BHEKULIR BIHU | ASSAMESE BIHU SONG | NILOTPAL BORA | NIRANJAN GOSWAMI | SACHIN BORUAH | MADHUSMITA
HTML-код
- Опубликовано: 5 окт 2024
- Presenting #BhekulirBihu by #NilotpalBora exclusively on Nilotpal Bora SOUNDSCAPE.
Directed by Sachin Baruah
Video Concept & Story : Nilotpal Bora & Sachin Baruah
Audio Credits :
•Lyrics & composition: Niranjan Goswami
•Music Arranged,Produced & Sung by Nilotpal Bora
•Co-Produced by Gauri Shankar Lahon,Writuraj Gogoi & Wrishiraj Gogoi
•Additional Design : Anubhav Gogoi
•Assamese Bihu Dhol : Debeshwar Saikia, Lachit Boruah
•Taal,Pepa,Gogona & Badung-Dunga : Pity Borah
•Been(Assamese bowed folk instrument): Gautam Saikia
•Flute : Kailash Rabha
•Counter: Debeshwar Saikia
•All acoustic & electric guitars played & designed by Writuraj Gogoi
•Bass Guitar : Joydeep Deb Ray
•Chorus Voices: Kallol Borthakur
•Recording studios : Studio Vreeyam,Dhwani Records Studio,Orange,Dreams,Audioholic(Ghy) & Sound Stories(Mumbai)
•Recording Engineers : Diganta Bordoloi,Poran Borkotoky,Dipankar Baishya,Ripunjoy Sharma & Gauri Shankar Lahon(GS)
•Sound Design: Souvik Phukan & Nabapan Deka
•Mix & Mastered by Diganta Bordoloi at Studio Audioholic,Guwahati
•Special Thanks : Poran Borkotoky,Aniruddha Barua,Chandan Deka,Kallol Borthakur,Pranshu Protim Bora & Priyam Priya Hazarika
Music Publishe: Eikhon Axom Hoi Bhai Media
[Stream Now]
Spotify: open.spotify.c...
Wynk: wynk.in/u/arzP...
JioSaavn: www.jiosaavn.c...
Gaana: gaana.com/song...
Apple: / bhekulir-bihu-single
For LIVE bookings, contact Manager at +91-7086432539
Video Credits :
Direction and choreographer : SACHIN BARUAH
Concept & story : NILOTPAL BORA & SACHIN BARUAH
cast : ARUN HAZARIKA, MADHURIMA CHOUDHURY, NILOTPAL BORA, MADHUSMITA DIHINGIA
special appearance : SIDDHARTHA SHARMA, BOLIN BORA & HARPAL SAIKIA
cinematography: HRIDOY GOGOI (GOGO)
editing : MANAS KASHYAP
assistant choreographer : GAYOTRI BORO
colorist : MIONWANG
bhekuli cast : DEEP PHUKAN, BIBEK ALI, SABIN RABHA, RUBUL RABHA
make up : BABLU BAISHYA
make-up asst. : HAMYA, DHANMONI, JYOTISHMITA & NILAKSHI
Gaffer- Ratul Baishya
Camera assistant- Bismita Borah, Rohini Basumatrai
Focus Pullar - Rohini Basumatari
Production manager : RUPAM RIYAN DEKA & NAYAN KALITA
Bhekuli costume : MILAN DAS & PALLAVI TALUKDAR
Nilotpal Bora costume : PALLAVI TALUKDAR
© ℗ 2024 Nilotpal Bora SOUNDSCAPE All Rights Reserved.
NOTE: Any illegal reproduction or re-upload of this content in any form will result in immediate action against the person concerned.
BHEKULIR BIHU | ASSAMESE BIHU SONG | NILOTPAL BORA | NIRANJAN GOSWAMI | SACHIN BORUAH | MADHUSMITA
বৰ্তমান ৰ অসমত আপোনাৰ বিহুত হে আচল মজাটো পোৱা যায়। বহুত বহুত ধন্যবাদ অসমীয়াক প্ৰতি বছৰে এনে বিহু গান উপহাৰ দিয়াৰ বাবে।অসমৰ হৈ আৰু গৌৰৱ বুটলি আনক আৰু আগুৱাই যাওক।
আৰু লগতে ভিদিও ৰ ক্ষেত্ৰ টো নতুন ধাৰণা দেখা গৈছে।ভেকুলীৰ teddy কেইটাই আজিৰ প্ৰজন্মৰ শিশু সকলক আকৰ্ষিত কৰিব ।
Hosa kotha kintu
Xundar comments ata dise apuni.. ❤
Litu m maak😅😅😅😅😊😊😊😅😊y4e😢😅6😅tuui778i uu 887 hb j67😊jm😅5t😅😅r😅😅5 try
@@PriyadarshineeGogoi-f2t⁰
Íⁿò 4:18 TN
গীতটি শুনি বৰ ভাল লাগিল, নিলোৎপল দাৰ বিহু গীতৰ সোৱাদেই সুকীয়া। Love from Jorhat ❤️
যিয়ে নহওঁক, নিলোৎপল দাৰ বিহুকেইটাৰ সোৱাদ সুকীয়া ❤️ ভেকুলীয়ে বৰ ধূনীয়া বিহু মাৰিলে 🎉
Af 5:28
জোনবাইৰ music টোৰে নেত্ৰকাই আৰু মাধুৰিমাবাৰ সংযোজনটো খুবেই ভাল লাগিল । ভেকুলীৰ বিহু superhit
আজিৰ দিনত নিভাঁজ সোণ বুলি যদি কিবা সৃষ্টি হৈছে,তেন্তে এই বিহু গীতটি অন্যতম❤
এইবোৰ হে বিহু শব্দৰ অলংকাৰ ইমানেই ধুনীয়া শুনিলে শুনি থাকিব মন যায় গে।।।❤❤❤
বাৰিষাৰ বতৰত খালে ডোঙেযে ভেকুলীয়ে চিঞৰি থাকে সিহতি হেনো এটা বাক্যই আওৰাই থাকে , "কেট কুট কেট কুট জাতিভেদ নট্ গুড "
কথাটো কৈছিল আমাৰ ঘৰতে থাকি ডাঙৰ দীঘল হোৱা বিৰ্চা নামৰ চাহ জনজাতিৰ লৰা এজনে ৷
কথাটো অতঃকৰণেৰে সমৰ্থন কৰো ৷
জুবিন দা কৃষ্ণমণি চুতীয়া আৰু নিলোৎপল দাৰ bihubur সঁচাই সুকীয়া।।
এইবোৰ হে বিহু।।
Up late
লগতে বিপিন চাউদাঙ
ন ৰূপত এইবাৰ আকৌ বিহুলৈ ওলালে ভেকুলীৰ বিহু । সুন্দৰ উপস্থাপন । সুন্দৰ কাহিনী। আৰু নিলোৎপল দা লৈ শুভ কামনা থাকিল।
আপোনাক প্ৰণাম । ঢৌত উটি অহা শিল্পী আপুনি নহয় । নিভাঁজ বিহু গীত । ধন্যবাদ জনালো ।
Aaji dint ulua bht gaan xunibole mn njai kintu utube khulia dekhilu je nilotpal dar gaan ahise bluetooth speaker connect kori ha xunisu ❤ .. Thank you Nilo da
বহুত দিনৰ পিছত এনেকুৱা বিহু শুনিবলৈ পালোঁ বহুত বহুত ধন্যবাদ নিলোৎপল দা....
Bikash dr Video পৰা ahisu ... ❤ বহুত ভাল লাগিল .. বিহু গীতটি ভেকুলীয়ে বৰ ধূনীয়া বিহু মাৰিলে দেই ... 😊❤
June jne Bikash dr Video pra Ahisa Like👍 এটা কৰি jaba ...
❤
Moi u ahisu ❤
আটাইতকৈ মৰম লগা বিহু আছিল এইটো❤❤❤
বৰ্ত্তমান সময়ত বিহু মানে নিলোৎপল দা । জুবিন দা পাছতে আপোনাৰ বিহু প্ৰিয় ❤
Yes❤
কাম কৰাৰ সুন্দৰ অভিজ্ঞতা। শুভেচ্ছা জনালোঁ।
ধুনীয়া হৈছে দাদা 😍 আমাৰ অকণমানি জনীয়ে ভেকুলী গান হে চাই এতিয়া😂
😂
Val lagil..purona bihu r gan bilak xuni jitu moja lagisl..tnekua feel ata paisu.. notunotto anila anekua notunotto lage.. ❤❤❤
আজি কালি ভেকুলীয়ে ও বিহু মাৰে, মজা হৈছে 👍
বৰ সুন্দৰ creation ❤ বৰ ভাল পালো 🎉🎉
Vekuli rocked , we shocked
😂
😂😂
😂😂
True 😂
😂🔥
বৰ সাংঘাটিক ভেকুলী দেই 😮 সুন্দৰ ❤❤
Nilutpal daa and Shanku daa will gonna rule this BOHAG❤
Animal planet wants to know your location
এবাৰ চেকচেকি পৰুৱা এবাৰ ভেকুলী।
Just kidding dada..
Best Bihu of 2024..
Big fan dada
Bihu without synthetic touch. সুন্দৰ বিহু গীত, ককাই। 👍👌
That জোনবাই background music 🎶 ❤
5:43
Kokai hundor❤ Val lagise bohut ❤️❤️❤️a mojah bulu😍😍
আপোনাৰ সৃষ্টিশীল চিৰদিন চিৰকাল অতুলনীয় ।❤❤❤ lots of love form Tinsukia 💕
Was not yet over Sekseki Porua and Nilutpol daa dropped this Banger !!
Loads of loveeeeee ❤️❤️❤️❤️❤️❤️❤️
Unique presentation আপোনাৰ বিহুবোৰ প্ৰিয়
ঐ বিহু বিহু লাগিছে গাত❤️
এইবাৰ বিহু জমিব😊❤️
ভাল গীত এটা দিলে নিলোট্পল দা য়ে❤️
দারুন , অপূর্ব সুন্দর লাগলো। 🎉
Always favourite nilutpal da 💗
Anekuwa bihu moi bht besi Val paw 💝
Vekuli bar dhuniya❤❤❤❤❤❤
Biraat bhal lagil. Kobo lagibo the bhekulis stole the show. Eibar bhekuli gitau bihur monsot lagibo dei. Olop roi roi dhemali monot pori gol. Eibar akou "bihu song of the year"🎉
নিলুতপল দা আৰু নিৰঞ্জন দাই সঁচাকৈ বৰ সুন্দৰ গীত প্ৰভূত কৰিছে ❤️🔥✨
বিহু বিহু লাগি গ'ল ককাই। মাজুলীৰ পৰা বহুত মৰম❤
Moja lagala
আগৰ দিনৰ বিহুৰ দৰেই বৰ ভাল বিহু, ইমান সুন্দৰ গীতৰ কথা ❤❤❤
Nilotpal Bora r bihu mane I know it's gonna be unique yet having the pure essence of authentic bihu.
So nuxunakei like tu mari disu.
O bhai moja
Bhekulir Bihu upohar diya babe Nilotpal loi oxex dhanyabaad..Stay blessed.
❤❤❤
দাদা আপোনাৰ বিহু গীত বোৰ বহুত ভাল লাগে ❤❤❤❤❤❤❤।।
ভেকুলীৰ গালৈও বিয়পিল অসমৰ বিহুৰ আমোদ ,🎉🎉❤❤ এইয়া হ 'ল অসমৰ বিহু
সঁচাই প্ৰসংশনীয় দাদা🎉..... কেঁচা গীত এইবোৰ । আগুৱাই যাওক
যোৱা বাৰৰ চেকচেকী পৰুৱা বিহু গীতটোৰ দৰে এইটো গীত বহুত ভাল লাগিল, বিহু বুলি ক'লে আজি কালি আপোনাৰ গীতবোৰতহে আচল সোৱাদ পোৱা যায়। আগলৈ এনেকুৱা ভাল ভাল গীত পাম বুলি আশা কৰিলো।।
ভেকুলী মেইন 😂❤
ব্যস্ততাৰ মাজতো এনেকৈ যেন আমাৰ বাপতীসাহোনটি জিলিকি থাকে ❤❤❤❤❤ 🙏🙏🙏
বৰ সুন্দৰ হৈছে গীতটো ❤❤❤ ভাল লাগিল শুণি।
❤♥️💔💗💟💘🤍🖤🤎💙💌❣️❤️🔥💖💞❤️
Nilotpal Bora Zindabad ….
Bor borhia hoise.. Proud of you…
এনে বিহু গীত শুনিলে গা ৰাইজাই কৰি যায় নে কি কোৱা ৰাইজ❤❤❤❤😍
Bor dhunia lagil huni
nasu nasu lagi gol.. kudos to the entire team
মোৰ ভেকুলী 3 টা বহুত মৰম লাগিছে❤😊 পাই
Wow ❤ nice song
বেলেগতকৈ বেলেগ ক্রীয়েটিভিতি ❤ ভাল লাগিল,,, love From Dhemaji
Bosor Or murot val bihu ata hunesu😊
আপোনাৰ গীতৰ অনুভবেই সুকীয়া 🥹❤️
Next level jei ho ❤❤
বহুত দিনৰ মূৰত বিহু হুঁচৰি শুনিবলৈ পালোঁ দেই। বহুত ধুনীয়া হৈছে। বহুত বহুত শুভেচ্ছা জনালোঁ ককাই।❤❤❤❤❤❤❤
Bohut val lagile ❤❤❤
Very nice Dada
Moja bihu❤❤❤❤❤
আপোনাৰ বিহু সুকীয়া আৰু সুন্দৰ ৷খুব ভাল লাগিল👌👌👌❤️❤️
Hundor
Nilotpal Creative mind 🔥🔥👏
Wow bhekulibor bor dhuniyaa daii❤❤
Bohut সুন্দৰ হৈছে ❤❤❤
Awesome assam ❤
আমি অসমীয়া আৰু বিহুৱেই আমাৰ পৰিচয়। বহুত ধুনীয়া হৈছে❤
ধুনীয়া হৈছে। আমাৰ বিহু।
গানটো বৰ ভাল লাগিছে
ধুনীয়া বিহুগীত নীলোৎপল দা ❤️
❤❤❤❤❤❤
Bihu Bihu Lagise❤❤
❤❤
🔥🔥🔥🔥🔥
Ekdom pure bihu ❤❤❤.......ajikali enekua bihu xunibole napai eeee....
আগতিয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ 🎉🎉
ধন্যবাদ এটি ধুনীয়া বিহু গীত আগবঢ়োৱা babe❤
Hey thanks for this song while listening this song I can imagine that I am still in Assam.
বৰ সুন্দৰ হৈছে গীতটো।শুনি ভাল লাগিল।
সুন্দৰ বিহু গীত..❤❤❤
Wow
Bihu tune mane Borah
Excellent level of music
❤❤❤🔥🔥🔥
ভিডিও +ভেকুলী কেইটা মজজা❤😁
বৰ সুন্দৰ লাগিছে বহুটো শুনি। শুভ কামনা জনালোঁ দেই।❤❤❤❤
বাহ্ কি সুন্দৰ নিভাজ বিহু। ❤❤❤
ধুনীয়া বিহু।ভাল লাগিছে।
সুন্দৰ..... নিভাজ... হিট গান
এইবাৰ অসম ভেকুলীয়ে হিলাব
Vakulir logot amar akhomiya homajor bht emotion jorito ase ..bihu aru boroxun❤❤
বহুদিনৰ পাছত এনেকুৱা বিহু শুনিব পাই ভাল লাগিল❤❤❤❤
অপূর্ব ভেকুলী বিহু❤
Vekuli rocked , we shocked 😮❤
বিকাশৰ Lakhswadeep ride ত তোমাৰ এই গানটোৰ কথা কৈছিলা ৷ভাল হৈছে বহুত পুৰনা বিহূৰ সুৰক সজাইছা পৰিচালনা নাচ গায়নশৈলী পৰিবেশ সৰ্বাঙ্গসুন্দৰ ৷ভাল কাম কৰি যোৱা ৷এটা অনুৰোধ ৰাখিম (তুমি নাইকোৱা)বহুত সঙ্গীতশিল্পীয়ে Raw বিহূ এই শব্দটো কয় তাৰ সলনি পুৰনা বা পুৰনি বিহূ সুৰ কৱ নোৱাৰিজানো ? ভাল কাম কৰা আগবাঢ়ি যোৱা
5.43 Goosebumps! Jonbai bgm ❤
❤
Khub dhuniya lagise bihutu... Aibar gawr bihu funsnt aitute apak nasi dim jen lagi gol❤
A Jai a Jai jai❤
বিহু বিহু লাগি গৈছে ❤❤❤