❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉
বহুত বহুত ধুনীয়া লাগিছে তোমাৰ গানটো।🎧😱♥️♥️♥️👍👍
Thank you
বহুত বহুত বহুত সুন্দৰ তোমাৰ গীত ...
Thank you
ক'ব লৈ ভাষা নাই। খুব সুন্দৰ কণ্ঠ
Thank you
মাধুৰিমা তোমাৰ লোকগীত শুনি ভাল লাগিল। তোমাৰ হাঁহিটো মৰম লগা। ধন্যবাদ থাকিল
Thank you
ৰাতিপুৱা দৌৰি আহি গানটো শুনি আছোঁ । সুন্দৰ কণ্ঠ বাইদেউ
Thank you
ধুনীয়া লাগিছে।সুনিলে সুনি থাকিব এ মন জায়।
Thank you so much
আপোনাৰ সুকীয়া কন্ঠ শুনি দেহ মন সাত পৰি য়ায়।।। ❤🥰🙏
Thank you
অতি সুন্দৰ 🥀 সদায় আগুৱাই যোৱা ♬♩♪♩ 💚
Thank you
বৰ সুন্দৰ কণ্ঠ বাইদেউ।🙏🙏💥🔥
Thank you
Thank you
Khub Dhuniya haise ba Aponar Git Mai pratik dinai sunu. God is Good..,.. ❤❤❤❤
Thank You so much
অতি সুন্দৰ কণ্ঠ ।১০০%সত্য ।
🙏🙏🙏🙏🙏🙏🙏🙏🙏
Thank you
অতি সুমধুৰ সংগীত ভগবানৰ সুদৃষ্টি পৰক তোমাৰ উপৰত
Thank You
Xsakoi apunar voice2 bhut dhuniya o ba .bhut dhuniya gwa .xunile xuni thkbr mon❤
Thank you
বিশ্বাস কৰক বা, এইটো গীত আপোনাৰ কণ্ঠৰে মই সন্ধিয়া সদায় শুনো একোবাৰ, আমনি টো বেলেগ কথা শুনি থাকিলেওঁ হেপাঁহ নপলাই, মনটোৱেই ভাল লাগে কিবা এটা...🙏🙏🙏
Thank You so much
Bohut bohut dhuniya bohut val lagile 🙏🙏🙏💐💐💐
Thank you
ধুনীয়া হৈছে৷ ভাল লাগিল৷
Thank you so much
মন জুৰ পৰিল।শুভেচ্ছা থাকিল।
Thank you
বহুত সুন্দৰ কণ্ঠ ❤❤❤
Thank you
মন চুই যোৱা কণ্ঠ । সুন্দৰ ভিদিওগ্ৰাফী । অশেষ ধূণীয়া ।❤❤❤
Thank you
বৰ ভাল লাগিল দেই মাধুৰীমা 💐
Thank you so much