Deeplina Deka OPENS UP || Relationship, Family & UNTOLD Stories || Assamese PODCAST || Episode:37

Поделиться
HTML-код
  • Опубликовано: 23 ноя 2024

Комментарии • 1 тыс.

  • @aboyobbhuyan
    @aboyobbhuyan  Год назад +259

    Eman dhuniya, dhuniya comments diya’r babe dhonyobaad. Deeplina Baa’k bhal pua advantage tu moiu loi lolu 🤓🫰🏼 Next kak matu aru?

  • @rimleebora6179
    @rimleebora6179 Год назад +73

    Deeplina তোমাৰ মানসিকতাক হলাগ লৈছো। আনে যোৱা বাটেৰে যোৱা নাই বাবে তুমি অনন্য। সেইবাবে তোমাক ভাল লাগে। সলনি ন'হবা। love you❤😘

  • @kuladipsarma6847
    @kuladipsarma6847 Год назад +39

    What a line.. বেয়া কাক পোৱা যায়, যাক ভাল পোৱা যায় !

  • @kinderworldstorytime3583
    @kinderworldstorytime3583 Год назад +25

    Deeplina, মই হয়তু তোমাৰ মাতৃসম, ইমান সুন্দৰ চিন্তাধাৰা, ইমান মন চুই যোৱা উত্তৰ, সঁচাই বৰ ভাল লাগিল, সদাই এনেকুৱা হৈয়েই থাকা আৰু জীৱনত আগবাঢ়ি যোৱা
    Aboyob ৰ প্ৰশ্ন কৰাৰ ধৰণ ও সঁচাই প্ৰসংশনীয় ❤

  • @Stardust_cruise
    @Stardust_cruise Год назад +107

    Deeplina Deka is much more than a singer. This is the second time i have seen her being so candid & frank about everything. She's philosophical, dreamer, enthusiast and much more. I can relate to her in almost every way possible. Love the way she adapts or intensifies any situation in life. That is actually motivating. I hope she gets whatever she desires in life. She is a genuine soul❤.

  • @Dilipdas-zi4cd
    @Dilipdas-zi4cd Год назад +5

    মই ইমান দীঘলীয়া সাক্ষাৎকাৰ জীৱনত চাই পোৱা নাই, কিন্তু এইটোৱে প্ৰথম চাইছো,বহুত ভাল লাগিছে ,আৰু পিছলৈ এনেকুৱা ভাল ভাল কথা জানিব পাৰিম বুলি আশা কৰিলো, শিলচৰৰ পৰা চাইছিলো। ধন্যবাদ ।

  • @sumitradeb8538
    @sumitradeb8538 Год назад +9

    দিপলীনা সদায় এনেকৈ আমাৰ মৰমৰ জনী হৈ থাকিবা❤ অহংকাৰ নথকাৰ বাবেই বহুত শিকিব পাৰিছা ভালে থাকিবা❤

  • @MintuDas002
    @MintuDas002 Год назад +5

    Deeplina baaa❤ তোমাৰ মানসিকতাক হলাগ লৈছো। আনে যোৱা বাটেৰে যোৱা নাই বাবে তুমি অনন্য। সেইবাবে তোমাক ভাল লাগে। সলনি ন'হবা। love you❤😘

  • @dipjyotibora2705
    @dipjyotibora2705 Год назад +21

    ইমানেই ভাল লাগিছে যে অৱয়ব তোমাক বুজাব নোৱাৰিম৷ অপ্ৰিয় সত্য কথা এটা কওঁ তোমাক ' তুমি আগতকৈ বহুত পৈণত হৈ গ‘লা-- আৰু ভালকৈ সাৱলীল ভাৱে আগুৱাই যোৱা৷ বাকী দীপ------ লীনা সচাকৈ Deep য়েই আৰু৷ 😊😊

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 Год назад +7

    বহুত ভাল লাগিল। দিপলীনা ডেকা very intelligent. আগুৱাই যোৱা। নতুন প্ৰজন্মক সাক্ষাৎকাৰটোৱে প্ৰভাৱ পেলাব।

  • @kdeka15
    @kdeka15 Год назад +7

    আজিৰ অনুষ্ঠানটো সচাঁই বহুত ভাল‌ লাগিছে। সচাকৈ বহুত আধ্যাত্মিক । দিপলীনা বা'ৰ‌ যে‌ এনেকুৱাও এটা গুন আছে, সচাঁই বহুত ভাল লাগিল। একদম বৰ্তমানৰ সকলো মানুহৰ জীৱনটোৰ লগত খাপ খুৱাই কথাবোৰ কৈছে । positive Energy এটা পালোঁ।

  • @krishangikoushik6636
    @krishangikoushik6636 Год назад +34

    Medical- engineering - singing- acting - dancing...what a splendid life..i wish if my parents would have also agreed to follow the same path like you did... anyways our Assamese industry is far apart the best then the Bollywood ones😌

  • @riturajhazarika7515
    @riturajhazarika7515 Год назад +2

    Sonsol monor goraki jodiu deeplina bor calm and compose hosakoie sage jibon tu sundarkoi bujibo khokhyom hoise... Deeplina you beauty ❤️

  • @bjseverything5889
    @bjseverything5889 Год назад +9

    এই পৰী বা জনী কিয় এনেকুৱা নো? এইবিলাকৰ কাৰণেই বহুত বেছি ভাল পাওঁ। এদিন বা তোমাক লগ পাবলৈ বহুত বেছি আশাঁ আছে। মৰাৰ আগত এবাৰ লগ পালেই সুখী হ'ম। লগ পাই কি কৰিম সেইটো নাজানো কিন্তু অলপ সময় নিৰবতাৰে চাই থাকিম যে সেইটো থিক। বহুত বেছি ভাল পাওঁ বা তোমাক। এবাৰ লগ পোৱাৰ আশাঁৰে বাট চাম.....। ❤ Form DHEMAJI

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 10 месяцев назад +2

    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। সুন্দৰ আৰু সুৰীয়া কন্ঠৰ অধিকাৰী হয়।

  • @saniyabegum9757
    @saniyabegum9757 Год назад +3

    Xosake deeplina baar kotha bur bohut deep kiba eta xanti onuvob hoy💞🥺

  • @Zhilmil1804
    @Zhilmil1804 Год назад +2

    Deeplina dekar bohut interview saisu ,but eitu t besi mon khuli kotha kuwa jen lagise❤

  • @Dipangkhi
    @Dipangkhi Год назад +3

    Xosakoi deeplina bar ei interview tu khokoluwe suwa usit bohu kotha khikai thoi gol❤❤❤❤

  • @PriyanujDeka-g5l
    @PriyanujDeka-g5l Год назад +2

    বিভিন্ন ধৰণৰ কথা পাতি বেলেগ বেলেগ অভিজ্ঞতা আমাক দি থকাৰ বাবে ধন্যবাদ,আশা ৰাখিছোঁ আৰু বহুত বেছি ধুনীয়া ধুনীয়া কথা আমি শুনিবলৈ পাম।

  • @manibankalitanath3648
    @manibankalitanath3648 Год назад +7

    বহুত বেলেগ ভাল লাগিল আজি এই পদকাষ্ট টো । মন সুন্দৰ কথা সুন্দৰ ,,, সুন্দৰ দীপলীণা ৰ ব্যক্তিত্ব । লগতে তোমালৈও বহুত ধন্যবাদ এই বিশেষ বিশেষ ব্যক্তি সকলক ওচৰৰ পৰা পোৱা সুযোগ কণ দিয়া বাবে । উন্নতি কামনা কৰিছোঁ মই কামৰূপৰ শিংৰাৰ পৰা ।👍

  • @krishanuk
    @krishanuk 8 месяцев назад +1

    ভবাই নাছিলো, দীপলিনাৰ চিন্তাধাৰা ইমান deep বুলি।😊 খুব ভাল লাগিল পডকাষ্ট টো। দীপলিনা, অবয়ব আৰু Untold teamৰ সকলোলৈকে অলেখ শুভেচ্ছা।
    - কৃশানু দা, ফ্লৰিদা

  • @leeborah98
    @leeborah98 Год назад +4

    i have to say deeplina ba is like an ART. heidina khn ranmou t ata blg kotha soilyre podcast dsile aji apunar show tur lgt khap khuai dress code plus vibe plus ktha kuar style .. uff how can someone be so damn perfect in every situation in every field.. Heikrne sage ai mnuh goraki mur bor priyo❤️❤️..

  • @nikhilranjandas1487
    @nikhilranjandas1487 Год назад +22

    ভালে লাগিল চাই, দাদা নিলাক্ষী নেওগ বাক যাতে সোনকালে আপোনাৰ এই পদকাষ্ট ত দেখা পাওঁ এইটো মোৰ অনুৰোধ থাকিল ।❤ বাকী বহুত ধুনীয়া চলি গৈ আছে পদকাষ্টবোৰ প্ৰায়খিনি চাইছোঁ ।😍শেষত আকৌ এবাৰ অনুৰোধ নিলাক্ষী বাক লাগে অতি সোনকালে ।❤️😍

  • @hasibulhoquebarbhuiya6954
    @hasibulhoquebarbhuiya6954 Год назад +3

    "Aapun bhaley jogot bhal", true lines❤❤

  • @Mumumou2006
    @Mumumou2006 Год назад +1

    Ai baa joni has my heart...like seriously mane kotha xuni thakile amoni nalage

  • @SasankaBorah-kx6uu
    @SasankaBorah-kx6uu Год назад +21

    দিপলিনা বাৰ কথাখিনি শুনি বহুত ভাল লাগিল❤ লগতে অবয়ব দা তুমিও আগুৱাই যোৱা❤

  • @eniarakhatun4996
    @eniarakhatun4996 6 месяцев назад

    দীপলিনা বাৰ কথাখিনিয়ে মন চুই গল❤️

  • @deviddhanhazarika6278
    @deviddhanhazarika6278 Год назад +10

    Such A Good Personality Deeplina deka ❤️
    Val Lagil episode to sai 💝
    কবি নীলিম কুমাৰক লাগে এটা খণ্ডৰ বাবে 🥰

  • @PreronaBora-hn3pf
    @PreronaBora-hn3pf Год назад +4

    She is very unfiltered. And I personally think that what we think about her that she is this that at all...she is not satisfied with it and she doesn't know actually that what she is... Lots of love from Sivasagar. We love you baa 🥰🥰🤗🤗👍.

  • @anupbhattacharjee4518
    @anupbhattacharjee4518 Год назад +10

    প্ৰথম বাৰ ইমান দীঘলীয়া podcast scrip নকৰাকৈ চালোঁ 😊 দুয়ো জনলৈ আন্তৰিক শুভেচ্ছা 🎉 আগুৱাই যোৱ 😊

  • @Dhansd
    @Dhansd Год назад +2

    Please please Megharanjani baa r interview luwa ….. Deeplina bar dore megha baa r kotha bur o xunibO mon jai please it’s a humble request .❤😊

  • @kasturidutta2874
    @kasturidutta2874 Год назад +4

    দাদা, আপোনাৰ podcast r পৰা বহুত শিকো।আপোনাৰ প্ৰশ্ন বোৰ খুবেই সুন্দৰ বাচনিৰ ।বহুত গভীৰ।ম ইয়ো বহুত গভীৰভাৱে ভাবো কথাবোৰ সেয়ে আজিৰ বা আৰু আপোনাৰ কথাবোৰৰ পৰা বহুত শিকিলো আৰু বহুত relate কৰিব পাৰিলো।আপুনি আগুৱাই যাৱক দাদা❤️❤️।দীপলিনা বাৰ ব্যক্তিত্বৰ প্ৰেমত পৰিলো।বায়ে খুব পৰোক্ষভাৱে উত্তৰ দিছে😌

  • @mitalibarua8190
    @mitalibarua8190 Год назад +1

    অবয়ব তোমাৰ কথোপকথনৰ যোগেৰে যিটো প্ৰশ্ন উপস্থাপন কৰা সেইটো দিশ চাই মই বহুত ভাল পাওঁ। আচলতে এই গুণটি তোমাৰ মানিব লাগিব। বাকী সুন্দৰ ,,,

  • @sideeffecttpuan9328
    @sideeffecttpuan9328 Год назад +6

    অবয়ব দা ই‌ংৰাজীত টান টান শব্দ বিলাক পাৰিলে অলপ অসমীয়াত কব চোন ।
    কাৰণ মোৰ দৰে অসমীয়া মাধ্যমত পঢ়া আৰু লগতে উচ্ছ শিক্ষিত নোহোৱা সকলৰ কাৰণে আপোনাৰ Podcast বিলাকৰ পৰা বহুত কথা শিকিবলৈ সহজ হব বুলি ম ই ভাবো । ❤❤

    • @sliceoflife1600
      @sliceoflife1600 Год назад +4

      Eibur koi nijoke xantona nidiba. Surabhi das je aji mumbait kaam kori ase taiu oxomiya mediumt porhisil. Moi nijeu oxomiya mediumt porha. Delivery boy kaam koru kintu ghrle ahi rati English xiku. Nuaru nuaru ke thakile xodai nuara ke thaki jaba

  • @sunishakalita3615
    @sunishakalita3615 Год назад +4

    Communication gape tur kothaje koisa ekdom xosa kotha. Amiu face korisu eibor problem. Khub bhal lagil ajir Podcast tu.

  • @kankanaborgohain1116
    @kankanaborgohain1116 Год назад +19

    She is so natural 🥺❤️very innocent... lots of love baa❤️😌

  • @rajdeep0999
    @rajdeep0999 Год назад +2

    sdha khota, aitu cmt deeplina mam or loi k pabo goi lagae, bhal pai pelalu ohh aii tumak❤️, love frm Haflong ❣️

  • @missdeep12
    @missdeep12 Год назад +10

    No drama only real, honesty... Amazing 🤩

  • @Rahulsaikia04
    @Rahulsaikia04 Год назад +1

    এই পদকাষ্টটো কেৱল দিপলীনা বাৰ বাবে চাইছো... 😍😍😍😍 তেওঁ উশাহৰ দৰে কিন্তু মৰমৰ বা এই জনমত....
    .
    মৰমৰ বা ৰ এই মৰম লগা চকুযোৰী মৰম লগা কথাবোৰ মৰম লগা চিন্তা বোৰ আৰু এগৰাকী সুন্দৰ ব্যক্তিত্ব হিচাপে পৃথিৱী ভাল লাগে তেওঁক..... এই পৃথিৱীৰ মৰমবোৰ বা ৰ চৰণত সপি দিব পৰা হ'লে.... ধন্য হ'ল হেতেন এই জীৱন ❤❤❤❤❤❤ বা..... মৰমৰ দিপু বা..... ❤❤❤❤❤❤❤ জীৱনৰ অন্তিম উশাহ থকা লৈকে বাৰ বাবে কিবা এটা কৰিম মই এই সপোনটো মই ভাবি থৈছো... ❤❤

  • @metintaye282
    @metintaye282 Год назад +12

    She is adorable in the whole podcast 😊😊

  • @junmonigohain16
    @junmonigohain16 Год назад +5

    বহুত ভাল লাগিল অবয়ৱ আজিৰ অনুষ্ঠানটো।দিপলীনাই খুবেই সুন্দৰ সুন্দৰ কথা আগবঢ়ালে❤❤❤ বহুত ভাল লাগিল।অ' আৰু এটা কথা --আজি গুণেশৰৰ মাতো শুনিলো বাহিৰত । মই আকৌ আমাৰ জেকিয়ে মাতিছে বুলি ভাবিছিলো ।তাৰ মাতটো শুনি মৰম লাগি গ'ল ❤।

  • @munukalita8935
    @munukalita8935 Год назад +3

    Deeplina r sob kothai val lagil... fully perfect.. but 1ta kotha akebare wrong kole (mur mote)

  • @karnikadas6362
    @karnikadas6362 Год назад +13

    Waiting for Bishrut Saikia in your upcoming podcast ❤

  • @kakalidas7450
    @kakalidas7450 Год назад +10

    From this interview came to know about Diplina's personality , very sweet and matured

  • @dishahazari3442
    @dishahazari3442 Год назад +1

    Tair kotha bur hunile video skip koribole mon najai...such a talented and attractive artist

  • @rikisaikiagogoi2192
    @rikisaikiagogoi2192 9 месяцев назад +3

    Deeplina with deep philosophy,deep understanding and deep knowledge..Borhiya lagil

  • @kalpanakataky9092
    @kalpanakataky9092 Год назад +2

    অবয়ব আৰু দীপলিনা প্ৰশ্ন সোধা আৰু লগতে উত্তৰ দিয়া ইমান ভাল লাগিল ।আৰু এটা ভাল podcast চালো। দীৰ্ঘজীবি হওঁক তোমাৰ show অবয়ৱ। সুন্দৰ অতিথি মাতি থাকা আজিৰ দৰে। ময়ুৰ ৰ দৰে।ডিম্পুৰ দৰে।❤from nagaon

  • @RakibikbalHussain
    @RakibikbalHussain Год назад +3

    Podcast hole enekuwa hobo lage baa ji kotha kole❤we love u deeplina baa❤

  • @rashmiwary2624
    @rashmiwary2624 5 месяцев назад

    Khub bhal lagil aji Deepleena ba r khotha huni. Love for being spiritual and positive ❤

  • @Juju_Das
    @Juju_Das Год назад +49

    Deeplina has such a great personality. In a world that often rushes by, Deeplina is a gentle reminder to pause, breathe, and appreciate the beauty that surrounds us. With her unwavering belief in the goodness of humanity, she radiates a warmth that leaves an indelible mark on everyone fortunate enough to cross her path.
    And the richness of her voice is matched only by the depth of emotion she infuses into every sentence. Whether sharing stories of triumph or offering words of comfort, Deeplina's voice resonates with empathy, forging connections that linger long after the conversation ends.

  • @sabinasultan6304
    @sabinasultan6304 Год назад +1

    Moi 2 September t Dimpu r vdo saute ai podcast channel tu bikhoi gom palu ,aru hai Dina pora hodai eta koi program sau ...... program tu sai bor val lagise, akha koru aru dua koru tumalukor ai channel tu hodai enekoi sali jauk aru viewers barhijauk jen....keep it up

  • @sajidulahmed5876
    @sajidulahmed5876 Год назад +3

    Superb episode n nyc question.. Diplina bar khata khini o bht bhal lagil.. One of my fv story

  • @ridetoplants1779
    @ridetoplants1779 Год назад

    দ্বিতীয় অংশ লাগে ভিডিঅ'ৰ ,ইমান মনপৰশা অনুষ্ঠান,খুব ভাল লাগিল, কামৰূপ,বকো,শিংৰা

  • @surajitdeka9466
    @surajitdeka9466 Год назад +4

    Excellent , ultimate episode... thanks a lots Aboyob Bhuyan ...

  • @ThE_SuTrADhAr_BoYz
    @ThE_SuTrADhAr_BoYz Год назад +2

    Bht besi val lagil Deeplina bar kotha khini xuni mon sui gol ❤❤❤

  • @lunathakuria401
    @lunathakuria401 Год назад +6

    The way of questioning and her answering style... Both are appreciable and knowledgeable... She is my fav singer one❤️❤️🥰

  • @kandarpakumar8347
    @kandarpakumar8347 Год назад +1

    Tmr video বিলাক সদাই বহুত ভাল লগা হৈ যাব ধৰিছে । Tmi bahut uprloi jwa

  • @dhoritridowerah678
    @dhoritridowerah678 Год назад +10

    Such a great, knowledgeable,deep interview,oh my God she is a purest soul along with a singer... Every artist should be like her to see around the world in a different way..❤ make my day... blessed ❤️

  • @gitikadas6033
    @gitikadas6033 Год назад +2

    Bhut val lagile...olpo skip nkorakoi podcasts to salo .....mon tu vl.lgi gl...❤️😌love from goalpara

  • @dhirupathak5878
    @dhirupathak5878 Год назад +8

    সুন্দৰ কাম হাতত লৈছে দাদা❤ সদাই এনেকৈ a থাকিব content সলনি নকৰিব চাব ১ বছৰ পিছত আপুনি result পাব ❤love from barpeta ❤

  • @sunilsonowal6605
    @sunilsonowal6605 Год назад +2

    Khub val lagise... Amar akhom otu enekua ata RUclips channel or khub dorkari... eayar dara amar youth generation or khub benefit hobo... bohu khini nojona kotha teuluke hikibo paribo God bless you...🙌👏👏👏

  • @nabajyoti_5789
    @nabajyoti_5789 Год назад +3

    এতিয়ালৈ পদকাষ্ট চোৱাৰ ভিতৰত এইটো সৰ্বশ্ৰেষ্ঠ পদকাষ্ট ।

  • @uttamgogoi8471
    @uttamgogoi8471 Год назад +1

    অনুষ্ঠানটো চাই ভাল লাগিল, সচাঁকৈ। ❤️

  • @darshanaburagohain5146
    @darshanaburagohain5146 Год назад +9

    Podcast should be like this...Topic should be like this.the way abyob da asked the way deeplina ba answered. Both have such a beautiful mentality I literally liked the way they talk.♥️

  • @gitikadevi325
    @gitikadevi325 5 месяцев назад

    Deeplina is an extraordinary girl....
    ..log pai kotha patibo mon Jai, nice episode

  • @dhonagogoi2286
    @dhonagogoi2286 Год назад +4

    Dhuniya😍 vl lagil podcast 2 sai. Anakoi dhuniya dhuniya ka podcast kori aguwai jwa. Roster Doya ku 1bar 2mar podcast loi matiba buli akha korilu. Love from Duliajan♥️📌

  • @gangotri5474
    @gangotri5474 Год назад +1

    খুব ভাল লাগিল আজি,নৱপ্ৰজন্মৰ লিখক এগৰাকীক আমন্ত্ৰণ কৰিব বুলি আশা থাকিল ,কিছুমান লিখনিয়ে সাহস দিয়ে , কিছুমান লিখনিৰ শব্দই জীৱনটো উৎযাপন কৰিবলৈ শিকায় ।

  • @siman7a
    @siman7a Год назад +13

    She is so pure soul❤

  • @indrajittalukdar8830
    @indrajittalukdar8830 Год назад +2

    Moja lagil podcast tu Sai ek second skip Kora nai love from Guwahati Ganesh para

  • @pallabsonowal7715
    @pallabsonowal7715 Год назад +3

    Apunar podcast tur pora bohutu nojona kotha jnibole paw thnx alot 🎉 keep it up

  • @Dhonkulii
    @Dhonkulii 2 месяца назад

    সঁচাকে Deeplina ba you are psychologycal , your words touched my heart ❤️

  • @hemarabha8322
    @hemarabha8322 Год назад +3

    Of course best podcast 🌹❤️ teor kotha huniye thakibo mon goi thake, ek hundor monor odhikari teo aru aboyob tumar hahitu val lage u look better when u smile. Aru next podcast t Nilakshi baak dekha puar akha thakil.

  • @gupalguwala1842
    @gupalguwala1842 10 месяцев назад +2

    Love for jorhat brother val lagi bohut val val kam kori jua take bisaru 🤞❤

  • @riyanthakuria-wp8vu
    @riyanthakuria-wp8vu Год назад +21

    She can be a good story teller
    Lots of love ♥️

  • @merajahmed6519
    @merajahmed6519 Год назад +2

    Bohut vaal lagil ajir broadcasttu..love from Borhat Charaideo district

  • @freefirelover5696
    @freefirelover5696 Год назад +6

    Everything is temporary deeplina is so good ❤

  • @HirakjuotiDeka-zy2rg
    @HirakjuotiDeka-zy2rg 5 месяцев назад

    বহোতেই ভাল লাগে ভিদিঅ বোৰ চাই। নাজানা বহোঁতেই কথা শিকিব পাৰিছো বহো শব্দ জানিব পাৰিছো। আগলৈও আৰু ধুনিয়া ভিদিঅ পাম বুলি আশা ৰাখিলো। (মৰিগাঁও)

  • @nilotpalbharali9398
    @nilotpalbharali9398 Год назад +7

    Podcast with Ravi sharma. A man of qualities, he really has an aura or vibe that inspires others

  • @RehenasultanaBegum
    @RehenasultanaBegum Год назад +1

    Hosa koi bohut bohut bohut duniya kotha...koise deeplina ba❤❤❤❤❤

  • @bjseverything5889
    @bjseverything5889 Год назад +3

    KK and Muhonok Akeloge Lage Next Episode.
    KK and Muhonok Akeloge Lage Next Episode.
    KK and Muhonok Akeloge Lage Next Episode.
    KK and Muhonok Akeloge Lage Next Episode.
    KK and Muhonok Akeloge Lage Next Episode.

  • @paporisvlog915
    @paporisvlog915 Год назад +2

    Bhal lagil, I think beleg beleg field r manuh matile bhal lagibo kaorn cultural manuh khini r bohut interviews already ase.. Moi Louisiana/ US r pora sai asu almost every episode sau.. good work

  • @dhira_rajbanshi
    @dhira_rajbanshi Год назад +4

    Deep lean yeah❤❤ love her innocence 😊😊

  • @hirabhuyan2573
    @hirabhuyan2573 Год назад

    কথা আৰু কামৰ মাজত difference নাথাকিলে হল Deeplina। Abhay তোমাৰ prodcast চাই ভাল লাগে।

  • @munnaahmed5988
    @munnaahmed5988 Год назад +3

    Anekua Podcast laage Bhai... Bahut xikilu Bahut Nojona Kotha Janilu About Deeplina Deka❤... TEU AGORAKI Vaal singer e nhoi agoraki bahut vaal monor Manhu o hoi... Love From Mangaldai ❤

  • @sumusaikia7117
    @sumusaikia7117 Год назад +1

    For exmple piyuj Hazorikand angurlota,nd last one jyontamalla.

  • @princhgogoi2877
    @princhgogoi2877 Год назад +3

    Vl lgil sai bohut kotha janilu hikilu maku jur jobosti suwaisu 😁 deeplina ba always love you ❤️❤️❤️❤️❤️

  • @PallabiGogoi-yl2rt
    @PallabiGogoi-yl2rt 2 месяца назад

    Hampurna video 2 salu.. bht besi vl lgil sai..bhukhini vl hikibo parilu.. vgbane akhibad kribo 🙏 2mk.. mur moromor kaliza ba joni❤❤

  • @geetanjalisharma585
    @geetanjalisharma585 Год назад +7

    Such a realistic podcast...Just so inspiring....🙏

  • @kulajitdas5524
    @kulajitdas5524 Год назад +2

    Aboyob da apunak Kiba ata side r pra vl lge..krn ata youtube video 1 hours diya xohoj nhy but apunar video suwa pre so tq ❤️ aru vl kri juwa.

  • @bitumanidas4318
    @bitumanidas4318 Год назад +22

    It's a beautiful podcast. I am glad dat someone talked about spirituality and positivity.
    Deeplina deka baa , through your podcast people knowed about you I know. But terms very deep n spiritual realate topics you describe .. I just got to know about your soul purity and following the path of spirituality it's the main reason behind your humbleness behaviour towards the humans (I think). You inspire the today's generation and motivate many. Your work are also Fabulous. Yes humans can't be perfect but it's our duty to do good karma (work) in positive way and it resembles our sanskar of our soul.
    I hope this Channel also grow more and get every blessing from the universe.
    Small request as already some class11, 12 students said.. I am also fond of knowing spirituality - but I have not discover in assam podcast inviting someone talked about this terms in our mother language.
    I think today's generation needs something really this kind of learning, as we face mental issues like depression, anxiety, trauma bonds , childhood traumas etc many more.
    Hope to see something soon!
    Lastly- if someone read this long comment, frst sorry I wrote a essay but.. I think it necessary.
    #bepositive #spreadlove 🙏

  • @nabazyotibarman329
    @nabazyotibarman329 Год назад +2

    ভাল লাগিল বহুত,,,,বাকী কেইটা খণ্ডলৈ waitin'....

  • @shd483hiya
    @shd483hiya Год назад +7

    ধুনীয়া মনৰ মানুহ গৰাকীয়ে হল দ্বিপ্লিনা ডেকা ।বা love you ❤️🥀

  • @bidyut1870
    @bidyut1870 Год назад +7

    Completed the full show just now ,,,,,,,, Learnt too much from both of your conversations. Deeplina baa you are really amazing by personality. The way you answered all the questions in such a way that everyone should have a idea about your personality and can gain knowledge for life .
    Expecting more interviews like this ahead .
    Loved it ❤

  • @ankursambience1397
    @ankursambience1397 Год назад +1

    হিমু মামাৰ এটা interview লোৱা আৰু এনেকুৱা প্ৰশ্ন কৰা যিবোৰ সৰ্বসাধাৰণ ৰাইজৰ মনত সদায় Disturbance হৈ থাকে। কাৰণ ৰাইজৰ কিছুমান কথা সাংবাদিকসকলেও তেওঁৰ আগত উত্থাপন কৰিব নোৱাৰে বা কৰিব নোখোজে। ৰাইজেও সুধিবলৈ সেই মঞ্চ বা সুযোগকণ নাপায়। আশাকাৰো এদিন তোমাৰ Podcast ত দেখা পাম।

  • @arun0721
    @arun0721 Год назад +39

    I watch TRS and you, these are quality podcasts. Thanks and keep up the good work. 🇺🇲

  • @barnalitalukdar3355
    @barnalitalukdar3355 Год назад +2

    Bohut vl lge apunar Podcast bilak sai❤❤,,,,,axa koru oti xunkle zubeen Daa k o ai podcast t dekha pam 😊😘

  • @sajanrabha1679
    @sajanrabha1679 Год назад +5

    Wonderfully done and thank you so much

  • @Rupniyar
    @Rupniyar Год назад +2

    Deeplina bar voice...... Uff ❤❤

  • @benudharrabha1729
    @benudharrabha1729 Год назад +4

    Nice and impressive discussion Pori

  • @DeeplinaDekalove
    @DeeplinaDekalove Год назад +1

    Bohut besi Val lagile.njona bohu kothai janbo palu... deeplina ba 💕😘 love from BISWANATH CHARIALI