Dhone Karhi Nile Mon | Official Music Video | Maitrayee Patar | Gayatri Mahanta | Sumki K | Apuraj G

Поделиться
HTML-код
  • Опубликовано: 5 апр 2024
  • 'লাই হালে জালে দুবৰি বন
    লফা হালে জালে দুবৰি বন
    ঐ কিনো অসমীয়াৰ বিহুটি আহিলে
    একোতে নবহে মনে কি ঐ মনে
    নিলে কি ঐ ধনে, নিলে কি নিলে কি ঐ
    ধনে কাঢ়ি নিলে মন'
    সদৌটিলৈ আগন্তুক ব’হাগৰ শুভকামনা জনালোঁ। বাপতিসাহোন হেঁপাহৰ বিহুটিলৈ আৰু মাত্ৰ এসপ্তাহ। ব’হাগী হেঁপাহতে আমিও প্ৰথমবাৰৰ বাবে আপোনালোকলৈ বুলি পৰম্পৰাগত বিহুনাম এফাঁকি যুগুতাইছোঁ। নাম থৈছোঁ ‘ধনে কাঢ়ি নিলে মন’। কাইলৈ পুৱা আপোনালোকে শুনিবলৈ বুলি মুকলি কৰি দিম। আশীৰ্বাদ কৰিব।🙏🏽🌻
    Presenting the official music video of our traditional Bihu 'DHONE KARHI NILE MON'
    #maitrayeepatar #gayatrimahanta #sumkikachari #bihu #explore
    Special Thanks:
    Arindam Baruah, Pallab Talukdar, Daradi Patar, Pallabi Hazarika (Prajapati Assamese Jewellery), Gauri Mahanta Goswami, Ankita Baruah, Runumi Bharali, Barada Patar, Rupkrishna Patar, Mridul Haloi, Himan Das, Serjen Mego, Sudipta Dipak Baruah, the villagefolk of Bherbheri Village, Chandubi
    Audio Credits:
    Vocals- Maitrayee Patar
    Lyrics, tune- Niranjan Goswami
    Dhol- Lachit Baruah, Biswajit Gogoi
    Flute- Koilash Rabha
    Pepa, Toka, Taal, Gogona, Badungdunga- Piti Borah
    BGM (trailer), Sound Recording and technical supervision- Pallab Talukdar
    Mixing & mastering- Ibson Lal Baruah
    Chorus- Maitrayee Patar, Sweety Das, Debeswar Saikia
    Recording studio- Kauzzy Studio, Guwahati
    Video Credits:
    Direction, DOP, Editing & DI - Apuraj Gogoi
    Casting - Gayatri Mahanta, Maitrayee Patar & Sumki Kachari
    AD - Mithurani Gogoi
    Dance choreography - Diganta Das
    Camera Assist - Hrishikesh Baruah
    Make up - Chimi Bhuyan
    Make up assist - Jyotishmita Kalita
    Photography- Koustav Phukan
    Art Director- Sona uddin
    Production Manager- Dhanjit Haloi
  • ВидеоклипыВидеоклипы

Комментарии • 940

  • @kristinakalitaaa
    @kristinakalitaaa 3 месяца назад +91

    *গায়ত্ৰী বা জনী যে কিয় ইমান মৰম লগা* 🥹🥰 *লগতে গানটোৰ Audio আৰু video খুব সুন্দৰ* ♥️

  • @tanmayhandique_
    @tanmayhandique_ 3 месяца назад +179

    থলুৱা সুৰ, থলুৱা শব্দ, থলুৱা পৰিৱেশ❤
    সকলোবোৰ খাটিঁ...
    চ'ত মহীয়া প্ৰখৰ ৰ'দ
    শিমলু তুলাবোৰ উৰিছে
    দেন-মন ৰাইজাই কৰি যায়
    বহাগলে বা কিমান দিন...💚
    শৈশৱৰ VCD ৰ দিনবোৰ কৰবাত হেৰুৱাই পেলাইছো, গায়ত্ৰী বাক দেখি এৰি অহা সোনালী দিনবোৰলৈ আকৌ পাখি মেলি উৰা মাৰে 😢😊
    সি যি কি নহওঁক সকলোলৈকে ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জাছিলো😊❤😍
    শিৱসাগৰৰ পৰা...

    • @bipulboruah6536
      @bipulboruah6536 3 месяца назад +3

      Nice comment 💞💞💞

    • @mridulagogoi420
      @mridulagogoi420 3 месяца назад

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @walklikeanEzyptian
      @walklikeanEzyptian 3 месяца назад +1

      👌

    • @labhitakalita130
      @labhitakalita130 3 месяца назад

      Inna

    • @_Nishita_Mahanta_02
      @_Nishita_Mahanta_02 2 месяца назад +1

      Xundor cmnt ❤

  • @AnkurJoyti123
    @AnkurJoyti123 2 месяца назад +52

    গায়ত্ৰী বা সদায় বিশেষ❤️।। কাৰণ কেলেই, বায়ে আমাৰ বিভাগৰ চিনিয়ৰ গৱেষিকা ছাত্ৰী।

  • @subhaasomsubhaasom7181
    @subhaasomsubhaasom7181 3 месяца назад +308

    গায়েত্ৰী বা ক লৈ অহা বাবে আপোনাক ধন্যবাদ মৈত্ৰেয়ী বা ।

  • @user-hd4nd8zf9o
    @user-hd4nd8zf9o 3 месяца назад +37

    প্ৰিয়ৰ সমাহাৰ গোটেইটো। বা অ ' কি যে ভাল লাগিছে। বহাগৰ ৰাগী লাগিছে এতিয়াহে। গায়ত্ৰী বা ইমান বছৰৰ মূৰত। উফ। খুব ভাল পালোঁ। ❤জন্মদিনৰ শুভেচ্ছাও পঠিয়ালো দেই আপোনালৈ। ❤

  • @sarma07
    @sarma07 3 месяца назад +116

    গায়েত্ৰি বা emotion for VCD generation ❤😊:)

  • @jimidas7050
    @jimidas7050 2 месяца назад +26

    আমাৰ মৰমৰ গায়ত্ৰী বাজনীক দেখি সঁচাই বহুত ভাল লাগিল। আটাইতকৈ ধুনীয়া তেওঁ ❤️

  • @monishaborah3324
    @monishaborah3324 3 месяца назад +34

    তিনি গৰাকী কে ধুনীয়া লাগিছে, ইমান ধুনীয়া বিহু গীত এটা উপহাৰ দিয়া বাবে বহুত বহুত ধন্যবাদ।❤❤❤

  • @Dhirenkonch-ef2ug
    @Dhirenkonch-ef2ug 2 месяца назад +258

    গায়ত্ৰী বা আকৌ কেমেৰা আগত দেখা দিয়া কোনে কোনে বিচাৰে লাইক কৰা🥰🥰

  • @talestoinspire7323
    @talestoinspire7323 2 месяца назад +4

    মৈত্ৰেয়ী বা পিঠা বনোৱা চৌকা কেইটাত জুই ধৰি ল’ব লাগিছিল। ইমান পাৰফেক্ট কাম এটাত, ইমপাৰ্ফেক্সন দেখিলে দৃষ্টিকটু লাগে। যিহেতু সেইখিনি কৰি ল’ব নোৱাৰা কাম নহয়।
    কেঁচা মাটিৰ গোন্ধ থকা গীতটি বৰ ভাল পালোঁ 💚

  • @user-ih3xh1zl2y
    @user-ih3xh1zl2y 3 месяца назад +18

    গায়ত্ৰী বা অট’ত বহি জোনবাইৰ পৰ্বতৰ ঢেকীয়া গানটো মনত পৰি গ’ল নেকি বাৰু 😊 গায়ত্ৰী বা সদায় প্ৰিয় ❤️😍

  • @bedabyashborah1908
    @bedabyashborah1908 3 месяца назад +18

    এশাৰী কৈ পেলাওঁ।
    মৈত্ৰেয়ী বাৰ কন্ঠ তাতে আকৌ আমাৰ মৰমৰ গায়ত্ৰী বা...... বেলেগ অকন অনুভৱ। ভাল লাগিল বহু দিনৰ মূৰত জোনবাই জনী ওলাই আহিছে। এই যে আহিছে আমি আশা কৰিম আকৌ এনেদৰে সঘনাই দেখা পাবৰ বাবে।❤️
    মৰম: বিশ্বনাথ।🙏

  • @surajdas6420
    @surajdas6420 3 месяца назад +31

    Gaytri ba babe like

  • @ChefBBsKitchen
    @ChefBBsKitchen 3 месяца назад +3

    Iman je bhal lagil Maitrayee ❤❤ aru Tinijoni ke khub dhunia lagise aru tinijoni ye moromor . Bihur xubheshya dei .

  • @parashmonigogoi7470
    @parashmonigogoi7470 3 месяца назад +46

    নটিফিকেশ্যন অহা লগে লগে চাব আহিছোঁ।
    নিজৰ জন্মদিনত নিজলৈয়ে শ্ৰেষ্ঠ উপহাৰচোন বাই😍
    ভাল পালোঁ। ৰাগী লগা বিহু। ইমান নিভাঁজ। পকা ৰহিৰ সোৱাদতকৈও মিঠা সুৰৰ সমাহাৰ। ব'হাগ পকিবলৈ ইয়াতকৈ বেছি নালাগে আৰু বাই। এইষা ঝেং হৈছে দৌ❤

    • @kushalsaikia1214
      @kushalsaikia1214 3 месяца назад

      জন্ম দিনৰ বহুত শুভেচ্ছা ।।

    • @bipulboruah6536
      @bipulboruah6536 2 месяца назад

      Nice comment ❤❤❤

  • @rajumoran7131
    @rajumoran7131 3 месяца назад +5

    সুন্দৰ। গোস্বামী ছাৰৰ কাম সদায় নিভাঁজ বিহু আধুনিকতা ৰহিত তাতে আকৌ মৈত্ৰেয়ীৰ কন্ঠৰে নিগৰিছে অপূৰ্ব হৈছে।

  • @frustratedtells6104
    @frustratedtells6104 3 месяца назад +5

    04:09_04:11 সময় খিনিত জোনবাই লৈ মনত পৰি গল, কিমান যে ভাল লগা সময় আছিল সেইখিনি... পিছে ভাল লাগিল গান তো আৰু গায়ত্ৰী মহন্ত বা 👌❤️🧿

  • @rimjhimdutta1722
    @rimjhimdutta1722 3 месяца назад +4

    পোন প্ৰথমে মৈত্রেয়ী বাক জন্মদিনৰ অলেখ শুভকামনা জনালো। বিহুটো শুনি বহুতেই ভাল লাগিল.... বহু দিনৰ পাছত গায়িত্ৰী বাক দেখা পাই ভাল লাগিল। ❤❤❤

  • @jimpibora2344
    @jimpibora2344 3 месяца назад +26

    গায়ত্ৰী বাক বহুত বছৰৰ বিৰতিৰ পাছত অভিনয় জগতত দেখি মনত বহুত আনন্দ পালোঁ ❤❤বা তোমালৈ ধন্যবাদ🙏❤️🥰গোলাঘাটৰ পৰা মৰম যাচিলোঁ ❤❤ ❤

  • @drishtipriyarabha5894
    @drishtipriyarabha5894 3 месяца назад +5

    পেঁপাটি লৈ যদি ৰাগ ঐনিতম দা ওলাল হয় 🥺❤️

    • @MatoSaikia
      @MatoSaikia 3 месяца назад +1

      ময়ো ভাবিছো।ভাবিছিলো ৰাগ বুলি

  • @barasadas4696
    @barasadas4696 3 месяца назад +5

    জোনবাইৰ জোনালী ❤️🔥

  • @cartoon5888
    @cartoon5888 3 месяца назад +3

    Gayatri bak dekhi monto vl lagi gol❤❤❤ nd bhut duniya lagise hokoluke

  • @purbanchalassam
    @purbanchalassam 3 месяца назад +2

    ভাল লাগিল । এটা নিভাজ বিহু শুনিবলৈ পালোঁ❤ লগতে গায়ত্ৰী বা ৰ পোনৰাগমন দেখি নষ্টালজিক

  • @bhagyasridas4058
    @bhagyasridas4058 3 месяца назад +2

    Eman dhuniya lagise bihu ti xuni❤❤❤.. Gayatri ba uff agor junbai joniloi mnt pori gol🥺❤.. Aru gayika ba joni eman dhuniya lagise mat Tu o dhuniya aru xobdo bur eman dhuniyake byobohar krise ❤❤❤love from sualkuchi❤❤

  • @supriya2975
    @supriya2975 3 месяца назад +5

    মৰমৰ মৈত্রেয়ী বা,
    ওপজা দিনৰ অলেখ অযুত শুভকামনা জনালোঁ। মই ভাবো এই দিনটো অসম তথা অসমীয়া সংগীত জগতলৈ এক উপহাৰ। আগলৈও এনে সুন্দৰ গীতৰ বাবে অপেক্ষা কৰিম। ❤❤
    মৰমেৰে,
    পাঠশালাৰ পৰা
    সুপ্রিয়া❤

  • @leelawatidekabaruah4057
    @leelawatidekabaruah4057 3 месяца назад +3

    বৰ সুন্দৰ কণ্ঠ। গায়ত্ৰী মহন্ত আৰু চুমকী কচাৰীৰ মন পৰশা বিহু নাচ। ভাল লাগিল তোমাৰ নতুন গীতৰ সমাহাৰ। আশীৰ্বাদ কৰিছো। ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিলোঁ ❤

  • @ankitabaruah6532
    @ankitabaruah6532 3 месяца назад +2

    Bor dhunia gantu❤❤tate Gayotree bar acting.. Ufff junbai mnt pri gol🙏😍

  • @niharika381
    @niharika381 3 месяца назад +3

    Aiooo junbai jni.....🥹❤️
    গানটো অতি সুন্দৰ হৈছে বা....🎉❤

  • @AssamkaAwesome__
    @AssamkaAwesome__ 3 месяца назад +7

    কেতিয়া সুনিম কেতিয়া শুনিম বুলি আজি পালোঁ শুনিব 💟

  • @sgogoi459
    @sgogoi459 3 месяца назад +7

    সুন্দৰ🎉🎉 ধুনীয়া হৈছে❤❤
    গায়ত্ৰী বাৰ পুনৰ আগমন...👌👌 শুভেচ্ছা থাকিল সকলোলৈ......

  • @priyankapanika-ns6mu
    @priyankapanika-ns6mu 3 месяца назад +1

    বহুত ধুনীয়া লাগিছে।। ধুনীয়া বিহু গান এটা ❤

  • @b___creation
    @b___creation 2 месяца назад +1

    মজালাগিলচাই ❤❤❤❤❤🎉🎉🎉🎉🎉😊😊😊😊

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 3 месяца назад +7

    বাইদেউ আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ❤অসমবাসীৰ লৈ মৰম যাচিলো🙏❤️

  • @RohitR12474
    @RohitR12474 3 месяца назад +33

    বহু আশাৰে বাট চাই আছিলো। গীতটি বিচাৰে ধৰণে অকণমান কৰবাত নাপালোঁ। সেয়া আপোনাৰ দোষ মুঠেও নাই। এইয়া মই বেছি আশা কৰাৰ বাবে যেন এনে অনুভৱ হৈছে। কথা হ'ল অভিনেত্ৰী গায়ত্ৰী বাৰ। বাক বহু আগৰ পৰাই দেখি আহিছো। অভিনয়ৰ ক্ষেত্ৰত একো নকওঁ। বহু দিন বিৰতিৰ পাছত যে পুনৰ উভতি আহিছে সেয়াই আমাৰ বাবে এক উপহাৰ। গীতটি সকলোৱে আদৰি লব বুলি মোৰ বিশ্বাস। শুভেচ্ছা থাকিল 🎉

  • @sangitaborah5519
    @sangitaborah5519 2 месяца назад +1

    অতি সুন্দৰ মৈত্ৰেয়ী বা উফ আপোনাৰ কন্ঠ ❤ লগতে গায়ত্ৰী বাক আকৌ এনেদৰে দেখা পাই খুব ভাল লাগিল। এতিয়াহে বিহু বিহু লাগিছে গাত ❤❤

  • @SewaliGogoi-vw3du
    @SewaliGogoi-vw3du 2 месяца назад +2

    Nice i love this song ❤❤

  • @AnganMusic
    @AnganMusic 3 месяца назад +4

    Litreally after years...gayatri baa is still as beautiful as jonbai 😭❤️

  • @okokgirlmetlalagirl
    @okokgirlmetlalagirl 3 месяца назад +4

    Seeing Gayatri ba back gave flashbacks of my childhood memoriess, thank you ba

  • @kyakhayalhai4064
    @kyakhayalhai4064 3 месяца назад +2

    গায়ত্রী বাক বহু দিনৰ মূৰত দেখা পাই সঁচাকৈ বহুত ভাল লাগিল।।

  • @Assamese_Traveller
    @Assamese_Traveller 3 месяца назад +1

    সঁচাকৈয়ে ভাল লাগিল।
    বিহু বিহু লাগি গ'ল ❤

  • @biswajit_kalita_
    @biswajit_kalita_ 3 месяца назад +4

    ধামাকা টো এইটোহে আছিলে 🔥❤
    শুভেচ্ছা থাকিল বা

  • @helinacreation4840
    @helinacreation4840 3 месяца назад +5

    Hosake Gayatri baak dekhilei agor axomiya cinema loi mont pore 🥺💕😍🌼

  • @JutikaDeka-bg3vb
    @JutikaDeka-bg3vb 3 месяца назад +1

    Mojja ❤❤❤ advance happy bihu 💖❤️👍❤️💖

  • @hriyankouraagmusic4080
    @hriyankouraagmusic4080 3 месяца назад +1

    Uff maitrayee baar kontho😍 aru gaietry baa, chumki baar Abhinoi tu nkoue aru😍❤️ Bohut bohut morom hokoluloi❤

  • @jubinburagohain9063
    @jubinburagohain9063 3 месяца назад +5

    জন্ম দিনৰ অলেখ শুভেচ্ছা জনালোঁ বা🎉🎉 ভাল লাগে আপোনাৰ কণ্ঠ লগতে লিখনি ।। আগুৱাই যাওঁক সপোনৰ শীৰ্ষলৈ তাৰে কামনা কৰোঁ এজন আপোনাৰ অনুৰাগী বা ভাইটি হিচাপে

  • @parthapratimsaikia9353
    @parthapratimsaikia9353 3 месяца назад +7

    5:23 Beyond forgery, beyond imitation, pure Home aesthetics! In Assamese we say, বুকুখন বিষায় গ'ল (make my heart skip a beat!), this video made me feel that. বিহুৰ বতৰত ঘৰৰ পৰা দূৰত থকাৰ দৰে দুখ নাই । আৰু গায়াত্ৰী বা ❤

  • @bishnurampatar9239
    @bishnurampatar9239 2 месяца назад +1

    বঢ়িয়া। আগুৱাই যোৱা।।পাটৰ উপাধি কতো পোৱা নাযায় দেখিবলৈ।পাটৰ দেখি ভাল লাগিল।

  • @debenborah2905
    @debenborah2905 3 месяца назад +2

    মৈত্ৰেয়ী তোমাৰ গীতটি বৰ ভাল লাগিছে ❤ সুন্দৰ

  • @sampriteegoswami5790
    @sampriteegoswami5790 3 месяца назад +4

    অধীৰ অপেক্ষাৰ অন্তত গীতটি শুনিবলৈ পালো। ধন্যবাদ মৈত্ৰেয়ী বা, ইমান সুন্দৰ বিহু গীতটি আমাক উপহাৰ দিয়াৰ বাবে ☺️❤️...

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 3 месяца назад +3

    খুব সুন্দৰ হৈছে উপস্থাপন শৈলী ❤❤

  • @Kumoijyoti-kumoi-assam
    @Kumoijyoti-kumoi-assam 3 месяца назад +1

    Bohut val lagil baa ❤❤❤😊❤❤❤ grati baa val lage 😊😊

  • @ffnextlevel0.288
    @ffnextlevel0.288 3 месяца назад +1

    Assamese curs gaytri baa ❤❤bhut Val lagil xokoluke bahut Val lagil

  • @simantasvlogs1647
    @simantasvlogs1647 3 месяца назад +9

    মোৰ মৰমৰ গায়ত্ৰী বা ❤

  • @___dikshajyoti___
    @___dikshajyoti___ 3 месяца назад +3

    জন্ম দিনৰ বহু বহু শুভেচ্ছা আৰু মৰম থাকিল বা.. বাকি আপোনাৰ গানবোৰ সদায় প্রিয়❤🌻 চিৰসেউজ

  • @rudrojitsvlogs5338
    @rudrojitsvlogs5338 3 месяца назад +1

    Gayatri Mahanta is our emotions of childhood favorite actress.❤
    Lots of love from Shillong 💜🌷

  • @KailashPathak-oe1bp
    @KailashPathak-oe1bp 3 месяца назад +1

    গায়ত্ৰী বাক অনা বাবে ধন্যবাদ .....সৰুৰ পৰা প্ৰিয় গায়ত্ৰী বা.....❤❤

  • @Nabajyoti551
    @Nabajyoti551 3 месяца назад +5

    Nice song🎵😊😊😊

  • @everythingispossible7947
    @everythingispossible7947 3 месяца назад +8

    ককাইদেউ সকলে ভুল নাভাবিব নামতিয়ে ধনে কাঢ়িনিলে মন অৰ্থাত টকা-পইচা কথাহে কৈছে ।
    সজাগ -সচেতনে আগ বাঢ়িব। ❤

    • @tanmayhandique_
      @tanmayhandique_ 3 месяца назад

      😆, হয় জানো
      চেনাই নাম হে চাগে ধন

  • @alimuliassam6405
    @alimuliassam6405 3 месяца назад +1

    বৰ সুন্দৰ হৈছে দেই মৈয়ত্ৰী বা❤❤
    গায়ত্ৰী বা আৰু চুম্কি/বিউটি বা ক দেখি আৰু বেছি ভাল লাগিল। সুন্দৰ বিহু উপহাৰ পালোঁ❤
    #prakashbarman

  • @KoushikDeka-zr1fw
    @KoushikDeka-zr1fw 3 месяца назад +1

    ❤❤❤ সুন্দৰ বিহু সুন্দৰ গান😊😊😊

  • @kapilsonowal6289
    @kapilsonowal6289 3 месяца назад +6

    Old is always gold❤@Gayatri mahanta ba❤❤

  • @latestassamese.....
    @latestassamese..... 3 месяца назад +4

    গায়ত্ৰী বাৰ কাৰণে এটা like

  • @NikumoniDeka-rr7zq
    @NikumoniDeka-rr7zq 3 месяца назад +1

    Gayatri ba 😭😭bhut miss kri asilo ba....ako ahar babe bhut vl lgise.....ba adin osarar pra lg pb bhut mn ase.....apnar cinema moi kiman je sai thku....🥰🥰 Love you ba..😘😘

  • @ankitasarania4252
    @ankitasarania4252 2 месяца назад

    Oti hundor .. ❤❤

  • @sanatkumar9141
    @sanatkumar9141 3 месяца назад +71

    Baa Project Bartalap r pora moveout hol neki apuni?? Shankudar logot gaan nobonuwai hol dekhun!!!

  • @CricketGuruAssam
    @CricketGuruAssam 3 месяца назад +242

    IPL LOVERS ATTENDENCE HERE ❤❤❤❤💜💜🧡🧡🧡🧡💛💛💛💙💙💙

  • @nilakhigohain1511
    @nilakhigohain1511 3 месяца назад +1

    Gayatri baa k ako abar dekha pai bht vl lgl❤️👌

  • @tilumonilahon1323
    @tilumonilahon1323 2 месяца назад +1

    গায়ত্ৰী বা আপোনাক আকৌ এনেকৈ দেখি বহুত ভাল লাগিল।

  • @deepjyoti5917
    @deepjyoti5917 3 месяца назад +23

    CSK lover like here ❤

  • @kishorekangkan4343
    @kishorekangkan4343 3 месяца назад +1

    বৰ ভাল লাগিল মৌ বা❤ ৷ প্ৰিয় অভিনেত্ৰী গায়ত্ৰী বা আৰু বাইলুং দৌস্তীক দেখি ধুনীয়া লাগিছে❤❤

  • @INDRAJIT_BARMAN_
    @INDRAJIT_BARMAN_ 3 месяца назад +1

    ধুনীয়া....❤

  • @user-tl1tc2ly2u
    @user-tl1tc2ly2u 2 месяца назад +1

    Wow super voice and song video editor mojja video very very nice ❤❤❤❤❤

  • @rinkigogoi7455
    @rinkigogoi7455 3 месяца назад +2

    অসমীয়াৰ আবেগ ,অনুভূতি সকলো গায়ত্ৰী বা❤❤লগতে টো আমাৰ বাইলুং বা আছেই❤❤❤

  • @pinkiboruah9621
    @pinkiboruah9621 2 месяца назад +1

    বহুত ভাল লাগিল ❤❤

  • @krishnahazarika7300
    @krishnahazarika7300 2 месяца назад

    Xodai nostalgic deii...agor din bur agor poribex bur bor bhal asela.,..music video Tu sai bohut bhal lagil

  • @sewalisaikia7352
    @sewalisaikia7352 3 месяца назад +2

    বহুত সুন্দৰ হৈছে বা ❤ লগতে তোমাৰ এই বিশেষ দিনটোৰ শুভকামণা জনালোঁ 🎂❤

  • @bhaswatidas6732
    @bhaswatidas6732 3 месяца назад +1

    Extra special ❤
    Keep it up baa 👍

  • @priyankakalita5102
    @priyankakalita5102 2 месяца назад +1

    গায়ত্ৰী মহন্ত বা সদায় প্রিয়❤
    আপোনাৰ পৰা আৰু ধুনীয়া ধুনীয়া কাম চাব বিচাৰোঁ।

  • @stneppo4295
    @stneppo4295 3 месяца назад +2

    Thank you for the bihu GIFT 🎁 so adorable ❤ I am in love with this masterpiece 👌♥️ i had heard this masterpiece more than 40 time but it didn't feel me bored ❤

  • @manjitman2384
    @manjitman2384 3 месяца назад +1

    সুব এটা বিহু গীত সকলোকে ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জনালোঁ আৰু ইমান দিনৰ পিছত আমাৰ জোনালি ( Gayatri ) বাক দেখি আৰু বেছি ভাল লাগিল

  • @niki-pb3lx
    @niki-pb3lx 3 месяца назад +2

    gayatri ba mur priyo❤️❤️...akw dkhibo pai bor vall lgise❤️

  • @kaberideka4220
    @kaberideka4220 2 месяца назад

    ধুনীয়া হৈছে ।

  • @BituBora-ns5fv
    @BituBora-ns5fv 3 месяца назад +2

    ভাল লাগিছে ❤️❤️❤️❤️❤️

  • @PurabiPurabideka
    @PurabiPurabideka 3 месяца назад

    শুনি ইমান ভাল লাগিল ❤️

  • @kuldiprabha2921
    @kuldiprabha2921 Месяц назад

    গায়ত্ৰী বাক বাছনি ৰূপত দেখা পাই বহুত ভাল লাগিল।

  • @mrApansarkargotraveller
    @mrApansarkargotraveller 2 месяца назад

    Awesome ❤❤❤ beautiful bihu bihu lagi gol❤❤

  • @prankuldutta1636
    @prankuldutta1636 3 месяца назад +1

    ❤❤❤❤ পৰম্পৰাগত বিহু সুৰত এক নতুন ও বিশেষ উপস্থাপন... অতি সুন্দৰ

  • @ankuritasaikia2200
    @ankuritasaikia2200 2 месяца назад +1

    কিমান যে ভাল লাগিছে, বুজাব নোৱাৰোঁ। সঁচাকৈ বিহু বিহু লাগি গৈছে।ভিডিঅ'টো চাই চাই কিয় যে আৱেগিক হৈ পৰিলোঁ!

  • @sameerborkakati9835
    @sameerborkakati9835 2 месяца назад +2

    Gaan tu bhut Val lagil je non stop khuni thakileu hapah nopolai

  • @suvalakshmisaikia7659
    @suvalakshmisaikia7659 2 месяца назад

    Bohut bohut dhunia... Bihu bihu lgi gol gaat... Ajikali r odvut bihu bur r pora totally unique, traditional bihur xurere bohut bhal loga ata bihu

  • @Simanta_saikia
    @Simanta_saikia 3 месяца назад +1

    গানৰ অৰ্থ কেৱল জুবিন দা শংকুৰজ আৰু ময়ত্ৰয়ী বা ৰ কণ্ঠত আছে ❤❤❤❤ বহু মৰম

  • @kishorborgohain2225
    @kishorborgohain2225 2 месяца назад +1

    Gayatri Mahanta Ba ❤

  • @abhijitrabha4394
    @abhijitrabha4394 3 месяца назад +1

    বহুত বেছি ধুনীয়া হৈছে।। একেৰাহে ছয় বাৰ চালোঁ

  • @user-jr2gr1po5y
    @user-jr2gr1po5y 3 месяца назад

    Bhut vll lagise di gt baaa k dekhi sunki baaa dhuniya

  • @ilovetravelandfood7597
    @ilovetravelandfood7597 2 месяца назад

    ❤❤❤ গায়ত্ৰী বা । লগতে সকলো শিল্পীলৈ ❤️

  • @jeutiray9258
    @jeutiray9258 2 месяца назад +1

    Gaiyatri baaa❤

  • @KangkanNath-cb2mk
    @KangkanNath-cb2mk 3 месяца назад +1

    Xosake dhuniya hoise❤❤ ane bihu xunile gourav koru axomiya buli..

  • @basantarajkhowa1409
    @basantarajkhowa1409 3 месяца назад

    Hayeeee Gayatri bak dekhu mon2 jur pori goll❤❤❤

  • @Munuborah-vy8vt
    @Munuborah-vy8vt 2 месяца назад

    বহুত দিনৰ মূৰত গায়এী বা জনীক এনেকৈই দেখি বহুত ভাল লাগিছে❤

  • @mainaa504
    @mainaa504 2 месяца назад

    Bor dhuniaaa lagisee❤❤ 3goraki e priyooo