'ৰেন মৌ'ত আইচেংফাৰ স'তে ব্যতিক্রমী কণ্ঠৰ গায়িকা গীতাঞ্জলী দাস || EP18 ft.
HTML-код
- Опубликовано: 3 янв 2025
- Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Video Edit - Dipankar Saharia
Cinematographer - Nihar Ranjan, Ravi Sankar, Shyamal Gogoi
Audio - Xulfi Nawaz
Make-Up - Binita Das
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏 Stay Tuned Jaatra... with Aichengfa! 😊
Tumar upasthapon iman xundor aru gaan bilaku xuni bhal lage. Aashirvad thakil.aagbarha!!!!
Val lagil baa❤❤
Bohut val lagil
গীতাঞ্জলি দাসৰ কথাবোৰ বৰ সুন্দৰ ।কথাৰ মাজেৰে প্ৰকাশ পোৱা নম্ৰতা আৰু মানসিক দৃঢ়তাই আনন্দিত কৰিলে ।
তেওঁলৈ শুভ কামনা ....।
Gitanjali baa সঁচাকৈ আকৰ্ষণীয় আৰু এগৰাকী সহজ সৰল মনৰ ছোৱালী .. কথা কওঁতেই গম পাইছোঁ কিমান ভাল মনৰ ❤ ... সদায় এনেকৈ থাকিবা baa হাঁহি ধেমালি কৰি বাকী তোমাৰ বহুত ডাঙৰ অনুৰাগী মই .. মঞ্চৰ ওচৰৰ পৰা চোৱা প্ৰবল হেঁপাহ মোৰ তোমাক ❤❤❤
Bohut bhal lgise duyugorakike
One of my favourite gitanjali baa
Bhal lagil sai aji prothom saisu
বৰ সুন্দৰ সাক্ষাতকাৰ এটা চাবলৈ আৰু শুনিবলৈ সুবিধা পালোঁ ৷ দুয়োগৰাকীৰ কথাবোৰ অত্যন্ত আকৰ্ষণীয় আৰু শিকিবলগীয়া ৷
গীতাঞ্জলি দাসৰ কণ্ঠ অনন্য ৷ অমায়িক নিৰহংকাৰী ব্যক্তিত্বৰ অধিকাৰী গীতাঞ্জলি দাস ৷ কেইবছৰমান আগতে আমি এবাৰ বিহুত সঙ্গীত পৰিৱেশন কৰিবলৈ তেখেতক নিমণ্ত্ৰণ জনাইছিলোঁ ৷ তেখেতৰ প্ৰায়বোৰ গীত মোৰ প্ৰিয় ৷
Moja aicengfa ba keep it up 👍
কুসুম কৈলাস দা মুখত সুনিছিলো কোনোবা এটা অনুষ্ঠানত দমদাৰ ভইচত গান সুনিবলে মন গলে আমাৰ গীতাঞ্জলি আছে। উফঃ বহুত ভাল লাগিল দেই। সদায় প্ৰিয় ❤❤❤❤। আন্তৰিক ধন্যবাদ জনালোঁ আইচেংফা বা।
ভাল লাগিল যাত্ৰাৰ এই খণ্ডটি, গীতাঞ্জলী মই ইমানদিনে ডিব্ৰুগড়ৰ বুলি ভাবি আছিলো, তেওঁৰ কথাবোৰ উজনিৰ ফালৰ দৰে লাগিছিল, অতি সুন্দৰ ৷
Val lagise dei thangs.
Love you geetanjali ba❤️
Bahut dhunia intervew.heart touching .❤❤❤
খুব সুন্দৰ কথোপকথন। গীতাঞ্জলি বা আমাৰ যোৰহাটৰ মাছৰহাটলৈ আহিছিল,বাঃ কি পাৰফমেনচ তেখেতৰ। সুন্দৰ কণ্ঠৰ লগতে তেওঁৰ যি লয়লাস ভংগী আজিও চকুৰ আগত ভাহি থাকে।ষ্টেজ প্ৰগামৰ বাবে তেওঁ বেষ্ট,,। তেওঁৰ প্ৰতিটো গীতেই খুব ভাল লাগে।আইছেংফাৰ কথাবোৰ খুব ভাল লাগে 💕💕💕💕💕💕💕💕💕
সুন্দৰ কণ্ঠৰ অধিকাৰী,।কণ্ঠত বিশেষ মাদকতা, মোৰ অতিকে প্ৰিয় কণ্ঠ। গীতাঞ্জলি,সুবাসনা, আচুৰ্য, ভিতালীবা,।
My always favourite singer Gitanjali baa❤🎉 n Aichengfa ba you just looking like a waw 🥰 absolutely gorgeous 😮❤ lv from dil❤ se...
skip নকৰাকৈ চাইছোঁ। ❤ইমান বেছি ভাল লাগে আপোনাৰ এই অনুষ্ঠানটো, আইচেংফা বা❤। কেনেকৈনো প্ৰকাশ কৰোঁ জানো... শব্দহীন হওঁ!!❤❤ geetanjali বাৰ কথাবোৰে আপ্লুত কৰিলে আৰু গীতবোৰেও। তেখেতৰ নতুন projectলৈ অপেক্ষা কৰিলোঁ। দুয়োলৈ অফুৰন্ত মৰম আৰু শুভকামনা জনালোঁ। লগতে যাত্ৰাৰ সকলোলৈ❤
Aicheng .'. যাত্ৰা ' তোৰ অব্যাহত থাকিব ,,,মৰম আৰু শুভকামনা:::: ৰং-বয়-বয় 🎉❤
Aihang pha loi bohut morom ❤❤ .gitanjoli geet bur bohut val lage ❤ .bekashkoi mur Mr bohut peroyo .
গীতাঞ্জলিৰ কথাবোৰ শুনি খুব ভাল লাগিল৷তোমালৈ আন্তৰিক শুভ-কামনা জনালোঁ৷লগতে আইচেংফালৈ মোৰ মৰম আৰু শুভেচ্ছা থাকিল ইমান সুন্দৰ interview এটা আগবঢ়োৱা বাবে৷
Aichengfa baar qusn bilak,ktha koar styl val lage bhut.....val lage episode kaita sai❤❤❤
My always favourite gitanjali ma'am.
Bohut val lagile ai onushthantu Sai ❤️❤️❤️❤️❤️❤️ love from tinsukia
গীতাঞ্জলী দাস মোৰ অতি পিয় শিল্পী,ভাল লাগিল যাত্ৰা এটি সুন্দৰ অনুস্থান।
বহুত বহুত ভাল পালোঁ ,আপ্লুত হ'লোঁ অনুষ্ঠানটো উপভোগ কৰি। ধন্যবাদ যাত্ৰাৰ "ৰেনমৌ" 🌹🌹
Baa Apunar voice tu n kothaa bur eman dhuniaa hunilyy huni thakibo mon jaai❤
খুব ভাল লাগিল।
Kiman j Val lagise onusthan sai kobo pora nai.... Bohut Bohut bohut besi Val lagise kothakhini huni... Mur oti priyo konthohilpi Geetanjali ba ❤❤❤
বহুত বহুত ভাল লাগিল,,, তাই যে একদম খোলা মনৰ ছোৱালী,,
তাইৰ কথা বিলাকতে গম পোৱা যায়।
Good chaise
Khubai bhal lagil Aichangfa tumar Anusthan aru amar oti moromor silpi Gitanjoli..bahut morom pothiyalu...Jatra amajai balag...
বহুত ভাল লাগিল আপোনাৰ অনুষ্ঠান চাই থাকো বা যাত্ৰা অনুষ্ঠানটো আগুৱাই যাওক। মই নামৰূপৰ পৰা গীতাঞ্জলি বাক বহুত ভাল লাগে প্রিয় গায়িকা কণ্ঠ বহুত শক্তিশালী ❤ দুইয়ো গৰাকীলৈ শুভেচ্ছা থাকিল ভালে থাকক।
বা তোমাৰ মূখৰ হাঁহিতো আৰু কথাবোৰ বৰ ভাল লাগে । আপোনাক লগ পাবলে বৰ মন যায়। ❤❤ বা..
My favourite singer ♥️♥️
Apunar anusthanti saai batori huniboloike pahori thaki golu. Gitanjoli Aisengfa dhonyobad.
Nice interview. Anchor really deserves credit for the interview. Right person chosen for your programme.
Aji tmr program sai mjja.. lagil
গীতাঞ্জলী ভণ্টীলৈ নতুনবছৰৰ শুভেচ্ছা জনালো ।
খুব ভাল লাগিল বা ❤
Best
Bhal lagil sai anusthan, dui gorakiloi bohut morom aaru xuvessa thakil❤❤
গীতাঞ্জলিৰ গানবোৰ ভাল লাগিল আৰু লগতে গীতাঞ্জলি কোৱাৰ দৰে আইচেংফাৰ কথাবোৰ অত্যন্ত শুৱলা আৰু অমায়িক গুণ পৰিলক্ষিত হয় 😊
জি কি নহঁক ৰেন মৌত এতিয়া লৈকে চোৱা সকলো epesode অৰ ভিতৰত khogan গগৈদাৰ epeasod টো সকলোতকৈ উত্তম বুলি মই ভাবো কাৰণ তেখেতৰ কথন শৈলীত অসমৰ কেঁচা মতিৰসুগন্ধ এটা পোৱা গল যত কোনো কিত্ৰিমতা নাছিল one of the best episode of ranmou
One of my favourite singer ❤❤❤❤
Bht bhal lagil baar kotha khini xuni....
❤❤❤ tumi je euk matile
Excellent voice... I hope ... Bright future.Allah bless you always...but aisagfa.... Is very good personality... Very cute. Allah bless you always🌹🌹
Gitanjali baak mur bhut vl lge....baa 2mi ru aguai jua
My favourite ❤
Umm hoi
Perfect and fully objective oriented interview. Best wishes to Gitanjali Das for her future endeavours . I am confident that her voice will attract Bollywood film industries.
বৰ ভাল পালো ৷ প্ৰতিটো খণ্ডই মই ভাল পাইছো ৷
Gitanjali bar voice tu Mur bor priyo
Hundar konthar goraki গীতাঞ্জলি❤❤
As Always, Nice presentation with new episode
My most favorite Bihusinger of Assam.
সম্পূৰ্ণ ভিদিঅটি চালোঁ।খুব ভাল লাগিছে। দুয়োজনী বা লৈ শুভেচ্ছা ❤
Val lagise
Bah bahut val lagil..
I have been following this channel since Zubeen Garg's interview. It is by far Zubeen Garg's best interview in my opinion. What makes jaatra stand out amongst all such Assamese RUclips channels is that it brings out the best in the interviewee. Before watching this interview, I did not really know anything about Gitanjali Das, but now I am her fan. Even in case of Kusum Kailash, audience got to see a very new side of him. Credit goes to the anchor . My best wishes to the entire team !
Val lagil. Nice👍
Love from Dibrugarh ❤❤
❤️'ৰেন মৌ'❤️ নমস্কাৰ।।আইচেংফা।। বা । খুব ভাল লাগে 'বা' আপোনাৰ এই অনুষ্ঠানটি । অনুষ্ঠানটিৰ সুদীৰ্ঘায়ু আৰু শুভ হওক আশীৰ্বাদ কৰিলো। ৰমেন দানহ 'দা' আৰু সুবাসনা দত্ত 'বা'কো নিমন্ত্ৰণ কৰিবচোন ।অকণমান সৰুকৈ আপোনালৈ মোৰ এটি অনুৰোধ কৰিলোঁ 🙂।
Great personality Geetanjali baideur🔥🔥love from Dibrugarh
Uncommon voice..,bahuuuúuút hundar .
My favourite voice ❤
Bohut Val lagil.
গীতাঞ্জলি দাস বৰ্তমান অসমত মোৰ অতি প্ৰিয় গায়িকি
ভাল লাগিল
সংগীত জগতখনৰ ভিতৰত মোৰ ভলপোৱা এটা কণ্ঠ ❤❤❤❤##গীতাঞ্জলী বা❤❤❤❤ ভালে থাকা তুমি❤❤❤❤❤❤
Ana bor kothopon agrohy kori srotak agrya kori rahka thanks for all the best
Gitanjali ba tomar voice to ultimately val lagil❤❤❤❤
Very much high standard interview from both sides.
Bohut val lagil gitanjali video sai
Geetanjoli Das my favorite singer
Ba val lagilse aapunar jaatra moi niyomiya hohojatri 🙏❤️👍
Waoooo....my one of the favourite singer 💗.. unique voice 🔥🔥 🔥 val lagil xai ...
Bhut bhall ligise singer janir kotha bor mok apulto korisre agily anakua parfamance pam good
Madhur কন্ঠ ❤❤❤
আইচেংফা বা,শিল্পী কলা কুশলীৰ লগতে সাহিত্য জগত খনৰ লগত জড়িত ব্যক্তি সকলকো আপোনাৰ যাত্ৰা অনুষ্ঠানটি লৈ আমন্ত্রণ জনাবচোন।
আইচেংফা বা,শিল্পী কলা কুশলীৰ লগতে সাহিত্য জগত খনৰ লগত জড়িত ব্যক্তি সকলকো আপোনাৰ "যাত্ৰা"অনুষ্ঠানটি লৈ আমন্ত্রণ জনাবচোন।
❤❤❤❤❤❤❤❤❤❤
ধুনীয়া লাগিছে দেই
Gitanjali ba hoxay val bohut❤
মোৰ প্রিয় গায়িকা গীতাঞ্জলী দাস, আচুর্য্য, ৰাকেশৰিয়ান, ভিতালী, প্রিয়ংকা❤❤❤
আই অ দেহী এইষাৰ মাত আইচেংফাৰ বৰ মৰমলগা, লগতে গীতাঞ্জলি সদায় আমাৰ নামৰূপ বাসীৰ ছোৱালী।
Dhuniya 🥰🥰 ba❤
Dhuniya lage geetbor
I like the voice of Geetanjali,
I knew her first from Name Geetanjali bihusong.
সুন্দৰ
Gitanjali ba voice 2 ultimately lage ❤ you ba
Bhal lagil
Dunia
এই যাত্ৰা কোনোদিনে যাতে থমকি নৰয় তাৰে কামনা কৰিলো।আজি গীতাঞ্জলি বাৰ কথাবোৰ ইমান ভাল লাগিল।আপোনাৰ টো কবয়েই নালগে বাৰু
From Namrup dei ❤❤
Gitajali baa r unique voice
Bohut val lage apunar vidio bur ata ata notun kotha janibo pora jai aichengfa Baa roi thaku notun ata episode ketiya ahibo buli...nd gitanjoli Baa bohut bohut xuvokamona❤ apuni khubei priyo amar ❤Baa mur anurudh apunale amrita baa aru subasona baa k invite jonabo amar jatra le.... Amar bulie koisu karn mi apunar xodai xohojatri
Beautiful,,, no words