Awesome..so soothing..singing as well as background music both are justifying the song...Really our Assam is rich in each genre of music....its variety of folk music is amazing...
❤️❤️val lagil mem🙏🙏🥰❤️ khub dhuniya kontho apunar🙏🙏bohut din Rolu apunar lukoo geet r karona🙏🙏love from Lahdoigrh moliya gaw🙏🥰🥰 dhakiyakhuwa r gourab apuni axomor gourab hua tu bisaru🙏🙏(purnima sarmah)❤️❤️
@@madhurimasaikia mem apni geet bur hunkla upload koriboloi try kribo views bur komi jai channel tu u down hoi juar homvabona thake 🙏emn vl lge geet bur upload krok aru ata puja buli please mem🙏🙏🥰 durga puja r xuvesha thakil mem🙏
বাইদেউ, ৰাতিপুৱাই ৰাতিপুৱাই উঠি আপোনাৰ মনোমোহা সুললিত কন্ঠেৰে গোৱা এই লোকগীত টি শুনি নাজানো কিমান বাৰ যে মই নিজে আপ্লুত হৈ পৰো। কেৱল মন টোৱে কয় বাৰে বাৰে শুনি থাকো।
Thank you
Thank you Madhuriba ba.. ami khub Val paw.. Ras r gan bur aru anekua dhoronor lukogeet bur..
Eman dhuniya gaisa Tumi ba bahut vl lagil khuni❤❤❤❤❤😊😊😊😊
Moi eta xuni aso ....
Thank You
Thank You
বহুত. সুন্দৰ. ভাল. লাগিছে মাধুৰিমা বা ধন্যবাদ.
Thank you
Eman সুন্দৰকৈ গাইছেই কবলৈ আৰু ভাষা নাই।ভাল লাগিছে কি কম krishna krishna
Thank you so much
pppppppppppppppppppppppppppppppppppppppppppppppp0pp000p)@@madhurimasaikia
বৰ সুন্দৰ ।আটাইতকৈ সুন্দৰ আপোনাৰ গীতৰ বাছনি ।
Thank you
বহুত বাৰ হোনিলো তথাপিও আমনি নালাগে, বহুত সুন্দৰ কন্ঠ,,,ভালে থাকক সদাই,,,,
Thank You
ইমান ধুনীয়াকৈ গালা.....শুনি বৰ ভাল লাগিল । বৰগীতৰ বাবে উত্তম কন্ঠ । সঁচাকৈয়ে বৰ ভাল লাগিল । তোমালৈ আন্তৰিক অভিনন্দন থাকিল । আশীৰ্বাদ কৰিছোঁ আৰু আগুৱাই যোৱা ।
Thank you so much
@@madhurimasaikia"Thank you so much " ইয়াৰ বাহিৰে আৰু একো লিখিব নোৱাৰি জানো???
❤❤❤
প্ৰতিবাৰৰ নিচিনাকৈ এইটিও খুব ভাল লাগিল মাধুৰীমা বা। কি যে সুললিত কণ্ঠ! লোকগীতবোৰে প্ৰাণ পাই উঠে সঁচাই।
Thank you so much
সুপ্ৰভাত আপোনালৈ বহুত বহুত ধন্যবাদ জনালো। সুন্দৰ
@@KumudSaikia-cq5pmqaàqq²😊²😊q⅔
😮😊❤@@KumudSaikia-cq5pm
বহু দিনৰ পৰা অপেক্ষাত আছিলো আপোনাৰ সুন্দৰ কন্ঠৰ গীত শুনিম বুলি ।আজি পাই গলো বহুত ভাল লাগিল মনটো
Thank you so much
Ll😊🎉 AA
🙏🙏🙏
ইমান সুন্দৰ কণ্ঠ ৰাতিপুৱাই শুনিলে মন জুৰ পৰি যায় লগতে গোটেই দিনটো energised ৰাখে।আপোনাৰ এই সুন্দৰ পৰিবেশনৰ বাবে ধন্যবাদ।
শুনিলে শুনি থাকিবৰ মন । মোৰো বহুত প্ৰিয় এই গীতটো।❤❤❤❤❤
Thank you
❤ 7:33 7:33 @@madhurimasaikia
❤❤❤ you baa
সুন্দৰ। ভগৱানে মঙ্গল কৰক।
Thank You
আপোনাৰ শুৱলা কণ্ঠ ই তেতিয়া ইমান সুন্দৰ সুন্দৰ গীত শুনিবলৈ পাও সচাই মনটো একেবাৰে শান্ত হৈ যায়
Thank you
❤🎉apunar huowola kontor e montu akeba re hanto hoy jay
😢😢😢😢😂😂😂😂😂😂😂😂😢😂😂😂😮😊
Always favorite lokageet, May God bless you baa❤❤❤
Thank You
xuni bohut val lagil.....
Thank you
সুন্দৰ কন্ঠ। সুন্দৰ কৈ গীত টো গাইছে। শুনি ভাল লাগিল।❤❤❤❤❤
অতি সুন্দৰ প্ৰদৰ্শন ভক্তি চং দৰ্শকৰ প্ৰশংসা লাভ কৰে বৰ ভাল লাগিল জয় শ্ৰী কৃষ্ণ ৰাম হৰি কৃষ্ণ ৰাম ৰাম ❤❤❤🤷🔥👌👍🌲🌷🔥🙏
কৃষ্ণ
super class Krishna song .god gifted voice .thanks for this song Madhurima .
একান্ত মনে শুনি আপ্লুত হৈছোঁ। অতি সুন্দৰ কন্ঠ। আগুৱাই যোৱা আমাৰ শুভেচ্ছা আছে।
Thank you so much
Bohut dhunia hoise ba❤
Thank You
আপোনাৰ কন্ঠৰ গীত শুনি বৰ ভাল লাগে কি কথা নাজানো ।
Thank you
তোমাৰ কন্ঠ নিগৰাইছে আৰু ভাল লাগে সদায় শুনি থাকো তোথাপি।। আমনি নে লাগে ঈশ্বৰ ৰে আগুৱাই লৈ যাওক।।বুহুত।বুহুত।। ভালে লাগিছে
বহুত ধুনীয়া। মন গলেই বিচাৰি বিচাৰি শুনো। বৰ ভাল লাগে।।❤️❤️🙏🙏👍
Thank you
Hi
Ok🙏🙏🙏🙏🙏🙏
@@madhurimasaikia Hi
Hi
Your voice and song both are equally very nice, Baidew.. ❤❤❤ God bless 🙏🙏🙏 you.. Almighty God is great !
Aaponar git suni aamoni nalage, Baidew... God bless🙏🙏🙏 you !
Thank You very much
Good luck and God 🙏is great👍👍👍.
ঈশ্বৰে কৃপা কৰক❤️
অলেখ শুভকামনা আপোনালৈ
Thank you so much
Mon bhal lg gol baideo. Aji puhoti puwa.
খুউব সুন্দৰ, আপোনালোকৰ দৰে শিল্পীৰ কন্ঠত লোকগীত সমুহে প্ৰাণ পাই উঠে। Best wishes...
Thank you
খুব সুন্দর গান টা
মধুৰিমা বা খুব সুন্দৰ হৈছে ❤💅🙏
Madhurima, really you are great singer . I hear again and again your this folk song. Go ahead. God bless you.
Thank you
Khub sundor val lagise congratulations 🎇🎇🎇🙏
Thank you
খুউব সুন্দৰ।
Thank you so much
Val hoise Madhurima,,agbahi jaa ❤️
Thank you
Its Awesome ❤️❤️❤️ your voice 🔥🔥🔥
Thank you so much
ভাল লাগিল ইমান সুন্দৰ কণ্ঠ তোমাৰ এনেদৰে আগ বাঢ়ি যোৱা
Thank you
বৰ সুন্দৰ হৈছে। মাধু বা, আপোনাৰ কণ্ঠ লোকগীতৰ বাবেহে যেন ভগৱানে দিছে মোৰ এনে লাগে। আপোনাৰ দীৰ্ঘায়ূ কামনা কৰিলো।
Thank you
সুন্দৰ হৈছে বা👌👌
ৰামেশ্বৰ পাঠকৰ লোকগীতসমূহৰ দৰে তোমাৰ প্ৰতিটো লোকগীতেই আপ্লুত কৰি আহিছে। আগবাঢ়ি যোৱা। Unique your voice❤️
Thank you so much
সুন্দৰ কণ্ঠ। বহুত ভাল লাগিল শুনি।
Bohut ❤ hundar ❤ months ❤
Thank you
ইমান সুমধুৰ সুৰৰ কণ্ঠ। ছাই বহুত ভাল লাগিল। কৃষ্ণ কৃষ্ণ ❤
কৃষ্ণ
🙏কৃষ্ণ কৃৃষ্ণ কৃষ্ণ! আপোনাৰ সুৰত আমি সচাঁকৈয়ে ধন্য হৈ গৈছো! আগন্তক দিনত আপোনাৰ পৰা আৰু সুমধুৰ গীত পাম বুলি আশাৰে বাট চাই ৰলো!
Thank you so much
Xosakoiye apurba..,.,.!!! Brilliant voice
Thank you
Jai Shree Krishna ❤❤
Krishna
wooo hunila huni thakibola mon jua emnai dhuniya lagesa..
Thank you
🙏🙏কৃষ্ণ🙏🙏🥰🥰🥰🥰
Thank you
Bohut bohut dhuniya bohut val lagile 🙏🙏🙏💐💐💐
Thank you
Excellent❤️
O ba number 2 dia moi dipali
@@dipaligogoidipaligogoi9264 Dhoribo naipora kun baru?
Dhekiakhowa soyanika ba hoine
Sivsagorle bia khabo akeloge ahisilu
Thank you so much
বহুতো ভাল পালো বা ভগবানে আৰু আগোবাক আপোনাক❤❤❤😅😅😊😊
Thank you so much
কৃষ্ণ 🙏 হে ত্ৰিলোকৰ অধিপতি সকলোকে কুশলে ৰাখা 🙏🙏🙏🙏🙏
কৃষ্ণ
Dhuniya hoise ,bhal lagise
Thank You
Bohut dinor murot apunar new Post 😍😍 Incredible 😍🎧🎧🤗🤗🤗🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Thank you so much
ধুনীয়া হৈইছে সুনি সূখী হলো।
Thank you
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ
কোব সুন্দৰ লোকগীত, ভাল লাগিল। ভগৱানে মংগল কৰক, জয় শ্ৰী হৰি বিষ্ণু।
Thank you
Khub hundor baa💯💯💯💯💯💯
Thank you so much
ঞ
😂😢😂😂😂😂😂😂😂😂😂🎉😂d🎉🎉
@@madhurimasaikia 9uflrulurlurp71 8OIw889
Then,
বহুত ধুনীয়া গাইছা তুমি মাহী ৷ তুমি বহুত তান তান গান এটা বহুত সুৰলা কৈ গোৱা
Thank You
@@madhurimasaikia welcome mahi
গম পোৱা তুমাৰ গান শুনি হে আমাৰ ভন্তি টোপনি যায় ইমান ভাল পায় ৷
অতুলনীয়❤❤❤❤
Thank you so much
কৃষ্ণ কৃষ্ণ, বহুতবাৰ ছাইছো, ইমান মনোমোহা সুমধুৰ সুৰৰ কণ্ঠত নিগৰাইছে , সঁচাই কৱলৈ ভাষা নাই। কৃষ্ণ ❤
Thank you so much
Awesome..so soothing..singing as well as background music both are justifying the song...Really our Assam is rich in each genre of music....its variety of folk music is amazing...
Thank you so much
@@madhurimasaikia ppp
@@madhurimasaikiawe l😊
বহুত বহুত সুন্দৰ হৈছে মাধুৰিমা বা তুমাৰ গান শুনি থাকিলে শুনি থাকিব মন যায়।
Thank you
Mojja madhurima baa🤍💗🥰first comment💓
Thank you so much
Bohut val lagil ma'am ❣️🙏
Thank you
❤️❤️val lagil mem🙏🙏🥰❤️ khub dhuniya kontho apunar🙏🙏bohut din Rolu apunar lukoo geet r karona🙏🙏love from Lahdoigrh moliya gaw🙏🥰🥰 dhakiyakhuwa r gourab apuni axomor gourab hua tu bisaru🙏🙏(purnima sarmah)❤️❤️
Thank you
Moi bhut vl pau hori nam 🙏🙏🙏
@@madhurimasaikia mem apni geet bur hunkla upload koriboloi try kribo views bur komi jai channel tu u down hoi juar homvabona thake 🙏emn vl lge geet bur upload krok aru ata puja buli please mem🙏🙏🥰 durga puja r xuvesha thakil mem🙏
So sweet voice, go more n more forward, most wellcome fm me. The previous Brindabone song dress was so attractive. Thanks
@@madhurimasaikia b
Xosake bohut val lage,,,,kimn bar j xunisu hisab ni,,,,সদাই এনে ধৰণৰ মানুহে আঁকোৱালি লোৱা গীত বৰ গাই থাকক,,,aapunr fan hoi moi specialy
Thank You so much
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Krishna
Khub hundor lagise ba 💖💗
Madhurima Saikiak moi krishnat porom bhkot buli sikar korilo. Karon Bhagawanor mormo bhed koribo parakoi dhunia Surot bhoktimulok gan maribo para Singer koto dekhanai
Thank for Madhurima for responds me.
Thank you
@@balindeka8531 jHPkbbjkoj!
Iinjhook Jill Jojo knoll oh onion Jojo Okoboji poppy inkjin Ohio
OijojonionkIPjon
Jojobk?!b?bbnbbpbin him hugnink!knLooboNHLbboojnkonkojinkoI'lloopinionoklnbiono Ohio Lin Philnnkkook*🏨 punishment Okoboji
Opinion onion ji nonunion in🗻🏭👉🖕🎩🐩🎩👞😬😬😮😯😯😨🎩🎩🏣🏣🎩🎩🎩🎩🏣🐩🎩😇😇😬
Kot himan hundorke hikila bah bohut moja lagil huni 👍
Thank You
অত সুন্দৰ।বৰ ভাল পালোঁ।
Thank you so much
খুউব ভাল লাগিল। সুন্দৰ কণ্ঠৰ গৰাকী তুমি।
Thank you
Xundar kanth apunar🙏
Thank you
ইমান সুন্দৰ আৰু মন জুলাই যোৱা গীত। মন প্ৰাণ জুৰ পৰি যায়।
Thank you
সুন্দৰ৷তোমাক Salute জননালো ভনী৷
Thank you
Dhuniya baa ❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉
বাইদেউ আপোনাৰ লোকোগীত বোৰ শুনি বৰ ভাল লাগে। আগলে আৰু ধুনীয়া ধুনীয়া লোকোগীত পাম বুলি আশাবাদী।
Thank you
Dhuniya hoise hundor kantha
Thank you
সঁচাকৈ বৰ সুন্দৰ ,
ভাল লাগিল । কণ্ঠ,সুৰ,শব্দ স্পষ্ট। ভগৱন্তই কৃপা কৰক।
Thank you so much
Khub hundor hoise...bht Val lage tumar gan bilak huni
Thank you
Bohut dhuniya.. Huni asu
Thank you so much
মাধুৰীমা,তোমালৈ অলেখ মৰম আৰু আশীৰ্বাদ থাকিল, তোমাৰ পৰা ভবিষ্যতে আৰু বহুতো এনে গীত আশা ৰাখিলোঁ। সুৰেন শৰ্মা, গোলাঘাট।
Thank you so much
বহুত বহুত বহুত সুন্দৰ তোমাৰ গীত ...
Thank you
Xundor bohut dhunia kontho aapunar...🙏🙏🙏🙏
thank you
Bht sundor khub dhuniya hoise
Thank You
মন জুৰ পৰিল।শুভেচ্ছা থাকিল।
Thank you
Awesome ❤❤ বহুতেই ভাল লাগিছে 👌👌👌শুনিলে শুনিয়েই থাকিব মন ! বৰ মধুৰ কণ্ঠ ❤❤।
God bless you 🙏🙏🙏
Thank you
ক'ব লৈ ভাষা নাই। খুব সুন্দৰ কণ্ঠ
Thank you
Madhurima ba apunar hundor kontho otimonumuha poribekhon🙏🙏🙏🙏❤ jibonot jodi abar log pao apunar soronot dhori hewa ata lom nichoyi❤❤❤🙏🙏🙏🙏🙏
Thank you so much.log pam nissoi
ধুনীয়া হৈছে৷ ভাল লাগিল৷
Thank you so much
Moja baa love form sivsagor dipali
Thank you so much
বৰ ধুনীয়া লোকগীত এটা শুনিবলৈ পালো। ভাল লাগিল শুনি লোকগীতটো শুনি। ছয়গাঁওৰ পৰা শুভেচ্ছা জনালোঁ। আগলৈ আৰু ধুনীয়া লোকগীত শুনিবলৈ পাম বুলি আশা কৰিলো।
Thank you so much
খুউব সুন্দৰ। শইকীয়া উপাধিটো লয়ও ইমানেই সুন্দৰ পৰিবেশন। বহুতো ধন্যবাদ। তথাপিও এটা কথা কও দেই যাদৱ লোকগীত টোত দিয়া ফটো খন সদায় ব্যবহাৰ কৰিবা। Brand photo. হব। অন্যান্য বিলাকতকৈ এইখন বেছি ভাল লাগিছে। মোৰ নিজৰ ছোৱালী ভাবি কথাটো কলো। গ্ৰহণযোগ্য নহ'লেও মোৰ কথাটো এবাৰ পঢ়ি উত্তৰ এটা দিলে ভাল লাগিব।
Thank you so much.but Saikia upadhir kothatuhe nubujilu
সুন্দৰ কণ্ঠ...আপোনাৰ কণ্ঠত লোকগীত সমূহে প্ৰাণ পায় উঠে...উচ্চাৰণ সমূহো অতি সুন্দৰ...আগলৈ আৰু আশা কৰিলো...
Thank you so much
Sundar hoise 🎉❤❤
ইমান সুন্দৰ কণ্ঠ। ৱাঃহ। ঈশ্বৰৰ দান। বহুত ভাল লাগিল শুনি লোক গীতটো। কৃষ্ণ।
Thank you
Khub Dhuniya lagise...... Aasha koru aru notun geet xunibole pam........
Thank you
Dhunia hoisa
Thank you so much
ইমান মিঠা সুৰ আৰু এক সুললিত কন্ঠ, শুনিয়ে ই থাকিবৰ মন যায়। 👌👌👌
Thank you
মনটোত কিবা এটা শান্ত ভাৱনা আহি যায় গীতটি শুনাৰ লগে লগে ।
Thank U so much
Xsakoi apunar voice2 bhut dhuniya o ba .bhut dhuniya gwa .xunile xuni thkbr mon❤
Thank you