Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
.মই আইমনি শৰ্মা,আপোনাৰ অনুষ্ঠান এটি চাই বহুতো উপকৃত হৈছো ।মোৰ পেনক্ৰিয়াচৰ প্ৰব্লেম হৈছে । অনুগ্ৰহ কৰি ই কেনেকৈ ভাল হব জনাবচোন ।
ভাল লাগিছে...ধুনীয়া মূল্যবান পৰামৰ্শ আগবঢ়াইছে..ভাল লাগিল শুনি..
বহুত উপকাৰী Vedio. অশেষ ধন্যবাদ বা।
Bhut bhut dhoynbat baido eman val upohar di jay ....
আপোনাৰ ভিডিওবোৰ চাই মই বৰ উপকৃত হৈছো ইমান সহজ সৰল ভাবে দৰকাৰী কথাবোৰ বজাই দি আটাইৰে উপকাৰ সাধন কৰে বহুত বহুত ধন্যবাদ জানালো বাইদেউ
বহুত ভাল লাগিল, মই শেষৰ উপদেশটোহে জনা নাছিলো, বাকীখিনি জানো আৰু মানি চলো
বহুত ভাল লাগিল বাইদেউ আপোনাৰ প্ৰতিটো ভিডিঅ চাও বৰ সুন্দৰ উপদেশ
😊
Khub val lagil baideu..enebur meaning full video amak bohut upokar kre 👍😊
ভাল লাগিল সু পৰামৰ্শ দিয়াৰ বাবে ধন্যবাদ
ভাল লাগিল বাইদেউ ধন্যবাদ।
Khub bhal lagil Mam. Thank you. ❤
খুব সুন্দৰ ভিডিঅ' বাইদেউ ।
Bhut upkreto hlo thx bideoi
Stomacat fungus hole ki khab lage ki nalage janabasun biseskoi dibetec rugir babe kenekua khadya khua bhal janabasun.oti avasyak haise.
Khub val lagil... Vedeo tu sai.. Bohut nojona kotha hikilu.. Thanks baidew
Bohut nojona kotha janilu .. Dhanyavaad ma'am
ভাল লাগিলে ৷বহুত উপকৃত হৈছোঁ ৷মোৰ চুগাৰ আছে ৷
বহুত বহুত ধন্যবাদ আপোনাৰ এই পৰামৰ্শ দিয়াৰ বাবে
বহুত ভাল লাগিল 👌👌👌😘😘😘
ভাল লাগিল নজনা কিছুমান কথা জানিলো 👍 অশেষ ধন্যবাদ থাকিল 🙏🙏🙏
Bohut nojona kotha aje apunar pora janebo parelu mam thank you
বহুত ভাল লাগিল ভিডিঅ'চাই চাই অতি সুন্দৰ 🙏❤️🙏
বহুত ধন্যবাদ আপোনাৰ এই সুন্দৰ পৰামৰ্শৰ বাবে।
বৰ ভাল কথা কৈছে 🙏🏼 আখা কৰো আৰু যেন এনে ভিদীয় দিয়ে
Val lagil . Thanks mam❤️😘
ভাল লাগিল বাইদেউ আপোনাৰ কথা বোৰ হোনি
ভাল পৰামৰ্শ দিয়াৰ বাবে ধন্যবাদ বাইদেউ 🙏🙏
Bohut Val lagile ba❤️❤️
Thankyou ba good solution 🙏
Thanks very useful video
Khub Val lagil baidew...we waiting for d next....
কথাখিনি জানিব লৈ পাই বৰ উপকৃত হলো। অশেষ ধন্যবাদ জনালো।
আপোনাৰ পৰামৰ্শ সদায় মনত ৰাখিম
বহুত ভাল লাগিল 👍
Bhal lagil najona katha bor jani
ধন্যবাদ বাইদেউ মুল্যবান পৰামৰ্শ বাবে ।
Bohut dorkari ru nojona kotha ja nilu.Bohut bohut Dhonyobad Doctor Sharma
Bhot nojona khtha janibo Pai vl lagil mam ❤️
বহু কথা জানিব পাৰি ভাল লাগিল।ধন্যবাদ
ভাল পৰামৰ্শ দিয়াৰ বাবে ধন্যৱাদ।
আপোনাৰ বক্তব্যৰ পৰা বহু উপকৃত হলো ৷
Nomaskar baidew apunar video bilak sai bohut kotha hikha hoi thank you so much sister.
Bshut bhal lagil
বাইদেউ, নজনা কথাবোৰ জনোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ
Bahut bahut vall katha ata hikilu ma'am dhanyawad 🙏👌
বহুত সুন্দৰ কথা শিকিলো
Good morning bahut val lagile mam mur jikunu homoit ugar nisina aahi thake khaleu nakhaleu aru pani nohele vat khabo nuari kiya baru janabo sun mam
Thanks for sharingBhal lagil jani❤️
bohut Bhal video bonaise baideu. .🙏🙏🙏
ধন্যবাদ মেদাম কথা খিনিয়ে বহুতৰ উপকাৰ কৰিব নমস্কাৰ
বহুত ভাল লাগিল কথাখিনি জানি।
Informative video ma'am
সুন্দৰ |
Val lagil mam bohut val kotha xikilu
Bahut bhal lagise krisnh
Very nice video (Madam)...... Thank you very much for your more useful advice.......
Good maam
Bohut dhoinobad baidew
কথা খিনি ৰাইজৰ ভালৰ বাবে অৱগত কৰাৰ বাবে Thank
Thank you
Val lagil .punor log Pam .
ভাল লাগিল ,বহতো কথা শিকিলোঁ যিবোৰ আমি ওলোটাকৈ কৰি আহিছিলো।
Medam.আপোনাৰ বক্তব্য খিনিৰ পৰা বহুত উপকৃত হলো। আপোনালৈ ধন্যবাদ থাকিল।
thanks
ধন্যবাদ বাইদেউ
Very useful and important notification for our health, thank yo u very much for your notification
Very nice video... Thanks
ভাল লাগিল।
Nice information 🙏🏿🙏🏿
Mem advice bur bhut vl lage,mem bhorir gerua talua bixr karne upai dibosun
আপোনাৰ প্ৰতিটো ভিডিও মা দেউতা মই একেলগে বহি চাওঁ।আপোনাৰ পৰামৰ্শ মতে আমাৰ ঘৰখন মায়ে ধুনীয়াকৈ চলাই নিছে।আগতকৈ বহুত স্বাস্থ্যৰ উন্নতি হৈছে।আগলৈও এনেকৈ আমাক পৰামৰ্শ দি যাব বুলি আশা থাকিল ।
Thanks for fruitful information.
আপোনাৰ স্বাস্থ্য ৰক্ষাৰ মূল্যৱান উপদেশ বোৰ পায় উপকৃত হৈছো আগলৈও পাম বুলি আশা ৰাখিলোঁ।
Thanks for you.
সুন্দৰ উপদেশ বাইদেউ,ধন্যবাদ পঙ্খী বাইদেউ।🙏আপুনি যোৰহাট লৈ আহি গ'ল ,গম নাপালোঁ।পিছত গম পালো আপোনাৰ ভন্টীৰ মুখে...
Hoi , lockdown thokar babe kotu bhalke ulai jabou nuarilu ...
ধন্যবাদ বাইদেউ আপোনাক 🙏
Khub shundor 😍
Thanks for good information.
গোটেই কেইটা Tipsএই ভাল লাগিল ,উপকাৰ নিশ্চয় কৰিব, যদি হে মানুহে Follow কৰে।
Thanks ma'am ❤️👍🏻👍🏻👍🏻
Bor Bhal lagil
বেছি মুৰ বিখ কিয় হয় বাৰু এই বিষয়ে কলে অলপ ভাল পালো হেতেন আৰু আপোনালৈ বহত ধন্যবাদ থাকিল
Tq😍😍mam bhot vl lagil
ভাল লাগিল বাইদেউ বহুত মুল্য বাণ কথা কৈছে আমাৰ চুগাৰ আছে নগাঁও পৰা
বহুত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤❤
🙏🙏🙏🙏🙏🙏🙏🙏🙏 thanks Mam
Baideu, aapuni amak xoriror babe labhdayok kothakhini iman xohoj xorol bhakha t bujai koi, tar babe bohut dhoinyobad, aapunar video r kotha khini xuni bohut nojona kotha janibo parisu
Thank you ma'am 😊..
Thank you for your valuable suggestions
উপকৃত হলো বাইদেউ ।
Bhal lagil bohut
Baidew Namaskar aponsar video r porabohitmakana. Kotha ganib. parilu Thanku❤🎉🎉🎉
Bhal lagil sooni
Thanks. Always I wrong .❤
Bht vl lagil
Nice vidio mam...
Great mam bohut vl lagil
আপুনি কোৱা মতে কৰি প্রায় 50 শতাংশই ভাল পাইছোঁ । fatty liver grade 1 হৈ আছে মোৰ।কি কৰিলে উপশম পাব পাৰিম জনাবচোন ।
Helpful points
Val lagil jani
Many thanks mam.
বহুত ভাল লাগিল
.মই আইমনি শৰ্মা,আপোনাৰ অনুষ্ঠান এটি চাই বহুতো উপকৃত হৈছো ।মোৰ পেনক্ৰিয়াচৰ প্ৰব্লেম হৈছে । অনুগ্ৰহ কৰি ই কেনেকৈ ভাল হব জনাবচোন ।
ভাল লাগিছে...ধুনীয়া মূল্যবান পৰামৰ্শ আগবঢ়াইছে..ভাল লাগিল শুনি..
বহুত উপকাৰী Vedio. অশেষ ধন্যবাদ বা।
Bhut bhut dhoynbat baido eman val upohar di jay ....
আপোনাৰ ভিডিওবোৰ চাই মই বৰ উপকৃত হৈছো ইমান সহজ সৰল ভাবে দৰকাৰী কথাবোৰ বজাই দি আটাইৰে উপকাৰ সাধন কৰে বহুত বহুত ধন্যবাদ জানালো বাইদেউ
বহুত ভাল লাগিল, মই শেষৰ উপদেশটোহে জনা নাছিলো, বাকীখিনি জানো আৰু মানি চলো
বহুত ভাল লাগিল বাইদেউ আপোনাৰ প্ৰতিটো ভিডিঅ চাও বৰ সুন্দৰ উপদেশ
😊
Khub val lagil baideu..enebur meaning full video amak bohut upokar kre 👍😊
ভাল লাগিল সু পৰামৰ্শ দিয়াৰ বাবে ধন্যবাদ
ভাল লাগিল বাইদেউ ধন্যবাদ।
Khub bhal lagil Mam. Thank you. ❤
খুব সুন্দৰ ভিডিঅ' বাইদেউ ।
Bhut upkreto hlo thx bideoi
Stomacat fungus hole ki khab lage ki nalage janabasun biseskoi dibetec rugir babe kenekua khadya khua bhal janabasun.oti avasyak haise.
Khub val lagil... Vedeo tu sai.. Bohut nojona kotha hikilu.. Thanks baidew
Bohut nojona kotha janilu .. Dhanyavaad ma'am
ভাল লাগিলে ৷বহুত উপকৃত হৈছোঁ ৷মোৰ চুগাৰ আছে ৷
বহুত বহুত ধন্যবাদ আপোনাৰ এই পৰামৰ্শ দিয়াৰ বাবে
বহুত ভাল লাগিল 👌👌👌😘😘😘
ভাল লাগিল নজনা কিছুমান কথা জানিলো 👍 অশেষ ধন্যবাদ থাকিল 🙏🙏🙏
Bohut nojona kotha aje apunar pora janebo parelu mam thank you
বহুত ভাল লাগিল ভিডিঅ'চাই চাই অতি সুন্দৰ 🙏❤️🙏
বহুত ধন্যবাদ আপোনাৰ এই সুন্দৰ পৰামৰ্শৰ বাবে।
বৰ ভাল কথা কৈছে 🙏🏼 আখা কৰো আৰু যেন এনে ভিদীয় দিয়ে
Val lagil . Thanks mam❤️😘
ভাল লাগিল বাইদেউ আপোনাৰ কথা বোৰ হোনি
ভাল পৰামৰ্শ দিয়াৰ বাবে ধন্যবাদ বাইদেউ 🙏🙏
Bohut Val lagile ba❤️❤️
Thankyou ba good solution 🙏
Thanks very useful video
Khub Val lagil baidew...we waiting for d next....
কথাখিনি জানিব লৈ পাই বৰ উপকৃত হলো। অশেষ ধন্যবাদ জনালো।
আপোনাৰ পৰামৰ্শ সদায় মনত ৰাখিম
বহুত ভাল লাগিল 👍
Bhal lagil najona katha bor jani
ধন্যবাদ বাইদেউ মুল্যবান পৰামৰ্শ বাবে ।
Bohut dorkari ru nojona kotha ja nilu.
Bohut bohut Dhonyobad
Doctor Sharma
Bhot nojona khtha janibo Pai vl lagil mam ❤️
বহু কথা জানিব পাৰি ভাল লাগিল।ধন্যবাদ
ভাল পৰামৰ্শ দিয়াৰ বাবে ধন্যৱাদ।
আপোনাৰ বক্তব্যৰ পৰা বহু উপকৃত হলো ৷
Nomaskar baidew apunar video bilak sai bohut kotha hikha hoi thank you so much sister.
Bshut bhal lagil
বাইদেউ, নজনা কথাবোৰ জনোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ
Bahut bahut vall katha ata hikilu ma'am dhanyawad 🙏👌
বহুত সুন্দৰ কথা শিকিলো
Good morning bahut val lagile mam mur jikunu homoit ugar nisina aahi thake khaleu nakhaleu aru pani nohele vat khabo nuari kiya baru janabo sun mam
Thanks for sharing
Bhal lagil jani❤️
bohut Bhal video bonaise baideu. .🙏🙏🙏
ধন্যবাদ মেদাম কথা খিনিয়ে বহুতৰ উপকাৰ কৰিব নমস্কাৰ
বহুত ভাল লাগিল কথাখিনি জানি।
Informative video ma'am
সুন্দৰ |
Val lagil mam bohut val kotha xikilu
Bahut bhal lagise krisnh
Very nice video (Madam)...... Thank you very much for your more useful advice.......
Good maam
Bohut dhoinobad baidew
কথা খিনি ৰাইজৰ ভালৰ বাবে অৱগত কৰাৰ বাবে Thank
Thank you
Val lagil .punor log Pam .
ভাল লাগিল ,বহতো কথা শিকিলোঁ যিবোৰ আমি ওলোটাকৈ কৰি আহিছিলো।
Medam.আপোনাৰ বক্তব্য খিনিৰ পৰা বহুত উপকৃত হলো। আপোনালৈ ধন্যবাদ থাকিল।
thanks
ধন্যবাদ বাইদেউ
Very useful and important notification for our health, thank yo u very much for your notification
Very nice video... Thanks
ভাল লাগিল।
Nice information 🙏🏿🙏🏿
Mem advice bur bhut vl lage,mem bhorir gerua talua bixr karne upai dibosun
আপোনাৰ প্ৰতিটো ভিডিও মা দেউতা মই একেলগে বহি চাওঁ।আপোনাৰ পৰামৰ্শ মতে আমাৰ ঘৰখন মায়ে ধুনীয়াকৈ চলাই নিছে।আগতকৈ বহুত স্বাস্থ্যৰ উন্নতি হৈছে।আগলৈও এনেকৈ আমাক পৰামৰ্শ দি যাব বুলি আশা থাকিল ।
Thanks for fruitful information.
আপোনাৰ স্বাস্থ্য ৰক্ষাৰ মূল্যৱান উপদেশ বোৰ পায় উপকৃত হৈছো আগলৈও পাম বুলি আশা ৰাখিলোঁ।
Thanks for you.
সুন্দৰ উপদেশ বাইদেউ,ধন্যবাদ পঙ্খী বাইদেউ।🙏
আপুনি যোৰহাট লৈ আহি গ'ল ,গম নাপালোঁ।পিছত গম পালো আপোনাৰ ভন্টীৰ মুখে...