Totally agree with you middle class manuh category naikia hoi jabo. Ami okol Tax di thakute goise. Salary increment jiman lage taat more than half tax jai. Aru jibon tu EMI hoi goise.
U d da moi ata kotha kou apuni jodi gutei axom khonot best popular hangbadik or voting kore noh .. moi dem sure j chokropani porashoi sure jikibo... Teuk hosakei sobei val pai ... Bht khula and bhal monor manuh... Moromial... Moi teur hokolu program saw ... ... Anei reporter buli kole khongei uthe .. bt teuk blgt koi bht blg.....❤ Logote U D bro love u ... 4m ur home town NAMRUP...
প্ৰতিজন মধ্যবিত্ত অসমীয়াই বৰ্তমান উপলব্ধি কৰি থকা সমস্যা বোৰ তোমালোকে আলোচনা কৰাত সুখী হলো। তোমালোকে এই সমস্যা বোৰ সমাধানৰ বাবে কিবা এটা পদক্ষেপ লবলৈ চেষ্টা কৰিবা চোন।
অশেষ ধন্যবাদ, মই comments সমূহ পঢ়িলো আপোনালোকৰ, মোৰ নিজৰেই চকুপানী ওলাই গল , চক্ৰপাণিৰ চকুপানী ওলাই গল 😢... ধন্যবাদ ধন্যবাদ, আশীৰ্বাদ কৰিব ❤❤❤
হালধীয়া সাংবাদিকতাৰ বিপৰীতে এজন নিকা সাংবাদিকৰ বৰ্তমান সময়ত বহুত প্ৰয়োজন, সেইবাবে চক্ৰপাণি দা প্ৰিয়। আজিৰ আলোচনাতো যেন শেষ নহওক এনে লাগিছিল। কিছুমান কথা ৰাইজক দেখুওৱাটোৰ প্ৰয়োজন আছে। ভালে থাকক আপোনালোক।
বৰ ধুনীয়া এটা আলোচনা কৰিলে আপোনালোকে।।ভাল লাগিল।।আপোনালোকৰ চিন্তা ধাৰাত একমত
তৰুণ গগৈ sir ক বহুত বহুত miss কৰিছোঁ 🙏 বহুত ভাল লাগিছিল তেওঁক,
সচাকৈয়ে চক্ৰপানী পৰাশৰৰ কথাবোৰ বৰ ভাল লাগে বিশেষকৈ হাঁহিটো।অনিমেষ ভুঞাৰ স্মৃতিত লিখা কবিতাটোৱে হৃদয় হৃদয় চুই গ'ল। অযান্ত্রিক আৰু বাৰ্তালাপৰ দীৰ্ঘায়ু কামনা কৰিলো ।❤❤
দুজন favourite মানুহৰ পৰা ইমান খিনি কথা শুনিব পাই সঁচাকৈ বহুত বেছি ভাল লাগিল 🥺❤️ অযান্ত্ৰিক আৰু বাৰ্তালাপ ৰ দীর্ঘায়ু কামনা কৰিলো 🤩❤️
ruclips.net/video/Kk7Dfp5iJb8/видео.htmlsi=xXevb8RK477ogtB4
চক্ৰপাণি দাদা। শিকিলোঁ সাহস পালো।আপোনাৰ কথাবোৰ যে শুনি থাকিব পাৰি ইমানেই গহীন মাতষাৰ । কিতাপৰ মাজত পঢ়া উপন্যাসৰ কথাবোৰ যে কিছু পৰিমাণে যে সঁচা এতিয়া বুজিছোঁ। বহুত ভাল লাগিল। মোৰ স্কুলীয়া জীৱনত মোৰ মা মোৰ প্ৰধান শিক্ষক আছিল। এদিন কাণত ধৰাই থৈছিল স্কুলত।
অযান্ত্ৰিক মোৰ বাবে সুস্থ হোৱাৰ ঔষধ। যেতিয়াই মন বেয়া গা বেয়া লাগে নতুবা কিবা মানসিক শাৰীৰিক অসুস্থতাত ভোগো তেতিয়াই মই অযান্ত্ৰিকৰ চোৱা খণ্ড বোৰেই চাই থাকোঁ সুস্থ হৈ পৰোঁ।। ভাললগা ❤️🙏🎧🎶💐
এক বিশেষ ব্যত্তিত্বৰ অধিকাৰী আপুনি... ইমান সৰল, হাঁহিটোৰেই যেন জিনিব সকলো .... ভগৱানে সদায় সহায় কৰক আপোনাক চক্ৰ দা ... বহুত ভাল হওঁক আপোনাৰ ❤.... অযান্ত্ৰিকলৈ অশেষ ধন্যবাদ 💗✨
বহুদিনৰ পিছত চাইছোঁ ojaantric,,,,, চক্ৰপাণি দাদাক আপোনালোকৰ লগত দেখি ভাল লাগিল, চক্ৰদাৰ কবিতাই হৃদয় স্পৰ্শ কৰি গ'ল।
চক্ৰপানি দাদাৰ বেয়া দিনবোৰৰ কাহিনীবোৰ বহুত দুখ লাগিল । বহুত হাঁহিলো ও বগৰী পাৰা কাহিনী শুনি । আপোনালোক দুইজনকে বহুত ভাল লাগে 🙏❤️💐
বিশেষ খণ্ড❤💚 অযন্ত্ৰিক প্ৰায়েই চাওঁ ,আজিৰ খণ্ডটো নোচোৱালৈ থাকিব নোৱাৰিলোঁ ..... চক্ৰপাণি ছাৰৰ নিৰ্ভিক আৰু সাহসী মনটো খুবেই প্ৰিয় ,তেওঁৰ কথাবোৰ কাৰোবাৰ বাবে যদি সাহস আন কাৰোবাৰ বাবে আকৌ প্ৰেৰণাৰ উৎস। ভালে থাকক ছাৰ😊
অযান্ত্ৰিক ৰ আটাইতকৈ ভাল লগা খণ্ড । চক্ৰপাণি দাৰ সহজ সৰল ব্যৱহাৰ তথা কথনৰ যি কৌশল তাৰ পৰা শিকিব লগা বৰ্তমান প্ৰজন্মৰ বহুত খিনি আছে । আপোনালোক সদায় কুশলে থাকক আৰু সমাজৰ বাবে এনেদৰে কাম কৰি যাওঁক....
বেলেগ কিবা কবলৈ মই সঁচাই ভাবি পোৱা নাই।।। মুঠতে বহুতেই ভাল লাগিল।। দুইয়োজন প্ৰিয় ব্যক্তি।।❣️❣️❣️❣️
প্ৰতিভা যে লুকাই নাথাকে তাৰ উজ্জ্বল নিদৰ্শণ চক্ৰপাণি পৰাশৰ । ভাল লাগিল চাই পাছত চাম বুলি থৈ ও শেষ কৰি হে শান্তি হৈছে । Ojantrik loi bohut morom ❤️.......
চক্ৰপানী দাদা।কিমান প্ৰিয় মানুহ হয়তো শব্দৰে বুজাব নোৱাৰো!তেওঁৰ হাঁহিটিয়ে বহু কথা কৈ যায়!ভালে থাকক সদায় ধুনীয়া মনৰ মানুহবোৰ!বাকী বহুত দিনৰ মূৰত ঘূৰি আহিয়েই প্ৰিয় মানুহজনক নিমন্ত্ৰণ দিয়াৰ বাবে ধন্যবাদ Oasis da aru UD da🙏❤
❤❤❤❤👍👍👍
❤❤❤❤👍👍👍
চক্ৰ দাদা সদায় প্ৰিয় । ভালেই থাকক আপুনি কেতিয়াবা লগ পোৱাৰ আশা এটা পুহি ৰাখিছো ।
সচাকৈ অন্তৰ চুই গ'ল। আপুনি great চক্ৰ দা।
Ata Sabo logia episode..... vl lgil sai .. Thnq Ojaantric.....jibon r hosa kotha Bure hosakoi a buku kopai jai... TC everyone...
ইমানে সুন্দৰ লাগিল চাই । কি কম আৰু । মইও লখিমপুৰৰ , ইতিহাস বিভাগৰ মইও ছাত্ৰী । সাংবাদিকতা ৰ সপোন মোৰো আচে । ❤
চক্ৰপাণি দাদা বুলি ক'লেই কিবা এটা positivity ৰ পৰিৱেশ বিৰাজ কৰে। ভাল লাগে তেখেতৰ ব্যক্তিত্ব😍 ধন্যবাদ উদয়ন দাদা আৰু Oasis দাদা চক্ৰ দাদাক Ojaantric লৈ অনাৰ বাবে। চক্ৰ দা ৰ কবিতা আগতে এবাৰ শুনিছো Aboyob দাদাৰ podcast ত। কবিতাটো যিমান বাৰ শুনিছো কিছুমান কথা ভাবিবলৈ বাধ্য হৈছো। কলমৰ স্বাধীনতা এনেদৰেই শক্তিশালী হৈ ৰওঁক অনাগত প্ৰতিটো দিনলৈ🍃💚
দীৰ্ঘায়ু হওঁক অযান্ত্ৰিক 😍😍☺️
Ojaantric সদায় প্ৰিয় । এইটো খণ্ড বিশেষকৈ প্ৰিয় ।
বহু অপেক্ষাৰ অন্তত অযান্ত্ৰিক ❤ সাংবাদিকতাৰ জগত খনৰ প্রিয় ব্যক্তি চক্র দা। সঁচাকৈ মূল্য কমাব নোৱাৰি নে। মানুহৰ কৰ্ম সকলোৰে বেলেগ বেলেগ কিন্তুু মূল্য একেই। দুখীয়া মধ্যবিত্ত লোকসকলৰ কথাও ভাৱিব লাগিব।
বহু বছৰৰ আগতে মোৰ ঘৰ ধেমাজিৰ পৰা নৈশ বাছত গুৱাহাটীলৈ যাত্ৰা কৰোতে চক্ৰপাণি দাক ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল ...অসমৰ এজন জনপ্ৰিয় সাংবাদিকক অন্তত ওচৰৰ পৰা দেখিছিলো...
উদয়ন দা আৰু ঔৱেচিছ দা আপোনালোকৰ কথাবোৰ বৰ ভাল লাগে। জুবিন দা আৰু ৰবি দাক আনিবছোন,ভাল লাগিব।
কি কম আৰু এনেই প্ৰিয় ojantricতাতে আকৌ তিনিওজন প্ৰিয় ব্যক্তি সদায় আগবাঢ়ি যাওক শুভ কামনা থাকিল❤বাতালাপো মোৰ প্ৰিয় সদায় প্ৰিয় হৈ থাকিব
প্ৰিয় আছিল ojantric অনুষ্ঠান টো মাজত চোৱা নাছিলোঁ, আজি পুনৰ চালোঁ ভাল লাগিল , চক্ৰ দা লগত কৰা আলাপ আলোচনাখিনিয়ে মন চুই গল ❤ চক্ৰ দা কথাবোৰ কিন্তু এটা নতুন দিশ দেখাই যায়, মোৰ প্ৰিয় ব্যক্তিৰ ভিতৰত এজন আপুনি চক্ৰ দা❤
আপুনি সদাই প্ৰিয় চক্ৰ দা ❤️ we always love you 😊🌻
চক্ৰপাণি দা আপোনাৰ কথাবোৰ শুনি দুখ লাগিছে যদিও কেৰাহীৰ টুকুৰাই বাৰুকৈয়ে হঁহোৱালে ❤❤❤
প্ৰিয় মানুহ জন ❤কুশলে থাকক। আপোনাৰ বাৰ্তালাপৰ নিয়মীয়া দৰ্শক মই।লগতে কুশলে থাকক আপোনালোক দুয়ো 💐♥️
ভাল লাগিল😊
কথাবোৰ শুনি বহুত লাগিল, সছা অৰ্থত ভাল মনৰ মানুহ ❤ , ভালে থাকক দাদা . এনেকুৱা ধৰণৰ অনুষ্ঠান তথা মানুহৰ পৰা কিছুমান ভাল কথা জানিব পাৰি । ❤
বহুত বেছি ভাল পাওঁ আপোনাক চক্ৰ ছাৰ আপোনাৰ কথাৰ পৰা বহুত অনুপ্ৰেৰণা পাও আপুনি দীৰ্ঘায়ু হওক কামনা কৰিছোঁ গোটেই এক ঘন্টাৰ ভিডিওটো খুব মনোযোগৰে চালো
অনুষ্ঠান টো ভাল লাগিছে,ওৱেচিছৰ হাঁহি টো এবাৰ দেখা হ'লে বৰ ভাল লাগিল হেঁতেন দেই
বহুত বহুত ভাল লাগিল অজান্টিক চাই। বহুত দিনৰ মূৰত চালোঁ দেই। ধন্যবাদ।🙏
উফ্ ! বহুত দিনৰ মূৰত চালোঁ ।চক্ৰ দাৰ হাঁহিটোৰ বাৱেই মানুহজন বহুত সুখী। দুখখিনিক আঁতৰাই হাঁহিটোক লৈয়ে জীৱন জিনিৱ ।❤
কথা খিনি শুনি দুখু লাগিল, ভালো লাগিল আৰু বহুত হাহিলো। লগতে কবিতা টো সুন্দৰ 🙏
ভাল লাগিল চক্ৰ পানী ৰ জীৱন ৰ কাহিনী শুনি
Aji kali Oasis dak miss nokoru. Hodai dekhi thaku j rag anurag t. Val lagil sai ajir episode tu.
Khub val lagil interview tu
Totally agree with you middle class manuh category naikia hoi jabo. Ami okol Tax di thakute goise. Salary increment jiman lage taat more than half tax jai. Aru jibon tu EMI hoi goise.
বহুত দিনৰ মূৰত নতুন ষ্টুডিঅ'ত ভাললগা এজন ব্যক্তিৰ সৈতে অযান্ত্ৰিক...বৰ ধুনীয়া লাগিছে।❤️🥰
প্ৰিয় ব্যক্তি, প্ৰিয় অনুষ্ঠান। ভাল পালোঁ।
mur ga buhut beya hoi asil but aji episode sai bohut hahilu.val lagil mur je bemar hoi ase moi alp time karne pahori golu. best episode
দুয়োজন সম্মানীয় ব্যক্তি ৰ কথোপকথন শুনি, দেখি বৰ ভাল লাগিল। নিজৰ কৰ্ম ত আগবাঢ়ি যাওঁক, ঈশ্বৰৰ সহায় হওঁক ।💚💚
Seriously the poem is so beautiful ❤.... সকলোবোৰ বাক্যৰ মূল্য আছে
Notification t Chakra Dak dekhi Bohut dinor pisot ojantric salu💗💗
এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী। বহুত ভাল লাগিল।
অপেক্ষাৰ অন্তত❤ চক্ৰ ছাৰৰ কথা একো নকওঁ তেওঁ সদায় প্ৰিয় সদায় বিশেষ 😊 অযান্ত্ৰিকৰ নতুন যাত্ৰালৈ শুভেচ্ছা থাকিল 🎉
নতুন ষ্টুডিঅ সুন্দৰ হৈছে দেখিবলৈ । অযানত্ৰীক আৰু বেছি আৰু বেছি সুন্দৰ হৈ উঠক। লগতে নতুন ষ্টুডিঅত খুব ভাল লগা এজনক... চক্ৰপানী পৰাশৰৰ লগত বাৰ্তালাপ খুব ভাল লাগিল । আপোনালোক এনেদৰে উজলি থাকক। অযানত্ৰীকক সদায় চোৱাৰ হেপাহ আছে ।💐🙏
বিশেষ ধৰণৰ ব্যক্তিত্বৰ গৰাকী চক্ৰপাণি দা... বহুত ভাল লাগিল। আগলৈও এনেকুৱা মানুহ বোৰক আমন্ত্ৰণ কৰিৱ বুলি আশা থাকিল। বহুত শিকিৱ পাৰিলো আজিৰ show টোৰ পৰা
Chakra da... Such a great personality. Thanks Ojantric❤
Really aji ojantric khub bhal lagil..maje maje olop dhamali koru baya napabo..all the best
বহুত ভাল লাগিল interview টো চাই।❤️
অযান্ত্ৰিকত বাৰ্তালাপৰ কথোপকঠনে বৰ্তমানৰ ছবিখন সুন্দৰ কৈ প্ৰকাশ কৰিলে । হাস্যৰসৰ লগতে আমাৰ সমস্যাসমূহ হে আলোচনাত প্ৰকাশ পাইছে । যি হওঁক খুবেই বহুত ভাল লাগিল ।
সুন্দৰ, বহুত সুন্দৰ কবিতা । ভাল লাগিল শুনি ।
দুয়োজনেই মোৰ প্ৰিয় আপোনালোকৰ কথাবোৰ শুনি বহুত ভাল লাগিল এনেদৰেই সাহস আৰু স্পষ্টবাদী মনোভাৱ লৈ আগবাঢ়ি যাওক।
বহু অপেক্ষাৰ পাছত চক্ৰপাণি দাদা Ojaantic অত । বহুত ভাল লাগিল এটো episode ❤️ Love from Tinsukia doomdooma ❤ আৰু Ojaantic পৰিয়ালৰ সকলোকে মোৰ ফালৰ পৰা মৰম থাকিল❤️👍🙏🥰
Best episode till today... Jetiar pora Chakrapani sir'k dekhisu, teu hodai mur favourite😊💐 Edin Nitumoni sir'k matok😌
সঁচাকৈ বহুত ভাগিল আজিৰ খণ্ডটো চক্ৰ দায়ে মানুহক বহুত অনুপ্ৰাণিত কৰিব পাৰে । 💗💗
মই কেইমাহ মানৰ আগৰ পৰা হে আপোনালোকৰ show চাবলৈ আৰম্ভ কৰিছো। আৰু ইমানেই চালো কি কম আৰু । বাৰ্তালাপ ও recently ঢোৱা আৰম্ভ কৰিছো। আপোনালোকক শুনি চাই থকা সময়খিনিত মোৰ নিজৰ পৰিয়ালৰ আড্ডাত বহি থকা যেন লাগে। লগতে এটি গঠনমূলক interview show.
মোৰ বিশ্বাস, বহু সফল হ'ব। বহুতো মৰম ও শুভকামনাৰে্্❤❤❤❤❤ from Hyderabad..
বহুত দিনৰ মুৰত অযান্ত্রিক তাতে আকৌ ভাল লগা মানুহজন ...
Ajiloike sua best episode aitu..
U d da moi ata kotha kou apuni jodi gutei axom khonot best popular hangbadik or voting kore noh .. moi dem sure j chokropani porashoi sure jikibo... Teuk hosakei sobei val pai ... Bht khula and bhal monor manuh... Moromial... Moi teur hokolu program saw ... ... Anei reporter buli kole khongei uthe .. bt teuk blgt koi bht blg.....❤
Logote U D bro love u ... 4m ur home town NAMRUP...
দুয়োজন Favorites ❤ ভালে থাকক।
Finally oasis dar RUclips channel eta j ase monot porile
কি কম শব্দ বিচাৰি পোৱা নাই ইমান বেছি ভাল লাগিছে ❤❤❤ ধন্যবাদ Ojaantric... best episode ❤❤
বহুদিনৰ মূৰত হলেওঁ বৰ ভাল লাগিল অযান্ত্রিকত প্ৰিয় ব্যক্তি জনক দেখা পায় ।
Aitu video r nisina moi aaru kunu video eman upobhug Kora nai ya ne lagil moi u tumalukor logote aasu. Really great. God bless both of you.
Episode2 bht dhunia lgise....ru ata chakra da r logot episode hle vl lgil hoi
কথা খিনি ভাল লাগিল ,এটা গুৰুত্বপূৰ্ণ আলোচনা ❤❤
চক্ৰ পাণি দা সদায় প্ৰিয়❤ লগতে অযান্ত্ৰিক প্ৰিয় show টো বহুত ভাল লাগিল।
ruclips.net/video/Kk7Dfp5iJb8/видео.htmlsi=xXevb8RK477ogtB4
আজিৰ কথাখিনি পূৰ্বতকৈ সুকীয়া। ❤প্ৰিয় মানুহজনৰ প্ৰতিটো কথা মন দি শুনিলোঁ। স্পষ্টবাদী কণ্ঠই আমাক সদায় আপ্লুত কৰে। সঁচা কথাবোৰ খুলি ক'ব পৰাকৈ সকলো সাংবাদিক আপোনাৰ দৰে হোৱা দৰকাৰ। অকৃত্ৰিম মানুহজন সদায় যেন একে থাকে❤।সদায় যেন কুশলে থাকে।❤
চাই হেপাঁহ নপলায়।চক্ৰপাণি দাক ইমান যে ভাল লাগে।ইবাৰ লগ পাবলে মন আছে ❤❤❤
কথাবোৰ শুনি ভাল লাগিল
চক্ৰপাণি পৰাশৰ দাদা,উদয়ন দাদা আৰু মৰমৰ "voice" দাদা জন সদায় প্ৰিয়❤😘😘 অনুপম চক্ৰৱৰ্তী দাদাই নিউজ লাইভ অফিচত এটা show ত কৈছিল এইজন আমাৰ অফিচৰ আটাইতকৈ ধুনীয়া ল'ৰাটো❤😘আজিও কাণত বাজি থাকে😘
আধৰুৱা হৈ থাকিল যেন লাগিল আজিৰ অনুষ্ঠানটো । আৰু বহুত কথা পাতিব থাকি গ'ল নিচিনা অনুভৱ হ'ল।
আকৌ এদিন চক্ৰ দাক অযান্ত্ৰিকৰ অতিথি ৰূপত দেখা পাম বুলি আশা ৰাখিলোঁ ।
অনুষ্ঠান বোৰ নিয়মিত কৰিব 🙏🙏 please....
Love from DHEMAJI ❤
প্ৰতিজন মধ্যবিত্ত অসমীয়াই বৰ্তমান উপলব্ধি কৰি থকা সমস্যা বোৰ তোমালোকে আলোচনা কৰাত সুখী হলো।
তোমালোকে এই সমস্যা বোৰ সমাধানৰ বাবে কিবা এটা পদক্ষেপ লবলৈ চেষ্টা কৰিবা চোন।
Ojantrik k success kri tulile chakra da aru ud dai.. Aiyai ojantrik.. Natural
ভাল লগা এটা অনুষ্ঠান উপভোগ কৰিলো । অযান্ত্ৰিক আৰু আগবাঢ়ি যাওক ।
The 1st and last Assamese podcast channel I love to listen and watch
ভাল মনৰ গৰাকী ৷ ঘাতপ্ৰতিঘাতেৰে জৰ্জড়িত জীৱন সুখময়❤ ভাষাহীন সুন্দৰ চিন্তা ❤️ সকলোৱে এনেদৰেই ভবা হ’লে হয়তো সকলোৰে সুন্দৰ হ’লহেতেন ৷ কথোপকথনত মই একমত❤️
ভাল হওক সকলোৱে৷
Favourite reporter ❤️
Cakradak abar sabole Ojantrict bor mon asil...
Bartalapt jatiya koisl Udi dai j chakra adin log pam tumk Ojantrict...
Haidinr porai..
Gem hoi Chakrada gem 🥰
বহুত অপেক্ষা মূৰত আহিল, আৰু Ojantric সদায় ৰৈ আছিলোঁ । কেতিয়া যে চাবলৈ পাম বুলি। Ojantric আৰু Bartalap মই বহুত ভাল পাʼৱ।👍
অ যান্ত্ৰিক সুন্দৰ অনুষ্ঠান
What a great Personality.
Bhut din r murt ojaantric sai bhal lagil....😊😊😊
Chakrapani da k hosakoi khub vl lge lots of respect to him🎉
Duijone Mur hosakoi priyo🙏👍👍👍
প্ৰিয় ব্যক্তিজন দেখুৱা বাবে ধন্যবাদ ।
Finlly after so long time.............b t w Chokrodak ojantrict dkhi vl lgise....episodetu khubbbbbb vl lgil
প্ৰিয় অযান্ত্ৰিকত প্ৰিয় ব্যক্তিজন।
আগ্ৰহেৰে বাট চাই আছিলোঁ।
Bohut dinor pasot saisu ojantric🥰.....val lgil sakra dar kobita a hridoy sui goise .......
বহুত দিনৰ মূৰত ভাল লাগিল ভিডিঅ' চাই আজি..... একদম বিচাৰি থকা কথাৰ ওপৰত ভিডিঅ' পালো আজি..... বহুত ভাল লাগিল আজি.... চক্ৰপাণি দাৰ কথাবোৰ ভাল লাগে ।।
আকৌ এদিন মাতক চোন তেখেতক plz plz plz plz
অসমৰ এজন সত্যবাদী মানুহ।বহুত বেছি ভাল লগা এজন ব্যক্তি।
অসমৰ আশীৰ্বাদ আছে তেখেতৰ লগত।সদায় ভালে থাকক চক্ৰ দা❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
My favourite Chakrapani da..iman val lagil poem tu,teur kothabilak hunile huni thakibo mon jai
"চক্ৰপানী পৰাশৰ" ষ্টুডিঅ'ত ধুনীয়া সাংবাদিকজন।বিচাৰি বিচাৰি আপোনাৰ show চাইছিলোঁ।এতিয়াও চাওঁ।কিন্তু আপোনাৰ চেহেৰাৰ দৰে মনটো ইমান ধুনীয়া।কেমেৰা ৰ বাহিৰতো আপুনি এনেকৱাই হৈ থাকক সদায়।ক'ৰবাত যেন এটি শিশু জীয়াই আছে আপোনাৰ মাজত আৰু এনেকৈয়ে থাকক😊বহুত ভাল লাগিল❤❤❤fresh লাগিল মনটো❤❤অযান্ত্ৰীক ❤❤❤
Finally ojantric is back🤩🤩one of my favrt chakrapani sir