Xundor mon poroxi gol manuhor mrityur kirili... karu monot xukh nai ene xomoyot ami enekuwa geetor usorot thokatu bor proyujon budh karu axakoru aru keitaman gai dido raijor axirbad pabo
Subhash da dhuniya nagara namr logtee lokageetko aguwai loi jab👌 dada moro nagara namr ejon pathak hoboli bahot mon ❤️ lokagit keyta dhuniya hoise love you dada❤️😘😘
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ। শুনি বহুতো ভাল লাগিল ঈশ্বৰে আশীৰ্বাদ কৰিব।
ইমান ধুনীয়া হৈছে আৰু আগুৱাই জোৱা মই অন্ধেৰীঘাটৰ পৰা শুনিলো
বৰ সুন্দৰ সুভাষ দা ... 💚
অতি সুন্দৰ হে বান্ধৱ । কৃষ্ণ কৃষ্ণ
Headphone ত শুনা মজাই বেলেগ দাদা❤️
Bhut val lagil Dada
Bhal lagil Subhash da
শুনি শুনি হেপাঁহ নপলায় ' অতি মধুৰ ৷ মন প্ৰাণ পুলকিত কৰে ৷
Bortoman somoyor srestha pathak subash nath .....apunar logote apunar sangibrindar susasthya kamona korilu❤️❤️❤️❤️❤❤❤❤🙏🙏🙏
Val lagise apunar lokogeet keita....ru natun koi dibo buli akha thkil....
Dhunia dada nice aru aguai jaok apuni
কৃষ্ণ বাপ- প্ৰথম দুটা গান কলিজা কপাই দিলে দে বাপ। অতি সুন্দৰ বাপ 🙏 । ৰাতি পূৱা শুই উঠিয়েই অকল আপোনাৰ গান ।
Congratulations kokaideu🥰🥰🥰party hbo lgibo dei😍😍
Bahut val lagil.Tumar xakalo bor a nagara naam aru lokogeet mor val lage
You You You u7788uuuuuuuuui
Apunar lokogit keita khuni bohot val lagil atialoike kiman bar khunilu hisap nai 👌👌👌👌👌
নিতৌ পুৱা গধূলি মোৰ হোম থিয়েটাৰ ত বাজে।বৰ ভাল লাগিল দাদা।🙏🙏🙏
Dhuniya hoyse dada
দাদা বহুত বহুত ভাল লাগিল লোক গীত কেইটা শুনি । আগলৈ নতুন নতুন লোক গীত শুনিব পাম বুলি আশা ৰাখিলোঁ।
সুভাষ নাথ ডাঙৰীয়াৰ নাগাৰা নাম চোৱাৰ সৌভাগ্য হৈছে জেংৰেংপাৰা শংকৰদেৱৰ জন্ম জয়ন্তীত। সুন্দৰ কণ্ঠ,। কাহিনী বৰ্ণনা কৰা , উপস্থাপন , সামৰণি অভুতপূৰ্ব। একেলগে দুই/তিনি হাজাৰ দৰ্শকে শেষলৈ নিতাল মাৰি শ্ৰৱণ দৰ্শন কৰা দৃশ্য সচাই বিৰল।এয়া তেখেতৰ উচ্চ ব্যত্তিত্ব সম্পন্ন গুণৰ অধিকাৰী হোৱাৰ বাবে সম্ভৱ হৈছে। ধন্যবাদ সুভাষ নাথ ডাঙৰীয়া প্ৰায় পাঁচ ছয় ঘণ্টা সময় আজিৰ এই সময়ত যুৱচামৰ লগতে বাপবান্ধৱ আইমাতৃ সকলোক আধ্যাত্মিকতাৰ ৰসত বান্ধি ৰখাৰ বাবে,।
সীমাহীন ধন্যবাদ জনালো। আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ হৃদয়ত থাকিব 🙏
হৃদয় স্পৰ্শ লোকগীত।মই প্ৰায়ে শুনো।মোৰ বৰ প্ৰিয় এই লোকগীত।
Bhut vl lagise khuni
সুভাষ দা আপোনাৰ লোকগীতবোৰ শুনিলে মন টো শান্তি লাগি যায়৷ ইমান সুন্দৰ কণ্ঠ, এনেকৈ আগলৈ আগবাঢ়ি যাওক৷❤❤❤❤❤❤
সঁচাকৈ আপোনাৰ লোকগীত বোৰ শুনি বহুত ভাল লাগে।মই সদায় শুনো লগতে গাৱলৈ ও চেষ্টা কৰোঁ।
আপোনাৰ লোকগীত বোৰ ভাল লাগে আৰু আপোনাৰ লগত গাৱ পৰা হলে মনটো ভাল লাগিল হয়
Dada bandhob he gan tu moi anytime xuni thaku buhut vl lage
Dhuniya , subhash nath manei Sipajhar r nam.....
ইমান মধূৰ কন্ঠ বহুত ধুনীয়া লাগে আপোনাৰ গীতবোৰ আমাৰ দৰঙৰ গৌৰৱ
Bahut val lage mor apunar harir nam lokargeet bur apunar kanthat mukdha moi suvash dada
বৰ ভাল লাগিছে,লোক গীত কেইটা শুনি সুন্দৰ কন্ঠ
Bor xundor hoise🇮🇳
সুভাষ দা আপোনাক ভগবান শ্রীকৃষ্ণই সুন্দৰ কন্ঠ দিছে । 🙏
এনে সুন্দৰ লোকগীতৰ সমাহাৰ সুমধুৰ হৈছে ৷ আপোনাৰ পৰা আৰু এনে গীত আশা কৰিলোঁ ৷
Ati sunder bhai suni hepa nplai Subhash ❤ sashake
গীত কেইটা শুনি বৰ ভাল লাগিল । তোমাৰ কণ্ঠত হৃয়স্পৰ্শী হৈ পৰিছে ।
গীত
সঁচাকৈ আপোনাৰ লোকগীতবোৰ শুনি বহুত ভাল লাগে
🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
সুভাষ, সৰু যিহেতু তোমাক তুমি বুলিয়েই ক'লো। কণ্ঠৰ গভীৰতা আছে । সুৰত আধুনিকতা সুন্দৰকৈ ফুটাই তুলিব পাৰিছা। চৰ্দি যাতে নহয় সাৱধানে চলিবা। আগুৱাই যোৱা।
দাদা কবলৈ ভাষা নাই ইমান ধূনীয়া কৈ গাইছে আপুনি । আশাকৰো আপুনি আমাক আৰু ভাল ভাল লোকগীত উপহাৰ দিব ।
You are my favourite.excillent voice.xodai xuni thako aponar lokgeet.god bless you
100k hua babe antariksh xubheshwa janalokapaal. Geet keita xuni bahut bhal lagil.
বৰ ভাল লাগিল
কৃষ্ণ প্ৰভু
ৰাম কৃষ্ণ হৰি
Dada joyguru 🙏 xundar lagil xuni...
দাদা ভাল লাগিল সুনি
Bohut dhuniya hoise Dada 🙏🙏🙏
বহুত ভাল লাগিছে এই লোকগীত কেইটা শুনি। আৰু নতুন নতুন লোকগীত দিবা বুলি আশা কৰিলো দাদা॥
Bhut bhal lagil khura
Bhal lagil sundra
Suvasda bohut Val lagil from pathsala
ruclips.net/video/W3iFdMVhT8Q/видео.html
সুন্দৰ লোকগীত গাইছে দাদা , বৰ ভাল লাগিছে, উৎপল, হেঙেৰাবাৰী
Dhuniya lagese dada🙏🙏🙏☺️❤️♥️
বহুত ভাল লাগিছে👍👍👍
সুন্দৰ দাদা 💓 💓 💓
Subhash dar geet sunile suni thakibo mn jai iman sundar kantha
Moza apuni mur logote mur femely khub prio😍😍
অতি সুন্দৰ কণ্ঠ দাদা আপোনাৰ। ৰাতিপুৱাই শুনি মন প্ৰাণ পুলকিত হৈ গ'ল। আগলৈ আৰু লোকগীত, টোকাৰি গীত তথা নাগাৰা নাম আশা কৰিলোঁ। ভগবানে আপোনাক ভালে ৰাখক।
সুন্দৰ কণ্ঠ 🙏🙏
ভক্তি ৰসৰ অন্যন্য কণ্ঠ আপোনাৰ । কণ্ঠত এক হৃদয়স্পৰ্শী ঐশ্বৰিক গুণৰ সুৱাদ পোৱা যেন লাগে । ভৱিষ্যতৰ শুভকামনা জনালোঁ । ধন্যবাদ ।
আপোনাৰ নাগাৰা নাম গীতা নগৰৰ শণি মন্দিৰ ত চাইছিলো খুলিব ভাল লাগিছিল আপুনাৰ নিচিনা কৈ পৰিবেশন কৰা নাগাৰা নাম মই আগতে দেখা নাছিলো।ভাল লাগিল
khub dhuniya poribexon subhash da
Nagaranam and lokogeet performance so satisfactory wish your brightful future
সঁচাই ধুনীয়া গাইছে 💥🙏
কৃষ্ণ হৰি কৃষ্ণ হৰি...🙏
ruclips.net/video/W3iFdMVhT8Q/видео.html
Congratulations Subhash Da. 🌹🌼.All Songs veryvery nice. 1⃣1⃣1⃣
আপোনাৰ নাগাৰা নামে বৰ আমোদ দিয়ে ।লোকগীত কেইটিও যে ইমান সুন্দৰ ! আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰক, আৰু আগবাঢ়ি যাওঁক ।
222m
@@wwagaminfo4881 ৌৌ00
@@wwagaminfo4881 %q
বৰ ভাল লাগিল সুভাষ ।মইবাৰে বাৰে শুনো দেই ।
আপোনাক মই আমাৰ ইয়াত লগ পালোঁ বহুত বহুত বহুত ভাল লাগিল অথ্যাত জনাৰাম চৌকা আপোনাৰ গীত সছাই বহুত ভাল লাগে😘😘😘😘😘😘😘
❤🙏🏻🙏🏻আপোনাৰ লোকগীতবোৰ শুনি বহুত ভাল লাগে🙏🏻🙏🏻❤
Mojja Dada
আপোনাক বহুত ধন্যবাদ জনালো ভগৱানৰ ভক্তিমূলক গীত শুনালে লগতে উজ্বল ভৱিষ্যত কামনা কৰিলো ।
Bohut vall lagisey❤️❤️❤️❤️
কন্ঠ ৰ তুলনা নাই। বহুত ভাল লাগিল। আগলৈও আশা কৰিলো
Kyy
Bhut dhunia....suni thkiba mon jai...
Bor xundor hoise
Bhogobane aponar mongol koruk...
Bhu vall Lage kiba,,guruji
Aponar lokagit Aru Nagara Naam suni khub val pao Dada....... Khub sundar kontho🙏🙏🙏
সচাই মন চুই যোৱা গীত। শুনি বহুত ভাল লাগিল।
Suvash mama. Mok sini paisene... Amar tat ahi goisil bohudin agote sariahtoli gopalthanot nam gabloi ahote.. Mnt asene mama.. Aponalokar osrt amar mama htr ghr... Aponar man lokgit bhut sao.. Bhut vl pao mama.. Aponak log kribo mn goi ase.... Apuni aru aguwai jaok mama🙏🙏🙏🙏
Xundor
mon poroxi gol
manuhor mrityur kirili...
karu monot xukh nai
ene xomoyot ami enekuwa geetor usorot thokatu bor proyujon budh karu
axakoru aru keitaman gai dido raijor axirbad pabo
b
ৰাতিপুৱাই এনেধৰণৰ লোকগীতেৰে দিনটো শুভাৰম্ভ কৰা কথাই সুকীয়া ।ধন্যবাদ আপোনালৈ আৰু আগলৈও এনেধৰণৰ সুন্দৰ সুন্দৰ লোকগীত শুনিবলৈ পাম বুলি আশা কৰিলোঁ আকৌ এবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Sundor bapu
P
L
Thousand of salut to you for your such heart touching presentation.🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔
@@swapannath4758 UN v by jth
Subhash bhai onak val lagil apunar lokkogit khuni akou aakha korilu dhoniobaf
Bar dhuniya haise 👌👌👌
Lokgeet bohut bhal lagil
Val lagise vaiti, Tripti Nath, Guwahati
সুন্দৰ হৈছে বাঁহী বাদন সুন্দৰ
মন প্ৰাণ চুই গ'ল আৰু আশাৰে বাট চাই ৰলো
ঈশ্বৰে আপোনাক সদায়ে এনেদৰে শক্তি দিয়ক যাতে আপোনাৰ কণ্ঠত এনেকৈ লোকগীত উপভোগ কৰি থাকিব পাৰো
সুন্দৰ হৈছে কৃষ্ণ
অতি সুন্দৰ গীত দাদা সুৰ ধুনীয়া হৈছে
Subhash da dhuniya nagara namr logtee lokageetko aguwai loi jab👌 dada moro nagara namr ejon pathak hoboli bahot mon ❤️ lokagit keyta dhuniya hoise love you dada❤️😘😘
আপোনাৰ লগত লোকগীত এটা একে লগে গাব মন আছে সুভাষ দাদা ❤️
Kafi khubsurat performance, bahut bahut sukhria ,wish your prosperous and brightful future,
সুন্দৰ কন্ঠ, উজ্জ্বল ভৱিষ্যত কামনা কৰিলো🙏
সুন্দৰ হৈছে সুভাষ দাদা
সুন্দৰ হৈছে সুভাষ দাদা
অতি সুমধুৰ কন্ঠ বহুত ভাল লাগিল
Geet keiti suni montu vl lagise.parile sabo sun muru gabo mon jaai.
অতি সুন্দৰ গীত টি শুনি থাকিলে শুনি থাকিব মন যায ।💓💓💓💓💓
Xosakoi Dada aapunar kontho bohut dhuniaa xunile xuni thakiba Mon jaye aapunar nam. Bhogobanok parthona kori su jate aapunar xoday xustho kori raxe aru anekoi aapuni aamak xundor xundor nam xunai jabo pare Krishna . From nagaon .
ruclips.net/video/W3iFdMVhT8Q/видео.html
Hi subash butiful song good morning
দাদা মোক চিনি পাইছে নে আপুনি যে শিৱপূজাৰ আতমঙ্গল পালেংবাৰীত আহিছিল আপোনাৰ কণ্ঠত আমাৰ সমূহ ৰাইযোগ বহুত উপৰোক্ত কৰিছে দাদা love you dada
আপোনাক ভগৱানে ভালে ৰাখগ
পালেংবাৰীৰ সকলো ৰাইজলৈ প্ৰণাম জনালোঁ 🙏
Tumr uncommon mat bahut val lagise
Bandhabo Krishna👏
বহু ত ভাল
Val bahut Val lagil