Parveen Sultana is welknown artist who hails from Nawgaon. I love Namita Bhattacharya, one of my favorite artist. Long live Namita baideu. Keep on singing .....
The best episode ever ...thanks to ojaantric for inviting my all time favourite singer Namita Bhattacharyya ma'am... it's a nostalgia...all the songs sung by her are moving around my mind while hearing all the words of ma'am...❤😊
Etiao iman dhunia kantha ma'am etiao gaan gai jaok.🥰💖 Ki je sahaj saral personalityr manuh. Khub val lagil dei episode tu. Bahut bahut maram dilu Ma'am.
She is such a simple yet gracious lady. Being a teen I have not heard all of her songs but after hearing her words, I am sure I was born in the wrong era
Aji episode tu bohut val lgil❤️....Val lgise continue episode di ase...ane k continue di thkbo.....aru phone call round episode di thkibo.... ojantric ❤️❤️🔥🔥
Tumalukor regular viewer moi.... Me from Nazira. Eitu interview best. Bhai keep it up. Ako ebar baidew Ani akow eta baidew logot log puwa mon thakil. Thank you 👍.
I have thoroughly enjoyed the episode… Pleasure listening to Namita Auntie’s stories…Thank you for inviting her… She is so down to earth and if you don’t know, she is an amazing cook ❤. You have earned a subscriber
Salute udi da nd oasis da plz ankoi a aagbarhi jaok..... Bohut vl lgil aji...... Nd mi 90s r nhy bt vl lge jtia apunaluke amak dekhai diye j amr guri Tu kot.... Like dipen sir.... And now ma'am..
You should also call up Assamese people who have started their own start ups,… that will give inspiration to lakhs of Assamese youth who is running to other states for low paying jobs, or waiting of government jobs or blindly wasting their youth aimlessly……. This will also boost your subscribers base….
নমিতা ভট্টাচাৰ্য্য বাইদেউৰ সকলোবোৰ গানেই বহুত প্ৰিয়। এক কথাত তেওঁক অসমৰ লতাজী বুলি ক'লে ও অত্যুক্তি কৰা ন'হব।
সৰুৰে পৰাই বাইদেউৰ গীতবোৰ মাৰ মুখত শুনি আহিছো। টি.ভি. ত কেতিয়াবা উলালে সৰু থাকোঁতেই মায়ে বাইদেউক চিনাকি কৰাই দিছিল । তেতিয়াৰ পৰাই বাইদেউৰ মুখখন পৰিচিত।
পিছে সাক্ষাৎকাৰ হিচাপে বাইদেউক লগ পোৱা এয়ে প্ৰথম। ইমান সৰল আৰু অমায়িক ভাবে কথাবোৰ ক'লে বাইদেৱে, সময়বোৰ কেনেকৈ পাৰ হ'ল গমেই নাপালো।
বাইদেউৰ গানবোৰটো ভাল লাগেই, আজি তেওঁৰ ব্যক্তিত্বই তেওঁৰ প্ৰতি শ্ৰদ্ধাৰ এনাজৰীদাল আৰু অলপ নিকটকটীয়া কৰিলে ।
ভাল লগা শিল্পী গৰাকীক ইমান ওচৰৰ পৰা লগ পোৱাৰ সুবিধাকণ দিয়াৰ হেতুকে অযান্ত্ৰিকলৈ অশেষ ধন্যবাদ ।
বাইদেউৰ সু স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলো ।
শেষৰলৈকে চালো ভাত খাই খাই 🌺❤ পাঁচ মিনিটৰ ভাত এঘন্টালৈ খালো 'অযান্ত্ৰিক'ৰ জোৰত 😂
নষ্টালজিক 💕
ভাল লাগিল।❤সাহিত্যৰ ব্যক্তিসকলকো মাতিবচোন। প্রিয় এগৰাকী সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউক মাতিব বুলি আশা থাকিল।
Namita baideu should continue her singing, really such a beautiful voice.Today's episode is wonderful.
বহুত ভাল লাগিল । শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউক মাতিব বুলি আশা ৰাখিলোঁ।
গানবোৰতো ধুনীয়াই তাৰ লগতে মানুহগৰাকীৰ কথাবোৰো বৰ মৰমলগা। আপোনালোকৰ লগত বৰ ধুনীয়াকৈ মিল খাই পৰিছে। বহুত ভাল লাগিল চাই। বাইদেউলৈ শ্রদ্ধা আৰু ধেৰ মৰম । ভালে থাকক।❤🙏
নমিতা ভট্টাচাৰ্য্য বাইদেউ বহুতো প্ৰিয় গায়িকা মোৰ,, ধন্যবাদ অমান্তি ক
Best episode .চিৰসেউজ শিল্পী ।চিৰসেউজ গীত।বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
নাজানো , বাইদেউৰ কথাখিনি শুনি থাকিবলৈকে মন গৈছিল ! ইমান সহজ মানুহগৰাকী ।
উফঃ এঘণ্টা কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। এগৰাকী চিৰনমষ্য শিল্পী।ইমান ধুনীয়া কথনশৈলী। ভালে থাকক,আপোনলোক নতুন সকলৰ পথ নিৰ্দেশক হৈ থাকক।🙏
নমিতা বাইদেউলৈ অশেষ শ্ৰদ্ধা জনাইছো, তেখেত আমাৰ শৈশৱৰ স্মৃতি।
Parveen Sultana is welknown artist who hails from Nawgaon. I love Namita Bhattacharya, one of my favorite artist. Long live Namita baideu. Keep on singing .....
বৰ ভাল লাগিল।
Nostalgic... 1:00:37 💌🥺
প্ৰিয় এপিচ'ডবোৰৰ ভিতৰৰ অন্যতম এটা। ইমান বেছি ভাল লাগিছে বুজাব নোৱাৰো। বাইদেউৰ কথাবোৰ বৰ মৰমলগা। বৰ ভাল পালো দেই সঁচাকৈ। ❤
ইমান মৰমিয়াল বাইদেউ গৰাকীক আজিহে চিনি পালো। আমি দুঃখিত যে তেওঁ ইমান সুন্দৰ সুন্দৰ গান আমাক উপহাৰ দি আহিছে অথচ আমি তেওঁকেই চিনি নাপাওঁ। আজি অযান্ত্ৰিক ৰ সকলো সদস্যলৈ বহুত বেছি ধন্যবাদ বাইদেউক চিনাকি কৰাই দিয়াৰ বাবে আৰু আগলৈও এনেদৰে সদায় আগুৱাই যাওঁক এই অনুষ্ঠানটো। শেষত এই সামাজিক মাধ্যমৰ যোগেদি বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো। ধন্যবাদ।
শ্ৰদ্ধাৰ নমিতা ভট্টাচাৰ্য বাইদেউ লৈ নমস্কাৰ 🙏 আপোনাৰ চিৰসেউজ গীতবোৰ শুনি ডাঙৰ হৈছোঁ গাভৰু কালচোৱাত । আপোনাৰ গান শুনি স্কুল লৈ যাবলৈ মেখেলা চাদৰ পিন্ধিছিলোঁ । বাহঃ খুব ভাল লাগিছে আজি । আপোনাৰ দেখি ভাল লাগিছে। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু আন্তৰিক ধন্যবাদ অযানত্ৰীক লৈ। 🙏
Bor bhal lagil ajir khondo tu sai ❤❤
অত্যন্ত ভাল লাগিল ৷ নমিতা ভট্টাচাৰ্য বাইদেউ অসমৰ লতা মংগেশকাৰ ৷ তেখেতৰ কণ্ঠ অনন্য ৷ মোৰ অতিকৈ প্ৰিয় ৷ ❤❤ ধন্যবাদ অযান্ত্ৰিক ৷
এই ভাল লগা,এই ভালপোৱা, ফুল ফুলি যেন সৰি ৰোৱা... কিনো মৰমৰ জৰী..কেনেকৈ ৰাখোনো ধৰি..
Mur atiyar apunar favourite gaan '#Pushpitaeishyamolirani'.. Anekuwa gaan amak atiya aru proyujon..❤❤❤❤❤
বাইদেউ গৰাকীৰ কণ্ঠটো বৰ ধুনীয়া, বহুত বহুত ধন্যবাদ ojaantric.... পৰিয়াল ; বাইদেউ গৰাকীক চিনাকি কৰাই দিয়াৰ 👍🤗
চিৰসেউজ গীত ,নমিতা বাইদেউ আৰু সুন্দৰ বাৰ্তালাপ। বহুত ভাল লাগিল ❤।
নমিতা ভট্টাচাৰ্য্য বাইদেউ লৈ মৰম ।
সদায় এনেকৈ থাকক । আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ। অযান্ত্ৰিক লৈ ধন্যবাদ থাকিল।
Personality tu dekhilene.......????notun generation ok koisu......enekua personality thakibole bhitoror porau sofa hobo lagibo...... dhonyobad ojjantric dhonyobad Namita Ma'am 🎉🙏
মন ভৰি পৰিল।প্রিয় শিল্পীগৰাকীক কাষৰ পৰা পোৱা যেন লাগিল।নিউ জার্ছীৰ পৰা বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ
কথাবোৰ ইমান সুন্দৰ কৈ কৈছে, বহুত ভাল লাগিছে। আজিকালিৰ শিল্পী সকলে বাইদেউ গৰাকীৰ পৰা শিকিবলগা বহু আছে।
Bahut dhanyawad Ojaantric pariloloi __ Namita বাইদেউক ana babe
যোৱা শনিবাৰে স্কুলৰ শণিবৰীয়া চৰাত ল'ৰা-ছোৱালীহঁতে গাবলৈ কোৱাত বাইদেউৰ "আলি ঢাকি পৰ শালিকী" গীতটি গাইছিলো।আজি তেওঁক অযান্ত্রিকত দেখিবলৈ পাই বৰ সূখ পালো। পিছে আৰু দুটামান গীত গাবলৈ অনুৰোধ কৰা হ'লে আৰু ভাল লাগিল হয়...
সচাকৈয়ে বৰ ভাল লাগিল। সৰুৰে পৰা গান শুনি আহিছো। সময় একেবাৰে কম হল, কথা বোৰ শুনি থাকিবলৈ মন আছিল। ❤❤❤❤❤
The best episode ever ...thanks to ojaantric for inviting my all time favourite singer Namita Bhattacharyya ma'am... it's a nostalgia...all the songs sung by her are moving around my mind while hearing all the words of ma'am...❤😊
Loves her being a teen ❤
আজি কিন্ত বহুত ভাল লাগিল ৷৷বাইদেউৰ গীত বহুত ভাল পাওঁ Lov u Ojantic Family ..
বহুত ভাল লাগিল, সদায় ভাল লাগে, মা আৰু মই একেলগে চাও, বহুত বেছি ভাল লাগে অযান্ত্ৰিক❤️❤️❤️
বৰ ভাল লাগিল এই episode টো । Long live ojantrik.
নমিতা বাইদেউক যিসকলে কাষৰ পৰা এবাৰ হলেও পাইছে তেওঁলোকে ভালকৈ বুজি পাই বাইদেউৰ ব্যক্তিত্ব কেনেকুৱা বাইদেউৰ মহানুভবাতা বিশেষকৈ বাইদেউ কিমান ওপৰৰ স্তৰৰ এগৰাকী চিৰসেউজ গায়িকা, বাইদেউক শত সহস্ৰ প্ৰণাম❤️🙏❤️
Bohut dhuniya lagil....enekua hilpi hokolok matiba sun
বৰ ভাল লাগিল ।
বাইদেউলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো । 🙏
বাইদেউৰ কন্ঠ এতিয়াও সজীৱ❤
Etiao iman dhunia kantha ma'am etiao gaan gai jaok.🥰💖 Ki je sahaj saral personalityr manuh. Khub val lagil dei episode tu. Bahut bahut maram dilu Ma'am.
❤️❤️❤️❤️ ojaantric
বৰ মৰমলগা দেই বাইদেউ গৰাকী......tq ojaantric.....বাইদেউ গৰাকীক চিনাকি কৰাই দিয়াত ❤️
Bahu Bahut Val lagise Namita Bhatacharya baideuk log pai, it is my best Ajantric show.
One of the best episode i ever seen 💟
Bohut Val lagil baidew iman positive okol hahi hahie sob koi gol Val lagil ❤
সৰুতে মাৰ মুখত শুনা পাইছিলো কিন্তু কোনে গাইছিল সেইটো জনা নাছিলোঁ আজি ojantric অত শুনা পায় চিনি পালোঁ ভাল লাগিল ধন্যবাদ অজান্ত্ৰিক মোৰ নিচিনা বহুতক চিনাকি কৰাই দিয়াৰ বাবে
বাইদেউৰ গীত সমূহ মোৰ খুবেই প্ৰিয় ❤সন্ধিয়া সময়ত প্ৰায় পুৰণি গীত শুনো, আৰু আটাইতকৈ প্ৰিয় গীত টো হল " সৌ মেঘৰ ছাঁ দেখিলে" বৰ ভাল লাগে মোৰ গীতটো। বাকী ভাল লাগিল episode টো ❤
Baidew apunak bohut bohut bhal paw . Bhal lagil apunar kothabur . Bhogobane bhale rakhok apunak
অযান্ত্রিক সদায় অসাধাৰণ আৰু অতুলনীয় হৈ থাকক।।।
Wahh kya voice hai baah just like young girl ♥️ love you mam and thank you dai ojaantrick ❣️
She is such a simple yet gracious lady. Being a teen I have not heard all of her songs but after hearing her words, I am sure I was born in the wrong era
One of the best episodes.
Loved listening to her songs since childhood.
Hope she continues to sing more. Beautiful voice ❤
সঁচাকৈয়ে অযান্ত্রিক সলাগ ল'বলগীয়া। ন-পুৰণি সকলোকে দেখা পাই, বিভিন্ন জনৰ বিষয়ে জানিব পাৰিছো চিনি পাইছো। চিৰসেউজ শিল্পী, চিৰসেউজ গীত গান গাবলৈ নেজানো কিন্তুু পুৰণি গীতবোৰ গুণগুণাই থাকো। বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলোঁ।🙏❤❤
Aji episode tu bohut val lgil❤️....Val lgise continue episode di ase...ane k continue di thkbo.....aru phone call round episode di thkibo.... ojantric ❤️❤️🔥🔥
Wow wow wow নমিতা বাইদেউ 😊 বৰ ভাল লাগিল প্ৰিয় শিল্পীগৰাকীক দেখা পালো ৷ তেখেতৰ গীত গাই ডাঙৰ হ’লো ৷ তেখেতে গীত গাওঁতে তেখেতৰ প্ৰত্যেকটো সুৰৰ কাজ মন কৰিছিলো ৷ বিশেষকৈ “ আলি ঢাকি পৰ শালিকী” ৷ উফ...শুনিলেও কেতিয়াও আমনি নলগা প্ৰত্যেকটো গীতেই ভাল লগা❤
1:0:33 voice uff ❤️😍bht vl lgl ❣️
Believe me guys moi nelly flyover t gaari side kori comment korisu... ekdom correct Udy... amar maar mukhot daily hunisu baideor gaan.....
বাইদেউ কণ্ঠ বহুত ধুনীয়া আৰু বহুত মৰম লগা কথাবোৰ ❤❤❤ ধন্যবাদ দাদা
Thank you dada kiba ata ja reaction dila❤️
Bht bht bhal lagile namita baideu r episode tu sai... imn amayik baideu joni
Tumalukor regular viewer moi.... Me from Nazira. Eitu interview best. Bhai keep it up. Ako ebar baidew Ani akow eta baidew logot log puwa mon thakil. Thank you 👍.
Eigoraki kontho silpir kunu tulonai nai,she is so down earth lady so adorable n respected forever, respect goes up itself.
Thank you so much for bringing aita... Alfuliya moi radio 📻 a hunisilu....Neel akash da laga dada olop free asa ai kidin
Hosakoi auji nostalgic hoi parilu ... Tq so much Ojaantric❤❤
I have thoroughly enjoyed the episode… Pleasure listening to Namita Auntie’s stories…Thank you for inviting her… She is so down to earth and if you don’t know, she is an amazing cook ❤. You have earned a subscriber
Iman dhuniya lgil sai 😌❤..... Thanks ojaantric 💞
Episode tu sai bht bhal lagil... ❤️❤️ Baidew'r kotha bur bht bhal lagil...
Such a beautiful episode ❤ Baideu hodai bhale thakok..bohut bohut besi bhal lagil..❤
Bahut bhal lagil episode tu. Namita Baideok mati anar babe thanks to UD and Oasis. Aji kintu UD k kotha koboloi xubidha nidile baideoe.
Ajir episode2 sai bohut xukhi onuvob korisu....
নমিতা বাইদেউৰ প্ৰতিটো গানেই মোৰ ভাল লাগে । অনুষ্ঠানটো চাই খুব ভাল লাগিল।
উফ বহুত ভাল লাগিল....কিমান ভাল ভাষাৰে বুজাব নোৱাৰো....বাইদেউ🙏💙💚💛💜❤💗
One of the best episode 💌Thank you #ojaantric
Ojantrik hodai ojantrik akebare nobhoba ata episode love you dada 🥰
Kinu Moromor Jori....❤❤❤❤my always favourite 💚
এটা অতি সুন্দৰ সাক্ষাৎকাৰ ❤❤❤❤
সঁচাই ইমান বয়সৰ মানুহ এগৰাকীয়ে যে ইমান ৰসাল হব ভবা নাছিলোঁ বহুত বহুত ভাল লাগিল বাইদেউ and অজান্তিক আৰু বাইদেউক ভগৱানে দীৰ্ঘস্থায়ী কৰক তাৰে কামনা, প্ৰথম পৰা চোৱা আটাইতকৈ ভাল লগা episode আজি বহুত ভাল লাগিল ইমান ৰসাল অতুলনীয়💖💖🌝
Oasis da aru U.D da duijonor vitorot kunuba ejone holeu rply koribosun plzzz.... ojantric r babe 🔥🔥🔥🔥❤️❤️🔥🔥🔥🔥
বহুত ভাল লাগিল বাইদেউৰ কথাবোৰ,তেখেত মোৰ সদায়ে শ্ৰদ্ধাৰ
Seriously yaar 😢😢❤❤❤❤❤❤❤❤
Salute udi da nd oasis da plz ankoi a aagbarhi jaok..... Bohut vl lgil aji...... Nd mi 90s r nhy bt vl lge jtia apunaluke amak dekhai diye j amr guri Tu kot.... Like dipen sir.... And now ma'am..
Eman dhuniya khulake kothabur koise 💖 ... Lastor gaan tu tetiyate jeneke gaisil emn same tnkeke gaai hunale 💥🔥
Emn hahimukhiya mnuh.. Episode2 sai kiba vl lgi gl dai.. Tq ud da oasis daa.. Ankua purona artst bilkk mtbo ru.. Ata jugor lgt aji sinaki hsu.. Feelng blessed❤
Bohut val lagile Episode tu , Kenekoi morom diu vabi puya nai, valei thakok sklu🎉❤😊
Such a humble ,simple and elegant lady ❤️
Ojaantric ক ধন্যবাদ জনাইছোঁ। সৰুৰে পৰাই ৰেডিঅ'ত নমিতা বাইদেউৰ গীত শুনি ডাঙৰ হৈছোঁ। বাইদেউৰ কণ্ঠটো ইমান মিঠা।
Bohut besi bhal lagil episode tu sai...baideo r kathabur xunile xuni thakibo mon jai..💗
বহুত ভাল লাগিল🌺 🙏
Amar Namita baideu xodai evergreen ❤
Thankyou thank you... Ojaantric emaan morom logaa baideooo mata babeee
*Aji ei episode2 mur deuta e sale bohut bhal pale ❤️☺️*
Birt bhal lagil…One of the best episode .. and her smile❤
বাইদেউৰ কথাবোৰ ইমান মৰমলগা......
আজিৰ episode টো চাই বিৰাট ভাল লাগিল। ল'ৰালি দিনৰ কথা মনত পৰিল বহুত।
ধন্যবাদ আপোনালোকলৈও। বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻lots of love from Dibrugarh ❤️❤️
বাইদেউ জনী বৰ মৰমলগা..গানবোৰ শুনি বৰ ভাল পাওঁ।
You should also call up Assamese people who have started their own start ups,… that will give inspiration to lakhs of Assamese youth who is running to other states for low paying jobs, or waiting of government jobs or blindly wasting their youth aimlessly…….
This will also boost your subscribers base….
বহুত বহুত ধন্যবাদ ojaantric,,,
বহুত ভাল লাগিলে❤❤❤❤।।
Baideu gan huni bohut vl paw.aji eyat lg pai hosake lg pua Jen lagi gl❤️❤️
Baideu bht dhunia aru kothabur bor moromolga voice tu khub dhunia❤️😍Khodai Vale Thakok Baideu 🙏❤️
Iman dhuniya lgise ❤...best episode ❤
Bohut bohut bhal lagile, dhanyavaad ojantrik
বাইদেউ আমাৰ ঘৰুৱা । মোৰ ভতিজী গুণগুণ বহুত মৰম কলে । মোৰ ডাঙৰ দাদা শান্তনু মহন্ত আৰু সৰু দাদা ৰাজীৱ মহন্ত । কামাল দাদা নাম কৈছে বহুত বেছি ভাল লাগিল । কাৰণ বাইদেউ দৰে ইমান বিখ্যাত গায়িকাই কোৱা টো বহুত ভাল লাগে । কৰবাত পালে ৰাজীৱৰ ভনীয়েক বুলি গোবা মাৰি ধৰে । বহুত ভাল পাওঁ বাইদেউৰ গান ।
One of the best episode of Ojantric 💗