Gaurab t koi val,saktisal,rasal,logical to the point vasan dib para neta BJP t bahu ase LALAN SING, MR. DUBER,Anuraj thakur,Mrs.Sharaj etc.etc. Gaurab r vasan Ready made only.
Hello. Honourable Retd. Judge Sir. You being a M. P. You shud not use the word in parliament like " STUPID ". I think your past families were came from low lying Damp place. Don't try to hit any member in unparliamentary word. We the public also look in the parliament Members which member what's going to say. Thank-you. Retd. M.P. mohudoy.
ৰাজ নিতিৰ ক্ষেত্ৰত পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ পাগলে কি নকয় আৰু ছাগলে কি নাখাই পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ মই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় মই ধৰ্ম প্ৰাণ ৰাইজৰ জনতা সদস্য হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম সকলো ক্ষেত্ৰত সকলোও সময়ত মাফ নাই এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
অসমৰ একমাত্ৰ সাংসদ জন হৈছে গৌৰৱ গগৈ
বিজেপি অহংকাৰী কেইটাই গৌৰৱ গগৈ ক যিমান আক্ৰমন কৰিব সিমানে গৌৰৱ গগৈ জনপ্ৰিয়তা বাঢ়িব। ২০২৬ত তাৰ ফল অসমৰ ৰাইজে দিব উচিত প্ৰত্যুত্তৰ।
বিজেপি 🐒🐒🐒 কেইটাৰ পৰা আৰু কি ভাল আশা কৰিব 😂😂
গৌৰৱ গগৈ অসমৰ সম্পদ , অসমৰ গৌৰৱ । বিজেপি কিছুমান মন্ত্ৰী অহঙকাৰী আৰু অভদ্য শব্দ মুখত ব্যৱহাৰ কৰে।
With gaurav ❤
গৌৰৱ গগৈ সিংহ হৈ বিধানসভালে গৈছে শিয়াল হৈয় জোৱা নাই সকলোয়ে জানে তলৰ পৰা উপৰৰ মহললৈকে জানে।
বিজেপিৰ এইজন অভদ্ৰ সাংসদ।
অভিজিৎ গাংগুলী কলকতা উচ্চ নিয়ালায়ৰ প্রাক্তন ন্যায়াধীশ। তেখেত এজন উচ্চ নিয়ালায়ৰ বিচাৰপতি হৈ যিহেতু গৌৰৱ গগৈ ক ষ্টুপিদ বুলি কলে এইটো সাধাৰণ কথা কোৱা নাই। সদনত যেতিয়াই শাসক পক্ষৰ সাংসদে বক্তব্য ৰাখিব বিছাৰে তেতিয়াই বিৰোধী পক্ষৰ বিশেষ কৈ কংগ্রেসৰ গৌৰব গগৈয়ে সস্তিয়া জনপ্রিয়তা অর্জনৰ বাবে হকে বিহকে প্রতিবাদ সৃষ্টি কৰি সদনৰ পৰিবেশ কলুষিত কৰা দেখা যায়। অভিজিৎ গাংগুলী য়ে গৌৰব গগৈক জোকৰ মুখত ভালদবে চুণ সানি দিলে। এইবাৰহে বাহে কাঠে পৰিছে। বৰ্তমান অসমত কিছুসংখ্যক লোকে গৌৰৱ গগৈ য়ে সদনত কথা কলেই গদ গদ হৈ পৰে কিন্তু সেই ভাষণ বোৰৰ যুক্তি যুক্ততা আছেনে নাই বিশ্লেষণ কৰি নাচাই। কেৱল শাসকীয় দলক বিৰোধিতা কৰাৰ বাবেই গৌৰৱ গগৈ য়ে সদনত উচ্চস্তৰে ভাষণ দি সস্তিয়া জনপ্রিয়তা লাভ কৰিবলৈ প্রয়াস কৰে। গৌৰব গগৈয়ে সংসদত যে আন এজন বাঘৰ প্রবেশ ঘটিছে সেয়া বৰ্তমান অনুভব কৰিব।
@@kumudbaruah2001আপুনি ভালদৰে শুনক অধক্ষ্যই কাৰ অসংসদীয় শব্দ কাৰ্য্য বিবৰনিৰ উঠাই দিবলৈ বাধ্য হল। কাললৈ খ্যাতি ৰাখি থৈ গল আপোনাৰ বিখ্যাত ন্যায়ালয়ৰ ন্যায়াধীশ গৰাকীয়ে । এইয়া তেওঁৰ সমাজলৈ কি অবদান বুলি কব। ভালৰ পক্ষত নে বেয়াৰ পক্ষত ধৰিব। এনেকুৱা অসংসদীয় শব্দ এনে ব্যক্তি বিশেষৰ মুখত শোভা নাপায়।
@@kumudbaruah2001that means ,you can support Mr Ganguly, you and Ganguly both are same mentality people,
@@kumudbaruah2001tur naam tu jnkua braint thka ghiu kon u tenekuai..
গৌৰব গগৈই ছাৰ অসমৰ সোনালি সম্পদ হয়, গৌৰব গগৈই ছাৰ জিন্দাবাদ
😂
Maki mass to 😂😂😂
@@rameshpayang7871 murkho nki....masor puali jonmo hoi knke najana atai ankoi koi 😂😂😂....murkho sb 😅
বাপেকৰ জহত
@@ratulahom797 tnke hole central minister khiniloi sauk 😆😆😆....bapekor johot kimne ki kori ase
Gaurav Gogoi Right
নিলাজ বিজেপি নেতা কেইজন..তহতে অসম ধংস কৰিলি..
কোন ই আমাৰ গৌৰৱক গগৈক বেয়াকৈ কবলে... লগ পাব দে অভিজিত বোলা জনক দি আছোঁ....
গাতৰ চেঙেলি গাততে থাকা। বাহিৰলৈ ওলালে ডাঙৰ মাছে খাই পেলাব। 😂😂😂😂😂
গাতৰ চেঙেলিক ধৰিবলৈ ঘন্টা ঘন্টা জুপদি থাকে , চেঙেলি মাছ নিৰুগি বহুত দৰবৰ কাৰণে দৰকাৰী ।
Next CM of Assam
গৌৰৱ গগৈ।
😂😂😂😂😂😂😂😂
Gaurav Gogoi is a true leader of calmness and resilience. Next cm of Assam.
NEXT CM GOURAV GOGOI
গৌৰৱ গগৈ❤
Gaurav gogoi zindabad👌🎉
JOY Aai AHOM.
Nonsense bjp
Next cm Gaurav Gogoi axom
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
জয় আই অসম ❤️
aiudf sarkar ahily hob paribo
আশা কম
গৌৰৱ গগৈ অসমৰ গৌৰৱ
Balor. Gourav
নাথ ডাঙৰীয়া, শব্দ ভালদৰে ব্যৱহাৰ কৰিব। আমি তেখেতক সন্মান কৰো।@@pranjitnath3659
@@pranjitnath3659 toi aeitah nomunahe dexun kothate gm pai thuii bjp ....😂😂😂😂😂---######
@@RahulPatar-lf5psএই সকলক কয় লাভ নাই। কাৰণ নাথ বোলাজন হয় হিন্দু বাংলাদেশী নাইবা কংগ্ৰেছে গঢ়ি যোৱা সম্পত্তি বেচি বিজেপিয়ে 1500 টকাত কিনা মাথাত ঘিঁ বিহীন অসমীয়া।
এই আইটি চেলৰ ১৫০০ টকীয়া কেইটাৰ বাদে কোনেও বিজেপিক সমৰ্থন নকৰে । মই লিখিলেই বিজেপি ১৫০০টকাত বিক্ৰী হোৱা কেইটাই মোৰ লিখা ডিলিট কৰি দিয়ে।
Gourab gogoi sir l voot di joi jugto korok
2029 t BJP thakib je asha kom
বিজেপি নেতাই সদনত কেতিয়াও অপব্যৱহাৰৰ আশ্ৰয় নলয় শুনিবলৈ বেয়া হ'লেও এটা কথা কব লাগিব যে কংগ্ৰেছী নেতাই হে সদনত সহজ সৰল ভাৱত ভাষণ ৰখা দেখা পোৱা নাই আনকি মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দেৱক আৰু অধ্যক্ষ মহোদয়ক সন্মান কৰিব নেজানে গগৈয়ে
Gourab gogoi sir telent hoi bohut
Gaurav Gogoi zindabad
মই এজন এক্স বিজেপি হিচাপে জীৱন ত আৰু কেতিয়াও বিজেপি ক চাপ ৰ্ট নকৰো।। অকল হিন্দু মুসলিম কৰি কৰি বস্তু ৰ দাম বঢালে, চৰকাৰী সম্পদ বোৰ ব্যক্তিগত কৰি ললে। আমাৰ অসমৰ এজনে আক সীমা চেৰাই গোটেই অসমৰ চাহ বাগান ৰ মাটি বোৰ নিজৰ কৰি আছে, তাত ব্যক্তিগত হস্পিটেল বনাইছে, ইংৰাজী মাধ্যমৰ বিদ্যালয় বনাইছে।। উজনি অসমৰ লৰা ছোৱালী য়ে প্ৰতিবাদ কৰিলে কবিতা লিখিলে ডাইৰেক্ট আলফা সজাই মাৰি পেলাই নহলে জেল পঠাই দিয়ে।।
সাংসদ জোৱা বাদেই ইয়াৰ পিছত মুখ্য মন্ত্ৰী হোৱা নিছিদ হৈ আছে তেতিয়া জ্বলি চাই হৈ জাৱ বিজেপি চৰকাৰৰ মানুহ বিলাক তেতিয়া অসমৰ মানুহে ভাত এসাজ ভালকৈ খাৱ পাৰিব দেশ খন উন্নতি দেখা পোৱা যাৱ। ধন্যবাদ থাকিল ভগবানে গৌৰৱ গগৈ চাৰক আৰু উচ্চ চিন্তা কৰিবলে আশিবাদ কৰক ভগৱানে,।
চুৰে যেতিয়া চুৰ কৰে,চুৰৰ পৰিচালক অৰ্থাৎ চুৰৰ সপক্ষিয়ৈ চাই থাকে তথা ৰখি থাকে চুৰক, চুৰ ধৰা পৰিবলৈ ল'লে চুৰৰ ৰক্ষকে তেতিয়া গৃহস্থক শান্তনাৰ সুৰে সুধে কি হৈছে বা কি হ'ল,?আচল চুৰ কিন্তু চুৰটো নহয় চুৰৰ ৰক্ষকহে আচল চুৰ।
Nroth east king 👑 gourav Gogoi sir ❤
বি জে পিৰ বহু সাংসদ মূৰ্খ তাৰ প্ৰমাণ অভিজিত "বোলাতোৱে" Stupid বোলাতো মূৰ্খ নহয়নে ?
Keteyau nhoi kiyonu teu koi asil budget or bikhoye ru amar aijon pondit e manuhe lion lion kua babe kotha botora nai sioribo goisil😂😂😂😂😂
Gaurav Gogoi ❤ Best of luck ❤
অসমৰ সাংসদ ক অপমান কৰিব , আমি অসমীয়া হিচাপে অপমান পাইছোঁ । তেওঁলোকে Northeast ৰ মানুহক কি বুলি ভাবে ? গৌৰৱ আমাৰ সম্পদ !!!
😂😂😂😂😂 okl tur nisina congress oxigen diya keitar babe hompod😂😂😂😂
*অসমৰ এজনক বেয়াকৈ কৈছে আৰু অসমৰ বাকী 13 তাই কি চিঙি আছে।*
গৌৰৱ মহোদয়ে কিনো মহান কাম কৰিলে মানুহৰ মাজত গৌৰৱ গৌৰৱ।
Gourav Gogoi zindabad
Garov Gogoi zindabad
Gaurav Gogoi - you are proud of Assam
Goru hoi
অধ্যক্ষৰ আসনত বহি দাঁত চেলাই থকাজনক গৰিহনা দিছোঁ।বালিলৈ যিপাত,সুগ্ৰীৱলৈও একেপাতেই।
এনে জনা শুনা গুণী জ্ঞানী লোকৰ মুখত এইবোৰ শব্দই শোভা নাপায়। হয়তো গৌৰৱ গগৈ ডাঙৰীয়া ছাৰৰ যুক্তিত তেওঁ অতিস্থ হৈ তেনে আচৰণ দিছিল। তেওঁ ও পাহৰি গৈছিল চাগে সেইখন তেওঁৰ ঘৰ নে সদন
জ্ঞানী লোকৰ মুখত অজ্ঞানী শব্দ এতিয়াও নকয় আৰু ভৱিষ্যতেও নকয়।
বিজেপি এইটো জধামুখ সাংসদ কোনে পাতিলে। ৰাজনীতিৰ জ্ঞান নাই।
থু নিলাজ বোৰ
Assam r pappu ko thik se diya 😂😂😂😂
Dam ase vaii........gogoii .
এজাক।।কোৱাৰ।।মাজত।।এটা।।বগ।।নাথাকে😢
সদনৰ মজিয়াত সদনৰ মান মৰ্যাদা ৰাখি বক্তব্য ৰখাটো ভাল মানুহৰ লক্ষ্ন । গতিকে " "আপোনাৰ ব্যৱহাৰেই আপোনাৰ
পৰিচয় ।
Only gourav gogoi
Misa kotha kobole nibisaru kintu , Assam gourab , gaurab Gogoi sir hit❤
গৌৰবে গৌৰব কৰি ন অসমীয়া/ পমুৱা বিধায়কৰ লগ হৈ মুখ্য মন্ত্রী হব পাৰিব! খিলনজীয়া ক লৈ নোৱাৰে। জন্ম নিয়ন্ত্রণ আইন কংগ্রেসে কেতিয়াও নানে।
I live gaurab
সংসদৰ অধ্যক্ষ পোকৰ চেলেকা হয়।
সিংহক জোকাই নলব bjp ৰ দুম হিলোৱা সকল
গৈৰৱ গগৈ.❤ 🔥
Amar Gourav ✌️✌️✌️✌️✌️
Dilip Saikiai bor bhal paise jen anubhab hai
Gaurav Gogoi zindabad Assam CM next
Thanks a lot to Mr.Gogoi
গৌৰৱ গগৈ ক বলে নোৱাৰে। সিহঁত নিজেই ষ্টুফিট।
Good 👍
অশ্লীল শব্দ ব্যৱহাৰে নিজৰ পৰিচয় প্ৰকাশ কৰে ।
Gaurav gogoi Zindabad
আজি লৈকে এনে হোৱা নাছিল,,,
যি হৈছে ভালৰ বাবে হৈছে ,
যি হব ভালৰ বাবেই হব,,
শ্ৰী কৃষ্ণৰ বাণী
এইটো সংসদৰ মুখত su কৰি দিব লাগে।
Love Gaurav Gogoi ❤❤❤
গৌৰব গগৈ আপোনাৰ লিকিয়া আমাক লাগে
অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক।
ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়।
অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়।
যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।*
Note: *আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।* ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত?? কিছুমান Secular এ খুব উজনি অসমৰ কথা কয় কিন্তু আপুনি আচৰিত হব উজনি মানে কেবল যোৰহাট আৰু শিৱসাগৰ চাগে?????
যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম ভাৰতৰ এখন আগশাৰী ৰাজ্য আছিল Revenue দিশত। ডিব্ৰুগড় Asia ৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ তেতিয়াৰ কেন্দ্ৰ চৰকাৰে অসমৰ টকাৰে বাহিৰৰ ৰাজ্যত কাম কৰিব ধৰিলে। তাৰ ফলত বাহিৰৰ ৰাজ্যত ভাল Highway হল, ৰেল হল, University হল, Research Institution হল, Industry হল। কিন্তু অসমৰ ৰাইজে Central University ৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল। সেই সময়চোৱাত যিহেতু অসমীয়া মানুহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি মোহভংগ হৈছিল, সেইসময়ত Secular মানুহৰ মৰমৰ বাংলাদেশী মূলৰ মানুহ খিনি আগবাঢ়ি আহিছিল নিৰ্বাচনত সহায় কৰিবলৈ। অসমৰ ৰাইজে বিভিন্ন সমষ্টিত অস্বাভাবিক ভোটাৰ বাঢ়ি যোৱা দেখা পাইছিল? চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, বিলৰ মাটি কতো বাদ নপৰিল দখল হবলৈ?
ডুবাইত অথবা UAE ত তাৰ লোকেল মানুহ কেবল 11.6%। বাকী 88.4% বিদেশী। কিন্তু তেওঁলোকে কেতিয়াও citizenship নিদিয়ে বিদেশীক। আনকি ঘৰ/Flat কিনিলেও তাৰ ownership নাপাই। 99 years ৰ lease হে পাই। যদি বেয়া কাম কৰে তেনেহলে চৰকাৰে lease agreement cancel কৰি দিব পাৰে? আমাৰ অসমত অসমীয়াৰ জনসংখ্যা সাংঘাটিক কম গতিকে অসমত বাহিৰৰ মানুহক Work Permit হে দিব লাগিছিল না কি Citizenship ।
এই মালটোৱে গৌৰৱ গগৈৰ পজিটিভ নিউজ দেখিলেই এই একেটা কমেন্ট কৰে, এই এটা কমেন্ট মই ৫০টা ভিডিঅ'ত দেখিছোঁ, হয়তো মাল টো ১৫০০ টকীয়া 😁
@@traveling1678 1500 টকীয়া কোন সেইটো চবেই জানে। Court এ তোৰ গৌৰৱ গগৈৰ দেউতাক তৰুণ গগৈৰদিনত টকা দি চাকৰি লোৱা কেইটাক জেলত পঠালে। লাজ নাপাওঁ
@@traveling1678 Court এ গৌৰৱ গগৈৰ দেউতাকৰ দিনত টকা দি চাকৰি লোৱা কেইবাজনক জেলত পঠালে। বাংলাদেশী মূলৰ মানুহ খিনীয়ে যদি জনসংখ্যা বৃদ্ধি নকৰিলে হয় তেনেহলে তেওঁলোকে অনাৰ দেশত অহা প্ৰয়োজন নাছিল।
আপোনাৰ মন্তব্য ই প্রতেক জন বিবেক বাণ অসমীয়াৰ হৃদয় নিশ্চয়ই চুই গৈছে। ভাৰতৰ স্বাধীনতাৰ আগৰ আৰু পৰবৰ্তীকালত এচাম অবিবেচক অসমীয়া ৰাজনীতিকৰ ৰাজনৈতিক আকাংখাৰ বাবে পূর্ব বংগীয়মুলৰ মিঞা মুছলমান সকলক হাতবাউলদি মাতি অসমত সংস্থাপন কৰালে। পিছলৈ সেই সুবাদতে প্রথম অৱস্থাত পূব পাকিস্তানি আৰু পিছলৈ বাংলাদেশী অবৈধ পবজনে অসমৰ জনগাঠনিৰ ভাৰসাম্য নষ্ট কৰি পেলালে। যি সকলৰ পৃষ্ঠপোষকতাত এই প্রৱজন অসমলৈ হৈছিল বা হৈ আছে তেওঁ লোক বৰ্তমান ইহসংসাৰত নাই। কিন্তু তেওঁ লোকৰ কুকৰ্মৰ ফল অসমীয়াই ভোগিছে আৰু ভবিষ্যতলৈয়ো ভোগি থাকিব লাগিব। এটা সময় আহিব এই বাংলাদেশী মিঞা মুছলমানৰ প্রকোপত অসমীয়া নিঃশেষ হৈ যাব। সামপ্রতিক কালত কংগ্রেস, কমিউনিস্ট আৰু চেকুলাৰ দল বোৰৰ ৰাজনৈতিক ভাৰষা কেৱল সেই দখলদাৰী বাংলাদেশী ভোটাৰ সৰ্বচ হৈ পৰিছে। অতি শেহতীয়াকৈ অসমৰ একাংশৰ ৰাজনীতি গৌৰৱ গগৈক কেন্দ্র কৰি বাংলাদেশীৰ ৰখ্যনাবেখনত নিমজ্জিত হৈ পৰিছে। যেতিয়ালৈ অসমীয়াৰ চেতনা আহিব তেতিয়া অসম বাংলাদেশত চামিল হবগৈ আৰু প্রতেক জন হিন্দু ৱে লুঙ্গি টুপি পিন্ধি মছজিদত নামাজ পঢি পূর্ব পুৰুষৰ পাপ বহন কৰি থাকিব।
Washing machine a complete safa koribo nuare..😂😂😂😂
Abr Ahibo Diok Jorhat t..ami Ki bostu Vlke Bujaii Dim😂😂
Gourav gogoi zindabad long life ❤❤
Gourav Gogoi ❤️
Gourav গগৈ যে ঘূচিআই দিব লাগিছিল ,তেতীয়া পুনৰ কেটিআও নকৰে আৰু
Axomiya people are like " we love Gaurav" how dare the BJP Mp say him stupid??? But on the other hand " mama main❤"
Bjp MP. Should take care in their speech.
Gaurab t koi val,saktisal,rasal,logical to the point vasan dib para neta BJP t bahu ase LALAN SING, MR. DUBER,Anuraj thakur,Mrs.Sharaj etc.etc.
Gaurab r vasan Ready made only.
Holp please West Bengal police government of India world 🌍 Holp please Modi ji jagi jii Holp 😢 please 😭🙏 please 🥺
THAT MP SUD B SUSPENDED AS SOON AS POSSIBLE.
Uri baba😂 dada ki bolse....
Hello. Honourable Retd. Judge Sir. You being a M. P. You shud not use the word in parliament like " STUPID ". I think your past families were came from low lying Damp place. Don't try to hit any member in unparliamentary word. We the public also look in the parliament Members which member what's going to say. Thank-you. Retd. M.P. mohudoy.
Sorry- Should.
Day by day Gogoi jr sir getting Sharp.. thank you Assam pride 🙏🏼
তইহে ষ্টুপিড
ৰাজ নিতিৰ ক্ষেত্ৰত পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ পাগলে কি নকয় আৰু ছাগলে কি নাখাই পাগল পাগলে হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ মই অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় মই ধৰ্ম প্ৰাণ ৰাইজৰ জনতা সদস্য হয় এই আৰু অণুৰোধ থাকিল চাৰ মোৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই ক্ষেত্ৰত এই কৰ্ম ধৰ্ম সকলো ক্ষেত্ৰত সকলোও সময়ত মাফ নাই এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ চাৰ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
Hosakoi gonotontro hotya krise..emn anyay..!! Om Birla chehratu dekhilei koi haijon je ejon ahankari kubudhir manuh.. emn ahankar o hihotor...!!
Next cm Gogoi
If Gogo is stupid B.j.p.M.P. Nonsense.
এই শিষ্টাচাৰ জিৰো বঙালী জনক কোনে অধিকাৰ দিলে গৌৰৱ গগৈক এইষাৰ কথা কবলৈ।।
Good bye BJP...?
Om Birla BJP's samsa,,,
জয় শ্রী রাম জয় ভারত মাতা কি জয়
I am surprised Dilip saikia kune bonale Shankhad
Gaurav Google jindabad❤❤❤
Good or Bad both are maybe 🤔
Shameless attitude of ex judge.He is a uneducated.Speaker is behaving as if nothing happened.
Meghwal ji being a minister your reply is shameful.Speaker ko sunai nahi diya kya
No one can beat him
Nonsense BJP MP
ৰকিবুল হুছেইন
দিলীপ শইকীয়া
গৌৰৱ গগৈৰ activity দেখিলোঁ।
বাকী ১১ জনৰ দেখোন একো সাৰ সুৰ নাই!
Ott teri 😂😂😂 ye kya ho raha hai bhai.
তেওঁ কিন্ত মনে মে CM ৰ কথাওঁ ভাবি আছে৷ আমৰো অলপ অভিজ্ঞতা আছে৷
Teperai etia plz plz ok ok key thakibo karon english ,hindi tu najane😅😅😅😅😅😂😂😂😂
বঙালী গাল এনেও অভদ্রই