আধৰুৱা এটি প্ৰণয় || REDFM LOVE STORY BY RJ PAHI

Поделиться
HTML-код
  • Опубликовано: 28 ноя 2021
  • Presenting another love story by RJ Pahi.
    Subscribe to the channel for more of such videos.
    Send us your love story at the following address in the form of letters.
    Address : Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
    WE DO NOT ACCEPT IT ON OUR WHATSAPP NO. OR MAIL
    এতিয়াৰ পৰা Love story mail অথবা WhatsApp যোগে গ্ৰহণ কৰা নহয়। Love story পঠিয়াবলৈ আপুনি চিঠি লিখি তলত উল্লেখিত ঠিকনাত পোষ্ট কৰক ।
    Red FM Office, Jupitara Palace 1st floor ABC GS Rd Guwahati 781005.
    #LoveStoryWithRJPahi
    ___________________________________________________
    Now Enjoy your favorite show on the Red FM India App.
    Download NOW: bit.ly/redfmapp
    Connect with us at our social media handles
    Facebook: / redfmindia
    Twitter: / redfmindia
    Instagram: / redfmindia
    RUclips: / 935redtv
    Telegram: t.me/redfmindia
    Clubhouse: www.clubhouse.com/club/red-fm...
    Follow your favorite RJ's at: www.redfmindia.in/
    Regional Red FM RUclips Channels -
    / bauaaredfmindia
    Follow RJ Pahi :
    rjpahi
    redfmrjpahi
    Follow RJ Mandy :
    rjmandys
    RedfmRJMandy
    Follow RJ Kuldeep :
    redfm_rjkuldeep
    redfmrjkuldeep

Комментарии • 1,1 тыс.

  • @jonjyoti-Nath08
    @jonjyoti-Nath08 2 года назад +95

    দুচকুৰে চকুলো বৈ গ'ল story টো শুনি 😥 সঁচাই বহুত ভাল লাগিল ❤🌸💛 1st jito love story mor bhut vl lgisil xeitu hoise "মৰম ভালপোৱা " aru aibr aito love story mor favorite hoi raba💖

    • @aalizzwell438
      @aalizzwell438 2 года назад

      মৰম ভালপোৱাৰ story tur লিংক comments dibo parile dba sun please

    • @janmoni-sani4879
      @janmoni-sani4879 2 года назад

      @@aalizzwell438 a2 chanel r play list jowa tate ase

    • @MriduPaban.
      @MriduPaban. 2 года назад

      Link tu diba sn মৰম ভালপোৱা story tor

  • @nikitatalukdar4921
    @nikitatalukdar4921 2 года назад +16

    বহু দিনৰ অন্তত love story শুনিলো। চকুলো নিগৰি পৰিছে। আপোনাৰ voice ত যেন জিপাল হৈ পৰিছে story টো আৰু এবাৰ ৷ প্রেম মানেই বিবাহ নহয় , এইটো সঁচা ৷ কিন্তু প্রতিটো প্রেমৰ সম্পৰ্কত যদি ইমান বিশ্বাস, মৰম, ভাল পোৱা , শ্ৰদ্ধা থাকে ৷ তেনেহলে আধৰুৱা হৈও ই সফল ৷ শেষত ভালে থাকক সকলো সম্পর্ক ৷ ভালে থাকক ৰিহান ৷

  • @sangitaroy9494
    @sangitaroy9494 2 года назад +47

    প্ৰেম মানে প্ৰাপ্তি নহয়, প্ৰেমৰ অন্য এটি নাম ত্যাগ ❤️

  • @dibyajyotineog796
    @dibyajyotineog796 2 года назад +311

    সম্পৰ্কটো দুয়োজনৰ ফালৰ পৰা আছিলে যেতিয়া দুয়োজনে দুয়োজনৰ ঘৰত তেওঁলোকৰ শুনাই চাব পাৰিলে হলে কিন্তু সম্পৰ্কটোৰ কথা । ঘৰত কিজানি মানি ললেই হয় বা ।এবাৰ চেষ্টা কৰি চাব পাৰিলে হয় দুয়োজনে । দুয়োজনেই ভালে থাকক নিজৰ নিজৰ ঠাইত ❤

  • @matrix9pro
    @matrix9pro 2 года назад +270

    ভালপোৱা মানে অকল বিবাহ নহয়। ভালপোৱা আন অৰ্থত ত্যাগ । ভাল লাগিল এটা সুন্দৰ love story.

  • @ritupansaikiaofficial2761
    @ritupansaikiaofficial2761 2 года назад +38

    বহুত বেছি ভাল লাগিল love story টো আশা কৰোঁ তুমি বহুত ভাল এগৰাকী life partner পোৱা 🤗

  • @Trading-Tiger-01
    @Trading-Tiger-01 2 года назад +18

    কিয় সমাজে বনোৱা নিয়মবোৰৰ জাল খনত সঁচা ভালপোৱাবোৰ বাজি ৰয় ! হৃদয়পৰশা আছিল 💝

  • @NDR_LIZA
    @NDR_LIZA Год назад +14

    Xaskoi হৃদয় চুই গ'ল।।।। ভালে থাকা দুয়ো,,,, ❤❤❤,,,, ৰিহান তুমি যত থাকা সুখত থাকা,,, সচাঁকৈয়ে You Are The Great...👍👍👍🙏🙏🙏

  • @parthaprotim6824
    @parthaprotim6824 2 года назад +136

    সঁচাই দুৰ্দান্ত প্ৰেমিক । দুখ লাগিল যদিও আপোনালোকৰ বুজাবুজিখিনি দেখি আপোনালোক ব্যতিক্ৰম হৈ ৰ'ল । 😍😍পাহি বা always love you 😍❤

  • @rosokavlogs9197
    @rosokavlogs9197 2 года назад +58

    কিমান story শুনি চুকলো বৈ আহে☺️
    কিমান কাহিনী নিজৰ লগত মিলে বা তাইৰ লগত মিলে🙂
    এদিন মই ও আগবঢ়াম মোৰ প্ৰেম কাহিনীৰ টুটৰা এটি🌱🌱

  • @sra6464
    @sra6464 2 года назад +24

    জীৱনত প্ৰথম বাৰৰ বাৰে youtube ত comment কৰিছো, বহুত ভাল লাগিল, এতিয়ালৈকে আধা শুনিছো, শেষৰ ফালে কি হব হয়তো গম পাইছে, সেইবাবে শুনিব ভয় লাগিছে !

  • @rumakalita3510
    @rumakalita3510 Год назад +14

    গতিময় জীৱনৰ আঁৰডাল হেৰায় গ'ল এই বাক্যশাৰী য়ে হৃদয় চুই গ'ল!😊✨❤️

  • @trishna5775
    @trishna5775 2 года назад +55

    আধৰুৱা এটি প্ৰণয়। শুনি শুব দুখ লাগিল। RJ পাহি বা আপোনাৰ love story বোৰ ইমান সুন্দৰকৈ কয় ধৰিবই নোৱাৰি যে ফোনটোত শুনি আছোঁ নে কথা বোৰ দেখি আছোঁ নিজ চকুৰে🤔সঁচাকৈ যাদু আছে আপোনাৰ মাতত। আগলৈও এনেকুৱা সুন্দৰ জীয়া কাহিনী শুনিব পাম বুলি আশাবাদী❤️love frm gauhati..☺️☺️☺️

  • @tribenibora6051
    @tribenibora6051 2 года назад +10

    ৰিহান আৰু পৰি তোমালোকৰ কাহিনীটোৱে সচাকৈ হৃদয় চুই গ'ল 🥺♥️।চকুলো বৈ গ'ল।

  • @Enthusiast_V
    @Enthusiast_V 2 года назад +45

    Although l personally feel that "LOVE IS NOT ONLY ABOUT GETTING MARRIED or BEING TOGETHER FOREVER"... Literally heads off to the most sensible & dignified man Mr. RIHAN & sweet & delicate lady Miss PARI. Uh both temporarily came like a ray of happiness in each other life & made some impeccable permanent moments of love in ur life, which will give uh some instant smile on ur face🌟❤️

  • @manjuladoley7821
    @manjuladoley7821 2 года назад +18

    বৰ ভাল লাগিল পঢ়ি । আশা কৰো ৰিহান আৰু পৰী সদায়ে সুখী হওঁক ।

  • @user-jt4vr2wt4f
    @user-jt4vr2wt4f 2 года назад +61

    জীবন বৰ অনুপম তুমি সদায় জয়ী হোৱা ।আজিৰ দিনত প্ৰকৃত প্ৰেমৰ বৰ অভাব ।সকলো যন্ত্ৰ হৈ গৈছে ।ভাল লাগিল যে এই যান্ত্ৰিকতাৰ দিনতো পৃথিৱীত এতিয়াও জীয়াই আছে প্ৰকৃত প্ৰেম ।প্ৰেম অমৰ ........... ।

  • @chayanikakalita7994
    @chayanikakalita7994 2 года назад +13

    বহুত বহুত ভাল লাগিল ❣️ তুমি ভালে থাকা যেন এইয়াই ভগৱানৰ ওচৰত পাৰ্থনা 🌼

  • @sayanikabonia2847
    @sayanikabonia2847 Год назад +9

    কাহিনী ভাগ কৰবাত নহয়...... কৰবাত মোৰ জীবন ৰ লগতো মিলি গল ...... 🥺
    নিৰ্জন নিশা এই কাহিনী ভাগৰ ভিতৰলৈ সোমাই পৰিছিলো 🥺
    বহুত দুখ লাগিল কাহিনী ভাগ শুনি..
    উপায় নাই ঔ এইয়া য়ে নিয়তীৰে লিখনি

  • @pikuchowdhury6975
    @pikuchowdhury6975 2 года назад +19

    After 4/5 years I m listening ur story n somewhere I can relate.bcz I m in the same position. Caste, religion, status all these r like sharp knives who cut out hears into pieces. We r living but not alive from inside

  • @Sumpisvlog
    @Sumpisvlog 2 года назад +98

    হাঁহিৰে আৰাম্ভ হোৱা এটা মৰম লগা কাহিনী 😊 যাৰ শেষ চকুপানী আৰু বুজাবুজি 😣 সচাই আচৰিত ।।
    হৃদয় চুই যোৱা এটি কাহিনী 😊 তেওঁলোকৰ ভালপোৱাৰ মাজত ত্যাগ আছে ।। সচাই মহান তেওঁলোক ।। সদায় ভালে থাকক তেওঁলোক নিজৰ নিজৰ ঠাইত তাকে কামনা 😊...

  • @Utpal_official231
    @Utpal_official231 2 года назад +24

    বহু দিনৰ মূৰত শুনিলোঁ আৰু বহুত ভাল লাগিল কিন্তু এটা কথা সঁচাকৈ চকুলোঁ বাগৰি গৈছে😭😭 তোমাৰ মুখেৰে love story শুনিলে মোৰ তাই লৈ বৰ কৈ মনত পৰিল আৰু বহুত দুখি হৈ পৰিলোঁ

  • @mituborah8891
    @mituborah8891 Год назад +6

    ভগৱানে যাতে দুয়োকে কুশলে ৰাখে, তাৰে কামনা কৰিলো, ইমান পৱিত্ৰ ভাল পোৱা সচাকৈ ।।

  • @Bandana1800
    @Bandana1800 Год назад +5

    Respect for both.. Jetia "Niyoti" koisil hosake sokupani rokhaboloi pora nasilu.. eman bujabuji eman bhal pua.. ❤️

  • @gayatrinath9223
    @gayatrinath9223 2 года назад +8

    কাহিনী টো শুনি এনে লাগিল তাত ঘটা ঘটনাৰ কিছু অংশ মোৰ লগত মিলে আৰু এনে লাগিল মোৰ হৃদয়ৰ কোনোবা অংশত খুণ্ডিয়াই হৃদয় কপাঁই দিলে,,,nice

  • @mriduladas5521
    @mriduladas5521 2 года назад +64

    বহুঁত ষ্টোৰী শুনিলোঁ‌ পাহি বা,,, কিন্তু আজি এই ষ্টোৰী তু শুনি চকু পানী বৈ আহিল।😢😢 তাৰ নহওঁ বুলি জানিও ভাল পাইছিলোঁ তাক। প্ৰথমে বন্ধুত্ব তাৰ পাছত প্ৰেম। আৰু যেতিয়া সপোনবোৰ দিঠক কৰা সময় আহিল। সকলোৰে সুখঁৰ বাবে তাক ত্যাগ কৰিব লগা হয়। একমাত্ৰ ধৰ্মৰ কাৰণে 🥺😓😓 নিস্বাৰ্থ প্ৰেম আছিল আমাৰ মাজত।
    তাৰ লগত থকা ম্মৃতি বোৰ চাই আজিও কান্দো। এবছৰ হ'ল কিন্তু তাক পাহৰিব পৰা নাই। নাজানো ভবিষ্যতে কাৰ লগত বিয়া হ'ম কিন্তু যাৰ লগত নহওঁ কিয় মোৰ যদি ল'ৰা সন্তান হৈ মই তাক মতা নামাটো এ ৰাখিম।(জোন)🙂💓💓
    ইয়াৰ যোগেদি এইটো এ কম তুমাক।যতে আছা ভগবানে ভালে ৰাখক তুমাক।মনৰ সকলো আশা যেন পুণৰ হৈ। তাৰে কামণা কৰিলোঁ।🙂🥰🥰
    শেষত ক'ব বিচাৰোঁ ভাল পোৱাৰ আন এটি নাম ত্যাগ 🙂🙂

    • @rejibahmedofficial1381
      @rejibahmedofficial1381 Год назад +1

      Xei pori joni apuni a asil neki?

    • @mahindridas1311
      @mahindridas1311 Год назад

      Sex karisila

    • @mriduladas5521
      @mriduladas5521 Год назад

      @@rejibahmedofficial1381 সেইজনি মই নহয়

    • @rejibahmedofficial1381
      @rejibahmedofficial1381 Год назад +1

      কিন্তু আপোনাৰ কমেন্টটো কিয় তেনেকুৱা লাগিছে তেন্তে?

    • @mriduladas5521
      @mriduladas5521 Год назад

      @@rejibahmedofficial1381 কিয় তেনেকুৱা লাগিছে নাজানো। মই মোৰ লগত যি হৈছিল তাকে হে কৈছোঁ 🙂🙂

  • @jayantasharma1326
    @jayantasharma1326 2 года назад +10

    This love story is really full respect and sweet...But not fulfilled because of Religion....Really Very Heart Touching Love Story....The way he Tell Good bye to her is very emotional 😢😞

  • @Pranjal_M_Baruah
    @Pranjal_M_Baruah 2 года назад +4

    হাঁহিৰ আঁৰৰ চকুপানীখিনি লুকুৱাই থবলৈ বহুত বেছি কষ্ট হয়। যি কি নহওঁক পৰি সদায় সুখী হোৱা আৰু ৰিহান বহুত বেছি চেকৰিফাইছ কৰি জীৱনত আগবাঢ়িলা । সঁচা ভালপোৱাক বুকুৰ মাজত লৈ ফুৰা জীৱনটো বহুত সুন্দৰ হব ।। ধন্যবাদ পাহি বা 😊😍🙏

  • @nijarakalita141
    @nijarakalita141 Год назад +8

    এনেকুৱা প্ৰেম সঁচাই সন্মানিত 🙏।কিয় জানো দুয়োজনে ঘৰত কথাটো কোৱা হলে 😞

  • @ananyasaikia6241
    @ananyasaikia6241 2 года назад +91

    2016 তে শুনিছিলোঁ, আজি ঘপকে link টো পাই শুনিলোঁ,ভাল লাগিল বহুত💗

  • @brotherscreation1264
    @brotherscreation1264 2 года назад +93

    বহুত কষ্ট হয় যেতিয়া নিজৰ ভাল পোৱা নিজে বিদায় দিব লগা হয় । কিন্তু কি কৰিম নিজৰ মা দেউতা ফালে চাই সেইখিনি কৰিব বাধ্য যত কনো ভৱিষ্যত নাই তাত জানো থাকি কিবা লাভ হব ? অনুভৱ কৰিব পাৰিছো ৰিহান এ কেনেকৈ বিদায় দিছে নিজৰ প্ৰিয় জনক । কিমান কষ্টকৰ এই কাম সেয়া কেৱল সেইজন মানুহে গম পাই 😑 Well done Rihan ☺️ তুমি যি কৰিছা বহুত ভাল কৰিছা । যতে থকা ভালে থকা । পাহি বা এনেকুৱা story এটা পুনৰ আপোনাৰ মুখত শুনিবৰ বাবে মাত্ৰ কেইটামান দিন অপেক্ষা । মইও মোৰ আধৰুৱা কাহিনী আপোনাৰ লে লিখি আছো

    • @Believe.786
      @Believe.786 2 года назад +2

      Yea it's so sad when you don't want to say bye someone instead you have to say bye .

    • @bulilahon2328
      @bulilahon2328 2 года назад

      Oooopo 9o9opio9pokkppplooo99oopo

    • @ninjahansel2854
      @ninjahansel2854 2 года назад

      কাহিনিতু শুনি ৰব নোৱাৰিলি(😭🙏🙏🙏🙏🙏

  • @user-yb1jl3pd4l
    @user-yb1jl3pd4l 2 года назад +17

    প্ৰেম এনেকুৱাই কাৰোবৰ হৃদয় হাহে কাৰোৱাৰ কান্দে

  • @arfinhassan1227
    @arfinhassan1227 Год назад +6

    নকান্দি নোৱাৰিলোঁ।।ঘৰত এবাৰ কৈ চাব লাগিছিল, হয়টো আজি একেলগে থাকিলে হয়।।ইমান ভাল পোৱা,ইমান সন্মান।।
    Truly touched 💕💕

  • @pallabisaikia7050
    @pallabisaikia7050 2 года назад +90

    জীৱনত যদি জাতি, ধৰ্মৰ কোনো বিভাজন নাথাকিল হয় আজি বহুতে দুখৰ মাজৰ পৰা মুৰ তুলি চাব পাৰিল হয়.....😔😔
    " মন যায় জানা কেতিয়াবা ভাগৰুৱা কলিজাতি তোমাৰ কোলাত থৈ জিৰণি ল'বলৈ কিন্তু কি হ'ব নিৱটিয়ে দি যোৱা সেই শপত বানি ত আজি মই আবদ্ধ."
    মন গ'লে ও নোৱাৰো জানা....😥😢😟😟

    • @jitumajhi2795
      @jitumajhi2795 2 года назад

      Bohut val lagil pahi baa......love Mur life ot ni but Val lage Ane kisuman story...tq ba Ane story Diya karone.....

  • @shyamolikagogoi438
    @shyamolikagogoi438 2 года назад +45

    ইমান পবিত্ৰ!ইমান ভালপোৱা...!দুয়ো সদায় এই ভালপোৱাৰে পৰিপূৰ্ণ হৈ থাকক

  • @shyamalchandraroy1826
    @shyamalchandraroy1826 2 года назад +5

    যিয়ে কাৰোবাক সঁচা অন্তৰ দি ভাল পাইছে তেওঁ এই কাহিনীটো শুনি চকু পানী ধৰি ৰাখিব পৰা নাই ..... যেতিয়া কাহিনীটো শুনি আছিলোঁ ভবাই যে এইটো কেৱল পৰি আৰু ৰিহানৰ কাহিনী , প্ৰতি to কথাই অন্তৰ চুই গল। দুয়োৰে নতুন জীৱনৰ শুভ কামান জনালোঁ।
    সঁচা প্ৰেম সদায় অন্তৰত থাকে।

  • @chetry452
    @chetry452 Год назад +5

    Strong love 💕 ত্যাগ মানেই ভালপোৱা। এই ভালপোৱাত এক্সট্ৰা energy asil ।

  • @dimpalbora5573
    @dimpalbora5573 2 года назад +13

    সচাঁই অন্তৰ চুই যোৱা কাহিনী ❤️❤️❤️ always lv u pahi baa

  • @trishnalaskar23
    @trishnalaskar23 2 года назад +21

    নাকান্দি নোৱাৰিলো পাহি বা। ইমান মৰম,ইমান ভালপোৱা আৰু ইমান সন্মান থকা এটা প্ৰেমৰ সম্পৰ্কৰ পৰিণতি বৰ দুখৰ 😢😢😢😢😢 ইশ্বৰে কুশলে ৰাখক দুয়োকে 🙏

  • @debashisd1b24
    @debashisd1b24 2 года назад +5

    বহুত সন্মানেৰে তেওঁ প্রেমক আগুৱাই নিলে।প্ৰেম মনেই যে প্ৰাপ্তি তাৰ কোনো কথা নাই।প্ৰেম মানেই সন্মান আৰু তেওঁ সেই সন্মান প্ৰেমক দিছে।বহুত দুখ লাগিল শুনি।

  • @nksdo
    @nksdo 2 года назад +16

    দুখ লাগিল, তেওঁলোক যদি দুয়োটাই Celebrity হ'লে হয় তেন্তে তেওঁলোকৰ প্ৰেম সফল হ'লহেতেন,
    সমাজেও মানি ল'লেহেতেন,
    আমি যে সাধাৰণ মানুহ, সেয়ে মানি নলয়।

  • @dipankarhazarika5354
    @dipankarhazarika5354 2 года назад +14

    কাহিনীটো কোনো কোনো ক্ষেত্ৰত নিজৰ লগত মিলি গ'লে শুনিবলৈ আৰু ভাল লাগে💕🥺

  • @monstargamar3614
    @monstargamar3614 2 года назад +17

    I love this story 👌 Thank you RJ pahi 😔

  • @nosto69
    @nosto69 2 года назад +14

    সঁচাই অন্তৰ চুই গল, বহুত বেছি ভাল লাগিল❣️🥀

  • @jitualicomedystar7154
    @jitualicomedystar7154 2 года назад +24

    খুব সুন্দৰ লাগিল love ❤ story তো।

  • @Cartoontvha
    @Cartoontvha 2 года назад +13

    সম্পৰ্কটো দুয়োজনৰ ফালৰ পৰা আছিলে যেতিয়া দুয়োজনে দুয়োজনৰ ঘৰত তেওঁলোকৰ শুনাই চাব পাৰিলে হলে কিন্তু সম্পৰ্কটোৰ কথা । ঘৰত কিজানি মানি ললেই হয় বা ।এবাৰ চেষ্টা কৰি চাব পাৰিলে হয় দুয়োজনে । দুয়োজনেই ভালে থাকক নিজৰ নিজৰ ঠাইত । Very heartoching Love story...❤️❤️💞 Nice VOICE PAHI baa💓#RJPAHI

    • @njvideos5209
      @njvideos5209 2 года назад

      kotha khini thikei koisa aber sesta korib parile hoi😔

  • @jagyasenigogoi5750
    @jagyasenigogoi5750 2 года назад +6

    Such a brave and honest person you are Rihan.. God bless you🤍

  • @dishabayan1767
    @dishabayan1767 2 года назад +18

    অন্তৰ্ চুই যোৱা কাহিনী ❣️

  • @AllINONE-ru3qu
    @AllINONE-ru3qu 2 года назад +6

    মৰমবোৰ সদায় এনেকৈয়ে বৈ যায় কেতিয়াবা ভালপোৱাৰ অনাবিল সুখ- বোৰলৈ আৰু কেতিয়াবা ভালপোৱাৰ নীৰৱতাৰ আন্ধাৰে আৱৰি ৰখা দুখৰ পৰা সুখৰ মাজলৈ।🥲🙃

  • @prahladdas5061
    @prahladdas5061 2 года назад +15

    ৰিহান তুমি এজন প্ৰেমৰ নিদৰ্শন ❤️👍😭

  • @dharitritalukdar03
    @dharitritalukdar03 2 года назад +28

    This love story will be one of my most respected love story till date and of course heart touching story❤️

  • @career-Growth-ms9vl
    @career-Growth-ms9vl 2 года назад +42

    Story of the decade....❣️..such a great work by the whole team..hats off ....

  • @pulakeditzzz9658
    @pulakeditzzz9658 Год назад +6

    প্ৰেমিকা নহয় বন্ধুত্বৰ প্ৰয়োজন 🫂🫂🫂 ধুনীয়া story 😍😍😍😍

  • @mrinmoydas4191
    @mrinmoydas4191 2 года назад +6

    Bohut dhuniya ata Story... Xosa premor kunu xekh nathake... Hei proof palu.... ❣️love you pahi baa

  • @juriatozvlogs1258
    @juriatozvlogs1258 2 года назад +17

    ইমানেই মন চুই যোৱা কাহিনীটো... নিলিখাকৈ নোৱাৰিলোঁ..কিনো ক'ম শব্দৰ অভাৱ... আপোনাৰ ব্যক্তিত্বক শলাগিৱই লাগিৱ.. কিয়নো আপোনাৰ দৰে ব্যক্তি আজিৰ সমাজৰ আদৰ্শ... আপুনি কৈছিল লিখিৱ নাজানো কিন্তু আপোনাৰ লিখনি উপস্থাপন বহুত বেচি উত্তম.. আৰু পাহি বাৰ সুমধুৰ কণ্ঠত জীপাল হৈছে ইয়াৰ প্ৰতিটো পৃষ্ঠা...ৰিহান আহমেদ আগন্তুক জীৱনত আপুনি আৰু বেছি সুখী হওঁক.. 👍

  • @sonjay9830
    @sonjay9830 2 года назад +6

    পাহি বা ধুণীয়া লাগিলে 🥰🥰 শুনি আপোনাৰ love story

  • @mousamborah2482
    @mousamborah2482 2 года назад +13

    অন্তৰ চুই যোৱা প্ৰেম কাহিনী🥰

  • @songeetaboruah5608
    @songeetaboruah5608 2 года назад +10

    Best love Story I have ever listened 🥰

  • @lifestyle1467
    @lifestyle1467 Год назад +6

    অন্তৰ চুই যোৱা এটা সঁচা প্ৰেমৰ কাহিনী।। যতে আছা ভালে থকা তুমিও আৰু 2মাৰ পৰি ও।🥺

  • @masidurrahman5641
    @masidurrahman5641 2 года назад +7

    ❤️❤️❤️...best love story of this century

  • @MRP081
    @MRP081 2 года назад +10

    Respect both... Really চকুপানী ওলাই গ'ল । ইমান সুন্দৰকৈ আগবঢ়াই নিছে প্রেম,এনেকৈয়ে সুখী হওক দুয়ো দুয়ো জাগাত হ'লেও,

  • @bobitabegum3632
    @bobitabegum3632 2 года назад +9

    Best Story ever❤

  • @smritibora1558
    @smritibora1558 2 года назад +12

    Story টো শুনি থাকোঁতেই চকুপানী ওলায় গ'ল। ৰিহান তুমি সুখী হোৱা ।I wish সকলোৰে প্ৰেমিক তোমাৰ দলে হয়

  • @jibonor_anubhuti_official
    @jibonor_anubhuti_official 2 года назад +8

    হৃদয় চুই যায় আপোনাৰ মাত টোৱে 🥺🥺🥺🥺❤️❤️❤️❤️

  • @yfslalganeshbranch4667
    @yfslalganeshbranch4667 2 года назад +10

    This love story will be one of my most respected love story .

  • @ridiplahon26
    @ridiplahon26 2 года назад +3

    বহুত ধুনীয়া এটা Heart touching love story... শুনি ভাল লাগিল।

  • @kunjadas703
    @kunjadas703 2 года назад +18

    অন্তৰ চুই যোৱা ❤️❤️❤️

  • @mrinalkumarbaruah6138
    @mrinalkumarbaruah6138 2 года назад +15

    Aji bohu dinor murt eta bhutei bhal love story hunibo palu tar babe thankyou pahi baa.
    Riyan daa and pari baa tumaluk duyu hukhi hua ....eikhinite pahi bai kua dore moiu kolu hoi jiholeu jdi abr apunaluk duyu a ghrt kole hoi tetia hoitu kunu khinite question mark natakil hoi. Apuna lukor duyu love story huni moi u dukh prokakh korisu.
    And at last a request to both of you eya pixr homoi xuwat Riyan daa lifet kunuba /karubak apuni grohan korile /parile ne? ruu Pari baa life kunuba ahil ne /grohan korile ne ? Hei pisor homoi khini kothau apuna luke akou abr ame hunibo krone hubidha kan kore diye jen heyai mur request.
    Love you apunaluk duyu loi 🥀🥲

  • @karabirajbongshikokrajhar3559
    @karabirajbongshikokrajhar3559 2 года назад +6

    Heart Touching story 💞💞

  • @Mahidul1M
    @Mahidul1M 2 года назад +2

    প্ৰেম মানেই ত্যাগ। সচাই অন্তৰখন চুই গল। দুয়োজনেই সুখী হওক তাৰেই কামনা

  • @darshanamedhi6040
    @darshanamedhi6040 2 года назад +1

    Aji loike kuno tu story huni soku pani uluwa nasil.....woow....kunubai kunubak eman o bhal pabo pare ne....May God bless both of you Rihan And pari.....❤

  • @mr.sujitlekharu3243
    @mr.sujitlekharu3243 2 года назад +7

    Beautiful love story ❣️

  • @peranakonwarperanakonwar7646
    @peranakonwarperanakonwar7646 2 года назад +7

    Best story ever❤️

  • @ansumanpatra2157
    @ansumanpatra2157 2 года назад +10

    True loves are always incomplete 💔

  • @pranjalhazarika1121
    @pranjalhazarika1121 2 года назад +8

    Same thing happened with me
    Cast prblm 😔😔
    Hasakoi bht miss krisu bey 😢 story huna pist aji 😔
    Miss u 😔

  • @dhruvvlog3336
    @dhruvvlog3336 2 года назад +7

    So lovely story god bless you 🥰❤️

  • @pratikshabaishyababi3271
    @pratikshabaishyababi3271 2 года назад +7

    Really, Heart touching love story ❣
    Love from Nalbari ❤

  • @mamonroy6134
    @mamonroy6134 2 года назад +1

    এটি ইমান ধুনীয়া Love story❤।তোমাৰ জীৱনৰ কাহিনীটো মোৰ লগত প্ৰায় মিলিত ৰিহান।তোমাৰ Love storyটো শুনি বহুতে ভাল লাগিল। আশা কৰো তুমি জীৱনত আগুৱাই গৈ থাকা আৰু তোমাৰ carrier এটি তৰাৰ যেন জিলিকি গৈ থাকে তাকে আশা কৰিলো..my god bless you✨💕

  • @bhupalidas5989
    @bhupalidas5989 2 года назад +162

    অন্তৰ চুই যোৱা এটি প্ৰেম কাহিনী❤️

  • @niharikadeka1077
    @niharikadeka1077 2 года назад +6

    Kune koi hosa prem ni..prem r oniyo ata nam tiyag jak hokolua kreb nuare..jiya kreb pare buja bujire..tewlukok hosai ata big salute..prem kore thoka obostat vabiboi nuaru aibur jiya kore desa kore ahsa aiya hosai honmaniyo..amr vabiboleke dukh lge tewluke koreb loga hl.huniya kandu tewluke dinbur par kore ase..jibn hohoj janu?njanu kintu hosa prem ru ru vaigo jn akbrai blg.jdi akai hl hoi hokolure success thkil hoi..prem hosai sorgio onubhuti.ai tiyagor past hoitu kostote par hb tewlukor jibn, kintu ear past akhn notun odhiyai vgobne Rosi thoise tewlukor babe.jt tewluke aresa tat hekh nihua tat kosto ru dukh hoise kintu strat kw hb ak notunotore khub dhuniya hbo..best wishes thakib duire babe.dujone emn vl mnor mnuh je kunaw beyakoi kbloi aku vakhai nthkb. 🙏

  • @minalgogoiminalgogoi3456
    @minalgogoiminalgogoi3456 2 года назад +3

    ভাল লাগিল শুনি story টো ।।ভাল পোৱা বোৰ এনেকুৱাই ।।কিছুমান সফল হয় কিছুমান নহয়।।

  • @priyankadeka1487
    @priyankadeka1487 2 года назад +1

    Wow dhuniya lagil xuni.. Xasai kandi palalo..

  • @resmafoodvlog5450
    @resmafoodvlog5450 2 года назад +7

    ভালপোৱা এনে কোৱা অনুভূতি যাৰ বাখ্যা দিয়া বৰ কঠিন ।

  • @kaushiksfriendsvlogs
    @kaushiksfriendsvlogs 2 года назад +3

    Comment nkori nuarilu..Story of the year ❤️ and Congratulations for Clearing UPSC 👏

  • @mintucreative1791
    @mintucreative1791 2 года назад +15

    বাইদেউ মোৰ ও এনেকুৱা হেছিল । তাইৰ নাম টো নকও দিওক বহুত ভাল পাইছিলো তাইক 😭

  • @shehnazsultana5692
    @shehnazsultana5692 2 года назад +1

    প্ৰাপ্তিয়েই প্ৰেমৰ শেষ নহয় ৰিহান,আচলতে প্ৰেমৰ শেষেই নাই,আমাৰ হৃদয়ৰ কোনোবা এটা কোনত সেই প্ৰেমৰ অনুভৱ গোটেই জীৱন ৰৈ যায়.....so....all the best......best wishes thakil tumaloi.......hukhi hoa jibonot....and I really respect your decision...Pari loio xubhokamona thakil...hukhi hoa duyota jibonot......🙏

  • @kalyandas5091
    @kalyandas5091 2 года назад +1

    She has also no option..u know na...bt she really luved u truly 4m her heart..for forever...n so b happy both of u...

  • @mofizulhoquemollah3473
    @mofizulhoquemollah3473 2 года назад +4

    Bhu din pist val loga story huniboloi palu thank you pahi ba ❤️❤️❤️

  • @nobita8841
    @nobita8841 2 года назад +48

    Story টো শুনি থাকোঁতে এনে লাগিলে যে কিছু সময়ৰ বাবে মোৰ বুকুৰ ধপধপনি নোহোৱা হৈ গ'ল। 🥺❤️

  • @SiNGleBiRd-1998
    @SiNGleBiRd-1998 2 года назад +5

    ৰাতি নিৰ্জনতাত বৈ আহিছে
    আবেগপ্লাবিত দুধাৰি অশ্ৰুমালা ।।।
    আস্ কি যন্ত্ৰণা !

  • @user-unique
    @user-unique 2 года назад +8

    বহুত ভাল‌ লাগিল শুনি । 🥺🥺 দুখ বহুত লাগিল

  • @_____ONDHOKAR
    @_____ONDHOKAR 2 года назад +11

    Pahi ba I'm form nogau I bohut dinor murot ako ata lv story bohut val lagil 🥰

  • @nitakhanikar1186
    @nitakhanikar1186 2 года назад +4

    সচাকৈয়ে অন্তৰ চুই গৈছে৷৷ভাল হওক দুয়োটাৰে❤️

  • @-r.i.m.i-2906
    @-r.i.m.i-2906 2 года назад +2

    Heart touching story ❤️Loves never ends .

  • @dhananjoyburagohain1996
    @dhananjoyburagohain1996 2 года назад +6

    Love from Dirak, Kakopather 🎉❤️😘. It is the best love story 💕

  • @kritismitamahanta1597
    @kritismitamahanta1597 2 года назад +3

    It's so pure ❤️

  • @parikalita4776
    @parikalita4776 2 года назад +2

    Moi xokolo love story xunisu kintu aitu story akebre Mon sui goise , xuni thakute sokupani ulai ahise , bhut Val lagise , anekua jate karo lgt nhoi ❤️🌼

  • @atkiyacreation4640
    @atkiyacreation4640 2 года назад +9

    I proud of you brother ❤️😑 respect frm golaghat nd I wish you will be happy one day sure 🤲🏻❤️ allah bls uh 🤲🏻❤️

  • @junaitanti5229
    @junaitanti5229 2 года назад +11

    Beautiful ❤️ love ❤️ story ❤️Rehan 👍

  • @bobitasonowal5320
    @bobitasonowal5320 2 года назад +2

    বহুত ভাল লাগিল শুনি শুভেচ্ছা থাকিল আপোনালৈ আপুনি আৰু আগুৱাই যাওঁক 💙💙❤️❤️❤️