WINDCHIME | Deeplina Deka | Tarali Sarma | Anamika Sarania | Short film | 2022
HTML-код
- Опубликовано: 13 окт 2024
- We all have been going through a tough time since the last three years. In this pandemic, we had to face so many unexpected incidents. The hardest among them to accept is that we have lost our dear ones- the people, close to our hearts. WIND CHIME is a story about Abha, whose husband was in quarantine. The story narrates their story.
This short film is dedicated to all those people, who have faced the toughest times in this pandemic.
With love and hugs,
Team WIND CHIME
That is a quality work right there! Loved it so much!!
Takei....itz really good....❤️❤️..
Tur big fan brother ❤️
Ehh emnn English kobo lage neki ami buji pao k Assamese t kolio hoy
@@rishitalukder8936 Class korise .So English te kobo noh maje maje
Tumaru ahi ase new series
এজনী মানুহে ২৩ মিনিটৰ এটা কাহিনী ৷ সম্পূর্ণ চৰিত্ৰ তেওঁৰ ওপৰত নিৰ্ভৰ ৷ সচাই শেষত কন্দুৱাই দিলে। এই কভিডে কিমান সুখৰ সংসাৰ ধ্বংস কৰিলে। such a beautiful webseries deeplina baa🙏🙏🙏
নায়িকা এজনী কেনেকুৱা হব পাৰে, নিজে গাব জনে, নাচিব জনে, সুন্দৰ অভিনয় কৰিব পাৰে শুনিছিলোঁ হে। দিপলিনা তুমি সঁচা অৰ্থত নায়িকা। আৰু কাহিনীটো হৃদই চুই গল ।
"Moi asu nohoi,sinta Nokoriba,sob thik Hoi jabo..."
Most touching ❤️
বহুত সুন্দৰ হৈছে। মা লৈ মনত পৰি গ'ল। পৰিয়ালৰ তিনিজনক হেৰুৱালো এই পৰিস্থিতিত। বাস্তৱ ছবি ফুটি উঠিছে।
😢😢😢😢😢
COVID 19ত আপোনজনক হেৰুওৱা প্ৰতিজনলৈ সমবেদনা। এই ধুমুহাজাকে বুকু উদং কৰি গ'ল। এইয়াই জীৱন। দীপলিনা বাৰ কাম বৰ সুন্দৰ হৈছে। বুকুখন গধুৰ হৈ পৰিল।
Hossa koi😔😔
Who can relate more than a 24 years old widow like me, I can connect to every bit of it, made me cry, gave me goosebumps, what a beautiful short film, how life can change in the blink of an eye, more power to every widows out there, you are a fighter 🤍
You are a real hero..... hat's off to you for staying strong in such a condition....
More power to you... 🤘🤘🤘
very sorry for your loss... more power to you ... always remember to seek help from the people around you whenever necessary
Be strong
So strong 💪
দীপলিনা কন্ঠশিল্পী আৰু নৃত্যশিল্পী হিচাপে মোৰ খুবেই প্ৰিয়!আজি প্ৰথম বাৰৰ বাবে তেওঁৰ সাৱলীল অভিনয় চাই আপ্লুত হ'লোঁ।তেওঁৰ উজ্জ্বল ভবিয্যত কামনা কৰিলোঁ।
ক'ভিদ ৰ সময়খিনিত একদম নিজক বিচাৰি পালো। tears on my eyes.. such a quality work.❤
@@অকথ্য 😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅
Im
@@অকথ্য v
You’re an allrounder Deeplina Ba 🤍
❤️❤️
মোৰ দেউতাৰ ও কভিদ হৈছিল, diabetic আছে,১০ দিনৰ ভিতৰত সুস্থ হৈ আহিল। সেই দিন কেইটা মা মই আৰু ভন্তি যে কিদৰে পাৰ কৰিছিলোঁ , সকলো মনত পৰি গল। বহুত বহুত ধুনী়ায়া হৈছে বা
Xomoi bur anakuwai......mje mje dukh...mje mje..sukh....tothapiu ketyau haar manibo nlage nohoi jnu.Pubali I am Smita.
With minakshi.
@@minakshihira9559 yes tq Smita and mina
This short film made me cry remembering my maternal grandfather who left me due to his post covid complications.. Losing someone you have loved more than yourself is no less than being half dead... it's been 6 months since he left us.. yet I can't get over it... hope he's doing well wherever he is... Putha, I loved you, love you and will love you more than myself and I believe that I will reach you someday....
দুখ লাগিল ,,২০২০ আৰু ২০২১ বছৰ কিমান ভয়ানক আছিল মনত পৰিলে এতিয়াও বুকু কপি উঠে😓
কিমান যে ধুনীয়া লাগিল একদম চুই গল । ❤️💫
সকলোলৈকে বিহুৰ বহুত বহুত শুভেচ্ছা 🥰
The ending.. and her voice in the end gave me chills ...
Great work! 💜
Deeplina baa your acting is super good....i just love your act🌷🌷🌷
পৰিপূৰ্ণতাৰে ভৰপূৰ এক মনোৰম কাহিনী.... সচাঁকৈ সেই জটিল সময়খিনি লৈ মনত পৰিলে বহুত বেছি ভয় লাগে,🤥 সেই দিন যাতে কোনো দিন ঘূৰি নাহে....🙏
হাজাৰ ব্যস্ততাৰ মাজত দুয়ো জনৰ মাজত থকা অকৃতিম ভালপোৱাৰ কাহিনীৰে মোক বাৰুকৈ আপ্লুত কৰিলে ,আমি প্ৰায় ব্যস্ততাৰ মাজত থাকি কিছুমান সমন্ধ হেৰাই যাব দিও বা গুৰুত্ব হেৰুৱাই দিওঁ অকাৰণত , সমন্ধবোৰ হেৰাই যাব দিব নালাগে, হাজাৰ ব্যস্ততাৰ মাজতো টনকিয়াল কৈ বান্ধি ৰাখিব লাগে ।।
সঁচাকৈয়ে।
@@madhujyagogoi203 😌❤️
@@nabanitasaikia2200 ধন্যবাদ ❤️
সঁচাকৈ 😌
@@itstanusvlog1539 tnq
দীপলিনা বা বুলি কলেই এটা বেলেগ অনুভূতি 💕❤️💕❤️
This shows the potential of our assamese film industry. The detailing of every scene is so on point. Not a single overdo. And Deeplina maam no words for you, always on top and just sublime.
Outstanding performance... Lv u so much ❤
ভাল লাগিলে। প্ৰেম জীয়াই থকাৰ এক বাস্তব জীয়া ছবি তাকে দুজন বা তিনিজনৰ কথোপকথনৰে সুন্দৰ পৰিকল্পনা। i like you and your channel
To all the people who have lost their dear and near ones to covid, all I want to say is that, this was an extremely suffocating and dark phase in all of our lives.. I hope we all will be able to slowly merge ourselves into the normality (whatever that means) and try to move on with our lives, because it is the only way. A huge thanks to deeplina ma'am and the entire team of windchime for paying such a huge tribute to all the family of covid casualties. Such heartbreakingly beautiful story. ❤️❤️
Deeplina baa is All Rounder ❤ she's so talented person ☺ she's good singer, good dancer also good humein being ❤❤❤ lots of love Deeplina baa ❤❤❤❤
Yes she is❤️
And also a vry good actress 🌚
সঁচা সঁচা লগা, ভাল লগা, মন সেউজীয়া কৰা এখন চুটি ছবি.... ধন্যবাদ দীপলিনা বা.. এনে এটি ছবি উপহাৰ দিয়া বাবে
Oh my god😭 What did I just watch? 😭💕
বহুত ভাল লাগিছে চুটি ছবিখন চাই আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ পৰি 🎉🎉
Beautiful story 😫 last two years unforgettable and difficult time for everyone 😖
Her voice♥ I really like the story concept. perfect video to watch in the rainy season. Absolutely amazing and heart touching.
@@npdefanceassam2850 6
Why are you spamming RUclips comment sections, i just saw you in lenzing weekly and taba yam ana's comment section 🙄😂.
আৰু আগুৱাই যোৱা deeplina । অতি সুন্দৰ হৈছে । চাই সঁচাই ভাল লাগিল বিশেষ কৈ কাহিনী টো । সুন্দৰ উপস্থাপন ।
ভবাই নাছিলো deeplina baa ❤😘 তুমি যে আমাক এনেকুৱা এখন উপহাৰ দিবা,🤗 Love you so much moromor ba ❤️🩹😊
হৃদয় চুই গৈছে, কণ্ঠ শিল্পী হিচাপে তুমি মোৰ প্ৰিয় আৰু এগৰাকী অভনেত্ৰী হিচাপে আজি আৰু প্ৰিয় হলা 💝 ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ সকলোকে 💐
Deeplina Ba মই বহুত আবেগিক হৈ গলো story2 চাই...কিয়নো জোবা দুবছৰ ধৰি সকলোবোৰ বহুত problem faced কৰিছে covid19....so সকলোবোৰ আগৰ দৰেই হৈ জায় জে। তাৰেই কামনা কৰিলো। ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏
Khokolu gunor khomragri amar deeplina joni education acting beuty and singing well-done deeplina bohut akha ase tumak ebar log pua🥰❤️😘
Deeplina ba hodai priyo hoie roba, mojja lagil ❤️❤️❤️❤️❤️👌👌👌👌
It was very intelligent of the director to keep the tiny details that makes the entire film so emotional
লʼৰাজনৰ মাতটো উফ!❤️...ভাল লাগিল কাহিনী তো❤️
Kamal lochan dada nki..?
@@piku...correction2899 No , it was CHANDAN DAS
Excellent..Deeplina , ur singing,.ur voice, ur acting, unbeliveble, may God Bless You. Stay Blessed.
Everybody would love to hear the full version of this beautiful "Nisukoni Geet" .
Beautifully portrayed ❤️
This film makes me cry🥺🥺🥺😭😭😭😭😭😭heart touching❤️❤️❤️❤️lots of love deeplina ba💕💕💕💕
Covid19 positive হোৱা প্ৰতিটো ৰোগীয়ে নিজৰ জীৱনৰ সেই কঠিন দিনকেইটাৰ এটা বাস্তব দৃশ্য দেখা পাৱ আপোনাৰ এই Short story টোৰ যৰিয়তে। সচাকৈ বহুত ধুনীয়া অভিনয় কৰিছে।
বহুত ভাল লাগিল চুটি ছবিখন চাই 💕❤ । বহুক্ষেত্ৰত নিজকে relate কৰিব পাৰিছো । ক'ভিড পৰিস্থিতিৰ সেই ভয়াৱহ সময়খিনি আমাৰ সকলোৰে জীৱনলৈ আৰু কোনোদিনেই যেন নাহে তাৰ বাবে সদায় প্ৰাৰ্থনা কৰিম 🙏। দীপলিনা বাৰ অভিনয় বহুত ভাল লাগিল । ❤❣💖
ভয়লগা সময়বোৰ (২৩ মিনিটত পুনৰাবৰ্ত্তন হৈ গ'ল সকলো) অলপ বেলেগ অনুভূতি, আৱেগিক হৈ পৰিলো,ভালে থাকক সম্পৰ্কবোৰ। কাহিনী,চৰিত্ৰৰ বিষয়ে ক'বলৈ শব্দৰ অভাৱ ❤
আপোনাৰ প্রতিটো ধাৰনাবোৰ কিবা বিশেষ যেন লাগে | আপুনি ধুনীয়া বাবে আপোনাক ভাল নাপাঁও, আপোনাৰ চিন্তাধাৰাবোৰ ভাল পাঁও | ❤
Loved the beautiful short film. Best from Deeplina Deka👍💯
Loads of best wishes. Many congratulations for this outstanding performance.
হৃদয় চুই যোৱা কাহিনী, অভিনয় ইমান ভাল হৈছে যে কেনেকৈ ২৩:৩৪সময় পাৰ হৈ গ'ল গমেই নাপালো।
অতি সুন্দৰ আৰু মনপৰশা কাহিনী আৰু স্বাভাৱিক অভিনয়ৰে ভৰা এই চুটি ছবি খন চাই খুব ভাল লাগিল, লগতে সেই ভয়াবহ ক'ভিডৰ সময়লৈ মনত পৰি গ'ল। আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগলৈও যাতে এনেকুৱা ছবি চাবলৈ পাও, তাৰ বাবে আশাৰে বাট চালো।
ভাল হৈছে পৰী। অভিনয় বহুত উন্নত । আশা ৰাখিছো এই ধাৰা অব্যাহত থাকিব ।
The constant ambulance siren in the background, the fishmonger and everything.. The team totally captured the entire covid scenario to tiniest details.. Such perfection 👍👍
👍
@@kashyapeedas4972 :)
এই কাহিনী তো চাই সঁচাই হৃদয় চুই গ'ল, শেষৰ Seen তোয়ে মোৰ চকুৰ পানি উলিয়াই দিলে।
দীপলিনা,,,,,,বৰ ভাল লাগিল চাই, হৃদয় চুই যোৱা এটি সুন্দৰ কাহিনী, অভিনয়ৰ লগতে উপস্থাপন বৰ ধুনীয়া হৈছে,সহঃ অভিনেতা, অভিনেত্ৰী নথকাকৈয়ে এটা মাত্ৰ ম'বাইল ফোনেৰে ইমান সুন্দৰ অভিনয় ,,,,, আচৰিত,, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ,,,,,,
উফ ইমান ধুনীয়া অভিনয়... এখন জীয়া ছবি❤❤.. অন্তৰ চুই গল😢
কিছু আবেগিক, কিছু মিঠা, কিছু বাস্তৱ নিদৰ্শন ভিন্ন মনোৰম ভাল লাগিল 😪😍👌
This is "You",proving your talent through your hard work and dedication, much love.
Really no words...
Just hats off to all the mother/wife father/husband who have suffered a during the pandemic.... U already doing so much for ur loved ones❤
উফফফ....
কবলে ভাষা নাই, ইমান ধুনীয়া,ইমান দুখলগাকৈ বনাইছে। চকুপানী বাধা দিব নোৱাৰিলো,বুকুখন এতিয়াও বিষাই আছে 😭😭😭😭😭😭
সুন্দৰ কাহিনী, সুন্দৰ অভিনয়।কভিডত বুকু সুদা সকলোলৈকে সমবেদনা জ্ঞাপন কৰিলো 🙏🙏🙏
At the last moment my eyes filled with tears.Deeplina ba's voice,just wow✨✨
শব্দ পোৱা নাই কবলৈ।অভিনয় হদয় চুই গৈছে আৰু এই কাহিনীটো Part 2 টো পাম বুলি আশা থাকিল ☺আমাৰ ফালৰ পৰা বহাগ বিহু শুভেচ্ছা জনালো 💕❤
😁🤭
Some stories do not need a Part 2.
ইমান ধুনীয়া লাগিছে দিপলীনা বা ছবিখনৰ কাহিনীটো সচাকৈ বহুত বেছি ভাল লাগিছে চাই। বহুত দিনৰ অপেক্ষাত Wind chime চাব পালো সচাকৈ অন্তৰ চুই গৈছে ❤️আগুৱাই যোৱা বা তুমি বহুত বহুত মৰম আৰু আশীৰ্বাদ থাকিল বা তোমালৈ। Lost of love.. Love from sipajhar 😘😘❤️❤️
Such a phenomenal piece of work Deeplina..absolutely loved your natural performance..
সঁচাই শুব সুন্দৰ অভিনয় deeplina baa ❤,,keep working on such short films🥰,,..God bless you 🧡
@deeplina ছবিখন খুউব সুন্দৰ হৈছে। শুভেচ্ছা মৰম সদায়ে আছে ❤🌹
হাঁহি ভাল পোৱা ল'ৰাজন❤️🌕❤️
হাঁহি অবিহনে জীৱন✨
আধৰুৱা যেনেকৈ✨
থিক তেনেকৈ তোমাৰ✨
অবিহনে মোৰ জীৱনো✨
আধৰুৱা তেনেকৈ ❤️🌕❤️
Brilliant job, Deeplina and Team.
We need videos of high standards in Assamese and this is a starting. Keep your good works and is highly appreciated. Congratulations!
কাহিনীতো চাই মনতো গধূৰ হৈ পৰিল। Covid 19t আপোনজনক হেৰুউৱা প্ৰতিজন ব্যক্তিলৈ গভীৰ সমবেদনা 🌟💚
Excellent Deeplina, you are absolutely all rounder. Love you 🙏
অপেক্ষাৰ অন্তৰত❤️
বহুত ধুনীয়া, এনেও প্ৰিয় তুমি😘
ৰঙালী বিহুৰ বহুত মৰম যাচিলোঁ আগতিয়াকৈ💖
মৰম বোৰ এনেকৈ এ বা❤️❤️❤️
কবলৈ একো ভাষা নাই...... সঁচাই হৃদয় চুই যোৱা এটা কাহিনী। ভাল লাগিল বহুত।❤️🥺
😪😔☹️
Ki bujili km ny fl2
@@jitenrabha9631 🙄🙄
Amazing piece of work..Really loved watching.. great acting skills. Keep shining Deeplina.
মন চুই গ'ল।কাহিনী,উপস্থাপন ,সংগীত,অভিনয় সাংঘাটিক সুন্দৰ।
You are a best singer. Oh jana kya bat hay. May to abhi tak aa bhi nahi paa raha hoo industry PA.
Goosebumps DB.
Now, that's a true concept of high standards. Truly touched. Juwa 3/4 bosor bohut family ene sudden eta shock paise. Tumi eman dhuniya k showcase korisa. Love you DB & my sincere respect to the entire team of "Windchime" 👑❤️
জীৱন যুঁজখন সঁচাই বৰ কষ্টকৰ, কভিদে মানুহক বৰ বেয়া কৈ প্ৰভাৱ পেলায় গল, অভিনয় সুন্দৰ, পৰিচালনাও খুব সুন্দৰ
Her voice is sooooo soothing even if she is not singing 🥺❤️✨
Hasake khub xundar story ❤️deeplina ba acting bar xahaj saral... Hasake birt val lagise sai😍😍
বহুত ভাল লাগিল। Just চালোঁ। কান্দি গ'লো😒মই ভাবি আছিলোঁ এনেকুৱা end নহওঁক . . কিন্তু তেনেকুৱাই হ'ল! Still crying😔
Finally the most and much needed topic like COVID-19🦠😷 thanks to dr Deeplina ba
A big round of applause to the whole team and specially Deeplina Baa.. Just Loved it... Beautiful story..
Losing someone you love is so difficult to resist... A heart touching movie... kudos to the entire team 💕
Mind blowing, just awesome... I love everything about this short film... Level headed
Mur khub moromor bow ejoniloi monot pori gol film khon sai. Sokupani rokhabo nuarilu. Taiuu covid t dadak heruwale. Ejon husto hobol manuh asorit bhaba nuhuwa hoi gol covid t.
U r a real talent Deeplina..u r allrounder❤️
🥺♥️কাহিনীটোয়ে হৃদয় চুই গল।।🥺♥️
কমেন্ট পৰিব অহা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ❤❤
Thnku
😄
Yeah... This is what kind of Short Movie We want... Thank You So much Deeplina, Anamika baa and everyone...
Specially the Ending Song... ❤️❤️❤️
সঁচাকৈয়ে, এই মহামাৰীয়ে কাৰ যে কিমান কপাল আৰু হৃদয় উদং কৰিলে..........
The last clip near the mirror got me goosbumps. Kudos to such excellent work.
This kept me deeply engaged for whole 23 mins😇
15:00 ৰ সময় খিনি চুই গল । মানুহবোৰ হেৰাই যায় কিন্তু মৰমত দিয়া নামবোৰ থাকি যায়, বাবা।।❤️
Touched.A gentle reminder to everyone to hold on to their loved ones.Stay safe everyone.
Best ever heartouching short film...literally I am crying..
কাহিনী আৰু অভিনয়ৰ সাৱলীলতা শলাগিৱলগীয়া! ক'ৰণাকালৰ সেই দুসময়ে কিমানৰ যে আপোনজনক কাঢ়ি লৈ গ'ল! কিমানযে দুঃখ-দুৰ্গতি কৰিলে। আকৌ যাতে ঘূৰি নাহক, তাৰেই একান্ত কামনা। পুনৰ এবাৰ দীপলীনাৰ অভিনয়ৰ শলাগ লৈছোঁ।
Everything is amazingly done by Deeplina and her team.
বহুত ধুনীয়া লাগিল short movie খন । অন্তৰ চুই যোৱা সুন্দৰ অভিনয় ।
Really Amazing and heart touching short film Baa😘😘❤️❤️🤞🤞aru aagorloiyu jate Aapuni aamak anekuwa dhoronor real story short video bur di jabor buli aaxaa raxilu Baa😘😘❤️💟❤️🙏🙏😘😘😘❤️❤️💚💚🤞🤞
Khub sundor hoise deeplina ba xodai anekoi aguai jua tare kamona krilu👌👌
Mind blowing jst another masterpiece of Deeplina ba❤️
Vry vry vry amazing nothing to say more jst worth it ❤️
It's absolutely a realistic short film✨.... with a unique character played by you Deeplina Baa☺️... The last part of the film was the most painful ones...😔.... Sending lots and lots of love ❤️🎀❤️to Deeplina Baa.... from Dergaon Golaghat 🏘️🏡....
বহুত ভাল লাগিল দিপলিনা বা ।।।।😍 💞😍আপোনালৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।। 💞💞💞
The covid situation was beautifully portrayed 🤧😢during this time period we lost many of our near and dear ones....hats off to deeplina baa for this beautiful and heart touching work..
Everything is perfect. Marvelous acting 👏
This short film is really amazing in terms of acting ,direction ,music .I mean everything is superb.Simply loved it .God bless