Jamunar Balite bohi || যমুনাৰ বালিতে বহি||Madhurima Saikia

Поделиться
HTML-код
  • Опубликовано: 12 янв 2025

Комментарии • 1,3 тыс.

  • @DeepYouTube
    @DeepYouTube Год назад +82

    This song give me goosebumps......❤ What's a feeling when you feel something special

  • @hariprasadrabha3708
    @hariprasadrabha3708 2 года назад +23

    ইমান ধুনীয়া কন্ঠ বা তোমাৰ আৰু জাতে আমি আগলৈকে তোমাৰ কন্ঠত এনেকোৱা গীত শুনিবলৈ পাও বা। আৰু মই তোমাৰ গীত পোৱা গোধূলি সদাই শুনি থাকো বা। বহুত বহুত শুভেচ্ছা থাকিল বা 👍👍👍❤❤❤🥰🥰🥰।

    • @madhurimasaikia
      @madhurimasaikia  2 года назад

      Thank you

    • @keshabdas4186
      @keshabdas4186 5 месяцев назад +1

      Madhurima Excellent performance.May Almighty bless you 🙏

  • @jayantarabha1082
    @jayantarabha1082 Месяц назад +2

    গুৰু জনাৰ সদায় কৃপা হওঁক , কৃষ্ণ 🙏🙏🙏

  • @anantaborgohain3971
    @anantaborgohain3971 2 года назад +20

    কি যে অমিয়া সুৰ! সচাই, কিছুমান লোকে কণ্ঠৰ জোৰত সুৰ টানিব পাৰে। সুৰৰ বন্যা বোৱাই শ্ৰোতাৰ হৃদয় জয় কৰে। এনেকুৱা মোহনীয় কণ্ঠ দীৰ্ঘস্থায়ী হওক তাৰেই কামনা কৰিলো।

  • @dambarudhardas8628
    @dambarudhardas8628 Месяц назад +1

    জুমনাৰ বালিত।।বোহী।।গিত গায়।থকাৰ।। বাবে খুবেই ভাল লাগিছে।। সদায় বালিতে গায়।থাকক।। ঈশ্বৰ ৰে ভাল পাই। থাকিবো।। ধন্যবাদ তোমালৈ।।

  • @rajibbora7188
    @rajibbora7188 Год назад +19

    আপোনাৰ কণ্ঠ বৰ মৰম লগা।আপোনাক ঈশ্বৰে আৰু বহু দূৰ আগুৱাই লৈ যাওক

  • @mohanbori4324
    @mohanbori4324 3 месяца назад +1

    বৰ মধুৰ কণ্ঠ। বহুত ভাল লাগে আপোনাৰ কণ্ঠৰ এই গীতবোৰ শুনি।

  • @babulborah5222
    @babulborah5222 2 года назад +23

    তোমাৰ কণ্ঠৰ লোকগীতটোৰ অভাৱ অনুভৱ হৈছিল ৷এতিয়া আনন্দিত হ’লো ।বহুত সুমধুৰ কণ্ঠৰ গৰাকী তুমি ভণ্টিজনী ৷লগতে আমাৰ গাওঁখনৰ গৌৰৱ তুমি

  • @prabinsutradhar5692
    @prabinsutradhar5692 3 месяца назад +1

    ভগৱান শ্ৰীকৃষ্ণৰ নাম এনেয়ে মোধোৰ তাতেই এনে মন্ মোহাচ্ছন্ন কন্ঠ ৰ সুৰ নিগৰি তুলা কৃষ্ণৰ বৰ্ণনাই হৃদয় পুলকিত হৈ ৰয়!

  • @DAS-FILM
    @DAS-FILM Год назад +10

    মনপ্ৰাণ হৰি যায় শুনিলে শুনি থাকিব মন অ , কʼত আছা তুমি এবাৰ হʼলেও কাষৰ পৰা চাব বিচাৰো তোমাক।

  • @nabajyotibaruah1861
    @nabajyotibaruah1861 2 года назад +30

    তোমাৰ কণ্ঠত যাদু আছে ।সুৰত মূৰ্ত হৈ উঠিছে সমস্ত গকুল-বৃন্দাবন-যমুনা ।বিৰহিনী ৰাধাৰ সমস্ত কাৰুণ্য যেন তোমাৰ কণ্ঠৰে নিগৰি আহিছে ! প্ৰশংসাৰ ভাষা নাই ।

    • @madhurimasaikia
      @madhurimasaikia  2 года назад +1

      Thank you so much

    • @nirodmahanta8984
      @nirodmahanta8984 2 года назад +2

      🙏

    • @dinakantagogoi9744
      @dinakantagogoi9744 Год назад +1

      সুন্দৰ কণ্ঠ । আগোৱাই যোৱা ।শুভেচ্ছা থাকিল ।

    • @SongitaBoruah-d1s
      @SongitaBoruah-d1s 2 месяца назад

      ​@madhurimasaiকেম কৰে যে তেওঁ kia

    • @SongitaBoruah-d1s
      @SongitaBoruah-d1s 2 месяца назад

      ই আছিল কি কি কৰ্মক কপিৰাইটৰ নিয়মৰ অধীনতে এখন অতি 😮

  • @dandadhardeka8300
    @dandadhardeka8300 Год назад +6

    আপোনাৰ কণ্ঠৰ প্ৰেমত পৰিছো । বহুত ভাল লাগে। ভগৱানে আপোনাক সদায়ে মঙ্গল কৰক

  • @Howto-yv1qc
    @Howto-yv1qc 4 месяца назад +2

    কেৱল ভাল লাগিছে বুলি কৈ সামৰি থব পৰা গীতেই নহয় এইবোৰ ! মন প্ৰাণ কৰ’বালৈ লৈ যায় ৷ কি সুন্দৰ মাধুৰ্য ! হাজাৰ বাৰ শুনিলেও হেপাঁহ নপলাব।

    • @madhurimasaikia
      @madhurimasaikia  4 месяца назад

      অশেষ ধন্যবাদ জনালোঁ

  • @deokanrajkhowa8167
    @deokanrajkhowa8167 2 года назад +9

    কি সুন্দৰ কন্ঠ সচাই তোমাৰ কন্ঠত যাদু আছে, শুনিলে শুনি থাকিবলৈ য়ে মন যাই।

  • @Shristy___Das
    @Shristy___Das 2 месяца назад +2

    Hriday sui joa, aponar ei geet bur jen agoloi o hunibaloi paam ,taare kamonare aponar dirghaayu kamona karilu , from shristy r deotak

  • @diplinashorts
    @diplinashorts 2 года назад +17

    🙏 অতি সুন্দৰ 🙏🙏 বহুত দিন ৰ অন্তত আপোনাৰ গীত টো পাই সঁচাই আনন্দিত হৈছোঁ ❤️❤️ অৱশেষ ত অপেক্ষা ৰ অন্ত পৰিল 🙏ভাল লাগিল বাইদেউ ❤️ প্ৰভু এ ভালে ৰাখক আপোনাক 🙏

  • @rumisaikia253
    @rumisaikia253 6 месяцев назад +1

    ইমান সুন্দৰ কন্ঠ । বৰ ভাল লাগিল লোকগীতটি ।❤❤😊

  • @pabitrasaikia4731
    @pabitrasaikia4731 2 года назад +17

    "ঔ সুন্দৰী ৰাধে মাই বৃন্দাবন চাৰিয়া কৃষ্ণ মথুৰা যায়" পাম বুলি আশা কৰিলোঁ

  • @bivamonidasdas9127
    @bivamonidasdas9127 6 месяцев назад +2

    ❤❤❤❤ইমান সুন্দৰ কণ্ঠ👍👍👍 উপমা নাই। কুশলে থাকা। ঈশ্বৰ প্ৰদত্ত কণ্ঠ।
    গীতটি শুনি থাকোতে চকুৰ আগত এখন বৃন্দাবন, যমুনা, বিৰহী ৰাধা কল্পনাত ভাহি আছে।
    ❤❤❤❤❤😢😢

  • @miramazumder9815
    @miramazumder9815 2 года назад +7

    অপূৰ্ব সুন্দৰ হৈছে গীতটি ।আপোনাক অশেষ ধন্যবাদ জনাইছো ইমান সুন্দৰ সুন্দৰ গীত আমালৈ উপহাৰ দিয়াৰ বাবে

  • @ArchanaHazarika-h3x
    @ArchanaHazarika-h3x 19 дней назад +1

    ❤❤❤maja

  • @manjildutta730
    @manjildutta730 2 года назад +7

    অপেক্ষাৰ অন্ত পৰিল। বহুত বহুত শুভকামনা আপোনালৈ। 🙏

  • @TutuBorah-h4x
    @TutuBorah-h4x 3 месяца назад +1

    Eman Dhonia hoisa❤❤❤❤

  • @bodhansaikia
    @bodhansaikia 2 года назад +8

    ভাল লাগিল আকৌ বহু অপেক্ষাৰ অন্তত আপোনাৰ সুন্দৰ কন্ঠৰ গীত শুনি আনন্দিত হলো 🙏

  • @dimpidas4902
    @dimpidas4902 Год назад +2

    Xunile xuni thkbo mon jy❤imn dhuniya voice 💕

  • @anamikaborah451
    @anamikaborah451 2 года назад +5

    বহুত ভাল লাগে তোমাৰ গীত শুনি 🥰
    তোমাৰ ৰুণু জুনু‌ গীতটো দিনটোত সদায় এবাৰ হ'লেও শুনোৱে😊😊

  • @priyakshihazarika8563
    @priyakshihazarika8563 2 месяца назад +1

    কি কণ্ঠ ❤❤ waww ba ❤

  • @chandanmahanta2444
    @chandanmahanta2444 2 года назад +24

    The melody is wonderful...the song brings a deep peace to the heart. Many thanks and best wishes to the singer. Your voice is to mind blowing

  • @GitamoniDutta-t9h
    @GitamoniDutta-t9h 12 дней назад

    Bhut dhuniya lagise dei 🥰 baa ❤aru ankuwa gan Gai ag bahi juwa 🎉🎉

  • @kumudnath1957
    @kumudnath1957 2 года назад +6

    Very sweet voice,hope more progress in future.

  • @nilu8828
    @nilu8828 Год назад +1

    Xubdor

  • @arabindanath7406
    @arabindanath7406 2 месяца назад +1

    Very very sweet. ❤❤❤

    • @madhurimasaikia
      @madhurimasaikia  Месяц назад

      আন্তৰিক ধন্যবাদ জনাইছোঁ

  • @gitashri7823
    @gitashri7823 2 года назад +46

    Ki je xundor kontho❤️❤️❤️

  • @ChandraSaikia-zx4bf
    @ChandraSaikia-zx4bf 8 месяцев назад +1

    Excellent singing Madhu

  • @mintugogoi7031
    @mintugogoi7031 2 года назад +4

    ৰাতি পুৱাই তোমাৰ এই গীত টো শুনি মন টো বহুত ভাল লাগে

  • @kapilsekhar7338
    @kapilsekhar7338 2 года назад +1

    Mai exam hallat entry korar agote headphonet madhurima saikiar gaan xuni lou.... Mai bohut ekhon beleg dunia le gusi jua jen lage... It helps me lot in concentrating d exam... Thank uu madhurima.... Please keep it up

  • @uriamparatuniparmajuli9363
    @uriamparatuniparmajuli9363 Год назад +6

    Most beautiful voice ,apunar konthor geetbur huni bohut Val lage ,god bless you,

  • @dulalborah5570
    @dulalborah5570 Год назад +1

    বৰ ভাল লাগিছে💝💝💝

  • @gourangabora4932
    @gourangabora4932 Год назад +5

    Voice ❤❤❤

  • @suryakumarrajbongshi7772
    @suryakumarrajbongshi7772 2 года назад +2

    শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ সময়তেই এনেকুৱা কৃষ্ণ প্ৰেমৰ লোকগীত শুনিবলৈ পাই খুব ভাল লাগিল ....আপোনাৰ ভৱিষ্যত অতি সুন্দৰ হওঁক, তাৰে কামনাৰে....

  • @robinbora9837
    @robinbora9837 3 месяца назад

    বহুবাৰ শুনিলো, ইমান মনোমোহা সুমধুৰ সুৰৰ কণ্ঠত নিগৰাইছে, সঁচাই মোৰ কৱলৈ ভাষা নাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @birenpdas5347
    @birenpdas5347 Год назад +1

    অতি মজা গাইছে আমাৰ শুভেচ্ছা জনালো যোৰহাট

  • @pankajneog5822
    @pankajneog5822 6 месяцев назад

    খুৱ সুন্দৰ তোমাৰ কণ্ঠ.....ভগৱানৰ ওছৰত প্ৰাথণা কৰিছো তোমাক যেন এনেদৰে আগবঢ়ায় নিয়ক

  • @nitulhazarika3982
    @nitulhazarika3982 9 месяцев назад +1

    Voice tu imn sweet ❤😊

  • @MRDHARMADAS
    @MRDHARMADAS 2 месяца назад +1

    Krishna Krishna 🙏🙏💖💓 dhunia koi gaise ❤❤🎉🎉

    • @madhurimasaikia
      @madhurimasaikia  Месяц назад

      আন্তৰিক ধন্যবাদ জনাইছোঁ

  • @BbmmMmxx
    @BbmmMmxx 4 месяца назад

    Hridoy sui jua aak onubhuti😢❤

    • @madhurimasaikia
      @madhurimasaikia  4 месяца назад

      Thank you so much

    • @BbmmMmxx
      @BbmmMmxx 4 месяца назад

      @@madhurimasaikia thanks for responding sis❤️

  • @jpcreations9252
    @jpcreations9252 2 месяца назад

    Unique Lyricist, Unique, Composer, Unique Voice, Unique Singer, Unique Music Director,, It's Called Tarun Tanmoy❤❤

  • @bivamonidas3082
    @bivamonidas3082 6 месяцев назад

    ❤❤❤অপূৰ্ব। উপমা নাই, অনন্য কণ্ঠ। ঈশ্বৰ প্ৰদত্ত। কুশলে থাকা। সংগীত জগতৰ উজ্জ্বল তৰা হৈ থাকা।❤

  • @অসমীয়াগীতৰশৰাই-দ৩শ

    সুৰ অপূৰ্ব হৈছে...গীতটিয়ে হৃদয়ত এক গভীৰ প্ৰশান্তি আনি দিছে। কন্ঠশিল্পী গৰাকীলৈ অশেষ ধন্যবাদ আৰু শুভেচ্ছা থাকিল।

  • @ParthaprotimNeog-ih3lb
    @ParthaprotimNeog-ih3lb Месяц назад +1

    So nice voice ❤

  • @bivamonidasdas9127
    @bivamonidasdas9127 6 месяцев назад

    ❤❤❤কুশলে থাকা আইজনী। 👏👏👏 এতিয়ালৈকে এশবাৰৰ ওপৰত শুনিলো গীতটি।

  • @simaborasmagicmoments9087
    @simaborasmagicmoments9087 10 месяцев назад +1

    Xundor kontho

  • @a-sriki9764
    @a-sriki9764 2 года назад +1

    আপুনি ইমান ধুনীয়াকৈ গাই। শুনিয়ে থাকিবলৈ মন যায়।❤️

  • @mintukonch1515
    @mintukonch1515 7 месяцев назад

    প্ৰান সখি' আহা ৰাধা,যমুনালে যাও.....উফ কি সুন্দৰ টানিছে নহয় বৰ ধুনীয়া গাইছে

  • @ankurdutta6855
    @ankurdutta6855 2 года назад

    সুন্দৰ ,ধুনীয়া হৈছে।

  • @rubulkalitaflutist8826
    @rubulkalitaflutist8826 Год назад +1

    Ufffff ki kontho o 2mr....major ontora 2 ontor sui goise....❤️

    • @madhurimasaikia
      @madhurimasaikia  Год назад +1

      Thank you

    • @rubulkalitaflutist8826
      @rubulkalitaflutist8826 Год назад

      Moi ajon bahi badok. 2mr konthot abr bojalu hoi bahi....bru ji ki nhouk aru aguai jua vgbne kukhole rakhok...ghr kot bru 2mr...?????

    • @bivamonidas3082
      @bivamonidas3082 6 месяцев назад

      আচৰিত কম্পন।👍👍

  • @dipendrasinghadeka5608
    @dipendrasinghadeka5608 8 месяцев назад

    বহুত ধুনীয়া হৈছে।

  • @nbe-yd6hz
    @nbe-yd6hz 5 месяцев назад +2

    Huni bohut bhl lgise download kori lolu ❤❤

  • @PrakashLahon-om9im
    @PrakashLahon-om9im Год назад

    ৰাতিপুৱা শুই উঠি আপোনাৰ সুন্দৰ লোকগীতৰ পৰাই দিনটু আৰম্ভ কৰু । আপোনাৰ পতিটু লোকগীতে মোৰ মন প্ৰান হৃদয় চুই গল ।

  • @bipulchsarma9329
    @bipulchsarma9329 10 месяцев назад

    অতি সুমধুৰ কণ্ঠ ।আই সৰস্বতী সু-দৃষ্টি দিয়ক।❤️❤️❤️

  • @BhupendraHazarika-jk5ks
    @BhupendraHazarika-jk5ks Год назад

    সুন্দৰ সুললিত কণ্ঠ। ভগৱান প্ৰদত্ত।

  • @JatinDas-h6c
    @JatinDas-h6c Год назад

    ইমান সুন্দৰ কণ্ঠ আপোনাৰ, বৰ ভাল লাগিছে ।

  • @HemantaRajbongshi-tm5yb
    @HemantaRajbongshi-tm5yb 2 месяца назад

    Xoske baa bhut dhunia deh mon vl lagi goise apunr geet xuni

  • @tezenhazarika7971
    @tezenhazarika7971 8 месяцев назад

    অপূৰ্ব কণ্ঠ , বিমুগ্ধ হৈ পৰিছোঁ , অসমীয়া লোক সংগীতৰ এক নতুন যুগৰ সূচনা হৈছে তোমাৰ মনোৰম পৰিৱেশন শৈলীত❤❤❤আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ❤️❤️❤️❤️👌🎉👑🎈

  • @momikakoti8305
    @momikakoti8305 Год назад

    বৰ ভাল লাগিল মাধুৰিমা তুমি আগবাঢি যোৱা।।।

  • @manirajdas2765
    @manirajdas2765 11 месяцев назад

    এটি কঠিন লোকগীত প্ৰাণঢালি কন্ঠ নিগৰাই সকলোকে আপ্লুত কৰিছে ! বহুত ধন্যবাদ । শুভকামনা আৰু সুন্দৰ লোকগীত শুনাৰ আশাৰে !

  • @pujaborah524
    @pujaborah524 2 года назад +1

    বা ৰাস মানে তোমাৰ গান এটা শুনিবলৈ পাম বুলি ৰৈ আছিলো❤️❤️ইমান ধুনীয়া🌸

  • @nilakantasaikia589
    @nilakantasaikia589 2 года назад

    শুনিলোঁ।বৰ ধুনীয়া হৈছে।

  • @robinbora9837
    @robinbora9837 4 месяца назад

    অতি সুন্দৰ সুমধুৰ কণ্ঠ নিগৰাইছে।

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 Год назад

    অন্তৰ চুই গল। সুন্দৰ।

  • @pkplusaxom3164
    @pkplusaxom3164 3 месяца назад

    সু ললিত কণ্ঠ,,,,, মন প্ৰাণ চুই যোৱা,,,,,কৃষ্ণ🙏🙏🙏

  • @jonalideka3179
    @jonalideka3179 2 года назад

    বহুত ধুনীয়া হৈছে

  • @podmaragborboruah8873
    @podmaragborboruah8873 2 года назад

    Bohut bohut hundor hoisa o aru aguwai juwa,

  • @dipjyotihazarika2879
    @dipjyotihazarika2879 2 года назад

    সুমধুৰ কন্ঠই মন ভৰাই দিলে। মিউজিক ইমান সুন্দৰ হৈছে যে কবলৈ ভাষা নাই। দৃশ্য পটে সচাকৈয়ে বৃন্দাবন পোৱালেগৈ। কন্ঠত মা সৰস্বতী বিৰাজ মান। লোকগীত বহুত শুনিছো কিন্তু তোমাৰ কন্ঠত উফ.. সাংঘাতিক। মনক কোনোবা জগতলৈ লৈ যায়। তোমাৰ ঘৰ ক'ত মাজনী? বহুত হিয়া ভৰা মৰম ও আশীৰ্বাদ যাচিছোঁ। গোৱিন্দ কৃষ্ণই কুশলে ৰাখক।

  • @rijuborah7044
    @rijuborah7044 Год назад

    ইমান ধুনীয়া কৈ প্ৰাণ ধালি গাইছে মই সদায় ৰাতি পুৱা শুনি থাকো🙏🙏🙏
    ধন্যবাদ জনালো 🙏

  • @AtulSharma-cr2bh
    @AtulSharma-cr2bh 9 месяцев назад

    অতি মনোৰম কন্ঠ নিগৰাইছে শুনিলে শুনিয়েই থাকিব মন যায় হৃদয় চুই গ'ল সুন্দৰ ❤💜💙::::....🥀

  • @munnasaikia-j4o
    @munnasaikia-j4o 7 месяцев назад

    বা তোমাৰ এই গীতটো শুনি বহুত ভাল লাগে, শুনি শুনি আমনি নালাগে মোৰ পাৰিলে মহাদেৱৰ🔱🔱 গীত এভাগ ৰাইজলৈ আগবঢ়াবা🔱🔱🕉️🕉️

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb 2 года назад

    অতি সুন্দৰ ইছে , বহুত ভাল লাগিল বাইদেউৰ গীতটো সুমধুৰ কণ্ঠ সচাকৈ বহুত ভাল লাগে

  • @Antukakoty3677
    @Antukakoty3677 2 года назад +1

    বৰ সুন্দৰ ,সুমধুৰ কণ্ঠ ভনী মাধুৰীমা♥️❤️তুমি আমাৰ গৌৰৱ,তোমালৈ বহু মৰম আৰু আন্তৰিক অভিনন্দন জনালোঁ।আগুৱাই যোৱা,সাংস্কৃতিক জগতত সদায় একক হৈ জিলিকি থাকা‌।♥️🥰❤️💚

  • @birenpdas5347
    @birenpdas5347 Год назад

    বৰ সুন্দৰ হৈছে আমাৰ শুভেচ্ছা থাকিল যোৰহাট

  • @rashmikalita8788
    @rashmikalita8788 2 года назад +1

    Khosake Iman dhunia kontho. Bohut val paw tumar lukogitt. Iove you rima.

  • @kaberirabha8613
    @kaberirabha8613 Год назад +1

    আপোনাৰ কন্ঠত লোকগীত শুনি খুবেই ভাল লাগে... সুন্দৰ কন্ঠ আপোনাৰ ❤️

  • @bidyutborah3187
    @bidyutborah3187 Год назад +1

    Atiyauuu huni asu 2023 majuli rakhr timettt❤❤❤❤

  • @debamonilaskar6969
    @debamonilaskar6969 2 года назад

    ইমান শুৱলা সমধুৰ মাত, বহুত ভাল লাগিল শুনি আপুনালোক থাকোতে কিয় ওলাই নাহে বাহিৰত.

  • @surujkumarborah7473
    @surujkumarborah7473 Год назад

    বহুত বহুত সুন্দৰ ❤🎉🎉🎉😊

  • @europabarman6041
    @europabarman6041 2 года назад

    Bohut bhal lagil huni bohut donor murot Assamese song

  • @durlovhazarika7978
    @durlovhazarika7978 3 месяца назад

    Khubei mon poroxa hoise👌👌👌👌💐💐💐💐💐💐💐💐💐💐🎉🎤🎉🎉🎤

  • @NabdipKalita
    @NabdipKalita 8 месяцев назад

    সুন্দৰ মাত মনোমোহা মাত সুনীথাকিলে সুনী থাকিবৰ মন যায়।

  • @madhabsaikia744
    @madhabsaikia744 2 года назад +1

    সুন্দৰ বা আৰু আগুৱাই যা

  • @ranapratapdas2022
    @ranapratapdas2022 4 месяца назад

    Eman dhuniya kontha vogabane vale rakhok ... aponak baideu ❤

  • @atulchandradasatulchandrad6588

    বহুত ভাল কন্ঠ তোমাৰ আগুৱাই যোৱা ।

  • @pradipbordoloi9031
    @pradipbordoloi9031 Год назад

    অতি বিতুপণ ,সুললিত, সুগন্ধিত !পৰাণ জুৰাই দিব পাৰিছে আপুনি |বহুত কৰি যাওঁক |শুভ ইচ্ছা জনাইছোঁ |

  • @birenpdas5347
    @birenpdas5347 Год назад

    গানটো অতি সুন্দৰ হৈছে আমাৰ শুভেচ্ছা জনালো যোৰহাট

  • @JunuHazarika-u2h
    @JunuHazarika-u2h Год назад

    🎉 বৰ সুন্দৰ লাগিল।

  • @minatidas4573
    @minatidas4573 Год назад

    ইমান ধুনীয়া শুৰ ক'বলৈ ভাষা নাই 😢🙏🙏

  • @madhurjyamili5953
    @madhurjyamili5953 2 года назад +1

    Bohut dhunia

  • @SogenRoyghatuwa-qs5sz
    @SogenRoyghatuwa-qs5sz Год назад +1

    সুন্দৰ মিঠা কণ্ঠ ভাল লাগিছে

  • @KhaninNath-v7b
    @KhaninNath-v7b 6 месяцев назад

    Baideu aponar kontho Tu oti modhur, bhut bhut val lagise, sweet

  • @uzzalkumardutta3439
    @uzzalkumardutta3439 2 года назад

    ইমান সুন্দৰ কণ্ঠ,ইমান সুন্দৰ পৰিবেশন।শুনি আপ্লুত হলো।ঈশ্বৰে কুশলে ৰাখক।

  • @ganeshborah6315
    @ganeshborah6315 2 года назад

    সুন্দৰ হৈছে মাধুৰী, আপ্লুত হ'লোঁ।