Axomot bornali bar dore songit shilpi angulir murot likhibo pora. Bornali bak moi ebar log paisilu. Aji monot pori gol. Bornali bak akou anibo. Bornali ba aru jatrar gutei team tuk thanks and God bless you. Love you all . 😘😘😘😘😘
Anubhab mur geet ti ajihe hunilu. iman val lagil kotha hur hakalu.aisengfa ba apuni kio gaan nagai hur loy iman hundor ! gaai thakiba dei... aru gaan huniboloi pam buli akha rakhilu.
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
আইয়ো বৰগীত ভাগি ৰ কথাই ক'ম নে বিহুৰ কথাই ক'ম নে আধুনিক গীতৰ কথাই ক'ম... সেই ২০০৪ চনৰ পৰাই এতিয়ালৈকে... অদ্বিতীয় এগৰাকি প্ৰক্ৰিত শিল্পী। সহজ, সৰল নিৰহংকাৰি, মৰমীয়াল মাটিত ভৰি থৈ নিৰৱে আগবাঢ়ি গৈ থকা ইমান সুন্দৰ ব্যক্তিত্ব, সুকিয়া সত্বাৰে আবৃত্ব। ১০০০০ অধিক গীত সম্পুৰ্ণ কৰা বহুত দশকলে নোলাব। আমি সছাকৈয়ে ভাগ্যবান আমাৰ পজন্মই জুবিন দা আৰু বৰ্ণালী বাক পালো। ভালে থাকক আপোনালোক ।
Very good
আইচেংফা বা আপুনি ইমান ধুনীয়াকৈ আৰু মৰমেৰে কথাবোৰ সুধি যায় আৰু কৈ যায় শুনিলেই শুনি থাকিব মন যায় .....যাত্ৰা অনুষ্ঠানটি আৰু আগবাঢ়ি যাওক ....অতিথি কথাবোৰতকৈ আপোনাৰ কথাবোৰ শুনিবলৈ ইটোৰ পাছত সিটো অনুষ্ঠানলৈ বাট চাই ৰৈ থাকো......যাত্ৰা লৈ অলেখ শুভেচ্ছা..
সঁচাকৈ আজিৰ খণ্ডটি চাই এটা কথাই মনলৈ আহিছে, সেই মৰমলগা হাঁহিটি যাতে সদায় জীপাল হৈ থাকক!❤ ভালে থাকক বৰ্ণালী বা❤
সুন্দৰ মেম,অতি সুন্দৰ দাৰ্শনিক তত্ত্বসমৃদ্ধ জ্ঞানেৰে পৰিপূৰ্ণ এই কথোপকথন।আমাৰ দৰে বহু হেজাৰজন ইয়াৰ দ্বাৰা উপকৃত কৰিব ।হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
Axomot bornali bar dore songit shilpi angulir murot likhibo pora.
Bornali bak moi ebar log paisilu.
Aji monot pori gol.
Bornali bak akou anibo.
Bornali ba aru jatrar gutei team tuk thanks and God bless you.
Love you all .
😘😘😘😘😘
Waiting. Mur Hokolutoki favourite female singer Bornali baa ❤️❤️❤️ borgeet faki kiman j outstanding gaise uff
বহুত ভাল লাগিল ।বৰ্নালী কলিতাৰ গীতবোৰ ভাল লাগে।ৰেনমৌৰ নিয়মীয়া দৰ্শক ম ই।
খুব ভাল লাগিল অনুষ্ঠানটো। বৰ্ণালী বাক সঁচাকৈ খুব ভাল লাগে। ইমান বিষাৰদ যদিও কোনো অহংকাৰ নাই, খুব সুন্দৰ মনৰ গৰাকী তেওঁ।অনুপমদাৰ কথাকেইটা শুনি ভাল লাগিল। এদিন তেওঁক আপোনাৰ অনুষ্ঠানত দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ 🥰🥰🥰🥰
ইমান যে ভাল পাইছোঁ বৰ্ণালী বাক দেখি ❤ অসমৰ মোৰ প্ৰিয় মহিলা কণ্ঠশিল্পী সকলৰ ভিতৰত বৰ্ণালী বা অন্যতম । বহুত বেছি ভাল লাগিল এই খণ্ডটি । বৰ্ণালী বা জনী যে ইমান মৰমলগা আৰু লাহে লাহে গীতটি মোৰো প্ৰিয় ❤ সদায় কুশলে থাকক তেওঁ । যাত্ৰালৈ আৰু মৰমৰ আইচেংফা বা জনীলৈ আকৌ এবাৰ বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ ❤
কেতিয়াবা সময় সুবিধা মিলিলে সুবাসনা বা আৰু বৰষা বাক যাত্ৰাত চাবলে আশা এটা ৰাখিলোঁ ❤
সচাঁকৈ ৰেনঃ মৌ, আজি সুন্দৰ হৈ পৰিল❤
My favorite singer❤
My all time favourite lady singer Bornali ba . Love from Kuwait
I'm always proud of you...dear....❤❤❤❤❤❤❤❤❤❤❤❤❤❤My best singer ❤❤❤❤❤❤
Khub xundr baa
Anusthan2 Sai Val lagil❤️❤️
বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
ইমান মিঠা মিঠা উপহাৰ বোৰ আমাক দিয়া বাবে,,,
ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু বহু দূৰলৈ আগুৱাই নিয়ে যেন 💕💕💕💕💕
বহুত ভাল লাগিছে বর্ণালী বা দেখি ,ধন্যবাদ জনালো আপোনাক
বৰ্ণালী বা তুমাৰ প্ৰগাম চাই বহু ভাল লাগিল।জীৱনত আৰু বহুত আগুৱাই যোৱা❤🙏🙏
Khub xundor baa...❤bhttt mrm
Imaan j val lagil ei episode tu ❤...long live Jaatra..
bornali bak bohut val pao agr pra ❤ hdai aguwai jua❤❤
খুব ধুনীয়া লাগিল খণ্ডটি চাই,,অনুপম শইকীয়া দাক আমন্ত্ৰণ কৰিব বা,,,❤
All time favourite singer lv u ba ❤️🥰
খুওব সুন্দৰ এটা অনুষ্ঠান উপভোগ কৰিলোঁ ❤
❤😊
সৰুৰে পৰাই প্ৰিয় বৰ্ণালী বা জনি, ভালে থাকক বা ❤❤❤
Xundor vl lagil .apunar 90sr rupali dhou nki anushthan to mnt pri gl❤
# I love you ba²
One of the best singer of Assamese Music Industry, Bornali baa, bor bhal lage teur gaan bur, bikhekhkoi Zubeen Da r lgt agote gua bihu gaan bur
নমস্কাৰ, বণালী বাইদেউ, ৰঙালী বিহুৰ শুভেচ্ছা ও জনালো, এই গধূলি বেলিকা আপোনাক আইচেংফা বাইদেউৰ সৈতে সাইখাত্কাত দেখি খুবেই ভাল লাগিল, আপোনাৰ গীত সমূহ শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনাক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই,, আনন্দ দিব বুলি আশা কৰিলোঁ,,,,
Always ❤ bornali baa
Bhute bohut chnl khuly interview loi .kintu apunar dore anchoring moi dekha nai imn xundor koi kotha bur koi prasno bur xudhy sai xunie vhl lagy ...aru bornali baa loi bhut morom my all time fvrt singer xaruporae vhl paw ❤️❤️
Bohut vl lgil
Bornali bak bohut vl lge muk🥰💞💞💞
One of my favourite episode I have seen ever
Bornali baar nrityo bur bor kumol ...sai birat val lage ❤❤❤❤
বহুত মৰমৰ, বহুত ভালপোৱা বা জনী ❤️❤️🥰
Cute baa joni emn j mrm loga barnali baa joni❤আইচেংফা বা জনিকো ইমান ভাল লাগে❤
ভাল লাগিল দেই । বহুত ধন্যবাদ ।❤❤
Bohut bhal lagil❤❤
Nice ❤❤❤❤
অতি সুন্দৰ ।
বা মোৰ আটাইতকৈ প্রিয় ❤❤🎉🎉
আজিৰ অনুষ্ঠানটো খুউৱ ভাল লাগিল।
Jaatra.. name tu bhut dhuniya..logote interview luwa baa joni bhut cute 🥰... please 🙏🙏🙏 abr bar interview bisarisilo
One and only Bornali Kalita, the unstoppable melodious singer and Queen of Assamese Music Industry. Legend
Favourite ba mur
Hodai val loga eta modhur konthor odhikari❤baa
Eman je bhal Lage ei Interview tu. Akou aji saisu. Bor hahokh pau
বহত ভাল লাগিল ,,,,,
Bornali Ba❤❤
Barnali baa live long.god be with you
অতি সুন্দৰ
Gaanei tumar asol xokti. Gaai jua xodair dore. Asilu asu aru xoda thakim logot 💕.
Vl lgil kothaxini ba 🌸💓
অনুষ্ঠানটো চাই খুবেই ভাল লাগিল, মামুনু , মই নিয়মীয়া শ্ৰোতা
Aisengfa baak thank you amak surprise di thokar babei keep it up ❤
আজি সঁচাকৈ খণ্ডটি চাই বৰ ভাল লাগিল.....
Bornali baa iman moromiyal .❤❤
Ati hundor anusthan .
We appriciate your knowledge of classical music .may god bless you.🙏🏻
বহুত ভাল লাগিল ❤❤❤
❤ ati xundor bhut moramr
All l time my favourite singer,❤❤❤
🙏🏻💐👑💎🎖️........বৰ্ণালী বাইদেউ গীত অতি অতি সুৰীয়া ।
Barnali ba❤❤❤❤
বহুত ভাল লাগিছে দুয়োজনী বাক❤
Barnali kalita❤❤❤❤❤❤❤
bornali voic bhut val pow
My favorite ❤
বৰ্ণালী বা মোৰ বহুত প্রিয়❤
বৰ্ণালী বা নামৰূপ পৰা চাই আছো। ❤❤❤❤
চিৰ সেউজ এগৰাকী কন্ঠ শিল্পী বৰ্ণালী কলিতা
চিৰ সেউজ এগৰাকী কন্ঠ শিল্পী বৰ্ণালী কলিতা ভাল লাগিল
Anubhab mur geet ti ajihe hunilu. iman val lagil kotha hur hakalu.aisengfa ba apuni kio gaan nagai hur loy iman hundor ! gaai thakiba dei... aru gaan huniboloi pam buli akha rakhilu.
Very nice 👍👍👍... Thank you both
Ba aponak moi bohut val pao moi aponak 2017 log paisilo khorika restaurantot apuni amak vat khuaisil aru ami dujoni sokure nedekha suwali aponak log pabo goysilo apuni amak iman dhuniyakoy hatot dhori loy goisil akou log pabo mon goyse aponar sage nam sunile monot poribo kiranbala devir logot jua suwali joni moi job palo etiya
All time favourite 😍
Ur r my favorite voice Barnali
Simplicity❤ baa
Very positive❤
বাপ্ৰে বিহুৰ বাবে চাবই সময় পোৱা নাই .... তথাপিও আজি যেনে তেনে play কৰিলোঁ বাৰু ... নাজানো সম্পূৰ্ণ খণ্ডটি আজিয়েই চাব সময় পাম নে নাই কিন্তু চোৱাত চামেই।।
বৰ্ণালী বা প্ৰিয় ❤
Baa❤❤❤
Amar Mamu ba hodaie best.....❤❤❤❤❤❤❤
Boroni uthere👌👌👌👌
Aichengfa ba Papon Dak matibo sun 🙏 Please
bahot ❤ bahot ❤ Val ❤lagil❤ so ❤ sweet ❤
2gorakii baa aii favourite 🫶💓
বৰ ভাল পালো
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ৰৈ আছোঁ ❤ ইমান যে ভাল পাওঁ ❤
Barnali baa my favourite singer
Good interactive program..
❤❤❤ best 🥳
Axomor gourob ❤❤
I Love you ❤ Aisengfa.❤❤
মন পছন্দৰ শিল্পী গৰাকীক পালো Aichengfa বা আপোনাৰ "যাত্ৰা"ৰ "ৰেন মৌ"ত।ইমান যে ভাল পাওঁ বৰ্নালী বাক🥰🥰।বহুত সৰুৰে পৰা তেওঁৰ গান শুনিছো,গাইছো।
আজি দুগৰাকী অমায়িক আৰু মৰমলগা ব্যক্তি একেলগে "যাত্ৰা"ত -আইচেংফা বৰুৱা আৰু বৰ্নালী কলিতা🥰🥰।Go ahead🙏🙏
Soothing❤
পাৰিলে মহেন্দ্ৰ হাজৰিকাৰ কাক এদিন মাতিব চুন।।
Baa আপোনাক bhut val pao