Akdom khati oxomiya pure bihu gaan...ajir generation or hoiu je aeuluke bihur morjoda tu bojai rakhise...xeitu ki gaan aru ki music duyuta falerei...bohut bohut bohut bohut val lagise ❤❤❤ Joy Aai Axom❤
Mind blowing bihu song. Thanks to Shanku for the melodious, shrill & pure Authentic bihu with beautiful lyrics. Shanku, glad to see you as a great bihu dancer. Your steps , pause & Gestures are perfect. Shanku, Waiting eagerly to visualise another album with your voice & dance. God Bless you.
Always wondered how Shankuraj dar Bihu lyrics would sound ✨.. after getting this song.. just satisfied with the whole vibe ..the lyrics got the power with the essence of orginal bihu geets of Assam 🙇🙇 Want more like this Shankuraj da❤
Bhout dinor murot ATA hundor gaan hunilu .... Adhunikotar dinot hokolu singar atak Ari antu uporr gaan gaise kin2 puronik pahori goise ... Sankuraj da akhyk dhanyabad emn dhunia ATA gaan upohar dwa babe ❤❤
এনেকুৱা লাগিছে জোনবাই, জানমণি দিনবোৰ যেন ক্ষন্তেকৰ বাবে উভতি আহিল❤
বহুত বছৰৰ মূৰত মাটিৰ গোন্ধ থকা বিহু দেখোন এইটো!! অৰ্থহীন বাদ্যযন্ত্ৰবোৰ নথকা বাবে তাহানিৰ দিনলৈ মনত পৰি গৈছে। গীতটিৰ আঁৰৰ সকলোলৈ ধন্যবাদ।
Fb. J j j t.
😊😊😊😊
❤❤
এয়াই আপোন আপোন, প্ৰকৃত অসমীয়া, নিজস্বতাত উমলি থকা এখিনিমান আবেগ। এই গীতবোৰ জী থাকক বহুযুগলৈ। পুৰণি পুৰণি ভাৱ এটাৰে সৈতে বৰ ধুনীয়া বিহুগীত❤️ ,
বাকী দিগাংগনা জুই❤️
আপোনাৰ প্ৰতিটো গীতৰে একোটা সুকীয়া মাদকতা আছে। তাতে আপোনাৰ এই জয়মালা গীতটিয়ে চিনাকি মাটিৰ গোন্ধ এটা বিয়পাই পেলালে। হেৰুৱা সুবাস এটা বিচাৰি পালোঁ গীতৰ সমগ্ৰ পৰিকল্পনাৰ মাজত। উভতি গʼলো পুৰণি দিনলৈ। ৰোমাঞ্চকৰ হৈ উঠিল ৰ্মূহুতবোৰ। এনে এটি গীত কথাৰে অসমবাসীক পুনৰুজ্বীৱিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ
লিষ্ট ওপৰত লিষ্ট ওলাই থকাৰ পৰত খাটি বিহু অকন শুনিলোঁ। ৰক্ গোৱা শংকুৰ মাতত বিহু অপূৰ্ব হৈছে। অপূৰ্ব ❤❤।
বহুত দিনৰ মূৰত এনে কোৱা এটা নিভাজ বিহু গীত শুনিবলৈ পায় বহুত সুখী হ'লেও । বহুত বহুত শুভেচ্ছা জনালোঁ।
আপ্লুত হৈছোঁ । বিহু বিহু তীব্ৰ অনুভৱটোৱে মনটো ৰঙাই পেলালে। বৰ ধুনীয়া হৈছে । গোটেই দলটোকে মৰম আৰু অভিননন্দন জনালোঁ ।
When Shankuraj meets Bihu, a combination you can't skip definitely, that too ft. Savage King ❤️🔥
Shakuraj aru iman dhunia Bihu ,,, Can't believe 😂 Mojja hoise...❤
Akdom khati oxomiya pure bihu gaan...ajir generation or hoiu je aeuluke bihur morjoda tu bojai rakhise...xeitu ki gaan aru ki music duyuta falerei...bohut bohut bohut bohut val lagise ❤❤❤ Joy Aai Axom❤
Aku Abar Hunilu , Khati Asomiya , Outstanding Performance 👏🔥❤️🔥👍 ...
Mind blowing bihu song. Thanks to Shanku for the melodious, shrill & pure Authentic bihu with beautiful lyrics. Shanku, glad to see you as a great bihu dancer. Your steps , pause & Gestures are perfect. Shanku, Waiting eagerly to visualise another album with your voice & dance.
God Bless you.
নিষ্পাপ,কলুষতাবিহীন পুৰণি পৃথিৱীখনলৈ লৈ যোৱাৰ বাবে অশেষ ধন্যবাদ৷❤❤
আজিৰ প্ৰজন্মই পাহৰি পেলাইছিল আমাৰ বিহুৰ নিজৰ সুকীয়া ৰং আছে। আপোনাৰ কামে সেই সপোন বাস্তব কৰিলে যে এই যুগতো সেই পুৰণি বিহুৰ সুবাস পাব পাৰি.... আপোনাৰ কামক লৈ বহুত গৰ্বিত অনুভৱ কৰোঁ অসমীয়া হিচাপে❤️
He proved that RAW bihu songs still can make earthquakes in assam❤
বহুত দিনৰ মূৰত খাটি বিহু শুনি খুব ভাল লাগিল।❤
নহলে আজিকালি টো বিহুত বিহুৱেই নাথাকে, আধুনিক কৰাত ইমানেই লগে যে আচল বিহুটোয়েই নাইকীয়া কৰি দিয়ে,😢 বহুত বহুত ধন্যবাদ🙏
ফাট বিহু আৱেগ আমাৰ গৌৰৱ ❤️
শংকুৰাজৰ ভৱিষ্যত উজ্জল কামনা কৰিলোঁ ৷ যোৱাকালি নগাঁওতে বৰ ভাল প্ৰগেম এটা কৰিলে ৷ জুবিন পাপনৰ পিছতে শংকুৰাজক অসমৰ ৰাইজে আকোঁৱালি ল’ব বুলি মোৰ দৃঢ় বিশ্বাস ৷ শংকুৰাজ তুমি অসমৰ মাটিৰ গোন্ধ থকা চিত্ৰনাট্য আৰু কাহিনী লৈ ভিডিঅ’ বোৰ কৰিবা ৷ অসমৰ মানুহে তোমাক মৰম দিব ৷ বৰ ভাল বিহু বনাইছা ৷ মৰম থাকিল তোমালৈ ৷ মই নগাঁৱৰ পৰা কৈছোঁ ৷
,পাছত বুলি কলে বেয়া হব। শংকুৰাজ ৰ এক সুকীয়া স্থান আছে
Always wondered how Shankuraj dar Bihu lyrics would sound ✨.. after getting this song.. just satisfied with the whole vibe ..the lyrics got the power with the essence of orginal bihu geets of Assam 🙇🙇
Want more like this Shankuraj da❤
I don't understand the lyrics but I like this melodious music and Shankuraj sir's voice ❤❤❤❤ from Andhra Pradesh
সচাই কবলৈ নাই ভাষা
কিমান ধুনীয়া,
বিহু বিহু লাগিছে গাত, বিহু (জয়মালা) হুচুৰি (puspa parijat) দুয়োটাই ভাল লাগিছে ❤।
Love from Udalguri. TANGLA ❤
আজৈঐ নেৰিবা বিহু বিহু লাগিলেই গাত ।বহুত বহুত ভাল লাগিল। এইটো এইবাৰ বহুত বাজিব।
Khati oxomiya bihu..birat bhal lagil👌
The front yard of the house is so clean...... beautiful Assamese village home
বৰ সুন্দৰ হৈছে দে❤👍👈
বহুত দিনৰ মূৰত মনে বিচৰা ধৰনৰ এটি বিহুগীত পালোঁ ।
শুভেচ্ছা জনালোঁ।💐💐💐
আপোনাৰ গীতসমূহ মোৰ খুব প্ৰিয় ❤️ মাজুলীৰ পৰা শুভেচ্ছা আৰু মৰম যাচিলো 💙
বিহু আধুনিক হ'ল আগৰ দৰে সকলোৰে ঘৰত দেখা নাপায় এতিয়া বিহু বেপাৰ হৈ পৰিছে মঞ্চত আৰু ধনী মানুহৰ ঘৰত হে দেখা যায় পিছপৰা মানুহৰ সেইকন সুখ নাই আৰু 🥺🥺🙏🏻🙏🏻
দাদা বিহু জুই হৈছে ডিব্ৰুগড় দিকম ইকৰাটলি পৰা বহুত মৰম দিলোঁ ❤❤❤❤
আশ্চৰ্যকৰ দাদা ❤❤❤❤ বৰ সুখী হলোঁ
বিহুক 'বিহু' হিচাপেই উপস্থাপন কৰা বাবে ভাললাগিল।ৰুচিশীল চিন্তাৰ বহিঃপ্ৰকাশক শলাগ নলৈ নোৱাৰিলোঁ।শুভেচ্ছা থাকিল।ভাল হওক সকলো।
কি সুন্দৰ লাগিল ঔ, বিহু গাত লাগি ৰ'ব নোৱাৰা হ'লো আৰু🥰🥰
আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনালোঁ ❤🙏
এয়াই খাটি বিহু গীত গা নোম সিয়ৰি উঠে ❤❤❤❤❤❤❤❤❤❤❤❤❤
❤🤗 waah হুঁচৰি practice কৰাৰ time ত কৰা অভিমান মৰম খিনি, আকৌ বাছত বহি ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ঘূৰি কৰি ফুৰা competition, চোতাল বিহু মনত পৰি গল। তেতিয়া অনুভবে হোৱা নাছিল যে সেই সময় খিনি কিমান 😭 ধুনীয়া আছিল
1 second u bore nalagile..shankuraj and Harpal da dance was pure vibe😢❤
Xub hundor hoise geet tu .. bohut dinor murot enekua eta raw bihu hunisu ...
গীত টো শুনি সুখতে মন তু ভৰি আহিছে ।
বহুত দিনৰ পাছত নিজৰ বিহু শুনা যেন লাগিছে ।❤
Bhout dinor murot ATA hundor gaan hunilu .... Adhunikotar dinot hokolu singar atak Ari antu uporr gaan gaise kin2 puronik pahori goise ... Sankuraj da akhyk dhanyabad emn dhunia ATA gaan upohar dwa babe ❤❤
Bohut bohut dhanyabad Shankuraj daa. Bohu bosor pasot ata bhal bihu gaan hunibo palu. Anekoi apuni aguwai juok. ❤️❤️❤️❤️❤️❤️
কথাখিনি বৰ সুন্দৰ ৷ ধন্যবাদ শংকুৰাজ কোঁৱৰলৈ ৷বহুবছৰৰ মূৰত এনে এটি বিহুগীত শুনিলোঁ৷
Beautiful videography❤❤
Excellent sankhuraj kokai....❤
ইমান সুন্দৰ বিহু গীত ❤
Bohut val hoise ❤
School'or bihu naam monot pelai dili bhai Shanku.....mojja....the same old vibe😍🎉
ৰাইজে বহুত ভাল পাইছে ।এনেকৈ আৰু খাতিক অসময়ীয়া বিহু গীত পাম বুলি আশা থাকিল আপোনালৈ।❤
Got goosebumps. Korobat bhitoror oxomiyakhini abegik hoi uthil. Bihur khati roop tu dangi dhorar babe bohut bhal lagil.
বিহুৰ সমান ধুনীয়া একো নাই....❤️❤️
I liked your song bru. I'm from maharastra still I like to listen your song 🎵 😇
পাপন দাৰ পিছতে প্ৰিয়জন❤️😌
অতি সুন্দৰ । বহুত ভাল লাগিল।
Apunar Voice t bihu geet ata hunibo akha asil.....aji puron hol....aibar bihu program hilibo🔥🔥
খুৱই সুন্দৰ হৈছে বিহু ,Harpal দা মজা ❤
ইমান নিভাঁজ... এনেকুৱা দুই এটা মাজে সময়ে দি থাকিব বুলি আশা ৰাখিলোঁ দাদা ❤
I usually don’t comment but couldn’t resist on this one!! Absolutely beautiful ❤
Bohut val lagil. Duitai mur favorite. Best wishes to you all..
Ufff aibar bihu gorom ... Shankuraj Vibes is always on..❤
বিহু বিহু লাগিছে গাত❤️
শংকু দা বহুত বেছি ধন্যবাদ এনে এটা গীত দিয়াৰ বাবে❤️
❤ Refreshingly different, this dude Sankuraj is a true blue versatile.
He's like fish to water at everything he does. 🎉🤩
ভাল লাগিল বহুদিনৰ পাছত এনেকুৱা বিহু এটা শুনি ❣️
Assamese culture tu Iman dhunia koi highlight korise ❤😘
When I say I like bihu, this is exactly what I mean 😎❤
ending tu mozza 😂❤
Tamam lagise ekebare mon 2 vl lagi goise ❤❤❤
king you drop this masterpiece just before the BIHU . love to hear at this time ❤
The best parts of this video are Shankuraj, the dance, and the music.
Aiya he asol bihu....khub hundor ❤
Bhut bhut bhut bhut moja...xosai asorit ooo bhut xundar
Bahut dhunia lagil dada
Bihu ganot papaon dar dore lage dei matkhar❤dhunia hoise ✨👌
অতি সুন্দৰ হৈছে ককাইদেউ আৰু লগতে 🎉❤️👍
Bohut dinor murot pure dhulor matere mzaa bihu eta hunilu 💥💥💥💥
Hunile huniye thkibo mn jai ...ki moza moza gaan bonaise dada❤❤❤❤❤
Bimal bora choreography bur dekhile gom pai....sob ekei jen lage....Val nalage kisumn ....
Enei gaan tu jui❤❤
Shankuraj xodai favourite.bcz jiyei kaam kore..khub xundor hoi..love u SK
এনেকোবা গীতবোৰতহে আচলতে বিহু মাদকতা পোৱা যায় ❤
এইটো হে আচল বিহু গীত ❤
বৰ সুন্দৰ গীত। নিভাঁজ বিহু গীত ❤️ আৰু আগৰ লৈকে পাম বুলি আশা কৰিলো কোঁৱৰ দা ❤
Electrifying❤❤❤... Prothom hunisu de tumar mukhot bihu.. Officially.. Moja hoise😊😊😊👌👌👌👌
Mind-blowing, outstanding, brilliant ❤❤❤❤😍 goosebump ❤next akou bihu gaan lage ❤❤
মজ্জা দেই 👌👌👌
Xundor….purona bihur feel dise…eibaar husori gaai vaal laagibo ❤
জোনবাইৰ শৰতৰ ধুনীয়াৰ পাছত শংকুৰাজৰ জয়মলা : বিহুনামৰ ক্ষেত্ৰখনত মান (benchmark) নিৰ্ণায়ক নতুন সংযোজন ❤
Moja lagile dei aibar he bihu bihu lagilb ❤❤❤
বিহু বিহু লাগিছে গাত ❤
মজা হৈছে শংকুৰাজ দাদা
Bohut dinor murot asol bihu geet xunilu dhonyobaad shankuraj da❤️
Hapal da , sankuraj da , diggangana baa ekdom pure song aru acting xeikarone ahilu xub dhuniya
Shankuraj da hits the range 🎉💥... The bihu bomb 💯
Bor Dhunia Hoise Deii ❤️🔥
Waah dhuniya... Aru lage enekua Bihu❤
Shankuraj konwar aru acting ...woww...😮😮😮😮😮😮
আগৰ সেই বিহুৰ সোৱাদ পালোঁ দিয়ক Shanku da💚💚💚💚💚💚
Original বিহু ❤
Bihu is about to come And Shankuraj Da give this masterpiece ❤
Mojjja hoise ❤❤❤
Bihu hole anakua bihu Hobo lage ❤ ...Moza
বহুদিনৰ মূৰত এনেকুৱা বিহুঁৰ আমেজ ল'লো দেই। ভাল লাগিল ❤ হয়নে বাৰু ৰাইজ...
Bohut dhunia lagile gaan tu ❤❤
ধুনীয়া হৈছে 😊
Outstanding sanku da❤❤❤❤❤🎉🎉🎉